GRIHABANDINI ( গৃহবন্দিনী ) | FULL DRAMA | AWAHAN THEATRE 2021-22 | PRASTUTI PORASOR

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • Script : Avijit Bhattacharya,
    Starring : Prostuti Porasor, Jogesh Kashyap, Jivan Hatikakoti, Chandan Bora, Papori Bhuyan, Moon Saikia, Mrinaldip Goswami, Latumani Bhuyan, Rituraj Mahanta and others..
    Music :Ajoy Phukon
    Insta Profile 👉 / prastutiporasor
    Facebook Page 👉 / prastutiporasorofficial
    New to the Channel? Subscribe now 😊
    -----------------------------------------------------------------------------------------------------------------------
    #Abahantheatre #ProstutiPorasor #theatre

ความคิดเห็น • 996

  • @debajitzgVlog
    @debajitzgVlog 2 ปีที่แล้ว +74

    ষ্টেজত চাইছিলো তথাপি আকৌ চাবলৈ বহুত মন গৈ আছিল অপেক্ষাৰ অন্তত আজি পালোঁ বহুত ধন্যবাদ বা মধুবালা নাটক খন দিব বুলি অপেক্ষা কৰি আছো

  • @mithunhaloi1628
    @mithunhaloi1628 ปีที่แล้ว +3

    Dhunia hoise natok khon sai val lage gol

  • @Grishopdeka0987
    @Grishopdeka0987 2 ปีที่แล้ว +11

    মধুবালা চাইছো ছিপাঝাৰ হাজৰিকা পাৰাত। এইখনো চাব মন আছিল কিন্তু বাহিৰত কৰ্মৰত হৈ থকাৰ বাবে চাব নোৱাৰিলো। প্রস্ততি বা আপোনাৰ নাটক যেনেকৈ নহওক এখন হলেও কিবাকে সময় উলিয়াই চাও। নাটকখন চাবৰ সুবিধা কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনালো আপোনাক।লগতে বহুত বহুত মৰম যাচিলো দৰংৰ পৰা। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @munmihazarika779
    @munmihazarika779 2 ปีที่แล้ว +8

    দুখৰ মাজত আনন্দ জগাই তুলিছে নাটক খনে। সচাঁকৈ বহুত ভাল লাগিছে। প্রস্তুতি বায়ে বহুত ধুনীয়া কৰিছে। কণমানি শিল্পী জনেও। সমুহ অভিনেতা অভিনেত্রী লৈ হিয়া ভৰা ওলগ যাচিলো।

  • @pallabigogoi5186
    @pallabigogoi5186 2 ปีที่แล้ว +38

    কিয় বাৰু আপুনি ইমান ❤️ধুনীয়া অভিনয় কৰে প্ৰস্তুতি বা ৷
    বহুত মৰম আপোনালৈ বা৷❤️
    কুশলে থাকক সদায়

  • @tunlainarzary2096
    @tunlainarzary2096 2 ปีที่แล้ว +7

    Bohut bahal lagil story to ❤️❤️👌👌

  • @priyankugamer6197
    @priyankugamer6197 2 ปีที่แล้ว +6

    Val lagil.well come to theater group.

  • @sivasagarcivilhospital8530
    @sivasagarcivilhospital8530 2 ปีที่แล้ว +9

    Jua bosor saboloi napale theatre.. thanks a lot prostuti ba for giving the opportunity to watch theatre online... acting sobere val hoise...

  • @dharmendrabonia3181
    @dharmendrabonia3181 2 ปีที่แล้ว +2

    Bahut Dhuniya hoisea prati garaki abhinetaloi huvashya thakil

  • @upakulparashar8628
    @upakulparashar8628 2 ปีที่แล้ว +4

    Dhuniya lagise natok khon...bhut dhuniya hoise....

  • @electrician2931
    @electrician2931 2 ปีที่แล้ว +27

    হৃদয় চুই যোৱা কাহিনী, যোগেশ দা মোৰ প্ৰিয় অভিনেতা, সঁচাই বহুত ভাল লাগিল

  • @assamfirst5123
    @assamfirst5123 2 ปีที่แล้ว +10

    বহুত ভাল লাগিল প্ৰস্তুতি বা❤❤❤

  • @nipjyotideka4654
    @nipjyotideka4654 2 ปีที่แล้ว +9

    এইখন নাটকৰ আৰম্ভনি আমাৰ বোৰ্কাত প্ৰথম হৈছিল আকৌ এবাৰ চাবলৈ পাই বহুত ভাল লাগিল 🤗।

  • @JitenDas-cw8tb
    @JitenDas-cw8tb 2 ปีที่แล้ว +6

    বহুত ভাল লাগিল....এইবাৰ মধুৱালা খন চাব পাম বুলি আশা থাকিল...

