নাম প্ৰসঙ্গ হিৰেণ বাৰূৱতীৰ কণ্ঠত

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • Naam Prasang by Hiren Baruati.
    Please Like,Share and Subscribe my channel.
    contact me 9395074561

ความคิดเห็น • 515

  • @user-sj5ds8wr5c
    @user-sj5ds8wr5c 4 หลายเดือนก่อน +9

    জয় হৰি গোবিন্দ নাৰায়ন ৰাম কেশৱ হৰি!
    ৰাম ৰাম কেশৱ হৰি!!১!!
    পদ!!
    প্ৰথমে প্ৰনামো ব্ৰহ্মৰূপী সনাতন!
    সৰ্ব্ব অৱতাৰৰ কাৰন নাৰায়ণ!!
    তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত!
    যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত!!১!!
    মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত!
    উদ্ধাৰিলা চাৰি বেদ প্ৰলয়জলত!!
    সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া!
    নধৰিলা সমুদ্ৰে তোহ্মাৰ মৎস্যকায়া!!২!!
    কুৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে!
    লক্ষ প্ৰহৰৰ পন্থ জুড়িলা শৰীৰে!!
    কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে!
    ধৰিলা মন্দৰ গিৰি প্ৰভু পৃস্ঠভাগে!!৩!!
    দিব্য যজ্ঞবাৰাহ স্ৱৰূপে ভৈলা তুমি!
    লীলায়ে দন্তৰ অগ্ৰে উদ্ধৰিলা ভুমি!!
    তোমাক কৰিলে যুদ্ধ হিৰন্যাক্ষ বীৰি!
    অপ্ৰয়াসে দৈত্যক মাৰিলা দান্তে ছিড়ি!!৪!!
    আদি দৈত্য হিৰন্যকশিপু বলিয়াৰ!
    নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ!!
    কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস!
    ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আস্ৱাস!!৫!!
    বামন স্ৱৰূপে অদিতিৰ বাক্য পালি!
    ইন্দ্ৰক স্থাপিলা ছলে বলিক নিকালি!!
    ত্ৰৈলোক্যক আক্ৰমিলা চৰনৰ গতি!
    তযু পাদোদকে গঙ্গা ভৈলা উতপতি!!৬!!

  • @user-fz1tv2pw8k
    @user-fz1tv2pw8k 20 วันที่ผ่านมา +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ,,,,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4og 11 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @smileygaming2397
    @smileygaming2397 7 วันที่ผ่านมา

    Krishna Krishna ,suni hapah nopalai,gurujnar nam bor modhur, tekhetoloi sewa jnaisu.

  • @user-ri6tg8nz7k
    @user-ri6tg8nz7k หลายเดือนก่อน +2

    Very sweet and attractive voice to listen. We feel very comfortable and abide us to love our Guru and almighty God, Krishna Krishna Krishna...

  • @nirmaldeori4218
    @nirmaldeori4218 7 หลายเดือนก่อน +1

    Jai shree krishna 🎉🎉🎉🎉🙏🙏🙏🙏

  • @jibonjyotidutta622
    @jibonjyotidutta622 11 วันที่ผ่านมา +1

    ভাল লাগিল🙏🙏🙏🙏

  • @TrishnaHazarika-nd9zz
    @TrishnaHazarika-nd9zz 2 หลายเดือนก่อน +1

    Krishna Krishna ❤🙏💐

  • @mileswarbhuyan7110
    @mileswarbhuyan7110 11 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @jyotineog2285
    @jyotineog2285 2 หลายเดือนก่อน +2

    🙏🙏🙏

  • @tapansaikia9049
    @tapansaikia9049 29 วันที่ผ่านมา +1

    কৃষ্ণ 🙏🙏

  • @levix__ff
    @levix__ff 3 หลายเดือนก่อน +2

    Hiren daa miss you 😢❤

  • @dimpisonowal1632
    @dimpisonowal1632 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +2

    O Jaiya Hari Gobinda Narayana Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷

  • @jodumonigogoi8565
    @jodumonigogoi8565 ปีที่แล้ว +3

    Krishna bap 🙏🙏🙏🙏 apunar namprasng huni thakibole mon jai .bohut bohut hundor hoise

