ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

আইতাই কৈছিলে-২০২২ || Aitai Koisile-2022 || Bapuji Konwar || Satyajit Das & Bakul (Cheo Bihu)

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ม.ค. 2022

ความคิดเห็น • 725

  • @axomkk8656
    @axomkk8656 2 ปีที่แล้ว +56

    অনুপম দা চেনেলৰ বাবে অসমীয়া বিহু গীত বোৰ পুনৰ এবাৰ প্ৰাণ পাই উঠিছে ,অসম বাসী ৰাইজে বহুত বেছি মৰম দিয়ক আপোনাক । Love from Dhemaji

  • @abhinash7796
    @abhinash7796 2 ปีที่แล้ว +10

    অতি সুন্দৰ হৈছে। আৰু নো কি কম। কবলৈ ভাষা নাই। সুন্দৰ কণ্ঠ বাপুজিদা । 😍😍

  • @nitukalita9964
    @nitukalita9964 2 ปีที่แล้ว +14

    ইমান ধুনীয়া কন্ঠদান কৰিছে দুয়োজনেই কবলে ভাষা নাই 🙏🏻🙏🏻🙏🏻🙏🏻💖💖💖

  • @bikrambbaruah9163
    @bikrambbaruah9163 2 ปีที่แล้ว +12

    কবলৈ ভাষা নাই অতি সুন্দৰ ❤️❤️❤️

  • @desigirl6257
    @desigirl6257 2 ปีที่แล้ว +62

    আইতাৰ নিভাঁজ মৰম ❤️। আপোনালোকৰ কণ্ঠৰ যাদু। বাদ্যযন্ত্ৰৰ সমাহাৰে মন প্ৰাণ মুহি পেলাইছে ,,,,,, আপোনালোকৰ এই প্ৰচেষ্টাই প্ৰাণ পাই উঠক হেৰাই যাব খোজা বাপুটি সাহোন ৰঙালী বিহুটিক জীয়াই ৰাখক,, তাৰে কামনাৰে ,,,,,,, লখিমপুৰৰ পৰা অলপ মৰম💜💜 ককাইদেউ সকল

  • @jayantachetia9484
    @jayantachetia9484 2 ปีที่แล้ว +6

    এই বছৰৰ শ্ৰেষ্ঠ বিহু গীত। বহুত ধন্যবাদ কলাকুশলীলৈ এনে এটা সুন্দৰ বিহু গীত উপহাৰ দিয়াৰ বাবে। এটা অনুৰোধ, বিহু গীত বোৰত ৰাম কৃষ্ণ হৰি ভগৱান, এনেবোৰ শব্দ ব্যবহাৰ নকৰাই উচিত। কাৰন বিহু কৃষি ভিত্তি ক উৎসৱ। কোনো ধৰ্ম ৰ লগত জড়িত নহয় বিহু।

  • @riderover7
    @riderover7 ปีที่แล้ว +14

    হেৰাই যাব ধৰা খাতি অসমীয়া বিহুগীতত এক নতুন মাত্ৰা প্ৰদান কৰিছে । হৃদয় স্পৰ্শা । অতি মধুৰ গীত ।

  • @moondihingia1041
    @moondihingia1041 2 ปีที่แล้ว +103

    আইত জৈ, বিহু তো এবাৰে শুনিলো একান্ত মনে শুনিলো, মুঠতে কি কম ভাষা নাই বুজাবলৈ, ইমান যে ভাল লাগিল, আৰু আশা কৰো আপোনালোকে এনেকৈ আমাক ভাল ভাল বিহু বিলাক উপহাৰ দি যাব, সকলোৱে আগুৱাই যাওক 🧡💙🧡

  • @itzrupjyoti6222
    @itzrupjyoti6222 2 ปีที่แล้ว +90

    এনেকুৱা কৈ থলুৱা বাদ্য যন্ত্ৰৰে , নিভাজ বিহু গীত সমূহ উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।।❤️
    যোৰহাটৰ পৰা বহুত বহুত মৰম যাচিলোঁ।। গীতটিৰ লগত জড়িত প্ৰত্যেকজন কলা কুশলীলৈ।।

