সুন্দৰ কণ্ঠ
🙏🙏🙏
বৰ ভাল লাগে আপোনাৰ নাম প্ৰসঙ্গ..কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Sundar probhu.
Sundar gurudeb.
অতি সুন্দৰ কণ্ঠ । কৃষ্ণ কৃষ্ণ বাপ সকল 🙏🙏🙏
37:00
কৃষ্ণ বাপ আপোনাক মই ফোন কৰিছিলো ফোন টো অফ আছিল
Korib punor
Krishna ram
krishna krishna
বাৰুৱতী প্ৰভু আপোনাক এবাৰ নিচেই কাষৰ পৰা চাব মন গৈছে, ক'ত পাম বাৰু?
Shivsagar t 🙏
@hirenbaruati1864 মই জয়সাগৰৰ,আপোনাক এবাৰ লগ পোৱা হ'লে ভাল লাগিল হয়।
Phon korib
@@hirenbaruati1864 Ph no tu dibo neki?
9395074561
Ai.Pe.369 🎉Krishno
কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ৷ কৃষ্ণৰ চৰণে বন্দী ৰৌক মোৰ মাথ৷৷৪১৷৷ || পদ ||: শুক নিগদতি ৰাজা শুনা নৃপবৰ৷ মিলিল অদ্ভুত যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ৷৷ আকাশত দেৱগণে দেখন্ত বিস্ময়৷ গ্ৰাহ গজেন্দ্ৰৰ কাৰো নাহি ভঙ্গ জয়৷৷৪৯৭৷৷ কতো কালে গজেন্দ্ৰৰ বল ভৈল হানি৷ গ্ৰাহৰ বাঢ়িল বল পিয়া স্বাদ পানী৷৷ শ্ৰান্ত ভৈল গজৰাজ যুঁজিতে নপাৰে৷ চিহঁৰে হস্তিনীসৱে বেঢ়ি চাৰি পাৰে৷৷৪৯৮৷৷ আনো সৱ দন্তাল স্বামীৰ ঘোৰ দুঃখে৷ ৰাখিতে নপাৰি কাৰো বাক্য নাসে মুখে৷৷ দেখিলা গজেন্দ্ৰে আপুনাৰ মৃত্যু ভয়৷ ৰাখন্তা নাহিকে আৰ পুত্ৰ ভাৰ্য্যাচায়৷৷৪৯৯৷৷ সঙ্কট বেলাত তাৰ সদবুদ্ধি ভৈল৷ কি ভৈল কি ভৈল বুলি গুণিবাক লৈল৷৷ আমি হেন গজেন্দ্ৰ জগতে যাক কহে৷ মহাগৰ্ব্বে ভ্ৰমন্তে পাইলেক জলগ্ৰাহে৷৷৫০০৷৷ সহস্ৰ বৎসৰ যিটো যুজো অপ্ৰয়াসে৷ জানিলোহো বন্দী ভৈলো বিধাতাৰ পাশে৷৷ আমাক ৰাখিবে আৱে কমন বান্ধৱ৷ অন্তকালে গতি মোৰ কেৱলে মাধৱ৷৷৫০১৷৷ মহাবলৱন্ত কাল ভুজঙ্গক ভয়ে৷ যাক সেৱা কৰন্ত সদায় যোগীচয়ে৷৷ পলায় জগতৰে মৃত্যু যি প্ৰভুক ডৰে৷ যাক ভয়ে চন্দ্ৰ-সূৰ্য্য পৱন সঞ্চৰে৷৷৫০২৷৷ হেন জগন্নাথ অনাথৰ ইষ্টদেৱ৷ হৰি বিনে আৱৰ তাৰন্তা নাহি কেৱ৷৷ এহি বুলি মৰণত নভৈল বিকল৷ শুণ্ডে মেহ্ৰাই ধৰিলন্ত সুৱৰ্ণ কমল৷৷৫০৩৷৷ পৰম আনন্দে মাধৱত দিয়া চিত্ত৷ গজেন্দ্ৰে কৰিলা স্তুতি আতি বিপৰীত৷৷ যাক শুনি তৰে সুখে ঘোৰ নৰকক৷ অন্তকালে পাই হেন মাধৱ বন্ধুক৷৷৫০৪৷৷ শুণ্ডে মেহ্ৰাই পদ্মগোট উপৰক তুলি৷ গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি৷৷ শুনি শীঘ্ৰে চড়ি হৰি গৰুড়ৰ স্কন্ধে৷ ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে৷৷৫০৫৷৷ গৰুড়ৰ নামি হৰি