অনুষ্ঠানৰ মাজতে হঠাৎ আৱেগিক হৈ পৰিল অনুপম চক্ৰৱৰ্তী!

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.พ. 2025

ความคิดเห็น • 262

  • @natureisamazing1346
    @natureisamazing1346 3 ปีที่แล้ว +44

    সঁচাই অনুপম দা মানৱদৰদী। মানুহ হোৱাৰ গৌৰৱেৰে তেওঁ গৌৰৱান্বিত 🌿🍃🙏🙏

  • @utpalkro1432
    @utpalkro1432 3 ปีที่แล้ว +19

    উত্তম পদক্ষেপ সম্মানীয় অনুপম চক্ৰৱৰ্তী ছাৰলৈ‌ ... ঈশ্বৰে আপোনাক মঙ্গল কৰিব । ইয়াৰ জৰিয়তে বৰ্তমান চৰকাৰে এই পৰিয়ালতি লৈ সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰিলো...

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 3 ปีที่แล้ว +56

    ঠিক কথা কৈছে, ভাল কথা... সাংবাদিকতাই ও পৰিবৰ্তন আনিব পাৰে ভাল...

  • @gunamonibordoloi5613
    @gunamonibordoloi5613 3 ปีที่แล้ว +29

    ভাল প্ৰদক্ষেপ অনুপম দা ৷ বৰ দুখ লাগে দিবাঙ্গ আাছনি আছে কিন্ত ....,

  • @akhilmahanta2524
    @akhilmahanta2524 3 ปีที่แล้ว +13

    অভিনৱ সাংবাদিকতা ৷ স্বীকাৰ কৰিৱই লাগিৱ কাৰন ইযে Mass Communication !

  • @riturajsarkar4179
    @riturajsarkar4179 3 ปีที่แล้ว +1

    প্ৰথমতে আপোনাক ধন্যবাদ তেখেতসকলৰ এই বেদনাটো দাঙি ধৰাৰ কাৰণে।।
    মই ভাবো অসম চৰকাৰে এটা বিশেষ দপ্তৰ খুলিব লাগে যাতে এনে ধৰণৰ মানুহক সহায় কৰিবৰ বাবে।। আৰু ভগৱানে যাক ধন, ৰাজনৈতিক শক্তি দিছে তেওঁ লোকে আগবাঢ়ি এওঁ লোকৰ বাবে ওলাই আহি মানৱ ধৰ্ম পালন কৰিব লাগে।।

  • @freefiregaming-xz7kc
    @freefiregaming-xz7kc 3 ปีที่แล้ว +9

    🙏অনুপম দাক বহুত বহুত ধন্যবাদ ঠিক কথা কৈছে🙏

  • @pranjalaxom7696
    @pranjalaxom7696 3 ปีที่แล้ว +13

    মই অনুপম দাৰ অনুষ্ঠান চাই এইবাবেই ভাল পাওঁ । বহুত ভাল পাওঁ আপোনাৰ অনুষ্ঠান চাই।

  • @মৰিগয়ালৰা
    @মৰিগয়ালৰা 3 ปีที่แล้ว +4

    দাদা সুন্দৰ এই কাৰনে আপোনাৰ অনুষ্ঠান ছাই ভাল লাগে !

