ক্ষমতাই মূৰত ধৰি অহংকাৰী কৰি তুলিছে সৰু মামা জয়ন্ত মল্ল বৰুৱাক

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • ক্ষমতাই মূৰত ধৰি অহংকাৰী কৰি তুলিছে সৰু মামা জয়ন্ত মল্ল বৰুৱাক।সৰু মামা জয়ন্ত মল্ল বৰুৱাৰ বাবেই ৰাজ্যিক বিজেপিত আৰম্ভ দুৰ্বাদল কাজিয়া।গুৰু-গোঁসাই নামানি চৰম সীমা পাৰ কৰিছে সৰু মামা জয়ন্ত মল্ল বৰুৱাই।কংগ্ৰেছৰ দৰে একেই অৱস্থা হ'ব নেকি ৰাজ্যিক বিজেপিৰ?

ความคิดเห็น • 317

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w 3 หลายเดือนก่อน +47

    মামাৰ অনুপস্তিত সৰু মামা এতিয়া উঠি ৰজা বহি ৰজা । অলগদ্ধ চাল্লা...জয়ন্তমল্ল বৰুৱা নিপাত যাওক ।

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u 3 หลายเดือนก่อน +21

    অখিল দা মন্তব্য মোৰ বহুত বহুত ধন্যবাদ থাকিল।

  • @Sivasagar04
    @Sivasagar04 3 หลายเดือนก่อน +23

    জয়ন্ত মল মলেই হয়, ই অলগদ্ধ গৰু,মূৰত একো মাল নাই, জুবিন দায়ে ঠিকেই কৈ থৈছে

  • @gunendralahon7412
    @gunendralahon7412 3 หลายเดือนก่อน +50

    Akhil Gogai jindabad

  • @monwarbarlaskar1793
    @monwarbarlaskar1793 3 หลายเดือนก่อน +90

    দাদা ব্ৰিগেডৰ অন্যতম দস্যু পোৱাজ হাজৰিকা আৰু গৰু মল্ল য় সৰ্দাৰৰ লগত লগ ধৰি ২৬অত অসমৰ পৰা bjp ৰ বিদায় খাটাং

  • @papuborgohain8156
    @papuborgohain8156 3 หลายเดือนก่อน +27

    কংগ্ৰেছক শেষ কৰি এইবাৰ বিজেপি শেষ কৰিব।

  • @user-zg2dy5lc4t
    @user-zg2dy5lc4t 3 หลายเดือนก่อน +38

    এই হিমন্তু জয়ন্তু পিযুজৰ বাবেই bjp শেষ

  • @masrafali927
    @masrafali927 3 หลายเดือนก่อน +9

    শক্তিশালী মন্ত্ৰী,হাঁহি উঠা কথা, নিজকে গৌৰৱ কৰা মন্ত্ৰী জনক ৰাইজে ভালদৰে চিনি পাইছে ।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 3 หลายเดือนก่อน +52

    মৰণৰ সময়ত এনে লক্ষণ স্বাভাৱিক।

    • @pratimasarma1737
      @pratimasarma1737 3 หลายเดือนก่อน +5

      ঠিকেই, মৰিবলৈ পৰুৱাৰ পাখি গজে।

  • @satyendrabaishya8809
    @satyendrabaishya8809 3 หลายเดือนก่อน +21

    আপোনি আঙুৰলতাৰ সমপৰ্যায়ৰ হে

  • @itsmehyt5506
    @itsmehyt5506 3 หลายเดือนก่อน +41

    অন্ধ্ ভক্ত সকলৰ আশীৰবাদ

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 หลายเดือนก่อน +5

      নৰেন্দ্ৰ মোদীক বয়স হৈছে বুলি কব পাৰিব নে ।

    • @BinoyKumar-vs1es
      @BinoyKumar-vs1es 3 หลายเดือนก่อน +2

      Right 100%

  • @assam2006
    @assam2006 3 หลายเดือนก่อน +4

    সৰু মামাক জীলাৰ ৰাজধানী বিছাৰিব দিয়ক।

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u 3 หลายเดือนก่อน +15

    জয়ন্ত মল্প এতিয়া 16বছৰিয়া চফল ডেকা বাকী বিলাক বুঢা হ'ল।

  • @dipakbaruah8987
    @dipakbaruah8987 3 หลายเดือนก่อน +37

    অন্ধভক্তই বা কোনটো মামাক পছন্দ কৰে ? নে তেওঁ লোকৰ একো অস্তিত্ব নাই ! মই আপোনালোকক প্ৰশ্ন কৰিছোঁ পুৰণিক নে নতুন BJP ক আপুনি পছন্দ কৰে ?

