43 minutes r video tu 4 minutes suwa jen lage jetia anekua eman energetic smart brilliant high mentality modern manuh ajon k sabo pau❤baa tumi xosakoi blg jitu moi feel koru nijor lifet ❤ love you so much
বা তোমাৰ কথা খিনিক কি কম ..no words left.... বৰ্তমান এই আধুনিক যুগত এনেকুৱা দৃষ্টভঙ্গীৰ বৰ প্ৰয়োজন ... মই নৱম শ্ৰেণীৰ.. আহিবলগীয়া প্ৰজন্মৰ বাবে আপোনালোকৰ নিচিনা মানুহৰ বৰ প্ৰয়োজন হৈছে অ বা ..❤Salute to your thinking level , mentality 💓 Congratulations ba 🎉
Rinima ba jn atya prio hoi poril....emn hohos horol kotha bor..mon sui gol.... lots of love ❤❤❤ moi oh aibr ata modeling show t winner hbo loi hokhom hoisu....akhir bad kribo jn moi oh India k represent kribo pru....❤❤❤
বহুত ভাল লাগিল বা আপোনাৰ কথাই মন চুই গল।। যি হয় ভালৰ বাবেই হয় বুলি কথা এটা আছে নহয় আজি যদি আপুনি আগৰ প্ৰেয়সীৰ লগত বিবাহ পাশত আবদ্ধ হোৱা হলে সেইখন সুবিধা হয়তো নাপালে হয় বা আজি আপুনি ইমান বেছি ভাল নাম অৰ্জন কৰিব নোৱাৰিলে হয় সেয়েহে যি হয় ভালৰ বাবেই হয় বুলি ভাবি জীৱনটো আগুৱাই লৈ যাওক ।। অন্তৰৰ পৰা আপোনালৈ মৰম আৰু শ্ৰদ্ধা জনালোঁ 🙏।।
Really she is such a great inspiration... Hat's off to her... Her simplicity and down to earth nature really attracts everyone... Love you and proud of you Rinima... Go ahead ❤
Video tu sai eman val lagil jana . Teu eman khula kotha kuwa ladies hei karone bor val lagil . Tumaku bhut dhanyawad . Aru aag bahi juwa . God bless you .
❤❤❤Spostabadi aru sahasikotar babe Aponar khothakhini suni sachakoi hriday sui goise , Apuni sachakoi ati ujjal bhota tara , God bless you, many many thanks to you ❤❤❤
Tumi amar Axamor prataikjoni suwalir babe narir babe eta dangor udaharan dukhiya dhani yai bostu xasakoi amar sahar nagarot ase ami gaonliya manuhbur xasakoi bahut sahoj saral aru sakaluke apun kori lobo pare Facebook jogatot ji sakal purux mahilai gaonliya buli saajpusak khaidyo loi negative comment kore teulukor babe yaitu eta dhuniya speech❤❤❤
So much impressed for today's episode...u truly deserve to b in this place....keep going n best wishes so that once more u can b d pride of Assam..,pls do share her no ....u r n inspiration fr every women
অসম কন্যা ৰিণীমাৰ সাক্ষাৎকাৰ টি শুনি খুবেই ভাল লাগিল,খুব সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী ৰিণীমাৰ কথাখিনি অসমৰ হাজাৰ হাজাৰ ছোৱালীৰ বাবে অনুপ্ৰেৰণা মূলক । ৰিণীমা আৰু আগুৱাই যাওক ,অসমৰ নাম জিলিকাই তোলক লগতে ৰিণীমাক আমাৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে মৰমৰ হিমাশ্ৰীকো ধন্যবাদ জনালোঁ ।
জুইত পুৰি উজ্জ্বল হোৱা সোণৰ দৰে ৰিণিমাজনীৰ সপোনবোৰ বাস্তৱত পৰিণত হোৱাত ভগৱান সহায় হওক! মন ভৰি গ'ল।
Khub bhal lagil.
