Targeting Jorhat, Assam CM Sarma kicks off poll campaign... Watch deets

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • Targeting Jorhat, Assam CM Sarma kicks off poll campaign... Watch deets
    Watch the full clip to know more about this story.
    #pragnews #assam #cm #himantabiswasarma #pollcampaign #loksabhaelection2024
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 179

  • @chandramabora6591
    @chandramabora6591 5 หลายเดือนก่อน +52

    গৌৰব গগৈক মুঠতে কোনেও যে ৰাখিব নোৱাৰে, সেয়া 100%খাটাং। কমেন্ট বিলাকেই তাৰ বিশ্লেষণ। এইবোৰ নিৰপেক্ষ ভোটাৰৰহে কমেন্ট।

    • @RupkantaPathori
      @RupkantaPathori 5 หลายเดือนก่อน +3

      আমাক দল নেলাগে সিংহৰ দৰে নেতা লাগে ।গৌৰৱ গগৈ জিনদাবাদ ।

  • @manasprotimborah3617
    @manasprotimborah3617 5 หลายเดือนก่อน +28

    গৌৰৱ গগৈ জিকিব।

  • @dasp1232
    @dasp1232 5 หลายเดือนก่อน +16

    কোনো পাৰ্টীৰ নহয় মই। কিন্তু গৌৰৱ গগৈ দাদাক বিচাৰোঁ সাংসদ হিচাপে 🎉🎉

  • @krishnakantalahon6167
    @krishnakantalahon6167 5 หลายเดือนก่อน +18

    আমাৰ যোৰহাট বাসীৰ গৌৰৱ ❤❤আমাৰ ঘৰৰ মুঠ ভোট ৫ টা, গোটেই ৫ টা ভোট গৌৰৱৰ পক্ষত। মগজুত মাল মূত্র নথকা কেইটাই হে বলাৎকাৰী জনতা পার্টিক ভোট দিব।

  • @user-sm3eo8rj8l
    @user-sm3eo8rj8l 5 หลายเดือนก่อน +12

    PM কোন হব সেইটো মতলব নাই, মই কোন দলৰ সদস্য মতলব নাই, মতলব হে গৌৰৱ MP হৌনা চাহিয়ে।

  • @janardanbora2803
    @janardanbora2803 5 หลายเดือนก่อน +15

    গৌৰৱ গগৈক হৰুৱাবলৈ দম নাই অসমৰ কোনো নেতাৰ 😅😅😅

  • @user-tr5es9fi6c
    @user-tr5es9fi6c 5 หลายเดือนก่อน +11

    অসমত থকা তাই আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী আৰু আদিবাসী কে ধৰি প্ৰায় ৪১ টা জনগোষ্ঠী জনজতিকৰণ দাবীত যোৰহাট লোকসভা সমষ্টিত মাননীয়, শ্ৰীযুত গৌৰৱ গগৈ বিপুল ভোটত জয় যুক্ত কৰি সংসদৰ মজিয়াত উত্থাপন কৰিব বুলি অসম বাসী ৰাইজৰ বিশ্বাস আছে ।।

