Kot Mur Maa - Zubeen Garg | Prastuti Porasor | Ajoy | Papori | Abahan Theatre
ฝัง
- เผยแพร่เมื่อ 16 ต.ค. 2024
- AC MULTIMEDIA Label Released "Kot Mur MAA" Emotional Song From "Abahan Theatre 2018-19"
Drama - Madhuri Mur Naam (Abhijit Bhattacharjya)
Song - 100 Miles
Singer - Zubeen Garg, Papori Gogoi
Lyrics - Abhijit Bhattacharjya, Ajoy Phukan, Ref. By 100Miles Song (Original)
Music Director - Ajoy Phukan
Music Producer - Palash Gogoi
Video Director - Ashim Gogoi
Editor - Moni Rajkonwar
Cinematography - Suman Dowerah
Make-up - Nanu
Cast - Prastuti Parashar, Prayashi Porashor, Rituraj
Child Artist : Kristi
Production Manger - Prasanta Saloi
Editing Studio Temptation
For Caller Tunes, dial the below codes.
Airtel Users For Hello Tunes Dial 5432116634778(Toll Free) Vodafone Users For Caller Tunes Dial 53710735135 (Rs 0.30/Min) Idea Users For Dialer Tones Dial 5678910735138 (Toll Free) BSNL Users For Dialer Tones Dial BT 10735138
Warning : Copyright Reserved (Ajoy Phukan, Abahan Theatre, Prastuti Parashar, AC MULTIMEDIA, Assamese Culture), Don't Upload Illegally That Will Be Punishable To All
==========================================
Contact Us On Fb▶️ / acmultimedia.official
Thanks
জুবিন দা আপুনি কি বস্তু,,মাক ইমান ধুনিয়াকৈ বৰ্ণনা কৰিছে,,আপুনি যে আপোনাৰ নহয় আপুনি আমাৰ 😢,আপোনাক কেনেকৈ ইমান আপোন কৰিছোঁ নিজকে প্ৰশ্ন কৰিলে একো বিচাৰি নাপাওঁ,,মা কি বস্তু কেনেকৈ বৰ্ণনা কৰিব লাগে আপুনি বহুত ভালকৈ জানে,,দাদা love you 😘😘
Maa kunu bastu nohoi...!!
@@MrHakunamata apunar thinking beleg hoise dada moi beleg meaning rakhiso heito word t
কত মোৰ মা👌
মা তুমি অন্যন্যা।।
মা. . মা. . মা।।
Wow...English mix টো খুউৱ ভাল লাগিল৷জুবিন দা তোমাৰ সুৰত সঁচাকৈ যাদু আছে৷কেইবা বাৰ শুনিও মন নভৰে৷
This song is copied from Hollywood song 5 hundred miles
Ppp@@Dante-464-y7b
মাৰ নিচিনা আৰু অন্য কোনো হব নোৱাৰে।😍কোনেও কেতিয়াও মাক দুখ নিদিবা মনত ।
জব কই বাট বিগৰ জায়ে,,,,,, হিন্দী গীতৰ লগত সুৰৰ মিল আছে।
মা তোৰলৈ বহুত মনত পৰে❤এতিয়া ঘৰ খনত একেবাৰে থাকি ভাল নালাগে। I really miss you maa.. It's not easy to survive maaa...
মা'ৰ বাবে ১টা লাইক 😍
হৃদয়ের অন্তস্তলে ভরে নিলাম ।অসাধারণ সুন্দর একটি গান ।জুবিন তোমার কন্ঠ আরো ছড়িয়ে পরুক ।
মা এটা আখৰ নহয়
মোৰ সফলতাৰ আৰতঁ থকা এজনী মানুহ
Rait
@@pubglovar773 qqq
মা যোৱা 25 তা বছৰ হল। মই 35 বছৰিয়া হলো কিন্তু এতিয়াও লাগে যত মই মাক এৰি থৈ আহিছিলোঁ সিমান জনীয়ে হৈ আছোঁ এতিয়াও। গান তো শুনিলে মোৰ সুধিব মন যায় কত মোৰ মা তুমি
Sme 2 u..mur o ma nii
P
P
Pppp
❤❤❤😮😂 ❤ CT@@NayanRay-zv7po
মালৈ খুউব মনত পৰি কান্দি গলো? সকলো মালৈকে শ্ৰদ্ধা ও মৰম নিবেদিছো আৰু জুবিন দা লৈ ও মৰম জনালো।
আজি প্ৰথম শুনিলো, বহুত ভাল লাগিল ।
মা তুমি অনন্যা ৷ তোমাৰ কাৰণেই দেখিলো এই সুন্দৰ পৃথিৱী খন . I love forever . তুমিয়েই মোৰ ভগৱান .
