ভোট জলকীয়া গছত সাৰ প্ৰয়োগ বিধি।কি কি দিলোঁ ? আজি কেনেকৈ দিলোঁ?
ฝัง
- เผยแพร่เมื่อ 29 ส.ค. 2024
- Hi
I m Lila. Welcome to our TH-cam chennel Biswanath Agrifarm।
Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.
ভোট জলকীয়া গছত সাৰ প্ৰয়োগ বিধি।কি কি দিলোঁ ? আজি কেনেকৈ দিলোঁ?
About this chennel বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ আহিব
Other link vidoes
• কম ঠাইত ভোট জলকীয়া খে...
কম ঠাইতে ভোট জলকীয়া খেতি কৰক।
• ভোট জলকীয়া পুলি প্ৰস্...
ভোট জলকীয়া পুলি প্ৰস্তুত কৰক এনেদৰে।
• জৈৱিক পচন সাৰ ঘৰতে কেন...
জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
• ভোট জলকীয়া খেতি কেতিয...
ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
• নেমু গছৰ মজা খোৱা কীট ...
নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
• এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
• নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
• নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
• নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
• জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
• নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
• জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
• ভোট জলকীয়াত কি কি সাৰ...
ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
• বীজ শোধন কৈনেকৈ কৰিব ল...
বীজ শোধন কৈনেকৈ
কেঁচু সাৰ 5কেজি পঠায় দিয়াৰ বেবস্হা কৰিব পাৰিব নেকি ।
বহুত ভাল লাগিছে চাই,
ধন্যবাদ আপোনালৈ।
Help ful video....!apunar video 2 vl lagise.....Ane dhoronor video hobo lage.....!
ভাল লাগিল
ধন্যবাদ।
@@BiswanathAgrifarm পুলি কেতিয়া পচোৱা হয়? এতিয়া কৰিব হৈছে নে
Good idea,thank u.
Welcome।
Thanks
Welcome।
Thank you dada
Welcome bro।
Nice vdeo
Thank you।
Nice video dada .
Thank you।
Thanks sir
Welcome।
Good job
Thank you
Biswanath Agrifarm ? জিকা/জাতি লাও খেতি কৰাৰ পদ্ধতি জনাবচন।
২ ta মান video দিয়া আছে চাই লব পাৰিব।
সুন্দৰ
👍👍👍👍👍
In English ,what month it will be planted plz given details really your comments & video I like it.
November to April।
Thank you very much bro❤️. Nice video.👏 Quite informative.👌 I want to purchase the seeds. Can you help me?
Thank you so much।
Good vdo
Thank you।
Very great information .....it is useful for bhoot jolokia farmers......even the people who want to grow bhoot jolokia
3No 334353333 week after 43the 4accident 45 day 4355was 5was 500g55of 35of 433500gm of 35luck 35433363335
Val lagil jani
👍thank you.
👌👍🙏
Apunar video bilak bohut val lage dada
ধন্যবাদ আপোনালৈ এনে উৎসাহ পালে আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম।
Please Aponar mobile No dibo
Vl legel.jinebo parilu.
ধন্যবাদ।
Ph no 2 share krile bhut val lagibo
9957717856
Moja video
Thank you।
✔️Val lagil dada
Thank you।
দাদা কেঁচু সাৰ কেনেকৈ প্ৰস্তুত কৰে জনাবচোন।
Video দিয়া আছে চাই লব।
NICE.
Thank you।
Val lagil Dada,,aru aikarone besi Val lgil j aapuni proti to coment or reply kore,,,,aru hai comment bur porhi kiba ATA janibo paru,,,,,thanks,,,aagoloi anekuwa video d thake Jen,,,,,,,moiu aibar first time bostat lugaisu,,,parile chanell tut GOI sabo sun,,,,ntun chanell hy okonman help koribo
ধন্যবাদ আপোনালৈ।
আগবাঢ়ি যাওক।
আমাৰ ভুত জলকীয়া পুলি ডাঙৰ হল কিন্তু এতিয়া ওপৰলৈ ডাঙৰ হৈ অহা পাতবোৰ সৰু হৈ গৈছে।
গুৰিত শুকান গোবৰ ব্যৱহাৰ কৰক লগতে অলপ পৰিমাণত DAp দিব।
Thnq Sir
Welcome
Dada voot jolokia guti bilak jodi 4 mah r pasot posau tetia guti belak gojibo ne. Amr eat barekha hoi karone problem hoi..