  • @yoyobhosriwaleee8912
    @yoyobhosriwaleee8912 3 ปีที่แล้ว +4

    শ্ৰদ্ধাৰ অনুপম চক্ৰৱৰ্তী,,, আপোনাক এটা কথা কওঁ,,, আপুনি বহুত কৰিছে এনেকুৱা মানুহৰ কাৰণে,,, আপুনি এজন বিকলংগ এজনক ভালকৈ চিনি পায় বিশ্বনাথ ৰ বিনীত বৰা,,,আকাশ চুব ৰ মন ৰ এজন প্ৰতিযোগী,,, সেই মানুহ জনে ভাগৱত বাখ্যা কৰে আৰু বাখ্যা ৰ অন্তত ৰাইজে যি দিয়ে তাকে লৈ ঘৰ আহে আৰু তেখেত ৰ মাক বাপেক বৃদ্ধ আৰু তেওঁলোকৰ উপাৰ্জনৰ পথ ও বেলেগ নাই,,, সেই মানুহ জন মোৰ বহুত ঘনিষ্ঠ ককাই ভাই নহয় একোৱে নহয়,,, আপুনি তেখেতক এটা অনুষ্ঠান কৰোৱাম কৈছিল আৰু তেখেতে যিটো ভাগৱত বাখ্যা কৰে আপোনি শুনিলেও আপুনি কান্দি যাব অসমৰ বহুতে তেখেতক চিনি পায়,,,আপোনালোকৰো কাম বহুত,বহুত হেদ্দেক হয়তো পাহৰি যাব পাৰে,,,এটাই অনুৰোধ তেখেতক এটা অনুষ্ঠান দিয়ক আৰু এটা অনুষ্ঠানে তেখেতক বহুত publicity দিব আৰু অনুষ্ঠান পাব,,, এতিয়া আপুনি দুখ দিছে চৰকাৰক মোৰ কব লগা একো নাই,,,, কিন্তু সেইজন ব্যক্তিক চৰকাৰ ৰ সহায় নালাগে তেখেতক সহায় লাগে অকল আপোনাৰ দৰে এজন ব্যক্তিৰ,,, তেখেত নিজেই এজন সাংঘাতিক প্ৰতিভা বান ব্যক্তি,,,চাই লওক অতি কমকৈ হলেও আধা ঘন্টা এটা তেওঁক দিয়ক অসম হিলাই দিব এটাই কলো আপোনাক,,,গতিকে অনুৰোধ আপোনাক ,আৰু এই কমেণ্ট পঢ়া সকলক কৈছোঁ যদি কোনোবাই অনুপম চক্ৰৱৰ্তিক চিনি পায় এই কমেণ্ট টু যাতে তেখেতক scrn shoot এটা মাৰি অনুপম দা ক দি দিব ,,,যাতে এজন মাক বাপেক বৃদ্ধ চকুৰে নেদেখা ব্যক্তিৰ জনৰ সহায় হয়

  • @pranabbaruah7687
    @pranabbaruah7687 3 ปีที่แล้ว +22

    এইবোৰ অনুভৱ,সকলোৱে অনুভৱ কৰিব বুলি আশাও কৰিব নালাগে।অনুভৱ,কেৱল এইয়া অনুভৱ।

  • @dassunil1864
    @dassunil1864 3 ปีที่แล้ว +1

    অনুপম দা ধন্যবাদ

  • @pankajraj9409
    @pankajraj9409 3 ปีที่แล้ว +27

    আপোনাক সেই বাবে বহুত ভাল লাগে মোৰ🙏🙏🙏

  • @bimansaikia4305
    @bimansaikia4305 3 ปีที่แล้ว +13

    চৰকাৰে মাহে অন্তত্ব 8000.00 মান টকা দিয়াৰ বেৱস্থা কৰে যেন। বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া ‌বহুত ভাল ভাল কাম কৰি আছে। পাৰিলে এই কাম টোৱো কৰক।তাৰ বাবে পদে ধৰি ধৰি অনুৰোধ কৰিলো।

  • @phukonsir910
    @phukonsir910 3 ปีที่แล้ว +6

    অনুপমদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @kashilalagarwala1726
    @kashilalagarwala1726 3 ปีที่แล้ว +24

    What painful scene. May God bless them!

  • @rahullama5075
    @rahullama5075 3 ปีที่แล้ว +2

    Great job sir..thank u so much..

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 3 ปีที่แล้ว +3

    বৰ দূখ লাগিল 😪 । অনুপম দা ... আপুনি জীয়া ছবি বোৰ ৰাইজৰ আগত অৱগত কৰে। সেইকাৰণে আপোনাক বহুত ভাল লাগে।

  • @anilgogoi8532
    @anilgogoi8532 3 ปีที่แล้ว +7

    মই নাভাবো পিয়ুয হাজৰিকাই এই পৰিয়ালটোৰ বাবে স্থায়ী কিবা এটা কৰিব বুলি। কিন্তু স্থায়ী কিবা এটা কৰা উচিত।

  • @mofijulhoque1090
    @mofijulhoque1090 3 ปีที่แล้ว +4

    Great step Anupom daa

  • @harikantagogoi2607
    @harikantagogoi2607 3 ปีที่แล้ว +9

    Salute Anupam Da....🙏🙏🙏 God bless you..

