হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সাম্প্ৰদায়িক: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 มิ.ย. 2024
  • 🟥 হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সাম্প্ৰদায়িক, ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অশনি সংকেত; মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
    🟥 'প্ৰতিটো মুছলমান অধ্যুষিত সমষ্টিত বিজেপিয়ে লাভ নকৰিলে অগ্ৰগতি, নগাঁৱৰ মুছলমান অধ্যুষিত সমষ্টিত কংগ্ৰেছে লীড লৈছে'
    🟥 ইয়াৰ পৰা স্পষ্ট হয় মুছলমান লোকৰ সাম্প্ৰদায়িকতা, মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 1.8K

  • @trinayannath2511
    @trinayannath2511 หลายเดือนก่อน +29

    কলিযুগত বিধর্মী বৃদ্ধি হ'ব। কিন্তু সকলো ক্ষেত্রতে শেষত ধর্মৰ জয় হয়েই যেনেকৈ হ'লেও। 👍👍👍👍👍👍👍

  • @bhaskardeka3116
    @bhaskardeka3116 หลายเดือนก่อน +29

    ভূল তো আমাৰ আসমীয়া হিন্দু সকলৰ । আমি একতা হৱ নোৱাৰো আৰু পিছলৈ এনেকুৱাই হৈ থাকিলে আমাৰ অসম খনত মিঞা বাংলাদেশীয়ে শাখন চলাৱ ।

    • @dipankarkalita8736
      @dipankarkalita8736 หลายเดือนก่อน +4

      HAI KARONE B J P VOTE DEBO LAGE😢❤

    • @mahbubrahman007
      @mahbubrahman007 หลายเดือนก่อน

      আসাম দখল করমু আমরা বাংলামদেশিরা

  • @boogieman802
    @boogieman802 หลายเดือนก่อน +18

    প্ৰথমতে নিজেই কলে যে মুছলমানৰ ভোট নালাগে , এতিয়া আকৌ এনেকৈ কৈছে 😒😒

    • @jintulali8990
      @jintulali8990 หลายเดือนก่อน

      😮😮😮

    • @its-aarush
      @its-aarush หลายเดือนก่อน +2

      তেখেতে মুছলমানৰ vote বিচৰা নাই, কৈছে যে আমাৰ হিন্দুৱে মুছলমানক Support কৰিছে কিন্তু হিন্দুৰ BJP ক Support কৰা নাই.. কিন্তু মুচলমানে Congress ক Support কৰিছে.. এতিয়া মুছলমানসকল United হল কিন্তু হিন্দু ছেদেলি ভেদেলি হৈ আছে

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9b หลายเดือนก่อน +41

    এশ শতাংশ সঁচা কথা মামা। আমাৰ অসমখনক য'ত য'ত মিনি পাকিস্তানৰ সৃষ্টি কৰা হৈছে কেৱল ভোট বেংক ৰ বাবেই তাতেই কংগ্ৰেছৰ জয় হৈছে আগতে ও এতিয়াও। যোৰহাটত মানুহে আবেগিক ভোট দান কৰিছে। গৌৰৱ গগৈৰ সলনি যদি আন‌ এজন উঠিল হেঁতেন কেতিয়াও জয় নহয়।
    মানুহে ভিতৰুৱা বহুত কথা নাজানে যাৰ বাবে আজি কংগ্ৰেছৰ সমৰ্থন কৰিছে কিন্তু এবাৰ এই চৰকাৰ হ'বলৈ দিয়ক চাব ভাৰতৰ অৱস্থা কি হয় তেতিয়া কিন্তু অনুতাপ কৰিবলৈ ও সময় নাথাকে। কংগ্ৰেছৰ চৰকাৰ কাম্য নহয় আৰু আমাৰ দৰেই সজাগ সচেতন লোক থকালৈ নহয় ও আৰু যদিও কেতিয়াবা হয় তাৰ আগতে নিজৰ দেশৰ সংকটজনক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আগতে মৃত্যুকেই কামনা কৰোঁ।জয় ভাৰত ❤❤

    • @sns855
      @sns855 หลายเดือนก่อน +5

      সুন্দৰ ❤️

    • @sns855
      @sns855 หลายเดือนก่อน +5

      সুন্দৰ ❤️🙏

    • @Ayusmann
      @Ayusmann หลายเดือนก่อน +6

      Right kotha koise

    • @sontushburagohain3698
      @sontushburagohain3698 หลายเดือนก่อน +2

      Karimganj jikise

    • @suhanaahmed2413
      @suhanaahmed2413 หลายเดือนก่อน +2

      পিছে বাইদেউ আপোনাৰ দেশ ভক্তিৰ বাবে নোবেল বঁটা কেইটা গোট খালে?

  • @nilimchetia7450
    @nilimchetia7450 หลายเดือนก่อน +76

    অবৈধ অনুপ্ৰবেশকাৰী বাংলাদেশীয়ে যে গোটেই নামনি অসম, মধ্য অসম ভৰ্তি হৈ আছে আপোনালোক ভাল দৰেই জ্ঞাত। তথাপিও কোনো ধৰণৰ পদক্ষেপ নলৈ কেৱল মাত্ৰ অসমীয়া খিলঞ্জীয়া মানুহক এইবোৰ কথা শুনাই থাকে যে সেইটো হে বুজি নাপাওঁ !!?? চৰকাৰ আপোনালোকৰেই ,গতিকে কেনেকৈ অবৈধ অনুপ্ৰবেশকাৰী সকলক অসমৰ পৰা খেদি পঠিয়াব পাৰি সেইটো আলোচনা কৰক। কেৱল হিন্দু মুছলিম কৰি থাকিব নালাগে।

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 หลายเดือนก่อน +5

      সেই ৰাজনীতি কৰিয়েই মামা চলি আছে।

    • @Warriror4789
      @Warriror4789 หลายเดือนก่อน

      @@jalaluddinahmed9888 আৰু তহঁতে ১০-১২ জন্ম দি অসমখন নিজৰ দখললৈ কৰিব বিচাৰি আছ?

    • @DEDAISVLOGS
      @DEDAISVLOGS หลายเดือนก่อน +3

      I agree with you 👍

    • @user-uq1eo1kt9b
      @user-uq1eo1kt9b หลายเดือนก่อน +1

      কিন্তু খেদিবলৈ গ'লে , বেদখলকাৰী উচ্চেদ কৰিবলৈ গ'লে যে অখিল গগৈয়ে আপত্তি কৰে, কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজৰ চোলা ফালি বিৰোধীতা কৰে এইবোৰ ও মনট পেলাবচোন।

    • @Starmaker247
      @Starmaker247 หลายเดือนก่อน +2

      Murkha Montri

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o หลายเดือนก่อน +161

    ১০০℅নামনি অসমৰ জীৱ যাওঁ যাওঁ 🎉🎉

    • @user-vu1st7bg1n
      @user-vu1st7bg1n หลายเดือนก่อน +11

      Hoi hosa kotha 100%

    • @prabinphukan3865
      @prabinphukan3865 หลายเดือนก่อน +1

      I 0:14 😊

    • @ranjangoswami8868
      @ranjangoswami8868 หลายเดือนก่อน

      Toi aahibi mokkel

    • @user-vw8yc8uw2o
      @user-vw8yc8uw2o หลายเดือนก่อน

      @@prabinphukan3865 due after a little years..