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r 5 หลายเดือนก่อน +11

    গৌৰৱ গগৈক ভোট দি জয় যুকত‌ কৰাওক

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ez 5 หลายเดือนก่อน +22

    অসমৰ গৌৰৱ।
    আমাৰ গৌৰৱ ।

  • @palpaldilkepas3566
    @palpaldilkepas3566 5 หลายเดือนก่อน +12

    জিকিব গৌৰব গগৈ । বতাহ জাক গৌৰবৰ ফালে বলা দেখা গৈছে । কি হয় সময়ে কব ।

  • @priyamdj2882
    @priyamdj2882 5 หลายเดือนก่อน +5

    BJP সমৰ্থন কৰা সকলক কৈছো, ছেম ষ্টেফৰ্ড, দিপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বিজেন্দ্ৰ পাংগিং তেওঁলোকক পাহৰি গ'ল নেকি 😢, এওঁলোকো আপোনালোকৰ দৰে এজন ভাল ছাত্ৰ,পুত্ৰ, ভাতৃ, বন্ধু, আৰু ভাৰতীয় নাগৰিক‌ আছিল, এওঁলোকে এইয়াই ভূল কৰিছিল যে বিজেপি বিৰুদ্ধে মাত মাতিছিল। ২০১৯ ত কা বিৰুদ্ধে সমগ্ৰ অসমতে আন্দোলন চলিছিল, চৰকাৰে বৰ্তমান কা আইনটো বাতিল নকৰিলে তাৰ বিপৰীতে এওঁলোকক হত্যা কৰে। বৰ্তমান ২০২৪ ত এই বিজেপিয়ে আছোঁৰ কিছুমান নেতাকো কিনি পেলাইছে যাৰ বাবে কা বিৰুদ্ধে মাত মতা নেদেখিব ।‌
    Q. এই CAA নো কি ?
    চমুকৈ কবলৈ গ'লে কা হৈছে- বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিয়া।
    Q. CAA ৰ উপকাৰ------
    ১/ বিদেশী নাগৰিকক স্থায়ী নাগৰিকত্ব দি তেওঁলোকৰ ভুত লোৱা।
    ২/ জনসংখ্যাত বিশ্বৰ সৰ্ববৃহৎ হোৱা
    Q. CAA ৰ অপকাৰ--------
    ১/ জনসংখ্যা বৃদ্ধি
    ২/ নিবনুৱা বৃদ্ধি
    ৩/ অসমীয়া ভাষা আৰু জাতী বিলুপ্তিৰ পথত
    ৪/ অসমক দুখীয়া আৰু দুৰ্বল কৰি নিয়াৰ পথত
    ৫/ অসমীয়া মানুহৰ উপৰত বাহিৰা লোকৰ উতভন্দালী
    ৬/ আমাৰ অধিকাৰ সমূহ আনক দিয়া
    ৭/ স্থায়ী লোকৰ বিপৰীতে তেওঁলোক বেছি লাভজনক হ'ব
    ৮/ চৰকাৰী চাকৰি বোৰত এনেই Border District reservation থাকে তেওঁলোকক নাগৰিকত্ব দিয়া মানে Border District পৰা চাকৰি পোৱা পাহৰি যোৱা।
    ৯/ অস্পৃশ্য বৰ্গৰ বৃদ্ধি
    ১০/ Terrorist activities বৃদ্ধি
    ১১/ ভবিষ্যতে বিদেশী সকলক গ্ৰহণ কৰা প্ৰথাৰ সৃষ্টি।
    আপোনালোকক কৈছো ভূত দিৱ জাওঁতে ছাত্ৰ সকলে এবাৰ ভাবিৱা যে স্কৰ্কলাৰছীপ গোটেই জীৱন পাই নাথাকা , আৰু বাইদেউ সেতে অৰুনোদই আঁচনীটো অকন চাইদত থৈ ভাবিব নিজৰ লৰা ছোৱালী ৰ ভবিষ্যতৰ‌ কথা যিহেতু নিবনুৱা বৃদ্ধি কৰিছে এইখন চৰকাৰে।

