ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Krishna krishna bap iswar.aapunak bhagawantoi kukhale rakhak aye parthana.
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ।
Krishna🙏Krishna🙏Krishna🙏
Krishna'ram Ram Ram pronam jonalu apunak bap 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏
কৃষ্ণ কৃষ্ণ সেৱা জনাছো প্ৰভুজনা।।
Ram antorik seya jonalu.probhu bhobontoi apunak kusole rakhok take kamona korilu. 25:40
Ram ram ram ...........pranam....bap
Krishna Krishna bap. Apunar sricharonat shotokauti pranam. Oti sundar aru guruttopurna baykha bapjona. Punor bhoktibhora shewa jonaiso Krishna Krishna.
কৃষ্ণ কৃষ্ণ বাপ ,আমাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব। ভগৱন্তই আপোনাক মঙ্গল কৰক।কৃষ্ণ কৃষ্ণ
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ জগতৰ ইষ্ট সৰ্বগুণ অধিকাৰী পৰম পুৰুষ ভগৱন্তৰ ওচৰত অভাগীৰিনীএ সহস্য প্ৰনাম আৰু আপোনাৰ চৰনতো সেৱা জনাইছো বাপ গুৰু জনাৰ ওচৰত আশীৰ্বাদ বিছাৰি কাকূতি সেৱা ধৰিছো মোৰ জন্ম দাতা দেউতা শয্যাগত হৈ আছে তেওঁ নীৰা নিষ ৫৩ বছৰ পাৰ কৰিলে।৮১বছৰ বয়স আপুনি যেন ভাগৱতৰ আসনৰ পৰাই আশীৰ্বাদ দিয়ে যেন ভক্তিৰে পুনৰ সেৱা কৰিছোঁ
Krisno krisno krisno krisno Bap pronam jonaisu kusholeThakk Krisno
তত্বগধূৰ ব্যাখ্যা,সুন্দৰ অনুভৱ সেৱা জনালোঁ গুৰুদেৱ
Jai Sri Krishna ajio katha khuni bar bhal lagil prabhu bastater majato je aponi aikhini kari ase dhanna prabhu krishna
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ হে বাপ।
🙏🙏Krishna Baap🙏🙏phun nombar tu diyar karne apunak akhek dhonyabad jonaisu🌺🌺🌺🙏🙏🙏sewa grhon korejen Krishna🌺🌺🌺🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু । সেৱা জনালোঁ । যোৱা চাৰি দিনে ভাগৱত ৰ অমৃত ৰস শুনি ব নাপায় মনটো বৰ বেয়া লাগি আছিল । আজিহে ভাল লাগিল । সদায়ে যেন শুনিব পাৰো তাৰে আশাৰে ৰলো । পুনৰ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ প্ৰভু ।
কৃষ্ণ 🙏🙏🙏
Ram krishan bap. Apunar saranat hewahe. Krishan
কৃষ্ণ বাপ সেৱাহে। মই দুদিন পাছত হে শুনিব পাৰিছো ব্যস্ত থকাৰ বাবে কৃষ্ণৰ কথা কৃষ্ণ বাপ কৃষ্ণ।
Bap, pranam Pravu Iswar, apunak seva janalu, Krishna
Sewahe prabhu
কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ দৰ্শন পাই ধন্য ৰাম ৰাম ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।।
কৃষ্ণ কৃষ প্ৰভূ সেৱা গ্ৰহন কৰিব ।চাৰিদিনৰ আশা আজি পুৰন হৈছে । ৰসময় ভকতি পাণ কৰিছো । কৃষ্ণ কৃষ্ণ ৰাম হৰি ।
প্ৰভু ঈশ্বৰ বাপজনাক প্ৰণাম জনাইছো । চাৰিদিনৰ পাছত আপোনাৰ শ্ৰী মুখে ভাগৱতৰ মধুৰ কণঠচৰ শুনিবলৈ পায় বহুত আনন্দিত হৈছো । কৃষ্ণ
কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ভাগৱতৰ পৰম অমৃত কথা শ্রবন কৰি কৃত কৃত হৈছো ।
Krishna Krishna bap sewa jonalu.
কৃষ্ণ , হে প্ৰভু কৌটি কৌটি প্ৰনাম জনালো
কৃষ্ণ কৃষ্ণ বাপ জনা বৰ বিয়াকুল হৈ আছিলোঁ এটিয়াহে তৃপ্তি লাভ কৰিলোঁ সেৱাহে বাপ জনা ৰাম ৰাম কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ লগতে এই ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলো কে এই দাসৰ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ
🙏কৃষ্ণ প্ৰভু ভক্তিপূৰ্ণ সেৱা নিবেজিছো তযু চৰণত।কৃপা কৰিব।অপেক্ষাৰ অন্তত ভক্তিযোগৰ ব্যাখ্যা অতি বিতোপন ৰূপে পালো।হৃদয়ঙ্গম হৈ গৈছে প্ৰভু।ধন্য আপোনাৰ জীৱন।ধন্য আপোনাৰ জন্মদাত্রী। আপোনাৰ জননীলৈ মোৰ কৌটি কৌটি প্ৰণাম।এনেহেন বিশ্ব কল্যাণ কাৰী সুযোগ্য সন্তান জগতলৈ উপহাৰ দিব পাৰিছে।আপোনাসৱৰ ওচৰত আমি চিৰ কৃতজ্ঞ। চিৰঋণী।আপোনাৰ সৰ্বদা মঙ্গল কামনা কৰিলো।আপোনাৰ শুভাৰ্শীষত আমি ও কুশলে আছো।পৰিশেষত সশ্রদ্ধ প্ৰণাম জনালো।🙏কৃষ্ণ।
Krisna krisna
Krishna Krishna Krishna 🙏🙏🙏
কৃষ্ণ বাপ সেয়া জনালোঁ ।ৰাম ৰাম ৰাম ।
Apuni mur gurujon Prabhu, apuni mur hridoyot ase prabhu
"OM Krishna provu aponak koti koti pranam 🙏
🙏🙏 কৃষ্ণ কৃষ্ণ
হে প্রভু ঈশ্বৰ ভক্তি ভৰা সেৱা গ্রহণ কৰিব। অমৃতময় ভাগৱতৰ বাণীৰে হৃদয় জুৰ কৰিলে। আপোনাৰ চৰণ কমলত এই অভগিনিক কিঞ্চিত ঠাই দিব প্রভু কৃষ্ণ কৃষ্ণ🙏🙏
কৃষ্ণ🙏🙏🙏
Ram Krishna
হে প্ৰভু অপেক্ষা কৰি আছিলোঁ বাপজনা কিয় অহা নাই বুলি গা বেয়া বুলি ভাবি আছিলোঁ কৃষ্ণ সেৱা গ্ৰহন কৰিব এই অভাগিনী আই গৰাকী ৷
পৰম সন্তোষ লভিলোঁ। কৃষ্ণ ৰাম কৃষ্ণ।
কৃষ্ণ প্ৰভুজন ভক্তিভৰা হৃদয়কমলৰ প্ৰণিপাত গ্ৰহণ কৰিব ।আপোনাৰ ভগৱৎ কৃপাই আমাক কুশলে ৰাখিছে ।অধীৰ আগ্ৰহেৰে সদায় পাঠভাগৰ বাবে বাট চাই থাকো ।আপোনাৰ ভাগৱত কৃপাই আমাক এক বেলেগ দিশে গতি কৰালে যাৰ তুলনা পাবলৈ নাই ।প্ৰভু আপুনি ৫৭১নং শংকৰদেৱৰ গুৰু জয়ন্তীত যি ভাষন আগবঢ়ায়ছিল তাক সিদিনা ইউটিউৱত পালো আৰু সিও এক নতুন শিক্ষা দিলে ।গতিকে কৃপা কৰি সেই মহান বাণী খিনি আপুনি ভাগৱত বাখ্যাৰ মাজলৈ লৈ আনিব,কিয়নো সকলো ভকতে তেতিয়া কথাখিনি বুজি উঠিব ।অপৰাধ যদি হৈছে দয়াৰ দৃষ্টিৰে চাব প্ৰভু, কৃষ্ণ কৃষ্ণ কৃষ্ণ,,,,, ।।।
কৃষ্ণ কৃষ্ণ বাপ ।সেৱা নিবেদিলো ।কৃষ্ণ
আপোনাৰ ভাগৱত বাখ্যাই মনটোত অমৃত পান কৰালে ৷আশাকৰো বাপ প্ৰতিদিনে শুনিব পাম ৷
Prabhu kot Tumi asila Prabhu,tumar chorone pronam krishno hay mahabhagowot
Sewa jonalu.bujibor babe punor sunim.suni Santosh palu.punor pranam.
কৃষ্ণ বাপ যিমানে শুনি গৈছো সিমানে তৃষ্ণাবাঢ়ি গৈছে পৰবওীলৈ অপেক্ষাৰে ---।
হে প্ৰভু এইকেইদিন মনত বৰ কষ্ট পালোঁ।আপোনাৰ কোনো সংবাদ পোৱা নাছিলোঁ।প্ৰভু ভগৱন্তই আপোনাৰ সপৰিয়ালকে কুশ লে ৰাখক কৃষ্ণ।
কৃষ্ণ বাপ মই আজি ভাগৱত পাই মই আনন্দিত হৈছো।হে কৃষ্ণ প্ৰভু ভগবান কৃষ্ণৰ চৰণত প্ৰাথনা জনাইছোঁ আপোনাক ভগবানে মঙ্গল কৰক।কৃষ্ণ জয় গুৰু শঙ্কৰ!
ৰাম ৰাম
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏 ohari 🙏 oram 🙏❤️🌹🙏
কৃষ্ণ বাপ ঈশ্বৰ | আপোনাৰ শ্ৰীমুখে মহাভাগৱত শুনাৰ আনন্দই বিশেষ | এই কেইদিন বৰ কষ্টত আছিলো, আজি মনটো আনন্দিত | আগৰ ভাগৱত কথাবোৰকে বাৰে বাৰে শুনিছো, পৰম প্ৰভুয়ে আপোনাক সদায়ে কৃপা কৰক | আমি যেন গোকুলৰ গোপীৰ দৰে কৃষ্ণ প্ৰেমত মতলীয়া হৈ পৰো তাকেই প্ৰাৰ্থনা জনাইছো |
Dhanya holu prabhu. Krishna
কৃষ্ণ কৃষ্ণ বাপ 🙏
Krishan Bap🙏🙏🙏🙏
Krishna krishna 🙏
কৃষ্ণ 🙏 প্ৰভুজনা
Krishna Krishna bap .
কৃষ্ণ প্ৰভু জন , স-শ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব । অপেক্ষাৰতহৈ অাছিলো যদিও নিদ্ৰাই হৰণ কৰিলে বাবে যথা সময়ত শ্ৰৱণ কৰিব নোৱাৰিলো । পুৱা গুৰুসেৱা ভাগৰ অন্তত শ্ৰৱণ কৰিলো । জনি সুখী হব যে- যোগাসন কৰি থাকোঁতে পৰম অানন্দৰে অাপুনি অাগবঢ়োৱা ভাগৱত কথা শ্ৰৱণ কৰিলোঁ । সচাঁকৈযে অাপ্লুত হলো । সকলোলৈকে অান্তৰিক সেৱা নিৱেদিলোঁ । সুপ্ৰভাত ।।
হে প্ৰভু আপুনি দীৰ্ঘস্থায়ী হওক ।।👏👏👏👏👏
Krishna Krishna bap amar hewa grohon koribo 🙏🙏🙏
কৃষ্ণ প্ৰভু সেৱা নিবেদিলো ।চাৰিদিনৰ বিৰতিৰ পাছত ভাগৱত কথা শ্ৰৱণ কৰি মুগ্ধ হলো।
কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব।।
Krishna pravu......puwar sewavagi jasilu gohon koribo .....Krishna
কৃষ্ণ কৃষ্ণ আপোনাৰ অপুৰ্ব ভাগৱত ব্যাখ্যাশুনি অভিভূত হলো ৷ ভগৱানে আপোনাৰ মংগল কৰক’ধন্যবাদ৷
কৃষ্ণ বাপ সেৱা নিবেদন কৰিলোঁ ।চাৰি দিনৰ বিৰতিৰ পিচত আপোনাৰ শ্ৰীমূখে ভাগৱত ব্যাখ্যা শ্ৰৱণ কৰি অতিশয় আনন্দিত হৈছো । প্ৰভু ভগৱন্তই আপোনাক কৃপাদৃস্টি কৰক।🙏🙏🙏
. কৃষ্ণ হৰি ৰাম ৰাম । প্ৰভূ ঈশ্বৰ চাৰি দিন অধিৰ আগ্ৰহেৰে বাট চাই আছিলো। আজি আপোনাক পাই অতি আনন্দিত হৈছো। ঈশ্বৰে আপোনাক কৌশলে ৰাখক এই প্ৰাৰ্থনাৰে আপোনালৈ শতকোটি প্ৰণিপাত নিবেদিছোঁ। কৃষ্ণ হৰি ৰাম ৰাম
হৃদয় চুই যায়, আপোনাৰ ভাগবত পাঠৰ বাখ্যা শুনি।
হে দয়াল গুৰু তোমি কৃপাল গুৰু আমাৰ সেৱা গ্ৰহণ কৰিব তোমালৈ কৌটি কৌটি সেৱা ।হে নিৰাশাৰ প্ৰভু তোমাৰ পদধুলী শিৰত লব বিছাৰো তোমি মহান তোমি অনাদিঅনন্ত ।
Llkreshna prabhu pranam.
ৰাম কৃষ্ণ হৰি
সত্ৰাধিকাৰ প্ৰভূজন ভক্তিভৰা সেৱা গ্ৰহণ কৰিব ।দীঘবিৰতিৰ অন্তত শ্ৰৱণ কৰি আনন্দিত হলো ।কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব ।আজি হে শান্তি অনুভৱ কৰিছো প্ৰভু।সবাৰো চৰণত সেৱা আগবঢ়ালো ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম।
কি যে সুন্দৰ বাপ ঈশ্বৰ কৌটি কৌটি বাৰ প্ৰণাম জনাইছো কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
কৃষ্ণ বাপ, ভগৱানে আপোনাক ভালে ৰাখক
🕉️🙏হে বৈকুণ্ঠৰ পতি হে দয়াময় তোমাৰ চৰণ কমলত অহৈতুকী ভক্তি সেৱা আগবঢ়াইছো🙏।হে দয়াময় কৃষ্ণ বাপ গুৰুজনলৈ তোমাৰ অহৈতুকী আশীষ প্ৰদান কৰে যেন প্ৰভু।তেখেত কুশলে থাকে। তোমাৰ চৰণত কৌটি কৌটি 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু বাপ আপুনাক প্ৰনাম জনাইচু কৃষ্ণ
krishna Ramkrishna bap ajir bhagbt rase hriday jur pelaise krishna
Prabhu apunar shri saranat satakuti pranam aji punar Amar Maga bhagya milil . Krishna .🙏🙏🙏 .Anjali Das .
Baap aponar sumadhur Bhagabat bakhya sunibo pai thakim buli asha rakhiso. Krishna Krishna
কৃষ্ণ কৃষ্ণ , চাৰিদিন বিৰতিৰ পিছত কৃষ্ণ কথা শুনিব পালো ।অনুভৱ কৰিব পাৰিছো যে--আপুনি এতিয়া বহুত ব্যস্ত ।যা-নহওক আপুনি আপোনাৰ গুৰু দায়িত্ব সু-কলমে পালন কৰি যাওঁক ,তাকে কামনা কৰিলো ।কৃষ্ণ কৃষ্ণ ।জয় গুৰু শংকৰ ।
কৃষ্ণ বাপ 🙏🙏সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব বাপ। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। কৃষ্ণ কথা অমৃত বাণী শ্রৱণ কৰিব পাই আনন্দিত হৈছোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে থাকে তাৰেই কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব। আপোনাৰ এই ভাগৱতৰ অমৃত বানীয়ে আমাৰ মন প্ৰফুল্ল কৰিবলৈ আশীৰ্বাদ কৰিব। বহুতো আশাৰে ৰৈ থাকো।
কৃষ্ণ কৃষ্ণ প্ৰভু বাব ভগৱান্ত আন্তৰিক সেৱা গ্ৰহণ কৰিব,
Krishna pravu🙏🙏
Krishna! Pranam prabhu Ishwar ! Krishna!
কৃষ্ণ কৃষ্ণ বাপজনা সেৱা জনালো আজি ৪দিনৰ পিছত আকৌ এই ভাগৱতৰ ৰস পায় বহুত সুখি হলো ভগৱানে আপোনাক কুশলে ৰাখক কৃষ্ণ কৃষ্ণ
Krishna.🙏🙏🙏
কৃষ্ণ কৃষ্ণ বহুত অপেখ্যাৰ অন্তত প্ৰভূজন সেৱা লব ।
বাপ ঈশ্বৰ আপোনাৰ মুখে ভাগৱত পাঠ শুনি ধন্য হলো। আপুনি যেন কুশলে থাকক তাৰে নেদেখা জনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো 🙏🙏🙏🙏🙏
Krishna ❤
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ, সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছো🙏🙏🙏🙏🙏
কৃষ্ণ, কৃষ্ণ বাপজন । সেৱা জনালো ।
কৃষ্ণ কৃষ্ণ সেৱা ভাগ জনালো ৷
🙏 কৃষ্ণ ।
কৃষ্ণ ,অত্যন্ত সুখী হলো । সেৱা ভাগ যাছিলো ।
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 ohari 🙏 oram 🙏
কৃষ্ণ বাপ আমি আপোনাৰ শ্ৰীমোখেভাগৱতৰ অমৃত বানী শুনিবলৈ অপেক্ষাত ,আছিলো কৃষ্ণ ভাল লাগিছে কৃষ্ণ ,,,🎂🎂🎂🎂
কৃষ্ণ কৃষ্ণ
Krishno krishno
প্ৰণাম প্ৰভু

কৃষ্ণ প্ৰভু জন , স-শ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব ।
অপেক্ষাৰতহৈ অাছিলো যদিও নিদ্ৰাই হৰণ কৰিলে বাবে যথা সময়ত শ্ৰৱণ কৰিব নোৱাৰিলো । পুৱা গুৰুসেৱা ভাগৰ অন্তত শ্ৰৱণ কৰিলো । জনি সুখী হব যে- যোগাসন কৰি থাকোঁতে পৰম অানন্দৰে অাপুনি অাগবঢ়োৱা ভাগৱত কথা শ্ৰৱণ কৰিলোঁ । সচাঁকৈযে অাপ্লুত হলো । সকলোলৈকে অান্তৰিক সেৱা নিৱেদিলোঁ । সুপ্ৰভাত ।।
হে প্ৰভু আপুনি দীৰ্ঘস্থায়ী হওক ।।👏👏👏👏👏
Krishna Krishna bap amar hewa grohon koribo 🙏🙏🙏
কৃষ্ণ প্ৰভু সেৱা নিবেদিলো ।চাৰিদিনৰ বিৰতিৰ পাছত ভাগৱত কথা শ্ৰৱণ কৰি মুগ্ধ হলো।
কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব।।
Krishna pravu......puwar sewavagi jasilu gohon koribo .....Krishna
কৃষ্ণ কৃষ্ণ আপোনাৰ অপুৰ্ব ভাগৱত ব্যাখ্যাশুনি অভিভূত হলো ৷ ভগৱানে আপোনাৰ মংগল কৰক’ধন্যবাদ৷
কৃষ্ণ বাপ সেৱা নিবেদন কৰিলোঁ ।চাৰি দিনৰ বিৰতিৰ পিচত আপোনাৰ শ্ৰীমূখে ভাগৱত ব্যাখ্যা শ্ৰৱণ কৰি অতিশয় আনন্দিত হৈছো । প্ৰভু ভগৱন্তই আপোনাক কৃপাদৃস্টি কৰক।🙏🙏🙏
. কৃষ্ণ হৰি ৰাম ৰাম । প্ৰভূ ঈশ্বৰ চাৰি দিন অধিৰ আগ্ৰহেৰে বাট চাই আছিলো। আজি আপোনাক পাই অতি আনন্দিত হৈছো। ঈশ্বৰে আপোনাক কৌশলে ৰাখক এই প্ৰাৰ্থনাৰে আপোনালৈ শতকোটি প্ৰণিপাত নিবেদিছোঁ। কৃষ্ণ হৰি ৰাম ৰাম
হৃদয় চুই যায়, আপোনাৰ ভাগবত পাঠৰ বাখ্যা শুনি।
হে দয়াল গুৰু তোমি কৃপাল গুৰু আমাৰ সেৱা গ্ৰহণ কৰিব তোমালৈ কৌটি কৌটি সেৱা ।হে নিৰাশাৰ প্ৰভু তোমাৰ পদধুলী শিৰত লব বিছাৰো তোমি মহান তোমি অনাদিঅনন্ত ।
Llkreshna prabhu pranam.
ৰাম কৃষ্ণ হৰি
সত্ৰাধিকাৰ প্ৰভূজন ভক্তিভৰা সেৱা গ্ৰহণ কৰিব ।দীঘবিৰতিৰ অন্তত শ্ৰৱণ কৰি আনন্দিত হলো ।কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব ।আজি হে শান্তি অনুভৱ কৰিছো প্ৰভু।সবাৰো চৰণত সেৱা আগবঢ়ালো ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম।
কি যে সুন্দৰ বাপ ঈশ্বৰ কৌটি কৌটি বাৰ প্ৰণাম জনাইছো কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
কৃষ্ণ বাপ, ভগৱানে আপোনাক ভালে ৰাখক
🕉️🙏হে বৈকুণ্ঠৰ পতি হে দয়াময় তোমাৰ চৰণ কমলত অহৈতুকী ভক্তি সেৱা আগবঢ়াইছো🙏।হে দয়াময় কৃষ্ণ বাপ গুৰুজনলৈ তোমাৰ অহৈতুকী আশীষ প্ৰদান কৰে যেন প্ৰভু।তেখেত কুশলে থাকে। তোমাৰ চৰণত কৌটি কৌটি 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু বাপ আপুনাক প্ৰনাম জনাইচু কৃষ্ণ
krishna Ramkrishna bap ajir bhagbt rase hriday jur pelaise krishna
Prabhu apunar shri saranat satakuti pranam aji punar Amar Maga bhagya milil . Krishna .🙏🙏🙏 .Anjali Das .
Baap aponar sumadhur Bhagabat bakhya sunibo pai thakim buli asha rakhiso. Krishna Krishna
কৃষ্ণ কৃষ্ণ , চাৰিদিন বিৰতিৰ পিছত কৃষ্ণ কথা শুনিব পালো ।অনুভৱ কৰিব পাৰিছো যে--আপুনি এতিয়া বহুত ব্যস্ত ।যা-নহওক আপুনি আপোনাৰ গুৰু দায়িত্ব সু-কলমে পালন কৰি যাওঁক ,তাকে কামনা কৰিলো ।কৃষ্ণ কৃষ্ণ ।জয় গুৰু শংকৰ ।
কৃষ্ণ বাপ 🙏🙏সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব বাপ। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। কৃষ্ণ কথা অমৃত বাণী শ্রৱণ কৰিব পাই আনন্দিত হৈছোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে থাকে তাৰেই কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব। আপোনাৰ এই ভাগৱতৰ অমৃত বানীয়ে আমাৰ মন প্ৰফুল্ল কৰিবলৈ আশীৰ্বাদ কৰিব। বহুতো আশাৰে ৰৈ থাকো।
কৃষ্ণ কৃষ্ণ প্ৰভু বাব ভগৱান্ত আন্তৰিক সেৱা গ্ৰহণ কৰিব,
Krishna pravu🙏🙏
Krishna! Pranam prabhu Ishwar ! Krishna!
কৃষ্ণ কৃষ্ণ বাপজনা সেৱা জনালো আজি ৪দিনৰ পিছত আকৌ এই ভাগৱতৰ ৰস পায় বহুত সুখি হলো ভগৱানে আপোনাক কুশলে ৰাখক কৃষ্ণ কৃষ্ণ
Krishna.🙏🙏🙏
কৃষ্ণ কৃষ্ণ বহুত অপেখ্যাৰ অন্তত প্ৰভূজন সেৱা লব ।
বাপ ঈশ্বৰ আপোনাৰ মুখে ভাগৱত পাঠ শুনি ধন্য হলো। আপুনি যেন কুশলে থাকক তাৰে নেদেখা জনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো 🙏🙏🙏🙏🙏
Krishna ❤
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ, সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছো🙏🙏🙏🙏🙏
কৃষ্ণ, কৃষ্ণ বাপজন । সেৱা জনালো ।
কৃষ্ণ কৃষ্ণ সেৱা ভাগ জনালো ৷
🙏 কৃষ্ণ ।
কৃষ্ণ ,অত্যন্ত সুখী হলো । সেৱা ভাগ যাছিলো ।
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 ohari 🙏 oram 🙏
কৃষ্ণ বাপ আমি আপোনাৰ শ্ৰীমোখে
ভাগৱতৰ অমৃত বানী শুনিবলৈ অপেক্ষাত ,আছিলো কৃষ্ণ ভাল লাগিছে কৃষ্ণ ,,,🎂🎂🎂🎂
কৃষ্ণ কৃষ্ণ
Krishno krishno
প্ৰণাম প্ৰভু