প্ৰতিটো কথাই অতি সুন্দৰ,বহুত ভাল লাগিলে এই video টো চাই।
😢ৰিনিমা এজনী অতি বাস্তৱিক ভাল ছোৱালী। তাই কৈ থকা কথোপকথন খিনি আমাৰ জীৱনৰ যেন লাগিছে। কাৰণ আমি ও মধ্য পৰিয়ালৰ জীয়ৰী। সেয়েহে তাইৰ কথা বাৰ্তা বোৰ বহুত স্পষ্ট বাদী আৰু সঁচা বাস্তৱিক। বহুত বহুত ধন্যবাদ ৰিনিমা। তুমি বহুত আগবাঢ়ি যাবা।আশা ৰাখিলোঁ।তোমা লৈ আৰ্শীবাদ থাকিল।
What a inspiration story ! Wawwww just wawwwwwww ❤
❤
সঁচাই কথা বোৰ ইমান মৰম লগা বা জনী ইমান স্পষ্টবাদী... ভালে থাকা বা 🥰
Hosa dei
Bht bsi vl lgil o vogobane vale rakhok hodai enekoi thaka aguwai juwa ❤
ৰিণিমাৰ কথাবোৰে মোৰ হৃদয় জোকাৰি গৈছে ।সচাঁই নাৰী স্বাৱলম্বী হোৱাটো অতি জৰুৰী তুমি আগবাঢ়ি যোৱা ।শুভ কামনা থাকিল।
তেওঁক ঘৰলৈ আদৰণি জনাওঁতে যিখিনি অসমীয়া কথা মুখেৰে ফুটি উঠিল বহুত সহজ সৰল কথা, সু ব্যক্তিত্বৰ অধিকাৰী এগৰাকী নাৰী । ভাল লাগিল।
বহুত ভাল লাগিল । ৰিণীমা বৰা এগৰাকী সকলো নাৰীৰ আদৰ্শ ।তেওঁ আৰু আগবাঢ়ি যাওক।God blass you.
অতি সুন্দৰ কথা বোৰ,উঠি অহা চামে এই কথা খিনি ভাল দৰে অনুসৰন কৰক, সঁচাকৈ আমাৰ অসমৰ উজ্জ্বল ভোটাতৰা, সকলোৰে হাজবেন্দে যদি বুজিলে হয় অসম আজি উন্নতি পথত, আগলৈ আৰু বহু বহু আগবাঢ়ি যোৱা, আমাৰ বহুত শুভ কামনা থাকিল, ভগৱান সহায় হওক,❤❤🎉🎉🎉🎉
ঠেক মনোবৃত্তিৰ মানুহ বোৰে এনেকুৱা mentally Strong ছোৱালী বোৰক বেয়া ছোৱালী নাইবা তাইৰ Character ত আঙুলি উঠাই। কিয়নো সিহঁতৰ মনোবৃত্তি সীমানলৈকে সীমিত। ভাল লাগিল খুব স্পষ্টভাৱে কথা বোৰ represent kora babe... Feel so Strong❤
Exactly
ৰিনিমা! তুমি আমাৰ অসমৰ গৌৰৱ । তুমি আজিৰ মুলা গাভৰু । তোমাৰ কথাবোৰে মোৰ হৃদয় চুই গৈছে । তুমি আৰু আগুৱাই যোৱা । ❤
ৰিনিমা তোমাৰ কথা খিনি শুনি বহুত ভাল লাগিছে ।
তোমাৰ আদৰ্শৰে গোটেই অসমীয়া ছোৱালী সকল আগবাঢ়ি যায়।
ইমান সুন্দৰকৈ কয় কথাবোৰ শুনিয়েই থাকিব মন যায় তেওৰ৷ ভাল লাগিল তেওৰ স্পষ্টবাদিতা
43 minutes r video tu 4 minutes suwa jen lage jetia anekua eman energetic smart brilliant high mentality modern manuh ajon k sabo pau❤baa tumi xosakoi blg jitu moi feel koru nijor lifet ❤ love you so much
উফ্❤❤ ভাল লাগিল
নাৰীগৰাকী প্ৰিয় হৈ পৰিল
তেওঁৰ শব্দবোৰেৰে ।
