নেমু গছৰ ডাল তথা পাতৰ পৰা পুলি কেনেদৰে বনাব।Nemu puli kenekoi banabo।
ฝัง
- เผยแพร่เมื่อ 7 มิ.ย. 2021
- Hi
I m Lila. Welcome to our TH-cam chennel #Biswanath Agrifarm।
Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.
নেমু গছৰ ডাল তথা পাতৰ পৰা পুলি কেনেদৰে বনাব।Nemu puli kenekoi banabo ।
About this chennel বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ আহিব
#nemucutiing#কলম বিধি#
Other link vidoes
• কম ঠাইত ভোট জলকীয়া খে...
কম ঠাইতে ভোট জলকীয়া খেতি কৰক।
• ভোট জলকীয়া পুলি প্ৰস্...
ভোট জলকীয়া পুলি প্ৰস্তুত কৰক এনেদৰে।
• জৈৱিক পচন সাৰ ঘৰতে কেন...
জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
• ভোট জলকীয়া খেতি কেতিয...
ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
• নেমু গছৰ মজা খোৱা কীট ...
নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
• এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
• নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
• নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
• নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
• জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
• নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
• জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
• ভোট জলকীয়াত কি কি সাৰ...
ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
• বীজ শোধন কৈনেকৈ কৰিব ল...
বীজ শোধন কৈনেকৈ কৰিব লাগে
জয় আই অসম...
Namaskae, aapuni kuwa mote mor vote jalakiya puli ulaise, khosa kotha, thander karone hoisile, aapunak dhanyabaad🙏🙏🙏🙏
বহুত ধন্যবাদ।
🎉
Good job 👍
Bohut val lagil sir apuner teknik tu
অশেষ ধন্যবাদ আপোনালৈ...
Bohut.vhal. lagil.dada.
ধন্যবাদ আপোনালৈ..
Mjaa hoisi dada
ধন্যবাদ আপোনালৈ।
ভিডিঅ টো চাই বহুত ভাল লাগিল 👍👍👍👌👌👌👏👏👏
Vdo sai val lagil
ধন্যবাদ।
Good 👍 job
Thanks 🙏
Val lagil videotu sai ohut kotha xikilu
ধন্যবাদ আপোনালৈ।
Very nice video. Agoloi apunar pora paramorsa pam, asa thakil.
নিষ্চয় পাব...পাৰিলে ভিডিঅ share কৰি দিব..
A very good idea
সু পুৰুষ কিৰিষণ(কৃষক) । ভাল হৈছে।
ধন্যবাদ।
মই এজন Agriculture student হয়, ভিডিঅ তো চাই বহুত ভাল লাগিল।
ধন্যবাদ আপোনালৈ।
P
P
🐮
Thanks...
Very good ,, Very nice Very Beautiful , Very good job ❤❤
THANK YOU....
Nice 👌
Good comments, good step brother.
Thank you so much...
Thanku so much
Val lagil
Thank you।
Mojja
Apunar video sai bor vl lagil try kori sam
নিশ্বয় try কৰক সুফল পাব।
Very nice
ভাল লাগিল চাই দাদা।হৰমনৰ বিষয়ে কব বুলি আশা কৰিলোঁ।
Nice post video
Dada rutine hormone tu photo mari dibo plz
Thanks....
ভাল
❤hundor❤
Thank you dada....
Excellent nt
Thank you।
nice
Try kori saam baru, thanks
Until
Nice
Thank you
@@BiswanathAgrifarm pruner rr namtu jonabo ni dada
দাল বিলাকত কি দৰ ব লগুৱা
Rooting hormone।
হাঁ হা হা কি শুন্দার ভাষা
ধন্যবাদ
Dada , কাঁইট to kati dile to ako khoti nhy na . Plsss kobo sn . Mne moi bohu bar try krilo . Bt dal to xukai xukai ji kio njano . Moi kono rooting hormon o use kra ni . Kiba ata upai dba sn
Misa
sab
ধন্যবাদ video সম্পূৰ্ণ চোৱা বাবে।
Good
Thank you।
আপোনাৰ ভিডিঅ'টো চাই চেষ্টা কৰি চাব লাগিব ।
Apunak moy namupulir bihoya phone kotapatibo bisarisu
Congratulations for 100k view n 50k subcriber
Thank you sir।
আপোনাৰ Video চাই বহুত ভাল লাগিল । আজিৰ যুগত Orgenic প্ৰক্ৰিয়া ৰে খেতি কৰা পদ্ধতি জনাব !!
#techandtravels
ধন্যবাদ
Moiii apunar video sai try krilu pat aru akonmani dal ata kati ruidilu dhunia koii khipa ahil Dada.. Thnks... Mati jeniteni disu
Thank you for your valuable comment।
Dhanayabad apuni Tamul Puli kenekoi prastut koriba pari tar bikhoye alop gyandiyok please.