  • @SduSubstation
    @SduSubstation 5 หลายเดือนก่อน +2

    শ্ৰমিক-কৰ্মচাৰী সকলে ভোট দিয়াৰ আগতে হাজাৰ বাৰ চিন্তা কৰক।
    ১) ২০০ বছৰীয়া আন্দোলনৰ দ্বাৰা আদায় কৰা ২৯ খন শ্ৰম আইন কভিড কালত কোনে প্ৰত্যাহাৰ কৰি ৪টা শ্ৰম কোড বনালে আৰু শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰিলে ??
    ২) গুৱাহাটীকে ধৰি বহুকেইটা এয়াৰপৰ্ট কোনে ব্যক্তিগত মালিকক দিলে ???
    ৩) অতি লাভজনক BPCL ক কোনে বিক্ৰী কৰিব বিচাৰিছিল ????
    ৪) স্হায়ী নিযুক্তিৰ পৰিৱৰ্তে নিদিষ্ট সময়ৰ বাবে নিযুক্তি (Fix term employment) কোনে আনিলে ?????
    ৫) স্হায়ী শ্ৰমিকৰ পদ বোৰত ঠিকা শ্ৰমিক নিযুক্তি কোনে বৃদ্ধি কৰিছে ??????
    ৬) নগাঁও আৰু কাছাৰ কাগজকল দুটা কাৰ দিনত বন্ধ কৰিলে আৰু পুণৰ কায্যক্ষম কৰিম বুলি নকৰি এতিয়া ব্যক্তিগত মালিকক ভূমিবোৰ দিছে ??????
    ৭) প্ৰতি পাঁচ বছৰত হব লগা ন্যূনতম মজুৰিৰ সংশোধন অসমত কোনে ৮ বছৰতো নকৰিলে ????????
    ৮) দেশৰ সম্পদবোৰ ব্যক্তিগত মালিকক লীজত দিয়াৰ বাবে কোনে জাতীয় মুদ্ৰাকৰণ পাইপলাইনৰ (NMP) ব্যৱস্থা কৰিলে ???????
    ৯) মহিলাৰ উন্নয়নৰ কথাকোৱা কোনখন চৰকাৰে আচনিভুক্ত শ্ৰমিকক বুঢ়া আঙুলি দেখুৱাইছে ?????????
    ১০) অসমৰ চাহ শ্ৰমিকক ৩৫১ টকা দিমেই বুলি কৈ কোনে নিদিলে ?????????
    ১১) মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰা কোনটো দলে ক্ষমতা পাই মূল্যবৃদ্ধি ৰোধ নকৰিলে ????????
    ১২) নামৰূপৰ সাৰ কাৰখানাৰ ৪ৰ্থ গোটটো স্হাপন কৰিম বুলি প্ৰতিশ্ৰুতি দি পালন নকৰি কাৰখানাটো মৃত্যুৰ মুখলৈ কোনে ঠেলি দিলে ?????????
    ১৩) ONGC ৰ অতি গুৰুত্বপূৰ্ণ মোম্বাই হাই তৈল পথাৰখন বিদেশী কোম্পানীক কোনে দিব বিচাৰিছিল ???????????
    ১৪) ESI আৰু বোনাচৰ উৰ্দ্ধসীমা বৃদ্ধি নকৰাৰ ফলত লাখ লাখ শ্ৰমিকে কাৰ দিনত এই সুবিধা দুটা হেৰুৱালে ??????????
    ১৫) ৰাজহুৱাখণ্ড মৃত্যু হবলৈকে জন্ম হৈছে বুলি কোনজন প্ৰধানমন্ত্ৰীয়ে কৈছে ?????????
    ১৬) পেট্ৰল-ডিজেল-এলপিজি ৰ দাম বৃদ্ধি নকৰো বুলি কোনে আকাশলংঘী কৰিছে???????????
    ১৭) অসমৰ ১৮খন তৈল পথাৰ কোন চৰকাৰে ব্যক্তিগত মালিকক দিলে ????????????
    ১৮) অসমৰ লাখ লাখ যুৱক যুৱতীয়ে সাধাৰণ চাকৰিৰ সন্ধানত কোন চৰকাৰৰ দিনত বহি:ৰাজ্যলৈ যাব লগা হৈছে ?????????????
    ১৯) শ্ৰমিকৰ কামৰ সময় বৃদ্ধিৰ প্ৰস্তাৱ কোন চৰকাৰে আনিছে ??????????????
    ২০) নিদিষ্ট পৰিমানৰ পেনচন পোৱা পুৰণা পেনচন আচনিখন (OPS) নাইকিয়া কৰি অনিদিষ্ট আৰু বৰঙনি দি সামান্য পেনচন পোৱা নতুন পেনচন আচনিখন (NPS) কোনো বলপূৰ্বক জাপি দিছে ????????????????
    এই সমস্ত প্ৰশ্নৰ এটাই উত্তৰ--“বিজেপি“ ৷ গতিকে এনে এটা দলক পুনৰ শাসনভাৰ দি নিজৰ ভৰিত নিজে কুঠাৰ মাৰিবনে ??? ধৰ্মীয়- আৱেগিক-সস্তীয়া আৰু মিছা কথাত ভোল নাযাব ৷ এই দলটোক উৎখাত কৰিব নোৱাৰিলে শ্ৰমিকৰ ভৱিষ্যত অন্ধকাৰ ৷