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব । চেনেল টো আগবঢ়ায় নিব।

  • @prafullaborah9238
    @prafullaborah9238 ปีที่แล้ว +1

    ৰাম কৃষ্ণ 🙏🙏🙏 জয় গুৰু শ্রীমন্ত শংকৰ 🙏🙏🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +3

    krishna❤️🙏krishna❤️🙏krishna❤️🙏

  • @munindraborgohain6054
    @munindraborgohain6054 11 หลายเดือนก่อน +1

    Joy.krishna 🙏🏻🙏🙏

  • @bhabanigogoi3278
    @bhabanigogoi3278 ปีที่แล้ว +2

    Jai.Hari.krishna

  • @robinborah5848
    @robinborah5848 3 หลายเดือนก่อน +1

    Sundar kanth krishna provu❤❤❤

  • @akhilburagohain381
    @akhilburagohain381 ปีที่แล้ว +4

    Krishna Krishna Krishna bap

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহন কৰিব।🙏🙏🙏

  • @PranjalKalita-vc8tq
    @PranjalKalita-vc8tq หลายเดือนก่อน +2

    Krishna bap ❤

  • @spidey2.2o69
    @spidey2.2o69 ปีที่แล้ว +6

    হে প্ৰভু ঈশ্চৰ ,আপোনাৰ সুললিত কন্ঠত মহাপুৰুষ গুৰুজনাৰ সৃষ্টি নাম ভাগ শুনিবলৈ পাই আমাৰ মন প্ৰান ভৰি গৈছে | প্ৰভু জনৰ চৰণত দুৰৰ পৰাই সেৱা জনালো |আমাৰ সেৱা গ্ৰহন কৰিব |
    কৃষ্ণ কৃষ্ণ কৃষ্ণ.....

  • @junuborah2568
    @junuborah2568 5 หลายเดือนก่อน +1

    Krishna Krishna 🙏🙏🙏

  • @devajitchetia204
    @devajitchetia204 ปีที่แล้ว +1

    Jayo hari gobinda Prabhu, Oti Modhur. Prabhu vale aasene

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +2

    Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ।🙏🙏🙏🙏

  • @debalatahazarika1030
    @debalatahazarika1030 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ ইমানে সুন্দৰ নাম শুনিলো নতুন বছৰত ভাল লাগি গল।🙏🙏🙏🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ। ভিডিঅ সমুহ শেষলৈকে চাব বুলি আশা কৰিলো।

  • @user-zg9xb3dg6o
    @user-zg9xb3dg6o 7 หลายเดือนก่อน +1

    Krishno Krishno aaponar nam prokhng iman homodhor ratipoaai abar honili monto bohot aanonodo lage krishno

  • @user-me9eh7ks9j
    @user-me9eh7ks9j 9 วันที่ผ่านมา

    কৃষ্ণ প্ৰভু🙏🙏🙏

  • @PranobSaikia-iv6xu
    @PranobSaikia-iv6xu 2 หลายเดือนก่อน +3

    Krishna Krishna Krishna

  • @nirmaldeori4218
    @nirmaldeori4218 6 หลายเดือนก่อน +1

    Jai shree krishna krishna krishna 🎉🎉🎉🎉🙏🙏🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +1

    Jaya Hari Gobinda Narayana Krishna Ram Ram , Krishna 🙏🌷 Krishna 🙏🌷

  • @pradiphandique7872
    @pradiphandique7872 7 ชั่วโมงที่ผ่านมา

    কৃষ্ণ কৃষ্ণ ৷৷

  • @promodgoswami2100
    @promodgoswami2100 5 หลายเดือนก่อน +3

    হীৰেন বাৰুৱতী মহোদয়ৰ নামপ্ৰশঙ্গ মই সদায় পুৱা শুনো। সুন্দৰ কণ্ঠ। অভিজ্ঞতা সম্পন্ন। নতুন প্ৰজন্মক নাম প্ৰশঙ্গৰ প্ৰশিক্ষনৰ ব্যৱস্থা কৰিব পৰা হলে ভাল আছিল

  • @pankajborah2329
    @pankajborah2329 ปีที่แล้ว +2

    Krisna prbhu

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ। ভিডিঅ সমূহ আগলৈ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। লগতে ভোগালী সেৱা গ্ৰহন কৰিব। চেনেল টো subscrib@ share কৰিআগবঢ়ায় নিব বুলি আশা কৰিছোঁ।🙏🙏🙏🙏