হব।ৰদত ভালদৰে শুকাই থব আৰু বতাহ নোপোৱাকে ৰাখিব।
Dada voot jolokia Puli rua aji 15,16 din hoise ajupat guri posa hoise ki fungicide Maribo lagibo
Mor keshu sar nai ki dile bhal hono?
dada traicodrama tu kot paam jonabo neki.price kiman hobo
বীজ ভাণ্ডাৰ অথাৎ ৰাসায়নিক সাৰ বিক্ৰি কৰা দোকানত পাব.
ভোট জলকীয়া ফুলবোৰ হালধীয়া হৈ সৰি যায় কি দৰৱ দিলে ভাল হব ?
অধিক বৰষুণ হলে এনে সমস্যা হয়।spray fungicide।
Kun mahot lagale besi val fol pua jai
Dada Phul phular hmyt white fly lage tetiya ki drb marib lagib jnabasun
Ane normal jalakiya kheti bortaman karila july manaloi fasal pam na mane amar eat ban pani hoi,,,,,,,, pls pls reply 🙏🙏
এতিয়া লগালে বানপানী অহা আগতে ফল লব পাৰিব কিন্তু সেই সময়ত দাম ভাল নাথাকে।
News live Porise nki asol
Thanks..
চাদর ওপত কেনেকৈ ফল ,শাক-পাছলী করিব পৰা যায় কবছোন
নিশ্বয় চেষ্টা কৰিম।আগতে দুটামান video দিয়া আছে চাই লব।
Mor bhot jalakiabor pasi haise dekhon..
Spray fungicide.....
Dada vut jolokiya jal kiyo naikiya hoi jai..... Mur but jola gos ase kintu jal nai jola bur,..,.. Ki krim...
এইটো বতৰত বাবেও হয় কেতিয়াবা।
@@BiswanathAgrifarm thanks🙏🙏... Kiba upai ase ne... Medicine... Ji2ye jal anibo pare...
ভাল লাগিল। সুন্দৰ পৰামৰ্শ।।
ধন্যবাদ।
Pl show the videos regularly.
চেষ্টা চলাই আছোঁ কিমান আগবাঢ়িব পাৰো।
আপুনি পচন সাৰৰ লগতে কি প্রয়োগ কৰিলে অনুগ্রহ কৰি জনাব নে... 🙏🙏🙏
কেঁচু সাৰ দিছোঁ।
পেকেট 2 যে দিলে হেতু কি নাম 2 জনাবচোন🙏🙏🙏....
,টাইক দামা তো অকল ভোটজলকীয়াতহে দিব পাৰিনি
সকলো ফুল ফল পাচলি আদিতে ব্যৱ্হাৰ কৰিব পাৰিব।
দাদা ভোটজলকীয়া লগোৱা বস্তাৰ মাটিত অলপ সেউজীয়া চেলনি পৰিছে এতিয়া কি কৰিব লাগিব জনাবছোন । কেঁচা হালধিৰ পানী দিব পাৰিম নে?
গুৰিৰ চাৰিওফালৰ মাটি মাজে মাজে সুচৰি থাকিব।আৰু অলপ পৰিমাণে গোবৰ সাৰ দিব।
Abere lage nki jolokiya
Tricodama spray kenekoi koribo pari
পাৰ লিটাৰ পানীত 5 গ্ৰাম মিহলাই spray কৰিব পাৰিব।
Pat bilak halodhia hoi goise .... Ki korile vl hbo.... Plz jonabo...