    • @rupjyotigogoi8916
      @rupjyotigogoi8916 หลายเดือนก่อน +1

      Tinsukia khon Mini bihar buli kio koi bari....Bongal mora kot ase...

  • @dilipkalita310
    @dilipkalita310 หลายเดือนก่อน +25

    কথাটো কিন্তু সঁচা, তথাপিটো আমি সজাগ নহও।

  • @surenboruah3241
    @surenboruah3241 หลายเดือนก่อน +23

    মামা, তাৰ বাবেদায়ী কোন? গতিকে আপোনাৰ চৰকাৰ থাকোতেই অবৈধ বাংলাদেশী পঠোৱা ব্যবস্থা কৰক, এনেই মুখ্চুপতি মাৰি লাভ নহব

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน

      একদম ঠিক কথা

    • @Rohitchakraborty738
      @Rohitchakraborty738 หลายเดือนก่อน

      সঁচাকৈ এই খন চৰকাৰ এই উপযুক্ত অবৈধ বাংলাদেশী ক খেদি পঠিওৱাৰ বাবে।

  • @biswassonsvlog371
    @biswassonsvlog371 หลายเดือนก่อน +199

    গোটেই অসমৰ মুছলমান এক হল good unity। কিন্তু হিন্দুক এক কৰিব নোৱাৰে।

    • @MizanurRahman-rg5yw
      @MizanurRahman-rg5yw หลายเดือนก่อน

      Faltu khota kua keyo

    • @BitupanDeuri-oc5hz
      @BitupanDeuri-oc5hz หลายเดือนก่อน +11

      Right 👍👍👍

    • @Warriror4789
      @Warriror4789 หลายเดือนก่อน

      আমাৰ উজনিৰ এচাম হিন্দু খাই পাত ফলা বিধৰ। লাজ নোহোৱা নিকৃষ্ট মানসিকতাৰ।

    • @manabsarma1548
      @manabsarma1548 หลายเดือนก่อน

      Hindu jatie ami aene..blgr vl dekhiba nowaro..unity to amr aeke bare 0...aedin bujiba..kinto teyiya buji love nhb...ji hok sobe mili juli thakiba lage

    • @Himantasirupdates
      @Himantasirupdates หลายเดือนก่อน

      Tohotor dore olagadhoi muslimk miya al bal koi fura.. Aru muslim r vote lge tohotok...5yr a gali paribi aru election r result t aneke kua laz nuhua.. Korobar

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o หลายเดือนก่อน +93

    নামনি অসম সঙ্কটময়। নামনি অসম হাইদৰাবাদ হল।

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน +3

      একদম ঠিক কথা

    • @user-vw8yc8uw2o
      @user-vw8yc8uw2o หลายเดือนก่อน +2

      @@rajeshhazarika1663 strong Union.... In the world all Muslims religion community👥👥👥

    • @indiamylove4833
      @indiamylove4833 หลายเดือนก่อน +2

      Hyderabad bahud dunya jaga hoi.......

    • @user-fr3uo9mu3s
      @user-fr3uo9mu3s หลายเดือนก่อน

      ​@@user-vw8yc8uw2o ghenta hei karonehh tohh odhikangkhotei husthir nohoi gonotontro

  • @rajivkalita9532
    @rajivkalita9532 หลายเดือนก่อน +18

    ইতিহাসৰ পৰা হিন্দুৱে শিকিব লাগে। জয়চন্দ্ৰ নহ'লে মোগল কোন কূটা দখল কৰা!!!!! বদন নহ'লে মান কোন কূটা দখল কৰা!!!

  • @Warriror4789
    @Warriror4789 หลายเดือนก่อน +18

    পাবত গজা সংগঠন বোৰে অসমৰ বৰ্ধিত মিয়াৰ জনসংখ্যা বঢ়া গম নাপায় নেকি? নে কেৱল মাৰোৱাৰী, বঙালী নেপালী বোৰক বহিৰাগত ভাৱে। মিয়াৰ প্ৰতি ইমান দৰদ কিয়? ১ কোটিতকৈ অধিক মিয়া অসমত বাহৰ পাতি আছে কিন্তু দল সংগঠন নিমাত। শৃংখল চলিহা এইবোৰ অলগদ্ধ নেকি? দেখা নাপায় নামনি যে মিয়াৰ দখললৈ গল।

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน +4

      সেইকিটাই আচলতে মিয়ালৈ বিৰাট ভয় কৰে😂

    • @Warriror4789
      @Warriror4789 หลายเดือนก่อน

      @@rajeshhazarika1663 নামৰ পাছফালে অসম লগাই ললে জাতীৰ উদ্ধাৰ কৰিব নোৱাৰে । গৰুকেইটাক নামনিত আনি দেখুৱাব লাগে কেনেকুৱা ভয়াবহ অবস্থা হৈছে ইয়াত।

  • @pratibhasaikia9359
    @pratibhasaikia9359 หลายเดือนก่อน +13

    উত্তৰ প্ৰদেশৰ উদাহৰণ দিয়া কেইটাক কৈছো😂 গাধহঁত উত্তৰ প্ৰদেশৰ প্ৰাৰ্থী বাচনিত বিজেপিয়ে ভুল কৰিছে বাবেহে আসন কম পাইছে। তাত ৰাজ্যিক নিৰ্বাচনত আকৌ বিজেপিয়েই জয়ী হ'ব

  • @mrigendas8895
    @mrigendas8895 หลายเดือนก่อน +104

    মিয়া মিয়াই। ফেক আইদি খুলি হিন্দু নাম লৈ কংগ্রেছৰ হৈ ওকালতি কৰে আৰু হিন্দু ছোৱালীৰ লগত লাভ জেহাদ।

    • @nabanitachutia4503
      @nabanitachutia4503 หลายเดือนก่อน +5

      Absolutely right

    • @abdulmaleksk1755
      @abdulmaleksk1755 หลายเดือนก่อน +4

      Tohotea ki kora
      Duwa Tulsi path neki tohot

    • @Warriror4789
      @Warriror4789 หลายเดือนก่อน

      মিয়াৰ জাত। পঢ়া শুনা কৰি মানুহ হ। বেলেগৰ সংসাৰ ধ্বংস কৰিব নালাগে। ​@@abdulmaleksk1755