  • @bipulborah5483
    @bipulborah5483 ปีที่แล้ว +3

    বৈকুণ্ঠ পৰশ পোৱা গুৰু জনাৰ অনুপ সৃষ্টি কি সুন্দৰ কৃষ্ণ কৃষ্ণ

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ আশিবাদ কৰিব আগলৈ যাতে আপোনালোকক সেৱা কৰিবলৈ সুবিধা পাওঁ।

  • @hemantahazarika9715
    @hemantahazarika9715 ปีที่แล้ว +8

    শুনিলে শুনি থাকিব মন যোৱা, মন প্ৰাণ শাত পৰি যোৱা নামৰ প্ৰসংগ, দূৰৈৰ পৰাই সেৱা জনাইছো বাপ, কৃষ্ণ 🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ । আমাৰো সেৱা ভাগি গ্ৰহন কৰিব।

    • @hemantahazarika9715
      @hemantahazarika9715 ปีที่แล้ว +3

      @@hirenbaruati1864 আপোনাৰ দৰে অসাধাৰণ দেৱ জনৰ সেৱা পোৱাটো সৌভাগ্য মোৰ বাপ, অনন্ত ইশ্বৰে আপোনাক কুশলে ৰাখক 🙏🙏🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @gitalineog930
    @gitalineog930 ปีที่แล้ว +1

    Krishna pranam Prabhu Krishna 🙏🙏🙏

  • @jyotishnakakoti4612
    @jyotishnakakoti4612 ปีที่แล้ว +1

    Krishna prabhu,doiboki Nandan,baakhudeu🙏🙏🙏....

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +2

    Krishna Krishna 🙏🌷

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @parshajyotiborah6556
    @parshajyotiborah6556 ปีที่แล้ว +2

    বাপজনা সেৱা ধৰিছো। 🙏।। নামৰ মহিমা, কি সুৰ-তাল-লয়, বা‌হ।। ভকতসকলৰো সুন্দৰ সংগতও অতি মনোমোহা। download কৰি শুনি থাকিম।। 🙏🌼🌼🌼

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ আশিবাদ ‌কৰিব।

  • @jitenborah7208
    @jitenborah7208 2 หลายเดือนก่อน +1

    অতি সুন্দৰ,

  • @jyotshnasaikia9104
    @jyotshnasaikia9104 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ 🙏❤️🙏.... সুললিত কণ্ঠৰ সৈতে এক সুন্দৰ পৰিৱেশন....শুনিলেই শুনি থাকিব মন যায়🙏🙏🙏🙏

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 3 หลายเดือนก่อน +1

    Kouty kouty dandavat pranam aru namaskar baap

  • @nirmalsaikia7594
    @nirmalsaikia7594 8 หลายเดือนก่อน +1

    Prabhu.essar.bhagavane.kripa.karak

  • @anantadas724
    @anantadas724 2 หลายเดือนก่อน +1

    Krishna bap samostow Krishna 🙏 🙏 🙏🙏 .

  • @PrakashLahon-om9im
    @PrakashLahon-om9im 5 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @GeetaGbg
    @GeetaGbg 2 หลายเดือนก่อน +1

    Krishna krishna 🙏🙏🙏❤️❤️❤️

  • @bhagabandas5776
    @bhagabandas5776 ปีที่แล้ว +4

    আপোনাৰ সুমধুৰ কন্ঠত হৰি নাম এবাৰ শুনিলে মনআনন্দতি হৈ বাৰ বাৰ শুনিব মন

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ ভিডিঅ সমূহ সম্পূণকৈ শেষ কৰি চাব । আৰু share কৰিব।

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +2

    Jai Krishna 🙏🌷 Krishna 🙏 🌷 Krishna 🙏🌷

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ ।🙏🙏🙏🙏

  • @pabanbora5669
    @pabanbora5669 ปีที่แล้ว +2

    কৃষ্ণ বৰ সুন্দৰ প্ৰভূ ভগবানে আপোনাক দয়া কৰক এই দৰে নাম পোৱা আখা থাকিল কৃষ্ণ

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ ভিডিঅ সমূহ শেষ কৰি চাব

  • @SusilDutta-cf7jp
    @SusilDutta-cf7jp 3 หลายเดือนก่อน +1

    Kishna Kishna

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +2

    Krishna Krishna Krishna 🙏🌷

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 19 วันที่ผ่านมา

    কেশৱ হৰি

  • @nirmaldeori4218
    @nirmaldeori4218 7 หลายเดือนก่อน

    Jai shree krishna 🎉🎉🎉 🙏🙏🙏

  • @sangitaborahrangpur
    @sangitaborahrangpur ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +2