  • @Amulyagogoi-d2b
    @Amulyagogoi-d2b 3 ปีที่แล้ว +4

    আকাশখন দেখা নেপালে ও আকাশথন অনুভব কৰিবলৈ প্রয়াস হৈছে অনুপ দাদাৰ জৰিয়তেই বহু সংখ্যক দিবাংগই । ইয়াতকৈ আৰু কিবা এটা ভাল কাম কি হবে পাকে বাৰু? কথাটো শু নি বৰ দুখ লাগিল।

  • @b4you00
    @b4you00 3 ปีที่แล้ว +2

    I salute you Anupam da🙏🏻🙏🏻🙏🏻
    Its a great content..... Keep follow them....❤️

  • @AnuPriya-im3ys
    @AnuPriya-im3ys 3 ปีที่แล้ว +4

    ভগৱানৰ কি যে লীলা🥺😭🙏🏻

  • @rahultsk238
    @rahultsk238 3 ปีที่แล้ว +28

    Anekua manuh k sorkar a help koribo lage

  • @kapillahkar4795
    @kapillahkar4795 3 ปีที่แล้ว +2

    হ্ৰিদয় চুই গ'ল 🥺😢🥺

  • @hemkantaborah7434
    @hemkantaborah7434 3 ปีที่แล้ว +4

    চৰকাৰে এই পৰিয়ালটোৰ দায়িত্ব লওক।

  • @milidas7438
    @milidas7438 2 ปีที่แล้ว

    আপোনাক আৰু আগ বাঢ়ি যোৱা কামনা কৰি ভগৱানৰ ওচৰত কৃতজ্ঞ ।

  • @lalitgogoi229
    @lalitgogoi229 3 ปีที่แล้ว +4

    Thanks to Anupam Chakrabarti, God bless you.

  • @khirudboruah9253
    @khirudboruah9253 3 ปีที่แล้ว +4

    অনুপম দা বৰ দুখ লাগে কিন্ত কি কৰিব চৰকাৰৰ আচনিবিলাক আহিলে ধনি বিলাকে থপিয়াথপি কৰে .......

  • @anjanborah8338
    @anjanborah8338 3 ปีที่แล้ว +11

    দুখ লাগিছে ।

  • @janardanbora3440
    @janardanbora3440 3 ปีที่แล้ว +2

    ধন্যবাদ অনুপম দা

  • @amlandeepkakoti3616
    @amlandeepkakoti3616 3 ปีที่แล้ว +20

    Respected CM sir, Pijush Hazarika sir please take necessary initiative for this family🙏🙏🙏

  • @meherjaan1
    @meherjaan1 3 ปีที่แล้ว +2

    বহোত দূঃখ লাগিল । আনুপম দা

  • @barnalinath9305
    @barnalinath9305 3 ปีที่แล้ว +5

    অনুপম দা আপোনাৰ নিছিনা যদি দুখ বুজি পোৱা এই পিঠবিখন হল হৈ উঠি লৰা ছোৱালী বোৰ বহুত আখিবাদ পালে হৈ আপোনাৰ লৰৰ ছোৱালী বহুত আখিবাবাদ পাব dadaaumanuhe avikhkhV দিলে লাগি জাই

  • @devimedhi629
    @devimedhi629 3 ปีที่แล้ว +23

    বহুত দুখ লগা কাহিনী । চকুপানী ওলাই গল । চৰকাৰ খনে কি চাই আছে ? কিবা দেখিছেনে ? এখুট মান অনুভৱ কৰিব পাৰিছেনে ? হায় হায় !!! এম এল এ ডাঙৰীয়া । মন্ত্ৰী ডাঙৰীয়া ।

  • @niranjannath460
    @niranjannath460 3 ปีที่แล้ว +8

    পিযুষ আপুনি অকল নিউজ কথা কব এৰি এইবোৰ মানুহক সহায় কৰক।

  • @monudekari2919
    @monudekari2919 ปีที่แล้ว

    Salute to this journalism. Great great great Anupam Chakraborty so great.