ভালে থাকা ৰিণি বা ❤❤
Bohut val lagil
Chat Gpt moio use koru guys ❤❤ bohot intrrsting
বহুত ভাল লাগিল। আৰু আগবাঢ়ি যোৱা
ইমান অভিজ্ঞতা , উচ্চ শিক্ষা থকাৰ পাছতো ইমান ধুনীয়াকৈ কথাবোৰ নিজৰ ভাষাত কৈছে, কিন্তু আমাৰ অসমীয়া এচামে অসমীয়াত ক'বলৈ লাজ পায়। চিনেমা জগত খনৰ তাৰকা সকল বিশেষকৈ এই ক্ষেত্ৰত খুব পাছ পৰা। কিন্তু আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল। ❤❤
বা তোমাৰ কথা খিনিক কি কম ..no words left.... বৰ্তমান এই আধুনিক যুগত এনেকুৱা দৃষ্টভঙ্গীৰ বৰ প্ৰয়োজন ... মই নৱম শ্ৰেণীৰ.. আহিবলগীয়া প্ৰজন্মৰ বাবে আপোনালোকৰ নিচিনা মানুহৰ বৰ প্ৰয়োজন হৈছে অ বা ..❤Salute to your thinking level , mentality 💓 Congratulations ba 🎉
কেতিয়াওঁ দেখা নাছিলো কেতিয়াওঁ চিনি পোৱা নাছিলো তথাপি নাজানো কিয় ? আজি মোৰ ইম্মান নিজৰ যেন লাগি গৈছে কথাবোৰ শুনি । আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো ।❤❤❤❤
নাৰী সৱলীকৰণৰ ভাল উদাহৰণ আপুনি❤বহুত মৰম শিৱসাগৰৰ পৰা❤
ইমান শুদ্ধ, সঁচা , পৰিষ্কাৰ কথা ,ইমান যে কথা হৃদয়ত আছে, কিমান ধুনীয়াকৈ কৈছে।
ইমান স্পষ্টবাদী। খুবেই ভাল লাগিল। অভিনন্দন জনালোঁ 🎉
Straight mind strong heart clear vision Assamese girl..,hats off to you
নৱপ্ৰজন্মৰ বাবে সাংঘাতিক প্ৰেৰণাদায়ক৷ ঈশ্বৰে আপোনাক মংগল কৰক আৰু সপোনবোৰ পূৰ্ণ হোৱাৰএকান্ত কামনা কৰিছো ৷
wow exilent.ইমান Enargetic আৰু ইমান positive বহুত ভাল লাগিল
বহুত ধুনীয়া লাগিল ।একে বহাতে গোটেইখিনি কথা শুনিলো।বহুত energetic 🎉
বহুত ভাল লাগিল ৷এনেকুৱা ৰিনিমাৰ পৰা সমাজলৈ বহু ভাল বাৰ্তা যাব ৷ৰিনিমাৰ প্ৰতিটো কথাই হৃদয় চুই গ’ল ৷
আপুনি উত্তৰ পূব ৰ ধাৰণা সলনি কৰি দিলে আপোনাক কোটি কোটি ধন্যবাদ
আপোনাক social scientist ৰ দৰে লাগিছে
আৰু আগবাঢ়ক আগলৈ
প্ৰতি টপিক অতি সুন্দৰ।আপোনি নাৰীক প্ৰতিটোক্ষেত্ৰত আপোনাৰ সৎ সাহসৰ কথা শুনি বা জানি সকলো নাৰীৰ পথ প্ৰদৰ্শক হ ওক।আপোনাক ভগৱানে কুশলে ৰাখক , আশীৰ্বাদত কৰক আৰু বহুত ওপৰলৈ আগবাঢ়ি যাওক।আপোনাক মোৰ শতকৌটি কাৰ্দম।
সংস্কাৰে মানুহক সুন্দৰ কৰে.. আপোনাৰ সংস্কাৰ আছে আৰু সেয়া পালন কৰিছে আৰু সেয়েহে আজি সুন্দৰ হৈ জিলিকিছে... ভাল লাগিল .. আপোনাৰ আগন্তক দিনবোৰ আৰু সুন্দৰ হওঁক ❤