    • @fluteminal538
      @fluteminal538 2 ปีที่แล้ว +2

      😍

    • @utpalboraa9484
      @utpalboraa9484 2 ปีที่แล้ว +1

      aiahe asomia deka

    • @prasantagoswami1477
      @prasantagoswami1477 2 ปีที่แล้ว +2

      বৰ ভাল লাগিল । আৰু ভাল লাগিল আটাই কেইজন কলাকৌশলীক একে লগে দেখা পায়।

    • @rontusaikia2619
      @rontusaikia2619 2 ปีที่แล้ว +2

      মজা। বিহু বিহু লাগিছে গাত। সুন্দৰ বিহুগীত এটা উপহাৰ দিয়াৰ বাবে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলো।

    • @amulyadas4731
      @amulyadas4731 2 ปีที่แล้ว +1

      Newjobanda

  • @ankurjyotibarua7294
    @ankurjyotibarua7294 2 ปีที่แล้ว +68

    নিভাঁজ এটি বিহুগীত...❤❤🔥🔥
    সমূহ কলা-কুশলীলৈ আন্তৰিক ধন্যবাদ ❤🙏

  • @diptibaruah394
    @diptibaruah394 ปีที่แล้ว +2

    আইতাই কৈছিলে বিহুগীত শুনি কিমান ভাল লাগিল কবলৈ ভাষা নিই । বৰ সুন্দৰ। শুনি থাখি ম যেন...

  • @manashjyoticreations
    @manashjyoticreations ปีที่แล้ว +1

    Moiii pogola hoi goisu . Ki mojja gaan . Aji kli anekua gaan naikiai hoi goiseee . Woooowwwwwwww

  • @staywithlakshya520
    @staywithlakshya520 ปีที่แล้ว +2

    সঁচাই বহুত ভাল লাগে আপোনালোকৰ এই পৰিয়াল টো।।এনেকুৱা থলুৱা বিহু বছৰত দুটাকৈ হলেও শুনাৰ আশা পুহি ৰাখিলোঁ।।

  • @munmiduttaburagohain4909
    @munmiduttaburagohain4909 ปีที่แล้ว +18

    এওঁলোক হে প্ৰকৃত গায়ক,,,, 🙏চচিয়েল মিডিয়াত ভাইৰেল হৈ গায়ক হোৱা বোৰ গায়ক নহয়। বহুত কিবাকিবি ব্যবহাৰ কৰি মাথো নিজৰ মাতটো সুন্দৰ কৰিবলৈ চেষ্টা কৰাৰ এক প্ৰয়াসহে কৰে।

  • @moondeepnath861
    @moondeepnath861 2 ปีที่แล้ว +48

    বহুত ভাল লাগিল গান টো শুনি । নিভাজ বিহু গীত । আজিকালি এনে গীত শুনিবলৈ নোপোৱা হলো । গীত টোৰ লগত জড়িত সকলো সদস্য আন্তৰিক অভিনন্দন আৰু শুভকামনা জনালোঁ ।

  • @dipakuwar3919
    @dipakuwar3919 2 ปีที่แล้ว

    Hosai bhut val lagil......Bapuji dada amr usorore hoi....👌👌

  • @horeshduarah3906
    @horeshduarah3906 2 ปีที่แล้ว +13

    বহুত সুন্দৰ।মাটিৰ গোন্ধ থকা বিহু নাম।আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো।আৰু বহুত আশা কৰিছো অনাগত দিনত।

  • @prachujyaborthakur9399
    @prachujyaborthakur9399 2 ปีที่แล้ว +7

    সঁচাকৈয়ে বৰ আপ্লুত হলো এটা নিভাজ বিহু গীত আমাৰ দৰে শ্ৰুতাক উপহাৰ দিয়াৰ বাবে,,,, অযুত ধন্যবাদ সকলো লৈকে,

