ความคิดเห็น •

  • @prahladgogoi5414
    @prahladgogoi5414 8 วันที่ผ่านมา +36

    সুবক্তা, জ্ঞান পিপাসু এঞ্জেলা লৈ বহুত বহুত শুভকামনা --

  • @ritamonichiring3842
    @ritamonichiring3842 8 วันที่ผ่านมา +18

    এঞ্জেলাৰ ভাষনে অন্তৰ চুই গল।
    সঁচাই আমিবোৰ আধুনিকতাৰ নামত বিপথেহে গৈছোঁ যেন অনুমান হয়।আচলতে নেতৃত্ব লোৱা মানুহ বিলাকেই সঁচাটো নিৰ্ভীকতাৰে কবলৈ বেয়া পায়।সেইবোৰেই আমাৰ ডাঙৰ সমস্যা হৈছে।তোমাৰ স্পষ্টবাদিতাৰ বাবে বহুত বহুত ধন্যবাদ।ভগৱানে তোমাক শক্তি দিয়ক।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 8 วันที่ผ่านมา +35

    বহুত সুন্দৰ আৰু অন্তৰ স্পৰ্শী বাস্তৱবাদী বক্তৃতা। এই বক্তৃতা বা ভাষনত আজিও চলি থকা সামাজিক ব্যৱস্থাৰ কথাকেই উন্নেষ কৰিছে।এক ব্যতিক্ৰমী যথেষ্ট অধ্যয়নেৰে পুষ্ট এগৰাকী সুদক্ষ, স্পষ্টবাদী, সাহসী, ভাষাৰ শুদ্ধতাৰ উচ্ছাৰণত অতিকৈ গুৰুত্ব প্ৰদান কৰা এগৰাকী নতুন প্ৰজন্মৰ চিৰ পৰিচিত সাঙবাদিক। এক মহান চেলুট।

  • @puspadhardowarah1932
    @puspadhardowarah1932 8 วันที่ผ่านมา +19

    সুন্দৰ ভাষণ।সচা কথা কলে কাৰোবাৰ নাকটে ধৰেগৈ।এচামে এনে চিক চিক;চাক চাক;ঈশ্বৰৰ একান্ত ভক্ত হিচাব আত্ম প্ৰকাশ কৰিব বিচাৰে যে পোনচাতে বৈকুণ্ঠই পাবগৈ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 8 วันที่ผ่านมา +40

    মোৰ প্ৰিয় ব্যতিক্ৰমী স্পষ্টবাদী, সাহসী, অনন্য উপস্থাপন শৈলীৰে অন্তৰ চুই যোৱা এগৰাকী প্ৰতিভাসম্পন্ন সাঙ্ বালিকা।

  • @TaslimAliBabul
    @TaslimAliBabul 9 วันที่ผ่านมา +19

    তোমাৰ ভাষ্যই মন মগজু চুই গৈছে!👍👏👍

  • @deniananya826
    @deniananya826 6 วันที่ผ่านมา +8

    বৰ সুন্দৰ ভাষণ। বিষ্ণু প্ৰসাদ ৰাভাৰ চৰ্চা প্ৰতিজন অসমীয়াই হৃদয়েৰে গ্ৰহণ কৰা উচিত।❤

  • @BirendranathMoran-m1e
    @BirendranathMoran-m1e 5 วันที่ผ่านมา +3

    সঁচা এঞ্জেলা, তোমাৰ জুই ফিৰিঙতিৰ দৰে ফুটি উঠা সু-স্পষ্ট শব্দৰ সুৰীয়া গাঠনিৰ বাক্যৰ ভাষণ শুনিলেই আমাৰ হৃদয়, মনৰ মাজৰ আন্ধাৰ কোঠালিও পোহৰ বিলাই, শুকান কলিজাও তেজ দিয়ে। তুমি মাথো জীৱন শিল্পীয়েই নহয় , তুমি এই পৃথিৱীত পোহৰ বিলাই থকা ফৰকাল নীলা আকাশৰ এটি পূৰ্ণিমাৰ চন্দ্ৰমা🙏

