একটিং ভাল হৈছে ৷ তোমাৰ অভিনয় দেখি ভাল লাগিল ৷ পিছে পৰীক্ষা পালেহিয়েই নহয় ৷ বৃহস্পতি বাৰলৈকে যি মন যায় কৰি লোৱা ৷ তাৰ পাছত পঢ়াশুনাত লাগি যোৱা ৷ অবাবতে সময় নষ্ট নকৰিবা ৷ ভগৱান সকলোৰে গাতে থাকে ৷
Right 👍 etiya science r jug.....ei ghotona r aror rohosya hoitu beleg......Ami dekhi thoka kotha bur he biswax Kori lobo lage.....moi nijeu 15 bosoriya suwali .....kintu science k prothom biswax kru....teur hoitu beleg swasthya jonito karonot ene hoise....🙏🏻🙏🏻 Beya napabo kuneu kintu moi ji bujisu hei kotha khini he koisu
Vaii Vogobank amio Mano kintu iman vogoban karubar body ahi pabo xeito impossible... 2023 hoi iman Science agbarhil kintu tumalokr mental cinta agnabarhil... Chandrayan goi candra pale.. Alop cinta dhara bur change kora.. aiburr babe amar India agbarhibo pora nai...... Suwali jonik Doctor rk dekhuwa Saba vall hoi jabo..tair Mental kiba problem hb pare ba Nervous hoise sage....
apuni hoitu gm napai kintu ane ghotona protibosore rax t ghote . aya kunu bhagawan lombha nhoi aye otimatra light r effect , khul tal r xobdo , aru body temperature barhi jua nasi nasi ane kisu factor r karone vau lua gorakir delusion hoi jai . jak science r bhaxat grandiose delusion buli koi . xokolure nhoi kisuman r logot ane hoi .[juar bar amar gaon t xonkhosur lua gorakir anekua same condition hoisil teu r sge mon pobitra nasil😂😂]
আমি আগৰ ভিডেওটোত কমেন্তত কৈচিলো যি সকলে দেখিছে অনন্ত কোটিৰ সঞ্চিত পুণ্যৰ বলত দেখা পোৱা বুলি কৈছিলো। আমি এইবিলাকত জৰিত আছোঁ না কাৰোবাৰ লগত সম্পৰ্ক আছে। আমাৰো এই বিষয়ত অভিজ্ঞতা আছে।
কৃষ্ণ ,, তোমাৰ চৰণ কমলত শত-সহস্ৰ কোটি প্ৰণাম জনালো প্ৰভূ,,,, সবাৰো মঙ্গল কৰা,,,,,🙏🙏
যদি সঁচা হয় কম ভাগ্যৱান নহয়,, তাত উপস্থিত থকা সকলো ৰাইজ আৰু সেই কৃষ্ণৰ ভাও লোৱা লগতে গুৰুজন
Black and whait assam
,.