ৰিনিমা বহুত ধন্যবাদ তোমাক ইমান সুন্দৰ মনৰ ছোৱালী তোমাৰ নিচিনা ছোৱালী আৰু জন্ম হওক । অসমৰ গৌৰব তুমি সকলোৱে তোমাৰ কথা খিনি শুনি বহুত উপকৃত হ'ব। ভগনৱানে আৰু আগুৱাই নিয়ক ।
আত্মবিশ্বাস আৰু কৰ্মনিষ্ঠাই ব্যক্তিত্ব বিকাশত সহায় কৰে ৰিণিমা উজ্জ্বল নক্ষত্ৰ । সকলো কথা অতি সুন্দৰ , অতি বাস্তৱ । আন্তৰিক শুভ কামনা । ইমান মৰম লগা ছোৱালীজনীৰ কি সুন্দৰ-শুদ্ধ অসমীয়া অ ,অযুত মৰম❤❤❤
বহুত বহুত ভাল লাগিল। আগবাঢ়ি যোৱা ৰিনিমা। ভগৱানে তোমাক সহায় কৰক কৃষ্ণ কৃষ্ণ🙏🙏
বৰ ভাল লাগিল চাই । স্পষ্টবাদী আৰু সুন্দৰ ব্যক্তিত্বৰ এগৰাকী নাৰী । কথাবোৰে মন চুই গ'ল । পৰৱৰ্তী প্ৰতিযোগিতা সমূহলৈ তেখেতলৈ আন্তৰিক শুভেচ্ছা থাকিল ❤❤❤
OMG wat a lady.. Iman bhal lagile huni a thakibo mon goisile... The best
Rinima ba jn atya prio hoi poril....emn hohos horol kotha bor..mon sui gol.... lots of love ❤❤❤ moi oh aibr ata modeling show t winner hbo loi hokhom hoisu....akhir bad kribo jn moi oh India k represent kribo pru....❤❤❤
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল। ইমান স্পষ্টবাদী। অভিনন্দন জনালোঁ।❤❤❤
Imn positive & energetic, xosakoi bohut vl lagile... Too much love to u❤
বহুত ভাল লাগিল বা আপোনাৰ কথাই মন চুই গল।। যি হয় ভালৰ বাবেই হয় বুলি কথা এটা আছে নহয় আজি যদি আপুনি আগৰ প্ৰেয়সীৰ লগত বিবাহ পাশত আবদ্ধ হোৱা হলে সেইখন সুবিধা হয়তো নাপালে হয় বা আজি আপুনি ইমান বেছি ভাল নাম অৰ্জন কৰিব নোৱাৰিলে হয় সেয়েহে যি হয় ভালৰ বাবেই হয় বুলি ভাবি জীৱনটো আগুৱাই লৈ যাওক ।। অন্তৰৰ পৰা আপোনালৈ মৰম আৰু শ্ৰদ্ধা জনালোঁ 🙏।।
হাঁহি টো ইমান ধুনীয়া। উফ্ উফ্ উফ্,হাজাৰ বাৰ শুনি থাকিব পাৰিম কথা বোৰ।
বহুত ভাল লাগিল এই কথাখিনি শুনি, তুমি আৰু আগুৱাই যোৱা ঈশ্বৰে আশীৰ্বাদ কৰক 🙏
She is so bold ,she is incredible... just love her personality ❤❤❤... strong super woman ❤
বহুত ভাল লাগিল, শুভেচ্ছা থাকিল
আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিল বাইদেউ ❤😊🎉
Kothabur uff emaan besi mulyoban.emaaney besi hundor horolota hosakoy . bhout besi vaal lagil rinima baa tumaloy . bohut bohut dhonyobad jonalu.thank you so much.
বহুত বহুত ভাল লাগিছে ❤ সঁচাকে তুমি কথাবোৰ ইমান ধুনীয়া কৈ কৈছা।ঈশ্বৰে তোমাক কুশলে ৰাখক আৰু আগুৱাই যোৱা ❤❤
বহুত বেছি ভাল লাগিল ৰিণিমাৰ বাৰ কথাবোৰ শুনি... আগলৈ আগবাঢ়ি যাওঁক তেওঁ ❤
She so energetic and open minded just love about her all uniqueness ❤❤❤
এইয়াই সঁচা ....অপ্ৰিয় সত্য কথা কিছুমান কলে...খুব ভাল লাগিল🙏🌹
উফফ ❤কথা বোৰ ইমান ধুনিয়া কৈ কলে huniye থাকিম... অসমীয়া এনেকৈ কলে ভাল লাগে.
বহুত ভাল লাগিল। আপুনি বৰ্ত্তমান সকলোৰেই আদৰ্শ হক।
বহুত energetic person, একে বহাতে গোটেই খিনি কথা শুনিলো🎉🎉
সঁচাই ভাল লাগিল কথাবোৰ শুনি,, নিজেও সাহস পালোঁ,, আপুনি এগৰাকী সু ব্যক্তিত্বৰ অধিকাৰী ❤
নাৰী জাতীৰ কথা বহুত ভাল দৰে কলে আৰু এনেদৰে নাৰীজাতীৰ ওপৰত ভাল কথা আগলৈকে আলোচনা কৰিব বুলিব আশা ৰাখিলোঁ লগতে কাৰণ অসমত নাৰীৰ ওপৰত অত্যাচাৰ বহুত হ'ব ধৰিছে কেতিয়াবা আইনেও নাৰীক একো দিব নোৱাৰে গতিকে নাৰীক নিজৰ ভৰিত থিয় হবলৈ সজাক কৰক।
বহুত ভাল লাগিল। বহুত সাহসী ৰীনিমা। ভগৱান সদায় সহায় হওঁক।
স্পষ্টবাদী ❤অসমৰ এগৰাকী গৌৰৱ নাৰী ❤
খুউব সুন্দৰ কথা ভাবিছা। তোমাৰ মা দেউতা আৰু বা, সকলোকে চিনি পাওঁ। তুমি সুখী হোৱা।
উফফ💓.. Rinima Baa ৰ এনেকুৱা এটা show নাই যি মই নোচোৱাকৈ থাকিলো❤❤সচাই সাহস পালো কথা কেইটাত❤❤❤ইমান মৰমীয়াল অমায়িক ৰসাল মানুহজনী অন্তৰ্ খন আই অ❤❤❤জিলিকি ৰোৱা বিশ্ব বাসীৰ আগত 🤟🤟🤟💝💝💝
Really she is such a great inspiration...
Hat's off to her... Her simplicity and down to earth nature really attracts everyone... Love you and proud of you Rinima... Go ahead ❤
ইমান ভাল লাগিল প্ৰকাশ কৰিব নোৱাৰি।বহুত বহুত ধন্যবাদ।
Ba apunar kothabur bohut bhal lagil aru aguwai jawok takei kamona korilu god blace you
Himashree ba muru apunar logot mur jibonor kothabur seyar koribo mon jaii jodi pare kene dhorone jugajug koribo lage jonabo vidior joriyote
Apunak kene k contact koribo parim
বায়েকৰ সন্তানক ভাগিন বুলি কয় বাইদেউ ভতিজা বুলি নকয়।
আপোনাৰ কথাখিনি বহুত ভাল লাগিল ।আৰু আগুৱাই যাওক ভগৱানে মঙ্গল কৰক। International Winner হিচাপে চাব বিচাৰোঁ। lots of love
Rinima baar pora bht kotha hikilu❤❤...... Love from barpeta (Assam)
Baajoni ...eman energetic ❤❤❤ uff kothabur xunile xunie thkbo mon jaii ❤
খুব সুন্দৰ ❤️ তোমাৰ কথাখিনি শুনি মই আপ্লুত হৈ পৰিলোঁ 🌹🙏
God bless you,,All the best
সুন্দৰ। তুমি আৰু আগুৱাই যোৱা। শুভেচ্ছা থাকিল।
I have never seen such an inspirational woman.
God bless you. মোৰ আৰু ক'বলৈ ভাষা নাই।ৰিণিমা , we are proud of you.
কথা খিনিয়ে অন্তৰ চুই গৈছে❤❤
বহুত ভাল লাগিল অসমীয়া জাতিৰ মূল আহিলা আৰ্শীবাদ থাকিল আগবাঢ়ি যোৱা
Rinima baa horur poraie bht besi suka, ambitious, determined, jiddi, khola monor suali asil. Teo je dangor hoi kiba ata dangor kaam koribo heitu hopun horurpae asil. Tumi hodai agbahi jua baa❤❤❤❤❤
কথাবোৰ শুনি বহুত ভাল লাগিল
কষ্ট বোৰ পোৱাৰ কাৰনে দুখ পালো,মহিলা সকলৰ কাৰনে তুমি
আদৰ্শ, অসমৰ লৰি ছোৱালী বিলাকৰ ভবিষ্যতৰ পৰিকল্পনা
বোৰ সফল হওক ভগৱানে তোমাক সকলো সময়তেই সহায়
কৰিব ।
God bless you ❤
তোমাৰ কথা বোৰ বৰ ভাল লাগিল। মই ও ভাবো ল'ৰা ছোৱালী সমান মতা মাইকী সমান সম অধিকাৰ আছে। কিন্তু বৰ্তমান কিছুমান মাইকী য়ে এই বাক্য টো ব্যৱহাৰ কৰি অনৈতিক কাম,মাতাৰ কথা নুশুনে, অৰ্থ নৈতিক দিশত সহায় ও নকৰে। ঘৰৰ কাম খিনি কৰি ইঘৰ সিঘৰ ঘুৰি ফুৰে আৰু মানুহ জনক তিৰসকাৰ কৰে, তুমি অসফল ব্যক্তি তুমি এইটো দিব পৰা নাই, সেই টো দিব পৰা নাই,অমুকে তমুক কৰিলে ইত্যাদি ইত্যাদি। স্বাধীনতাৰ আৰলৈ বহু পৰিয়াললৈ অশান্তি আনিছে। গতিকে সকলো ছোৱালীৰ ক্ষেত্ৰত সচা নহয় যেন লাগে। সমান সমান কৰিয়ে ঘৰ ধ্বংস কৰি আছে।
Her voice is so strong💪💪...and seeing her identity in her voice 🤍🤍.. Lots of love to you❤❤ keep it up 😇😇
Bohut bese positive woman.... Proud of Asssam
কথাখিনি ইমান সুন্দৰ লাগিছে কলিয়াবৰৰ ছোৱালী ভাল লাগিল।
তোমাৰ সুন্দৰ কথা বোৰে আকৰ্ষিত কৰিলে। তুমি আৰু আগুৱাই যোৱা।
বৰ ভাল লাগিল কথা খিনি
Feeling proud of you
Be happy n blessed
Loved listening to her. Best podcast.
ইমান সুন্দৰ সাক্ষাৎকাৰ আগবঢ়ালে, ভাল লাগিল।
ইমান ধুনীয়া কথা তোমাৰ দৰে কোনো কোৱা শুনা নাই ৰিমিবা তোমাৰ এটা ভিদেও এৰা নাই মই love you so much বা ❤❤
প্ৰতিটো কথাই সুন্দৰ , বহুত ভাল লাগিলে এই video টো চাই ❤👍
Video tu sai eman val lagil jana . Teu eman khula kotha kuwa ladies hei karone bor val lagil . Tumaku bhut dhanyawad . Aru aag bahi juwa . God bless you .
কথা বোৰ ইমান ধুনীয়া কে কয়।ভাল লাগিছে সঁচাকৈয়ে।
ইমান ভাল লাগিল বা তোমাক , চকুপানী ওলাই আহিছে 😍🥰😥
Kotha bilak eman xundorkoi koise hunile huni thakibor mon jay .GOD BLESS YOU RINIMA .
প্ৰতিটো শব্দই বুকুত ৰৈ গৈছে। কেনেকৈ ইমান সুন্দৰ কৈ কথাবোৰ কব পাৰে তেওঁ সঁচাকৈয়ে বহুত বেলেগ। তেওঁৰ পৰা শিকিবলগীয়া বহুত আছে। আজি আমি সঁচাকৈয়ে গৌৰৱ কৰিছোঁ বা তোমাৰ দৰে এগৰাকী নাৰীয়ে এনেকৈ আগবাঢ়ি গৈছা।
❤❤❤Spostabadi aru sahasikotar babe Aponar khothakhini suni sachakoi hriday sui goise , Apuni sachakoi ati ujjal bhota tara , God bless you, many many thanks to you ❤❤❤
You are such an inspiration ma'am.May you achieve greater heights always.Wish you luck and happiness!
Bohut val lagil Sai ...bohut .....hokolu utsahito houk
Rinima ba .apunar pa bhut kotha hikilu aji .tq soo much.hodai agbarhi jua tmi.god bless you 😊😊😊😊
বহুত বহুত ভাল লাগিল, স্পষ্ট বহুত কৈছোঁ আঘাত পাইছো, তথাপিও জীয়াই আছো, ভগৱান ক খাতিছো, ভাল হ'ব।
ইমান স্পষ্টবাদী ❤😊 আৰু কথা😊 কোৱাৰ শৈলী টো বহুত ধুনীয়া ❤😊 2:48
Real Morden Woman ❤❤ Congratulations Ma'am ❤❤🎉🎉 Very Very Proud of you ❤❤
Tumi amar Axamor prataikjoni suwalir babe narir babe eta dangor udaharan dukhiya dhani yai bostu xasakoi amar sahar nagarot ase ami gaonliya manuhbur xasakoi bahut sahoj saral aru sakaluke apun kori lobo pare Facebook jogatot ji sakal purux mahilai gaonliya buli saajpusak khaidyo loi negative comment kore teulukor babe yaitu eta dhuniya speech❤❤❤
বহুত ভাল লাগিল, আপোনাক ধন্যবাদ সুন্দৰ অনুষ্ঠান টি আগবঢ়োৱা বাবে।
বাঁহ বৰ ধুনীয়া কথা উপস্থাপন কৰিলা ভন্টি তোমাৰ কথাৰে আমাৰ উঠি অহা পযন্মক বহুত সাহসী আৰু শক্তিশালী কৰী উপকৃত কৰিব। ধৈন্যবাদ ।।
খুব সুন্দৰ ।বহুত ভাল লাগিল ।যিহেতু ময়ো এজনী ছোৱালী ।
So much impressed for today's episode...u truly deserve to b in this place....keep going n best wishes so that once more u can b d pride of Assam..,pls do share her no ....u r n inspiration fr every women
বহুত ভাল লাগিল। আমাৰ সমাজ খনৰ ভুল বোৰ নাইকীয়া কৰাত সহায় কৰে যেন।
ইমান ভাল মনৰ মহিলা সঁচাকৈ কব লাগিব,,,,,ইমান ইংৰাজী জানিও আজি ইংৰাজীত কথা কোৱা নাই,,,,,নাই অলপও অহংকাৰ বহুত বহুত ভাল লাগিল আপোনাৰ কথা বিলাক শুণি,,,,, শুভেচ্ছা থাকিল আৰু আগলৈ আগুৱাই যাওক😊🥰🥰
বহুত যুক্তিবাদী আৰু সাহসী নাৰী ,ভাল লাগিল ৷