  • @abinashbarman1116
    @abinashbarman1116 11 หลายเดือนก่อน +3

    এইয়া হে বিহু গীত, একেবাৰে মাটিৰ পৰশ থকা ❤️❤️

  • @monjyotihazrika9311
    @monjyotihazrika9311 2 ปีที่แล้ว +4

    অতি সুন্দৰ অনুপম বিতুপন।বাপুজীক লগ পোৱা নাই যদিও বন্ধু নিৰন্জনৰ পৰা গম পালো বিহু গীতটো দুয়োৰে
    সৃষ্টি। সচাই কেচামাটিৰ গোন্ধৰে চহাশব্দৰে সুন্দৰ সুৰেৰে সুন্দৰ কণ্ঠৰে ৰাইজক উপহাৰ দিয়াৰ বাবে ধন্যবাদ। নতুন শিল্পী জনৰ পৰা বহুত আশা কৰিলো। জান বিশ্ব ৰ লগতে বাকী শিল্পী সকললৈ ধন্যবাদ🙏🙏🙏

  • @tuntundas4511
    @tuntundas4511 2 ปีที่แล้ว +1

    Ekdam mojja deiii

  • @dipanjalibhuyan6325
    @dipanjalibhuyan6325 2 ปีที่แล้ว +1

    Khub hundor... Val hoise

  • @nilkamalbhuyan9507
    @nilkamalbhuyan9507 2 ปีที่แล้ว

    একো নকওঁ আৰু দেই, ভাষাই নাই, ইমানেই ধুনীয়া, শুনিয়েই আছো

  • @sauravvlog3722
    @sauravvlog3722 ปีที่แล้ว +2

    বহুত বহুত ধুনীয়া লাগিছে ❤❤❤।।

  • @bhrigukr.kalita6043
    @bhrigukr.kalita6043 2 ปีที่แล้ว +53

    বিহুবোৰ বিহুৰ দলে হ’লে দেহ মন শীতল পৰে। যেন আহতৰ তলত বিহু শুনি আছো তেনেকুৱা অনুভৱ হৈছে৷ সুন্দৰ সংগীত ব্যৱস্থাপনা৷

  • @nitulduarah3023
    @nitulduarah3023 2 ปีที่แล้ว +6

    বহুত ভাল লাগিছে, ইমান এটা সুন্দৰ বিহুগীত উপহাৰ দিয়াৰ বাবে ধন্যবাদ। সদায় এনেকৈয়ে বিহুৰ প্ৰকৃত মাদকতাৰে গান উপহাৰ দি যাব বুলি আশাবাদী আমি। ৰাইজে নিশ্চয়কৈ আকোঁৱালি ল'ব।

  • @JikuJubin
    @JikuJubin 2 ปีที่แล้ว +2

    Porise dey aisat 🔥🔥

  • @gulsonhazarika9252
    @gulsonhazarika9252 2 ปีที่แล้ว +2

    bapuji da aru satya da moja moja❤️❤️❤️

  • @sewaligogoi3175
    @sewaligogoi3175 2 ปีที่แล้ว +5

    বহুত ভাল লাগিছে। প্ৰকৃত বিহু গীত এইয়া। আজিকালি যিহে আৰু,,,,

  • @pransumoniphukon649
    @pransumoniphukon649 2 ปีที่แล้ว +47

    এইধৰণৰ বিহুকেই কয় অসমীয়াৰ হিয়াৰ আমঠুৰ বিহু সুৰীয়া বিহুগীত, আৰু এটা কথা আপোনালোকৰ কওঁ , পেপাৰ যিটো লহৰ, আৰু বিহুগীতৰ সুন্দৰ শব্দবোৰ বিচাৰি উলিয়াবলৈ সক্ষম হৈছে বহুত ধন্যবাদ