  • @nayanbrahma7578
    @nayanbrahma7578 3 ปีที่แล้ว +3

    Good initiative Anupam da. You did great job da.

  • @bhesojbaruah6265
    @bhesojbaruah6265 3 ปีที่แล้ว +4

    AWESOME JOURNALISM & APPROPRIATE MASS COMMUNICATION.

  • @sotaiujjal17
    @sotaiujjal17 3 ปีที่แล้ว

    Hosa o anupom da bohut kosto hoi dukhiya manuh bur aru apuni Botta bohut val manuh ❤️❤️❤️❤️

  • @nilimadas497
    @nilimadas497 3 ปีที่แล้ว

    Xundar kotha koyse aponi Anupam Daaaaa👍👍👍

  • @kalpana8855
    @kalpana8855 3 ปีที่แล้ว +2

    তেওঁ বহু ওপৰৰ মাল হয় এতিয়া।

  • @padmagogoi2402
    @padmagogoi2402 3 ปีที่แล้ว +2

    Dear Anupom Da.
    Really very very good message all Assam govt in terms member for update details.
    Again I am thank you to you too Anupom da, I am looking this your discuss for Tamilnadu in Chennai.🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 ปีที่แล้ว

    এৰা।বৰ দুখ লাগিল।কিয় ঈশ্বৰে এনেদুখ দিয়ে।

  • @mallavkonwar2556
    @mallavkonwar2556 2 ปีที่แล้ว

    Right kotha

  • @bumanibhuyan
    @bumanibhuyan 3 ปีที่แล้ว

    Anupam da apunar kotha keitai mon sui goise

  • @nareswardoley1444
    @nareswardoley1444 3 ปีที่แล้ว +1

    Great job Anupom da

  • @sumantalukdar6568
    @sumantalukdar6568 3 ปีที่แล้ว +1

    অনুপম দা আপুনি বহুত ভাল manhu

  • @kisku7107
    @kisku7107 3 ปีที่แล้ว +7

    পীযূজ হাজৰিকা চকু কনা দেখা নাপায়। বহুত ওপৰৰ মাল বুলি নিজেই কয় এতিয়া কৰিছে কি

  • @bismiyagogoibismiyagogoi9177
    @bismiyagogoibismiyagogoi9177 3 ปีที่แล้ว +2

    দুখ লাগিল অনুপম দা

  • @karanassam1983
    @karanassam1983 3 ปีที่แล้ว +4

    অনুপম দা বহুত ভাল দৰে বুজাই দিছে thanks

  • @happyboy4579
    @happyboy4579 3 ปีที่แล้ว +3

    Anupom da apunk bhut val laga

  • @moonmoonthakuria1113
    @moonmoonthakuria1113 2 ปีที่แล้ว

    God bless you anupam Aamiu bat sai aasu bohut kotha aase homoy hole kom

  • @rajumonibaruah6865
    @rajumonibaruah6865 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বৰ কঠিন।

  • @axm_pranjal
    @axm_pranjal 3 ปีที่แล้ว +1

    Great man Anupam dada

  • @ruprekhahazarika5921
    @ruprekhahazarika5921 3 ปีที่แล้ว +2

    এই ভিডিঅ দেখা পাই আমাৰ অসমৰ ৰাইজৰ হিয়াৰ আমঠু ডঃ ভূপেন হাজৰিকাৰ দেবৰ এষাৰ গীতৰ কলিৰ কথা মনলৈ আহিছে "অসমতে অসমীয়া ভগনিয়া হব !"তাৰেই জলন্ত নিদৰ্শন 😢😢😢আমাৰ দৰে সৰু মানুহবোৰে এনে দৃশ্য দেখা পালে অত্যন্ত দূখ পাওঁ কিন্তু,,..….!ৰজাঘৰিয়াৰ মনত কেনে প্ৰভাৱ পেলায় সেইটোহে ডাঙৰ কথা !

