কংসৰ ৰূপত SI প্ৰীতম খাৰঘৰীয়া
ฝัง
- เผยแพร่เมื่อ 25 ก.ค. 2024
- মিলিত কৃষ্টি সংঘ , বালিচাপৰি, মাজুলীত আয়োজিত শ্ৰী শ্ৰী ৰাস মহোৎসৱত কংসৰ ৰূপত অভিনয় কৰিলে জনপ্ৰিয় হাস্যমধূৰ ধাৰাবাহিক "বেহাৰবাৰী আউটপষ্ট" ৰ SI প্ৰীতম খাৰঘৰীয়া খ্যাত Pritam Baruah ই । তাৰে কিছু দৃশ্য আপোনাসৱলৈ আগৱঢ়ালো ।
- วิทยาศาสตร์และเทคโนโลยี
অপূৰ্ব অভিনয় প্ৰীতম খাৰঘৰীয়া ।ভাল
লাগিল ।শুভেচ্চাৰ অবিহনে একোৱেই
নাই যাচিবলৈ আপোনাক। তথপিতো
ভগৱানৰ চৰনত প্ৰাৰ্থনা জনাইছো যে
আপোনাৰ অভিনয়ৰ পথাৰখন সোনো
ৱালী শষ্যৰে নদন বদন হৈ জিলিকি
থাকক।ধন্যবাদেৰে।
A thing of a beauti is a joy for ever Petom
কংসৰ ৰূপত S I চাৰক বহুত ভাল লাগিল ।লগতে বসুদেৱ আৰু দৈৱকীৰ অভিনয়ো অতি সুন্দৰ হৈছিল ।কৃষ্ণ ।
কংস, বাসুদেব, দৈৱকী, তিনিও গৰাকীৰে অভিনয় বহুত বহুত বহুত ভাল হৈছে!
ৱাহ, প্ৰীতম সুন্দৰ অভিনয় ভাল লাগিল। শুভেচ্ছা জনালোঁ। দৈৱকীৰ অভিনয়ো সুন্দৰ।
বহুত ভাল লাগিল siror অভিনয়।
❤️🥰❤️
Mozaaaa lagise sure ovinoi
আলপুত হৈছো। অতুলনীয়।ইমান শান্ত শিষট গহীন গমভীৰ এচ আই চাৰৰ ভয়ানক নিষ্ঠুৰ কংসৰ অভিনয় সচাকৈয়ে শলাগিব লগিয়া। অভিনন্দন আৰু শুভেচ্ছা থাকিল ।অশেষ চাৰলৈ।
বাহ্ঃ প্ৰিতম চাৰ বাহঃ কি অপূৰ্ব আপোনাৰ অভিনয়
ইমান দিনে SI হিচাবে দেখিছিলো আজি কংস ৰ ৰূপত দেখি ভাল লাগিল । সুন্দৰ অভিনয় ।
বঢ়িয়া প্ৰীতম।বেহাৰবাৰীৰ অভিনয়তকৈ বেলেগ যদিও অভিনয় সুন্দৰ👍👍👍
প্রীতম চাৰৰ আন এক অভিনয় চাবলৈ পাই বহুত ভাল লাগিল | অতি সুন্দৰ আৰু আকৰ্ষণীয় |
Sirak said bhal.lagil
@@jatinkumarkakotikakoti8482 0lllllllll0p
দৈৱকীৰ অভিনয়ত আপ্লুত হৈ পৰিলোঁ ইমাণ সুন্দৰ অভিনয় 🙂🙂 কন্দুৱাই দিছে 🙃
Hundor hoise
Pritam Bruhhhh....... Next lvl 🔥🔥🔥❤✌
Bhut dhuniya hoise sir Jay Sri Krishna 🙏
ধুনীয়া লাগিল চাই দৈৱকীৰ সন্দুৰ অভিনয় হৈছে
প্ৰীতম চাৰ বহুত ধুনীয়া হৈছে 😍😍😍
কংস ৰ ভাৱত এছ আই ছাৰ্ক 👍👍👍 আৰু দৈৱকীৰ এক্টিং মজা 👍👍👍
দৈৱকী ৰ অভিনয় শলাগ ললোঁ ইমান ধুনীয়া অভিনয় কৰিছে। ❤❤❤ SI চাৰ সুন্দৰ।
কি সুন্দৰ অভিনয়... বসুদেৱ, দৈৱকী, কংস তিনিগৰাকীৰ অভিনয়ে মন মুগ্ধ কৰিলে
আপোনাৰ অভিনয় সুন্দৰ হৈছে , পিছে এটাই আছৰীত ইমান শান্ত চিষ্ট si চাৰ ইমান কঠিন কেনেকৈ হল
ভাওঁনা চোৱাৰ সৌভাগ্য এতিয়াও হোৱা নাই যদিও চাৱলৈ বৰ হেঁপাহ আছে ৷সঁচাকৈ এইবোৰ আমাৰ স্বাভিমান,আমাৰ জাতিটোৰ অলংকাৰ ৷
বসুদেৱ আৰু দৈৱকীৰ অভিনয় বৰ ভাল হৈছে দেই
খাৰঘৰীয়া Sir বহুত ভাল লাগিল । লগ পোৱা হলে আৰু ভাল লাগিলে হেতেন ।
ধুনীয়া হৈছে এছ ই চাৰ
প্ৰিতম খাৰঘৰীয়াৰ লগতে দৈৱকী অভিনয়ত অাপ্লুত হলো ।
প্ৰিতম ছাৰৰ আন এক অভিনয় চাই বৰ ভাল লাগিল
Hokalure bohut dhuniya hoise.
Aoti hundor.
Hei babei Tu majuli bakhi raijok val lage .
বহুত ধুনীয়া লাগিছে ছাৰ 🙏❤️😍🥰
বৰ সুন্দৰ অভিনয় কৰিছে।
Sunder💙 si sir. Val hoise
তিনিও জনৰে অভিনয় বহুত বেছি ভাল লাগিল।শুভেচ্ছা জনালোঁ।
বহুত সুন্দৰ অভিনয়,,,, বাস্তৱত যেন,,, অনুভৱ হোৱা অতুলনীয় অভিনয়। 🙏🙏
সঁচা ভাল লাগিল চাই ।
Moja
namaskar hokolure abhinoy bohut vl lagil bohut hundor hoise sir.
বহুত সুন্দৰ নিদৰ্শন .…..
Si sir ki hundr ovinoye...bohut hundr rakh.
ভাল লাগিল ছাই👌👌👌
বহুত ভাল লাগিল s i ছাৰৰ অভিনয়।
বৰ সুন্দৰ লাগিল S i ছাৰক কংসৰ অভিনয়ত
Welcome Pritam Sir. Excellent.
অভিনন্দন আৰু ধন্যবাদ আপো নালৈ
বহুত বহুত ভাল লাগিল ভিডিঅ'টো। প্ৰীতম তোমাক ভাল লাগিল।
কৃষ্ণ, আৰু আগুৱাই যাওঁক আপুনি
Val hoise bht dhuniya hoise pritamr path to
Skupni ulai gol hsake... Mjjaaa hoise
Very nice
ধুনীয়া. . . .
Pritam sir r acting dhuniya hoise 👍
সকলোৰে অভিনয় সুন্দৰ ভাল লাগিল
Pritom sir acting n voice ultimate ❤❤❤
Konsour rupot si sarok bohut val lagil❤❤❤🎉🎉✌️👏👏👏👏
Dhunia acting krise de kin2 Pritam sir a akdam fali dise...👌
সুন্দৰ অভিনয়!
ধন্যবাদ, বহুত ভাল লাগিল
বাহ ।আপুনাৰ অভিনয় বহুত ভাল।
প্ৰীতম বৰুৱা ওৰফে প্ৰীতম খাৰঘৰীয়াৰ সুমধুৰ অভিনয় চাই খুবেই ভাল লাগিল ।
বৰ ভাল লাগিছে চাৰ
খুব সুন্দৰ অভিনয়,দৈৱকী,কংস, বসুদেৱ
বহুত ধুনীয়া অভিনয় প্ৰীতম ছাৰ,,,
বহুত সুন্দৰ অভিনয় ,,,চাই ভাল লাগিল,,,,, মই অভিনয় কৰা কেইজনক নহয় বাকি কেইজনক হুদিচু এয়া সাধাৰন নাটক নে মাহা পুৰুষিয়া নাট ,,খুল তাঁলৰ অলপু সব্দ হুনিব নাপুলো জে
আগতে অসমীয়া লিখিব শিকি লবি তাৰপাছত প্ৰশ্ন কৰিবি
সকলোৰে অভিনয় অতিসুন্দৰ হৈছে দে ।
দৈৱকী is best acting
বসুদেৱ-দৈৱকীৰো অভিনয় সুন্দৰ👍👍👍
Tini gorakiye bohut hundr avinoy korise..I love !!
Si sir aapunar abhinoy sai aapluta holu ,realy bhal lagise
অতি সুন্দৰ অভিনয়
Dhuniya lagise sir
দৈৱিকিৰ সুন্দৰ অভিনয়ত আপ্লুত হল । si sir excelent
অতি সুন্দর
Dhuniya lagise,,
সকলোৰে সুন্দৰ সুন্দৰ অভিনয় ।
দৈৱকীজনীৰ অভিনয় খুব ভাল লগা
Thanking you I/c Pritom sir very nice acting
ধুনীয়া লাগিছে
Bohut val lagil apunar avinoi ki hundor
It is so enjoyable SI Sir!!! Best of luck for your life long journey. Go ahead, May God bless you.
সুন্দৰ।ভাল লাগিল
Sir moja acting.Daiboki very nice.
Kongsha pritom Borua is very nice. Very good job.
I like pritom sir good acting
Very Good sir.
অতি সুন্দৰ অভিনয় হৈচে।
অভিনন্দন প্ৰীতম বৰুৱা
বৰ সুন্দৰ অভিনয় 👏👏
অভিনয় অতি সুন্দৰ হৈছে
সুন্দৰ সুন্দৰ অতি সুন্দৰ
Nice 👍😍🔥
বহুত ভাল লাগিল Si sir ৰ অভিনয়। সুন্দৰ
❤❤❤
বহুত বহুত ভাল অভিনয় হৈছে, আশা কৰু সংস্কৃতি বোৰ আমাৰ মাজত এনেকৈয়ে জীয়াই থাকোক "।
ভাল লাগিল দেই পিতম দাৰ ,
Beautiful to look
Nice 👍👍👍
আপ্লুত হলোঁ,,,
WAO ❤️
Bohut val lagil sai.hokolure ovinoi hosai bohut bohut val hoise.
Pritom tumar abhinoy sai bohut bhal lagil . Khodai si sir huar pasot kongkho abhinoy oti khundor .
Si sare moja dise beautiful performance continue
Moza 🥰
Dhuniya hoise
Hundor hoise si sir hundor
Nice
Bohut bohut val lsgisa usoro pora sabo mon goisa