ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Oti xunder...krishna ..bor bhal lagile...prabhu
এনে জনসমাগম পূৰ্ণ সুন্দৰ মহানাম দেখিবলৈ পোৱাটোও এটা ভাগ্য । কৃষ্ণ কৃষ্ণ প্ৰভু ,🙏🙏🙏
কৃঞ কৃঞ
ভক্ত সমাজলৈ সহস্ৰ প্ৰণাম যাচিলোঁ৷ ঔম নমঃ ভগৱতে বাসুদেৱায়
Oti hundor yake koi bhogowanor proti nisywartho vab mongol kamonare bihu hubheswa thakil
Bahut duniya hoise Krishna Krishna Prabhu🙏🙏🙏
ইমান সুন্দৰ মহানাম !!! কৃষ্ণ !!! কৃষ্ণ !!! কৃষ্ণ !!!
আকাশতকৈও ব্যাপক নামৰ কি মহামহিমা কি মধুৰ ,কি আনন্দদায়ক,কি মনোৰম নামপ্ৰেম ভকতপ্ৰেম ,সৱেও মোহিত আত্ম হাৰা,বলিয়া ঈশ্বৰপ্ৰেমত। সমস্তৰ চৰণে সভক্তিৰ সেৱাৰে👏👏👏👏
অতি সুন্দৰ পৰিবেশন।কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ।সকলো বৈষ্ণৱ বাপ -আই মাতৃক আন্তৰিক সেৱা জনাইছো ।
কৃষ্ণ ভগৱন্ত লগতে সমস্ত বাপ আইক সেৱা জনাইছোঁ👏
Krisna khrisna..... Kripa Kora khakalure.....
ৰাম নামেই সাৰৰাম নামেই কৰি আছে জগত উদ্ধাৰ।🙏
Krishna pravu🙏ynke dkhi mntut bht vllgil krishna
মহা নামৰ মহিমা প্ৰকাশে সচাকৈয়ে মন জয় কৰিবলৈ সক্ষম হৈছে। আমাৰ সেৱা নিবেদিলো । কৃষ্ণ ।
নমস্কাৰ 🙏🙏ভকত বৃন্দ ,,,নমস্কাৰ আই গোপীনি সকল ,,,ইমান সুন্দৰ নিদৰ্শন মহানাম ভাগি চাই ভাল লাগিল।।মহানাম ভাগিত উপস্থিত থকা সকলো ভক্ত বৃন্দলৈ কোটি কোটি প্ৰণাম 🙏🙏🙏 জনালো ।।আমাকো যেন কৃষ্ণ ভগৱানে আৰ্শীবাদ দিয়ে ।।🙏🙏
কৃষ্ণ প্ৰভু ইয়াৰ পৰাই সেৱা জনাইছো ।
অনুপম দৃশ্য, মনোৰম দৃশ্য। ভকতিত গাৰ নোম শিয়ৰি উঠিছে। 🙏🙏🙏
বহুত দিনৰ মুৰত মহা নাম ভাগ দেখি ভাল্ লাগি গল,,, সঁচাই নান্দনিক পৰিবেশ...
Krishno krishno Ram Ram🙏🙏🙏🙏🙏
Jai shree krishno... Shree krishnaay vasudevaay nomah narayan narayan narayan🙏🙏🙏
Krishna ...jiai rakhok ei vagi nam gun tarei kamona korilo .....🙏🙏🙏🙏
Jai Shri Krishna..hare Krishna hare Rama
Krishna Krishna Probhu hokoluke kripa kora 🙏🙏🙏❤️
🙏🙏🙏..Ram name jagannath..provu..🙏🙏
🙏🙏🙏 Ram krisno.... Krisno krisno krisno 🙏🙏🙏
ৰাম ৰাম প্ৰভু
কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়
জয় গুৰু শংকৰ 🙏🙏🙏 বহুত ভাল লাগিল
কৃষ্ণ 🙏🙏🙏 এই মহানাম ভাগ বহু যুগৰে পৰা হৈ আহিছে ,,,, ভাল লাগিল আকৌ দেখি ,,,,
ভকত বৈষ্ণৱ সৱক দূৰৈৰ পৰাই শৰনত সেৱা কৰিছোঁ ৷ কৃষ্ণ কৃষ্ণ কৃষ্ণ
এজাক মানু্হ ভক্তি ৰসত মগ্ন হোৱা দেখি সঁচাই মোৰ বহুত ভাল লাগিল
সুন্দৰ পৰিবেশ 🙏কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ
Hare krishna hare krishna krishna krishna hare hare hare ram hare ram ram ram hare hare🙏🙏🙏🙏
Krishna Krishna taju pawe poshilu charanAmar pehi hotor naamghart.bhal lagil Sai.