    • @mukutthakuria2687
      @mukutthakuria2687 3 ปีที่แล้ว

      সবল চিন্তা 👏👏👌

  • @Sunita__Vlogs77
    @Sunita__Vlogs77 3 ปีที่แล้ว

    Really u r real human

  • @ridismritapathak2423
    @ridismritapathak2423 3 ปีที่แล้ว +2

    🙏bohut dukh lagil pai😥

  • @soonmoni6746
    @soonmoni6746 3 ปีที่แล้ว +5

    Anupam da great

  • @nayanall1403
    @nayanall1403 3 ปีที่แล้ว +1

    Good job sir

  • @muninsaikia1984
    @muninsaikia1984 3 ปีที่แล้ว +1

    ANUPAM, YOU ARE DOING A GREAT AND EXCEPTIONALLY GOOD SOCAIAL SEVICE FOR THE WEAK SECTION OF SOCIETY. YOUR ACTIVITY PROVES THE TESTIMONY OF MY STATEMENT.

  • @laxmanlagasu7595
    @laxmanlagasu7595 3 ปีที่แล้ว +4

    God bless

  • @bashantasonowal4168
    @bashantasonowal4168 3 ปีที่แล้ว

    You are great Anupam Da,

  • @praptikalita5069
    @praptikalita5069 3 ปีที่แล้ว

    Bahut bahut dhuniya News krise dada, kintu News to sai thakibo nowari.. Plz plz plz Assam govt help karok ehotak nahole aibor manuh mori thakibo.. Ehot ru ami kuno beleg beleg jibo nhi, ami eke manuh hoi. Matro ami sob kribo paro ehote kribo nwre, amar mukhloi sai akha loi jiyai ase.. Plz help

  • @sarathazarika6765
    @sarathazarika6765 3 ปีที่แล้ว +1

    Apuni manuhr dukh bur buji pai heye bht Val pau

  • @lilyahmed9044
    @lilyahmed9044 3 ปีที่แล้ว +1

    Anupam da u r great.

  • @arotiborah2733
    @arotiborah2733 3 ปีที่แล้ว +1

    God bless you🙏

  • @rajkumarpegu912
    @rajkumarpegu912 3 ปีที่แล้ว +6

    চৰকাৰে যি আঁচনি দিয়ে থিকেই দিয়ে কিন্তু মাজৰ নেতা ,পালি নেতা বিলাকেই যিমান আঁচনি আছে এই আঁচনিবোৰ ওলটপালট কৰি নিজৰ সম্পৰ্কীয় মানুহ বোৰক আঁচনি ৰ সুবিধা দিয়ে এতিয়াও বহুত দুখীয়া মানুহ বিভিন্ন আচনিৰ পৰা বঞ্চিত হৈ আছে ।

  • @Lucky77-x8v
    @Lucky77-x8v 3 ปีที่แล้ว +2

    Chakraborty sir apuni bohut bhal kam kori axe akhomor suke kune goi 😕🙏

  • @ainudutta7314
    @ainudutta7314 ปีที่แล้ว

    God bless❤🙏🙏

  • @Kapilmedhi-w1e
    @Kapilmedhi-w1e ปีที่แล้ว

    পিয়ুয হাজৰিকাই এক নকৰে কাৰণ এওলোকে ভোট দিবলৈ যাব কোনকৈ? এইবোৰে মনবোৰ গধুৰ কৰি দিয়ে ৷ ভাল হওক তাকেই কামনা কৰিছো ৷