পৰম বিক্রমে৷ শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহে সমে৷৷ চক্র ধৰি তেখনে ছিৰিলা গ্ৰাহ মুখ৷ হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুখ৷৷৫০৬৷৷ হস্তী গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা৷ গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা৷ কৰিল প্ৰণাম পাছে দণ্ডৱতে পৰি৷ পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লড়ি৷৷৫০৭৷৷ কৃষ্ণ পৰশনে গ্ৰাহো শাপক নিস্তৰি৷ দিব্য ৰূপ ধৰিয়া স্বৰ্গক গৈলা লড়ি৷৷ শুনা কৃষ্ণ কথা জন্ম নকৰিয়ো বৃথা৷ হৰিৰ চৰিত্ৰ আত নাহিকে অন্যথা৷৷৫০৮৷৷ দুৰ্ল্লভ মনুষ্য জন্ম পাইলা কত ভাগে৷ সত্বৰে সংসাৰ সিন্ধু তৰিবাক লাগে৷৷ যত সুত ধন জন সৱে বিষ্ণুমায়া৷ আকাশত প্ৰকাশে মেঘৰ যেন ছায়া৷৫০৯৷৷ বিজুলী চমক যেন জীৱন অথিৰ ৷ পদ্মৰ পত্ৰৰ যেন জল নুহি থিৰ ৷৷ কৃষ্ণ-কথা শ্ৰৱণ-কীৰ্ত্তনে ভৱ তৰি৷৷ হেন জানি সদায়ে ঘুষিয়ো হৰি হৰি ৷৷৫১০
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল
Krishna krishna ram ram
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏।
বৰ সুন্দৰ মহা পালনাম। বৈকুণ্ঠ যেন পৃথিৱীতে বিৰাজিছে। বৰ সুন্দৰ প্ৰভু। অনন্ত দাৰ লগত মোৰ ভাল। তেখেতৰ লগত বহু ঠাইত পাঠ আৰু নামত বহিছো, লগতে পাঠ ও কৰিছোঁ। আপোনাৰ লগত হে নামত বহাৰ মন আছে প্ৰভু। ভালে ৰাখক গোবিন্দ ই।। জয়তি গোবিন্দ
Krishna krishna
Shree. Krishna yo. Nomu nomoh. Xomuh. Vokto. Pran bixbo. Bindrloi xexaye. Jonailu. Krishna Krishna
Jai shree Krishna
❤❤❤❤❤❤❤
Emn hundor hoise nohoi
Krishna🙏 soronot hewA dhorisoo
❤❤❤
ভুল কৈ নিশিকা ব
কেশব নহয় কেশৱ
Lyrics dib
কৃষ্ণ ❤❤❤
kisna
ATI Sundar.
❤😂
Gobinda mahaparuva krishna krishna gobieand parvue esear uasart kahima vikha krishna 🙏🙏🙏🙏♥️♥️♥️♥️🌹🌹🌹
ঔঁম নমোঃ ভাগৱতে নমোঃ নমঃ 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ হৰি ৰাম ৰাম🙏🙏🪔🪔🎇🎇🎇
কৃষ্ণ কৃষ্ণ
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ বাপ জনা সেৱা গ্ৰহণ কৰিব ।
Krishna
Krishna sundar guridav sat sat prronam❤❤❤❤❤
কৃষ্ণ কৃষ্ণ🙏🙏
Ram Krishno
Jibonot jidina success hom. Provu apunak nimontron jonam adin. 🙏 Xsake apunar naam xuna r pasot positive energy e vri jai mon pran😊🙏🙏🙏