সকলো বৈষ্ণৱ ভকত আৰু আই সকললৈ প্ৰণাম। সুন্দৰ নিদৰ্শন, এই দৰে মহানামৰ পূৰ্ণাংগ ৰূপ দেখিবলৈ পোৱাতু ভাগ্য লাগিব। আজি কালি ইউটিউবত মাধ্যমেৰে দেখা পোৱা সোভাগ্য বুলি গণ্য কৰিছো।খু উব ভাল লাগিল,যদিও নাম শুনি নাপালো।ঔঁ শ্ৰী শ্ৰী বাসুদেৱায় পৰম বিষ্ণু নমঃ।
Jai Shree Krishna.
Hare Krishna hare Krishna hare Krishna hare
সুন্দৰ পৰিৱেশন। কৃষ্ণ কৃষ্ণ প্ৰভূ।
Jai shri shri Krishna, Jai boishnob Bhaktabinda
Krishno Ram 🌷🙏 krishno 🙏PROBHU BHOGAWOTOR soront hoto kuti pronam aru hkolurei soronotu Aami adhome pronam jonaisu 🙏OM NOMOH BHOGAWOTE BASHU davai 🌷 Nomoh 🙏 Govinda 🙏Hridoiere salu Mohan nam bhag Hundor ak anuvov korilu dhoinna Hol aata krishno 🌷 krishno 🌷
Very nice 👌 👍 waooo......God bless you 🙏 😊 ❤
এই মহানাম ভাগি চাই ভাল লাগিল🙏🙏🙏
Krishno krishno ,,🙏🙏🙏
Hokoluloi bohut bohut 🙏🙏🙏
জয় শ্ৰী ৰাধে কৃষ্ণ❣️🙏
ইমান এভাগ সুন্দৰ আৰু ডাঙৰ নাম দেখুৱা বাবে আপোনাক ধন্যবাদ দেই....আগতে কেতিয়াও দেখা নাই এনেকুৱা নাম সচাকৈ বহুত বহুত মনতো ভাল লাগিল গল আমি ইয়াৰ পৰাই প্ৰাথনা কৰিছো প্ৰভু..সকলোৰে মংগল হওক....🙏🙏🙏🙏🙏
Krisno probhu 🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
অতুলনীয়, সেৱাৰে
Krisna Ram 🙏
ঔম নমঃ শ্ৰী কৃষ্ণ নমঃ 🙏🏼🙏🏼
Hundor Krishna 🙏🙏🙏 Krishna
সচাই গাৰ নোম সিহৰি উঠিছে। বৰ ভাল লাগিল
Krishan krishan krishan 🙏🙏
🙏🙏🙏🙏, হালোৱা গাঁৱ, নগাঁও
কৃষ্ণ কৃষ্ণ বৈকুণ্ঠ পুৰিত যেন আছো তেনেকুৱা লাগিছে
কৃষ্ণ
Hai krishna 🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Dekhi bht bhal lagil
Bohut val lagil krishna
এয়াই হৈছে, গুৰুজনাৰ বাৰেৰহনীয়া সংস্কৃতি আৰু একতাৰ এনাজৰী ।
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল চাই
Krisna krisna
Hundor poribekh
অদ্ভুত দৃশ্য 🙏
Mojja hoise
Om nomoh bashu davai nomoh ha 🙏🙏🙏
অনুপম দৃশ্য।সকলোকে সভক্তিৰে প্ৰণাম জনাইছোঁ।
অনুপম, মনোৰম দৃশ্য। কৃষ্ণ: কৃষ্ণ: কৃষ্ণ।।
bahut bahut dhuniyaa lgise 💖
Om namo bhagawate basudevaye
Emman khundar aru dhuniaa poribekh,,hiaa khat pori jai,,thanks to uploader,,,
Saboi napai
Wow hundor poribekhon.....
