সমস্যাৰ ওচৰত হাৰ নমনা জ্যোতি লামাৰ কাহিনীstory of a woman entrepreneur
ฝัง
- เผยแพร่เมื่อ 10 พ.ค. 2022
- সমস্যাৰ ওচৰত হাৰ নমনা জ্যোতি লামাৰ কাহিনী story of a woman entrepreneur
স্বামীয়ে দ্বিতীয় বিবাহ কৰাৰ পাছত আত্মহত্যাৰ চেষ্টা কৰা এগৰাকী মহিলাৰ কাহিনী
কিন্তু তেওঁ অনুভৱ কৰিলে যে ইমান সহজেই তেওঁ জীৱনত হাৰি যোৱা উচিত নহ’ব ৷ সেয়ে এগৰাকী আত্মীয়ৰ ফাৰ্নিচাৰৰ দোকানত চেইলচ গাৰ্লচ ৰূপে থাকি শিকিলে ব্যৱসায় ৷
গুৱাহাটীত দাঙৰ দীঘল হোৱা জ্যোতি লামা নামৰ এই মহিলা গৰাকীয়ে সাতবছৰ চেলছ গাৰ্লছৰ কাম কৰাৰ পাছত ২০১৮ চনৰ পৰা বগীনদীত আৰম্ভ কৰিলে নিজা ফাৰ্নিচাৰৰ দোকান ৷
আহকচোন জ্যোতি লামা নামৰ
এই ব্যৱসায়ী মহিলাগৰাকীৰ সৈতে কথা পাতোঁ :
আপোনাৰ কথা খিনিৰ পৰা বহুত প্ৰেৰনা পালোঁ, আপুনি দেখাই দিলে যে নাৰী কেতিয়াও দুৰ্বলী নহয়, আগবাঢ়ি যাওঁক তাৰে কামনা কৰিলোঁ,,
👍👍
🔥
@@kailashdas6546
Mi
@@kailashdas6546 www
A moja
বৰ ভাল লাগিল বাইদেউ । আপোনাক প্ৰণাম জনাইছোঁ । আপুনি ধৈৰ্য্যশীলা । আপোনাৰ ব্যৱসায়ৰ উণ্ণতি কামনা কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ ।
জ্যোতি লামা,জয়সাগৰত ৪ জুনত তোমাক লগ পাইছিলো 'মা ' অনুষ্ঠানত। সেইদিনা বৰদলৈৰ বক্তব্যত অভিভূত হৈছিলো । বৰদলৈক কি বুলি ক'ম! সাধাৰণ শব্দৰ দ্বাৰা তাক প্ৰকাশ কৰিব নোৱাৰি। এইমাত্ৰ তোমাৰ কথা নিজ মুখেৰে শুনাৰ পাচত ........
তোমাৰ আহি থকা দিন বোৰ নতুন হেঁপাহ, আশা, সুখ সমৃদ্ধিৰে ভৰপূৰ হওঁক /অতীতে তোমাক আমনি নকৰক। তুমি সাহসী ছোৱালী। আগবাঢ়ি যোৱা। বহুত শুভ কামনা তোমালৈ যাচিলোঁ।
ৰুণুপমা সন্দিকৈ গগৈ।
জয়সাগৰ।
বহুত ধৈয্যশীলা মহিলা এই গৰাকী।ইমান সহজ ভাবে কথাখিনি কৈছে ,নিলাজতো তেখেতৰ ওচৰত কিয় আহে? ভগৱান আপোনাৰ সহায় হওঁক তাকে কামনা কৰিলো।আপুনি উন্নতি পথত আগুৱাই যাওঁক।
Very nice
জ্যোতি তুমি ভালে থাকা, ভগৱানে তোমাক মঙ্গলে ৰাখক । আমি তোমাৰ সদায় শুভ চিন্তা কৰি আহিছোঁ আৰু আগলৈও কৰি থাকিম । বৌৱে প্ৰায় তোমাৰ কথা শুধি থাকে, কিন্তু মই একোৱেই কব নোৱাৰোঁ, আজি Video তো দেখি বৰ ভাল লাগিল আৰু মনত সকাহ পালোঁ যে তোমাৰ ভাল হৈছে ।
কত ঘৰ বাইদেউৰ ও
সুন্দৰভাবে জীয়াই থাকা । হাঁহি হাঁহি জীয়াই থাকা । হিয়া উজাৰি আশীৰ্বাদ দিছোঁ তোমাক । নিলাজ ,নাৰীলোভী কাপুৰুষটোক দুনাই লাই নিদিবা ।
বহুত বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ভগৱানে ভালেই কৰিছে আপুনি আৰু আগুৱাই যাওক
ভাল সিদ্ধান্ত লৈছা ।ভাল দৰে আগবাঢ়ি যোৱা ।
তোমালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।
এতিয়াও বহুত ধুনীয়া হৈ আছা! পুনৰ বিয়া খন পাতি লোৱা। কাৰণ তোমাৰ অন্তৰ ভৰি ভাল পোৱা মানুহ জনেই যেতিয়া বিয়া পাতি তোমাক অন্যায় কৰিলে। জীৱন টো উপভোগ কৰা।
এগৰাকী সবল সাহসী মহিলা 👍 আগুৱাই যাওঁক বাইদেউ❤️
ধুনীয়া বাইদেউ আপুনি আগুৱাই যাওঁক।
Bohut dukh lagil baa apunar kotha bur huni.eman bur dukhor majtu apunar mukhot eman morom loga hahitu dekhi bohut val lagil.aru aguwai juwa baa.