    • @nirenkalita7444
      @nirenkalita7444 หลายเดือนก่อน +1

      are abdul😂😂😂

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน +1

      ​@@nirenkalita7444😂mera abdul alag hai😂

  • @user-rn6wd9jh6r
    @user-rn6wd9jh6r หลายเดือนก่อน +13

    ভয়াবহ দিনৰ সমাগত। এই ক্ষেত্ৰত অসম চৰকাৰে বিহীত ব্যৱস্থা ল'ব লাগে। অসমৰ ছয় বছৰীয়া বিদেশী আন্দোলনৰ পট ভূমিত গঠন হোৱা অসম গণ পৰিষদ দলে মুখ্য ভূমিকা লৱ লাগে । ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত ৰাজনীতি কৰা ঘৰ বিভিষণ সকলক চিনি অসমৰ সচেতন ৰাইজে নতুন চিন্তা কৰিব লাগে

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน

      সেইবোৰৰ সময় নাই অসমীয়াৰ 😏

  • @samirandoley155
    @samirandoley155 หลายเดือนก่อน +50

    সত্য কথা। ২০২৬ চনত কি কৰিব, ক'লৈ যাব ইত্যাদি কৈ থকা চোৰ কেইটাও জানি লওঁক অসমত কংগ্রেছ চৰকাৰ নহয়। অসম্ভৱ কথা। কাৰণ মিয়াসকলেহে সমৰ্থন কৰে। আমি নকৰোঁ। আমাৰ যিবোৰে কৰে সেইখিনি বিজেপি সমৰ্থনকাৰীৰ তুলনাত নগন্য মাত্র।

    • @binoyrobidas8925
      @binoyrobidas8925 หลายเดือนก่อน

      BJP sob biki vikari Pakistan nisna obsta krabo sai thka petrol diesel dam results lgte bahile sy thaka modi vokot het

    • @ilovemybharat2255
      @ilovemybharat2255 หลายเดือนก่อน

      Agote kendrot sorkar bone lo bopai Nitish aru Naidu ye bjpr pungi bojai ase modi thakio nai😂😂😂😂😂😂

    • @souravpaul2179
      @souravpaul2179 หลายเดือนก่อน

      Aapuni nokore maane ki sobei nokore neki......

    • @suhanaahmed2413
      @suhanaahmed2413 หลายเดือนก่อน

      এটোপ এটোও কৰি হে সাগৰ ভৰে।গতিকে সেই নগণ্য সংখ্যক মিয়া ৰ ভোটত হে বিজেপি জিকিছে । খেলত ১ টা ভোটএই মূল্যবান।

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA หลายเดือนก่อน +3

      Bjp❤

  • @nikhilsharma351
    @nikhilsharma351 หลายเดือนก่อน +116

    এইবাৰৰ নিৰ্বাচনেই প্ৰমাণ। নগাঁও-ধুবুৰী।
    যোৰহাটত মাত্র এটা আৱেগহে।

  • @jahnavibaruah8498
    @jahnavibaruah8498 หลายเดือนก่อน +185

    সঁচা কৈছে মামা। আমাৰ উজনিত কংগ্রেছ ০০০। যোৰহাটত গৌৰৱ গগৈকহে ভোট দিছে। কংগ্রেছক নহয়।

    • @Warriror4789
      @Warriror4789 หลายเดือนก่อน

      Indirectly miyak vote dise. Gom pabi ro jetya ujoni namoni nisina Miya re bhorti hoi jabo.

    • @Warriror4789
      @Warriror4789 หลายเดือนก่อน +46

      ​@@Hun123pmmp73আমি হিন্দু বোৰে প্ৰাৰ্থী চাই ভোট দিম আনহাতে মিয়াই সাম্প্ৰদায়িকতা কৰি কৰি নামনি নিজৰ দখল কৰিলে। এতিয়া গৌৰৱ গগৈ আহিছে নহয়। দেউতাকৰ নিচিনা উজনিতো মিয়াৰ প্ৰতি দৰদ দেখুৱাই মিনি বাংলাদেশ বনাব। এয়াই আমাৰ আৰু সিঁহতৰ মাজত পাৰ্থক্য।

    • @Abhinavakash123
      @Abhinavakash123 หลายเดือนก่อน +16

      Right mama jiii 🙏❤

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt หลายเดือนก่อน

      ​@@Hun123pmmp73চোৰ কেলা তই নন-মেট্ৰিক কেলা আধতুৱা জহৰা কেলা চেট।

    • @chandra5578
      @chandra5578 หลายเดือนก่อน +2

      @@Warriror4789 🙏🚩

  • @niranjanray9960
    @niranjanray9960 หลายเดือนก่อน +8

    পূৰ্বৰ মুখ্য মন্ত্ৰী কিছুমানৰ চিন্তাধাৰাৰ বাবে নামনিৰ এনে‌ অৱস্থা, এইবাৰ এই তিনি গগৈৰ চিন্তাধাৰা ও একে, বুজিলেনে ।

  • @EKRAM_FARHAAN
    @EKRAM_FARHAAN หลายเดือนก่อน +10

    কি আজি আমাৰ হিন্দু সমাজ হিন্দু সমাজৰ কথা কৈ আছে,
    হিন্দু মুছলিম কৰি কৰি এ শেষ কৰি দিছে মুখ্য মন্ত্ৰী হয়।
    ভাল চিন্তা ধাৰণা কৰক
    নহলে আগন্তুক নিৰ্বাচন
    বেয়া হব।
    মুখ্য মন্ত্ৰী হয়, কথা ও কব নাজানে ভাল।

    • @JituAhmedRJFilms
      @JituAhmedRJFilms หลายเดือนก่อน +2

      সঁচা কথা।

    • @AsmaSiddikaRahman
      @AsmaSiddikaRahman หลายเดือนก่อน +1

      Khosa kotha ami tenekoi voba naii tekhete Kia vabi ase😂😂Hindu and Muslim buli😂😂

    • @maadinarasul4826
      @maadinarasul4826 หลายเดือนก่อน +1

      Kam nai ekhetor Hindu Muslim korar bahire eku topic napai

    • @Sexyboyoh190
      @Sexyboyoh190 หลายเดือนก่อน

      ​@@maadinarasul4826rendi allah

  • @atulsarma1476
    @atulsarma1476 หลายเดือนก่อน +75

    মামা ধুবুৰীত আমি অল্প শংখা , কিন্তু তথাপিও আজি আপোনাৰ কথা শুনি আমাক বৰ ভাল লাগিছে ❤

    • @m-63874
      @m-63874 หลายเดือนก่อน +2

      দাদা অসমত যত যত BJP জয় হৈছে তাত মুচলমান নাই নে কি😂😂😂

    • @Warriror4789
      @Warriror4789 หลายเดือนก่อน

      ​@@m-63874সংখ্যাগৰিষ্ঠতাত নাই

    • @manishdas2471
      @manishdas2471 หลายเดือนก่อน

      @@m-63874they r Assamese Muslim. Secular n modern

    • @Man_4m_North-East
      @Man_4m_North-East หลายเดือนก่อน

      ​@@m-63874Muslime ghontao vote diya nai BJPk kintu BJPr pora sob bisare. Miyak jomor xikha dibo lagibo BJP e nohole thik nohoy.

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA หลายเดือนก่อน +1

      ​@@m-63874ny

  • @kanchandas2545
    @kanchandas2545 หลายเดือนก่อน +67

    হিন্দুসকলৰ মাজত একতা লাগিব। যথেষ্ট হৈছে আগতকৈ কিন্তু আৰু লাগিব।

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน

      Kot hoise UPk abaar saai luwa ki goti hoi aase.

  • @rowstarchannel
    @rowstarchannel หลายเดือนก่อน +35

    ভাল কথা কৈছে আপুনি মামা , মই ধুবুৰী জিলাৰ পৰা ,

  • @kulendeka8735
    @kulendeka8735 หลายเดือนก่อน +164

    সত্ৰ, মন্দিৰ বিনষ্টকাৰী মিঞাৰ প্ৰেমিক হিন্দুখিনিও গাধ।

    • @mriduldas-zj6eq
      @mriduldas-zj6eq หลายเดือนก่อน +7

      Se hindu burr hindu nohoi dui bapekor santan

    • @Warriror4789
      @Warriror4789 หลายเดือนก่อน +18

      ​@@mriduldas-zj6eq উজনিৰ মানুহ খিনিয়ে নিজকে হিন্দু বুলি কবলৈ লাজ পাই। তেওঁলোকে নিজকে হিন্দু বুলি নাভাবেই। ইয়াৰ কাৰণো আছে বুলি মই ভাবো। তেওঁলোকে নিজৰ ইতিহাস পাহৰিব পৰা নাই। এতিয়া মিয়াৰ নলে গলে লাগি নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব।

    • @mriduldas-zj6eq
      @mriduldas-zj6eq หลายเดือนก่อน +6

      @@Warriror4789 sihotor bu...ji...bure Miya heri r suwad lobo jenekoi nagaland t sema aru Miya log hoi semia hoise.aneo sei pinor manuh burr bibahito ba o bibahita kotha nai .... koribo diye ...bhalei hobo Miya aru uporor maal mili notun ATA jaatir jonmo pabo aru obc,sc,st cota loi chakori mari bari lobo paribo.aneo dekhun futkon gogoi ye edd iftar koribo jaai.

    • @jbcreationofficial6135
      @jbcreationofficial6135 หลายเดือนก่อน +6

      Secular Hindu kaita ordho Muslim

    • @ilovemybharat2255
      @ilovemybharat2255 หลายเดือนก่อน

      Real hindu khini gotei congress ot vote dise...

  • @ViralOfficial-jh6bm
    @ViralOfficial-jh6bm หลายเดือนก่อน +65

    আমাৰ হিন্দুকেইটাও বহুত চৈতান নিজৰ লাভৰ বাবে কংগ্ৰেছ দল হৈ যে মুছলিমৰ ভোট কেইটা কাঢ়ি আনিব পাৰিছে সেয়াই যথেষ্ঠ

    • @ranjanbauri48
      @ranjanbauri48 หลายเดือนก่อน +3

      তুমি মীয়া নেকী

    • @btsarmyblink9617
      @btsarmyblink9617 หลายเดือนก่อน +1

      @@ranjanbauri48 hosa kolei Miya🤣

    • @akashhandique8171
      @akashhandique8171 หลายเดือนก่อน

      Tumi Miya hoi nki

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน

      😂akdom

    • @Bijoy44859
      @Bijoy44859 หลายเดือนก่อน +1

      Iman ai soitan j.goru Kota company r pora Chanda loi ako Hindu rokhiya koribo ahise Modi Sarkar a😅😅😅😅

  • @Bipuldaz
    @Bipuldaz หลายเดือนก่อน +3

    অসম আৰু অসমীয়াই সম্পূৰ্ণ হিয়া উজাৰি দিছে BJP 🚩 ক এইবাৰ
    অসমত আৰু seat নাই bjp এ পাব পৰাকৈ... যোৰহাট খন আবেগত গল congress ৰ হাতলৈ..
    বাকি দুখনত অসমীয়াই নিৰ্ধাৰিত কৰিব নোৱাৰে ..! (মুছলমানৰ)

  • @utankoboro1028
    @utankoboro1028 หลายเดือนก่อน +7

    2026 tu BJP joi hobo. No congress

  • @user-dw4ce2ht2k
    @user-dw4ce2ht2k หลายเดือนก่อน +48

    সঁচা কথা কৈছে এইখিনি 👍👍

  • @BikashDas-oc4jr
    @BikashDas-oc4jr หลายเดือนก่อน +85

    মিয়াক এতিয়াও বুজি নোপোৱাবোৰে কেন্দ্রত বিজেপি নাথাকোতে কাশ্মীৰত থাকিব লাগিছিল গম পালেহেতেঁন।

    • @AbuHannansekh56
      @AbuHannansekh56 หลายเดือนก่อน +1

      Mind your language 😡😡😡

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน +3

      একদম ঠিক কথা

    • @alaminmullah
      @alaminmullah หลายเดือนก่อน

      Toi to kasmir t asili atiya Assam t kiyo ahiso.????

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA หลายเดือนก่อน +3

      ​@@AbuHannansekh56বাপেৰৰ মূৰটো মিয়াৰ

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA หลายเดือนก่อน

      ​@@alaminmullahlag lagil naki miya r

  • @rajivkalita9532
    @rajivkalita9532 หลายเดือนก่อน +3

    হিন্দু একত্রিত হওঁক। কমেন্টবোৰ চাওক ৯৯% মিয়াৰ কমেন্ট এক কিন্তু হিন্দু??? বল শক্তি মগজু সংস্কৃতি সকলো থাকিও হিন্দু সেইবাবে মোগলৰ অধীনত গৈছিল।

  • @Rocky-es5yq
    @Rocky-es5yq หลายเดือนก่อน +5

    এতিয়াও সম্পূৰ্ণৰূপে বুজি পোৱা নাই আমাৰ অসমীয়া সমাজৰ কিছুমান বিশেষ ভূমিকা বোৰ

  • @binodsaikia1882
    @binodsaikia1882 หลายเดือนก่อน +27

    মুখ্যমন্ত্ৰী মহোদয়ে সত্যকথা কৈছে ।

  • @gauravroy7897
    @gauravroy7897 หลายเดือนก่อน +86

    Right 👍👍👍

    • @gauravroy7807
      @gauravroy7807 หลายเดือนก่อน +3

      BJP IT cell r comments sai kuneu BJP k support nkore..manuhe buji paise..hinduism 🚩 is just weapon..to get vote..we want development jobs

    • @nikudoley4564
      @nikudoley4564 หลายเดือนก่อน +10

      ​@@gauravroy7807 ঐ মিয়া নামচোৰ😂😂😂

    • @WizGam
      @WizGam หลายเดือนก่อน

      ​@@gauravroy7807 maksudu Bengali get out of our Assam

    • @gauravroy7807
      @gauravroy7807 หลายเดือนก่อน

      ​@@nikudoley4564IT CELL R 1500 TOKIA MAKSUDU

    • @thesensetionera6954
      @thesensetionera6954 หลายเดือนก่อน +1

      @@gauravroy7807oi bhai future tu amiu jnu miya khini chup chap bohi ase jatya sarkar palti maribo utpat sabi khihotor but xeitu ami hbo nidiu 2026 ot bjp ai vote dim

  • @radaliassame3397
    @radaliassame3397 หลายเดือนก่อน +3

    এনেই কথা বোৰ কৈ লাভ নাই ইয়াৰ ওপৰত কাম কৰক যদি পাৰে

  • @harendranathkakati3726
    @harendranathkakati3726 หลายเดือนก่อน +5

    গু হাৰণ খোৱাবোৰৰ তেল বেছি হৈছে 😂😂😂😂 জয় বিজেপি❤

  • @utpalkalita2717
    @utpalkalita2717 หลายเดือนก่อน +234

    কংগ্রেছী হিন্দু কেইটাও মুছলমানৰ দৰে 😂😂

    • @ASSAMESEYOUTUBE-wx2hn
      @ASSAMESEYOUTUBE-wx2hn หลายเดือนก่อน +16

      Kalita mane bengali

    • @dipjyotilahkar8890
      @dipjyotilahkar8890 หลายเดือนก่อน

      যিতো দেখিছো 2026 ধৰ্মক লৈ নহয় জাতিক লৈ ৰাজনীতি হৱ ?

    • @bx-lovesong7785
      @bx-lovesong7785 หลายเดือนก่อน +6

      Ysss

    • @kaushiksaloi160
      @kaushiksaloi160 หลายเดือนก่อน +8

      হিন্দুৰ মাথাত লিখা থাকে নেকি কংগ্রেসী নে বিজেপি

    • @jpd2129
      @jpd2129 หลายเดือนก่อน +10

      ​@@ASSAMESETH-cam-wx2hnAssamese TH-cam mane ki bengali niki

  • @movieclips9771
    @movieclips9771 หลายเดือนก่อน +68

    সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস
    BJP চৰকাৰে
    এই নীতি টো সলনি কৰিব লাগে।

    • @ashitkoch4736
      @ashitkoch4736 หลายเดือนก่อน +4

      Right

    • @krishnakantadas1715
      @krishnakantadas1715 หลายเดือนก่อน +2

      Anudan dibo Bjp a muslimok 80% aru vote bisaribo Hindur pora. Aitu kenekuwa sabka sat sabka bikash.

    • @ronithazarika2458
      @ronithazarika2458 หลายเดือนก่อน +1

      Correct koise , No hole , Bjp Nathakibo.

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn หลายเดือนก่อน +6

    একেবাৰে সচা কথা সিহতে কোনো কাৰণে ভোট নিদিয়ে

  • @dipenkumargohain5351
    @dipenkumargohain5351 หลายเดือนก่อน +6

    অতি সচাঁ

    • @mrinalpachani8984
      @mrinalpachani8984 หลายเดือนก่อน

      it is true .congress ideology is muslim centric .No one in congress go against muslim .himanta was also in congress ,so he did not talk about muslim .our future is bleak , we should not support congress , rather support regional party if anyone dislike bjp .I was also supporter of congress , but realising the fact , i dislike congress due to muslim centric ideology .Nobody on earth can evacuate miya already came to Assam ,it is not possible for government to deport them due to international pressure .our next generation can not do service is n area like rupahi,dhing,kogasia ,dhubri like area due 70-90% muslim majority due to life threat .Now this miya encircling lakhimpur dhemaji and the ncreasing their presence .Recent incident of lakhimpur of police station attack is the example .we have to change stretegy for survival .Miya wants congress to come into power in Assam , so that they can encroach govt. land to increase their presence in upper Assam .Due to bjp , they are are now neutral now only .Agitation will not help us anymore .

  • @ratuldasyoutubestudio7446
    @ratuldasyoutubestudio7446 หลายเดือนก่อน +75

    একেবাৰে সঁচা কথা কৈছে। অনাগত দিনত হিন্দু মানুহৰ কাৰণে বিপদ ভয়াৱহ।

    • @mashukbarlaskar4626
      @mashukbarlaskar4626 หลายเดือนก่อน

      Be ready 😂

    • @ANISURRAHMAN-jg2xk
      @ANISURRAHMAN-jg2xk หลายเดือนก่อน

      😂😂😂

    • @RinkuHussain-lr9ro
      @RinkuHussain-lr9ro หลายเดือนก่อน

      Kiyo dada Congress ki muslim nki 85 90 %mp Congress hindu

    • @SaidulIslam-ih1co
      @SaidulIslam-ih1co หลายเดือนก่อน

      Ready thak nahole haga ulai dibo

    • @Bijoy44859
      @Bijoy44859 หลายเดือนก่อน

      Jeneke Modi a goru Kota company r pora Chanda loi loi Muslim bipodot porise no😅😅😅😅

  • @axomiabuwari
    @axomiabuwari หลายเดือนก่อน +41

    বৰ ধুনীয়া কথা ক'লে আপুনি 👍🙏

    • @assamromantic8050
      @assamromantic8050 หลายเดือนก่อน +1

      Jis jagah mein Ram Mandir uthaya hai usi jagah mein Modi ne election nahin mila hai BJP ko nahin mila hai sampradayik mantvy karne se koi fayda nahin hai Hindu Muslim ek ho jao aur India ko aage badhao

  • @jsyoutubechannel8927
    @jsyoutubechannel8927 หลายเดือนก่อน +6

    Right mama..but we will always support you ❤️🙏

  • @Kxt09
    @Kxt09 หลายเดือนก่อน +3

    হিন্দু জাগিবৰ হ'ল

  • @davidbarman221
    @davidbarman221 หลายเดือนก่อน +27

    Ekdom hosa kotha

  • @ArjunchSingh
    @ArjunchSingh หลายเดือนก่อน +78

    জনসংখ্যাৰ ওপৰত কিবা এটা কৰক মামা

    • @Highlightsmusic123
      @Highlightsmusic123 หลายเดือนก่อน

      Himanta a ki koribo koribo lagibo kendrot, bjp ahile ucc, nrc ana kotha asil 241 mp loi aneo bill pas korabo nuware

    • @jahuruddin8499
      @jahuruddin8499 หลายเดือนก่อน

      Mori gole janasankhya komibo

    • @Bhumidas-fb6uj
      @Bhumidas-fb6uj หลายเดือนก่อน +2

      kiba eta korok mama . 😅 mamarai mamiaror darai tumar mati khinio hat koribo . eko ghenta dal nokore . bepariye kinibo aru bikri koribo pare . nijor Bildingbor kar darai bonaise sudhiba sun tumar mamak . Keijon Hindu mistri ase . aru ami hindubore kiba kam korar okat asena . tumar mamai kebol Rajnitir dokan khon soli thakiboloihe eai prolap boki thake . kintu mamarar ghorot goi sabisun ghar bonowa manuh bor anki ghoror karpet logowa ghortu sundorkoi dekaretion kora manuh boro muslime .

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน

      ​@@jahuruddin8499😂very good idea👏👏 👌

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v หลายเดือนก่อน +4

    হিন্দুৱে ৭০% ভোট দিয়ে ।।
    মুছলমানে ৯৪ ,৯৮% শতাংশ ভোট দিয়ে ।।
    এটা ভোটৰ মূল্য মুছলমানে জানে ।।

  • @Rocky-es5yq
    @Rocky-es5yq หลายเดือนก่อน +5

    মিয়া একজুত, কিন্তু আমি আমাৰ সমাজত একলগ হব নোৱাৰো সেয়া নিশ্চিত

  • @Abhinavakash123
    @Abhinavakash123 หลายเดือนก่อน +5

    Right mama ❤

  • @user-cb7ir5bd8o
    @user-cb7ir5bd8o หลายเดือนก่อน +48

    মিয়াবোৰৰ পক্ষত এই Janardon Bora ৰ দৰে ৰামসিংহ বা বদন কেইটা থাকে 😂

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i หลายเดือนก่อน +17

    Aitu kintu right kotha koise.

  • @pranjit420
    @pranjit420 หลายเดือนก่อน +4

    যোৰহাটত গৌৰৱে বিজয় সাব্যস্ত কৰি মামাৰ অহংকাৰ আৰু গৰ্ব ক নাশ কৰিলে😂

    • @rajivkalita9532
      @rajivkalita9532 หลายเดือนก่อน +5

      আৰু বাকী সকলো হিন্দু প্ৰধান সমষ্টিত গু হাৰণ দিয়ালে হিন্দু ৰাইজে 😂😂😂😂 কেনে লাগিল পোকলগা?

  • @GautamGautu
    @GautamGautu หลายเดือนก่อน +3

    সত্য কথা ❤❤❤❤

  • @birajrabha3277
    @birajrabha3277 หลายเดือนก่อน +67

    নিজ দেশৰ সংস্কৃতি নামানি বিদেশৰ ভগৱানক মানে সিহঁতে।

  • @user-cb7ir5bd8o
    @user-cb7ir5bd8o หลายเดือนก่อน +30

    হিন্দু বিৰোধী মন্তব্য কংগ্রেছ নেতাবোৰে কৰে। কংগ্রেছ সেইবাবে দেশতো মাত্র ৯৯ খন। 😂

  • @arpankumarhazarika6724
    @arpankumarhazarika6724 หลายเดือนก่อน +3

    Right sir

  • @amulyasaikia6104
    @amulyasaikia6104 หลายเดือนก่อน +4

    Absolutely right CM

  • @bikashmahanta7747
    @bikashmahanta7747 หลายเดือนก่อน +24

    নামচোৰ মিয়া গৰুচোৰ মিয়া আৰু মাওবাদী বদনৰ কথা অসমীয়াই বুজি উঠিছে ইতিমধ্যে। সেইবাবে মিনি পাকিস্তানতহে দুখন পালে আৰু যোৰহাটত আৱেগত জয় গৌৰৱ।

    • @m-63874
      @m-63874 หลายเดือนก่อน

      দাদা অসমত যত যত BJP জয় হৈছে তাত মুচলমান নাই নে কি😂😂😂

    • @user-tb2vx9gs6t
      @user-tb2vx9gs6t หลายเดือนก่อน

      যিয়ে হিন্দু মুছলমান কৰি থাকে সি এটা মাদাৰচুত মামাৰ মিয়াৰ ভোট নালাগে এইটো মামাই কোৱা কথা

    • @sns855
      @sns855 หลายเดือนก่อน +1

      ​@@m-63874মুছলমানসকলে বিজেপিক এটা ভোট নিদিয়ে ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน

      একদম ঠিক কথা

    • @JituAhmedRJFilms
      @JituAhmedRJFilms หลายเดือนก่อน

      ​@m-63874ঠিক কৈছে

  • @user-ic1ld3jo3l
    @user-ic1ld3jo3l หลายเดือนก่อน +50

    ১০০% সঁচা কথা। 👍

  • @pankajkalita9230
    @pankajkalita9230 หลายเดือนก่อน +4

    লাইকেই প্ৰমাণ কৰে সমৰ্থন কৰিছে আপোনাৰ কথাত। নামচোৰ আৰু বদন কেইটাই যিমান ভূকক লাভ নাই

  • @NabaSarma-oq4xe
    @NabaSarma-oq4xe หลายเดือนก่อน

    একদম সঁচা কথা কৈছে আপুনি,,এইখন চৰকাৰৰ নিচিনা কোনেও ৰাজ্যৰ দেশৰ বিকাশ আজিৰ নিচিনা উন্নয়ন কৰিব পৰা নাছিল,, আপোনাৰ দৰে কথা দি কথা ৰাখিব পৰা মানুহ আমাক লাগে,,সকলো অসমীয়াই অসমী আইৰ ভৱিষ্যতৰ কথা চিন্তা কৰিলেহে অসমখনত বীৰ লাচিতৰ পৰিচয় জীয়াই ৰাখিব পাৰিম🙏🙏🙏🙏🙏🙏🙏🙏

  • @jagadishdeka4934
    @jagadishdeka4934 หลายเดือนก่อน +51

    বদন আৰু মিয়া একেই 😂

    • @JituAhmedRJFilms
      @JituAhmedRJFilms หลายเดือนก่อน +1

      অসমীয়া ৰ পৰা মীয়া টো আতৰাই দে । অকল অস হৈ থাকিবি।।।।

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA หลายเดือนก่อน +1

      ​@@JituAhmedRJFilmsbaparor murtu

    • @JituAhmedRJFilms
      @JituAhmedRJFilms หลายเดือนก่อน

      @Pinkzvibe305 হেৰৌ কথা যে কৈছ, বাংলাদেশৰ বুলি প্ৰমাণ কৰি দেখুৱাব পাৰিবি? চেলেঞ্জ কৰিলো।
      তাতে আকৌ অসমীয়া কথাখিনি ইংৰাজীত লিখিব লগা হৈছে।
      এইয়াই তহতৰ অসম প্ৰেম।।।।

  • @AK--ci9jd
    @AK--ci9jd หลายเดือนก่อน +4

    Right sir ✔️✔️

  • @indiraborgohain8277
    @indiraborgohain8277 หลายเดือนก่อน +1

    অয্যোধাত যে বিজেপি পৰাজিত হৈছে এইটো কিহৰ সংকেত বুলি ভাবে আপুনি। আপোনালোকে ৰাম মন্দিৰক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰততে এখন চলচ্চিত্ৰ নিৰ্মান কৰিছিল।।

  • @NabadepbokalialThulukboka-kz2h
    @NabadepbokalialThulukboka-kz2h หลายเดือนก่อน +12

    অখিল গগৈ দৰে মানুহে দিছে

  • @nikudoley4564
    @nikudoley4564 หลายเดือนก่อน +50

    একদম সত্য❤❤🎉

  • @Ayusmann
    @Ayusmann หลายเดือนก่อน +4

    Right kotha koise...

  • @MonuLagachu
    @MonuLagachu หลายเดือนก่อน +5

    Good mama

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xz หลายเดือนก่อน +36

    সঁচাই অশনি সংকেত কঢ়িয়াই আনিছে ভৱিষ্যত অসমৰ বাবে...

    • @ilovemybharat2255
      @ilovemybharat2255 หลายเดือนก่อน +2

      Ita jije Val hoi ase axomor

    • @mintudas1211
      @mintudas1211 หลายเดือนก่อน +3

      আমাৰ হিন্দু বিলাকৰ লাজ নাই।

    • @ilovemybharat2255
      @ilovemybharat2255 หลายเดือนก่อน

      @@mintudas1211 laj ase real hindur tohotor nisina dalal hindur laj naye....

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน

      ​@@mintudas1211লাজ নাই নহয় মগজুৰ অভাব হয়😏

  • @rupakrabha5047
    @rupakrabha5047 หลายเดือนก่อน +27

    একদম সত্য কথা।

  • @ranjandas5936
    @ranjandas5936 หลายเดือนก่อน +3

    বিৰোধী বোৰক এনকাউন্টাৰ কৰা কৰক কেলা 👍👍👍👍👍

  • @RashmiBaruah-ci5wu
    @RashmiBaruah-ci5wu หลายเดือนก่อน +4

    Ekdom right

  • @user-ju4fz5jh3z
    @user-ju4fz5jh3z หลายเดือนก่อน +43

    গেদা আৰৱৰ গোলাম আৰু মোগলৰ অনুগামী।

    • @gauravroy7807
      @gauravroy7807 หลายเดือนก่อน +3

      BJP IT cell r comments sai kuneu BJP k support nkore..manuhe buji paise..hinduism 🚩 is just weapon..to get vote..we want development jobs

  • @user-fn9nh7mx2k
    @user-fn9nh7mx2k หลายเดือนก่อน +37

    ekdom thik koise apuni ❤❤❤ sir

  • @anupdas739
    @anupdas739 หลายเดือนก่อน +1

    এইবোৰ কৈ কিবা লাভ আছে জানো। বদৰউদ্দিনক লৈ হে আপুনি ৰাজনীতি কৰিছিল cm হব বুলি । এইবোৰ নকৈ আপোনাৰ নিজৰ কামৰ ৰাজনীতি কৰিব লাগিছিল ।

  • @prodipkumarbora3354
    @prodipkumarbora3354 หลายเดือนก่อน +1

    এই ভুলটো ১৯৭৯ আগতেই অনুভৱ হৈছিল। কিন্তু অসমীয়া ৰাইজৰ অধিকাংশ লোকেই সত্যটো জানিও, ভুলটো সৃষ্টি কৰা দলকে সমৰ্থন কৰি আহিছে।
    গতিকে এনেবোৰ কথাক যে আমি অসমীয়া ৰাইজে বুজিম তাক আশা নকৰাই ভাল।

  • @dibakar7647
    @dibakar7647 หลายเดือนก่อน +50

    Akdom xosa kotha muslimr akota ase Hindur akebare akota nai

    • @m-63874
      @m-63874 หลายเดือนก่อน

      দাদা অসমত যত যত BJP জয় হৈছে তাত মুচলমান নাই নে কি😂😂😂

    • @rajeshhazarika1663
      @rajeshhazarika1663 หลายเดือนก่อน

      একদম ঠিক কথা

    • @denishamsih5726
      @denishamsih5726 หลายเดือนก่อน

      ​@@m-63874ase kin2 kom

  • @hemrondewri2378
    @hemrondewri2378 หลายเดือนก่อน +25

    সত্য কথা। Kaushik Saloi, Mridul Das, Gaurav Roy( eta Fake id) এইবোৰ মিয়া হয়।

  • @DadulDadulBorah
    @DadulDadulBorah หลายเดือนก่อน +3

    Thanks for sir BJP jindabad

  • @sukumardebnath1488
    @sukumardebnath1488 หลายเดือนก่อน +2

    right

  • @shashankarchamua-pt1vm
    @shashankarchamua-pt1vm หลายเดือนก่อน +55

    Right kotha koise

    • @ASabc-1
      @ASabc-1 หลายเดือนก่อน +1

      Both Hindu and Muslim are not communal,but himanta is a communal leader

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA หลายเดือนก่อน +1

      ​@@ASabc-1বাপেৰৰ মূৰটো মিয়াৰ

    • @TheSanataniSher
      @TheSanataniSher หลายเดือนก่อน

      ​@@ASabc-1But we don't like miya

  • @hrishikeshbaruah7570
    @hrishikeshbaruah7570 หลายเดือนก่อน +22

    অপ্ৰিয় সত্য 👍

  • @bikashpathak9273
    @bikashpathak9273 หลายเดือนก่อน +4

    Akdom right✅✅

  • @DrAlimUddin
    @DrAlimUddin หลายเดือนก่อน +2

    স্যার আপনি কি করিমগঞ্জ লোকসভার ভোটের রেজাল্ট দেখেন নাই মুসলমান যদি সাম্প্রদায়িকতা করিত তাহলে করিমগঞ্জ লোকসভা কৃপা নাথ মালা কিমান বুটে পরাজয় লাভ করতো আপনি হিসাব মিলাইয়া লো

  • @ArjunchSingh
    @ArjunchSingh หลายเดือนก่อน +50

    হিন্দু গোলাম যাৰ বাবে ইহঁত বহু সংখ্যক হৈয়ো ইমান বছৰ বেলেগেৰ তলত থাকিব লগা হৈছিল

  • @MohanKarmakar-jd8qp
    @MohanKarmakar-jd8qp หลายเดือนก่อน +4

    Right

  • @bijuhazarika913
    @bijuhazarika913 หลายเดือนก่อน +2

    আপুনি হিন্দু অসমখনৰ মূল্যবান সামগ্ৰীবোৰ কিয় শেষ কৰি আছে ,মহিলা সকলক ১২০০ দি দি থগি আছে । পাপ লাগিব আপোনাৰ

  • @golamrasul5081
    @golamrasul5081 หลายเดือนก่อน +1

    এইবাৰ হিন্দু মুছলিম কৰা সকল সাৱধান।

  • @birendranathsaikia2350
    @birendranathsaikia2350 หลายเดือนก่อน +20

    Real facts . Assamese community have not yet realised the intention of Congress party and its leadership . Why Congress want reservation for Muslims , it means they need to change constitution and to increase MLA and MP seats in the country. many more to discuss.

    • @Masum969
      @Masum969 หลายเดือนก่อน

      😂😂😂😂😂

  • @kulendeka8735
    @kulendeka8735 หลายเดือนก่อน +90

    তেল আৰু পানী কেতিয়াও ভাই ভাই নহয়।

    • @chandra5578
      @chandra5578 หลายเดือนก่อน +2

      Waw 🙏🚩

    • @kamranakmal9215
      @kamranakmal9215 หลายเดือนก่อน

      Agot Tumi bal agon neurologist ok dakuwa tumar thinking ability to bohut basi .

    • @chandra5578
      @chandra5578 หลายเดือนก่อน

      @@kamranakmal9215 maiky muriya hot 🥵🥵

    • @blinker2606
      @blinker2606 หลายเดือนก่อน

      Kone tor logot milibo goise re baba...tor dore goru sor atar lgt kono nathake eneo

  • @Bipuldaz
    @Bipuldaz หลายเดือนก่อน +2

    100% logical kotha

  • @Mrinal316
    @Mrinal316 หลายเดือนก่อน +30

    Mama zindabad

  • @kushalkalita6125
    @kushalkalita6125 หลายเดือนก่อน +24

    মোগল সমৰ্থক আৰু মাও চে টুঙৰ সমৰ্থক এক হৈছে। কিন্তু আমি থকালৈ কংগ্রেছ চৰকাৰ নহয়।

    • @mrinaldas5653
      @mrinaldas5653 หลายเดือนก่อน +1

      26 লৈ সাৱধান হ
      গৌৰৱ আহি আছে ।

    • @bikashmahanta7747
      @bikashmahanta7747 หลายเดือนก่อน +1

      ​@@mrinaldas5653 সাত জনম লাগিব।

    • @bikashmahanta7747
      @bikashmahanta7747 หลายเดือนก่อน +1

      ​@@mrinaldas5653নামচোৰ 😂

    • @rkkalita256
      @rkkalita256 หลายเดือนก่อน +6

      নিশ্চয়। মিয়া আৰু এটা বা দুটা বদন সমষ্টিৰ বাদে ক'তো জয় নহয় কংগ্রেছ

    • @alid5818
      @alid5818 หลายเดือนก่อน

      সময়ে ক'ব ।​@@rkkalita256

  • @RahulBorah-rk1cd
    @RahulBorah-rk1cd หลายเดือนก่อน +1

    হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে,কিন্তু মুচলমান সমষ্টি এটাত বিজেপি জিকিছে জানো,,,
    এইটো কেনেকুৱা ধৰণৰ প্ৰশ্ন চাৰ,,,মুছলিম মানে কংগ্ৰেছ আৰু বিজেপি মানে হিন্দু নেকি,,,,,??

  • @pranabkumarsamrma731
    @pranabkumarsamrma731 หลายเดือนก่อน +2

    সুবিধা বেলেগৰ পৰা লয় আৰু ভোট দিয়ে বেলেগক

  • @gauravroy7897
    @gauravroy7897 หลายเดือนก่อน +58

    Feti xaap aru miyak vulotu biswas nokoriba.

    • @gauravroy7807
      @gauravroy7807 หลายเดือนก่อน +1

      BJP IT cell r comments sai kuneu BJP k support nkore..manuhe buji paise..hinduism 🚩 is just weapon..to get vote..we want development jobs

    • @ANISURRAHMAN-jg2xk
      @ANISURRAHMAN-jg2xk หลายเดือนก่อน

      1500😂

    • @ariz869
      @ariz869 หลายเดือนก่อน

      1250😂😂😂

    • @ANISURRAHMAN-jg2xk
      @ANISURRAHMAN-jg2xk หลายเดือนก่อน +2

      @@gauravroy7807 IT cell t 1500 tokar job bad di kheti kori kha tente😁

    • @m-63874
      @m-63874 หลายเดือนก่อน +2

      দাদা অসমত যত যত BJP জয় হৈছে তাত মুচলমান নাই নে কি😂😂😂

  • @sultanmamud2289
    @sultanmamud2289 หลายเดือนก่อน +16

    Tention nolobo ami aponar logoth asu❤

  • @gulsanEngti
    @gulsanEngti หลายเดือนก่อน +1

    আচলতে আমাৰ অসমীয়া লোক সকল একেবাৰে অলগ্ধ বুলি কব লাগিব, কাৰণ আমাৰ অসমীয়া সকলৰ মাজত একটা নাই।

  • @bidurpatar4641
    @bidurpatar4641 หลายเดือนก่อน +19

    ৰাহুল গান্ধী কনচা হিন্দু ৰে ইটো মুচলিম হয় 85% হিন্দু দেশ এখনত এজন মুছলমানে pm হব এইটো কম দুৰ্ভাগ্য কথা😭😭😭😭😭😭😭😭

    • @binoyrobidas8925
      @binoyrobidas8925 หลายเดือนก่อน

      Laj lga ny Gandhi jati opoman kriso. Gandhi ❤

    • @gauravroy7897
      @gauravroy7897 หลายเดือนก่อน

      @@binoyrobidas8925 set tor

    • @gauravroy7897
      @gauravroy7897 หลายเดือนก่อน

      Gandhi Rendi jati

    • @REGNEDOP
      @REGNEDOP หลายเดือนก่อน

      Tarmne rahul Gandhi o Hindu Muslim koribo lage 😢

  • @Janny.saloi.axom.vlog_
    @Janny.saloi.axom.vlog_ หลายเดือนก่อน +1

    গোটেই মুছলমান এক হয় গল,, কিন্তু আমি হিন্দু বোৰ এক হব নোৱাৰিলোঁ 😢😢 এইয়া এ সত্য.

  • @utpalborah4107
    @utpalborah4107 หลายเดือนก่อน +3

    Right Mama .I❤you