1st Stand in HS and HSLC - দুওবাৰতে প্ৰথম আচৰিত - Dimpu Baruah

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ธ.ค. 2024

ความคิดเห็น • 2.9K

  • @riyanrishavsworld6105
    @riyanrishavsworld6105 2 ปีที่แล้ว +565

    ধৃতিৰাজে প্ৰথম স্থানৰ বাবে নহয়, তাৰ কথা কোৱাৰ ধৰণ আৰু নম্ৰতাৰ বাবে সকলোৰে প্ৰিয় হৈ ৰ'ৱ❤️❤️
    বহু বহু শুভকামনা🌼

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Toi.aje.maya.boinak.5lakh.br.shudica.haram.jda.busor.putak.johrar.cole.kuttar.badsha

    • @pratimaray5773
      @pratimaray5773 2 ปีที่แล้ว +6

      Hosakoi....kiman j morom loga ktha vaity tur. Mukh khon dekhilei morom lagi Jay o.

    • @sandipanbiswas3877
      @sandipanbiswas3877 2 ปีที่แล้ว +1

      Which language iit is ??

    • @kaushikCartoon
      @kaushikCartoon ปีที่แล้ว

      ​@@pratimaray5773চৰকাৰী কলেজত পঢ়ি প্ৰথম ৰেংক ৰাখিব নোৱাৰি ন ? সম্ভৱ নহয়

  • @monimalakolita3267
    @monimalakolita3267 2 ปีที่แล้ว +825

    নিউজ চেনেল বিলাকে লোৱা সাক্ষাৎকাৰত যেতিয়া ভাইটিক সোধিছিল তোমাৰ সপোন কি তেতিয়া তেওঁ কৈছিল "আনৰ কি সপোন নাজানো মোৰ সপোন হ'ল এজন ভাল মানুহ হোৱা যাতে মৃত্যুৰ পিছত ও মোক মনট ৰাখে।"- হৃদয় চুই গৈছিল এই কথাই মোৰ। মোৰ শুভকামনা জনালোঁ তোমাক পঢ়া শুনা ৰ লগতে আধ্যাত্মিক,মানৱীয় গুণসম্পন্ন হৈ উজ্বলি উঠা।মাৰ্টিন লুথাৰে কৈছিল- 'যদিহে এজন মানুহ ৰাষ্টাৰ চাফাই কৰ্মী হয়, তেন্তে তেওঁ এনেদৰে ৰাষ্টা সাৰিব লাগে, যেন সেয়া মাইকেল এঞ্জেলো‌ৱে অংকন কৰা এটি সুন্দৰ চিত্ৰকৰ্ম হে, অথবা যেন বিথোফেনে সৃষ্টি কৰা এটি সংগীত ! নতুবা ছেইক্সপীয়াৰৰ এটি কবিতাহে যেন! তেওঁ এনেদৰেই ৰাষ্টা সাৰিব লাগে যেন, স্বৰ্গ আৰু মৰ্ত্যৰ নৰ-নাৰীয়ে ক'বলৈ বাধ্য হয় যে ইয়াত এজন চাফাই কৰ্মী আছিল, যি নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিছিল"। মানুহে এনেকৈ কাম কৰিব লাগে যাতে মৃত্যুৰ পিছত ও অমৰ হৈ থাকে।
    এটা মনেৰে সুন্দৰ সন্তান গঢ়ি তোলাৰ বাবে ধৃতিৰ মাক দেউতাকলৈ ও মোৰ সন্মান আৰু শ্ৰদ্ধা জনালোঁ।

  • @deepdj77
    @deepdj77 2 ปีที่แล้ว +239

    কেৱল ৰিজাল্টৰ দ্বাৰাই নহয়, মানুহৰ আচাৰ-ব্যৱহাৰ ভাল হলে এনেই মৰম-আশীৰ্বাদ পাব পাৰি ! 😌❤

  • @hemantahazarika9715
    @hemantahazarika9715 2 ปีที่แล้ว +10

    এইবোৰহে ল'ৰা , প্ৰকৃততেই ল'ৰা এজন নম্ৰ , অমায়িক স্বভাৱৰ, মৰম লগা, যিকেইটা কথা কৈছে সচাঁই প্ৰশংসনীয় কথা কৈছে, ভাইটি আগুৱাই যোৱা, অসমৰ বাবে ধুনীয়া ধুনীয়া কাম কৰি যোৱা,

  • @JIBONOREITUHITU-MADHURIMA
    @JIBONOREITUHITU-MADHURIMA 2 ปีที่แล้ว +5

    ষ্টেণ্ড কৰা বহু দেখিছো চবেই ভাল বাৰু কিন্তু ধৃতিৰাজ আচাৰ-ব‍্যৱহাৰ, স্বভাৱ-চৰিত্ৰৰে অতি অমায়িক, অতি ভদ্ৰ খুব সুন্দৰ মনৰ। ব‍্যক্তিত্বত সেইটোৱেই ফুটি উঠে। পুনৰ অভিনন্দন আৰুভবিষ্যত উজ্জ্বল কামনা কৰিলো।

  • @munna3118
    @munna3118 2 ปีที่แล้ว +128

    ই বেটা আচলতে মানুহ😘, মৰম আশীৰ্বাদৰ যোগ্য সচাকৈ। ভগবান/আল্লাহ/ যীচু ই সহায় কৰিব তোমাক নিশ্চয়, সৰল মনতো ত অহংকাৰী ভাব আহিব নিদিবা কোনো দিন

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว +1

      Tuhr.pareal.tui.etta.kotemara.mare.khala.asa.aru.lngta.hoi.nache.asa.

  • @dhrubajyotikalita3078
    @dhrubajyotikalita3078 2 ปีที่แล้ว +195

    আহ কি সুন্দৰ কথা, কি সুন্দৰ বিশ্লেষণ, তুমি যদি স্থানো নপালা হৈ তেতিয়াও কলো হৈ আজি যে তুমি এদিন বহুত ওপৰত যাবাই, তোমাৰ জ্ঞান অপৰিসীম, তোমাৰ কথাতে তোমাৰ জ্ঞানৰ পৰিচয় ওলাই, তুমি আৰু আগুৱাই যোৱা তুমি আমাৰ সম্পদ, তোমাৰ জ্ঞান তে যেন সোমাই আছে এখন সুস্থ সমাজ গঢ়াৰ প্ৰৱণতা,,, বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ ধৃতিৰাজ ❤️❤️❤️❤️❤️❤️

  • @raktimchiring
    @raktimchiring 2 ปีที่แล้ว +881

    Ki kom aru ❤❤ Asorit talent 🤞🤗 congratulations vaiti ❤❤❤❤❤❤❤❤❤

    • @abdussubur10
      @abdussubur10 2 ปีที่แล้ว +7

      Vogobanor dan

    • @abdussubur10
      @abdussubur10 2 ปีที่แล้ว +7

      Apunar video bur sai bht vl lage subscribe korisu moi Chanel tu

    • @jorhatialoravlogs3962
      @jorhatialoravlogs3962 2 ปีที่แล้ว +1

      amaku alop morom dibo dai❤️❤️🙏

    • @Tridevcandraw
      @Tridevcandraw 2 ปีที่แล้ว +5

      Study is not a talent is basic struglic attempt to skill of knowledge

    • @Binitakhakhlari
      @Binitakhakhlari 2 ปีที่แล้ว

      Big fan

  • @mr.bairagi9342
    @mr.bairagi9342 2 ปีที่แล้ว +31

    বহুতে stand কৰিছে, বহুতে ভালদৰে পাচ কৰি আহিছে, কিন্তু ধৃতিৰাজৰ দৰে কোনেও এনেদৰে মানুহৰ মন জয় কৰিব পৰা নাছিল, যিমান সি পাৰিছে 💘 বহুত বেছি শুভেচ্ছা থাকিল 😍

  • @dutta22
    @dutta22 2 ปีที่แล้ว +34

    *Wow😍😍😍দিম্পুৰ দৰেই সহজ সৰল লৰা👍প্ৰতিটো কথাই,প্ৰতিটো শব্দই জোখতকে বেছি নকয়👌সঁচাকৈ মন চুই গল🌺সমাজত ধৃতিৰাজৰ নাম সদায় উজ্বলি থাকক তাকেই কামনা কৰিলোঁ আৰু ভাল মানুহ হোৱা*

  • @mampideka16
    @mampideka16 2 ปีที่แล้ว +113

    বহুত সাক্ষাৎকাৰ দেখিলো আজিলে স্হানপ্ৰাপ্ত শিক্ষাৰ্থীৰ কিন্তু এইজন লৰাৰ ব্যক্তিত্বই বাৰুকৈ চুই গ'ল.. সু ভৱিষ্যত কামনা কৰিলোঁ তোমাৰ❤️

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว +1

      Gu.khai.jnmo.picle.toi.abhadro.neloitja.toi.toi.aje.baipar.kote.kaihajar.br.salkeca.kotemarar.cole

  • @pradyutburagohain6008
    @pradyutburagohain6008 2 ปีที่แล้ว +864

    Ketiau Kaku imn sincere moi dekha nai... He is so adorable...Ktha burot bohut maturity aru positivity spread Hoi... Aag barhi jauk he... Hokolure best wishes ase...Ihot burok sale ami bur korobate thaki jau... Toh ohonkar kori eku laav nai kunu kthate... Jonai nojonai tumi kenedore humble hbo lge hikai dsa amak... Thank you so much... Enedore thkba hodai... We want more people like you,young man... Keep going...

  • @Barokhamoran
    @Barokhamoran 2 ปีที่แล้ว +445

    লৰাজন বৰ মৰমীয়াল লগতে কথাখিনি শুনিলে শুনি থাকিবৰ মন যোৱা। বহুত বেছি অভিনন্দন ও মৰম😍এনেকৈ সকলোৰে মৰমৰ হৈ থাকা। আগুৱাই গৈ থাকা আৰু অসম খনৰ নাম উজ্জ্বল কৰা।

    • @Nsridervloge
      @Nsridervloge 2 ปีที่แล้ว +5

      Amr ghrt osrte tar ghrt

    • @jobinrabha2068
      @jobinrabha2068 2 ปีที่แล้ว +1

      jamani raxibo jya ki

    • @welcometomyaccount2785
      @welcometomyaccount2785 2 ปีที่แล้ว +1

      Hosakoi

    • @Madhufficialvlog9585
      @Madhufficialvlog9585 2 ปีที่แล้ว

      xosakoi lorajon morom loga

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Tok.bula.sidina.tajpuror.pagla.phatakoto.narkhelak.bula.tuhr.gowrmanauh.attai.mk.koice.rande.mathar.dokh.asa.tr.vl.tu.njna.toi.toi.etta.maya.baipar.haga.gu.khai.asa.tr.bush.khn.kimn.dangar.lngta.kore.kubm.tokhejra

  • @chinmaymedhi9232
    @chinmaymedhi9232 2 ปีที่แล้ว +6

    মইও এইবাৰ ধৃতিৰাজ ৰ batch ৰ পৰাই HS exam দিছিলোঁ কটন বিশ্ববি্যালয়ৰপৰা। মোৰ ভবা মতে result নহল অকণমান কম হল , এইটো কথাত দুঃখিত হলো কিন্তু বন্ধুৰ কথাখিনি শুনি মোৰ মন ভাল লাগি গল , সঁচাকৈ আকৰ্ষণীয় personality আছে ইয়াৰ । ইয়াৰ কথাখিনি শুনি সাহস পালোঁ , যে নম্বৰ লৈ পঢ়াতকে , জ্ঞান r কাৰণে হে পঢ়া উচিত। জিকি নহক বন্ধু ধৃতিৰাঁজ তোমাক থাকিল অশেষ অভিনন্দন ❤️

  • @pallabinath873
    @pallabinath873 2 ปีที่แล้ว +6

    সচাকৈ ধৃতিৰাজ এজন অমায়িক তথা অতি মেধাৱী ছাত্ৰ। এনেকুৱা এটা ফলাফলৰ বাবে তেওঁ যোগ্য। ভবিষ্যতে তেওঁ আশা কৰাৰ ধৰণে আগুৱাই যাওঁক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।মোৰ জীৱনত এনেকুৱা ধৰণৰ ফলাফল প্ৰথম দেখিলোঁ,একেৰাহে দুবাৰকৈ শীৰ্ষস্হান দখল কৰা এজন ছাত্ৰ যাৰ নাই অকনো অহং ভাৱ। অভিভাৱক তথা অসমৰ গৌৰৱ ধৃতিৰাজ ।শেষত তোমাৰ দীৰ্ঘায়ু কামনা কৰিলো।

  • @hrishikeshbharadwaj1504
    @hrishikeshbharadwaj1504 2 ปีที่แล้ว +148

    খুৱ ধুনীয়াকৈ ক'ব জানে কথাবোৰ ল'ৰাজনে...pure talent.. take a bow brother... congrats

    • @bornalikakusaikia193
      @bornalikakusaikia193 2 ปีที่แล้ว +2

      বৰ মৰম লগা লৰা

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Rande.mare.mare.maya.boinak.sude.sude.dangar.hoica.toi.bl.sengar.cole.kukuror.putak.rander.lora.busor.putak

  • @Pankajpritom
    @Pankajpritom 2 ปีที่แล้ว +223

    এই ল'ৰাটো ভৱিষ্যতে এজন নিশ্চয় ভাৱে ভাল মানুহ হব।বাকী সকলতকৈ এইজন ছাত্ৰ অলপ পৃথক তুমি আগুৱাই যোৱা ভাইটি।

    • @pankard.k8147
      @pankard.k8147 2 ปีที่แล้ว +4

      Jar luck thake 3rd division holeo sakori pai 🙂

    • @bishnu9815
      @bishnu9815 2 ปีที่แล้ว

      @@pankard.k8147 Kotha tu moiu manu . Val kaa Pass Kora Lora Val Manhh Huw Khub Kom Xunisu deoo

    • @pankard.k8147
      @pankard.k8147 2 ปีที่แล้ว +1

      @@bishnu9815 atsa de 👈😊

    • @mousumsonowal5983
      @mousumsonowal5983 2 ปีที่แล้ว +1

      @@pankard.k8147 yes ambaneu hobo

    • @pankard.k8147
      @pankard.k8147 2 ปีที่แล้ว +1

      @@mousumsonowal5983 um hoi 😊😊👍

  • @durlovhatiboruah4950
    @durlovhatiboruah4950 2 ปีที่แล้ว +49

    ১/মোৰ মৃত্যুৰ পাছতো যাতে মোক দুজন মানুহে চিনি পায় । ২/মৰম-চেনেহ,শুভেচ্ছাঁ মানুহে নিদিয়াকৈও তেখেতলোকৰ আচাৰ-ব্যৱহাৰৰ পৰা পাব পাৰি💝
    ধৃতিৰাজৰ মানসিকতাৰ দুশাৰী💞

  • @quizbotgeneral
    @quizbotgeneral 2 ปีที่แล้ว +6

    ধৃতিৰাজ বাস্তৱ তোমাক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে আৰ্শীবাদ কৰিছোঁ তোমাৰ মনোকামনা পূৰ্ণ হওক৷ তোমাৰ কথা বতৰা আৰু সংস্কাৰ ...প্ৰণাম তোমাৰ পিতৃ মাতৃলৈ তোমাক ইমান ধুনীয়া সংস্কাৰ দিয়াৰ বাবে ।

  • @HirakJyotiKalita7
    @HirakJyotiKalita7 2 ปีที่แล้ว +4

    ডাক্তৰ,ইঞ্জিনিয়াৰ নহয়, ভাল মানুহ হোৱাৰ মন..... উফ ল'ৰাজনৰ ইয়াতেই বহল ব্যক্তিত্বৰ প্ৰকাশ পায় 😍

  • @entertainmentwithkankan4910
    @entertainmentwithkankan4910 2 ปีที่แล้ว +527

    তোমাৰ এই সফলতা আৰু নম্ৰতাই তোমাক এদিন শিখৰতাৰ উচ্চ পৰ্য্যায়ত লৈ যাব।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।proud to be darrangian🥰

  • @CricketGuruAssam
    @CricketGuruAssam 2 ปีที่แล้ว +136

    ধৃতিৰাজ প্ৰেৰণা হওক লাখ-লাখ অনুজ ছাত্ৰ-ছাত্ৰীৰ । 🌟

  • @banjitchangmai4047
    @banjitchangmai4047 2 ปีที่แล้ว +48

    আজি প্ৰথম দেখিছোঁ... আগতে শুনা নাই.. আগৰ stand কৰা লৰা ছোৱালী মিডিয়া আগত ওলোৱা পাছত পাহৰি যায় সকলো.. ডাঙৰ মানুহ হৈ যায়... ভাল্ লাগিল এনে হব লাগে

  • @chandanadeka8
    @chandanadeka8 2 ปีที่แล้ว +4

    1st time I saw this type of maturity in a little boy... Great... Brilliant .
    simplicity is the main thing of Dhritiraj ❤️... বহুত ভাল , সফল মানুহ হোৱা ,,,,, তুমি Dhritiraj..
    Dhritiraj ৰ পিতৃ মাতৃ লৈ এনেকুৱা সংস্কাৰ দি ডাঙৰ দীঘল কৰিছে , সহস্ৰ প্ৰণাম 🙏🙏তেওঁলোকক ,,,,❤️

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Posut.koreo.adhm.toi.soretro.bohut.boya.tr.vl.gn.ni.murot.jntut.koreo.gn.km.tr.vl.taj.ni.tr.gat

  • @Kaushik632
    @Kaushik632 2 ปีที่แล้ว +4

    ধৃতিৰাজ ভাইটিৰ পৰা বহুত কথাই শিকিলোঁ। ভাল লাগিল।
    ভাইটিৰ উৎজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
    প্ৰকৃত এজন মেধাৱী ছাত্ৰ আৰু লগতে সু-নাগৰিক।❣️❣️

  • @rubichetia7119
    @rubichetia7119 2 ปีที่แล้ว +83

    মাতৃভাষাত স্পষ্টকৈ কথাবোৰ কৈছা শুনি ভাল লাগিছে বেটা , তোমালৈ বহুত আৰ্শীবাদ থাকিল , তোমাৰ মনোবাঞ্চা পূৰ্ণ হওঁক |

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Tok.kumba.pagla.kukura.kaim.race.matha.nosto.hoice.tr.bagh.valukot.koreo.gn.km.tr.vl.taj.ni.tr.gat.olapo.baimn.abhadro.johra.bauda.toi

  • @cricketjosh4781
    @cricketjosh4781 2 ปีที่แล้ว +90

    ইমান মেধাৱী ছাত্ৰ আৰু তেওঁৰ ভাল মনোভাৱ বোৰ দেখি সঁচা গৌৰৱ অনুভৱ হয় তুমি বহুত আগুৱাই যোৱা আৰু যাতে অসমৰ লগতে ভাৰতৰ এজন সুনাগৰিক হৈ নাম কৰিব পৰা তাৰে কামনা কৰিলোঁ।😍

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Tuhr.pareal.tui.etta.kotemara.mare.khala.asa.jntut.koreo.adhm.tuhr.pareal.tu.nokreba.laga.km.kora.nes.phutane.daikha.vorer.dhula.buleo.javabu.tuhk.moi.aiygane.tuhun

  • @jitulkalita2430
    @jitulkalita2430 2 ปีที่แล้ว +23

    শুদ্ধ অসমীয়া ভাষাৰ জ্ঞান থকা ল'ৰা ও ধৃতিৰাজ। ইমান শান্ত,শৌম্য আৰু অমায়িক ব্যক্তিত্ব। সফলতাৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰি নতুন প্ৰজন্মৰ বাবে তুমি পথিকৃত হোৱা। তোমাৰ বলিষ্ঠ ব্যক্তিত্ব আৰু সামাজিক দৃষ্টিভংগী জাতীয় জীৱনৰ বাবে প্ৰেৰণাৰ উৎস হওক।

  • @rupnilentertainment6957
    @rupnilentertainment6957 2 ปีที่แล้ว +2

    ই বেটাই আৰু বহুবাৰ অসমৰ মানুহৰ মন জয় কৰিৱ খাটাং।সাফল্যই তোমাৰ ভৰি চুমক দেহাটো।

  • @saminaeasmin7134
    @saminaeasmin7134 2 ปีที่แล้ว +70

    Really i can see this guy's future, a true' Genuine young man, ready to guide generation...not trying to hide anything, or being selfish, Truely a greater human 👍🏻

  • @AJayTHakuria
    @AJayTHakuria 2 ปีที่แล้ว +66

    ল'ৰাজন সচাকৈ বৰ মৰমিয়াল , সহজ সৰল .. উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ।
    সকলো মনৰ আশা আকাংক্ষা পূৰণ হওঁক । অসমৰ লগতে দেশৰ গৌৰৱ হওঁক।

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Kotemare.mare.gu.khai.khai.bf.sai.lngta.hoi.nache.nache.dangar.hoica.tuhr.pareal.tui.jabr.neloitja.hoi

    • @AJayTHakuria
      @AJayTHakuria 2 ปีที่แล้ว

      @@kahanindrathakur3383 ki koisa ,kak koisa a toi inke 🙄

  • @motivesortz
    @motivesortz 2 ปีที่แล้ว +32

    কি নম্ৰতা, ভদ্ৰতা মনোভাৱ ‚ভাল লাগিল
    প্ৰত্যেক জন-লৰা ছোৱালী তোমাৰ দৰে হব লাগে,সকলোৱে পাৰিব মাথো বাহিৰা কথাত মন নিদি একাগ্রতাৰে অধ্যয়ন কৰিলে চবৰে সফল হোৱাটো নিশ্চিত,
    এই চেগতে সকলোৰে অভিভাৱক, শিক্ষা গুৰু সকললৈ সেৱা জনাইছো

  • @jonjyotideka5370
    @jonjyotideka5370 2 ปีที่แล้ว +32

    আমাৰ গাঁৱত আহিছিলা তুমি,,, লগ নাপালোঁ Dimpu da Tomk,,, vaiti Amar গাঁৱৰে 🎉🎉❤️😘

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Toi.aje.maya.boinar.bush.khn.4hajar.br.salkeca.notir.cole.sudir.vai.kukuror.putak.toi.kailakh.mn.apek.kotemare.pica.busor.putak

  • @nelsonmosahary5079
    @nelsonmosahary5079 2 ปีที่แล้ว +19

    He is so simple and Humble. May he become IAS officer and DC in future in Assam.

    • @tridevsenapati9376
      @tridevsenapati9376 9 หลายเดือนก่อน

      Bro he is in science stream !! At first you get some knowledge about careers then tell others ! Fucking nonsense !

    • @Omanikha
      @Omanikha 2 หลายเดือนก่อน

      Scientist

  • @Friendlypsychoss
    @Friendlypsychoss 2 ปีที่แล้ว +24

    Such a grounded, down to earth and humble guy he is. God bless you.🙏♥️

  • @himsarma3919
    @himsarma3919 2 ปีที่แล้ว +19

    ধৃতিৰাজ তুমি সঁচাকৈয়ে বহুত ভাল ভাল কথা কৈছা। তুমি আগুৱাই যোৱা। আমাৰ দৰঙৰ তুমি গৌৰৱ 👍👍

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Jabaror.damor.pi.jnmo.picle.toi.tr.bush.khn.kimn.dangar.jntut.koreo.gn.km.tr.soretro.boya.mathar.dokh.asa.tr.hejra.toi.olap.linot.thk.toi.

  • @anandmishraips432
    @anandmishraips432 2 ปีที่แล้ว +869

    Later he would become an established good man. I wish you a bright future Dhritiraj.❤🙏 And one more thing I want to tell everyone. Failure is pillar of the success .... so try and you will succeed.❤🙏

    • @pawanchetry9901
      @pawanchetry9901 2 ปีที่แล้ว +6

      Exactly sir

    • @sahabuddinsheikh2150
      @sahabuddinsheikh2150 2 ปีที่แล้ว +8

      Aap real Anand mishra hai kya

    • @jujusaikia
      @jujusaikia 2 ปีที่แล้ว +10

      @@sahabuddinsheikh2150 no he is fake

    • @mkakati758
      @mkakati758 2 ปีที่แล้ว +3

      Yes he is real❣️

    • @jujusaikia
      @jujusaikia 2 ปีที่แล้ว +3

      @@mkakati758 NO BRO HE IS FAKE

  • @rupambhagabati
    @rupambhagabati 2 ปีที่แล้ว +159

    ধৃতিৰাজৰ দৰে এনেদৰে ধাৰাবাহিকতা অক্ষুণ্য ৰখা ল'ৰা আগতে মই শুনা মনত নপৰে । মেট্ৰিকত ভাল ৰিজাল্ট কৰা বহুত ছাত্ৰ-ছাত্ৰীৰ নাম সাধাৰণতে হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলত দেখা নাযায় । এই ল'ৰাটোৰ সাধনাক মই প্ৰণাম জনালো আৰু লগতে ল'ৰাজনৰ উজ্বল ভৱিষ্যতো কামনা কৰিলো । এদিন নিশ্চয় ধৃতিৰাজক আমি এক ভাল স্থানত দেখা পাম ।

    • @ajoyhandique9872
      @ajoyhandique9872 2 ปีที่แล้ว +6

      এইবাৰ HS, ২০২২ ত দ্বিতীয় স্থান দখল কৰা অলংকৃতা গৌতম বৰুৱাই HSLC , 2020 ত দ্বিতীয় স্থান পাইছিল।
      HSLC, 2020
      1. ধৃতিৰাজ, 2. অলংকৃতা
      আৰু এইবাৰ HS, 2022
      1. ধৃতিৰাজ, 2. অলংকৃতা।।

    • @rupambhagabati
      @rupambhagabati 2 ปีที่แล้ว +1

      @@ajoyhandique9872 borhiya. Dhritiraj aru Alangkrita duyore ujjal vobisyot kamona korilu.

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Maya.boinr.haga.gu.khai.rande.mare.mare.dangar.hoica.toi.bl.sengar.cole.suoaror.badsha.bus.khor.pu

  • @samarbaishya9449
    @samarbaishya9449 2 ปีที่แล้ว +84

    Dear Dimpu from my memories & knowledge I'm just sharing dat, In 2003 Devanga Raj neog ranked 1st stand for H.S.L.C from cotton collegiate school & in 2005 he ranked 1st stand again from cotton College. He was my senior buddy from school. He might be working at ISRO right now.

    • @nabajyotideka3836
      @nabajyotideka3836 2 ปีที่แล้ว

      Joytu cotton collegiate nostalgic. Devanga raj neog dada r ghor kot.

    • @daisykalita3886
      @daisykalita3886 2 ปีที่แล้ว

      No. He is asst. Professor at IIT Ghy

  • @anirbanrajkhowa9681
    @anirbanrajkhowa9681 2 ปีที่แล้ว +13

    Sincere, adorable, humble. Wish for your brighter future

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 ปีที่แล้ว +26

    ভাইটিটো সঁচাকৈয়ে কথা শৈলী খুব সুন্দৰ স্বভাৱৰ নম্ৰতাৰ আৰু ইমান মৰমৰ,,তোমালৈ বহুত বেছি অভিনন্দন জ্ঞাপন কৰিলোঁ আগুৱাই যোৱা নিজৰ লক্ষ্যত উপনীত হৈ
    ❤️👍

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Toi.aje.tr.baya.boinak.kailakh.br.shudica.rander putak.Mayak.sudar.cole.suoaror.badsha.mayar.busor.majot.ghr.tr.kukuror.putak.haram.jda

    • @biswajyotiarandhara9402
      @biswajyotiarandhara9402 2 ปีที่แล้ว

      @@kahanindrathakur3383 কোন তই আৰু কি ৰিপ্লাই কৰিব আহিছ মোৰ কমেন্টত 😠😠

    • @pandasa4519
      @pandasa4519 2 ปีที่แล้ว

      😂

  • @bipuldas9798
    @bipuldas9798 2 ปีที่แล้ว +130

    আজিকালিৰ সাংবাদিক বিলাকৰ ডিম্পুৰ পৰা বহুখিনি শিকিবলগীয়া আছে কিদৰে এজন স্হান প্ৰাপ্তৰ সাক্ষাৎকাৰ লয়।

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Vorer.dhula.buleo.navabu.tuhr.pareal.tuk.moi.randame.koirba.jna.khale.lngta.kore.falm.tuhk.manuhor.semar.nohoi.tuhr.pareal.tu.murkho

    • @bhagyashreebora9045
      @bhagyashreebora9045 2 ปีที่แล้ว

      right kotha tu

  • @JyotirmoyB7530
    @JyotirmoyB7530 2 ปีที่แล้ว +168

    Other toppers: moi iit't btech korim.
    And he: moi iit chemistry professor hom.
    Just see the difference 🔥🔥🔥🔥🔥 zero attitude and such an intelligent down to earth guy.All the best to him.. ❤️

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Gu.khai.jnmo.picle.tuhr.pareal.tui.kotha.KOba.njna.tuhr.pareal.tui.boyaro.sema.noho.boya.tuhr.pareal.tu.nes.pgl.amogor.gu.kho

    • @JyotirmoyB7530
      @JyotirmoyB7530 2 ปีที่แล้ว +1

      @@kahanindrathakur3383 bhag murkho khandan'r nazaaish aulaad .. Axomiya kobo bahana jodi comment nokoribi.. Joldhagoru

  • @alimuliassam6405
    @alimuliassam6405 2 ปีที่แล้ว +5

    "আশা,আগ্ৰহ আৰু সাধনা" এইয়া আমাৰ মূল মন্ত্ৰ, তাৰ মানসিকতাই এইয়া উত্তম নিদৰ্শন,ভাল হওঁক সকলোৰে আগুৱাই যাওঁক সকলো, শুভকামনা আৰু সেৱা জনাইছোঁ ।।🌼🌼❤

  • @manzilkhaund1600
    @manzilkhaund1600 2 ปีที่แล้ว +16

    Simply, just an adorable kid more than anything else!

  • @Priyangibharadwaj--
    @Priyangibharadwaj-- 2 ปีที่แล้ว +86

    ইমান সহজ সৰল লৰাজন, তোমাৰ ভৱিষ্যত উজ্বল হওক ধৃতিৰাজ

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Tr.busor.phutatu.kimn.dangar.mor.sumatu.suhe.de.toi.6lakh.br.sowad.pabe.emn.phutane.dadagiri.nadai.khabe.toi.lngta kore.kubm.tok.sere.falm

  • @jilmilmahanta3669
    @jilmilmahanta3669 2 ปีที่แล้ว +102

    ইমান অমায়িক ধৃতিৰাজ.. আগুৱাই যোৱা তুমি 😊💗

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Apadartha.manuhor kotha.sune.km.nokrebe.toi.johare.kukurne.300.bosor.jeyai.thikleo.vl.safa.noho.toi.olapo

  • @INDRAJITKitchen
    @INDRAJITKitchen 2 ปีที่แล้ว +12

    যেতিয়া নিউজ চেনেল বোৰত সাক্ষাৎকাৰ লৈছিল কথা খনি শুনি বহুত ভাল লাগিছিল তাৰ । ডিম্পু তোমাৰ জৰিয়তে তাক মোৰ শুভেচ্ছা জনালোঁ। আগলৈ অ তাৰ এই যাত্ৰা সফল হওঁক আৰু অসম খন অৰ বাবে কাম কৰক তাৰে কামনা কৰিছো🙏🙏।

  • @dimpiburagohain9785
    @dimpiburagohain9785 2 ปีที่แล้ว +15

    His personality is so warm and so calm... And dimpu sir so good concept it's really gonna help many students. God bless you man wishing you a brighter future ❤️

  • @pankulphukan3138
    @pankulphukan3138 2 ปีที่แล้ว +3

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ভাইটি ❤️❤️❤️💖🙏

  • @digantasarmah4779
    @digantasarmah4779 2 ปีที่แล้ว +8

    ল'ৰাজনৰ আচাৰ- ব্যবহাৰত নিজৰ মা-দেউতাকৰ লগতে ঘৰখনৰ পৰিৱেশ প্ৰতিফলিত হৈছে। বৰ ভাল লাগিল ল'ৰাজনৰ কথাবোৰ। শুভেচ্ছা যাচিলোঁ💐💐💐

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Toi.aje.tr.tere tuk.kailakh.br.shudica.rander.putak.sudmarone

  • @mousumichoudhury7409
    @mousumichoudhury7409 2 ปีที่แล้ว +25

    Dhritimanক বহুত ভাল লাগে।বৰ অমায়িক আৰু ভদ্ৰ মৰম লগা ল'ৰা। ঈশ্বৰে তোমাৰ মংগল কৰক।👍👍

    • @alakeshsvlog
      @alakeshsvlog 2 ปีที่แล้ว +1

      dhritiman nhoi dhritiraj

  • @shaheensultana3503
    @shaheensultana3503 2 ปีที่แล้ว +182

    He is a pure soul..The way he speaks is so mesmerizing reflects his innocence. Personally I never watch any of the speeches of toppers. But I listened to him without a pause.All the best Dhritiraj shine on!

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Jabaror.damor.pi.jnmo.picle.toi.johare.kukurne.murot.pokai.kaim.race.tr.soretro.bohut.boya.tr.pagla.mutter.toi.amogor.jbr

  • @learnwithTina9
    @learnwithTina9 2 ปีที่แล้ว +3

    His amiable nature wins many hearts ❤️❤️❤️❤️❤️❤️ tumi aguai jua , India r manuh out of India r manuh u tumak sini pauk

  • @chiranjitsonowal5695
    @chiranjitsonowal5695 2 ปีที่แล้ว +3

    মই তোমাক comment sectionot কম বুলি ভাবিছিলো যে তুমি stand কৰা ল'ৰা বিলাকৰ ওপৰত video বনাবা আৰু তুমি বনাই দিলা । So ভাল লাগিল । So আজি first time video2 চাই বেছি ভাল লাগিল। Thanx Dimpu bhiti...💖💖..... Keep it up.... পাৰিলে গোটেই stand কৰা ল'ৰা বিলাকৰ video বনোৱা।

  • @kishordas2840
    @kishordas2840 2 ปีที่แล้ว +28

    লৰাজন লৈ অসম চৰকাৰৰ ভবিষ্যত আছে লৰা জনক চৰকাৰৰ ওচৰত দায়িত্ব লব লাগে ধন্যবাদ

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Toi.etta.maya.bayak.assom.khana.hate.ghura.ghura.sude.asa.bush.khor.pu.rander.cole.sator.putak.Mayak.sudar.cole

  • @Radhepallavi108
    @Radhepallavi108 2 ปีที่แล้ว +17

    লৰাটোৰ কথাখিনি শুনিলেই মনটো কিবা ভাল লাগি যায় 🥰। ভগৱানে ভালে ৰাখক তাক🤗

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Tajpuror.pagla.phatakot.ghr.tuhr.pareal.tur.vl.gn.ni.murot.tuhr.olapo.johrame.koirba.jna.khale

  • @aspirant2357
    @aspirant2357 2 ปีที่แล้ว +21

    কি সুন্দৰ কথন শৈলী লৰা জনৰ। লগতে আপোনাকো ধন্যবাদ..এই vdo ৰ বাবে দিম্পূ দা

  • @dipchiyalatif7837
    @dipchiyalatif7837 2 ปีที่แล้ว +8

    He can touch people's heart by his words.
    Too much positivity in his words...

  • @kunalbonysharma89
    @kunalbonysharma89 2 ปีที่แล้ว +16

    This boy is a great asset ...he will do wonders in future for sure ... congratulations brother ...may you shine and rise.

  • @MullahSpeaks
    @MullahSpeaks 2 ปีที่แล้ว +46

    down to earth, মৰমিয়াল লৰা। আগুৱাই যোৱা, আমাৰ আশীৰ্বাদ সদায় তোমাৰ সৈতে থাকিব।❣️

  • @pyaraduz7205
    @pyaraduz7205 2 ปีที่แล้ว +26

    Proud, History of Assam...... 🥰 Love from Dhemaji. Kosek gaon
    Congratulations, dear brother. সচাঁই বহুত ভাল লাগিল। মৃত্যুৰ পাছত দুজন হলেও মোক চিনি পাই। এই কথাত সচাই বহুত ভাল লাগিল। তুমি সচাই মহান ব্যক্তি, মৰমৰ ভাইটি।

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +56

    অভিনন্দন জনালো ভাইটি তোমাক ❤ ইমান মৰমলগা ভাইটিজন 😍❤ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ভাইটি ❤☺

  • @ashimnath3974
    @ashimnath3974 2 ปีที่แล้ว +4

    Not only a intelligent student..........he is a good human being....congratulations...God bless

  • @pranatibaruah3467
    @pranatibaruah3467 2 ปีที่แล้ว

    বৰ মৰম লগা লৰা,অকল পঢ়া শুনা ই নহয় ব্যৱহাৰে সকলোকে মোহিত কৰিছে,ধৃতিৰাজৰ উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @afknowledge123
    @afknowledge123 2 ปีที่แล้ว +220

    He is not only a topper student but also a good person ❤️

    • @joymatidas5460
      @joymatidas5460 2 ปีที่แล้ว

      Dhritiraj congratulations ,your simplicity attracts all. Go ahead.Wish you a bright future. God bless you. Dimpu thanks for your interview with Dhritiraj.Wish you a great future ahead.

  • @chitrineeborah2241
    @chitrineeborah2241 2 ปีที่แล้ว +12

    Congratulations 👍 .ইমান মৰম লগা কথা বতৰা ,দেখা শুনা সকলো ফালৰপৰা ।তুমি মনে যি বিচাৰিছা ভগৱানে তোমাক সকলো খিনি দিয়ক ।🙏

  • @kartikmandal2477
    @kartikmandal2477 2 ปีที่แล้ว +22

    লৰা জনলৈ বহুত বেছি শুভেচ্ছা জনালো আগন্তুক দিনবোৰ ভালে ভালে যাই তাৰে আশীর্বাদ কৰো

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Tuhr.pareal.tuk.kumba.pagla.kukura.kaim.race.mathar.dokh.hoice.mor.sumatu.suhe.de.toi.rander.badsha.sator.putak

  • @bitumoniborah4401
    @bitumoniborah4401 2 ปีที่แล้ว

    সচাই কি কম ৰিজাল্ট ইমান ভাল আৰু ইমান সহজ সৰল কথাবোৰ কি শিক্ষা দিছিল মাক দেউতাকে god gifted.... ❤️❤️❤️❤️ God bless you ru aguai jwa monr jukhare asirbad disu

  • @Dhemajirsampriti
    @Dhemajirsampriti 2 ปีที่แล้ว +2

    বহুত বেছি ভাল লাগিল Dimpu দা 😊
    ধৃতিৰাজলৈ বহুত মৰম আৰু শুভকামনা। ❤❤😘

  • @-pojaaghar6190
    @-pojaaghar6190 2 ปีที่แล้ว +14

    আমাৰ পঁজাঘৰৰফালৰ পৰা তেওঁক বহু বহু শুভকামনা ভৱিষ্যত জীৱনৰ বাবে। 💕

  • @Nikku27-t2f
    @Nikku27-t2f 2 ปีที่แล้ว +21

    পোৱালি জনৰ ভবিষ্যত বহুত বেছি ভাল হওঁক তাৰে কামনাৰে

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Toi.aje.maya.boinar.piha.duta.kaihajar.br.salkeca.rander.putak.sudmarone.haram.jda

  • @shikhaborasteachingmusical6219
    @shikhaborasteachingmusical6219 2 ปีที่แล้ว +9

    ধৃতিৰাজলৈ বহু-বহু শুভকামনা যাচিলোঁ | সঁচাই তেখেত অতি সুন্দৰ আচৰণৰ এজন অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী ল'ৰা | লগতে ভিডিঅ'টো বনোৱা বাবে ডিম্পু বৰুৱালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ |

    • @gaonliyadekaanurag5956
      @gaonliyadekaanurag5956 2 ปีที่แล้ว +1

      শৰ্মা নহয় বাইদেউ বৰুৱা হে

    • @shikhaborasteachingmusical6219
      @shikhaborasteachingmusical6219 2 ปีที่แล้ว +1

      @@gaonliyadekaanurag5956ঠিক আছে মই edit কৰি দিছোঁ |

  • @linakaibarta4818
    @linakaibarta4818 2 ปีที่แล้ว +1

    অসমৰ গৌৰৱ 🤗🤗.... কথাবোৰ ইমান সুন্দৰ 🥰🥰..... আগুৱাই যোৱা ধৃতিৰাজ ......best of luck ভাইটি

  • @anjugogoi6536
    @anjugogoi6536 2 ปีที่แล้ว

    ধৃতিৰাজক হিয়া ভৰা আশীৱাদ তথা শুভেচ্ছা জনালো । তোমাৰ বৰমা বুলি কামনা ও প্ৰাথনা কৰিম নেদেখা জনৰ ওচৰত ' তোমাৰ লগ যে ভগৱানে সদায় দিয়ক ।

  • @rahuladhikary761
    @rahuladhikary761 2 ปีที่แล้ว +23

    অভিনন্দন জনালোঁ ভাই । ভিডিঅ টো বনোৱা বাবে দিম্পু বৰুৱা দাদালৈ অশেষ ধন্যবাদ ।❤🙏

  • @bishwakalita6789
    @bishwakalita6789 2 ปีที่แล้ว +50

    আমাৰ অসমৰ গৌৰৱ, আমাৰ ছিপাঝাৰৰ গৌৰৱ তথা আমাৰ অঞ্চলৰ গৌৰৱ, বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏🙏❣️ ধন্যবাদ।।

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Rande.mare.mare.maya.boinak.sude.sude.danagr.hoica.tuhr.pareal.tui.boyaro.sema.boya.tuhun.murot.pokai.kaim.race.tuhr

  • @imbhaskar6390
    @imbhaskar6390 2 ปีที่แล้ว +107

    I have never tried to watch a Toppers speech/interview anything like that... But i can't stop myself from watching this boy with a Different ideology towards his society... May be because he has learnt it from PHYSICSWALLAH Teachers

    • @anshumanbaruah
      @anshumanbaruah 2 ปีที่แล้ว +3

      And how do you know that he is studying from PW ?
      Edit - Yes he is a student of PW

    • @imbhaskar6390
      @imbhaskar6390 2 ปีที่แล้ว +3

      @@anshumanbaruah Yes bro! Teu kali e koisile interview t and the clip has been sent by me to PW team yesterday❤

    • @AhmedAli-mx9hk
      @AhmedAli-mx9hk 2 ปีที่แล้ว +1

      Yes

    • @AIRNEETInshAllahPW
      @AIRNEETInshAllahPW 2 ปีที่แล้ว +1

      Me too think 😊❤️

    • @ghanashyamdas9461
      @ghanashyamdas9461 2 ปีที่แล้ว +2

      @@imbhaskar6390 assamese g87b

  • @danieldefoe2179
    @danieldefoe2179 2 ปีที่แล้ว

    বাস্তৱিকতে ক'বলৈ গ'লে ধৃতিৰাজ বাস্তৱ কলিতা অসমৰ এগৰাকী ৰিয়েল হিৰো তথা প্ৰকৃত বীৰ হয়....। তেওঁ অসম তথা ভাৰতবৰ্ষৰ সুনাম অৰ্জন কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ আৰু লগতে তেওঁলৈ অলেখ অভিনন্দন জ্ঞাপন কৰিলোঁ । মই গোৱালপাৰাৰ পৰা তেওঁলৈ মৰম যাচিলোঁ ।

  • @biswajitbarman6868
    @biswajitbarman6868 2 ปีที่แล้ว +30

    Congratulation ❤️💐🎂 ধৃতিৰাজ 🙏 তোমাৰ দৰে এনেকুৱা সহজ সৰল মনৰ শিক্ষাৰ্থী খুব কমেই দেখা পাইছোঁ,, তুমি আৰু আগুৱাই যোৱা ভাই ❤️❤️ আশা কৰো এদিন তুমি আমাৰ অসম খনক শিক্ষা নগৰী বুলি পৰিচয় কৰি দিব পাৰা 🙏🙏 god bless you 🎁🙏

  • @niranjannath9669
    @niranjannath9669 2 ปีที่แล้ว +4

    নতুন প্ৰজন্মৰ বাবে ধৃতিৰাজ আদৰ্শ | আমি গৌৰৱান্বিত | ডিম্পু লৈ বহুত ধন্যবাদ |

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Tr.maya.boinr.bush.khn.kimn.dangar.kotemarar.cole.sator.putak.rander.lora

  • @ajjamulhoque5738
    @ajjamulhoque5738 2 ปีที่แล้ว +25

    Big congratulations to
    Dhritiraj Bastav kalita
    Double 1st rank holder in Assam
    1st position-HSLC
    1st position - HS
    Best wishes for your bright future.
    👍🏻🎉🎉🎉

  • @gayatrichoudhury9496
    @gayatrichoudhury9496 2 ปีที่แล้ว

    eman val lagil ধৃতিৰাজ ক, মাক দেউতাক ধন্য এনেকুৱা লৰা পাইছে, খুব ভাল লৰা

  • @bitumoniburagohain732
    @bitumoniburagohain732 2 ปีที่แล้ว

    Uff ki মাৰ্জিত কথা বতৰা ব্যৱহাৰ,,, ভগৱানে তোমাক আশীৰ্বাদ দিয়ক আৰু যেন আগুৱাই যোৱা, দেশৰ নাম উজ্বলাই তোলা ❤️❤️

  • @minakshirajsaharia427
    @minakshirajsaharia427 2 ปีที่แล้ว +6

    ইমান মৰমলগা কথাবোৰ , অমায়িক .... শুভেচ্ছা থাকিল ভাইটি। বহুত সুখী হৈছো তোমাৰ সৰলতাত।

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Kotha.KOba.njna.toi.al.bl.boikba.jna.aru.lngta.hoi.nichpa.jna.murot.pokai.kaim.race.tr.hejra.jbr.neloitja.toi

  • @099-z6z
    @099-z6z 2 ปีที่แล้ว +161

    congratulation , agoto hua tu xunisilu, barpetar, Gunindra das ne Gourangalal das sage, but bohut purona kotha

    • @dhrubajyotisaikia2470
      @dhrubajyotisaikia2470 2 ปีที่แล้ว +13

      গৌৰাংগলাল দাস, বৰপেটা(IFS OFFICER)

    • @samujjaldas6002
      @samujjaldas6002 2 ปีที่แล้ว +4

      Hy teo e..

    • @mahantakaberi
      @mahantakaberi 2 ปีที่แล้ว +9

      Teo hslc t 1st aru hs t 2nd hoisil

    • @nabadeepkalita6788
      @nabadeepkalita6788 2 ปีที่แล้ว +4

      Gouranga dyotte 1st nsil nhoi 1 ta first ND hs 2nd position he

    • @-NayanjyotiBordoloi
      @-NayanjyotiBordoloi 2 ปีที่แล้ว +2

      Gourangalal Das. Currently IFS officer

  • @flcco.2981
    @flcco.2981 2 ปีที่แล้ว +62

    Never met him personally but from these videos one thing I learnt is that this guy is really humble even he is born with virtues and other accolades. This shows he really has the calibre which he need not to brag about.

  • @bitumonisaikia5498
    @bitumonisaikia5498 2 ปีที่แล้ว

    ইমান অমায়িক,সহজ-সৰল ল'ৰাজন🥰তুমি বহুদূৰ আগুৱাই যোৱা ধৃতিৰাজ🥰

  • @afrinbegum7534
    @afrinbegum7534 2 ปีที่แล้ว +21

    Many many congratulations Dhritiraj.. I'm also from Mangaldai..you are truly a god gifted child..your way of thinking is on another level...I got goosebumps to hear your words...wish you a great future ahead

  • @karishmasaharia8901
    @karishmasaharia8901 2 ปีที่แล้ว +4

    Dimpu da, jidina he hosake I.I.T professor hoi dekhabo heidnao ata interview loba..and he tar hopun puron Kori he eribo... tak horu porai paisu schoolt..This boy is different..This boy is God gifted,,❣️🕉️

  • @koustavjyotikashyap7583
    @koustavjyotikashyap7583 2 ปีที่แล้ว +38

    Congratulations Dhritiraj!🤗
    One of my batchmates Tridip Bora from Nagaon stood 2nd in HSLC 2016, following which again stood 2nd in HS 2018.

  • @dipjyotimahanta7386
    @dipjyotimahanta7386 2 ปีที่แล้ว +9

    কথা বিলাক বহুত মৰম লগা তোমাৰ আগলৈ আৰু বেছি আগবাঢ়ি যোৱা তাকেই কামনা কৰিছো। 😊🥰

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Tuhr.pareal.tuk.kumba.pagla.kukura.kaim.race.matha.poka.ligce.tuhr.

  • @ddhemali2.040
    @ddhemali2.040 2 ปีที่แล้ว

    ধৃতিৰাজ ,
    এজন ভাল মানুহ হোৱাৰ সকলো গুণেই তোমাৰ আছে। সচাই তুমি আনকৈ অলপ বেলেগ।শেষত তোমাক বহুত বহুত মৰম আৰু অভিনন্দন জনালোঁ। 😊✌️

  • @journeytogether6449
    @journeytogether6449 2 ปีที่แล้ว

    Eman morom loga Lora tu....😘...Kotha bur eman sohoj sorol....eman sincere ,eman morom loga...God bless him..tumar bhobisot jibonoloi xubeshaa thakil

  • @pranjalkalita4477
    @pranjalkalita4477 2 ปีที่แล้ว +10

    He is d Ranchorsdas. Result r pisot nohy knowledge r pist doure.. Great human being dhritiraj 👍

  • @nabadeepborah2774
    @nabadeepborah2774 2 ปีที่แล้ว +35

    Just passed HS and he is talking about Research , A Brilliant Boy Salute 😎

  • @bhargabsarma2034
    @bhargabsarma2034 2 ปีที่แล้ว +39

    I wish him all the best for his future... It's amazing how articulate he is ....

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Toi.aje.tr.jeyarar.busot.kaihajar br.sumaca.suoaror.badsha.rander.putak.kotemarar.cole.sator.putak

  • @levixenos8711
    @levixenos8711 2 ปีที่แล้ว +3

    He is matured and his way of giving answers is soo good... Just be like that be a human brother... We will need you

  • @deshiganeradda8830
    @deshiganeradda8830 2 ปีที่แล้ว +3

    ভাইটি ধৃতিৰাজক লৈ ভিডিও প্ৰস্তুত কৰা বাবে অশেষ ধন্যবাদ জনালোঁ 🙏 ।
    কিন্তু সেই কলা বিভাগত প্ৰথম স্থান পোৱা অহংকাৰীজনীৰ ভিডিও নবনাবা দেই । নহ'লে তোমাৰ জনপ্ৰিয়তা বিলুপ্ত হ'ব ।

  • @NayanBaruah708
    @NayanBaruah708 2 ปีที่แล้ว +10

    ইমান সৰলতা ❤️ আচৰিত বহুত বহুত শুভেচ্ছা থাকিল ❤️😇লগতে ধৃতিৰাজ কথাখিনি ইমান মৰম লগা ইমান সহজ সৰল আৰু মাতৃৰ কথাখিনিয়ে মন ভাল লগাই দিলে😍❤️ আগুৱাই যোৱা শুভকামনা থাকিল ❤️

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Kak.kinka.babohr.koirba.laga.satuo.njna.tuhr.pareal.tui.randame.johrame.paglame.hole.koirba.jna.mukhot.hagm.tuhr