  • @rajanibarman6371
    @rajanibarman6371 3 ปีที่แล้ว

    Thank you anupom da

  • @padmasaikia5268
    @padmasaikia5268 2 ปีที่แล้ว

    Anupam dada your are great man I salute you

  • @kamaldas6472
    @kamaldas6472 3 ปีที่แล้ว +2

    অনুপম দা আপুনি বহু ঘৰত দিৱাংগ সকলো কথা দোসাই কিছুমান বিশেষ কথা আম দা মোৰ ঘৰ শুৱালকুছি মধ্য ফুলবৰী পাহাৰ নাম বণালী দাস মালিক নাম কমল দাস মোৰ ঘৰ এদিন আহক দা মই বহু অসুবিধা আছো মই এজনী দিবাংগ মহিলা মই হাত জোৰ কৰিছে আপুনি আহক আমাৰ ঘৰত।

  • @bharatvlog...5988
    @bharatvlog...5988 3 ปีที่แล้ว +1

    Apunak salute sir...🙏🙏🙏

  • @rajibsaikia3831
    @rajibsaikia3831 3 ปีที่แล้ว

    Great reporting

  • @wasimahmed93290
    @wasimahmed93290 3 ปีที่แล้ว

    Salute anupom daa ❤

  • @dipakdutta5150
    @dipakdutta5150 3 ปีที่แล้ว

    Mja ktha anupm da vl lgisa

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 3 ปีที่แล้ว

    Aapunar anubhab buji paisu sir. Bukh dukh aaru parisham fight bahu kasta sir. Thik kothai koise. Ma sakur aagate khantanar kasta dekhi moy bahut kasta paisu sir. P. Hazrika sir nishoy help karib sir.

  • @ajoyhukai7123
    @ajoyhukai7123 3 ปีที่แล้ว +1

    Anupam da👌👌👌👌👌

  • @dipikagogoi2648
    @dipikagogoi2648 2 ปีที่แล้ว

    Anupam da ,aapuni bor val Manu ,apunar senalor jugedi hahai kari diya,babe,

  • @padmasaikia4296
    @padmasaikia4296 3 ปีที่แล้ว +3

    Anupom da aapunar khota huni mur sukou pani boigol Bor dukhor khota

  • @ritupanhazarika4055
    @ritupanhazarika4055 3 ปีที่แล้ว

    Real Hero Apuni Anupam Da,Real Reporter in Assam ❤️

  • @miritaniaaoassam3324
    @miritaniaaoassam3324 3 ปีที่แล้ว

    Good step you go ahead

  • @nirugogoi4576
    @nirugogoi4576 ปีที่แล้ว

    সচাই ভাবিলে বহুত লাগে

  • @azizsanowa1191
    @azizsanowa1191 3 ปีที่แล้ว

    Great job dada

  • @anantadas912
    @anantadas912 3 ปีที่แล้ว

    Very nice repote u r lI thangs to U

  • @manikdoley9564
    @manikdoley9564 3 ปีที่แล้ว

    Respect u sir

  • @neogprabal
    @neogprabal 3 ปีที่แล้ว +1

    God bless you ❤❤😭

  • @Rizzxxxx_X_.j
    @Rizzxxxx_X_.j 3 ปีที่แล้ว

    Salute

  • @dpdhun5491
    @dpdhun5491 3 ปีที่แล้ว

    Dada xei karone apunak bht vl lage,,help krib o sorkare

  • @pranjitbaruah6278
    @pranjitbaruah6278 2 ปีที่แล้ว +1

    Tumi sosa koi. Dada b j p val sarkar

  • @dipikagogoi8535
    @dipikagogoi8535 3 ปีที่แล้ว

    Anagram sir you are great

  • @sarathazarika4867
    @sarathazarika4867 3 ปีที่แล้ว

    Good news 🙏

  • @pinkidas6179
    @pinkidas6179 3 ปีที่แล้ว

    Good anupomda

  • @muninsaikia1984
    @muninsaikia1984 3 ปีที่แล้ว

    KEEP IT UP

  • @kangkandeka8830
    @kangkandeka8830 3 ปีที่แล้ว

    Good sir

  • @gunamaidevi4570
    @gunamaidevi4570 3 ปีที่แล้ว

    Bohu. Dukh lagil. Video tu. Sai

  • @davidvlogs5218
    @davidvlogs5218 3 ปีที่แล้ว +1

    😭😭😭😭 oo maa