  • @user-en7ut1xh8c
    @user-en7ut1xh8c 3 หลายเดือนก่อน +14

    বি জে পি এতিয়া কৰুণা ভাইৰাছৰ সংক্ৰমণ হ'ব ধৰিছে

  • @gautamsuperpower4271
    @gautamsuperpower4271 3 หลายเดือนก่อน +14

    গৰু

  • @GoneshPatowary
    @GoneshPatowary 3 หลายเดือนก่อน +30

    ই চোৰ হয়

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 3 หลายเดือนก่อน +31

    ই‌য়াক জুবিনে যি কব লাগে কৈছে । ই আৰু ওপৰৰ মাল একেই । বডি লেংগুৱেজ বৰ .....। ইহত দুটাৰ কাৰণে বহুত ভোট কমিছে ।

  • @user-ns9nr9ky2h
    @user-ns9nr9ky2h 3 หลายเดือนก่อน +13

    দল বাগৰি ফুৰা মানুহক ৰাইজে ভোট দি জিকা ই থাকিলে হব ই

  • @Savagehighlander
    @Savagehighlander 3 หลายเดือนก่อน +26

    বেলেগ মাল কিন্ত দেই ডাঙৰ মামা,মাজু মামা,সৰু মামাহত 😂😂😂 বেলেগৰ ঘৰত সোমাই নিজে মালিক হোৱাতো কিন্ত মানিব লাগিব ,মালিকক কাম কৰোৱাব পাৰাতো বেলেগ এটা টেলেন্ত আকৌ 😂

  • @dharmendracharo2493
    @dharmendracharo2493 3 หลายเดือนก่อน +53

    দল ভাগৰা নেতা বাগৰি তাকিব

  • @attemptsexam6538
    @attemptsexam6538 3 หลายเดือนก่อน +4

    এনে ধৰণৰ মন্তুব্যৰ বাবেই জনতা পাৰ্তিক যথেষ্ট ক্ষতি কৰিব । এও already দুবিছেই ।

  • @sankardev349
    @sankardev349 3 หลายเดือนก่อน +17

    Jayanta Mallab Baruah ata Sagoli

  • @SPhukan-bv6su
    @SPhukan-bv6su 3 หลายเดือนก่อน +14

    বাপেৰ মুডীক কবি চোন সন্যাস লোৱাৰ কথা

  • @user-ii7iz9sq3p
    @user-ii7iz9sq3p 3 หลายเดือนก่อน +9

    মোদীয়ে ৰাজনীতি কৰাৰ বয়স আছেনে ডাঙৰীয়া ।আপোনাৰ কাৰনে বিজেপিয়ে অসমত বহুত ভোট কম পালে।এইটো সঁচা কথা।

  • @harekrishnabora6743
    @harekrishnabora6743 3 หลายเดือนก่อน +9

    কংগছৰ দিনটো দলটো ভাঙি টুকুৰা টুকুৰ কৰিছিল।

  • @prabitachutia448
    @prabitachutia448 3 หลายเดือนก่อน +33

    জয়তু মালাক কাণতলীয়া দুপাত দিবলৈ ওচৰত কোনো নায়েই নেকি বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে , বেছি তেল ফাটিছে হেনো

  • @priyasaikia3075
    @priyasaikia3075 3 หลายเดือนก่อน +12

    জয়ন্ত মল্ল বৰুৱা । আমাৰ মামাৰ জউটোকত আহা সম্পত্তি 😅😅😅😅

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 3 หลายเดือนก่อน +26

    মহাশয়ে মই এজন সমতাশালী মন্ত্রী বুলি নিজে নিজকে কয় । কি হব , ইমান অহংকাৰ কৰে নেকী কোনোৱাই । 😂😂😂