😄😂😅
🎉
মা,আইতা ,মাতৃ , জন্মদাতৃ, মাতা,Mother,Mummy, আমা,.... কতো ভাষাত কিমান নাম 😊 মাৰ নাম এটা আখৰৰ ' মা ' ৰ নাম কিন্তু মাৰ মৰম চেনেহ গোটেই বছৰ লিখিলেও শেষ নহয় 🥺🥺 সঁচাকৈয়ে মাৰ দৰে কোনো নাই এই পৃথিৱীত 🥰💓 আৰু মা তো বহুত আছে এই পৃথিৱীত কিন্তু আমাৰ জুবিন দা অকলে আছে এই পৃথিৱীত 💕❤️' 💎' হীৰা মুকুতাতকৈ মূল্যবান ❤️💎 Thank You জুবিন দা আপোনাৰ কণ্ঠত এই গীতটি শুনি 💓মনটো সুখী হৈ যায় ❤️💕💕💝😘
সচাকৈ বহু ভাল গান শুনিলে শুনি থাকিবলৈ মন যায় Zubin da
বহুত ভাল হৈছে জুবিন দা সুণিলে সুণি থাকিবৰ মন যায়
Zubeen aru beleg co singer jonoku thanks kua
Zubeen Da ru papori Ba SPEECHLESS 🙊🙊🙊
এইয়াই প্ৰস্তুতী বা।অভিনয় অকল্পনীয়।গানটোও অত্যন্ত সুন্দৰ।জুবিন গাৰ্গ আৰু পাপৰি বাৰ কণ্ঠত প্ৰাণ পাই উঠিছে।
Thanks
ভাৰ্গৱ নাৰায়ণ হাজৰিকা
oo gaan2 valei hoise..kin2 Ajiy phukone music sur korise.."jab koi baat bigad jaye jab koi muskil pad jaye"
Lahar jyoti nath, hoi gan 2r xur tu jab koi baat..... r lgt eke, kin2 xei gaan 2 u 100 miles gan tr hindi remake, gotike ei gan 2r xur sur kora buli kobo nuwari. Tate likhiw dse gotai kotha khini, mnuhe adori loise, bhal lage bohuut
anekoi xi manuh k tupi pindhai ase..tar sob ganei tenekwa hoi.
Another rendition of Five Hundred Miles in Assamese...... Awesome rendition....
A song about a mother's love....♥️♥️♥️♥️
❤❤❤❤❤❤❤❤❤❤
@joy❤,. Wo TV
😅stnadeblaskar5892
জুনিয় বা মুনিয় একো নাই । জুবিন সদাই জুবিন সৈ থাকিব । তাৰ ঠাই কোনেও লৱ নোবাৰে কৈ থলো।জয় আই অসম
হৃদয় চুই গৈছে জুবিন দা আপোনাৰ কণ্ঠৰ এই গীতটোৱে 😘😘
বহুত বহুত ভাল লাগিল ।
জুবিন দাৰ এটা এটা শব্দৰ গান বোৰ হৃদয়ত চুই যায় love you zubeen da❤
Sabin Boro
hlw
heart touchng song .
