চৰাইদেউ বিহু || Fuli || Sankar || Bipul Chetia Phukon || Bihu Song 2022|| Charaideu || ৰঙৰে ৰঙালী
ฝัง
- เผยแพร่เมื่อ 11 ม.ค. 2022
- জিতু আৰু দেৱজিতৰ পৰিকল্পনাৰে
চৰাইদেউবিহুদলৰ “ৰঙৰে ৰঙালী ২০২২''
প্ৰযোজনা= জিতু, দেৱজিৎ, বিশ্বজিৎ ৷
কণ্ঠশিল্পী- ফুলি, শংকৰ , বিপুল চেতিয়া ফুকন ৷
সহযোগী কণ্ঠশিল্পী- জিতু, যুগল, মৃদুল।
শব্দ সংম্ৰিশ্ৰন- ৰাজোত্তম বড়া (কানাই)
বানীবন্ধন- ষ্টুডিঅ’ আৰ কে ডিজিটেল, বালিঘাট।
কীবৰ্ড = ভদ্ৰকান্ত দাস ৷
বাঁহী- বিতুপন গগৈ ৷
পেপা- জিতু ৷
ঢোল - বিশ্বজিৎ চাংমাই, দ্বীপ, ধীৰাজ ৷
তাল,গগনা- দেবজিৎ ৷
বীন- গৌতম ৷
নৃত্য নিৰ্দেশনা - ৰূপম বৰুৱা ৷
ভিডিঅ’ পৰিচালনা-বিতুপন বৰগোহাঁই।
কেমেৰা - ৰাজা
ভিডিঅ' সম্প্ৰাদনা- তিলক ৰঞ্জন হাজৰিকা
দ্ৰোন - সীমাঞ্জল, পাপু আলি
বিশেষ কৃতজ্ঞতা
প্ৰদীপ বৰুৱা ফুকন, পুলিন মহন, শৰৎ শ্ৰাৱন, দ্বীজেন গগৈ, দুৰ্লভ বুঢ়াগোঁহাই, বিজু কোৱঁৰ, নৃপেন গগৈ, মিনতী গগৈ, জয়ামণি দুৱৰা, তপন তাঁতী,পাপু, হিতেশ্বৰ, ৰাজা,নৱজিৎ, পংকজ,চন্দন,দিম্পল, বুবু, উৎপল, দুৰ্নিবান, চিন্টু, নীলজ্যোতি, অংকিতা, জিনিয়া,প্ৰিয়ংকা,দিক্ষীতা,নিৰুপমা, দেৱযানী, পূজাশ্ৰী,টিনা, মৌচুমী, লীজা,প্ৰাৰ্থনা, চিন্দ্ৰেলা,লগতে চৰাইদেউ বিহুদলৰ সমূহ সদস্য- সদস্যা সকল ৷ - เพลง
চৰাইদেউ হুঁচৰি বহুত ভাল লাগে । প্ৰত্যেক বিহুৱা লৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ২০২৪ । Love from morigaon ❤
কি অপৰূপ, ইমান সুন্দৰ আমাৰ অমিয়া সংস্কৃতি, ইমান সুন্দৰ পৰিৱেশন, এইবোৰহে প্ৰকৃত বিহুনাম, অসমৰ বিহু মূলত কৃষিৰ ওপৰত আধাৰিত, গতিকে নৈ পাৰৰ কথা, কঠিয়া তোলা, পেলোৱা ,ভুই ৰোৱাৰ পৰা সোণগুটি ভড়াঁললৈ চপাই অনালৈকে বিহুনাম আছে, আৰু এইটো হুচৰি গীতত সকলো পাইছো, সচাঁই আপ্লুত হৈছো, চৰাইদেউ হুচৰি অমৰ হওঁক , বিশ্ব দৰবাৰত অসমৰ অমিয়া বিহুনাম বোৰ চৰাইদেউ হুচৰি দলে প্ৰতিষ্ঠা কৰক,
বহুত ভাল লাগিল বিহু যোৱা চাই
চৰাইদেউ আমাৰ গৌৰৱ
চৰাইদেউ পৰা কোন কোন আছে এটা লাইক
ধন্যবাদ ৷
ফুলি আৰু দেৱজিৎ মোৰ নিচাদেউ হয়
অতি সুন্দৰ প্ৰদৰ্শন কৰিছে সঁচা বহুত ভাল লাগিছে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল,
বহুত ভাল লাগিল (জয় চৰাইদেউ)
Aji uruka dina bihu bihu okl bihu logai asu DJ t kija moja lagisa o eman Dhuniya Dhuniya song bor huni Thank you Anupom Bitupom da loi mur falor pra bohut bohut Rogali Bihu huvoisa thakil aru homu akhom Bakhelai mur falor pra Rogali bihu Huvoisa thakil .
