সৰুতে ভিক্ষা মাগি,হালোৱা থাকি আজি তেওঁ এজন জনপ্ৰিয় কণ্ঠশিল্পী,Life History Of Singer Bipin Chowdang

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ต.ค. 2024

ความคิดเห็น • 297

  • @yagnyaanamikacreations8644
    @yagnyaanamikacreations8644 3 ปีที่แล้ว +68

    জীৱন মানেই সংগ্ৰাম।আপোনাৰ সংগ্ৰামৰ কথা শুনি দুখ লাগিল যদিও সেই সংগ্ৰামৰ ফলত আজি আপুনি শিল্পী।আপুনি আমাক খুব ধুনীয়া ধুনীয়া গীত উপহাৰ দি আহিছে অনাগত দিনত আৰু ভাল ভাল কাম কৰি আগুৱাই যাওঁক তাকে কামনা কৰিলোঁ।

    • @manjubarman8824
      @manjubarman8824 3 ปีที่แล้ว +3

      আপোনাৰ গান শুনি মোৰ হেপাহঁ নপলাই । মই মৰিগাওঁৰ পৰা বহুত আশীব্বাদ কৰিছো আৰুভাল ভাল গান গাই যাওক । God bless you .

    • @tiluttamabasumatari485
      @tiluttamabasumatari485 3 ปีที่แล้ว

      Kokai apuni preronar onya eti nam àru agoloi geet upohar di thakiba

    • @bhaskargohainsri6969
      @bhaskargohainsri6969 9 หลายเดือนก่อน

      ​@@manjubarman8824
      🎉 by ni bye 11 we see all se AA Ho look by

    • @Redmi-xw1tl
      @Redmi-xw1tl 5 หลายเดือนก่อน

      গোট গোট বি চ দা গোট গোট

  • @porikosi7361
    @porikosi7361 3 ปีที่แล้ว +44

    এইয়াই মানুহৰ জীৱন,বিপিন ককাইদেওঁৰ কাহিনি বোৰ শুনি কিবা এটা কবলে ভাষাই হেৰাই গ'ল কেৱল চকুৰ পানী হে টুকিলো ।

    • @rajuduwori4297
      @rajuduwori4297 3 ปีที่แล้ว +2

      বিপিন চাউদাং মোৰ ঘৰৰ ওচৰতে ঘৰ ॥ তেওঁ সচাঁ কথা কৈছে ॥ এইয়া আদশ হৈ ৰব ॥

    • @KanakHazarika-gp1pi
      @KanakHazarika-gp1pi 5 หลายเดือนก่อน +1

      In

  • @julandas1804
    @julandas1804 3 ปีที่แล้ว +19

    ৰখিব নোৱাৰিলো সম্পূৰ্ণ 38 মিনিট চালো ।সচাঁকৈ বিপিন দাৰ পৰা বহুত প্ৰেৰণা পালো । আপুনি আকৌ আগবাঢ়ি যাওক তাৰে ভগৱানৰ ওচৰত কামনা ।🙏

    • @putumoni6039
      @putumoni6039 3 ปีที่แล้ว +1

      আপোনাৰ কথাবোৰ শুনি খচাকৈ বহুত দুখ লাগিল।

    • @dipashreeboruah3125
      @dipashreeboruah3125 3 ปีที่แล้ว +1

      Hosake vl lagil tumar kotha bur huni love from lakhimpur dhakuakhana 😃

  • @paragjyotix02
    @paragjyotix02 3 ปีที่แล้ว +8

    সচাঁকৈ বহুত প্ৰেৰণা পালোঁ বিপিন চাউদাঙৰ ককাদেউৰ নিচিনা আজি দিনত কোনো কন্ঠ শিল্পী নোলাব ।। ইমানবোৰ ডাঙৰ ডাঙৰ সংগ্ৰামৰ পাৰ কৰি আজি এই। পযায পাইছে ।আশা কৰোঁ ভৱিষ্যতে দেশৰ , আমাৰ আৰু ৰাইজৰ কাৰণে বহুত ধুনীয়া ধুনীয়া গীত গাই যোৱা । বিপিন ককাদেউৰ দীঘজীৱীৰ হক এই কামনা ।।
    __________নগাঁৱৰ পৰা মৰম যাঁচিলো