    O jaiya Hari Gopal Gobinda Krishna 🙏🌷

  • @binoygogoi8454
    @binoygogoi8454 ปีที่แล้ว +4

    আপোনাৰ নামে মন প্ৰাণ মুহি যায় ।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ । আশীৰ্বাদ কৰিব ।🙏🙏

  • @budhindutta4901
    @budhindutta4901 ปีที่แล้ว +4

    কৃষ্ণহে বুলিলো, সুন্দৰ অতি সুন্দৰ।

  • @assamali4589
    @assamali4589 5 หลายเดือนก่อน +2

    Ram Krishna

  • @jagatnamrup3941
    @jagatnamrup3941 ปีที่แล้ว

    কৃষ্ণ প্ৰভূ🙏🙏🙏🙏🙏🙏

  • @digantanath148
    @digantanath148 11 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা 🙏🙏🙏

  • @ritwickgogoi6118
    @ritwickgogoi6118 5 หลายเดือนก่อน +1

    Joy.guru.shankor

  • @user-ir8tf6yo1n
    @user-ir8tf6yo1n 2 หลายเดือนก่อน

    ৰাম কৃষ্ণ ❤

  • @chandradharkakoti6238
    @chandradharkakoti6238 ปีที่แล้ว +5

    Krishna prabhu 🙏🙏 bohut sundar hoise 🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ আশিবাদ কৰিব 🙏🙏🙏

  • @Axamar-vauna-
    @Axamar-vauna- ปีที่แล้ว

    সুন্দৰ হৈছে

  • @rumidas9660
    @rumidas9660 3 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ 👏👏👏👏

  • @user-cs9oy2fd7f
    @user-cs9oy2fd7f 6 หลายเดือนก่อน +10

    কৃষ্ণ কৃষ্ণ আপোনাসৱৰ ভগৱন্তই মংগল কৰক। আপোনাৰ মনৰ সৰ্ব সৎ বাঞ্ছা পূৰ্ণ হওক আৰু অনাগত দিনবোৰতো এনেদৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ বাবে শক্তি প্ৰদান কৰক কৃষ্ণ কৃষ্ণ ৰাম ৰাম গোবিন্দ গোবিন্দ।

    • @hirenbaruati1864
      @hirenbaruati1864  6 หลายเดือนก่อน +4

      🙏🙏🙏🙏

    • @Aditya-kl6ft
      @Aditya-kl6ft 6 หลายเดือนก่อน +5

      Bor hundar sinta dhara apunar

    • @Nipuphukan8154
      @Nipuphukan8154 4 หลายเดือนก่อน +4

      Hosai bor hundor sinta dhara apunar❤🎉🎉🎉🎉

    • @supercoolgamer5092
      @supercoolgamer5092 4 หลายเดือนก่อน +3

      Krishna krishno 🎉🎉🎉

    • @user-mu8ww3xq5i
      @user-mu8ww3xq5i 4 หลายเดือนก่อน +2

      ram ram bor hundor sinta dhara apunar krisna krisna 🙏🙏🙏🙏🙏🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว

    Jaya Hari Gobinda Narayana Krishna Ram Ram Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷

  • @kuldeepbora497
    @kuldeepbora497 ปีที่แล้ว +4

    বাসুদেৱ বাসুদেৱ🙏
    অতি বিতোপন, আপোনাৰ নাম শ্ৰৱণ কৰিব পালে মন-প্ৰাণ জোৰ পৰি যায় গুৰুজন🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ আশিবাদ কৰিব। আপোনালোকে সঁহাৰি জনালে নিশ্চয় উপকৃত হব পাৰিম।🙏🙏🙏🙏

    • @dilipkalita969
      @dilipkalita969 ปีที่แล้ว

      Krishna

  • @parthapratimtamuly7281
    @parthapratimtamuly7281 9 หลายเดือนก่อน

    ৰাম কৃষ্ণ কৃষ্ণ

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 5 หลายเดือนก่อน +1

    Krishna Krishna Krishna prabhudev pronam and huprovat to you all please.