  • @imdadali9519
    @imdadali9519 3 หลายเดือนก่อน +11

    এই মজা দিছে।

  • @pratapkalita8894
    @pratapkalita8894 3 หลายเดือนก่อน +4

    জয়ন্ত মল্ল ৰ কথাবোৰ একেবাৰে ভাল নালাগে, ন বি জে পি কেইটাই আজি যি সুবিধা লৈছে, সেইবোৰ ল'ব পাৰিছে পূৰণা বি জে পি ৰ ত্যাগ ৰ বাবে। আপোনাৰ পিচপিনে বি জে পি নহয়, হীমন্ত আছে বাবে আপুনি জীয়াই আছে।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 3 หลายเดือนก่อน +1

    Well done Mama brigade, right action at right time

  • @budheswarnath6516
    @budheswarnath6516 3 หลายเดือนก่อน +10

    জয়ন্ত মল্ল ৰ " বেঁকা মুখখন " চিধা কৰি দিলেই " চিধা " হৈ যাব সি... 😊😊🤓🤓😜😜

  • @pratapkalita8894
    @pratapkalita8894 3 หลายเดือนก่อน +1

    Thanks Dulu ahmed

  • @handbim51
    @handbim51 3 หลายเดือนก่อน +13

    মন্ত্ৰীৰ কথাৰ পৰা এটাই বুজিলো যে মন্ত্ৰী হৈ থাকোতেই যদি অলপ পাৱাৰ নেদেখোৱাই কেতিয়া দেখোৱাব।

  • @ripunjoygohain8164
    @ripunjoygohain8164 3 หลายเดือนก่อน +2

    Haru mama you are very proudy day by day why ? Be care in future.

  • @ramdhenu578
    @ramdhenu578 3 หลายเดือนก่อน +7

    গৰু😂

  • @zakirrahman53
    @zakirrahman53 3 หลายเดือนก่อน +1

    Horu s....bhai

  • @anjubegum6320
    @anjubegum6320 3 หลายเดือนก่อน +5

    জয়ন্ত মাল্ল বৰুৱা অহংকাৰি হিন্দু নেতা

  • @Pulakeswar_medhi
    @Pulakeswar_medhi 3 หลายเดือนก่อน +2

    আপুনি মুখ্যমন্ত্রী হোৱাৰ সপোন দেখিছে নেকি ? আকাশত চাং নাপাতিব |

  • @user-rm1dz2pq5w
    @user-rm1dz2pq5w 3 หลายเดือนก่อน +8

    Good news

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf 3 หลายเดือนก่อน +5

    বিজেপি এতিয়া গুবৰুৱা দলত পৰিণত হল

  • @bipuldeka3364
    @bipuldeka3364 3 หลายเดือนก่อน +5

    জয়ন্তমল্লৱ বৰুৱা অলগদ বিজেপি নেতা

  • @jitendas1790
    @jitendas1790 3 หลายเดือนก่อน +2

    Akhil dada apunio bohut kajiya kore aru aponar news sale kajiya he dekhu. Aponako bishak nokore assam raije

  • @RareSpoy
    @RareSpoy 3 หลายเดือนก่อน +8

    খুমটাইত এইবাৰ বিস্মিতাক টিকট দিব মৃণাল ডাঙৰীয়া আপুনি এতিয়া কৃষি কৰ্মত মনোযোগ দিয়ক।

  • @GoneshPatowary
    @GoneshPatowary 3 หลายเดือนก่อน +7

    কতি ৰজা

  • @trailokyarajbongshi9612
    @trailokyarajbongshi9612 3 หลายเดือนก่อน +5

    Nation first,party ২nd,,person 3Rd BJP ৰ এইবোৰ উক্তিৰ কোনো অৰ্থ নাই, এওঁলোকৰ মতে দল পিছত।

  • @user-wk2lr7fl3d
    @user-wk2lr7fl3d 3 หลายเดือนก่อน +24

    দলাৰ বগৰি

  • @user-dy3fr6mu7q
    @user-dy3fr6mu7q 3 หลายเดือนก่อน +1

    Horu mama haribu

  • @kiranmoydas
    @kiranmoydas 3 หลายเดือนก่อน +2

    Ahankar bola bastuto kara jane buji napay... nedekha janar oporatei eriso.. Axom khan teor he.. ami varat he aso.