  • @monusaneog84
    @monusaneog84 3 ปีที่แล้ว +5

    আপোনাৰ জীৱন কাহিনী শুনি থাকিলে শুনি থাকিবৰ মন যায়,, আনতকৈ বহুত বহুত প্রার্থক্য,,জীৱনৰ দুৰ্যোগ কাহিনীকো ইমান খোলাভাৱে কব পাৰে আজিও । খুব ভাল লাগে আপোনাক এনে সহজ সৰল মনোভাৱ টোৰ কাৰণে ।

  • @durbaphukan2170
    @durbaphukan2170 3 ปีที่แล้ว +31

    একালে দুখ একালে সুখ ,বিপিন দাৰ পৰা ভালকৈ শিকিলোঁ ।বিপিন দাক বৰ ভাল পাওঁ ।সদায় কুশলে থাকক ।❤❤

  • @bireshbhushansharma5504
    @bireshbhushansharma5504 3 ปีที่แล้ว +22

    Very good performance আপোনাৰ ৰহস্যময় জীৱনৰ কথাবোৰ সুনি ভাল লাগিল। আগলৈ আৰু বহুত ভাল ভাল গান গাই আমাৰ অসমীয়া ভাষাৰ এক নতুন প্ৰেৰণাৰ লগতে উৎসাহিত কৰিব। God bless you.

  • @parashcreation9492
    @parashcreation9492 3 ปีที่แล้ว +82

    বিপিন দা আমাৰ প্রেৰণা ❤❤তেও কুশলে থাকক

  • @thirdkz_xx5648
    @thirdkz_xx5648 3 ปีที่แล้ว +6

    বিপিন চাউদাং ডাঙৰীয়াৰ শৈশৱ কালৰ কথাবোৰ শুনি বৰ দুখ লাগিল। জীয়াই থকাৰ সংগ্ৰাম জয় কৰি আজি যিটো পৰ্য্যায়ত উপনিত হ'ল ই সমগ্ৰ মানৱ জাতিটোৰেই প্ৰেৰণা হৈ ৰ'ল।ধন্য চাউদাং ডাঙৰীয়া আপোনাৰ ভবিষ্যত উজ্জ্বল তথা দীৰ্ঘায়ু কামনা কৰিলো।

  • @jubarajkalita2384
    @jubarajkalita2384 3 ปีที่แล้ว +17

    ইমান সমস্যাৰ মাজতো যে আপুনি গান গাব এৰি দিয়া নাছিল ভাল লাগিল বিপিন দাদা আপোনাৰ কাহিনী টো শুনি আমিও বহুত উৎসা পালোঁ ভগৱানে আপোনাক মঙ্গল কৰক। ধন্যবাদ

  • @pritilatagoswami4884
    @pritilatagoswami4884 ปีที่แล้ว +2

    আপুনি বয়সত মোতকৈ সৰু। আপোনাৰ জীৱন সংগ্ৰামে‌ মোক অভিভূত কৰিছে।নপুৰুষে নিশ্চয় আপোনাৰ পৰা অনুপ্ৰাণিত হ'ব।