  • @mukundabhuyan6174
    @mukundabhuyan6174 2 ปีที่แล้ว +1

    Satyajit Daa r poraa... Aru bihu huniboloi paam buli akha korilu....
    Your voice is 🔥

  • @babusarma4731
    @babusarma4731 2 ปีที่แล้ว +5

    বিহু হলে এনেকোৱা হ'ৱ লাগে। ভাল লাগিল শুনি আৰু এনেকোৱা থলুৱা বিহু গিত আগলৈ পাম বুলি আশা কৰিছো আপোনাৰলোকৰ পৰা

  • @tulanpatar8925
    @tulanpatar8925 ปีที่แล้ว +1

    Behu bor de thakib ,,❤️❤️❤️val lage , very nice 👌👌👌👌

  • @nabanitalahkar6540
    @nabanitalahkar6540 2 ปีที่แล้ว +4

    অপেক্ষাৰ অন্তত আহিল গানটো...বহুত ভাল পাওঁ গানটো❤️

  • @khanikarprachurjya1137
    @khanikarprachurjya1137 2 ปีที่แล้ว +2

    আই জৌ কলিজা এনেকোৱা বিহু শুনিলে শুনি থাকিবলৈ মন যায়... এহহ্ মজ্জা

  • @sabitaboruah4809
    @sabitaboruah4809 2 ปีที่แล้ว +3

    কিমান যে ভাল লাগিল বুজাবৰ ভাষা নাই ।।।।। শব্দৰ অভাৱ হৈছে অঅঅ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 หลายเดือนก่อน +1

    আইতাৰ মৰম জানিবা সদায় নিভাজ মৰম, ভাল নহয়নে বাৰু, ভৱিষ্যতে ও এনে মৰম সচাকৈ আপুৰোগীয়া তাকে লৈ বহু কথাই মনলৈ আহে বৰকৈ, গাই যাওক চোন ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ, ভৱিষ্যতে ও এনে ধৰণৰ বিহু গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক এই মানসেৰে ই,

  • @prantikdas4110
    @prantikdas4110 2 ปีที่แล้ว +13

    আইতাই কৈছিলে is emotion

  • @loveumurshad0898
    @loveumurshad0898 2 ปีที่แล้ว +1

    Joye asham 😍😍😍
    Joye bihu 😘😘😘

  • @uwarnab2593
    @uwarnab2593 2 ปีที่แล้ว +4

    Ufffff ❤️❤️❤️❤️

  • @prakashdas6683
    @prakashdas6683 2 ปีที่แล้ว +5

    কেচা মাটিৰ গুন্ধ থকা বিহু গীত বিহু বিহু লাগি গৈছে খুব সুন্দৰ বিহু গীত

  • @dhirajsaikia7362
    @dhirajsaikia7362 2 ปีที่แล้ว +2

    Finally
    Bhut Val lagil

  • @dhonphukon5247
    @dhonphukon5247 2 ปีที่แล้ว +1

    Mojja lagil dai

  • @nirmalgogoi671
    @nirmalgogoi671 2 ปีที่แล้ว +1

    Hundor bihu. Huni vall lagill

  • @user-ih3xh1zl2y
    @user-ih3xh1zl2y 7 หลายเดือนก่อน +1

    এনেই ধুনীয়া বিহু তাতে আকৌ দেৱেশ্বৰ বৰাৰ সংলাপ 👌❤️

  • @rajibdas9176
    @rajibdas9176 2 ปีที่แล้ว +1

    Bohut vhal lagisa bapuji da aru ankuwagit gai thakiboday

  • @satabdeekalitaofficial9619
    @satabdeekalitaofficial9619 2 ปีที่แล้ว +5

    ইমান সুন্দৰ হৈছে।মাঘৰ বিহু পকিব এইবাৰ.