  • @jantihira9356
    @jantihira9356 8 วันที่ผ่านมา +17

    প্ৰথম প্ৰণাম আপোনাক হয়টো মিঠা যুক্তি সঙ্গত সঠিক নিভিক নিৰপেক্ষ উচিত মানদণ্ড ভাষন দিয়া.. প্ৰথম মহিলা এগৰাকী দেখা পোৱাৰ বাবে কোটি কোটি ধন্যবাদ আপোনাৰ নিচিনা অসমৰ জীয়ৰী বোৰক অনুৰোধ স্পষ্ট ভাবে স্পষ্টবাদী হোৱা ..অসম বহুতো আগুৱাই যাব ।

  • @bimalaprasadborah
    @bimalaprasadborah 8 วันที่ผ่านมา +12

    সুন্দৰ ভাষা, ভবিষ্যত উন্নতি কামনা কৰিলো। আকৌ যেন এনে কৈ ভাষন শুনিবলৈ পাও আশা কৰিলোঁ।

  • @tanugogoi1305
    @tanugogoi1305 8 วันที่ผ่านมา +8

    সুন্দৰ সুন্দৰ , অতি সুন্দৰ ও অতি মূল্যৱান আৰু যুক্তিপূৰ্ন বক্তৃতাৰে আমাৰ বৰ্তমানৰ সমাজখনক একতাৰ দোলেৰে সমভাৱে আগুৱাই যাবলৈ আজিও কৰণীয় বহুত আছে
    তাকেই উপলব্ধি কৰোৱাৰ প্ৰয়াস কৰিছে ইমান সুন্দৰ অভিজ্ঞতাপূৰ্ন বক্তৃতাৰে 👌👌👌
    বহুত বহুত ধন্যবাদ ও আন্তৰিক শুভেচ্ছাৰ
    লগতে সুস্বাস্থ্য ও সকলো দিশতে মংগল হওঁক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🙏

  • @anupkalita5527
    @anupkalita5527 3 วันที่ผ่านมา

    সুন্দৰ, সাৱলীল ভাষণ।আশা ৰাখিলোঁ আপুনি বিষ্ণু ৰাভা দেৱৰ দৰ্শনক আগুৱাই লৈ গৈ থাকিব।

  • @balendas4259
    @balendas4259 8 วันที่ผ่านมา +10

    সুন্দৰ বক্তব্য সুন্দৰ কণ্ঠ । খোকোজা নলগাকৈ বিশাল ব্যক্তিত্বৰ অধিকাৰী গণ শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ বিষয়ে ভাষণ ৰখা এঞ্জেলা চাংমালৈ অভিনন্দন জ্ঞাপন কৰিছো ।

  • @bipulphukan3756
    @bipulphukan3756 7 วันที่ผ่านมา +4

    কৃতজ্ঞতা জ্ঞাপন কৰিলো। এনে ধৰণৰ মৰ্মস্পৰ্শী ভাষন আগলৈয়ো আশা কৰিলো 🙏

  • @surajrabha1331
    @surajrabha1331 8 วันที่ผ่านมา +5

    বহুত সুন্দৰ ভাষণ দিছে ভাল লাগি।💯💯💯

  • @jyotishmansportschannel5948
    @jyotishmansportschannel5948 8 วันที่ผ่านมา +7

    সুন্দৰ লাগিল, সত্য কথা।

  • @user-oz2oz1cp3i
    @user-oz2oz1cp3i 7 วันที่ผ่านมา +2

    অতি সুন্দৰ ভাষন আপোনাৰ নতু প্ৰজন্মৰ আপোনাৰ কথা বোৰ সুনিবনে।।। ধন্যবাদ আপোনাক 🎉🎉

  • @minatidas4573
    @minatidas4573 8 วันที่ผ่านมา +4

    তোমাৰ ভাষাই মন মগজু গৈছে ঠিক কথা কৈছে ❤❤❤

  • @ProbalKhataniar
    @ProbalKhataniar 8 วันที่ผ่านมา +4

    সকলো দিশ সামৰি এটি সুন্দৰ বক্তব্য।🙏🙏

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 8 วันที่ผ่านมา +5

    অতি সুন্দৰ ভাষ্য প্ৰকাশঢ কৰিছে

  • @ShubhraPrateemHazarika
    @ShubhraPrateemHazarika 7 วันที่ผ่านมา +2

    মন মগজু চুই যোৱা ভাষণ ।আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ।

  • @user-uk7hi9yn1g
    @user-uk7hi9yn1g 3 วันที่ผ่านมา

    সুন্দৰ মন্তব্য বাইদেউ আপোনাৰ ওচৰত আমি কৃতজ্ঞ তাজনাইছো।

  • @diptidevi4055
    @diptidevi4055 7 วันที่ผ่านมา +2

    সত্য কথাবোৰ অতি সবল ভাৱে উপস্থাপন কৰাৰ বাবে ধন্যবাদ।

  • @dilapboruah8802
    @dilapboruah8802 4 วันที่ผ่านมา

    সুন্দৰ আলোকপাত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @bimalboruah9507
    @bimalboruah9507 9 วันที่ผ่านมา +8

    Anjela I am very much appreciated of your valuable speech regarding kolaaguru Bishnu Prasad Ravaa .

  • @MohanGogoi-gx3hm
    @MohanGogoi-gx3hm 8 วันที่ผ่านมา +4

    বহুত ভাল লাগিল।

  • @animagogoi5297
    @animagogoi5297 2 วันที่ผ่านมา

    এনজেলা আজিৰ প্ৰজন্মৰ আদৰ্শ।আগুৱাই গৈ থাকা । আশীৰ্বাদ থাকিল।

  • @harihardeka5750
    @harihardeka5750 4 วันที่ผ่านมา

    সচাকৈ সুন্দৰ ভাষণ তথা বাৰ্তা ৷নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি ভাবো ৷

  • @mrinalmedhi8346
    @mrinalmedhi8346 8 วันที่ผ่านมา +5

    বাইদেউ বৰ সুন্দৰ 🙏🙏🙏

  • @rajotphukon3403
    @rajotphukon3403 8 วันที่ผ่านมา +3

    সুন্দৰ ভাযণ আগুৱাই ষোৱা।

  • @nirumahantadutta4701
    @nirumahantadutta4701 2 วันที่ผ่านมา

    বৰ সুন্দৰ আৰু সাৱলীল বক্তৃতা

  • @bipulsaikia7387
    @bipulsaikia7387 8 วันที่ผ่านมา +5

    আপুনি সত্য কথা কৈছে সুন্দৰ

  • @bilahkonwar5865
    @bilahkonwar5865 9 วันที่ผ่านมา +5

    ইমান সুন্দৰ ভাষণ দিলে মোৰ ফালৰপৰা ধন্যবাদ কাৰণ আজিলৈকে এছামে অসমীয়া বুলি কয় অসমীয়াই কেনেকৈ আগবাঢ়ে সেই কথা নিজেই নাজানে এইবিলাক কৈ নিজেই পদত অধিষ্ঠিত হয় পিছত অসমীয়া কথা পাহৰিবলৈ ধৰে ধন্যবাদ বাইদেউ সছা সমান ধৰ্ম নাই মিছা সমান পাপ নাই

  • @surenboruah3241
    @surenboruah3241 4 วันที่ผ่านมา

    বহুত সুন্দৰ বক্তব্য👌👌👌

  • @shriarchana8844
    @shriarchana8844 8 วันที่ผ่านมา +6

    সমুদ্ৰ মন্থনৰ কাহিনীটো দৰে লাগি।

  • @amulyasarma4057
    @amulyasarma4057 9 วันที่ผ่านมา +9

    An exceptional speech presented by Anjela Changmai

  • @PurnaBaruah
    @PurnaBaruah 8 วันที่ผ่านมา +2

    বাইদেৱে মুৰো যেন মনৰ কথা খিনিকে স্পষ্টভাবে উপস্থাপন কৰিলে । আপোনাৰ নিৰ্ভিক সাংবাদিকতাক সেল্যওত জনালোঁ ।

  • @mahendradas1610
    @mahendradas1610 8 วันที่ผ่านมา +2

    ধন্যবাদ madam . বহুত ভাল লাগিল ।

  • @mr.nabarun
    @mr.nabarun 7 วันที่ผ่านมา +1

    বিনন্দ আৰু কুঞ্জৰ সুযোগ্যা কন্যা এঞ্জেলা চাংমাই লৈ অশেষ ধন্যবাদ ও আৰ্শীবাদ থাকিল।

  • @GobindaSharma-re7qx
    @GobindaSharma-re7qx 3 วันที่ผ่านมา

    Hridoi parasa monograhi vasan, may you long live, congratulation,

  • @dr.ranjitnarzary3070
    @dr.ranjitnarzary3070 4 วันที่ผ่านมา

    Hosa kotabor udongai diyar karone bohut bohut dhonyabad.

  • @upendutta2371
    @upendutta2371 2 วันที่ผ่านมา +1

    Bor sundor hoise di

  • @Partha-zx9xy
    @Partha-zx9xy 8 วันที่ผ่านมา +1

    Excellent speech. We need this for present situation.

  • @jitendrasaikia9508
    @jitendrasaikia9508 4 วันที่ผ่านมา

    বহুত ভাল লাগিল 🙏🏽🙏🏽🙏🏽🙏🏽

  • @oscarregon9160
    @oscarregon9160 8 วันที่ผ่านมา +1

    সুন্ধৰ বক্তব্য প্ৰমাণ জনাইছোঁ আপোনাক ।।

  • @BasantaTamuly-ht9bz
    @BasantaTamuly-ht9bz 8 วันที่ผ่านมา +1

    অতি সুন্দৰ বক্তব্য।

  • @bijoychangmai1472
    @bijoychangmai1472 8 วันที่ผ่านมา +1

    সুন্দৰ ভাষণ ...

  • @michaelrava8666
    @michaelrava8666 2 วันที่ผ่านมา

    Appreciate your speech and plea our Rabha people to awaken up with unity.

  • @mamoniboruahsaikia5631
    @mamoniboruahsaikia5631 6 วันที่ผ่านมา

    ❤মাজনী বৰ ভাল পালোঁ শুনি , ধুনীয়া ভাষাৰে তোমাক ভাল লগাব নোৱাৰোঁ । সুন্দৰ আগবাঢ়ি যোৱা, ভগৱানে সহায় কৰিব ।

  • @kalpanaborah5701
    @kalpanaborah5701 8 วันที่ผ่านมา +1

    বৰ সুন্দৰ ভাষণ।

  • @manojkrbhattacharyya4499
    @manojkrbhattacharyya4499 8 วันที่ผ่านมา +2

    Salute for such a brilliant speech.

  • @urstatus2637
    @urstatus2637 8 วันที่ผ่านมา +1

    অতি সুন্দৰ 🙏🙏🙏

  • @tarachangmai757
    @tarachangmai757 8 วันที่ผ่านมา +1

    এঞ্জেলা তোমাৰ কথা খিনিয়ে সকলোকে চেতনা জগাই তুলিব, কথাখিনি সময় উপযোগী হৈছে,তোমালৈ ধন্যবাদ থাকিল।

  • @user-eh5mt2cn8l
    @user-eh5mt2cn8l 8 วันที่ผ่านมา +2

    সুন্দৰ মন সুই গল

  • @dhanduwarah748
    @dhanduwarah748 8 วันที่ผ่านมา +1

    বহুত সুন্দৰ ভাষন

  • @bileswarborah4730
    @bileswarborah4730 8 วันที่ผ่านมา +1

    ভাল লাগিল যাতে তেওঁৰ এই সুমধুৰ কথা আকৌ শুনিবলৈ আগ্ৰহী মই বাইদেউ ।

    • @sitarabha2503
      @sitarabha2503 8 วันที่ผ่านมา +1

      Biswa

    • @sitarabha2503
      @sitarabha2503 8 วันที่ผ่านมา

      Biswa bijoy nojuwan Rabha sangit nohoi .jyuti sangit he. Thanks

  • @jagannathdas484
    @jagannathdas484 8 วันที่ผ่านมา +1

    বহু ধন্যবাদ।

  • @satyajitkhound350
    @satyajitkhound350 8 วันที่ผ่านมา

    অতি মনপৰশা সাৱলীল গতিৰ তত্ব গধুৰ এক ভাষণ ,প্ৰথম বাৰলৈ শুনিলো।সৰস্বতী দেৱীৰ আশীষ প্ৰাপ্ত যেন বোধ হ'ল।স্বামী বিবেকানন্দৰ ভাষণৰ ক'থা অলপ হ'লেও মনত পেলাই দিলে সকলোকে।ঈশ্বৰ প্ৰদত্ত বাগ্মিতা,তাকো ৰাতি দুটা বজাত।

  • @prodipbora2752
    @prodipbora2752 8 วันที่ผ่านมา +2

    চেলুট।

  • @bijoyabaruah1245
    @bijoyabaruah1245 8 วันที่ผ่านมา

    Bohut Bhal lagil. ❤❤❤

  • @kushalbaruah8438
    @kushalbaruah8438 8 วันที่ผ่านมา

    Supper....go on... thanks

  • @arabindamalakar1269
    @arabindamalakar1269 8 วันที่ผ่านมา

    আপোনাৰ কথা বোৰ ভাল পালো
    আপোনাৰ কথাই মোক উৎসাহিত কৰিছে। কামৰ মাজেৰে আগুৱাই নিলে ভাল পাম। মই আপোনাৰ কথাৰ মাজেৰে সংকঅলপ ললো👍🏻

  • @rajeshdeori6453
    @rajeshdeori6453 8 วันที่ผ่านมา

    সঁচা কথা ভাষনে অন্তৰ চুই গ'ল ধন্যবাদ ।

  • @BitupanDeuri-oc5hz
    @BitupanDeuri-oc5hz 7 วันที่ผ่านมา

    Nojona khota janibo paisu baidew ..bohut vall lagil baidew ❤❤❤❤

  • @bitupanhazarika8172
    @bitupanhazarika8172 8 วันที่ผ่านมา +1

    Excellent debate.....👍

  • @mridulkalita5914
    @mridulkalita5914 3 วันที่ผ่านมา

    Nice speech 👏

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 8 วันที่ผ่านมา

    বহুত ভাষন শুনিছোঁ, কিন্তু ভাল লগা, সাৱলীলভাৱে,মনোগ্ৰাহীকৈ কথা কব পৰা, বহু সময় ধৰি শুনিবলৈ মন যোৱা এটা ভাষন। ভাল লাগিল।

  • @user-iz3vk6lp9c
    @user-iz3vk6lp9c 6 วันที่ผ่านมา

    Ati hundar....🌹❣️👍🌹..

  • @gunakantabaruah1988
    @gunakantabaruah1988 7 วันที่ผ่านมา +1

    তোমাৰ স্পষ্টবাদিতা ভাল লাগিল।

  • @kaushikdeka1668
    @kaushikdeka1668 7 วันที่ผ่านมา

    সুন্দৰ ভাষন ❤❤❤

  • @padmalochangogoi6742
    @padmalochangogoi6742 3 วันที่ผ่านมา

    Hundor

  • @jahnabineog
    @jahnabineog 7 วันที่ผ่านมา

    Hosakoi bor val lagil. Spostobadi baideu. Khub hundor vakhon

  • @dipokmoram3159
    @dipokmoram3159 8 วันที่ผ่านมา +1

    আপোনাৰ কথাখিনিয়ে মন চুই গ'ল বা.... 🎉😅

  • @Tora532
    @Tora532 8 วันที่ผ่านมา

    Eman monomoha bhasan... 🙏🙏🙏 kobitar abritti 🙏🙏

  • @bulukantadutta8912
    @bulukantadutta8912 8 วันที่ผ่านมา

    সুন্দৰ ,সুন্দৰ

  • @ajitsarma8237
    @ajitsarma8237 8 วันที่ผ่านมา +1

    সুন্দৰ

  • @meghdoot616
    @meghdoot616 8 วันที่ผ่านมา +1

    দূৰ্দান্ত

  • @anjansarma9791
    @anjansarma9791 7 วันที่ผ่านมา

    Fine hoise baidew

  • @jnvlogs2821
    @jnvlogs2821 8 วันที่ผ่านมา

    বৰ সুন্দৰ দে

  • @UpalTaid
    @UpalTaid 9 วันที่ผ่านมา +3

    Mojja video 📷❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @golakkochary2845
    @golakkochary2845 3 วันที่ผ่านมา

    Very important for us.

  • @deepalideka718
    @deepalideka718 7 วันที่ผ่านมา

    সুন্দৰ।

  • @dhananjaydas5934
    @dhananjaydas5934 6 วันที่ผ่านมา

    Ati hundar ..mat tu bor dhunia

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 8 วันที่ผ่านมา +2

    Right koisi👍👍👍

  • @akantanath211
    @akantanath211 7 วันที่ผ่านมา

    বৰ ভাল লাগিল বাইদেউৰ ভাষণ ।

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p 3 วันที่ผ่านมา

    ❤बहोत बहोत धन्यबाद आप को एंजेला चांमा

  • @user-cg7hp7qv9j
    @user-cg7hp7qv9j 8 วันที่ผ่านมา +1

    Thank you

  • @rajatgogoi1241
    @rajatgogoi1241 8 วันที่ผ่านมา +1

    তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিছো ।

  • @ujjalchandrakalita1193
    @ujjalchandrakalita1193 8 วันที่ผ่านมา

    Thank you so much 👍🙏

  • @monjugogoi6107
    @monjugogoi6107 7 วันที่ผ่านมา

    মৰম আৰু আশীর্বাদ থাকিল

  • @bhabendeka3039
    @bhabendeka3039 7 วันที่ผ่านมา

    এক বুজাব নোৱাৰা অন্ত স্পৰ্শ কৰা ভাষন, বহুত বহুত ধন্যবাদ

  • @bhobendeka6977
    @bhobendeka6977 8 วันที่ผ่านมา

    Bahut janiblogia kotha important for all thanks

  • @anamikadas-tk9jf
    @anamikadas-tk9jf 8 วันที่ผ่านมา

    Bor dhuniya ke koise ma'am Val lagil ❤❤❤

  • @user-te4mb5de4w
    @user-te4mb5de4w 8 วันที่ผ่านมา

    Mozza dise kintu baideo🎉

  • @aneekkumar8067
    @aneekkumar8067 4 วันที่ผ่านมา

    Hats off you Angelina ❤

  • @digantasarania3048
    @digantasarania3048 9 วันที่ผ่านมา +2

    Akdom xosa kotha !

    • @TimesGuwahati
      @TimesGuwahati 9 วันที่ผ่านมา

      🙏🙏🙏🙏

  • @jasepahmed7706
    @jasepahmed7706 7 วันที่ผ่านมา

    Great 👍

  • @shyhandiq
    @shyhandiq 8 วันที่ผ่านมา +3

    জ্যোতিপ্ৰসাদ আগৰৱালা, বিশ্ব বিজয়ী নৱ জোৱান জ্যোতি সংগীত

  • @rajibgogoi3232
    @rajibgogoi3232 3 วันที่ผ่านมา

    100/ Right

  • @user-bh3mm9mz4e
    @user-bh3mm9mz4e 7 วันที่ผ่านมา

    Thank u