  • @AchyutSaikia-sh9vb
    @AchyutSaikia-sh9vb 5 หลายเดือนก่อน +7

    দলত থাকি ৰাইজৰ কাম কৰা জনৰ লগত জনতা থাকিব নে ! নিজৰ আৰু পৰিয়ালৰ সম্পতিৰ বাবে দল বাগৰা কেইটাক জনতাই আকোঁৱালি লব ৷ অখিল গগৈ গৌৰৱ গগৈৰ লগত আছে আৰু থাকিব ৷

  • @mf-xz6es
    @mf-xz6es 5 หลายเดือนก่อน +4

    গৌৰৱ ক জিকাৱৈ লাগিব আমি

  • @samsulali6037
    @samsulali6037 5 หลายเดือนก่อน

    Thanks

  • @tankswargohain6701
    @tankswargohain6701 5 หลายเดือนก่อน +73

    যোৰহাটবাসী ৰাইজ, গৌৰৱ গগৈক জিকাব লাগিব।সমগ্ৰ বি, জে পি দলটোৱেই গৌৰৱৰ বিৰুদ্ধে যুঁজি আছে

    • @hemogogoi
      @hemogogoi 5 หลายเดือนก่อน

      Lppp

    • @monisaikia889
      @monisaikia889 5 หลายเดือนก่อน

      ​@@hemogogoiপোp

    • @user-cm2ip7oc2u
      @user-cm2ip7oc2u 5 หลายเดือนก่อน +1

      Gourav gogoi zindabad

  • @dgogoi1239
    @dgogoi1239 5 หลายเดือนก่อน +1

    মই লুৰিনৰ সমষ্টি ৰ পৰা জনাব বিছাৰো যোৰহাটৰ ভোটাৰে যদি গৌৰবৰ জিকাব নৱাৰে বৰ লাজ লগা কথা হব।

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r 5 หลายเดือนก่อน +5

    বিজেপি ৰ ভাল দিনৰ উদা হৰণ ৰাইজে দেখি ছে ভোট ৰাইজৰ মতেই দিব

  • @user-fk1uu8bl4h
    @user-fk1uu8bl4h 5 หลายเดือนก่อน +4

    সকলো যোৰহাট বাসী ৰাইজ গৌৰৱ গগৈ ক জিকায় আনক। অসমৰ এগৰাকী শক্তিশালী সাংসদ।

  • @user-ux7gk1lb6b
    @user-ux7gk1lb6b 5 หลายเดือนก่อน +15

    Gaurav Gogoi jikiboi 💯 to 💯

  • @prsantaburagohain8617
    @prsantaburagohain8617 5 หลายเดือนก่อน +15

    Gaurab Gogoi Zindabad.

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s 5 หลายเดือนก่อน +59

    আমাক পাৰ্টী নালাগে প্ৰাৰ্থী লাগে

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r 5 หลายเดือนก่อน +4

    মুখ্য মন্ত্ৰী ৰ চালাকি কথাতভোল‌ গলে যোৰহাট সমষ্টি ৰ মানুহ বোৰে বেয়া ফল ভোগিব

  • @montutai6782
    @montutai6782 5 หลายเดือนก่อน +1

    গৌৰৱ গগৈক যোৰহাটত বিচাৰো।

  • @nityagogoi478
    @nityagogoi478 5 หลายเดือนก่อน

    এইজনে কৰোবাৰ পক্ষ লৈছে যেন পাওঁ ৷

  • @hafijursikder9104
    @hafijursikder9104 5 หลายเดือนก่อน +62

    মগজু নোহোৱা সকলেহে বি, জে, পিক ভোট দিব যোৰহাটত।

    • @Deepdoley2011
      @Deepdoley2011 5 หลายเดือนก่อน

      Hu

    • @debaphukan489
      @debaphukan489 5 หลายเดือนก่อน

      ​@@Deepdoley2011😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by 5 หลายเดือนก่อน +1

    গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জয় আই অসম।

  • @unlucky1377
    @unlucky1377 5 หลายเดือนก่อน +6

    "Save your democracy, don't vote for BJP"

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 5 หลายเดือนก่อน +5

    যোৰহাটত যুজিব মুখ্যমন্ত্রী বাদ প্ৰধান মন্ত্রী গলে ও গল খাব ভাচপা

  • @sunandaborah8177
    @sunandaborah8177 5 หลายเดือนก่อน +1

    গৌৰৱ গগৈ জিন্দা বাদ ।

  • @phanidharrabha8057
    @phanidharrabha8057 5 หลายเดือนก่อน +32

    গৌৰৱৰ সতে হিমন্তৰ কোনো দিনেই তুলনা নহ'ব ।অন্যায় -অনীতিৰ নায়ক বিলাকে গৌৰৱ, লুৰিণজ্যতি আদি শান্ত,শিষ্টাচাৰী নেতা সকলক যিমানেই সমালোচনা নকৰক কিয় ৰাইজে তিঙিৰিতুলা হৈ সময়লৈ অপেক্ষা কৰি আছে

  • @bhattacharjeeramchiary5107
    @bhattacharjeeramchiary5107 5 หลายเดือนก่อน +8

    😅অসমৰ ৰাজনীতি southindia ৰ দৰে হৈছে আমি সৰুকালত চিনেমাত হে দেখেখিছিলো

  • @user-pt3en6hl5m
    @user-pt3en6hl5m 5 หลายเดือนก่อน +56

    তিনি গগৈ এটা হোৱাটো বিচাৰিছোঁ

    • @Riki_EditZ
      @Riki_EditZ 5 หลายเดือนก่อน +3

      Gaurav gogoi, akhil gogoi, jurinjyotigogoi (Gogoi United)

  • @BabulSharma-er1es
    @BabulSharma-er1es 5 หลายเดือนก่อน

    Yes

  • @janardanbora2803
    @janardanbora2803 5 หลายเดือนก่อน +34

    ইয়াত দেখোন বিজেপিৰ এটাও অন্ধ ভক্ত অহা নাই 😅😅😅

    • @Mr.Magnattee
      @Mr.Magnattee 5 หลายเดือนก่อน +1

      News Live ৰ video ৰ comment ত দেখা যায় 😅

  • @ipshita9737
    @ipshita9737 5 หลายเดือนก่อน +10

    Moha soitan bamun. Cycle marise,anei ako MERCEDES kini dise ghoinik

  • @kushaldoley4590
    @kushaldoley4590 5 หลายเดือนก่อน +8

    Gaurav ❤❤❤❤ zindabad.mamai April pol dise

  • @polemsumi5507
    @polemsumi5507 5 หลายเดือนก่อน +6

    Original Ahum Assammis please vote for Congress party

  • @khagenkachari1643
    @khagenkachari1643 5 หลายเดือนก่อน +5

    Bjp go back

  • @Kamaljj7xz
    @Kamaljj7xz 5 หลายเดือนก่อน

    মিছা দাল কলে কি হব... গৌবৱ গগৈ জিকাৰ কোনো chance নাই হে হে হে...

  • @satyajitkakati1454
    @satyajitkakati1454 5 หลายเดือนก่อน +52

    Gaurav gogoi zindabad ❤❤❤❤❤

  • @aizurrohman538
    @aizurrohman538 5 หลายเดือนก่อน +8

    Gourav Gogoi Zindabad

  • @PriYamHA
    @PriYamHA 4 หลายเดือนก่อน

    মেদাম আপুনি বহুত অসম্ভব question কৰিছে। গৌৰৱ গগৈ কিয় নিজৰ দলক গুৰুত্ব দিয়া নাই বুলি কৈছে।ফন recivনকৰিলে গুৰুত্ব নিদিয়া বুজাই নেকি, গৌৰৱ গগৈ হয়তো বেলেগ কামতো busy থাকিব পাৰে।দলক গুৰুত্ব নিদিয়া কথাটো impossible mem বিৰোধী সকল জা তাৰ কথা উলিয়াই। অপ্ৰিয় হলেও হয়ত

  • @keshabkalita9926
    @keshabkalita9926 5 หลายเดือนก่อน +2

    Manonayan diyer samayat Tapanar lagat 50 hajar manuh aaru Gaurab Gogoi r Lagat 7/8 hajar aasil,result hoiye ase dekhon.

  • @manojborah5230
    @manojborah5230 5 หลายเดือนก่อน +7

    Ki hoi che baru,Gogoi nam huni cm jir dhuwa ulai gaise.

  • @pranjalgogoi1138
    @pranjalgogoi1138 5 หลายเดือนก่อน

    যদিহে সঠিক নিৰ্বাচন হয় গৌৰৱ জিকাটো খাটাং । EVM টো যদি বিজেপি য়ে কিনিছে তেতিয়া বুজিব বিজেপিৰ জয় হব । কাৰণ যোৰহাট, শিৱসাগৰ মানুহে সঠিক প্ৰাথীকহে জয়ী কৰোৱায় ।

  • @morningraces
    @morningraces 5 หลายเดือนก่อน

    ৰণত মোদী নামিলেও যোৰহাটত গৌৰৱ গগৈয়ে জিকিব।💯

  • @gamerflight
    @gamerflight 5 หลายเดือนก่อน +8

    Social media t gaurav k jikibo xokolue vabi ase..😂 kin2 social media t nothoka manuh je kiman ase xeitu kuneo vaba nai😂

    • @Catsviralz
      @Catsviralz 5 หลายเดือนก่อน

      Ase tu andhbhakta bohut 1200, 1500 gotike xihote tu bjp diboe.Kintu Mur thoka manhue Gaurav Gogoi k vote tu dibo

  • @ranujpegu1049
    @ranujpegu1049 5 หลายเดือนก่อน +53

    গৌৰৱ গগৈয়ে জিকিব

  • @user-uk7hw8lt6b
    @user-uk7hw8lt6b 5 หลายเดือนก่อน

    এই বাৰ কাক ভোট দিব প্ৰাৰ্থী বিচাৰি পোৱা নাই

  • @user-hu3qy9si2o
    @user-hu3qy9si2o 5 หลายเดือนก่อน +4

    এইবাৰ যোৰহাটৰ পৰাই সত্য প্ৰতিস্থা হ'ব।গৌৰৱক যোৰহাট সমষ্টি ৰাইজে জিকাব মামাই কি হৰাব।

  • @user-nw8vx3tk7m
    @user-nw8vx3tk7m 5 หลายเดือนก่อน +1

    G gogoi zindabat

  • @neone4759
    @neone4759 5 หลายเดือนก่อน +2

    চান্দা দিয়ক , ধাণ্ডা ল‌ওক ... মদ, মেডিচিন, ভাং কাকো এৰি নিদিও

  • @ahmtassam9013
    @ahmtassam9013 5 หลายเดือนก่อน +1

    Gaurav gogoi zindabad

  • @jugalnath6635
    @jugalnath6635 4 หลายเดือนก่อน

    কামোৰ শব্দ অসমীয়াত আপুনি কোৱা ধৰণে ব্যৱহাৰ হয় জানো? মুৰৰ বিষ বুলি ব্যৱহাৰ কৰিব পাৰিলে হেতেন।

  • @mehdialom2385
    @mehdialom2385 5 หลายเดือนก่อน +1

    Gaurav gogoi Zindabad

  • @birajdutta1876
    @birajdutta1876 5 หลายเดือนก่อน

    আমাক উন্নয়ন লাগে।

  • @NabakumarKutum
    @NabakumarKutum 5 หลายเดือนก่อน +3

    Gourav Gogoi jikiboi katang

  • @dineshtaidtaid7969
    @dineshtaidtaid7969 5 หลายเดือนก่อน

    U very. Good

  • @NurIslam-nb7nn
    @NurIslam-nb7nn 5 หลายเดือนก่อน +26

    BJP go back

  • @bitupandas1535
    @bitupandas1535 5 หลายเดือนก่อน +4

    Direct vote kak dibo koi dilei val

  • @bihuramborah5081
    @bihuramborah5081 5 หลายเดือนก่อน +2

    Good news

  • @BcNahtamchi
    @BcNahtamchi 5 หลายเดือนก่อน

    লুঙী তলত সোমাই থকা সকলোলৈ
    কংগ্ৰেছ জিন্দাবাদ l😂😂

  • @jayantabaruah5925
    @jayantabaruah5925 5 หลายเดือนก่อน +2

    এখেত সাংবাদিক নে গৌৰৱ গগৈৰ মুখপাত্ৰ?

  • @user-xn7es8ev6d
    @user-xn7es8ev6d 5 หลายเดือนก่อน +3

    Aponalok Right kotha koi val lage

  • @bhupenkumar8191
    @bhupenkumar8191 5 หลายเดือนก่อน +1

    BJP faklandu aru misa kathat Jorhat loksabha constituency r manuhe ketiau BJP r babe vote nidiya

  • @user-bb2df8ul1h
    @user-bb2df8ul1h 5 หลายเดือนก่อน +15

    We support Gaurav Gogoi

  • @debenhandique9958
    @debenhandique9958 5 หลายเดือนก่อน +37

    মামা নেলাগে মামাৰ চাৰি গোষ্ঠী আহিলেও গৌৰৱ গগৈক একো কৰিব নোৱাৰে।

  • @pareshnath6276
    @pareshnath6276 5 หลายเดือนก่อน +4

    Election clear howar pisot jonsadhanor mathat ako Ram tangon parib 100% right. Ha haa haaaa🕉️🙏🙏🙏🕉️

  • @Ordevared
    @Ordevared 5 หลายเดือนก่อน

    Gourov Gogoi ❤️

  • @NabakumarKutum
    @NabakumarKutum 5 หลายเดือนก่อน

    Gourav Gogoi nijikile ami jibonot ahnti napaun😢😢

  • @hasinursheikh5644
    @hasinursheikh5644 4 หลายเดือนก่อน

    ❤ Gaurav Gogoi Sir zindabad ❤

  • @SurajitSharma-nh2un
    @SurajitSharma-nh2un 5 หลายเดือนก่อน +4

    গৌৰৱ 'গগৈ' নহৈ বৰা, শৰ্মা, পেগু, তালুকদাৰ হোৱা হ'লেও ভোট দিলোঁহেতেন, কংগ্ৰেছ নহৈ আন পাৰ্টীৰ হোৱা হ'লেও, আৰু উজনিত নুঠি নামনিত উঠা হ'লেও সমৰ্থন কৰিলোঁহেতেন । কাৰণ তেওঁ আটাইতকৈ যোগ্য প্ৰাৰ্থী। তপন গগৈৰ তেওঁৰ লগত তুলনাই নহয়।

  • @bhupenkumar8191
    @bhupenkumar8191 5 หลายเดือนก่อน +5

    Party Nalage Jorhat bakhiya ajan val manuhak vote di jikab lage , jate Jorhat r man bahe aru akhamar man rakha hai.