  • @litysa4236
    @litysa4236 3 หลายเดือนก่อน +2

    Very good
    Pratibedan prastut korajan dhainya 🎉🎉

  • @mamatkalita5883
    @mamatkalita5883 3 หลายเดือนก่อน +11

    তোমালোকৰো চমু চাপি অহাৰ লক্ষণে দেখা দিছে

  • @gunendralahon7412
    @gunendralahon7412 3 หลายเดือนก่อน +6

    Nuariba Ragen Gohaian jindabad

  • @iloveassam257
    @iloveassam257 3 หลายเดือนก่อน +4

    Ihotor নিচিনা মানুহ যদি মন্ত্ৰী হৈ থাকে ৰাইজৰ আস্থা হেৰুৱাই পেলাব BJP ye

  • @xmdi3687
    @xmdi3687 3 หลายเดือนก่อน +2

    Next CM সৰু মামা

  • @babulmahanta6484
    @babulmahanta6484 3 หลายเดือนก่อน +1

    জয়ন্ত গৰুবল্ল মিনাল শইকীয়া দা ৰ ভৰিৰ চেন্দেল তই কম নে তুমি কম ভাবি পোৱা নাই

  • @rambalram2610
    @rambalram2610 3 หลายเดือนก่อน +3

    এই বিলাকক কোনে আনিলে ৰাজনীতি লৈ... গৰুমল্ল হঁতক কোনে আনিলে ৰাজনীতি লৈ..?? সৰু মামা 😮😮😮😅😅😂😂😂 অসমৰ ৰাজনীতি এজন মানুহেই পঁচাই পেলাইছে... এনেই কিছুমান তিলৈ ঘটোও কিছুমানক মূৰৰ চুলিত ধৰি উঠাই আনিছে... ইয়াৰ নাম গৰু মল্ল, ই চলিব ৰাজনীতিত ল ইয়াক উঠাই... এনেদৰে কেইবা জনকো উঠাই আনিছে অসমৰ বিভিন্ন স্থানৰ পৰা... এই বিলাক হল কেৱল পেট ভৰোৱা আৰু পকেট ভৰোৱা মানুহ.. ইহঁতে কি কৰিব অসমৰ সমস্যাৰ সমাধান.... দেখিছেই নহয় মাটি বাঢ়ি কিমান কিনিলে, কেইখন Resort, চাহ বাগান, স্কুল, TV চেনেল খুলি ললে....😮😮😮😮 মানুহ চিনি পাবলৈ শিকক.....!!!!

  • @prankamarjyotidasvideo6272
    @prankamarjyotidasvideo6272 3 หลายเดือนก่อน +4

    Good koise

  • @user-saurabh582
    @user-saurabh582 3 หลายเดือนก่อน +2

    ভালেই হল এনেকুৱা ফটুৱা,অলগদ্ধ আৰু গৰু বোৰ কংগ্ৰেছৰ পৰা আতৰিল😂😂

  • @hiteshchbezbaruah3573
    @hiteshchbezbaruah3573 3 หลายเดือนก่อน +1

    এটা সময়ত এওলোকে কংগ্ৰেছক ডুবাই থৈ আহিছিল | এওলোকে জনগনৰ হৈ চিন্তা নকৰে, কেবল দলৰ কথাহে ভাবে |

  • @deepankargayan6929
    @deepankargayan6929 3 หลายเดือนก่อน +4

    Zubeen Daai anei kuwa nasile2...