গুৰিৰ মাটিৰ লগত শুকান গোবৰ নাইবা কিবা সাৰ আছে যদি প্ৰয়োগ কৰক খাদ্যৰ অভাৱত গছত নানা ব্যাধি দেখা দিয়ে।পানী কম হলেও গছৰ পাত হালধীয়া হয়।
@@BiswanathAgrifarm thnq..... ,, apunr ghr biswanath chariali t nki.....
bro mur jolokia puli kaita dangor hol kintu phol loga nai ki karib lagib
Vitamin spray কৰক।
@@BiswanathAgrifarm ki vitamin namtu kaouksun bro moi mane order di ani lom amazoneb r pora,jalokia gos jupat sprey karilei hob nahoy?
Pata jori jay ki Spry Kortam
Dada bohiya,,
Vut jolokiya agg bur hukai gola ki madicine diya baru,,
Insecticide কিবা দিয়ক।পাৰিলে বেমাৰ লগা আগবুৰ চিঙি দিয়ক।
Agg bur singi disu
Baru,,
Kiman logaise
মই বেছি লগোৱা নাই।কমকৈ কৰো
Okoly gubor har hukuwai dily hobony
Dada kesu xar kenekoi gharot bnai jnab neki
Next video ahi ase kesu সাৰৰ উপৰত।
জলকীয়াটো সৰুতে চিগি চিগি পৰিছে৷কি কৰিলে ভাল হব জনাবচোন
Fungicide প্রয়োগ কৰক। নাইবা Trichoderma দিব পাৰে।
dada puli burot uriya dile kiba hobo neki
Very fine culture Sir KRISHNA
Thank you
Muk kesu lage kiman dam aru kot Pam aderesh dibo
আপোনাৰ ঘৰ যদি দূৰত হয় পঠিয়াবলৈ অসুবিধা হয়।যদি বিশ্বনাথৰ উচৰে পাজৰে হয় তেন্তে নিশ্বয় লৈ যাব পাৰিব।
আৰু যদি কেঁচু সাৰ যদি প্ৰাপ্ত নহয় তেতিয়া কি কৰিব লাগিব দাদা ।
বেলেগ যি সাৰ আছে তাকে প্ৰয়োগ কৰিব কেৱল দিয়া বিধি একেই।
@@BiswanathAgrifarm tnq
ভোট জলকীয়া সৰিছে, কি কৰিম?
Fungicode মাজে সময়ে spray কৰক।
Puli ase naki Dada mai Behali'r hoi
আছে...লাগে যদি সোনকালে খবৰ কৰিব ভাল পুলি গৈ আছে।
গছৰ পাত বোৰ মতা হলে কি use কৰিব লাগে
বুজা নাপালোঁ কি কলে মতা ফুল নে মতা পাত...?
@@BiswanathAgrifarm😂😂😂
সাৰৰ নাম কি বুজি নাপালো
Tricoderma
15.8🤩🥳🤩🤩🥳
Thank you for support।
Kot Pam xar to
দাদা সাৰ তোৰ নাম clearly ধৰিব পৰা নাই...অনুগ্ৰহ কৰি পুনৰ কব
Tricoderma আৰু কেঁচু সাৰ।
Mor 4dal vutjolokia ase fuliseo borkoi kintu fulbor sori sori jai...
গুৰিত ভালদৰে শুকান গোবৰ দিয়ক।প্ৰচুৰ পৰিমাণে সাৰুৱা মাটি লাগে জলকীয়া গছক।
Thanks ..dada.
Val lagil dada
Thank you।
দাদা ভুত জলকীয়া গছৰ পাত বিলাকৰ তলফালে সৰু সৰু পোকৰকনীৰ দৰে দেখিছো, সেইবিলাক কিদৰে আতৰাব পাৰি?
Pesticite দিব লাগিব যদি পোক লাগিছে তেন্তে
Dada Apunar mobile number too di son muk kesu lage
9957717856
Apunar fun nambartu diboneki
ফোন নম্বৰ টো দিব নেকি
সাৰৰ নামটো জনাবচোন।
Video সম্পূৰ্ণকৈ চাওক সকলো বুজি পাব।
Pls apunar numbertu diyok .moi apunar logot kisu kotha patibo loga ase pls
9957717856
ay2 nmbr whtsapp krib parim ne
Apuner phon number to Kiya nidiya
9957717856
Dada apunar number tu diasun plzzz muk boot joloki r puli(nursery)
Phone number tu share koribo
9957717856