  • @priyankshucreation5285
    @priyankshucreation5285 3 ปีที่แล้ว +41

    বিপিন দাদালৈ লক্ষীমপুৰৰ পৰা মৰম জনালোঁ ❤️🙏

    • @dreams50kviews58
      @dreams50kviews58 3 ปีที่แล้ว +1

      Lokhimpur 🥰🥰🥰

    • @dreams50kviews58
      @dreams50kviews58 3 ปีที่แล้ว +1

      Laluk

    • @priyankshucreation5285
      @priyankshucreation5285 3 ปีที่แล้ว +1

      Bihpuria

    • @bg2.0
      @bg2.0 3 ปีที่แล้ว

      বিপিন দাদালৈ মই লখিমপুৰৰ পৰা মৰম জনালোঁ ❤️❤️❤️❤️❤️❤️মোৰ নাম বিতুপন গগৈ 🙏🙏🙏🙏🙏

    • @indirabaruah8033
      @indirabaruah8033 3 ปีที่แล้ว

      From Dibrugarh. 🥰😍🥰

  • @গাওঁৰলৰামই
    @গাওঁৰলৰামই 3 ปีที่แล้ว +30

    এজন কেছা মাটিৰ গান গোবা লোক .জয় আই অসম

  • @sarbanandamajuli
    @sarbanandamajuli 3 ปีที่แล้ว +12

    মই বিপিন দাৰ প্ৰতিটো গান অনুসৰণ কৰোঁ বহুত বহুত ভাল লাগে।।🥰🥰🥰

  • @i.b.g.entertainment7942
    @i.b.g.entertainment7942 3 ปีที่แล้ว +2

    Bipin daar kotha bur xuni bohut val palu Nilutpal Daa

  • @kabitabhuyanboruah.4901
    @kabitabhuyanboruah.4901 3 ปีที่แล้ว +16

    মহান শিল্পী জনলৈ শতকৌতি প্ৰণাম জনাইছো।ভগবানে দীৰ্ঘায়ু কৰক।

  • @rinkumonisaikia3351
    @rinkumonisaikia3351 3 ปีที่แล้ว +6

    বহুত ভাল লাগিল। মোৰ প্ৰিয় শিল্পী।

    • @bonnybora3538
      @bonnybora3538 3 ปีที่แล้ว

      Mor lagote asom basir prio shillpi God bless you

  • @chinmoysaikia8341
    @chinmoysaikia8341 11 หลายเดือนก่อน +1

    এই মহান‌‌ শিল্পী জনলৈ বহুত‌ শুভ কামনা

  • @nirmalibora5768
    @nirmalibora5768 3 ปีที่แล้ว +5

    🙏🙏🙏🙏😭Vakhanai bipin daa,, bor dukh palu

  • @rajatrabha8666
    @rajatrabha8666 ปีที่แล้ว +1

    বৰ ভাল লাগিছে আৰু দুখনো লাগিছে।

  • @mukulbora1870
    @mukulbora1870 3 ปีที่แล้ว +52

    অন্তৰৰ পৰা মহান শিল্পী জনলৈ সেৱা জনাইছোঁ 🙏🙏🙏

  • @bikidassadiya7290
    @bikidassadiya7290 2 ปีที่แล้ว +1

    Eman dukhr khota .....aji aa gom palu ...dei ...bipen dada ....

  • @nabajyoti80
    @nabajyoti80 3 ปีที่แล้ว +3

    চকুৰ পানী ওলাই গল।
    বহুত ধুনীয়া interview নিলোৎপল দা।❤️❤️❤️❤️

  • @sabitrinewar6732
    @sabitrinewar6732 3 ปีที่แล้ว +4

    Ufffff Bipin da kotha khuni saku vahi ahil hosa dei.......

  • @DijenDas-cn9uw
    @DijenDas-cn9uw ปีที่แล้ว +1

    Moja Bipin dada🥰🥰

  • @trideepgogoi6897
    @trideepgogoi6897 3 ปีที่แล้ว +10

    আচলতে কি জানে সাধাৰণ সাধাৰণ লগা মানুহ কিছুমানৰ হাতহে অসাধাৰণ কিছুমান প্রতিভা থাকে আৰু এই প্রতিভা বিকাশ আৰু সফলতা যি সংগ্রাম এই ধৰণৰ লোকে সময় আৰু পৰিস্থিতিৰ মোকাবিলা কৰি যি ঠাইত উপনীত হয় তাত সফলতায়ো তেওঁলোকৰ ৰ্ধয্য আৰু সাহসক হাৰ মানে । আপোনালোক সচাঁই সাধাৰণ মানুহৰ তুলনাত সুকীয়া 😊