  • @melodies8931
    @melodies8931 2 ปีที่แล้ว +38

    বিহু পকাই দিছে । অন্ততঃ আজিৰ কেকেকাকা বোৰতকৈ বহুত ওপৰত ।শুনি সুখী হলোঁ ❤️❤️❤️❤️❤️

  • @momihazarika413
    @momihazarika413 2 ปีที่แล้ว

    Otiihundor bht vl lagil♨️♨️

  • @parishmitagogoi1971
    @parishmitagogoi1971 5 หลายเดือนก่อน +1

    Khub sundor hoise🙏

  • @abhijitkishore5204
    @abhijitkishore5204 2 ปีที่แล้ว +85

    এনেকুৱা বিহু থাকিলে হে ,আমাৰ অসমীয়া সংস্কৃতি জীয়াই থাকিব💞💞💞 বহুত ভাল লাগিল গীতটো শুনি

  • @krishnakamalboruah4419
    @krishnakamalboruah4419 2 ปีที่แล้ว +31

    বাপুজি দা/গান্ধী দা ... 31 ফাষ্ট দিনা গধূলি এই গান টু আপোনাৰ বন্ধু ৰ আগত ফোন call ৰ যোগেদি real voice ত শুনি খুব ভাল লাগিল।এনেদৰে আৰু আপুনি অসমীয়া সংস্কৃতি প্ৰতি লক্ষ্য ৰাখি আগুৱাই যায় তাৰে কামনা কৰিলো ।

  • @surjvoicelittlestar1902
    @surjvoicelittlestar1902 2 ปีที่แล้ว

    Guruji joy ho....bohut vall lgil moi puwali Guruji....

  • @pankajgogoi9233
    @pankajgogoi9233 2 ปีที่แล้ว +2

    মাঘৰ বিহুত তামাম জমিব,,,এতিয়াই কৈ থলো😍😍

  • @arjitsaikia8148
    @arjitsaikia8148 2 ปีที่แล้ว +1

    Hoshai dhuniya lagisha gantu apunaluka bihu geet bilak dhuniyakoi bonaijak mur fhalor pora akhaibat thakil kokaido hokal👍👍❤️

  • @kajinemu
    @kajinemu ปีที่แล้ว +8

    নিভাজ অসমীয়া সংস্কৃতিৰ সুন্দৰ প্ৰকাশ ❤️🙏এনেকুৱা বিহু গীত বোৰ শুনিলে সচাই মন জুৰ পৰি যায় । শুনি থাকিলে শুনি থাকিবৰ মন যায় 🤗

  • @user-kaushikvlog
    @user-kaushikvlog 2 ปีที่แล้ว +4

    বৰ সুন্দৰ হৈছে দুইজন ককাইলৈ নৱবৰ্ষ হিয়া ভৰা শুভেচ্ছা লগতে ভোগালী বিহুৰ আগতীয়াকৈ ওলগ যাচিলোঁ, সছাকৈ নানাছি থাকিব নোৱাৰিলো বহুত বহুত বহুত ভাল লাগিল ,

  • @mintuborah4138
    @mintuborah4138 2 ปีที่แล้ว +1

    অতি সুন্দৰ।

  • @khanikarprachurjya1137
    @khanikarprachurjya1137 3 หลายเดือนก่อน +1

    কিমান বাৰ যে শুনিলো হিচাপে পাহৰিলো। এইধৰণৰ বিহু শুনিলে শুনি থাকিবলৈ মন যায়। কি যে মধুৰ। ❤❤❤❤❤❤❤