Krishna প্ৰভু এই পৃথিৱীৰ সকলোকে জীৱকে vale rakiba দয়াময় 🙏🙏🙏🙏🙏🙏🙏
নানা ৰূপ শ্ৰী হৰি ৰ, সকলোতে বিৰাজ মান যিজন,❤❤❤❤❤❤কৃষ্ণ
জয় শ্ৰী কৃষ্ণৰ প্ৰভু তোমাৰ চৰণত সতকুতি প্ৰণাম 🙏🌺💮🌸🙏
কৃষ্ণ প্ৰভু আমাক আপুনি কৃপা কৰিব আমাৰ মনৰ কল্পনা পুৰণ কৰক🙏🙏
একটিং ভাল হৈছে ৷ তোমাৰ অভিনয় দেখি ভাল লাগিল ৷ পিছে পৰীক্ষা পালেহিয়েই নহয় ৷ বৃহস্পতি বাৰলৈকে যি মন যায় কৰি লোৱা ৷ তাৰ পাছত পঢ়াশুনাত লাগি যোৱা ৷ অবাবতে সময় নষ্ট নকৰিবা ৷ ভগৱান সকলোৰে গাতে থাকে ৷
সকলোতে থাকে সছা ৰূপ স্ৰভাৱ বেলেগ বেলেগ।
কৃষ্ণ কৃষ্ণ ভগৱান ৰক্ষা কৰিবা 🙏❤️😌❤️❤️
হে শ্ৰীকৃষ্ণ আশীৰ্বাদ কৰিব ,আৰু শক্তি দিব🙏
🙏🙏জয় শ্ৰীকৃষ্ণ🙏🙏
নিৰ্গুণ কৃষ্ণ ভকতিৰ সেয়া যে প্ৰতিফলন। শ্ৰীকৃষ্ণায় নমঃ।
কৃষ্ণ কৃষ্ণ কৃষ্ণএয়া অপাৰ মহিমা ই সত্য হব বুলি ভাবো কাৰন আমি বহু বাৰ ৰাস পাতিছো আমাৰ ইয়াতো এগৰাকী মহিলাৰ ৰাসত অভিনয় কৰি ঘৰতএনে আছৰন কৰিছল সছায়ে ৰাস এিয়াসময়ত ভগৱন্ত ৰ ইশ্বৰীক শওি সৃষ্টি হয়। ই সত্য।
বৈজ্ঞানিক দৃষ্টিভংগীৰে আৰু চিন্তাধাৰাৰে আগবাঢ়ি যোৱাতো ভাল।
Teor blood circulation hoisil aru aku huwa ni ane aibur
একদম থিক কৈছে।
আচলতে শ্ৰী কৃষ্ণৰ ০.০০০০০০১% শক্তিও যদি এজন মানুহৰ শৰিৰলৈ আহে তেন্তে মানুহজনে সেই শক্তি সহিব নোৱাৰি ভষ্ম হৈ যাব।❤
কৃষ্ণ প্ৰভূ শত কোটি প্ৰণাম জনাইছো 🙏🏻🙏🏻🙏🏻
হে প্ৰভু ৰক্ষা কৰা কোটি কোটি নমস্কাৰ ,🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভু সেৱাহে জনাইছোঁ🙏🌼🌸
একো চিন্তাৰ বিষয় নহয়। যেতিয়া মোৰ 7 , 8 মান বয়স আছিল তেতিয়া এবাৰ মোকো গোঁসাই লম্ভিছিল আমাৰ ইয়াত গোহাঁই পোৱা বুলি কয়। আমাৰ সত্ৰত প্ৰসাত শুই থই দিওঁতে ভাল হৈছে। গোঁসাই পোৱাৰ সময়ত কি অনুভব হয় সম্পূৰ্ণ মনত আছে। মোৰ বয়স এতিয়া 17 বছৰ । জয় শ্ৰী কৃষ্ণ
কৃষ্ণ প্ৰভু সকলোকে কৃপা কৰিবা 🙏🙏🙏
Provu jai shri krisna mur sualik aru muk tumi ashibad kora mur future tu sualijonir babe happy hobo diya povu krisna krisna povu.
ভাওনা নাইবা ৰাস অনুষ্ঠান বোৰত ডক্তৰ ৰাখিব লাগে।
জীৱিত অৱস্থাত লৈগলেও ডক্টৰে কিয় কয় সময় শেষ ।কাৰণ কি? বহু ডক্টৰে মংগল বাৰে বগলা, কামাখ্যাত পূজা কৰিব যায় কাৰণ কি? ডক্টৰ পঢ়া কিতাপবোৰ ক'ৰ পৰা উলিয়াইছে।
জয় শুী কৃষ্ণ আপোনাৰ লীলা অপৰামপাৰ 🌺🌺🌺🌺🌺👏👏👏👏👏
Hoi. Moio aaji sai thakote koisilo j sakur saonito kintu olp blg. Atia aekhini janibo pari aasorit hoiso , valo lagise. Ji noholeo Bhagwan Sri Krishna re Lila buli pranam jonaiso
Rakh khn kuntu jega r asl?
Ahatguri...