  • @Bikashborah657
    @Bikashborah657 2 ปีที่แล้ว +47

    যোগেশ কাশ্যপ দা ভ্ৰাম্যমাণৰ বাবে এক আশীৰ্বাদ হয়।...যোগ্য জনে যোগ্য সন্মান পোৱাটো বিচাৰো...মানুহ খোৱা বাঘৰ পৰা জয়মতীলৈকে এনেকুৱা এখন নাটক নাই যত তেওঁৰ দুৰ্দান্ত অভিনয় উপলব্ধি কৰা নাই...youth ৰ ভিতৰত best actor❤️..তেওঁৰ লেবেল মৃদুল ভূঞা,,চম্পক শৰ্মাৰ সমপৰ্যায়ৰ✨

    • @mridulkalita8244
      @mridulkalita8244 2 ปีที่แล้ว

      Akdom right jogesh daa no 1 ❤❤❤🙏🙏🙏

    • @udayan0738
      @udayan0738 2 ปีที่แล้ว

      Right

  • @Jigyasa8822
    @Jigyasa8822 ปีที่แล้ว +3

    Bohut bohut bohut..... Besi bhal lagil kahini2 sai.

  • @bikuborah_official8977
    @bikuborah_official8977 ปีที่แล้ว

    Ki dhunia kahini asile o🙏🙏🙏🙏 Xonmukht bohi jetya saisilu monot salute dibo baidhyot porisilu Jogesh dar way of speaking with body language aru Prastuti bar acting and expression bur protitu muhurotot..

  • @Kaushik632
    @Kaushik632 2 ปีที่แล้ว +68

    অপেক্ষা কৰি আছিলোঁ.... গৃহবন্দিনী চাবলৈ...🤗❤️❤️❣️
    প্ৰস্তুতি বা...❣️❣️

  • @amalbarman285
    @amalbarman285 ปีที่แล้ว

    বহুত বহুত বহুত ভাল লাগিল আৰু চকু পানি ওলাই দিচে ❤❤❤❤

  • @bhabanandamedhi7774
    @bhabanandamedhi7774 2 ปีที่แล้ว +16

    মঞ্চত চাই হেঁপাহ নপলাল, সেয়ে আজি আকৌ চালোঁ। কি দুৰ্দান্ত অভিনয় প্ৰতি গৰাকীৰ। প্ৰস্তুতি বাইদেউৰ অভিনয় চাই কি যে ভাল লাগে তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।

  • @lakhyajyotikalita5519
    @lakhyajyotikalita5519 2 ปีที่แล้ว

    বৰ ধুনীয়া.......মনটো চুই গ'ল.......❤️........বৰ হৃদয় বিদায়ক কাহিনী সং স্থাপন 🥺🥺🥺 চকু পানী উলায় গ'ল

  • @binapanirabha7255
    @binapanirabha7255 2 ปีที่แล้ว +10

    আৱাহন থিয়েটাৰক মানিব লাগিব কিন্তু সচাকৈ প্রচতুতি বা হতৰ অভিনয় চালে বহুত বেছি ভাল লাগে❤ আপোনালোকক ভগবান ৰ ওচৰত প্ৰাথনা কৰিছু আপোনালোকে যেন সদায় ভালেকুখলে থাকে আৰু থিয়েটাৰ কৰিব পাৰে যেন সেয়া কামনাৰে ধন্যবাদ 😘🥰☺I Loveআৱাহন থিয়েটাৰ ❤❤😊☺☺

  • @kuinsarma4897
    @kuinsarma4897 2 ปีที่แล้ว

    Bhut dhunya lgil... Thank you amk upvug krutat🙏🙏🙏🙏

  • @sarbeswarroy9063
    @sarbeswarroy9063 2 ปีที่แล้ว +4

    bohut dhuniya lagise ba❤❤❤❤❤❤❤sai bohut vall lagil

  • @himakshinath3198
    @himakshinath3198 ปีที่แล้ว

    Bhut dhoniya hoise aponalokr abhinoy❤❤❤ahi thka natok bilako jate eytkoiyo dhoniya hoi 🥰🥰🥰

  • @samarcarromgaming2626
    @samarcarromgaming2626 2 ปีที่แล้ว +5

    Bohut bohut val lagile dei .. acting parfect 🤗...hard sui goixe.