ভাল লাগিল বাইদেউ , আপুনি দেখোৱাই দিলে যে নাৰীৰ ও শক্তি আছে ,thnks , God bless you ba🙏
Salute to you Baideo. Aponi bohut mohila r babe inspiration. Mohila xodai economically independent hobo lage
Hosai dukh lagi gol😓♥️ bhogoban e apunar hahokh houk🙏
vl lagil baideo jonik bor moromi yal aru hahoj horal ke kotha bur koise ata kotha vl lagil manu jone beleg ana pisatu je hendur loi ase tate gom pai kiman hohoj manu
Salute to her from the bottom of my heart.. 💓...life is a journey...if u fall..rise up again...walk again...run again...you are mother....you are the creator....🙏🏼🙏🏼🙏🏼
👍👍
Phone no tu dibo
আপুনি এগৰাকী যে ধৈৰ্য্যশীলা মহিলা হয় আপোনাৰ কথাবোৰতেই অনুমান কৰিব পাৰি।এই নিলাজ টো অৰ্থাত আপোনাৰ স্বামীক কিয় আহিব দিয়ে। লাজ নাইকিয়াটো। আপোনী আগবাঢ়ি যাওক সুভেচ্ছা থাকিল। 🙏🙏
ধন্যবাদ ভাল লাগিল আগবাঢ়ি যাওক
ধুনীয়া লাগিছে ধন্যবাদ থাকিল
ভাল লাগিছে ও বাইদেউ আৰু আপোনে আগুৱাই যাওঁক ,ললে ক'ত পাম ।
Apunr story tu aji he gom palu, bht dukh lagil gom pai. Anekua koribo nalagisil
Strong 'MA'God bless you always.
বহুত ভাল লাগিল কথা খিনি শুনি ভগৱানে কুশলে ৰাখক আপোনাক আৰু আগুৱাই যাওক উন্নতি হওক তাকেই কামনা কৰিলো
Heidalok poisa ndibo jiman ahileu ,bahoni loi khedabo,bohut sidha ,great lady apuni ,pranam apunak🙏🙏🙏
আন্তৰিক ধন্যবাদ জনাইছো বাইদেউ আপোনাক 👍
কষ্টৰ ফল মিঠা । ভগৱানে সহায় কৰক। আগুৱাই যাঁওক
ভাল লাগা কথা হয় মইও পাৰনেহাৰ কমপেনি থকো বাইদেউ আগুৱাই যাওঁক উজ্জ্বল কামনা কৰিলো তোমালৈ ধন্যবাদ
Good luck Jyoti.valkoi Asa val lagise. Baba da Ku salute
আপোনাৰ কথাখিনি বৰ ভাল লাগিল, আনে আপোনাৰ পৰা প্রেরনা পাব, আপোনাৰ উন্নতি হওক, তাকেই কামনা কৰিলোঁ
Good Bohut val kam krise.
Baideu apunar ktha huni inspired hoisu..agbarhi jauk.
Salute to the lady..very very encouraging 👏
Bahut bhal kiruche, Jibonot hari jabo nalage.