  • @binaborah3712
    @binaborah3712 3 หลายเดือนก่อน +1

    🎉❤সচাকৈয়ে বহুত মজা গান ❤❤️❤️❤️

  • @dkentertainment9352
    @dkentertainment9352 2 ปีที่แล้ว +7

    অতি সুন্দৰ❤❤❤❤❤❤

  • @Binoy120
    @Binoy120 ปีที่แล้ว +1

    বৰ ভাল হৈছে৷

  • @animabharali628
    @animabharali628 ปีที่แล้ว +1

    Mojja lagese apunaluk anedore aguwai daok Dada 🥰

  • @nikunjoray5764
    @nikunjoray5764 2 ปีที่แล้ว +2

    🙏 আগ্ৰহেৰে ৰৈ আছিলো গানটোৰ বাবে...ইমান ধুনীয়া গান উপহাৰ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো । অপূর্ব কন্ঠ বাপুজী দাৰ 😍😍 সত্যজিৎ দা ❤️ বিশ্বজিৎ দা ❤️ জান দা ❤️ দেবেশ্বৰ দা 🔥 অনুপম দা 🙏 আপোনাৰ চেনেলটোৰ যোগেদি আমি আগন্তুক দিনত এনেকুৱা বিহুগীত শুনিবলৈ পাম বুলি সম্পূৰ্ণ আশাবাদী 🥰🥰🥰

  • @rajanisonowal9689
    @rajanisonowal9689 ปีที่แล้ว +2

    ভাল লাগিল

  • @debajitnath2341
    @debajitnath2341 2 ปีที่แล้ว

    অতি সুন্দৰ।কবলৈ ভাষা নাই।

  • @jitulsk5594
    @jitulsk5594 2 ปีที่แล้ว +18

    বহুত ভাল লাগিল,আগলৈ যাতে এনেকুৱা থলুৱা বিহুগীত বোৰ আপোনালোকে উপহাৰ দিয়ে। গানটোৰ লগত জড়িত সকলোলৈকে শুভেচ্ছা জনাইছোঁ🙏🙏।আপোনালোক আৰু আগবাঢ়ি যাওক ।

  • @abinashsarmah2825
    @abinashsarmah2825 2 ปีที่แล้ว

    Oti hundor ,,❤️bohut val 🌺

  • @elimabegum3304
    @elimabegum3304 4 หลายเดือนก่อน +1

    Bohut. Val. Lagil ,thank. You

  • @DipankarDas-vv8cg
    @DipankarDas-vv8cg ปีที่แล้ว +1

    সুন্দৰ হৈছে।

  • @mokhtarali9579
    @mokhtarali9579 2 ปีที่แล้ว

    বহুত ভাল হৈছে।আপোনালোক আগবাঢ়ি যাওঁক!

  • @ahompuwalip.g.7894
    @ahompuwalip.g.7894 2 ปีที่แล้ว +1

    Moja lagise bro

  • @sarmilaekka1181
    @sarmilaekka1181 2 ปีที่แล้ว +2

    খুব সুন্দৰ 👌👌👌👌👌👍👍👍👍কি কম !ভাষা শব্দ বিচাৰি পোৱা নাই ।একেবাৰে দেহা মন নাচি উঠা এক নিভাঁজ বিহুগীত।আন্তৰিক ধন্যবাদ থাকিল এনে এক উপহাৰৰ বাবে ।

  • @amarjyotikumar5198
    @amarjyotikumar5198 2 ปีที่แล้ว +15

    অতি সুন্দৰ আৰু একেবাৰে নিভাঁজ বিহু। ❤️❤️❤️

  • @kuldeepboruah1986
    @kuldeepboruah1986 2 ปีที่แล้ว +1

    Val lagil...

  • @Nancymrinalinee
    @Nancymrinalinee 2 ปีที่แล้ว

    Dhuniya hoise satya aguwai ja huvesa

  • @cjbora2777
    @cjbora2777 2 ปีที่แล้ว +1

    Mojaaa....❤️

  • @unofficialstudio4619
    @unofficialstudio4619 2 ปีที่แล้ว +1

    Bapuji da aru saityajit da jindabad.. aaaijjjjoi

  • @jitulworld5391
    @jitulworld5391 2 ปีที่แล้ว +8

    বহুত ভাল লাগিল গানটো শুনি । আগলৈ আৰু এনেকুৱা গান শুনিবলৈ পাম বুলি আশা কৰিলো ।

  • @dipalibrahma4838
    @dipalibrahma4838 ปีที่แล้ว +1

    Protidinai 1ta 1ta anekuwa bihu gaan hodai diok amak hodai huni thakim . huni amoni nologa bihu wah wah