  • @sharmahdoley6121
    @sharmahdoley6121 5 หลายเดือนก่อน +14

    গৌৰৱ গগৈ Zindabad । Gaurov Gogoi k kuneu Horabo Nuhare । Gaurov এজন অসমৰে নেতা নহয় , গোটেই ভাৰতবৰ্ষৰ নেতা । তপন গগৈ অকল এটা দলৰে নেতা । তপন গগৈ মোদীৰ নাম , মামাৰো নাম লৈ প্ৰচাৰ কৰে কিন্তু গৌৰৱ গগৈ জনতাৰ নাম লৈ প্ৰচাৰ কৰে ।

  • @pallabsrutikar22
    @pallabsrutikar22 5 หลายเดือนก่อน +3

    Old bjp gr hoi ase

  • @midulhussain4905
    @midulhussain4905 4 หลายเดือนก่อน

    Gorav gogoi 🔥🔥🔥

  • @Jackson609india
    @Jackson609india 5 หลายเดือนก่อน

    Gourav Gogoi jindabad jindabad

  • @bipulbiswas9482
    @bipulbiswas9482 5 หลายเดือนก่อน +25

    Gourav Gogoi jikibo

  • @Muksidulislam-ty7ly
    @Muksidulislam-ty7ly 4 หลายเดือนก่อน

    Gourav. Gogoi zindabad

  • @Asomiya999
    @Asomiya999 5 หลายเดือนก่อน

    VOTE FOR GOURAV GOGOI.

  • @paharisaikiapaharisaikia9687
    @paharisaikiapaharisaikia9687 5 หลายเดือนก่อน

    Welcome gourav gogoi

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam5870 5 หลายเดือนก่อน +23

    100% right kotha Gourav Gogoi Zindabad Congress party Zindabad

  • @biswajitborah6330
    @biswajitborah6330 5 หลายเดือนก่อน

    Gourab Gogoi. Jindabad

  • @DevidHazarika
    @DevidHazarika 5 หลายเดือนก่อน +1

    BJP Bye Bye Bas Chandigarh Mayor Election r nisina nokorile a hol

  • @ALL_TIME_FUN.607
    @ALL_TIME_FUN.607 5 หลายเดือนก่อน

    Gaurav Gogoi zondabad

  • @user-ie7bv5js5p
    @user-ie7bv5js5p 5 หลายเดือนก่อน

    Gourav gogoi zindabad

  • @Dimbeswarlungki-zf6ct
    @Dimbeswarlungki-zf6ct 5 หลายเดือนก่อน

    Gourav gogoi 🎉🎉🎉🎉

  • @pinkikalita5880
    @pinkikalita5880 5 หลายเดือนก่อน

    Raija
    Bisar
    Koribo

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 5 หลายเดือนก่อน +17

    Gaurav Gogoi zindabad.

  • @user-zw9gz5dg2g
    @user-zw9gz5dg2g 5 หลายเดือนก่อน +8

    মই এজন সাধাৰণ ভোটাৰ হিচাপে গৌৰৱ গগৈক বিচাৰোঁ।

  • @lilimai43
    @lilimai43 5 หลายเดือนก่อน

    Amio hukhi gowrob gogoi jinda bad

  • @mohendradohutia
    @mohendradohutia 5 หลายเดือนก่อน

    Gaurav Gogoi jindabad.

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo 5 หลายเดือนก่อน

    Gaurav Gogoi jindabad❤❤

  • @thaneswarkagyung2463
    @thaneswarkagyung2463 5 หลายเดือนก่อน

    Garuav Gogoi Zindabad ❤❤❤

  • @DipaliGoswami611
    @DipaliGoswami611 5 หลายเดือนก่อน +4

    Assamor ejon gyani parthik sakoloe mili jikai dyoksun.kiya dominet koriba khji ase bjp a.india t Assam strong men tekhet .un kono ejoneo dillit maat matiba parai nai

  • @anujxxswargairy6393
    @anujxxswargairy6393 5 หลายเดือนก่อน

  • @user-rk6dv7yp9w
    @user-rk6dv7yp9w 5 หลายเดือนก่อน

    Gaurab gogoi jikiboi

  • @keshabkalita9926
    @keshabkalita9926 5 หลายเดือนก่อน

    Jorhat r jiman kam hoise Modi,Heminta,Tapan Team log hoi karise,Gaurab k beleg r para Amdani kara neta.

  • @kalita759
    @kalita759 5 หลายเดือนก่อน

    Gourav Gogoi