  • @narenhazarika7663
    @narenhazarika7663 3 หลายเดือนก่อน +2

    অসম বিজেপিৰ ৰাজনীতি এতিয়া উজনি vs নামনি হৈ পৰিছে ।

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 3 หลายเดือนก่อน +2

    মন্ত্ৰী বিধায়ক সকল মাৰ্জিত আৰু অমায়িক হোৱা ভাল
    কিয়নো জনতা ৰ কৰে কাতলৰ টকাৰে দৰমহা লৈছে
    চৰকাৰী গাড়ী চিকৰিটি গাৰড পাইছে
    বিদেশ ভ্ৰমণলৈ যাব পাইছে
    মন মৰজি মতে কাম কৰিবলৈ কথা ক'বলৈ ৰাইজে ভোট দিয়া নাই

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru 3 หลายเดือนก่อน +1

    Garu mama

  • @Tech_MD_85
    @Tech_MD_85 3 หลายเดือนก่อน +2

    Jiman bur pm asil sobore age 50 to 60 upor hoi tetiya hole apuni ki kbo mohakhoi

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf 3 หลายเดือนก่อน +1

    বিজেপি ব্যাপক ক চিনি নোপো এটা দর্শত পৰিণত হৈছে বহিস্কাৰ কৰিব লাগে

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf 3 หลายเดือนก่อน +2

    মাইনাছ বাংগ্ৰেচ ৰ পৰা আহি বিজেপি মাইনাচ কৰিলে

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 หลายเดือนก่อน +3

    মই মল্লযোদ্ধা বুলি নাম দিছো;দ্বিতীয়তে আৰুএটানাম হব ২য় মথুৰাৰাজ।

  • @JIRI138
    @JIRI138 3 หลายเดือนก่อน +3

    বি জে পি বুলি দল আছে জানো সন্দেহ হয় 😂😂😂 ,

  • @Davosky1234
    @Davosky1234 3 หลายเดือนก่อน +1

    Then retire modi and shah

  • @princebishwa9586
    @princebishwa9586 3 หลายเดือนก่อน

    সৰু mama

  • @user-nk6uw1dm5o
    @user-nk6uw1dm5o 3 หลายเดือนก่อน +2

    Ejon kongsha mama ajon sakuni

  • @tiraprasadpegu8994
    @tiraprasadpegu8994 3 หลายเดือนก่อน

    Yes

  • @utpalgoswami1990
    @utpalgoswami1990 3 หลายเดือนก่อน +1

    জয়ন্ত বলধ বৰুৱা, তোমাৰ সময় আহিছে। পাবা বেছি ওপৰলৈ উঠছা তুমি বেছিদিন ৰব নালাগে। লাজ লগা নায়?

  • @user-nk6uw1dm5o
    @user-nk6uw1dm5o 3 หลายเดือนก่อน +3

    Without Bjp bhupen hazorika, zubeen garg, akhil gogoi and many other people become a legand. Otherways they are more famous than you

  • @Sarma__official
    @Sarma__official 3 หลายเดือนก่อน +2

    সৰু মামা সচাকে গাধ

  • @pgoswami5378
    @pgoswami5378 3 หลายเดือนก่อน +2

    সৰুমামাতো আছে বুলি শুনিলোঁ ৰৱক ,মাজু মামা
    আছে নে নাই? যদি আছে তেওঁ কোননো বাৰু?
    সত্তৰ বছৰ বয়স পাৰ হোৱাৰ পিচতো দেখোন নিৰ্বাচন খেলা লোক ৰাজনীতিত আছেই দেখোন।

  • @bikramdeka4406
    @bikramdeka4406 3 หลายเดือนก่อน

    Thanks

  • @user-wi2oy5yv6p
    @user-wi2oy5yv6p 3 หลายเดือนก่อน

    Jayantamalla. Jindabad

  • @dhirenboruah4665
    @dhirenboruah4665 3 หลายเดือนก่อน +1

    ফটোৱা মামা মুখত জিহকে আহে টিহকে গাই থাকে

  • @sashibhatta5198
    @sashibhatta5198 3 หลายเดือนก่อน +1

    আমাৰ সৰু 'মামা' কেইজনমানে 'মামাগিৰি' কৰি আহিছে বিগত দুবছৰমানৰ পৰা ৷

  • @barunkonwar6021
    @barunkonwar6021 2 หลายเดือนก่อน

    ২০২৬ ত ‌গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব।

  • @bichitranarayanborah5170
    @bichitranarayanborah5170 3 หลายเดือนก่อน

    বিদায়

  • @lnl6069
    @lnl6069 3 หลายเดือนก่อน +1

    Nohoi, Manuhor jimane boyosh barhe, khimane bise Ovigota hoi... dekhi, jani, khuni, theki, buji, vugi ..adi 🙏🙏