Very nice.. Bihu Bihu lagi goise dei ❤️❤️❤️❤️👌👌👌👌👌👌
কমেন্ট পঢ়িবলৈ অহা সকলক কও,,,,, এনেই ভাল লাগিছে বুলি চালেই নহব, এটা এটা লাইক কৰা বিহু যোৰা কাৰনে। 🥰
সকলোলৈকে বকতাৰ পৰা বহুত বেছি মৰম যাচিলো। 😍😍😍
🙏
বহুত দিনৰ মুৰত এনেকুৱা হুচৰী শুনিৱলৈ পায় বহুত ভাল লাগিল । আগলৈ এনেকুৱা হুচৰী শুনিবলৈ পাম বুলি আশা থাকিল
Bor hundar.aru jate val hoi😘😘
বৰ ধুনীয়া হৈছে।
সকলোৱে ভাল পাই আমাৰ মৰমৰ চৰাইদেও বিহু দল টিক❤️❤️❤️❤️
চৰাইদেওঁ হুছৰি বা বিহু বুলি কলে আৰু কবলৈ বাকী নাই অতি সুন্দৰ 👌👌👌👌👌
ধন্যবাদ ৷
Bihu buli akhare bat sai asilu... git ti pai bohut agrohere saisu..bohut xundor hoise..akha krisu agoloiu anekoi aru val val git paijam...
বহুত দিনৰ মূৰত ভাল বিহু এজোৰা দেখিবলৈ পালোঁ সঁচাই কবলৈ শব্দ নাই আৰু আগুৱাই যাওক আৰু এনেকুৱা ভাল ভাল পুৰণি বিহু নাম উপহাৰ দি যাওক তাৰেই কামনা কৰিলোঁ
ধন্যবাদ৷ ৷ নিশচয় চেষ্টা কৰি যাম, আশীৰ্বাদ কৰিব।
Rupom da fuli daa ru Nobo apunalukok bohut bhal lagise.adin MOI u je chorai deu bihu jurate nasim buli bhabisilu.Comments tu dia derie hoi gol
চৰাইদেউ আমাৰ আৱেগ 😍😍❤️❤️। আগতীয়াকৈ সকলো অসমবাসী ৰাইজক ভোগৰ উৎসৱ ভোগালী ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ধন্যবাদ ৷
সঁচাই কবলৈ ভাষা নাই আমাৰ চৰাইদেউ বহুত ধুনীয়া
ৰঙৰে ৰঙালী আহিলে বিহুতি 😍❤️🔥💞
ধন্যবাদ ৷
Bihu logai dile gat dei, mojjjjaaa best super
Bor val lagisy bihu gan huni logaty val lagise bihu nas sai
Hundor lagil dai bor dhuniya hoyse hokoluke bhugali bihur bohut bohut morom jasilu love you all 💖💞💖😍😘😘👌👌👌👍🙏
ধন্যবাদ ৷
বহুত ভাল লাগিল
Birate dhuniya hoise ♥️♥️♥️ চৰাইদেও ♥️♥️
Bor dhunia dhool &all performance
Bohut dhuniya ♥️♥️♥️👌👌👌👌
বহুত ভাল লাগিল 😘😘👌👌
সুন্দৰ জিতু দা
Oti Sundar ❤️😘😘
Dada bhout hundor bihu
বহুত ভাল লাগিল। ।।
Moja moja bhut bhut vl lgel ❤️❤️
Bohut bohut vall lagisa
Aiiijoooo ... Nasu nasu lagi goise dada ... Khubo dhuniya bihu nam ... Morigaon r pora bohut bohut morom aru xuvexha thakil ❤️❤️❤️❤️
কবলৈ ভাষা নাই ককাইদেউ বহুত ভাল লাগিল ভিডিও টি চাই ককাইদেউ ❤❤❤❤
Bhut dhunia
ভাল লাগিল, লগতে ভোগালীৰ ওলগ জনালোঁ🙏
Bahut bhaal lagil.