আপুনি আগুৱাই যাওঁক।
আপোনাৰ কথা খিনিৰ পৰা বহুত প্ৰেৰণা পালোঁ 🥰🥰🥰
আপুনি আৰু আগুৱাই যাওক বা
ভাল লাগিল
Bohut val lagise baideu
সচাকৈ আপোনাৰ ব্যৱসায় আগবাঢ়ি যাওক ভগৱানে মঙ্গল কৰক ধন্যবাদ ।
Val lagil Bai apuni aguyai jowa bhagaban usorot parthona, karilu
Bohut dhunia dei
সুন্দর লাগিল ভিডিও টু
আপুনি আগুৱাই যাওঁক বা বহুত ভাল কাম কৰিছে ।।
baa aguwai juwa,video2 sai tumar kotha bur huni sokur pani ulai gol, monot antorot bohut dukh haboti dhoijyore j aguwai goise bhal lagise,eman agoraki bhal wife thakiu hsbnd e akou blg ajoni sopale ki fal2 manuh,ata kotha ki jana baa husbnd e 2nd bibah koraise buli u j tumi hendur loi asa bohut bhal lagise,aguwai juwa hodai hahokhere tare kamona korilu👍👍👍
Apunar kotha khini Val lagil.khosa k ajon mota manuhor abihaneu j ajni maiki manuh khobol hoi nijr jibon dhunia k par koribo pare tare proman
Apuni
আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ । আৰু আগুৱাই যাওক ।👌
Very brave woman.God bless you always baideu.
Bahut bahutei dhanyawad aaru bhagabanr osharat parthana korisu tumi amar Mahat ujali thàka,👌👌👌👍👍👍🙏🏼🙏🏼🙏🏼🌹🌹🌹🌹🌹🦋🦋🦋👌👌👌
Jibonat jimanei dukh nohak kio thomaki rabo nelage . Agg bahi juar babe dhanyabad jonalu .
আন্তৰিক ধন্যবাদ আপোনাক👍🙏🙏
ধন্যবাদ আগবাঢ়ি যাওক ।
Baa r dhorjya aaru khahoxikotak salute
Bahut Bahut val lagil. Mon sui gol
Val lagile
UR Great lady. God bless you 🙏
ভগৱানে আৰু শক্তি দিয়ক আপোনাক
Val lagil🥰
Buhut val lagise
Good...u r a inspirational model.
May God bless you. "Teok" aru jibanat chance nidibo.
Great 👍👍
Kb vakha nai mam.god bless you 🙏. Aguwai jaok💐💐
Bhut val krise baideu
👏👏👏👍👍👍👍👍❤❤ tumak bohut koboloi asa 👌👌but aku nai God bless you 💖
Val lagil sai
Hi uparjon your video very nice 👍
Thanks Val lagil
Bhut vl lagile apounar kotha huni
Keep it up👍💗
Val lagil baideo,aguwai jauk.
বহুত বহুত ধন্যবাদ বা তুমালৈ
Dhuniya didi
Mokkel Mota.........salute mam ❤️ from Dibrugarh
Aguwai jua... Jejus bless you sister
Thank you & God bless you
Khub hundr aaguwai jauk
আপোনাক কোটি কোটি বাৰ বাৰ সোৱা জনালোঁ।
বহুতো ভাল কাম কৰি দেখালে আপুনি স্বামীক
Baa apunar kotha kiniye bohut kotha hikale aru bohut hahok dile baa apuni anekoi agbahi jauk tarei vogobanor usorot parthona
Xosai..... 🙏👍
Baa apunar kam dekhi bohut sahokh palu
Very good baideu and God bless you
You are a inspire of Assam. Thanks allot.
Mojaa
Vl lgile
Apuni bohut hukhi houk baideu apunar lora jonok val manuh Kori tulok
Very very congratulations baideo
Aponak ze ahom suali zen lage .Aponer poramohar darai gutai mohila hakalak perana diba.God super help to you.
আপোনাৰ মংগল হওক❤️🌷
Val lagil baideu 💜
ভগৱানে মঙ্গল কৰক আপোনাৰ
Great job selute
Motivation and emotional video
Great
Good job
Agoui jaouk
You are great👍
এ
মজা
🏃🏃🏃🏃🏃🏃🏃🏃🏃🏃🏃🏃🏃
Vry good mam
Bahut val tumi