অসম জাতীয় পৰিষদে চান্দা লয় নেকি?

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ก.พ. 2025

ความคิดเห็น • 7

  • @BalinKonwar
    @BalinKonwar 9 ชั่วโมงที่ผ่านมา

    অপকটে তেখেতে বাস্তৱক স্বীকাৰ কৰি কথাখিনি প্ৰকাশ কৰিছে ৷ এজন ব্যক্তিয়ে জাতিটোক কিমান ভাল পাব লাগিব ভাৱি চাব লাগিব যি সময়ত কেবৰ বিৰোধিতাত তেখেতে কেবিনেট পদমৰ্য্যাদা ত্যাগ কৰি এপিএলৰ চেয়াৰমেনৰ পদৰ পৰা পদত্যাগ কৰি জাতিৰ স্বাৰ্থত থিয় দিছিল ৷ অগপৰ শাসন কালত তেখেতে দলটোৰ সংস্কাৰৰ কামত কিদৰে কাম কৰিব বিছাৰিছিল সেইয়া সেই সময়ৰ সাদিন কাকতত প্ৰায়েই প্ৰকাশ পাইছিল ৷ সকলোবোৰ নজনাকৈ অনাহকত তেখেতক লৈ বিৰোপ মন্তব্য দি কমেন্ট নকৰিবলৈ সকলোলৈকে অনুৰোধ জনাইছো ৷

  • @GopeshDeka-z9r
    @GopeshDeka-z9r 9 ชั่วโมงที่ผ่านมา

    Good leder

  • @BasantaBaishya-j7g
    @BasantaBaishya-j7g 14 ชั่วโมงที่ผ่านมา +1

    Adin bhal hoboi.

  • @sivakonch2767
    @sivakonch2767 11 ชั่วโมงที่ผ่านมา

    আনৰ বুকুঢাত উঠা দলক ৰাইজে বিশ্বাস ত নলয়।

  • @jintuneelchetia103
    @jintuneelchetia103 7 ชั่วโมงที่ผ่านมา

    2nd Voice of Assam 💙
    ভাল ৰাজনৈতিক নেতা 😊

  • @JyotiHazarika-v6z
    @JyotiHazarika-v6z 11 ชั่วโมงที่ผ่านมา +1

    A g p+B j p+ A j p kenokoi Lobo Raje

  • @KushalNath-e4t
    @KushalNath-e4t 15 ชั่วโมงที่ผ่านมา +1

    Apuni cinema korok. Politics aponar dara nohobo