চেষ্টা কৰিম।
বহুত দিনৰ মূৰত । বহুত ভাল Video বনাইছে। সকলোৱে দেখি লাগি যাওক।কমচে কম ঘৰতে খাবলৈ হ'ব। লকডাউনে কামত দিছে। হৰমনটো কিমান দাম? বেছি দিনলৈ থলে বেয়া হৈ যাব নেকি?
ধন্যবাদ আপোনালৈ।hormone 70,80 rps মানত পাব expiry লিখা থাকিব চালে গম পাব।
Dada Jakefruit Kolom kene koi kore yaar video bonai pelai Ara... Plz dada...
চেষ্টা কৰিম video দিবলৈ।ধন্যবাদ
Moi aito system t kaitaman lagaisilo aji 1 week hol kinto 3ta basi asa aru bakiborar patbor laraly gol aibilak hobona nai dada
বতৰ চাই কৰিবলৈ চেষ্টা কৰিব...যদি বেছি ৰদ দিয়ে তেতিয়া ডালবোৰ খুকাই যোৱা chance থাকে..
Dada orenge komala tenga dal dhariba pari neki kabosun dada
দাদা কাটিং কৰিলে ভাল ফল পাইনে নে কলম লগালে ভাল ?
Bahut Bhal lagil
Please confirm details firm house
Moi khetiok kintu atia aapunar video juge di try korim DADA
Thank you।
🤝
Gol nemur kalam alop dangor size r ase neki aponar taat ? Pothiab porake , janab soon pl.
Lasu katia kolom dia?
Dada roting horman kenekoi bonai jonabo .
Video দিবলৈ চেষ্টা কৰিম।
আপোনাৰ ঘৰ কত কমলাৰ উদি কেনেকৈ বনাই অকণ মান জনাব
Aam gos 12 feet height hol.kintu Phul.fula nai..pl.advise what to do.
গুটিৰ পৰা হোৱা গছ হলে ফুল অহা বহু দিন লাগে।
❤❤❤❤❤😂
❤️❤️❤️
Rotyng harmon tu kot pam
Harmon r dam kiman LOI dada
Dada apunar ghor kot aru apunar nam ki mr lage apunar puli
Dada hormon je disil hei2 side tol pale dibo lage ne upor pale
তলত দিব লাগে যিটো অংশ মাটি তলত থাকে।
দাদা কোন মাহত পুলি বোনাৱ পাৰিম জনাৱ চোন
বাৰিষা মাহত বনাব লাগে।এপ্ৰিল মাহৰ পৰা আগষ্ট মাহলৈ ভাল হয়।
ধন্যবাদ দাদা। দাদা পুলিৰ দাম কিমান
পুলি চাই দাম হব,২০ টকা ৩০ টকা
কাতিং কৰি বনোৱাৰ(পোখা নোলোৱাৰ আগত) পিছত কিমান দিনৰ মুৰে মুৰে পানী দিব লাগে। মই কেইটামান কৰি থৈছোঁ, ১০ দিন মান হৈছে।
বতৰ চাই পানী দিব লাগে শুকাবলৈ নিদিব আৰু বেছি পানী দি জেকা কৰি নেপেলাবো।
ৰোটিন হৰমন কেনেকৈ পস্তোত কৰে জনাবনেকি দাদা
Dada muk nemo puli lagil dibo paribo neki
Sir Ki pawder hoi apne babohar boga tu..
Rooting hormone powder...
Dada mur nimu puliburor patbur tolfala ghurkhai Suga akritir dora hoi porisa ag patbur ki korila hu fol pm olp jonabosun?
কিবা এটা কীটনাশক প্ৰয়োগ কৰক।1 সপ্তাহ পিছত আকৌ এবাৰ কৰিব।
@@BiswanathAgrifarm thnks
Dada nursery khular প্ৰশিক্ষণ কত কেনেকৈ লব পাৰি কব নি?
প্ৰথমে আপুনি নিজে অলপ পুলি আনি চোৱা চিতা আৰম্ভ কৰক লাহে লাহে অভিজ্ঞতা নিজে বাঢ়িব। উচৰে পাজৰে পোৱা ফুল বোৰ লগাই আৰম্ভ কৰক অলপ কমদামি প্লাষ্টিক দাবৰ যোগান ধৰক।মই এটা video দিবলৈ চেষ্টা কৰিম কেনেকৈ nursery আৰম্ভ কৰিব পাৰি।
@@BiswanathAgrifarm thank u so much for your information...video tu dile vl lgbo 🤗
দাদা নেমুৰ কাটিং কৰিলে ডালটো কিছুমানে পলিঠিন দি ঢাকি থয় গিলাচত এইটো পদ্ধতিত কৰিমনে নে এনেই গিলাচত লগাই মুকলিকৈ ঠলে হব জনাবছোন ।
পলথিন দি ঢাকি থলে সোনকালে গজালি আহিব যদি অনেই থয় অলপ সময় বেছি লাগিব।
কমকৈ যদি কৰে তেন্তে থাকি থব পাৰি বেছিকৈ কৰিলে থাকি থব অসুবিধা হয়।
Ki
বুজি নাপালো কি কবলৈ চেষ্টা কৰিছে..
