JOYA NAI (Joymoti) - Zubeen Garg Ft. Prastuti Porasor || Abahan Theatre 2021-22 || Official Released

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ต.ค. 2024
  • AC MULTIMEDIA Label Released "Joya Nai (Joymoti)" By Zubeen Garg Assamese Song From "Abahan Theatre 2021-22"
    ◾Drama - Joymoti (Abhijit Bhattacharjya)
    ◾Singer - Zubeen Garg
    ◾ Lyrics - Abhijit Bhattacharjya
    ◾ Music Director - Ajoy Phukan
    ◾ Music Arrangement - Ashok Singh
    ◾ Mixed/Master/Additional Programming - Palash Gogoi
    ◾ Guitar - Nabadya
    ◾Flute - Anjan Medhi
    ◾ Violin - Rex Boro
    ◾Publisher - Babulee
    ◾ Lyrical Video - Padunya
    ◾ GFX - Partha Jit Hira
    #Abahan_Theatre #Zubeen_Garg
    🔴Subscribe Us : bit.ly/2SAwoNZ
    🔵Contact Us On Fb : bit.ly/2DCMMD7
    🔵Contact Us On Instagram : bit.ly/2TNjIQb
    🎧This Songs Is Also Available On ⏸️
    ◾Etune
    ◾ACMultimedia
    ◾Saavn
    ◾JioMusic
    ◾iTunes
    ◾Gaana
    ◾Hungama
    ◾Wynk
    ◾Instagram
    ◾Facebook
    ◾Google Play
    ◾TH-camMusic
    ◾Amazon Music
    ◾Pandora
    ◾Spicytuneapp
    ◾Deezer
    ◾Tidal
    ◾Napster(beta)
    ◾iHeartRadio(beta)
    ◾Anghami(beta)
    ◾KKBox(beta)
    ◾MediaNet
    ◾ClaroMúsica and 150+ smaller outlets.
    🔴◾◾◾ Thanks ◾◾◾🔴
    You may like this - bit.ly/35i0Lwb
  • เพลง

ความคิดเห็น • 1.6K

  • @manikbaruah8933
    @manikbaruah8933 3 ปีที่แล้ว +338

    "জয়া নাই"-উফ্ কি সুললিত কণ্ঠৰে নিগৰাইছে জুবিন দা ❤️ মন প্ৰাণ চুই গ'ল। জুবিন দাৰ বাবে এটা আশীৰ্বাদ দি যোৱা।

  • @pritamkaushik5900
    @pritamkaushik5900 3 ปีที่แล้ว +60

    জয়মতীয়ে যেন পুনৰ প্ৰাণ পাই উঠিল এই গানটোৰ জৰিয়তে ।এটাই কম জয় জুবিন দা ❤️🔥

  • @dip.jyoti_
    @dip.jyoti_ 3 ปีที่แล้ว +104

    গান এটি গোৱা না.....কত মোৰ মা..... জয়া নাই......
    Zubeen da & Prastuti Ba many more iconic & soulful songs yet to come ❤️💫

  • @bhuyashipathak9105
    @bhuyashipathak9105 3 ปีที่แล้ว +17

    প্ৰায় ২ বছৰৰ বিৰতিৰ পিছত পুনৰ প্ৰাণ পালে আমাৰ হিয়াৰ আমঠু ভ্ৰাম্যমাণ থিয়েটাৰে।।
    অতি উৎকণ্ঠাৰে বাট চাই আছো উপভোগ কৰিবলৈ।।
    ইয়াৰ লগতে মৰমৰ জুবিন দা ৰ সুললিত কন্ঠ।। উফ্...
    এক বুজাব নোৱাৰা অনুভুতি।।
    জুবিন দা ক মনে প্ৰাণে ভাল পোৱা সকলে like এটা মাৰি যাব।।

  • @a.d.seditz8556
    @a.d.seditz8556 3 ปีที่แล้ว +140

    মোৰ ভগৱান জুবিন দা🙏🏻
    সত্ৰ নগৰী মাজুলীৰ পৰা মৰম যাচিলোঁ জুবিন দালৈ❣️

  • @SanjayKumar-dk9fo
    @SanjayKumar-dk9fo 3 ปีที่แล้ว +127

    এক মিনিট মৌন প্ৰাৰ্থনা । সতী জয়মীয় আইৰ নামত ।🙏🙏🙏 জয় জুবিন দা ।

  • @boraxomsubhrajitbailung1289
    @boraxomsubhrajitbailung1289 3 ปีที่แล้ว +419

    বুকুখন বিষাই গৈছে অ’ ককাই 😍গাৰ নোম শিয়ৰি উঠাকে নাগাবি অ’ ককাই❤️বৰ সুন্দৰ গান কবলৈ ভাষা নাই ❤️ ভ্ৰাম্যমাণ ৰ ভাল দিন বিলাক ঘুৰি আহক সোনকালে❤️

    • @rajaulislam5776
      @rajaulislam5776 3 ปีที่แล้ว +8

      Hoi diok

    • @khaninbarman6868
      @khaninbarman6868 3 ปีที่แล้ว +5

      এক্কক্কক্কক্কক্কক্কক্ক্্ক্কক্কক্কক্কক্কক্কক্কক্কক্কক্কা

    • @rupankarray2
      @rupankarray2 3 ปีที่แล้ว +5

      কিংবদন্তী ইয়াত কোনো সন্দেহ নাই দাদা

    • @konkonaborah9843
      @konkonaborah9843 3 ปีที่แล้ว +1

      Q

    • @bijoysarma6424
      @bijoysarma6424 2 ปีที่แล้ว

      Cudhdjv is b kbi on all

  • @bharatzg25
    @bharatzg25 2 ปีที่แล้ว +49

    ককাদেউৰ কণ্ঠত এক অতুলনীয় পৰস ♥️🥰 (ভগৱান)🙏❤️ হৃদয় চুই যোৱা গাৰ নোম সচাকৈ সিহৰী উঠে ♥️🥰

  • @sahlamahmed2468
    @sahlamahmed2468 3 ปีที่แล้ว +124

    ৩০বাৰৰো অধিক শুনিলু ভাষা নাই ক'ব ...
    জয় জুবিন দা

  • @JJB-uc5ev
    @JJB-uc5ev 3 ปีที่แล้ว +54

    সংগীতৰ পৃথিৱীৰ তুমি উজ্বল নক্ষ্যত্ৰ… যুগে যুগে জিলিকি ৰোৱা ❤️

  • @অবিনাশকাশ্যপ
    @অবিনাশকাশ্যপ 3 ปีที่แล้ว +72

    প্ৰতিটো শব্দ হৃদয়ৰ পৰা অনুধাৱন কৰক।প্ৰত্যেকটো শব্দৰ মাজত বিচাৰি পাৱ সুন্দৰ অৰ্থ।🙏🙏জুৱিন দা এনেকৈ উপহাৰ দি যাওক এটি নতুনত্ত্বৰ।🥰❤💚💚💚💚❤

  • @simantaaxom407
    @simantaaxom407 3 ปีที่แล้ว +35

    কি কম আৰু ভাষা নাই,,, ❤️❤️❤️ভগবানৰ গান বেয়া হব পাৰে জানো🙏🙏🙏

  • @manalishadas2421
    @manalishadas2421 3 ปีที่แล้ว +355

    ভাষা নাই কবলৈ ❤❤❤❤❤❤❤❤❤❤😍😍😍😍😘😘😘😘😘😘😘😘😘😘 জুবিন দাদা ভগৱানে আপোনাক সদায়ে ভালে ৰাখক🙏❤❤❤

  • @updates6367
    @updates6367 3 ปีที่แล้ว +13

    48 bsor byokht o zubeen dar anekua voice bapre 😲🔥.... Hey king you drop this " 👑"

  • @palashbhuyan1503
    @palashbhuyan1503 3 ปีที่แล้ว +223

    উফফফফ হৃদয় চুই গল
    জুবিন দাৰ বাবে সকলোৱে হিট লাইক মাৰি দিয়ক🙏

  • @RakeshKumar-mf2kk
    @RakeshKumar-mf2kk 3 ปีที่แล้ว +51

    বুকু কপাই দিচা ককাই❤️
    আৱাহন থিয়েটাৰ
    নাট=অভিজিত ভট্টাচাৰ্য
    অভিনয়=প্ৰস্তুতি পৰাশৰ বাৰ
    তাতে আকৌ ককাইৰ গান...ওফ্❤️....