  • @rekhaborah7931
    @rekhaborah7931 ปีที่แล้ว +6

    গুৰু জনাৰ অমূল্য সৃষ্টি ,আপোনাৰ সুললিত কণ্ঠ ,মন যুৰাই গল।সেৱা জনাইছোঁ কৃষ্ণ।

  • @birinchiborgohain1224
    @birinchiborgohain1224 ปีที่แล้ว +2

    Krishina. Krishina. Krishina
    Ganishguri

  • @dibyajyotiborthakur2963
    @dibyajyotiborthakur2963 ปีที่แล้ว +2

    Hundor...

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃপা কৰিব।

  • @nabadeephazarika3629
    @nabadeephazarika3629 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ।
    প্ৰভুৰ নাম সুললিত কন্ঠৰে শ্ৰৱণ কৰি কৃতাৰ্থ হ'লোঁ।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব ‌। 🙏🙏🙏🙏

  • @prasantaboruah6242
    @prasantaboruah6242 5 หลายเดือนก่อน

    সুন্দৰ কণ্ঠ ৷

  • @bhabanigogoi3278
    @bhabanigogoi3278 10 หลายเดือนก่อน +1

    Super.

  • @debeswarchetia6566
    @debeswarchetia6566 8 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @user-vo3wv4rz5p
    @user-vo3wv4rz5p 11 หลายเดือนก่อน

    আপোনাৰ ‌কনঠ বৰ সুন্দৰ ভগৱানে আপোনাক কুশনে‌ ৰাখক

  • @user-mn6nq6xj9l
    @user-mn6nq6xj9l 5 หลายเดือนก่อน +1

    Joi guru Sankar

  • @prandipnath3247
    @prandipnath3247 ปีที่แล้ว +1

    Krishno krishno..🙏🙏🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @drajitbaruah8506
    @drajitbaruah8506 ปีที่แล้ว

    বৰ সুন্দৰ।

  • @biswajitsaikia1611
    @biswajitsaikia1611 ปีที่แล้ว +3

    কৃষ্ণ অতি সুন্দৰ

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 19 วันที่ผ่านมา

    কৃষ্ণ

  • @jinuchawrok9178
    @jinuchawrok9178 หลายเดือนก่อน

    কৃষ্ণ 🙏🙏🙏🙏 সমস্তজনাৰ শ্ৰীচৰণত সেৱা নিবেদিলোঁ ।

  • @NarenDeka-xb2jr
    @NarenDeka-xb2jr 2 หลายเดือนก่อน

    Bahut bhal lagise.krishna Krishna.

  • @bdcreation1222
    @bdcreation1222 ปีที่แล้ว

    Krishna Sankar Guru'Hari Ram Ram Ram Ram 🙏🙏🙏🙏

  • @pallavibharali8513
    @pallavibharali8513 ปีที่แล้ว

    Oti xundar

  • @krishnasaharia1615
    @krishnasaharia1615 5 หลายเดือนก่อน

    🙏🙏🙏কৃষ্ণ

  • @simontoyhoingkordeb8374
    @simontoyhoingkordeb8374 7 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ আমি হেৱা ভাগি জনালো কৃষ্ণ আমি আপৰাধি কৃষ্ণ কৃষ্ণ

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 ปีที่แล้ว +6

    কৃত কৃত কৃত হল মন প্ৰাণ।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @assamiyadhamaka9345
    @assamiyadhamaka9345 ปีที่แล้ว +1

    জয় গোবিন্দ নাৰায়ন অতি সুন্দৰ

  • @MK-ud6zg
    @MK-ud6zg ปีที่แล้ว +1

    কৃষ্ণ 🙏 বৰ সুন্দৰ 🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ কৃপা কৰিব।

  • @hirenbaruati1864
    @hirenbaruati1864  ปีที่แล้ว +1

    youtube.com/@hirenbaruati186
    এইটো আমাৰ চেনেল হয় আপোনালোকে কৃপা কৰিব।কৃষ্ণ।

  • @Herambachangmai
    @Herambachangmai ปีที่แล้ว

    Krishna Krishna

  • @meghalihazarika9775
    @meghalihazarika9775 ปีที่แล้ว +1

    Krishna

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ ।🙏🙏🙏

  • @gitaligogoi209
    @gitaligogoi209 ปีที่แล้ว

    Apuner nam huni hosai vl laga🙏🙏🙏🙏

  • @padumkakati2938
    @padumkakati2938 11 หลายเดือนก่อน

    সুন্দৰ

  • @Pakhi23456
    @Pakhi23456 ปีที่แล้ว +1

    সুন্দৰ, কৃষ্ণ কৃষ্ণ।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ আশিবাদ কৰিব।🙏🙏