Jia sheri Shankardab ❤❤❤
Ram krishana
Krishna krishna 🙏🙏🙏🙏
বৰ ধুনীয়া
Bohut val lagise ...agote dekha nai nije goi sabo parile aru val lagil hoi..ji nohuk dekha palu Thanks Times Guwahati.....4m Udalguri😊
Jai shree Ram jai jai Ram jai Hanuman ji
Dhuniya 🙏
🙏জয় শ্ৰী কৃষ্ণ🙏
কৃষ্ণ, বহুত সুন্দৰ 🙏🙏
Joi guru sakardeva
Krishna🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna Krishna Krishna Mahaprabhu
কৃষ্ণ কৃষ্ণ
Hare krishna..🙏🙏🙏❤️❤️❤️❤️
জয় গুৰু জনা শ্ৰী কৃষ্ণৰ কৃপাত বৈষ্ণৱ বৃন্দ আৰু আই মাতৃৰ সকলক দূৰৈৰ পৰাই প্ৰণাম জনালোঁ , ঈশ্বৰে আশীৰ্বাদত সকলোৰে মঙ্গল কামনাৰে শুভ হৱক🙏🙏🙏
জয় গুৰু শংকৰ 🙏🙏🙏🙏
Krisna krisna krisna
it is based on faith blif trdition and culture. Bhokotok pranam janusu.
Hajarjon bhaktare samabesh Jen boikunthpuri.kalirjug aiya Amar boikunthadham .prabhu bhagawanta xhakhat sthiti hoi ase .Krishna Krishna joi Guru Sankar xharbaguru nakor jakeri nahike upam tumhari charone renu shatmooti barek koruhu pranam.
om basudebai nomo namah xorgiyo drisya
Spr....
Jai sriram 🙏🙏🙏🙏
Joy Sri Ram Joy Sri Ram
Omm,,Sri Sri Vishnu,,,,
it s a beutiful culture of assam.
Yes really🌍
Vl lgil
বহত ভাগ্য নাম ভাগ দেখিকৃষ্ণ ভক্তিৰ লুভীয়া
কৃষ্ণ কৃষ্ণ 👏👏
Oti xunder...krishna ..bor bhal lagile...prabhu
এনে জনসমাগম পূৰ্ণ সুন্দৰ মহানাম দেখিবলৈ পোৱাটোও এটা ভাগ্য । কৃষ্ণ কৃষ্ণ প্ৰভু ,🙏🙏🙏
কৃঞ কৃঞ
ভক্ত সমাজলৈ সহস্ৰ প্ৰণাম যাচিলোঁ৷ ঔম নমঃ ভগৱতে বাসুদেৱায়
Oti hundor yake koi bhogowanor proti nisywartho vab mongol kamonare bihu hubheswa thakil
Bahut duniya hoise Krishna Krishna Prabhu🙏🙏🙏
ইমান সুন্দৰ মহানাম !!! কৃষ্ণ !!! কৃষ্ণ !!! কৃষ্ণ !!!
আকাশতকৈও ব্যাপক নামৰ কি মহামহিমা কি মধুৰ ,কি আনন্দদায়ক,কি মনোৰম নামপ্ৰেম ভকতপ্ৰেম ,সৱেও মোহিত আত্ম হাৰা,বলিয়া ঈশ্বৰপ্ৰেমত। সমস্তৰ চৰণে সভক্তিৰ সেৱাৰে👏👏👏👏
অতি সুন্দৰ পৰিবেশন।কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ।সকলো বৈষ্ণৱ বাপ -আই মাতৃক আন্তৰিক সেৱা জনাইছো ।
কৃষ্ণ ভগৱন্ত লগতে সমস্ত বাপ আইক সেৱা জনাইছোঁ👏
Krisna khrisna..... Kripa Kora khakalure.....
ৰাম নামেই সাৰ
ৰাম নামেই কৰি আছে জগত উদ্ধাৰ।🙏
Krishna pravu🙏ynke dkhi mntut bht vllgil krishna
মহা নামৰ মহিমা প্ৰকাশে সচাকৈয়ে মন জয় কৰিবলৈ সক্ষম হৈছে। আমাৰ সেৱা নিবেদিলো । কৃষ্ণ ।
নমস্কাৰ 🙏🙏ভকত বৃন্দ ,,,নমস্কাৰ আই গোপীনি সকল ,,,ইমান সুন্দৰ নিদৰ্শন মহানাম ভাগি চাই ভাল লাগিল।।মহানাম ভাগিত উপস্থিত থকা সকলো ভক্ত বৃন্দলৈ কোটি কোটি প্ৰণাম 🙏🙏🙏 জনালো ।।
আমাকো যেন কৃষ্ণ ভগৱানে আৰ্শীবাদ দিয়ে ।।🙏🙏
কৃষ্ণ প্ৰভু ইয়াৰ পৰাই সেৱা জনাইছো ।
অনুপম দৃশ্য, মনোৰম দৃশ্য। ভকতিত গাৰ নোম শিয়ৰি উঠিছে। 🙏🙏🙏
বহুত দিনৰ মুৰত মহা নাম ভাগ দেখি ভাল্ লাগি গল,,, সঁচাই নান্দনিক পৰিবেশ...
Krishno krishno Ram Ram🙏🙏🙏🙏🙏
Jai shree krishno... Shree krishnaay vasudevaay nomah narayan narayan narayan🙏🙏🙏
Krishna ...jiai rakhok ei vagi nam gun tarei kamona korilo .....🙏🙏🙏🙏
Jai Shri Krishna..hare Krishna hare Rama
Krishna Krishna Probhu hokoluke kripa kora 🙏🙏🙏❤️
🙏🙏🙏..Ram name jagannath..provu..🙏🙏
🙏🙏🙏 Ram krisno.... Krisno krisno krisno 🙏🙏🙏
ৰাম ৰাম প্ৰভু
কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়
জয় গুৰু শংকৰ 🙏🙏🙏 বহুত ভাল লাগিল
কৃষ্ণ 🙏🙏🙏 এই মহানাম ভাগ বহু যুগৰে পৰা হৈ আহিছে ,,,, ভাল লাগিল আকৌ দেখি ,,,,
ভকত বৈষ্ণৱ সৱক দূৰৈৰ পৰাই শৰনত সেৱা কৰিছোঁ ৷ কৃষ্ণ কৃষ্ণ কৃষ্ণ
এজাক মানু্হ ভক্তি ৰসত মগ্ন হোৱা দেখি সঁচাই মোৰ বহুত ভাল লাগিল
সুন্দৰ পৰিবেশ 🙏কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ
Hare krishna hare krishna krishna krishna hare hare hare ram hare ram ram ram hare hare🙏🙏🙏🙏
Krishna Krishna taju pawe poshilu charan
Amar pehi hotor naamghart.bhal lagil Sai.
সকলো বৈষ্ণৱ ভকত আৰু আই সকললৈ প্ৰণাম। সুন্দৰ নিদৰ্শন, এই দৰে মহানামৰ পূৰ্ণাংগ ৰূপ দেখিবলৈ পোৱাতু ভাগ্য লাগিব। আজি কালি ইউটিউবত মাধ্যমেৰে দেখা পোৱা সোভাগ্য বুলি গণ্য কৰিছো।খু উব ভাল লাগিল,যদিও নাম শুনি নাপালো।ঔঁ শ্ৰী শ্ৰী বাসুদেৱায় পৰম বিষ্ণু নমঃ।
Jai Shree Krishna.
Hare Krishna hare Krishna hare Krishna hare
সুন্দৰ পৰিৱেশন। কৃষ্ণ কৃষ্ণ প্ৰভূ।
Jai shri shri Krishna, Jai boishnob Bhaktabinda
Krishno Ram 🌷🙏 krishno 🙏
PROBHU BHOGAWOTOR soront hoto kuti pronam aru hkolurei soronotu
Aami adhome pronam jonaisu 🙏
OM NOMOH BHOGAWOTE BASHU davai 🌷 Nomoh 🙏 Govinda 🙏
Hridoiere salu Mohan nam bhag
Hundor ak anuvov korilu dhoinna
Hol aata krishno 🌷 krishno 🌷
Very nice 👌 👍 waooo......God bless you 🙏 😊 ❤
এই মহানাম ভাগি চাই ভাল লাগিল🙏🙏🙏
Krishno krishno ,,🙏🙏🙏
Hokoluloi bohut bohut 🙏🙏🙏
জয় শ্ৰী ৰাধে কৃষ্ণ❣️🙏
ইমান এভাগ সুন্দৰ আৰু ডাঙৰ নাম দেখুৱা বাবে আপোনাক ধন্যবাদ দেই....আগতে কেতিয়াও দেখা নাই এনেকুৱা নাম সচাকৈ বহুত বহুত মনতো ভাল লাগিল গল আমি ইয়াৰ পৰাই প্ৰাথনা কৰিছো প্ৰভু..সকলোৰে মংগল হওক....🙏🙏🙏🙏🙏
Krisno probhu 🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
অতুলনীয়, সেৱাৰে
Krisna Ram 🙏
ঔম নমঃ শ্ৰী কৃষ্ণ নমঃ 🙏🏼🙏🏼
Hundor Krishna 🙏🙏🙏 Krishna
সচাই গাৰ নোম সিহৰি উঠিছে। বৰ ভাল লাগিল
Krishan krishan krishan 🙏🙏
🙏🙏🙏🙏, হালোৱা গাঁৱ, নগাঁও
কৃষ্ণ কৃষ্ণ বৈকুণ্ঠ পুৰিত যেন আছো তেনেকুৱা লাগিছে
কৃষ্ণ
Hai krishna 🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Dekhi bht bhal lagil
Bohut val lagil krishna
এয়াই হৈছে, গুৰুজনাৰ বাৰেৰহনীয়া সংস্কৃতি আৰু একতাৰ এনাজৰী ।
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল চাই
Krisna krisna
Hundor poribekh
অদ্ভুত দৃশ্য 🙏
Mojja hoise
Om nomoh bashu davai nomoh ha 🙏🙏🙏
অনুপম দৃশ্য।সকলোকে সভক্তিৰে প্ৰণাম জনাইছোঁ।
অনুপম, মনোৰম দৃশ্য। কৃষ্ণ: কৃষ্ণ: কৃষ্ণ।।
bahut bahut dhuniyaa lgise 💖
Om namo bhagawate basudevaye
Emman khundar aru dhuniaa poribekh,,hiaa khat pori jai,,thanks to uploader,,,
Saboi napai
Wow hundor poribekhon.....
Jia sheri Shankardab ❤❤❤
Ram krishana
Krishna krishna 🙏🙏🙏🙏
বৰ ধুনীয়া
Bohut val lagise ...agote dekha nai nije goi sabo parile aru val lagil hoi..ji nohuk dekha palu Thanks
Times Guwahati.....4m Udalguri😊
Jai shree Ram jai jai Ram jai Hanuman ji
Dhuniya 🙏
🙏জয় শ্ৰী কৃষ্ণ🙏
কৃষ্ণ, বহুত সুন্দৰ 🙏🙏
Joi guru sakardeva
Krishna🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna Krishna Krishna Mahaprabhu
কৃষ্ণ কৃষ্ণ
Hare krishna..🙏🙏🙏❤️❤️❤️❤️
জয় গুৰু জনা শ্ৰী কৃষ্ণৰ কৃপাত বৈষ্ণৱ বৃন্দ আৰু আই মাতৃৰ সকলক দূৰৈৰ পৰাই প্ৰণাম জনালোঁ , ঈশ্বৰে আশীৰ্বাদত সকলোৰে মঙ্গল কামনাৰে শুভ হৱক🙏🙏🙏
জয় গুৰু শংকৰ 🙏🙏🙏🙏
Krisna krisna krisna
it is based on faith blif trdition and culture. Bhokotok pranam janusu.
Hajarjon bhaktare samabesh Jen boikunthpuri.kalirjug aiya Amar boikunthadham .prabhu bhagawanta xhakhat sthiti hoi ase .Krishna Krishna joi Guru Sankar xharbaguru nakor jakeri nahike upam tumhari charone renu shatmooti barek koruhu pranam.
om basudebai nomo namah xorgiyo drisya
Spr....
Jai sriram 🙏🙏🙏🙏
Joy Sri Ram Joy Sri Ram
Omm,,Sri Sri Vishnu,,,,
it s a beutiful culture of assam.
Yes really🌍
Vl lgil
বহত ভাগ্য নাম ভাগ দেখি
কৃষ্ণ ভক্তিৰ লুভীয়া
কৃষ্ণ কৃষ্ণ 👏👏