nic jubeen da
Zubeen da..u are a real rockstar of your mother... Happy Mother's Day 💓💓 💓
এনেধৰনৰ গান সদাই শুনিবলৈ মন যায়
মা তোমালৈ আজি বৰকৈ মনত পৰিছে তোমাৰ কোলাত আজি জিৰণি লৱলৈ বৰ মন গৈছে ও মা
Zubeen da kio eman ধুনিয়া গান gua মৰি যাম মই
Thanks
মা ক'ত গলা মা 😭😭😭😭 I miss you so much maa plzzz come back for me maa
মৃত্যুৰ কাৰনে বহুত ৰাস্তা অাছে কিন্তু জনম লোৱাৰ কাৰনে কেৱল মা...❤❤
Bohut dhuniya ktha kotha koise apuni hridoy sui gol❤️❤️
Right.sir
❤❤❤❤❤
@@azizul.g2198 qqqq1q111
Ca😇😴😴😴
যাৰ মা নাই তাইহে বুজে মা কি বস্তু, যাৰ মা নাই তাইহে জানে মাক হেৰুৱাই পেলোৱাৰ কষ্ট কিমান।😭❤️❤️
Same Here...Always miss you Mom & Dad....😭😭
@@rosebhuyanchowdhury4967 ধন্যবাদ Bro.🙏🥀
Bgjvmçlxldcm😭😿🎉🎉🎉❤️💗❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️💜💜💜💜💜💜💜💜💜💜💜💜💜💜👌💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜
Jjf
Vnvbvbxnvnxnxnfnnhhfjcjcmdjgxnbxnxnhgcgfbhhfnxmcncnghfjfjfmfncmtlffkchljgmvnmvvfbvbvbnbbjgfcvhjlkv
😭😭😭😭
2019 ত কোনে কোনে চাইছা এটাকৈ লাইক দিবা। Love You Zubeen da 💝 💝 💝 💝 💝
💓
নদীৰ সমান ব'ব কোন?মাৰ সমান হ'ব কোন।মা তুমি অনন্যা,জনম জনমলে জীয়াই থাকা তুমি মা।মই মৰিলেও তুমি যাতে সদায় জীয়াই থাকা।
Pallabi Gogoi NeeLBoRA
I miss u momm
Pallabi Gogoi really great job
Weite
I love you Mom
Five hundred miles...! Good to hear Zubeen's version of this western classic song!
Yup 🌸
Coming from Bullet train 👀
@@careforu6532 me too
@@careforu6532 R.I.P. Tengarine 😔
সুন্দৰ পৰিবেশন...গাণটোত এটা কাহিনী লুকাই আছে..মাতৃ জীয়ৰীৰ স্নেহ য'ত লুকাই আছে
My faverat songs
Rahul Sangu Das yes
মোৰ ভাল লাগিছে গানতো জুবিনদাক বহুত ভাল পাও
nicc
Original maa song iman dhuniya lage kobloi mat nai maa song love you
মাৰ কাৰণে নো কি লিখিম no word
Hello everyone, I am from Indonesia and I have been listening to Zubeen Garg's songs since long. The people of Assam are proud to get a artist like Zubeen Garg. He's a living legend and I really like his songs. Salute to this man
You are great
He is a living legend
Thnqqq Brothrr love u from Assam
P
Thank you We always feel proud for him he is our legend.
hxake gantuey heart trux krile aru bhtttt vl lagil😘😘
জুবিন দা 😌❤❤..blg r ako nkou apuni muhan..bhut bhut val pau apunak aru apunar gan bilak😑😑
Ankitaliaja Das zdbmrvnh
Ankitaliaja Das yes
I’m pp
I love you maa 💕💕💕💕😘😘😘😘😘 thank you so much...naice song good job Bro 👍
Aitu gaan nohoi zubeen da aitu amar emotion jitu moi vasat bujhabo nowarim..as a Bengali always thank you legend amar❤❤❤
এই গীতটোৰ অৰ্থ যদি বৃদ্ধাশ্ৰমলৈ মাক দেউতাকক দলিয়াই দিয়া সকলে বুজিলে হেঁতেন তেতিয়া হ'লে হয়তো বৃদ্ধাশ্ৰম বোৰৰ সৃষ্টি নহ'ল হেঁতেন।
Um ❤
মা থাকোঁতে প্ৰিয় আছিল গানটো।মাক হেৰুওৱাৰ পাছত গানটো শুনিলেই চকুদুটা চকুপানীৰে চলচলীয়া হৈ পৰে।😢😢
😢😢😢😢😢
Love u Zubeen daa...really u r great....n dr Prastuti baa...great ur acting...heart touching....i listen this song minimum 5/6 times a day...👍👍👍
অদ্বিত্বীয় গান+অভিনয়+সকলো.......
👍👍👍👍👍
অসমীয়া চলচ্চিত্ৰ জগতৰ আটাইতকৈ আবেগিক গান।মই কান্দি কান্দি পাগল হৈ যাও।ইমান সুন্দৰ উপস্থাপন।এনেকুৱা লাগে যেন মই আৰু মোৰমাইনা জনীসেই একান্ত মুহূৰ্তত।
আটাইতকৈ পৃথিবীত মৰমৰ মাত হৈছে মা মা,
প্ৰস্তুতি পৰাশৰৰ অভিনয়বোৰ সঁচাকৈ অতুলনীয়
,,,
Imn dhunia lagisa theatar khan
মোৰ মা নাই, যেতিয়া মা লৈ মনত পৰে, এই গিত টি শুনিলে মাক কাষত পোৱা য়েন অনুভৱ হয়। মা মা--------
Mro
Same
💕💕💕💕💗💗💗❣️❣️miss u
Same
Moru
মা দেউতা বুলি কলে সচাকৈ বুজাব নোবাৰা এটা ভাষা সকলোবে মাক দেউতাকক শান্তি সুখত ৰাখক
Zubeen da bahut bahut bhal lagise Hiya sui goise.
Aku anekua natun gaan sunibaloi pam buli akha rakhiso.
THANK YOU👍👍👍👍💐💐💐👌👌👌
পৃথিৱীত 'মা' ৰ সমান আছে কোন ???
q
bhut dhonia gantu,,moi ai gantu xodai xunu...
Copy korise hindi song jab koi baat bigad jaye
Love you so much my legend Zubben daaa❤😢
Zubeen da lv u.. Lyricist jonok pronam jonaisu. Oti xundor likhise.. Lv u all entire team of ma 100 miles
সচাকৈ ভাষাৰে বুজাব নোৱাৰা এটি অতুলনীয় গীত।
সুন্দৰ গান যিমান দিন জুবিন আছে সীমানদিন অসমীয়া গীতৰ শুবাস আছে ৷ জয় জুবিন দা
Thik kotha. Zubin dar gan hunile dehar pora vagor gusi jai
Hillo Jyoti Roy right
Sweet lagese
Jaya
Nice song
2020চনত কোনে কোনে এই গানটো শুনি আছে like কৰক এটা❤️
Q
Me
মোৰ মা দেউতা নাই মোৰ বৰ মনত পৰে. মই এতিয়া অকলশৰীয়া . এই গীত টো শুনিলে কাষৰত আছে যেন লাগে মা দেউতা.😭😭😭😭❤❤❤❤❤🙏🙏🙏
😭😭 বেয়া লাগিল
Bhut bya lgil
@@moustakimalam6226 aaaaaaaaaaa Aa aaAàaaààaaaaaAàaaaaaaaaaaa00p
,
Bhaiya lagir
hoshake bohut bohut bohut val lagy mor Zubeen da...theater khon shabo lagibo ...
Nice story, sweet singers , nice actress.I have never seen before. Song is truly extremely so awesome. Jubin is my favorite singer আ অলংকাৰ কাপোৰ কানি নহ'লে যিদৰে ছোৱালী এজনীক শুৱনি কৰিবলৈ কষ্টকৰ হয়, ঠিক সেইদৰে জূবীন নহ'লে ও অসম শোৱনি কৰিবলৈ অসমৰ কষ্টকৰ হয়।
Everytime listening to this song.... Love it always 😍😍😍
Respected Jubin garg ur singing and song is so sweet and heart touching.May u long live.
My favourite song hoy aito.
Jay Zubeen da.
2020 to xuni asu aru xoday xuni thakim .
Zubeen dak val poa xokole like koribo please.
জুবিন দাৰ প্ৰতিতো গানেই মোৰ প্ৰিয় ছ শুনি বহুত বহুত বেছি ভাল লাগে
অন্তৰত চুই যোৱা গান।আকৌ আশা কৰোঁ।বহুত বহুত
Love you MAA❤❤❤❤❤❤
জয় জবিন দা 💓❤❤
It made me cry ... I can't even live for a second without my mother. This song is dedicated to my lovely sweet ma
Mozza hoise hoise zubeen da
sokure soku pani olai gol
love u Maa
I love this ......background song tu bohut heart touching hoi and the English conversation....so good bohut bhal lagil gaaannn tu khuni .......❤
আজিও মোৰ প্ৰিয় গাণ❤️❤️
Mother has no words really 😘😘😘😘🙏🙏
সৰু থাকোঁতে মা এ ৰাস্তা পাৰ হওঁতে হাত ধৰি পাৰ কৰাইছিল! এতিয়া মোৰ সময় মই মাৰ হাত ধৰি ৰাস্তা পাৰ কৰাম! মাৰ কাষত থিয় হলে কিয় জানো নিষ্ঠব্ধ হৈ যাও❤️❤️
মোর মা দেউতা আছে তথাপিও মই এই বোর গান হুনি চকু পানি ওলাই আহে 😭😭😭 মৃত্যু কারণে বহুত রাস্তা আছে জন্মর কারণে অকল মা দেউতা । Love you mom❤️ dad .
So Sweet Lovely Melody King Zubeen Daa Really Heart Touching Song Thank You So Much Mucu
মা তুমি আমাৰ কাৰণে ভগৱান তোমাৰ বাবে দেখা পালোঁ এই পৃথিৱী মা তুমি অনন্যা ❤❤❤love you forever maa 👌👌👌👌👌❤❤❤❤❤❤❤❤
I had lost my maa.. Hearing this song I really miss my maa.. This is a great heart touching song sang by my favorite singer zubeen garg
একে । ময়ো মা ক হেৰুৱাৰ এবছৰ হল। এই গান টো শুণিলে মালৈ মনত পৰে ।
Agree with you
@@ritukonwar9373 e
Nice.
I m an orphan.....but this song numbs me internally & miss my parents....I grew up in a great struggle...
May God shower his blessings upon you and protect you and give you all the love and happiness you deserve.
May God bless you ❤
We love you brother jai hind
It's okay don't worry
Stay Strong brother ❤
Its not a song its a heaven.
🥰🥰🥰🥰
Mojja jubeen da
Mojjja Hoise i Love u Zubeen Da And Abahan Theatre 😂💟
I had lost my maa in 2018. When I listen this song I really miss my maa😞
HOW U LOSS YOUR AI
I love ❤️you ❤️Ma. সকলোৰে মা বিলাক কুশলে থাকক।
I love my mom
Kaberi Duarah I miss you mom
Xosai bohut val lage gan2❤️❤️
Maa miss you 🥺😒
This is best song ever I have heard ❤️
My heart is melting here maa
I'm nothing without you maa
Mothers are PRICELESS gift to us.
My heart is melting here maa
I,m nothing without you maa.
I love you juben Garg.
Dey have give reference to 100 miles..so we cant claim it as copy...
Heart touching...love you zubeen da 😍
Zubeen Daa aponar gane jen muk jiai rakhise....apnar gaan xunile jiai thokar kiron bisari pao...love u zubeen daa
Tammm mojjaaa hoici
Perfect song
Love you Maa☺👏🏻💐🙏🙏🙏🍫🍫🎂. I'm sorry Maa🙏🙏🙏🙏. Great Zubeen Dada❤❤
Love you maa ❤️❤️ love you zubeen da😘😘😘
বহুত বহুত বেছি ধুনীয়া লাগিছে গানতো
Eman dhunia ai geet Jubin tumaloi sata salute You gave your most .remarkable contribution to Assamese culture I cannot resist my teat
Beautiful song ❤️❤️
Joyyy zubben da...................lv u zubben da😍😍😍😍😍😍
মোৰ মা নাই। এই গানটো সুনিলে মোৰ মা লৈ বহুত মনত পৰে। সচাকে মাৰ সমান কোনো নাই এই পৃথিবীতে
Anakoi kiyo kowa
Gitamoni ake goti tomar aru mor. Bor manat pore ma loi gaantu khunile. Khei karone nukhunuye ketiyaba
Same condition
Moro
Same bohut monot pore maa'le
সকলো ফালৰ পৰাই ধুনীয়া😍
Heart teaching songs forever