Dalor pora banuwa pulir pora xunkale fol lage ne gutir pora bonuwa pulir pora xunkale lage ?
Video চাব সকলো কথা জনাবলৈ চেষ্টা কৰিছোঁ।
Dada nemo to lagi ase tetia dal katibo parim ne jonabo sun
পাৰিব।
Dada moi 6 jupa man nemu dal aani logaisilu aaji 2 bosor hol ful fol aku nai ki krile hufol pam jonabsn
নেমু 6 মাহত ফল ফুল অহা আৰম্ভ হয় ভাল জাতৰ নহব চাগে।
Vl jatore hoi karon moi jor pora aanisilu tat bht dhunia fol hoisile..aru aapunar video bur sai sai jotno loisilu.
😍😍
Thank you।
দাদা লেচুৰ উদি কোন মাহত কলম কৰিব লাগে
এতিয়া উচিত সময়। আগষ্ট মাহ লৈকে কলম কৰিব পাৰে।
Moi nije try kori kaji nemu gos korisu kintu gol nemu t success noholu.
apunar pora nemu puli kinibo pam neki?
mor ghor kamrup ot.
বহু দূৰ হৈ যায় পঠিয়াবলৈ সুবিধা নাই ওচৰতে হলে লৈ যাব পাৰিলে হয়।
Dada, gobor with balimati mix kori puli bonale hobone?
পথাৰৰ পলসুৱা মাটি হলে বেছি ভাল।বালি মাটি হলে পিছলৈ অসুবিধা হব সোনকালে শুকাই যাব আৰু পুলি হোৱাৰ পাছতো মৰি যাব পাৰে।
Hormon tur nam ki
Rooting hormone।
Hi
Hlw।
Dada biswanath chariali ki jagatu ?
Panibharal।
Ki ata asil nam koyade
Sir plastic shed r tolot nemur cutting logaisu kiba problem hbo nki
Nemur daltot logai diya tu ki medicine
Kindly jonabosone
@@dhanistadeka8493 simply hormone buli koi
Rooting hormone।
কমলা পুলি বিযয়ে অলপ জনাবছোন ।
কমলা পুলি গুটিৰ পৰা প্ৰস্তুত কৰিব পৰিব।
Dada....tez patr gos aneke rubo parim naki
তেজ পাতৰ ডাল ধৰি ৰোপন কৰিব পাৰে।
@@BiswanathAgrifarm same process korile hobo ne
হৰমন টো কত পাম
Apunije boga kiba ghurit ki logaise
Rooting hormone।
Mk lagaba para dal ata apuni kolom dia dibasun .moi bnc r hoi.
ছাৰ এতিয়া কৰিব কৰা যাবনে খৰালি ত
এতিয়া পুলি প্ৰস্তুত কৰা সময় নহয় বাৰিষা মাহত কৰিব লাগে।
Dada Harman kot pam
Online যোগে আনিব পাৰে।নহলে উচৰে পাজৰে যদি nursery আছে খবৰ কৰক।
Hormon nidia k krile kiba hb ni jonabo sn moiu mane aji nemu kating keitaman hormon nidia koi kriso. Plz jonable napahrib
একো নহয় দুদিনমান দেৰি হব কিন্তু hormone দিবই লাগিব বুলি নাই।hormone অলপ সোনকালে শিপা অহাত সহায় কৰে।
দাদা মোৰ পুলি লাগে
আপোনাৰ ঘৰ...?
Dhanor kheti kenokua kore dukua
চেষ্টা কৰিম।
ডালৰ পৰা গজালি কিমান দিনত ওলাব
th-cam.com/video/NMk0sFP4PKE/w-d-xo.html
Apuni use kori thoka cutting kesi khon b. Charialit kot poa kabo , koboson. Moi hot bisarisu poa nii
Garden store near police point...
Thank u.
Dada aponar tate kaji nemur puli Pam neki?
পাব।
জালুকৰ কলম কেনেকৈ প্ৰস্তুত কৰিব পাৰি জনাবচোন
ভিডিঅ এটা বনাই দিব চেষ্টা কৰিম..পাণৰ পুলিৰ দৰে বনাব পাৰি.
Mk lgsl db ne