  • @bipulkalita5316
    @bipulkalita5316 2 ปีที่แล้ว +4

    শব্দহীন,,,,,, মনটোক সবল কৰিবলৈ সাহস পালোঁ,,,,💚💚💚

  • @nabamallika23
    @nabamallika23 2 ปีที่แล้ว +3

    প্ৰস্তুতি বাইদেউ আপোনাৰ অভিনয়ত আপ্লুত হ’লোঁ ৷ নাটকখনৰ বিষয়বস্তু বৰ সুন্দৰ ৷ আজিৰ সমাজত কিমান নাৰীয়ে যে নিজৰ অস্তিত্বৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ! বৰ ভাল লাগিল ৷ নাটকখনৰ গোটেইকেইটা দিশেই অতি সুন্দৰ চিত্ৰায়ন হৈছে ৷ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ বাইদেউ ৷

  • @geetasarma5476
    @geetasarma5476 ปีที่แล้ว +2

    Very Good Natak Prostu Porakhar Thank You Nari Kandrick Natak.

  • @ipsitabujarbaruah9072
    @ipsitabujarbaruah9072 2 ปีที่แล้ว +29

    এইয়াহে নাটক । সুন্দৰ কাহিনী,সুন্দৰ অভিনয় ।

  • @a.g.ranchuofficial..986
    @a.g.ranchuofficial..986 2 ปีที่แล้ว

    Theatre khon Sam Sam buli sabo e puwa nasilu aji tuponi o loga nasile hothat dekha palu, AWAHAN TREATRE, bhabilu theatre khon suwa o huwa nai sau e de kenekuwa hoise... Bohut val lagise theatre khon sai. Sokur pani ulai gol sokur pani dhori rakhibo nuwarilu🥰🥰🥰❣️❣️❣️❣️❣️

  • @kulobora13
    @kulobora13 2 ปีที่แล้ว +4

    😭😭😭😭😭 বহুত ভাল লাগিছে 😂😂😂😂

  • @prafulladas7224
    @prafulladas7224 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ আপোনালৈ ইমান ধুনীয়া নাটক খন উপভোগ কৰিবলৈ দিয়া সুবিধা কণৰ বাবে ।

  • @hemolatavlogs
    @hemolatavlogs 2 ปีที่แล้ว +14

    বহুত বহুত ধুনীয়া হৈছে আৰু এখন আছে সোনকালে দিব বুলি আশা কৰিছোঁ ❤️❤️

  • @devinjli186
    @devinjli186 2 ปีที่แล้ว

    ইমান সুন্দৰ কাহিনী
    সঁচাকৈয়ে চাই ভাল লাগিল ।।

  • @pranjalprotimkonwar4293
    @pranjalprotimkonwar4293 2 ปีที่แล้ว +29

    youtube ৰ জৰিয়তে আপোনালোকৰ নাটক বোৰ উপভোগ কৰাৰ সুবিধা দিয়া বাবে অশেষ ধন্যবাদ।

    • @guidenayan
      @guidenayan 2 ปีที่แล้ว

      Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔
      th-cam.com/video/nGCS-XIxNTM/w-d-xo.html

  • @bulbulrajbongshibulbulrajb2940
    @bulbulrajbongshibulbulrajb2940 2 ปีที่แล้ว

    বহুত বঢ়িয়া লাগিল।আটাইৰে অভিনয় সুন্দৰ হৈছে।

  • @chayanikadhunu9522
    @chayanikadhunu9522 ปีที่แล้ว +16

    হৃদয়স্পৰ্শী কাহিনী।😭😭😭
    বহুত বেছি ভাল লাগিল।❤️❤️
    প্ৰস্তুতি বাৰ অভিনয় সদায় হৃদয়স্পৰ্শী।❤️❤️❤️