ধুনীয়া হৈছে,,,,
Bohu dhunia hoise
অতি সুন্দৰ,
অতি সুন্দৰ হৈছে ককাইহঁত, অসমীয়াৰ ঘৰৰ চোতাল আৰু বিহুৰ এক সুন্দৰ উপস্থাপন আগলৈ আৰু হুঁচৰি আশা কৰিলোঁ....
ধন্যবাদ ৷ নিশ্চয় চেষ্টা কৰি যাম ৷
Khub hundor ..
Bihu Bihu mojja 🥰😍🥰🥰🥰
Very nice song and all 🙌👌
Bhut dhuniya soooo 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
Ati hundar ❤️❤️
Hundur..
সুন্দৰ।
ভাল লাগিল ককাইদেউ হত ।
অতি সুন্দৰ। এক নিভাঁজ বিহু হুঁচৰি গাঁৱলীয়া জীৱনৰ।😘🤗💐💐💐
ধন্যবাদ, আশীৰ্বাদ কৰিব ৷
Hundor oti mon porokha
অতি সূন্দৰ।
সুন্দৰ
অপূৰ্ব
সচাঁই অতি সুন্দৰ ❤
সুন্দৰ প্ৰদৰ্শন ৷
U
খুব ভাল হৈছে 👍👍👍
Bor dhuniya hoise
dhuniya dei👌👌💕💞💕💞💕
Hundor. 😍👍👌👌👌
Bhttt bsi vl lgise aneu moi dhulor mat hunile rboi nuwaru ☺️💙
bor dhuniya lagise hosai
Mozaaahh.. ❤️🔥🔥
চৰাইদেউ বিহু আমাৰ আবেগ❤️
ধন্যবাদ ৷
Vl lagil
অতি সুন্দৰ প্ৰদৰ্শন।
ধন্যবাদ ৷
purona bihu uvotai anise 🙏❤️❤️
অতি সুন্দর
অনুপম প্ৰাণ ভৰি গ'ল।
অতি সুন্দৰ ।
অতি সুন্দৰ প্ৰদৰ্শন.... আজৈ...
মজা।।
Bohut dhuniya asomr Bihu
জয় চৰাইদেউ বিহু দ'ল। সকলোটিলৈ বিহুৰ শুভেচ্ছা জনালোঁ।
ধন্যবাদ ৷
Hope your team will contribute like bihu songs more.
সুন্দৰ শংকৰ,
Val lagil
Moja
খুব সুন্দৰ হৈছে
Hundar lagil . 💕💕💕
বৰ ভাল লাগিল😘😘😘
সুন্দৰ জিতুদা 👍👍
ভোগালী বিহুৰ শুভেচ্ছা থাকিল
ধন্যবাদ দেই ৷ তোমালৈও ভোগালীৰ শুভেচ্ছা থাকিল ৷
সুন্দৰ হৈছে
বহুত বহুত ভাল লাগিছে
Mind blowing.❤
Apunalukar channelot upload kora pratitu bihuei axadharan ...axex dhonyabaad amar kristik nivaj rupat aagbohai niyar babe
বহুত সুন্দৰ ।
মজা
Otike apun manuhkhinik dekhi bor val lagile deii ❤️.anupam da🙏..Dhiraj&deep dhul..khundon🔥😁
ধন্যবাদ ৰাহুল।
অপূৰ্ব এয়াই আমাৰ অসমৰ হৃদয়ৰ আমঠু ৰঙালী বিহু, সদৌ শেষত মোৰ ফালৰ পৰা চৰাইদেউ বিহু দলতিলৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো.
জুই
সুন্দৰ হৈছে।
Bohut vl lagil dy oti Hundor
Moja fuli da
Nice Liza and Nirupoma.ধুনীয়া হৈছে
ভাল লাগিল ❣️
বঢ়িয়া !
Happy rangali bihu ❤❤
GOOD JOB KANAIDA... HABUNG U VAL HOISE
বৰ ভাল লাগিছে দেই... মন ৰাইজাই কৰিছে ❤❤❤❤
ধন্যবাদ
বৰ সুন্দৰ হুচৰি দল !সকলোলৈকে আগন্তুক হেপাহঁৰ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ !