@@protivamanch8899 Obviously when i listen this song i can't stop my crying 😭 and Nilakshi Neog she has done his best uncompared song 💘 and it lyrics writer he is best i can't listen this types of masterpiece lyrics any other song ❤ i love it ❤🎉
Apunar acting manibo lagibo kin2 xorur pora apuni fvrt..Suren suror putek r pora ajiloike aru hodai fvrt hoi thakibo Allah e kbl valei rakhok soboke....❤❤❤
ইমান সুন্দৰ গীত আমাক ওপহাৰ দিয়াৰ বাবে miss nilakshi আপোনাক অশেষ ধন্যবাদ জনালোঁ ।ভগবানে কুশলে ৰাখক ।
গীত টোৰ কিছুমান শব্দ এ অন্তৰ চুই গৈছে.....🥺😥🥹😭..ভাল লাগিল...🎉❤very nice 👍🙂🎉😊...
আৱেগিক হই গলো! নিলাক্ষীৰ কন্ঠ আৰু প্ৰস্তুতি পৰাশৰৰ অভিনয়ে সোণত সোঁৱগা সৰাইছে৷ বৰ্তমান সমাজৰ এখন সচাঁ ছবি ফুটি উঠিছে গীতটি জৰিয়তে৷
Abahan❤
সদায় কোৱাৰ দৰেই কও আবাহন সদায় বিশেষ। ইমান ধুনীয়া🥺❤❤❤
সঁচাই অতুলনীয়❤😢
গীতটি বৰ সুন্দৰ দুখলগা | অৰ্ধাংগিনী গীতটিৰ পিছত এইটো গানো বৰ সুন্দৰ | শব্দকেইটামান বহুত দুখলগা |বহুত সুন্দৰ গান❤️❤️❤️❤️❤️😭😭😭
আৱাহন থিয়েটাৰে নতুন প্ৰজন্মৰ বাবে এক ধুনীয়া নাটক লৈ আহিছে "মইনা কুশলে আছ নে তই" বৰ্তমান সময়ৰ উপৰত বা পৰিস্থিতিৰ উপৰত চকু ফুৰায় এক নাটক ৰূপে আগবহাব আমাৰ মাজত ।মানুহে আধুনিকতাৰ বাবে কৰ পৰা কৰ পাইছেগৈ সেই কথা ধুনীয়াকৈ প্ৰকাশ কৰিছে 😢
উফ অন্তৰ চুই যোৱা গীত।লগতে প্ৰস্তুতি বা আপোনাৰ acting ❤️ আৰু নিলাক্ষী বা আপোনাৰ কণ্ঠ❤️❤️
অন্তৰ চুই যোৱা এটি সুন্দৰ গীত। বৰ ভাল লাগিল।❤❤ বহুত বহুত শুভকামনা জনালোঁ মৰমৰ বা।
গীতটি যেতিয়া ইমান ধুনীয়া নাটক খন কিমান ভাল হব.....আৱাহন সদায় ব্যতিক্ৰম।ভাল হওঁক আৰু❤❤❤❤❤❤❤বহুত মৰম
চকুপানী খিনি ৰাখিব নোৱাৰিলোঁ দেখোন 🥺নাটকখন নিশ্চয় বহুত বেছি ভাল হʼব । গানৰ কথা ইমান বেছি সুন্দৰ ❤ হৃদয়স্পৰ্শী
গীতটোত সোমাই থকা কেইটামান শব্দই যেন বহু কথা কৈ যায়। মুঠতে এটা সৰ্বগুন সম্পন্ন গীত। আৰু কথা কি সুন্দৰ হৈছে কথাৰে
বুজাব নোৱাৰি 😭😭😔🥺❤❤❤
অসাধাৰন গীত
@@protivamanch8899 Obviously when i listen this song i can't stop my crying 😭 and Nilakshi Neog she has done his best uncompared song 💘 and it lyrics writer he is best i can't listen this types of masterpiece lyrics any other song ❤ i love it ❤🎉
Thiyetar xonr yeitu geetot kandisilu 😢😢❤...mon sui joa geet..best song...❤❤❤
আজিকালি যিসকল মানুহৰ বিদেশত লৰা ছোৱালী থাকে সিহত মৰিবৰ সময়তো বনকৰা মানুহৰ ওচৰতে মৰে।
উফফফ বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ গানটোলৈ❤️মইনা কুশলে আছনে তই ?এইবাৰো আৱাহন শীৰ্ষত❤️🙏
Assam no1 actress ❤❤❤❤❤❤❤ super, outstanding, mind-blowing performance ❤❤❤ Prastuti. Madam
উফ..❤ গীতটোৰ কথাখিনি শুনি মন চুই গৈছে 😢❤
Prastuti Acting tumar waah...aru geet tu iman xundor hoise...ontor sui goise..sokupani ulai goise
গীতৰ কথা আৰু অভিনয়,,,একমাত্ৰ অভিনেত্ৰী যি মানুহক কন্দুৱাব পাৰে,,,,আৰু বহুত হহোৱাবও অভিনয়ৰ জৰিয়তে,,,,
হৃদয় চুই অন্তৰত ক্ষণিক আনন্দ আৰু বেদনা উথলি উঠা গীত।
ও বা কিমান নো কন্দুৱাই আমাক😢 প্ৰতিবছৰে এনেকুৱা এটা গীত লৈ আহে , যিটো গীতে কেৱল কন্দুৱাই 😭😭 আৰু আপোনাৰ অভিনয় কি কম বা 👌👌👌👌
Always @nilakshi neog❤️
Wait for abahan theatre 2024-2025
নীলাক্ষি বাৰ কণ্ঠত গীতটোৰ কথা সুৱ শুন্দৰ হৈছে
ভাষা নাই কবলৈ বাইদেউ। ভিদিওটো চায়ে কান্দিলো😢😢নাটকখন বৰ ধুনীয়া হব ৷কণ্ঠ কথা সুৰ ধুনীয়া। ডোলিয়াজান আহিলে নিশ্চয় চাম বাইদেউ । জয় আবাহন। হিট এইবাৰ
ইমান হৃদয় চুই যোৱা গীত।অভিনয় সুন্দৰ।বাস্তৱ ।
মাতৃৰ পুত্ৰলৈ থকা অগাধ মৰমৰ সুন্দৰ কাহিনী❤।
বৰ্তমান সময়ৰ প্ৰজনমটোৰ লগত মিল থকা এটি জীয়া কাহিনী।🌺🌺🌺🥀🥀🥀🥲🥲🥲
বহুত ভাল লাগিব।😊
শুভকামনা জনালোঁ বাইদেউ আৰু বহুত আশাৰে অপেক্ষা কৰি আছোঁ l ভ্ৰাম্যমাণ থিয়েটাৰত আপুনি অদ্বিতীয় Prastuti ba ❤
সচাকৈ মনতোক চুই গৈছে ,সচাকৈ এক বাস্তবিক কাহিনি আজিৰ দিনত চলি থকা ঘটনা ,বৰ আবেগিক হৈ পৰিলো ,বহুত-বহুত ভাল হৈছে আৰু নু কি কম ভাষা নাই চকোপানি উলাই আহিল 😭😭😭 ।
গীতটোৰ কথাখিনি সঁচাই হৃদয়স্পৰ্শী !! প্ৰতিটো শাৰী এই যেন বহু কথা কৈ গৈছে !! আপোনাৰ অভিনয়ে সঁচাকৈ কন্দুৱাই দিলে !!!! সন্তানৰ অৱহেলাৰ বাবে এগৰাকী মাতৃৰ হৃদয় যেন ভাগি পৰিব লগীয়া নহয় এইয়া তাৰেইটো উদাহৰণ আপোনাক প্ৰণাম #PrastutiPorasor 🙏❤️
অন্তৰ চুই যোৱা এটি সুন্দৰ গীত ❤
গীতটোৰ প্ৰতিটো শব্দই যেন বহু কথাই বুজায় গৈছে😢কবলৈ ভাষা নাই,নিলাক্ষি বাৰ কন্ঠত গীতটো সুন্দৰ কৈ প্ৰাণ পাই উঠিছে, আৰু প্ৰস্তুতি বাইদেউৰ অভিনয়ৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আপুনি মোৰ প্ৰিয়,সকলোৰে মাতৃ সকলক কুশলে ৰাখক ভগৱানে😢আৰু এটা অনুৰোধ প্ৰস্তুতি বা এই গানটো (Male Version) জুবিন দাৰ কন্ঠত যদি এবাৰ শুনিব পোৱা হ'লে।
Nilakshi neog a bohut dhuniya gaise gaan tu.....such a beautiful song🎵❤
Zubeen dai gale aru melody hol hoi
হৃদয় চুই গৈছে ❤️🥺 আৱাহন পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ বহুত মৰম ❤তুমি সদায় মৰমৰ প্ৰস্তুতি বা❤
প্ৰাচুৰ্যা হাজৰিকা (নগাঁও)
Love from Nagaon
এইবাৰ গোটেই ভাৰতবৰ্ষত আৱাহন থিয়েটাৰ ফালিব যেন পাইছো প্ৰস্তুতি বা অভিনয়ৰ যোগেদি.. কেনেকুৱা অভিনয় কৰে হে একেবাৰে nutural.. salute দিছো আপোনাক
অতি সুন্দৰ গীতৰ সৈতে অভিনয় ও অতি সুন্দৰ।
Every year (AWAHAN theatre)
Has a beautiful and soulful song and trending songs so AWAHAN is the unique theatre 🎭 all over Assam 🎉❤❤❤❤❤❤
হৃদয়স্পৰ্শী গীত❤️
প্ৰস্তুতি বাৰ অভিনয়ে চকু সেমেকাই তুলিলে💞
Khub sundor geet ❤❤ hridoy khon sui gol❤❤
আপেক্ষাৰত নাটক খন চাম বুলি।❤❤❤
wow aji finaly gaan tu relese hol bahut val lagil
Bhut kothai koi gol o gantoye❤❤❤
Nilakshi Neog Fan's Like Kora 👍❤️❤️❤️
Nilakshi neog uff ki j guwa o ❤❤❤
গীত টিৰ এটা এটা শব্দই অন্তৰ চুই গৈছে 😢😢😢😢 মা লৈ বহুত মনত পৰি গ'ল 😢😢❤❤❤
Babu beta❤aguyai jua mahi pora morom akhirbad hodai ase tumaloi🙌
এৰা ❤❤।দুখৰ চকুলু বৈ আহে
"Tothapiu jiyai thake maak bur okole okole ... Mak bur nathakile Kune xudhibo xontan burok MOINA KUXOLE ASONE ? ". SOKUPANI ulai hoise aixai kotha xuni 🥺♥️
Eman hundor ovinoi.mon sui gol.
Besi vl lghil arddhangini pasotea atu ganu bohut besi vl lghise abahan theatre e bohut dhunia dhunia kahini manuhok agbohai ase ❤❤.
ধুনীয়া বাইদেউ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Arddhangini gaan tur surr lgt alp mil ase ❤ btw nice 👍
অলপ আছে, অজয় ফুকন জানে।
বিশেষ নকওঁ...... মাথোঁ কওঁ ভাষা হেৰাই গৈছে ❤❤
ভাল লাগিল ❤️ বিৰাত দুখো লাগিল 🥹
Bohut vl lagil xuni gaan tu ❤❤❤❤❤
Ufff❤ Nilakshi Ba ki mat ki konth❤❤❤❤
Prastuti baa❤ thoka proti tu gaan theyeter ❤❤ birat val lage ❤❤
Eikhon naatoke dorkhok konduwabo.. ❤ @nilakshi birat dhuniya gaaisa. ❤❤
Video so nice ❤❤❤❤❤🎉🎉🎉🎉
Bohut dhunia gann ❤
Jui nilakshi ba🔥🔥🔥agr bar r dre aitu o hit❤️❤️
সামগ্ৰীক সংগীত পৰিচালনা খুব ভাল।
Next level ❤
Mojaa Baideoooo❤❤❤❤
Apunar acting manibo lagibo kin2 xorur pora apuni fvrt..Suren suror putek r pora ajiloike aru hodai fvrt hoi thakibo Allah e kbl valei rakhok soboke....❤❤❤
সদায় প্ৰিয় তুমি নিলাক্ষী বা❤... উফ্ তোমাৰ কণ্ঠ🥰
Bohut dhunia gaantu 👌❤️
Prostuti ba + nilakshi ba= uff ❤
Nilakshi ba kontho ❤
Dhunita lagil ba❤tumar akting iman dhuniya hoi❤bohut bohut morom tumaloi ba❤love you ba❤❤
Bohut val lagil ❤❤
মাত্ৰ গীত টি চাওঁতেই অন্তৰ আত্মা খন কান্দি গল 😢।। তাতে nilakhi বা য়ে ইমান ধুনীয়াকৈ গাইছে ❤❤❤❤❤🌺🌺🌺
গীতটো বহুত ভাল লাগিছে.........❤❤❤😘😘😘👌👌👌
গানটোৱে হৃদয় ছুই গ'ল ❤
Nice song. Mama
উফ বৰ ভাল লাগিল গানটো শুনি ❤সচাঁই অন্তৰ চুই গৈছে❤️🥺
ভাল লাগিছে বা❤❤❤❤❤
Uff nilakshi baa ❤❤❤
কলিজা কপাঁই যোৱা গীত❤
Nilakshi baa so sweet voice ❤
Very nice song❤ গানটো শুনি আবেগিক হৈ পৰিলো😢
Bohut val lagil😢😢
অধীৰ আগ্ৰহেৰে বাট চাই আছো♥️♥️♥️♥️
song of the year❣❣❣❣
❤❤❤❤মজাই
❤❤❤❤❤❤❤ মন চুই গল
Heart touching video song ❤
Best song of the year. ❤
আৱাহন সদায় ব্যতিক্ৰমী অন্যৰ তুলনাত❤❤
Acting+song exillennt ❤❤❤
সুন্দৰ গান ❤
Bahut val lagil ❤❤
সুন্দৰ অভিনয় আপোনাৰ ❤
Ufff ki dhuniya hoise ❤😊
Tq Nilakshi baideu.
What a song ❤❤❤
Nilakshi baa tumi 🔥🔥🔥❤❤❤
কি সুন্দৰ কন্ঠ নীলাক্ষী বা আৰু অভিনয় প্ৰস্তুতি বা
Bohut val lgise❤😊
Nilakshi neog 🔥🔥🔥🔥🔥
বাৰ মাত টো উফ আগৰ গীত এটিত কৈছিলো বালৈ এটি গীত ৰাখিব খুব ধুনীয়া❤❤
Just speechless.........