  • @Balamurali8039
    @Balamurali8039 2 ปีที่แล้ว

    সুৱ সুন্দৰ মনোমোহা নাটকৰ উপৰিও অভিনয় বহুত বহুত মৰমলগা দুখ লগাকাহিনি বৰ ভাল‌লাগিছে‌ ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইলৈ

  • @pranabbaishya8518
    @pranabbaishya8518 2 ปีที่แล้ว +9

    সুন্দত অভিনয় বা কিশোৰক বহুত mis কৰিছোঁ

  • @sagorikadas361
    @sagorikadas361 2 ปีที่แล้ว

    Hsake bhut besi vl lagil...😍😍😍😍😍😍😍

  • @kes6719
    @kes6719 2 ปีที่แล้ว +10

    Lockdown ne bohut অপকাৰৰ লগতে উপকাৰো উল্লেখনীয়।। কিয়নো বহুতৰে চৰিত্ৰ ভাল কৰালে , অঘৰীক ঘৰীয়া কৰালে ,লগতে নিজক নিজেই উপলব্ধি কৰালে, পৰিয়ালৰ এক সুন্দৰ 🥰 আভাস দিয়ালে, মুঠতে এক বা অনেক সমন্বয় সৃষ্টি কৰিলে সি লাগিলে হওক পৰিয়ালৰ লগতে বা প্রাকৃতিক পৰিৱেশৰ লগতে।।। এক সুন্দৰ উপলব্ধি বা আভাস ।। thank you corona virus🦠😷 To make yourself realize... ...

  • @promilagogoi2326
    @promilagogoi2326 2 ปีที่แล้ว

    কিমান ‌ যে ‌সু‌নদৰ‌ অভিনয়, সংলাপ আৰু কাহিনী ,, বহুত ভাল লাগিল অ চাই

  • @hasnapriyapatra3872
    @hasnapriyapatra3872 2 ปีที่แล้ว +12

    অক্ৰূৰ অনাশ্য আহ্লাদ ❤️ কোনোবাখিনিত চুই গল❤️❤️

    • @kishoredas9204
      @kishoredas9204 2 ปีที่แล้ว +2

      Grahabondi Natak khon youtubot salu akhan Bastab Kahani

  • @JuritiBalaDas
    @JuritiBalaDas 3 หลายเดือนก่อน

    Bor Xundor barta Thankyou so much Mam Thankyou ❤❤❤❤🎉🎉🎉🎉

  • @parashcreation9492
    @parashcreation9492 2 ปีที่แล้ว +6

    মন চুই গল বা❤🙃

  • @nabanitadeka9481
    @nabanitadeka9481 2 ปีที่แล้ว

    Mojjj hoisa baa congress

  • @purabidasassam2971
    @purabidasassam2971 2 ปีที่แล้ว +34

    বৰ সুন্দৰ কাহিনী, সঁচাকৈয়ে হৃদয়স্পর্শী, ভাল লাগিল বা আপোনাৰ চৰিত্ৰটি ❤❤❤

    • @guidenayan
      @guidenayan 2 ปีที่แล้ว +1

      Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔
      th-cam.com/video/nGCS-XIxNTM/w-d-xo.html

    • @purabidasassam2971
      @purabidasassam2971 2 ปีที่แล้ว

      @@guidenayan নালাগে, জানিব লগা নাই মোৰ🤣😂

    • @KhanindarGoswami
      @KhanindarGoswami 4 หลายเดือนก่อน

      Po inJi hu huu no bhi i
      Vi ni😊 ki😊😮​@@purabidasassam2971

  • @SaidulIslam-up5vm
    @SaidulIslam-up5vm ปีที่แล้ว

    Xundor abhinoy prostuti baa 😮😅 love from nalbari❤🎉

  • @withratulborah6612
    @withratulborah6612 2 ปีที่แล้ว +11

    বাইদেউ আপোনাৰ অভিনয় সদায়েই প্ৰিয় ।

  • @Kaushik632
    @Kaushik632 2 ปีที่แล้ว +1

    অঞ্জলী বাইদেউ ৰ চৰিত্ৰ টি বৰ ভাল লাগিছে।❣️❣️❣️
    সুন্দৰ অভিনয় কৰিছে। ❤️🤘🤘

  • @Kaushik632
    @Kaushik632 2 ปีที่แล้ว +56

    প্ৰস্তুতি বাৰ মন পৰশা অভিনয়ে সকলোকে মুগ্ধ কৰি তুলিলে।😘😘
    বহুত ভাল লাগিল, নাটকখন চাই।❤️

  • @sumidevi6552
    @sumidevi6552 2 ปีที่แล้ว +1

    Bor val lagil natok xon sai😊🥰🥰❤❤❤ aru prastuti baar avinoy❤❤❤❤

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 ปีที่แล้ว +3

    খুব সুন্দৰ লাগিল সঁচাকৈয়ে । সকলোৰে অভিনয় , ❤️🤗

  • @chillvibe___8938
    @chillvibe___8938 ปีที่แล้ว

    আজি ভাল লাগিল দেই মনটো,,নাটক চাব নাপালোঁ,, বহুত বহুত ভাল লাগিল 🙏

  • @darpandeka5141
    @darpandeka5141 2 ปีที่แล้ว +4

    গৃহবন্দীনি নাটক খনৰ কাহিনী সচাকৈ বহুত ভাল লাগিল । ধন্যবাদ,,,

  • @amiyamoran6608
    @amiyamoran6608 2 ปีที่แล้ว +1

    অপূৰ্ব বুলি য়ে কৈছোঁ আৰু..... আটাইকে ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ কাহিনী আমাৰ বাবে আগবঢ়োৱা বাবে।❤️❤️❤️

  • @loveispranab5637
    @loveispranab5637 2 ปีที่แล้ว +11

    প্ৰস্তুতি বা ,আপোনাৰ অভিনয় চাই থাকিলে চাই থাকিবৰ মন যায় ।

  • @bonditagogoi9778
    @bonditagogoi9778 2 ปีที่แล้ว +1

    Bohut bohut vall lagixe kahine to sai....😍😍😍

  • @সপোন-ড৯ড
    @সপোন-ড৯ড 2 ปีที่แล้ว +24

    প্ৰস্তুতি বাৰ কি অভিনয় ।❤️❤️❤️

    • @guidenayan
      @guidenayan 2 ปีที่แล้ว

      Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔
      th-cam.com/video/nGCS-XIxNTM/w-d-xo.html

  • @kapiltalukdar7968
    @kapiltalukdar7968 2 ปีที่แล้ว

    Dhuniya hoise baa apunarlokor abhinoi sai val lagese baa

  • @surjudoycreation3500
    @surjudoycreation3500 2 ปีที่แล้ว +13

    পৰিয়ালৰ প্ৰত্যেক জন সদস্য ৰ জীৱন গাথাঁৰে পৰিপূৰ্ণ এখন যথেষ্ট সৰ্বাংগসুন্দৰ নাটক...❤️💐

  • @jomelagroup6904
    @jomelagroup6904 ปีที่แล้ว +1

    Bohut val lagile ❤️❤️ aru kost lagili🥺🥺

  • @nurulislam560
    @nurulislam560 2 ปีที่แล้ว +6

    ভাল লাগিল চাই ৷ আপুনি ভিতৰৰ দৃশ্য বোৰ সুন্দৰকৈ দেখুৱাৰ বাবে অভিনন্দন জনালোঁ ৷ নাটক খন বৰ ধুনীয়া হৈছে ৷ সময়ৰ লগত খাপ খাইছে ৷ এইয়া আজিৰ সমাজৰ পৰিবেশ ৷

  • @mojiborrahman6170
    @mojiborrahman6170 ปีที่แล้ว

    খুব সুন্দৰ কাহিনী। চকুলো ওলাই গল।❤❤

  • @dikshitasarma819
    @dikshitasarma819 2 ปีที่แล้ว +3

    iman xundar abhinoy xakalure ,bikhekhkoi apunar aru natok khonot abhinoy kora khura jonor ........ outstanding, amazing 😍😍😍😍😍😍😍❣️❣️❣️❣️❣️❣️

  • @purbashmiphukon8912
    @purbashmiphukon8912 2 ปีที่แล้ว

    বহুত বহুত ভাল লাগিল নাটক খন চায়। সকলোৰে অভিনয় খুউব সুন্দৰ এবাৰ চাই হেঁপাহ নপলায়। প্ৰস্তুতিবা lu

  • @bibhashreedevi5319
    @bibhashreedevi5319 2 ปีที่แล้ว +32

    জয়মতী আৰু গৃহবন্দিনি চোৱাৰ পিছত অপেক্ষা মাথো মধুবালা নাটকখন ❤️❤️

    • @guidenayan
      @guidenayan 2 ปีที่แล้ว +1

      Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔
      th-cam.com/video/nGCS-XIxNTM/w-d-xo.html

  • @mandeepkuch5159
    @mandeepkuch5159 2 ปีที่แล้ว

    Xundr bohut lagil 👍👍

  • @r.hazarika9231
    @r.hazarika9231 2 ปีที่แล้ว +45

    বহুত বহুত ভাল লাগিল কাহিনীটো। প্ৰতিগৰাকী অভিনেতা আৰু অভিনেত্ৰীয়ে ইমান সুন্দৰ অভিনয় কৰিছে।নাটক খনত তোমাৰ অভিনয় ৰ কথা ভাষাৰে বুজাব নোৱাৰি।সচাকৈয়ে অনন্যা তুমি প্ৰস্তুতি, বহুত মৰম দিলোঁ দেই ❤️👍👍👍

    • @muskan414
      @muskan414 2 ปีที่แล้ว +1

      Ki moja

  • @dbytculturel3734
    @dbytculturel3734 2 ปีที่แล้ว

    Prastuti ba moja. Real life tutu hokolu mohilai enyke kuwa tue bisaru. Proti Tu prosnor utr valdore dise apuni. Enydore prtyotor dia tu moi bisaru. Nijr husbandor uprt soku dia Tu proti joni wifer babe guruttopurno buli moi bhabu. natok khonor logote real lifetu enyke juj dia Tu important.Hompurna salu natok khn. Val lagile. So coment nokorake nuwarilu. Proud of you. Aru agbahi jauk. God bless you. Keep up. 🙏🙏🙏

  • @pallabisaikia7050
    @pallabisaikia7050 2 ปีที่แล้ว +21

    বা আপোনাৰ অভিনয়ে অন্তৰ চুই যায়... এনেদৰে আমাৰ মাজলৈ আৰু নতুন নতুন উপহাৰ দি যাওক আমাৰ শুভকামনা সদায় আছে🙏

  • @nekitadevi5535
    @nekitadevi5535 2 ปีที่แล้ว +2

    Bohut dunia lgl Baa ,, Holat sbo nplw mobile ty sboloi Pai bhut bhut thank you 🙏👌💞

  • @kasturidutta2874
    @kasturidutta2874 2 ปีที่แล้ว +47

    এইখনৰ বাবেই ইমান অপেক্ষা কৰি আছিলো😍😍😍😍।উফঃ কি সুন্দৰ কাহিনী❤️❤️।

    • @guidenayan
      @guidenayan 2 ปีที่แล้ว

      Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔
      th-cam.com/video/nGCS-XIxNTM/w-d-xo.html

  • @rumaborah6118
    @rumaborah6118 2 ปีที่แล้ว +1

    বৰ ভাল লাগিছে

  • @mainasarmah6999
    @mainasarmah6999 2 ปีที่แล้ว +4

    বহুত ভাল লাগিল ❤️

  • @puturamdas1243
    @puturamdas1243 2 ปีที่แล้ว +1

    সুন্দৰ কাহিনী আৰু অভিনয় ৷ সচাকৈয়ে এই নাটকৰ কাহিনী ভাগ উপভোগ কৰি বৰ ভাল লাগিল ৷

  • @deepayanmahanta-topic500
    @deepayanmahanta-topic500 2 ปีที่แล้ว +28

    তেজপুৰত ঘন বৰষুণৰ মাজতো নাটকখন চাবলৈ গৈছিলো। বহুত ভাল লাগিছিল। ইয়াত upload কৰাৰ বাবে ধন্যবাদ❤️

  • @karabisarma9567
    @karabisarma9567 2 ปีที่แล้ว

    বহুত ভাল লাগিল বা মোৰ জীৱনৰ লগত একেবাৰে মিলিছে।

  • @poppydutta9022
    @poppydutta9022 2 ปีที่แล้ว +13

    প্ৰিয় অভিনেত্রী বুলিলে কেৱল প্ৰস্তুতি বাৰ নামেই মনলৈ আহে।

  • @simonsal4243
    @simonsal4243 2 ปีที่แล้ว

    Bohut val lagil abijit da bohut bohut thanks apuni j iman xundor upohar raijor babe aghbohai ase tar babe punor bar thanks