  • @h.dofficial7499
    @h.dofficial7499 2 ปีที่แล้ว +43

    আইতাকৰ মৰম বহুত ভাগ্যৰ বলত পোৱা যায় 😘😘😘😘।।।।।

  • @sonowaltips553
    @sonowaltips553 2 ปีที่แล้ว +2

    কি সুন্দৰ উফ । জয় চেও 😘😘😘 আকৌ লগ সম সকলো❣️❣️❣️

  • @prasantabordoloi239
    @prasantabordoloi239 2 ปีที่แล้ว

    সচাকৈ বহুত ভাল লাগিল!

  • @parishmitasaikia889
    @parishmitasaikia889 2 ปีที่แล้ว

    Aru anakua bihu geet pai thkim buli akha thkil .. aguwai jouk dada 🥰🥰

  • @hiranmoyeekalita3479
    @hiranmoyeekalita3479 2 ปีที่แล้ว +1

    কি কম ভাষা নাই♥️ খুব সুন্দৰ 😍

  • @ankurjyoti877
    @ankurjyoti877 2 ปีที่แล้ว

    Khosakoy bohut dhuniya hoise ❤❤❤❤❤❤❤

  • @maladeka940
    @maladeka940 2 ปีที่แล้ว

    Bohut Val lagil bihu nam to.......

  • @willowmarieduck5856
    @willowmarieduck5856 ปีที่แล้ว +1

    ভাল লাগিল দেই

  • @dirds.3493
    @dirds.3493 ปีที่แล้ว +1

    Bohut val apunalukor gan bilak huni ❤️❤️

  • @Axomiyatathal
    @Axomiyatathal 2 ปีที่แล้ว +2

    অপেক্ষাৰ অন্ত পৰিল,,,, বহুত বহুত ভাল হৈছে শুনিবলৈ 👌👌👌🔥🔥🔥🔥❤️❤️❤️❤️

  • @b2lgaming854
    @b2lgaming854 2 ปีที่แล้ว +1

    Jui🔥🔥

  • @santanudutta7879
    @santanudutta7879 2 ปีที่แล้ว +5

    বহু দিনৰ পাছত এটা নিভাঁজ বিহু শুনিলোঁ । শুভেচ্ছা জনালোঁ সকলো কলা কৌশলীলৈ

  • @pallabjit6045
    @pallabjit6045 2 ปีที่แล้ว

    Aibur he Bihu..... ❤️❤️..dhunia

  • @MAINA33
    @MAINA33 2 ปีที่แล้ว +1

    Hundor.. 🥰

  • @dimpidas7506
    @dimpidas7506 2 ปีที่แล้ว

    Val lagil bht 🥰🥰🥰

  • @harekrishnadas1807
    @harekrishnadas1807 2 ปีที่แล้ว +10

    বহুদিনৰ মুৰত সচা বিহুগীত শুনিলো , বহুত ভাল লাগিল আগলৈও পাম নিশ্চয় শুভকামনা থাকিল আপোনালোকলৈ

  • @debojitahomrk6645
    @debojitahomrk6645 2 ปีที่แล้ว

    বহুত দিনৰ পৰাই ...আজি অপেক্ষা অন্তত।।।bah কি ধুনীয়া।।টিংখঙৰ পৰা

  • @bidyutsharmayoutubechannel4505
    @bidyutsharmayoutubechannel4505 2 ปีที่แล้ว

    khub hundar hoise .....
    asha koru agoloiu enekua bihu pai thakim

  • @rajkumarhandique9271
    @rajkumarhandique9271 2 ปีที่แล้ว +4

    শুদ্ধ বিহু নাম.. নাম.. যেন অনুভৱ হৈছে.... আগলৈ আৰু আশা কৰিলো.....

  • @rupaligogoi3737
    @rupaligogoi3737 2 ปีที่แล้ว

    মজা। বহু ত বহু ত ভাল লাগিল।