Hoi enekua mur hoise khutradhari vauti loute pas dina atu kundhornor bemar nhoi ba bhoot pret nhoi atu ata odisro skhati 😊❤
Bapero murto kotha napali aru kobole
👍👍👍🤗🤗🤗🤭🤭🤭
ভগৱান আমাৰ বিশ্বাসতে বিৰাজমান হয় ৷
ধ্ৰুৱই এটা খুটাৰ মাজতো ভগৱান বিৰাজ কৰে বুলি বিশ্বাস কৰিছিল আৰু তাৰ পৰাই প্ৰকট হৈছিল বিষ্ণুৰ ‘নৰসিংহ’ অৱতাৰ ৷ যদি নিৰ্জিব খুটা বা স্তম্ভৰ পৰা ভগৱান প্ৰকাশ হব পাৰে , মনপ্ৰাণ লগাই শ্ৰীকৃষ্ণৰ নাটকৰা এজনী ছোৱালীৰ মাজত শ্ৰীকৃষ্ণৰ প্ৰকাশ কিয় হব নোৱাৰে ?
বাপেৰৰ মুৰটো।
@@chandanneog1965 আপুনি থিকেই কৈছে ৷ বাপেৰৰ মুৰতো ভগৱান বিৰাজিত ৷ সেইকাৰণেই কোৱা হয় 'God is all pervading' .
জয় কৃষ্ণ তোমাক কোটি কোটি প্ৰনাম
হছাকে মানিব লগা কথা । আজিও ভগৱান আজিও আছে।জয় শ্ৰী কৃষ্ণা ❤❤❤
সহজ সৰল অসমীয়া সমাজক বেঙা show কৰি থাকক। ভগৱান ৰ ওপৰত বহু ভক্তি আছে, কিন্তু জানি থওক কলি যুগত কৃষ্ণক ওচৰত তাকো কৃষ্ণৰ আত্মাক ওচৰত পাম বুলি ভবা সকল একোজন মূৰ্খ।
আৰু ইমানেই যদি লম্ভিছে। তেওঁৰ বাণী যি গীতাত আছে, মাত্ৰ ১০টা শ্লোক গাই বৰ্ণনা কৰক। মই challange কৰিছোঁ সংস্কৃতৰ pronounsation তে গম পাব । ইমান বেঙা নৱনিব ৰাইজ। আৰু এওঁলোকে সৰলতাৰ ফাইডা উঠোৱা প্ৰতিফল সোনকালেই পাব।
Hey provu rokya kriba probhu kripa kriba provu tmr soronot kouti kouti pronm jonaisu🙏🙏❤️
Grandiose delusions (GD)...!!!!.😏ঈশ্বৰৰ প্ৰতি বিশ্বাস থকাটো ভাল অথচ অন্ধবিশ্বাসী হোৱাটো ভাল কথা নহয় কিন্তু, ভাবিলে আচৰিত লাগে যে বহু শিক্ষিত মানুহৰ মাজতো বৈজ্ঞানিক মানসিকতাৰ অভাৱ আছে। কেতিয়াবা কিছুমান মানুহে অভিনয়ৰ চৰিত্ৰৰ মাজত ইমানেই গভীৰভাৱে সোমাই পৰে যে বাস্তৱটো তেনেদৰে আচৰণ কৰিব ধৰে...
Jar logot ghote teu he Jane. Bahiror pora kuatu xohoj. Mur xamanyo sintare agborhaisu kothaxar. Sob kotha bigyane bujabo nuare......
Right 👍 etiya science r jug.....ei ghotona r aror rohosya hoitu beleg......Ami dekhi thoka kotha bur he biswax Kori lobo lage.....moi nijeu 15 bosoriya suwali .....kintu science k prothom biswax kru....teur hoitu beleg swasthya jonito karonot ene hoise....🙏🏻🙏🏻 Beya napabo kuneu kintu moi ji bujisu hei kotha khini he koisu
@@surjitkamaldas5599akdom right anei kunubai al bal mari thakile nohob ajoni 13 bosoriya suwaliye jani buji aibur nokore jsi sri kishna radhe radhe
@@Nyzeex-007 dhanyabad ....