  • @ranjuthakuria6907
    @ranjuthakuria6907 2 ปีที่แล้ว +5

    বহুত ভাল লাগিছে প্ৰস্তুতি বা❤️❤️

  • @archanaray8457
    @archanaray8457 2 ปีที่แล้ว +1

    প্ৰস্তুতি বা অভিনয় চাই বহুত ভাল লাগে🥰❤️বা তোমাক বহুত ভাল পাওঁ😘

  • @binandabaruah8019
    @binandabaruah8019 2 ปีที่แล้ว +3

    ইমান ধুনীয়া অভিনয় ❤️❤️

  • @champaksarma3873
    @champaksarma3873 หลายเดือนก่อน +1

    I love my prostuti porakher❤❤❤❤

  • @sewalibora555
    @sewalibora555 2 ปีที่แล้ว +6

    সচাকৈ এইয়াহে নাটক।সুন্দৰ অভিনয় সুন্দৰ নাটক ❤️❤️

  • @MAINA33
    @MAINA33 2 ปีที่แล้ว +2

    Hundor ❤😰

  • @sudarshanboruah7333
    @sudarshanboruah7333 2 ปีที่แล้ว +14

    সচাই সুন্দৰ কাহিনী🙂

  • @hemantadas552
    @hemantadas552 2 ปีที่แล้ว

    Mojja.... Moi amr eyt sam buli bht akha krsilu nplu aji sab pai bht xukhi.... Bht vl lgil..... 👍👍👍👍👍👍👍👌👌👌👌👌👌👌👌

  • @Kaushik632
    @Kaushik632 2 ปีที่แล้ว +3

    ইন্দ্ৰানী চৌধুৰী য়ে বুজাই দিলে......প্ৰকৃত বোৱাৰী কেনে হোৱা উচিত.....👏❤️🤘

  • @prohladbhuyan8001
    @prohladbhuyan8001 2 ปีที่แล้ว +1

    বহুত ৰ মাজত এইখনো এখন মোৰ ভাল লগা নাটক, ধন্যবাদ জ্ঞাপন কৰিলোঁ, আপোনাৰ পতি খন নাটকেই যেন চাবলৈ সুবিধা কৰি দিয়ে

  • @kanishkadas4935
    @kanishkadas4935 2 ปีที่แล้ว +5

    আহি পালে 💕💕

  • @trusted245
    @trusted245 2 ปีที่แล้ว

    বহুত -বহুত -বহুত বেছি ভাল লাগিল ! আৰু কিছু নজনা কথাও জানিব পাৰিলো, ধন্যবাদ প্ৰস্তুতি বা! ❤️🙏🙏🙏

  • @nikhildeori1252
    @nikhildeori1252 2 ปีที่แล้ว +7

    Lovely ❤️❤️❤️

  • @manjukissanrimjim7374
    @manjukissanrimjim7374 2 ปีที่แล้ว

    বহুত ধুনীয়া ‌ লাগিলে ‌ প্ৰস্তুতি‌ বা

  • @dhunu7
    @dhunu7 2 ปีที่แล้ว +9

    Outstanding drama team
    Well done 👍🏻👍🏻👍🏻👍🏻

  • @simantahaloi6362
    @simantahaloi6362 ปีที่แล้ว

    বহুত ভাল লাগিছে নাটক খন ৷ প্ৰস্তুতি বাৰ সুন্দৰ অভিনয় ৷

  • @MrgHunkon
    @MrgHunkon 2 ปีที่แล้ว +12

    সকলোৰে সুন্দৰ অভিনয় ❤️❤️

  • @KusumBora-ni7qq
    @KusumBora-ni7qq ปีที่แล้ว

    Bhal lagil ❤❤❤❤❤❤❤❤❤

  • @Pratim_Sarmah.
    @Pratim_Sarmah. 2 ปีที่แล้ว +13

    সুন্দৰ নাটক। লখিমপুৰত এটাও পেণ্ডেল নপৰাত লাইভ চোৱাৰ সৌভাগ্য নহ'ল।এইকন সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ।