|| গুৰু আমাক গ'লা এৰি থৈ || Zubeen Garg || Sattriya dance cover by Ankita Nath ||
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2024
- Here, I am representing a small glimpses of Sattriya Nritya .
Sattriya dance video:
• Sattriya Dance Chali |...
Song: Guru mur golagoi oi
Singer : Zubeen Garg
Album : Sirumoni
Excellent performance, wish brightful future,
সুন্দৰ কণ্ঠ, সুন্দৰ নৰ্তন পৰিবেশন, আৰু হওক, গীতটিৰ কথা খিনিহে বিসঙ্গতিপূৰ্ণ, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱে কৈছে,- "গুৰু জনাই আমাক অজস্ৰ সম্পদ দি গৈছে" নিথৰুৱা কৰি থৈ যোৱা নাই
Dhunia lagise ba God bless you ba❤❤❤❤
গীতটিৰ সৈতে নৃত্য টি সোণত সুৱগা হেন হৈছে, খুবেই ভাল লাগিছে। সকলো শিল্পী লৈ ধন্যবাদ জনালো ।
খুব সুন্দৰ হৈছে,মা।আগুৱাই যোৱা।
ভাল লাগিছে । সুন্দৰ উপস্থাপন ।
গান আৰু নৃত্য অতি কে আকৰ্ষনীয়। ধুনীয়া হৈছে ।
সুন্দৰ, অতি সুন্দৰ আৰু পৰিৱেশন চাইও ভাল লাগিল,
Naic😂❤❤❤❤❤❤❤😂😂❤❤❤❤❤❤❤❤😂❤❤❤❤❤❤😂
সঁচাকৈ বহুত ভাল লাগিল শুনি আগুৱাই যোৱা 😍😘😍😘😍😘😍😘❤❤❤❤❤❤🙏🙏🙏
so tq
খুব ধুনীয়া হৈছে আৰু আগুবাই যোৱা
সুন্দৰ নৃত্যশিল্পী জনীলৈ বহুত বহুত ধন্যবাদ
Indrabora
Bor bhal hoiche🎉
ইয়াতকৈ সুন্দৰ নৃত্য পৃথিৱীত আৰু নাই ।
Beautiful performance.wish her a bright future.
কৃষ্ণ, অতি সুন্দৰ হৈছে ।
কৃষ্ণ কৃষ্ণ। 🙏🙏🙏বহুত ভাল হৈছে আৰু আগুয়াই যোৱা ধন্যবাদ থাকিল তোমালৈ
বহুত ধুনীয়া হৈছে
অংকিতা তোমাৰ নৃত্যটি চোৱাৰ আজিহে সৌভাগ্য হল বৰ সুন্দৰ নাচিছা তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিছো ঈশ্বৰে আৰু কৃপা কৰক
Dhonyobad 💗
Ankita dance nice
বৰ ধূনীয়া হৈছে।আমাৰ ছোৱালীজনীয়ে তোমাক চাই চাই নাচিবলে শিকিছে।
ধন্যবাদ 😊❤️
বহুত ভাল পাওঁ। তুমি যতেই আছা শান্তিৰে থাকা।
Zubeen daa ki je voice aapunar😲
Pagol hoi jau😍
সত্ৰীয়া নৃত্য কেতিয়াও হব নোৱাৰে | শঙ্কৰী নৃত্য হে হয় | বহুত সুন্দৰ হৈছে |
Bor hundor ❤❤❤💝
Bohut dhunia hoise aru aguwai juwa tumi...
Dhonyobad 💗
অতি সুন্দৰ মনোৰম এক অন্য নৃত্য শৈলী
গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য
ভাল লাগিল চাই ভিডিওটোৰ উপস্থাপন
অতি সুন্দৰ প্ৰদৰ্শন, ভাল লাগিছে।
ইমান ধুনীয়া নৃত্য, চাই চাই হেপাহ nopolai 👌👌👌
Love you Zubeen Da 😘❤️❤️❤️❤️ জয় গুৰু শংকৰ 🙏🙏🙏🙏🙏❤❤❤❤
অতি সুন্দৰ হৈছে
ধুনীয়া লাগিছে ভিডিঅটি চাই।
Oh oh ati sundar dance maina nice val lagil de
বহুত সুন্দৰ হৈছে দেই
hosakoi aoti hundar lagil, monor dukh-bhagor polokate herai gol, Excellent 👍👍performance
সুন্দৰ, মনোমোহা।
overall performance is absolutely perfect. Thanks.
সুন্দৰ গানত সুন্দৰ নৃত্যৰ প্ৰদৰ্শন, সকলোকে ধন্যবাদ দিলো ।
সুন্দৰ। আগুৱাই যোৱা। ❤❤
এইবোৰেই অসমীয়ায গোৰৱ 💐 আগুৱাই যোৱা 💐 বহুত ভাগ লাগিল
💐💝💝🌻🌺🇨🇮
অতি সন্দৰ ভিডিঅটো ছাই ভাল লাগিল ধন্যবাদ থাকিল আপুনালৈ আগুৱাই জয়া 👍👍👍
সুন্দৰ হৈছে নিত্য
Very good.Go forward.D'nt look behind.May God bless you.
Excellent performance, wish your brightful future,
সুন্দৰ পৰিবেশন ভাল লাগিল
বৰ ধুনীয়া লাগিছে বা
Dhuniya 😊😊😊
অতি সুন্দৰ প্ৰদৰ্শন।
বহুত মজা লাগিল নাচটো
🙏 KHUB KHUB KHUB DHUNIA LAGISE 🙏 ALL-TIME FAVOURITE VAKTI SANGEET
🙏🙏🙏🙏🙏🙏🙏🙏 SANKAR GURU AAMARE
Thank you so much
বৰ ভাল হৈছে
Excellent dance performanc😅e,
Hundar nitrajoniloi bhut2. Dhonaibad 👍👌
উস্ গানটো শুনাৰ লগে লগে গাৰ নোম ঠিয় হৈ পৰিছে।কি যে মধুৰ কন্ঠ ।
Godblessyou
God bless you
🎉🎉
@@rameshbora7905 pooo
C vvc. V. Cçcccccccv
Bohut Dhuniya hoise 🙏
সুন্দৰ প্ৰদৰ্শন কৰিছে
Bohut bohut dhanyabad jubin
Xundor hare Krishna ❤️
❤ so nice and lovlly Radhe Radhe joy Radhe Krishna thanks ❤️
Bohut Hundar 🙏
Very nice dance 😍keep it up 👍
Mind blowing performance.
Tumar video to Sai mor val lagil ❤❤❤❤❤
Bor dhunia hoise ,
Mind blowing Ankita..👌👌
সুন্দৰ পৰিবেশন।
Ankita aroo agaloi jua....🎉🎉
সুন্দৰ
Xundor bandhabi... 🥰🥰Dhunia nasisa.... Aru aguae jua tumi.... Pise tumar ghor kotnu bru.
J
এ মজা ।
Angkita nath tumi aguwai jowa mor ashirbad
বৰ সুন্দৰ হৈছে
Ram Krishna bor dhunia hoise
The Assamese proud of u. Thanks
সুন্দৰ হৈছে
অপুর্ব।
Bhut Val lagil sai.🔥🔥
Thank you ✨
Bohut dhunia hoise god bless you
Bohut val Lagise. Aru aguai joa
অতি সুন্দৰ নৃত্য। জুবিনলৈ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জনাইছোঁ।
অতি সুন্দৰ
Xosakoi imn xundorkoi poribexon krise.... Bht bar saisu.... Ru agbohabo buli axa thakil❤
Thnq so much 💗
ধুনীয়া
Krishna
Great
Beautiful ❤
Dhuniya lagishe Dance and song tu 😃
Thank you 💐
Bahut bahut Val lagise
Bhut val lgisa song n dancing
Supar fain❤❤❤❤❤
ধুনীয়া হৈছে💕
Hundor
অঅি সুনদৰ
Waw hundor koi nasisa ❤️❤️❤️❤️❤️❤️👌.akha korisu aru anay hundor nitrya saboloi Pam buli.....
Thanks
.
Oh my GOD
Bhout dhunia hoise.
জুবিনৰ প্ৰতিভাৰ বিষয়ে বেলেগে আৰু কব নালাগে। অংকিতাক প্রথম দেখিলো। দেখাতো ধুনীয়া, গুণতো ধুনীয়া।
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Dhunia lagise Ankita👍😘
Dhuniya Gan👍
ভাল লাগিছে
Bor dhunia hoyse
Bohut val lagise Nrittati sai....
Thnq❤️
ভাল লাগিল ৷ সুন্দৰ ৷
Dhonoybad 💝
Best dance Nath ji
Beautiful parformance ❤❤❤
আমাৰ ভাটিয়ে শুনি বৰ ভাল পায়
Mojaa lagise ❤️❤️❤️❤️❤️agui juwa 🙏