Krishna...
বিজ্ঞানে কেতিয়াও অনন্ত কোটি ব্ৰহ্মাণ্ড ঢুকি পাব নোৱাৰে অথচ সীমিত আৰু নিম্ন মানসিকতাৰে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ৰচক জনৰ মহিমা বুজি পোৱাটো বহুটো শিক্ষিত লোকৰ বাবে দূৰৰ কথা 😂😏 jai shree Krishna
জাই শ্ৰী কৃষ্ণ কৃষ্ণ ❤🌺💕💖💕🥺💘🥀💕🥀
He provu val ontoror manuhk xodai rokhaa kora provu 🙏🙏🙏🙏 joy shree krishna
বৈজ্ঞানিক মানসিকতা অভাৱৰ বাবে এইবোৰ বিয়পি পৰে ।তাকে আমাৰ মানুহ বিলাকে বৰ ভাল পায়।
He probhu mor poriyal to vale rakhiba
সহশ্ৰ কুটি প্ৰণাম প্ৰভু 🙏
Vogobane ja Jane ru ...hokolure mongol hok🙏🙏
হে কৃষ্ণ প্ৰভূ আমাক কৃপা কৰে মেন 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 ওও
Krishna Krishna 🙏🙏🙏🙏 Tumi sokoluke vale rakhiba
Krishna prabhu srisoronot aami odhormie sotokoti sewa jonaisu krishna krishna krishna krishna krishna krishna krishna krishna prabhu
যৱতী গৰাকী অতি পবিত্ৰ মনৰ , সেইবাবেহে কৃষ্ণ প্ৰভুই তাইৰ ওপৰত কৃপা কৰিছে । ইয়াকে,, লৈ কিছুমানে তুলুঙা মন্তব্য কৰিছে , যেনে মালাডাল ছিঙি দিয়া গুছি যাৱ । ক'ত গুচি যাব ? ভগৱান দেখোন সকলোতে বিৰাজমান। এনে ধৰনৰ ঈশ্বৰৰ মহিমা বূজা জনেহে বুজে । নুবুজাই অনন্ত কাললৈ নুবুজাকৈয়ে থাকি যায় আৰু দৈৱ শক্তিৰ প্ৰতি বিৰূপ মনোভাৱেৰে নিজৰ অমূল্য জীৱন নষ্ট কৰে । শেষত নিষ্ঠুৰ মনোভাৱ পৰিহাৰ কৰি ভগৱন্তৰ শ্ৰী চৰণত মন দি ভক্তিৰ বন্তিজ্বলাই মানৱ জীৱন সফল কৰাহে সকলোৰে কামনা হোৱা উচিত ।
Vaii Vogobank amio Mano kintu iman vogoban karubar body ahi pabo xeito impossible... 2023 hoi iman Science agbarhil kintu tumalokr mental cinta agnabarhil... Chandrayan goi candra pale.. Alop cinta dhara bur change kora.. aiburr babe amar India agbarhibo pora nai...... Suwali jonik Doctor rk dekhuwa Saba vall hoi jabo..tair Mental kiba problem hb pare ba Nervous hoise sage....
apuni hoitu gm napai kintu ane ghotona protibosore rax t ghote . aya kunu bhagawan lombha nhoi aye otimatra light r effect , khul tal r xobdo , aru body temperature barhi jua nasi nasi ane kisu factor r karone vau lua gorakir delusion hoi jai . jak science r bhaxat grandiose delusion buli koi . xokolure nhoi kisuman r logot ane hoi .[juar bar amar gaon t xonkhosur lua gorakir anekua same condition hoisil teu r sge mon pobitra nasil😂😂]
@@jagritmousambora690 yes
জয় শ্ৰী কৃষ্ণ ❤🙏
হেপ্ৰভু ৰক্ষাকৰা কৃষ্ণ কৃষ্ণ
জয় শ্ৰী কৃষ্ণ কৃপা কৰিবা ।
প্ৰভুৰ কৃপা দৃষ্টি সকলোতে বৰ্তি থাকক🙏🙏
Joi shree Krishna xokoluke vale kukhole rakhiba❤❤
কৃষ্ণ প্ৰভু তোমাৰ চৰণত শত কোটি প্ৰণান 🙏🙏🙏🙏
জয় শ্ৰী কৃষ্ণ 🙏🙏❤️❤️🌷🌷
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৌট কৌটি কৌটি নমক্সাৰ প্ৰভু
হে ভগৱান সকলোকে ৰক্ষা কৰা
কৃষ্ণ কৃষ্ণ্ কৃষ্ণ
Hare Krishna hare krishna krishna krishna hare hare hare Rama hare Rama Rama Rama hare hare ❤❤❤
সঁচাকৈয়েভগৱানৰ মহিমা আপাৰ🙏🙏🙏
কৃষ্ণ🙏🙏🙏🙏
ভগৱানেভালেৰাখক, জয়গুৰুশংকৰ, ভগবানপৃথিবীতআছে,
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
He hori Krishna... Tumak hotokuti pronam provu...ei dhoraloi tumar agomon ati proyujon...
Jai shree Krishna🕉️🌺💐🌺💐🌺💐🌺💐🌺 🙏🙏🙏
কৃষ্ণ প্ৰভু তোমাৰ চৰণত প্ৰণাম জনালোঁ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ🙏🙏
কৃষ্ণ কৃষ্ণ🙏🙏❤
Ei prithibit bhogamun ase jodihey apunalukey bisahkhor moneyre ba sakure sai hodai apunakai hohai koribo,, Jai shree Krishna,, har har Mahadev
Jai shree Krishna ❤️🙏🏻❤️❤️❤️❤️
ভগৱানৰ আৱিৰ্ভাৱ 🙏
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Prabhu akak ashibad kariba
মানুহৰ দেহ ইমান পবিত্ৰ নহয় যে ভগৱান শ্ৰীকৃষ্ণ আহি সোমাই যাব, 🙏 কিমান গুণ জ্ঞান থকা সন্ন্যাসী ৰূপী মানুহৰ শৰীৰতে যেতিয়া ভগৱান লম্ভী নাযায় তেতিয়া কেনেকৈ এই সামান্য ছোৱালী জনীৰ দেহত প্ৰবেশ কৰিব?? ছোৱালীজনীৰ মানসিক ভাৱে দুৰ্বল নহলে তাই ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ গভীৰতাত বাৰুকৈয়ে সোমাই গ ল 😊🙏
কমেণ্টত কৃষ্ণ কৃষ্ণ কৰি থকা মানুহ বোৰ কম পাগল নহয়। বিশ্বাস আৰু অন্ধ বিশ্বাসৰ মাজৰ পাৰ্থক্য বুজিব লাগে অলপ। অতি সোনকালে ডক্টৰৰ লগত যোগাযোগ নকৰিলে পগলা হোৱাৰ দিশে গতি কৰিছে ছোৱালী জনী।
কৃষ্ণ নাৰায়ণ 🙏❤️🙏
Krishna means peac 💗💗 love Krishna 💗🙏
কৃষ্ণ কৃষ্ণ প্ৰভু সকলোকে কৃপা কৰিব
Jai shree krishna
হে প্ৰভু কৃপা কৰিবা🙏
কৃষ্ণ কৃষ্ণ হে বুলিলো । বাতৰিতো পাইছিলো ।❤❤❤
Krisna❤
Moi buhut kandilo...anandat....mobilot holew...real krisna babak..dekhilo....dhoinya ai jibon.....joi shri krisna....
😍🥰jai sri krishna
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ প্ৰভু দয়াময় ❤️
Krishna provu kripa kora
কৃষ্ণ প্ৰভু তোমাক শতকোতি বাৰ প্ৰণাম 🙏🙏🙏♥️
"Jai guru Sankar" Jai Sri Krishna" 2.12.2023.
God bless to all. Shri Shri Krishna.
Jai shree radhe krishna 🙏💗💞❤️🙏💗🥺
কৃষ্ণ কৃষ্ণ প্ৰভূ।আপোনাৰ লীলা অপাৰ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ কৃপা কৰিব ! !
He prabhu Krishna kripa kariba🙏🙏🙏
Hare Krishna hare Krishna hare Krishna Jai Sri Krishna Jai Sri Krishna Jai Sri Krishna 🙏🙏🙏🙏🙏
Shree Krishna Gobindo Hore murari He natho narayono bashudeba 🙏🙏🙏🌷🌷🌷
Jay Shri Radhe - Shyam
আজিৰ যুগত এইবোৰ কাহিনীয়ে ভাৰতক বহু বছৰ পিচুৱাই নিলে অ ককাই
Eman agot goi toi ke kori aso uporot gusi ja
Ekdom
Rakh khonor hompurno, video debo..ameu saam.. bor Mon goisay... Krishna.
Krishan প্রভু🙏
কৃষ্ণ কৃষ্ণ চৰণে প্ৰণাম প্ৰভূ 🙏🕉️
Jai Sri Krishna. I am from Sivasagar district in Assam, Nimaijan village Betbari mouza.
Moiu eke thaire
Wao bhogoban e ph t o katha pate..... Nice
কৃষ্ণ প্ৰভু❤🙏
🙏🙏🙏🙏 হে প্রভু তোমাক প্রনাম 🙏🙏🙏
জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী কৃষ্ণ।
Krisna
আমি আগৰ ভিডেওটোত কমেন্তত কৈচিলো যি সকলে দেখিছে অনন্ত কোটিৰ সঞ্চিত পুণ্যৰ বলত দেখা পোৱা বুলি কৈছিলো। আমি এইবিলাকত জৰিত আছোঁ না কাৰোবাৰ লগত সম্পৰ্ক আছে। আমাৰো এই বিষয়ত অভিজ্ঞতা আছে।
হয় বহুতে ডক্টৰ, বিজ্ঞান কৰি উপলুঙা কৰে।
Sir Sri Krishna Prabhu parnam🙏🙏🙏🙏🙏🙏🙏
শ্ৰী শ্ৰী কৃষ্ণয়ে নমো নমঃ ,সেৱা গ্ৰহণ কৰিব ।চত্ৰ ছায়াৰ তলত ৰাখি আশীৰ্বাদ কৰিব ।মনৰ আশা পূৰণ কৰে যেন ।চাৰিও তাৰে মঙ্গল কৰিব ।
জানেই আমাৰ চাৰিও
Hare Krishna ❣️🌹❣️🌹🙏🙏🚩😍
ভগৱানক,মানুহেই,ৰুপ,দি,ভগৱানক,অবিশবাস,কৰা,যেন,লাগে,
Toi miyar lgt pokor uporot kori alla underwear kor
জয় শ্ৰী কৃষ্ণ ❤️🙏🙏🙏🌿🌼🌺
এইয়া ভগৱান লম্ভা নাই। ছোৱালীজনীয়ে চৰিত্ৰৰ মাজত এনেদৰে সোমাই পৰিছিল নিজৰ অস্তিত্ব পাহৰি নিজকে স্বয়ং ভগৱান বুলি ভাবে।এইয়া অৱচেতন মনৰ এক ক্ৰীয়া।অৱচেতন অৱস্থাত মানুহৰ মগজুৰ পৰিচালনা অংশ কাৰ্য্য ক্ষমতা কমি যায় আৰু অস্বাভাৱিক ক্ৰীয়া কৰে ।চেতন অৱস্থাতলৈ আহিলেই ভাল হ'ব।কিন্ত্ত মানুহে এইদৰে পুজা সেৱা কৰিবলে ললে তাই মানসিক চাপত পৰি চেতন অৱস্থালৈ অহাত বহু পলম হ'ব।
Like bhool bhoolaya movie
১০০%
@@Highlightsmusic123 চন্দ্ৰমুখী চিনেমা খনৰো এনেদৰেই কাহিনী আছে।
O nomo krisna