    • @H.J.K.CREATION
      @H.J.K.CREATION ปีที่แล้ว +1

      Kandi dsu ei ganto jetiya bajisil natokot

  • @rickyboraofficial2901
    @rickyboraofficial2901 3 ปีที่แล้ว +255

    ভগৱানৰ কণ্ঠ সদায় ধুনীয়াই তাত কোনো সন্দেহ নাই।। love u ZG❤️❤️❤️❤️🎶

    • @nasaraly3893
      @nasaraly3893 3 ปีที่แล้ว +3

      😂😂😂😂

    • @Lordkrishnafan2024
      @Lordkrishnafan2024 3 ปีที่แล้ว +5

      @@nasaraly3893 why did u laugh???😡😡😡

    • @Darkshadow-xz7xd
      @Darkshadow-xz7xd 3 ปีที่แล้ว +5

      @@Lordkrishnafan2024 hoi kio ba hahise pagla tu e 😡😡

    • @manikgogoi4401
      @manikgogoi4401 3 ปีที่แล้ว +1

      হয়

    • @prabandutta5662
      @prabandutta5662 3 ปีที่แล้ว

      জুবিনৰ নিজৰে ভগৱান নাই ,, আমাৰ ভগৱান কেনেকে হব,, কোন গৰুটো এইটো।।

  • @mrinalrikusarmah4501
    @mrinalrikusarmah4501 3 ปีที่แล้ว +33

    জুবিন ককাইৰ দৰে হ'ব কোন.. জীৱন্ত কিংবদন্তিগৰাকীলৈ বহুত বহুত মৰম শ্ৰদ্ধা। জুবিন গাৰ্গ চিৰদিন❤️

  • @bhupenraj4546
    @bhupenraj4546 3 ปีที่แล้ว +69

    আমাৰ ভাগ্য জুবিন দাৰ দৰে শিল্পি এজন পাইছোঁ হে ভগবান শতকোটি প্ৰণাম তোমাক

    • @Jiten-on3kt
      @Jiten-on3kt 5 หลายเดือนก่อน

      ❤❤

  • @nirmal1913
    @nirmal1913 ปีที่แล้ว +7

    ভগৱানক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ কণ্ঠটি আমাক উপহাৰ দিয়াৰ কাৰণে,❤

  • @teacheronwheels96
    @teacheronwheels96 3 ปีที่แล้ว +104

    এইজন মানুহ ভালেৰে থাকিব লাগিব , ভালেৰে ৰাখিব লাগিব আমি।

  • @dhrubadas3211
    @dhrubadas3211 3 ปีที่แล้ว +52

    চকুলোত সোমেকা হীয়া ,,,, এইখিনিৰ সুৰ টো ৱে হৃদয় স্পর্শ কৰিছে ❤️❤️❤️ love you zubben দা,,,

  • @nbsvlogs1250
    @nbsvlogs1250 3 ปีที่แล้ว +286

    এইবছৰ ভ্ৰাম্যমান থিয়েটাৰ চাবলৈ কোনে কোনে সাজু হৈ আছা। মই সাজু হৈ আছোঁ
    💓 জনাৰ্দন জিতু 💓

  • @kulenrabha6504
    @kulenrabha6504 3 ปีที่แล้ว +16

    গান তো শুনি মন 🥰প্ৰাণ অাৰু মোৰ পুৰা হৃদয় চুই গৈছে..💙 জয় আই অসম। Love u 😍 Zubeen da..❤️

  • @assamwaves-parthapratim143
    @assamwaves-parthapratim143 3 ปีที่แล้ว +50

    দাদা কি কম 🔥🔥🔥ভাষা নাই,,,,, শত কোটি বাৰ প্ৰণাম আপোনাক 🙏ভগবানে ভালে কুশলে ৰাখক আপোনাক 😘😘😘love u goldy da 😘😘😘

  • @trideebsaharia3159
    @trideebsaharia3159 ปีที่แล้ว +12

    জয়মতী ৰ আত্মবলিদানে অসম খনক ৰক্ষা কৰিলে, তেওঁ প্ৰত্যেক জন অসমীয়াৰ হৃদয়ত আজিও আছে❤️🥰.। গান তো শুনিলে গাৰ নোম শিয়ঁৰি উঠে🥰❤️

  • @marulidharrabha8339
    @marulidharrabha8339 3 ปีที่แล้ว +50

    🌹🌹সঁচা কৈছো,গানটো শুনি শুনি গাৰ নম শিয়ৰি কাটা দি উঠিল। মন চুই গ'ল গানটো।
    🥀🥀Love you ❤️🥀জুবিন দা।❤️
    🌷♥️খুউব খুউব মিষ্টি আপোনাৰ গলৰ সুৰ।।💕🥀🥀

  • @MRAxom
    @MRAxom 3 ปีที่แล้ว +6

    ককাই ও তোৰ গানৰ অবিহনে ভ্ৰাম্যমাণ থিয়েটাৰ শূন্য ।
    🙏🙏🙏
    আৰু dislike মাৰা কেইটা সঁচাকৈ তহঁত বাৰু অসমীয়া নে ।।

  • @jayantajeetchannel9183
    @jayantajeetchannel9183 3 ปีที่แล้ว +112

    কথা-সুৰ-সংগীত অতুলনীয়।🙏🙏জুবিন-অজয়-অভিজিত দাদাৰ অন্যতম শ্ৰেষ্ঠ গীত।

    • @vinodkaliya3823
      @vinodkaliya3823 3 ปีที่แล้ว

      একো ভাল হোৱা নাই

    • @vinodkaliya3823
      @vinodkaliya3823 3 ปีที่แล้ว

      @@jayantajeetchannel9183 thank u

    • @dipjyotigogoi8964
      @dipjyotigogoi8964 3 ปีที่แล้ว +1

      @@vinodkaliya3823 tur matha Val hua NY gadho.

  • @nabanitamedhi90
    @nabanitamedhi90 3 ปีที่แล้ว +16

    আজি জয়া নাই ❤️❤️❤️ ufff dada 🙏ki bujisu bujabo nuyarim but kolija kpai dise 😌❤️❤️❤️❤️ love you dada apuni jen অসমীয়াৰ মান💞✨✨

  • @Mayuri824
    @Mayuri824 3 ปีที่แล้ว +25

    আজি প্ৰায় দুবছৰৰ পিচত ভ্ৰাম্যমান জগতলৈ পুনৰ আশাৰ ৰেঙনি ঘূৰি আহিছে আৰু জুবিন দা আপোনাৰ কণ্ঠ ৰ কথাটো কবই নালাগে ভগৱানে সদায় আপোনাক ভালে ৰাখক । 🙏🙏

  • @harjyotikashyapzg1553
    @harjyotikashyapzg1553 3 ปีที่แล้ว +13

    কবলৈ ভাষা নাই ককাইদেউ 🥰🥰🥰❤️❤️🥰🥰🥰❤️❤️❤️❤️🥰🥰🥰🥰 ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ককাইদেউক যাতে ‌ভালে ভালে ৰাখিব 🙏🙏

  • @jyotirmaydas9209
    @jyotirmaydas9209 3 ปีที่แล้ว +70

    গান‌তো শুনাৰ লগে লগে গাৰ নোম শিয়ৰি
    উঠিছে❤️❤️
    Joi Zubeen daa ❤️
    জয় আই অসম 🙏🙏

  • @nayanchutia7404
    @nayanchutia7404 3 ปีที่แล้ว +20

    জুবিন দা গান শুনি কি অনুভৱ হই কবলে ভাষা নাই ❤️ অকল জানো জুবিন দা অসমীয়া বা অসমৰ উজ্বল ব্যক্তি জয় জুবিন দা ❤️ আৰু এনে ধৰণৰ গানৰ আশাত বাত চাই থাকিম,,🔥❤️❤️

  • @ankitkalita5520
    @ankitkalita5520 3 ปีที่แล้ว +76

    শুনিয়েই আছো শুনিয়েই আছো Non stop... 🔥🔥👌👌👌 Zg

  • @Axomlofiboy11
    @Axomlofiboy11 3 ปีที่แล้ว +25

    গানটো শুনি তেজ গৰম হৈ গৈছে জয় আই অসম Love you Zubeen da আৰু এনেকুৱা দেশ প্ৰেম মূলক গান আগবঢ়ায় তাৰে কামনা কৰিলোঁ জয় আই অসম 🙏

  • @AKG279
    @AKG279 3 ปีที่แล้ว +315

    দুই বছৰৰ অন্তত এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰ ত ককাইদেউ ৰ গান শুনিবলৈ পাম 😍

  • @samarkalita5551
    @samarkalita5551 3 ปีที่แล้ว +10

    থিয়েটাৰৰ এই বছৰৰ hit song...joi Zubeen Da💕💕

  • @TanmoyKakati
    @TanmoyKakati 3 ปีที่แล้ว +107

    💔🥺গাৰ নোম থিয় হৈ উঠিল গানটো শুনি❤️❤️

  • @techassam451
    @techassam451 3 ปีที่แล้ว +20

    জুবিন দা চিৰসেউজ 🌍💚 অসমী আইৰ শ্ৰেষ্ঠ সন্তান জুবিন দা ❤️🌍

  • @jintupriyam
    @jintupriyam 3 ปีที่แล้ว +341

    গানটো নুশুনা কৈ Unlike মৰাকেইটা মানুহ নে গৰু বাৰু ধৰিবই নোৱাৰি 🤧
    Btw জুবিন দা Always Rock 😘😘😘

  • @hakimbabu5440
    @hakimbabu5440 3 ปีที่แล้ว +27

    Nobody can compare with Zubeen da....জুবিন দাৰ কাৰনে মই জান দিব পাৰো।।।। love you Zubeen da

  • @manjitkalita5893
    @manjitkalita5893 3 ปีที่แล้ว +105

    সুন্দৰ গান দাদা । আপোনাক যাতে ভগৱানে বহুত বছৰ ধৰি জীয়াই ৰাখে তাৰে কামনা কৰিছো । আৰু লগতে এইবাৰ নাটক চোৱাৰ বাবে বহুত আশা থাকিল

  • @karabichutia9652
    @karabichutia9652 3 ปีที่แล้ว +15

    কবলে ভাষা নাই বহুতে সুন্দৰ জুবিন দা ❤️😊🔥

  • @shandlyaparag4415
    @shandlyaparag4415 3 ปีที่แล้ว +82

    OMG....What a song....uffs voice zubeen da

  • @digit.asom008
    @digit.asom008 3 ปีที่แล้ว +3

    জয় জুবিন দা... তোক ভগৱানে কুশলে ৰাখক | তোৰ মাত সোনত সুৱগা চৰা দৰে |কৱলৈ কোনো ভাষা নাই | এনেদৰে গান গাই তই আমাক সদায় সুখী কৰি ৰাখ' যেন.... | অভিজিত দাদা আৰু সমূহ ভ্রামৰমান জগতৰ কমৰ-কতাৰ সকললৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ |এনেদৰেই যেন অসমবাসীৰ আগত ইতিহাস প্ৰসিদ্ধ কাহিনীবোৰ দেখুৱাই গবিত অনুভৱ কৰিব দিয়ে যেন............ |

  • @angryking3595
    @angryking3595 3 ปีที่แล้ว +16

    ধুনীয়া গাইছে জুবিন খুৰা 🌼🥰 ভগৱানে আপোনাক ভালে কুশলে ৰাখক ।

  • @dipankarbaruah8161
    @dipankarbaruah8161 2 ปีที่แล้ว +4

    হৃদয়ত touched কৰিব পৰা ক্ষমতা কেৱল জুবীন দাৰ হে আছে🙏🙏💖💖

  • @ankursinghakp9068
    @ankursinghakp9068 3 ปีที่แล้ว +35

    কি কম মানে ইমান ভাল লাগিল মন প্ৰাণ জুৰ পৰি গল, জুবিন দা আপুনি legend of assam.

  • @aruptalukdar7653
    @aruptalukdar7653 3 ปีที่แล้ว +5

    প্ৰতিটো শব্দই সুমধুৰ গাৰ নোম শিয়ৰি উঠিছে। ভগৱানে আপোনাক ভালে ৰাখক। ❤️❤️❤️❤️

  • @দীপাংকৰতামুলী
    @দীপাংকৰতামুলী 3 ปีที่แล้ว +33

    অৱশেষত অপেক্ষা অন্ত পৰিল।।আপোনাৰ গানলৈ বাট চাই আছিলোঁ❤️❤️❤️দাদা

  • @papuchowdangboruah1890
    @papuchowdangboruah1890 2 ปีที่แล้ว +3

    ঐই,,,,
    জয়মতী আই,,,,
    তোৰ শাস্তিত বুকুখন কষ্ট হৈছে অ😔,,,
    তই আকৌ জী উঠ আই🙏,,,,
    তোক অতিকৈ প্ৰয়োজন অ😔,,
    তোৰ ত্যাগ চেনেহ মৰম এই অসমৰ আকৌ উজ্জ্বলাই তোলক আই😔🙏🙏

  • @assameseboysvlogs9498
    @assameseboysvlogs9498 3 ปีที่แล้ว +26

    Omg Zubeen Daar Gani Xuni Mojja Lage Kiba Amar অসমৰ সন্মান জয়মতী ৰ গান গাইছে তাতো আমাৰ অসমৰ মান জুবিন দাই । mojja lagil 😘😘🙏

  • @monalishasaikia9721
    @monalishasaikia9721 3 ปีที่แล้ว +7

    জুবিন দাৰ গানে সদায়ে অন্তৰ স্পৰ্শ কৰি যায় আজি ও একে ❤️👍

  • @mintudas4210
    @mintudas4210 3 ปีที่แล้ว +52

    হৃদয়স্পৰ্শী গীত❤️❤️❤️

    • @ankitassam723
      @ankitassam723 2 ปีที่แล้ว

      👍🏿👍🏿👍🏿👍🏿👍🏿👍🏿

  • @dimpisaikia719
    @dimpisaikia719 3 ปีที่แล้ว +1

    Pratijon axomiyar mon pran sui juwa eti geet JOYA NAI. Zubin Da always Rocks.😍😍😍

  • @sanjibkashyap5646
    @sanjibkashyap5646 3 ปีที่แล้ว +26

    অসমীয়াৰ প্ৰাণৰো প্ৰাণ ভ্ৰাম্যমাণ থিয়েটাৰ
    আহি আছে অতিসোনকালে ৰাইজৰ মাজলৈ আমি বহুত আশাৰে ৰৈ আছো 🙏zubeen da nd Prastuti ba 😍 u

  • @worldmemechanter2247
    @worldmemechanter2247 2 ปีที่แล้ว +2

    জুবিন আৰু দ্বিতীয় অসমত জন্ম নহয় ।। জুবিন দা💖💖💖💖

  • @জুবিনদামোৰভগৱান
    @জুবিনদামোৰভগৱান 3 ปีที่แล้ว +9

    কবলৈ ভাষা নাই শেষত জুবিন দা ভগৱান_🙏🏼😊
    আজীৱন জীয়াই থাকক দাদা_❤️✨
    গোটেই জীৱন ছা টোৰ দৰে হৈ থাকিম_😘😍
    জয় জুবিন দা_✊🏼✊🏼

    • @rubulnath6275
      @rubulnath6275 3 ปีที่แล้ว

      Jai Zubeen Da_✊😍

    • @rubulnath6275
      @rubulnath6275 3 ปีที่แล้ว

      জয় জুবিন দা_✊❤

    • @seemadeka9426
      @seemadeka9426 3 ปีที่แล้ว

      Jai Zubeen Da ♥️♥️

    • @bhabeshaxom707
      @bhabeshaxom707 3 ปีที่แล้ว

      Jai zubeen da❤❤

  • @Darkshadow-xz7xd
    @Darkshadow-xz7xd 3 ปีที่แล้ว +3

    Ultimate 💖💖💖💖💖💖Jubeen daa r voice uff 😌😌😌kune pare Jubeen daar voice k takkar dbo💕💕

  • @GB94......
    @GB94...... 3 ปีที่แล้ว +31

    zubeen da কাৰনে like এটা কৰি যোৱা i love you❤❤ zubeen da

  • @Bondeep_Saikia
    @Bondeep_Saikia 3 ปีที่แล้ว +5

    হৃদয় চুই গৈছে গীতটোৱে 🌼🌼 সচাকৈ কি সুন্দৰ উপস্থাপন 🙏🏼🙏🏼

  • @nayanjyoti2227
    @nayanjyoti2227 3 ปีที่แล้ว +42

    অতি মোনোমহা সংগীত।
    আপোনাক প্ৰায় ভগৱানৰ ৰূপত পাই ভাল লাগিছে জুবিন গাৰ্গ দাদা।
    Love you Zubeen daa♥️❤️♥️♥️

  • @sewalibhuyan2310
    @sewalibhuyan2310 ปีที่แล้ว +3

    দেশ প্ৰেমৰ গানবোৰ শুনিলে বুকুখন চিৰিং কুৰি জাই গাৰ নোম থিয় হৈ যায় 🙏🙏

  • @nextlvl8704
    @nextlvl8704 3 ปีที่แล้ว +31

    Kune kune Zubeen dak vl pua like ata mari jua❤️

  • @dikcxitaa
    @dikcxitaa ปีที่แล้ว +3

    Can't listen with dear ZG's voice ! Oh God 😫 Goosebumps 😖💗

  • @mszgvlogs8276
    @mszgvlogs8276 3 ปีที่แล้ว +16

    Uffff জুবিন দা voice 🔥🔥🔥
    হৃদয় ছুই গৈছে ❤❤দাদা
    বহুত বাৰ শুনিলো
    শুনি থাকিলেও হেপাহ নপলাই গান টো
    গাৰ নোম শিয়ৰী উঠিছে uffff
    কি বুলি কম ভাষা বিছাৰি পোৱা নাই।
    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @gamerrh6466
    @gamerrh6466 3 ปีที่แล้ว +1

    কাঞ্চনজংঘাৰ শিৰত জিলিকি উথা ।🔥। এটি মুক্ত জীৱন ।🔥।গীটাৰৰ সুৰবোৰ তেওঁৰ প্ৰেমত পৰিল ।🔥। মন যায় ,অসীমলৈ বৈ যাৱক লহৰ ।🔥। মায়া মাথোঁ মায়া চহৰত ।🔥।মৰিচিকাৰ পম খেদা যাযাবৰী মন ।🔥।জোনাক গলা জাৰৰ নিশা হেৰুৱাই ।🔥।কোন তুমি মেঘালী ।🔥। তোমালোকৰ প্ৰেমত পৰাৰ কথাও নাছিল ।🔥। পাৰ নোপোৱা জীৱনত ।🔥।তেওঁৰ কাহানীও জীৱন হেৰুৱা নাই ।🔥।আৰু তেওঁ ভাগৰাও নাই ।🔥। জয় জুবিন দা ❤️

  • @hemantahazarika9715
    @hemantahazarika9715 3 ปีที่แล้ว +161

    চকুপানী ওলাই আহিল নিজে নিজে, 😭,
    সচাঁই জুবিন দা, তুমি অতুলনীয়, কি কন্ঠ বা:, জুবিন দা, তুমি অমৰ হোৱা,

  • @sumonsaud1989
    @sumonsaud1989 3 ปีที่แล้ว +9

    Zubeen Da Always Rock🔥

  • @mrigankanath2865
    @mrigankanath2865 3 ปีที่แล้ว +292

    আৱাহন থিয়েটাৰ (২০২১-২২) কোনে কোনে চাবলৈ উদ্বিগ্ন হৈ আছে ? 😍❤️😍

    • @ajitvolg5115
      @ajitvolg5115 3 ปีที่แล้ว +7

      Karara t ahibo

    • @nbsvlogs1250
      @nbsvlogs1250 3 ปีที่แล้ว +2

      মই সাজু
      💓 জনাৰ্দন জিতু 💓
      💓 ৰঙিয়া💓

    • @love-nature12
      @love-nature12 3 ปีที่แล้ว +2

      🙋🙋🙋😍😍😍

    • @priyankaamchi9679
      @priyankaamchi9679 3 ปีที่แล้ว +1

      Moi bht bht acctrd hoi asu sbloi

    • @pinkupriyamofficial8667
      @pinkupriyamofficial8667 3 ปีที่แล้ว +1

      🖐️🖐️

  • @utpal2969
    @utpal2969 3 ปีที่แล้ว +4

    Zubeen da always rock 🎸
    ইমান স্পষ্ট প্ৰত্যেকতো শব্দৰ উচ্চাৰণ। আপোনাৰ প্ৰত্যেকতো গান অসমীয়াৰ ভৰাঁলৰ সোণ গুটি অ' জুবিন দা। আপোনাৰ অৱদান বহুত। 🙏

  • @sankardas3222
    @sankardas3222 3 ปีที่แล้ว +22

    Waiting korisu dada oti xonkale diya . Love you Jubeen da ❤️❤️❤️

  • @niranjansaikia24
    @niranjansaikia24 2 ปีที่แล้ว +2

    ভাষা নাই কি যে সুৰ,,,কি যে কণ্ঠ।।।জয় জুবিন দা

  • @jahnabikumar2920
    @jahnabikumar2920 3 ปีที่แล้ว +36

    What a lyrics...Woww❤️❤️ heart touching❤️😌

  • @pranabkoch6578
    @pranabkoch6578 3 ปีที่แล้ว +6

    জাতিৰ গান ❤️❤️❤️🔥❣️❣️

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 3 ปีที่แล้ว +22

    জুবিন দা আমাৰ গৌৰৱ ❣️❣️ love you Zubeen da ❣️❣️

  • @baponrabhaofficial1151
    @baponrabhaofficial1151 3 ปีที่แล้ว +2

    Zubeen da always king...aru king hoi aaa thkibo❤️🔥...Joi Aai Axom💪

  • @Binanda_Biswa_musical
    @Binanda_Biswa_musical 3 ปีที่แล้ว +32

    সুন্দৰ জুবিন দাদা ❤❤❤❤👍🙏

  • @Ayushpran.
    @Ayushpran. 3 ปีที่แล้ว +4

    জীৱনৰ শেষ সময়ত মোৰ ভগৱান জুবিন ককাইদেউ গান এটা সুনি এই জীৱন টো শেষ হ'ব তাৰে ভগৱান ওচৰত প্ৰথনা 😭😭😭😭😭😭

  • @sankardas3222
    @sankardas3222 3 ปีที่แล้ว +33

    কি কম কবলৈ একো শব্দ নাই জুবিন দা 💞💞💞💞 । আপুনি সচাই বিশ্ব ব্ৰহ্মাণ্ডৰ এগৰাকী মহান হৃদয়ৰ মানুহ । আপুনি আমাৰ কাৰণে ভগৱান । Love you Jubeen da ❤️❤️❤️

    • @mikealpran5697
      @mikealpran5697 3 ปีที่แล้ว

      Kintu gaan tu jy Abhijit bhattacharjya I lijhisy

  • @ajoykalita6643
    @ajoykalita6643 3 ปีที่แล้ว +12

    What a soulful voice 💖
    Love you zg 😍

  • @preranaphukon7321
    @preranaphukon7321 3 ปีที่แล้ว +22

    অতি সুন্দৰ। শুভ কামনা আৱাহন থিয়েটাৰ 💐

  • @R.Creation143
    @R.Creation143 3 ปีที่แล้ว +4

    Zubeen Garg always unique....Love from Udalguri

  • @kailashkalita2969
    @kailashkalita2969 3 ปีที่แล้ว +19

    আহ কি সুন্দৰ কন্ঠ দাদা ❤️🌹

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 3 ปีที่แล้ว +1

    হৃদয়,, মন,,প্ৰাণ চুই গৈছে জুবিন দাৰ কণ্ঠৰ এই গীতটিয়ে,,,,,
    জয়া আৰু গদাধৰৰ স্মৃতি ৰোমন্থন,,,

  • @dhruba97vlogs56
    @dhruba97vlogs56 3 ปีที่แล้ว +61

    ইয়াকে ক'য় সুমধুৰ সংগীত ❤️

  • @priyadeka6054
    @priyadeka6054 3 ปีที่แล้ว +3

    জুবিন দাৰ কন্ঠ , প্ৰস্তুতি বাৰ অভিনয়ৰ কথা কৈ শেষ কৰিব নোৱাৰো। সন্মানীয় অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত জয়মতী বীৰাংগণাৰ কাহিনী বাৰ অভিনয়ৰ জৰিয়তে চাবৰ বাবে বহু আবেগৰে বাট চাই আছো মই😊

  • @HirakJyotiKalita7
    @HirakJyotiKalita7 3 ปีที่แล้ว +9

    Wow.... দেহ-মন কঁপি গৈছে 🙏❤️

  • @rimjhimbaruah9343
    @rimjhimbaruah9343 3 ปีที่แล้ว

    দুয়ো গৰাকীয়ে সাংঘাতিক প্রিয় ❤ জুবিন দা প্রস্তুতি বা অমৰ হৈ ৰওঁক অসমীয়াৰ প্রানে প্রানে...... উফ কি কম ভাষা নাই।।।।।।

  • @NayanNiyor
    @NayanNiyor 3 ปีที่แล้ว +8

    জুবিন দাৰ কন্ঠ, অভিজিৎ ডাঙৰীয়াৰ কথা, অজয় দাৰ সংগীত উফ কি লাগে আৰু❤❤❤

  • @jintukakati5980
    @jintukakati5980 3 ปีที่แล้ว +4

    আপোনাৰ যাদুময় কণ্ঠই সচাই অন্তৰ চুই যায় ❤️

  • @habibgoldie3758
    @habibgoldie3758 3 ปีที่แล้ว +10

    Uff..... That's Zubeen Daa..... Always proud of you Zubeen Daa......

  • @monalishadeuri9116
    @monalishadeuri9116 3 ปีที่แล้ว +2

    জয় আই অসম 🙏🏻🙏🏻🧡🤍💚
    জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকক ❣️❣️❣️

  • @MonjitRajOfficial
    @MonjitRajOfficial 3 ปีที่แล้ว +11

    Zubeen da ❤

  • @PankajDas-zz8qr
    @PankajDas-zz8qr 3 ปีที่แล้ว +6

    Woww voic Zubin da 🔥🔥

  • @pinkupriyamofficial8667
    @pinkupriyamofficial8667 3 ปีที่แล้ว +10

    জুবিন দা আপুনি মহান🙏🙏🙏শুনিলে শুনি থাকিব মন যাই আপোনাৰ গান বোৰ😘😘😘😘😘😍😍😍😍😍😍❤️❤️❤️❤️❤️❤️

  • @BorahStudy
    @BorahStudy 3 ปีที่แล้ว

    গীতটো শুনিও ভাষা নাই অ। ইমান ধুনীয়া গান। গানৰ কথা, সুৰ বহুত ধুনীয়া তাতে আৰু জুবিন দাৰ কণ্ঠ ।

  • @pikuzg223
    @pikuzg223 3 ปีที่แล้ว +16

    মোৰ ভগৱান ❤️

  • @elephantboruah769
    @elephantboruah769 3 ปีที่แล้ว +7

    Tiger or new song 💚💚❤❤