  • @pranabkumarboro6586
    @pranabkumarboro6586 3 หลายเดือนก่อน +3

    Jayanta moulla boruah ajon johora hoi ...Aku Kam nai tar..

  • @joshuamusharof7397
    @joshuamusharof7397 3 หลายเดือนก่อน +9

    Jayanta Mollor mathat mal nai

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr 2 หลายเดือนก่อน

    মন্ত্ৰী জনক কোন মানুহে ভাল পাইই।ছাগলিয়ে নেখাই কি ছাগলিয়ে নেগাই কি। তেওঁ জিতু বিভাগৰ মন্ত্ৰী বিভাগ গিতা কি হৈছে ৰাইজে দেখি আছে।গুতেই গছ জোপা খাই পেলাইচে।ছাগলি নিচিনা বেবাই থাকে।আমী কিমান অসুবিধা পৰি আছো তেওঁ খৱৰ লৈচেনে।জল জীৱন মানে কি হৈচে জল জিৱনৰ নামত কি ঘতিছে ভাল ধৰনে চাই লগ।আপোনাৰ ভেকু ভাওনা চাই থাকিৱ নোৱাৰো আৰু ক্ষমা নকৰু।কাম জেনে পুৰস্কাৰ তেনে।

  • @ranjitdutta3411
    @ranjitdutta3411 3 หลายเดือนก่อน +5

    ছাগলী মল্ল বৰুৱাক জুবিনে চূণ সানিলে।

  • @dildarhussaindilbar8173
    @dildarhussaindilbar8173 3 หลายเดือนก่อน

    Goro mama

  • @jhoondeka8568
    @jhoondeka8568 2 หลายเดือนก่อน

    জয়ন্তৰ body language প্ৰকাশ কৰে তাৰ অহং কাৰ, কিন্তু cm অবিহনে তাৰ স্থান কি হব?

  • @hemantadas6963
    @hemantadas6963 3 หลายเดือนก่อน +1

    Haru mama adin patan habo

  • @prantikkalita7929
    @prantikkalita7929 3 หลายเดือนก่อน +1

    Dulu ahmed aro ওপৰত kintu dei raizzz tak ako sidha buli navhabibo

  • @rajuboro5132
    @rajuboro5132 3 หลายเดือนก่อน

    Congress or soritra etiao jowanai amar dadar

  • @pranamibarkataky3850
    @pranamibarkataky3850 3 หลายเดือนก่อน

    সৰু মামা এইজন নহয় নয়..লীনা বাইদেউৰ Lffra জন হে..এই জন গবয়..

  • @mamatkalita5883
    @mamatkalita5883 3 หลายเดือนก่อน +6

    কিন্তু অশোক শৰ্মাৰ বয়স কিমান হৈছে বাৰু !

  • @djsb7256
    @djsb7256 3 หลายเดือนก่อน

    দল টো শেষ কৰিলে ন বিজেপি য়ে অসমত

  • @jayadass2681
    @jayadass2681 หลายเดือนก่อน

    নাপায় সৰু মামা।

  • @amarendradas2268
    @amarendradas2268 3 หลายเดือนก่อน

    বহুত অহংকাৰী হৈছে।

  • @mrhealthcare6370
    @mrhealthcare6370 2 หลายเดือนก่อน

    What Akhil Gogoi said is absolutely true and right. . Jayanta moluwa is a good for nothing .

  • @user-uq8wx7ve8t
    @user-uq8wx7ve8t 3 หลายเดือนก่อน

    Right