  • @dhirajray8220
    @dhirajray8220 3 ปีที่แล้ว +16

    বিপিন দাৰ গীত সমূহ শুনি মন ভাল লাগে

  • @kumudphukan5640
    @kumudphukan5640 2 ปีที่แล้ว +2

    একালৰ দুখ একালৰ সুখ।সুখৰ দিন আজীৱন বৈ যাওক।কৰ্মই ধৰ্ম।উচ্ছ চিন্তাৰে সৎ কৰ্ম কৰিছে।আদৰ্শ অনুকৰণীয়।আশাবোৰে পূৰ্ণতা পাওক।কামনা কৰিছোঁ।

  • @kartikraja5568
    @kartikraja5568 3 ปีที่แล้ว +16

    বিপিন দালৈ নলবাৰীৰ পৰা মৰম যাচিলোঁ❤️🥰

  • @mintusaikia4517
    @mintusaikia4517 ปีที่แล้ว +2

    বিপিনদা এজন নিভাজ শিল্পী। তেখেতক ম ই বৰ ভাল পাওঁ আৰু সন্মান কৰো।

  • @chinmoysaikia8341
    @chinmoysaikia8341 11 หลายเดือนก่อน +1

    বহুত শুভ‌ কামনা‌ থাকিল

  • @dipashreeboruah3125
    @dipashreeboruah3125 3 ปีที่แล้ว +2

    Vl lagil tekhetor kotha bur huni bhut khini perona palu love from lakhimpur dhakuakhana 💕💞💓♥️

  • @bulusaikia6908
    @bulusaikia6908 3 ปีที่แล้ว +2

    Bipinda apunar kotha khini kin2 hunile bohut dukhar onagoto din burjen bohut hukar houk 👍👍👍

  • @prasannabora7644
    @prasannabora7644 3 ปีที่แล้ว +1

    Oti Hundor......Bipin dak val lage

  • @mithunpegu5935
    @mithunpegu5935 10 หลายเดือนก่อน +1

    বিপিন হাড়নামানিবা,ককাইদেউ মৃত্যু সময়লৈকে হাড় মনা নাছিল

  • @arupchetia7403
    @arupchetia7403 3 ปีที่แล้ว +3

    Bipin da apuni mohan.....🙏🙏🙏

  • @sanjibtalukdar7894
    @sanjibtalukdar7894 3 ปีที่แล้ว +2

    ককাইদেউ আজি প্ৰথম সুনিলো আপোনাৰ অতীত জীৱনৰ কথা। বৰ দুখ লাগি গল।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।

  • @biiikram6286
    @biiikram6286 3 ปีที่แล้ว +5

    বিপিন দা আপোনাৰ জীবন কাহিনী শুনি বহুত ভাল লাগিলে

  • @Syma800
    @Syma800 10 หลายเดือนก่อน

    Bipin brother, May you live long, God wishes you.
    Thank you, Bipin choudang.
    Nila kanta chandi

  • @subhashkurmi9371
    @subhashkurmi9371 3 ปีที่แล้ว +1

    Bipin da apunar jibon songram r kotha khuni mur sokur pani ulai ahil apuni bohut songram korise kintu dei bohut dukh palu monot eman kosto korar folot aji ai stage paise apunak selut. Ami dukhiya j khei kotha ajir pora moiu monole nanu kam kori jam ajir pora bohut khahokh palu apuni amar babe ak gourob.🙏🙏🙏🙏🙏

  • @soukonrkachari410
    @soukonrkachari410 3 ปีที่แล้ว +5

    Bipin dar gaan huni bohut vll lage ❤️🙏

  • @nisthanandamoran3915
    @nisthanandamoran3915 3 ปีที่แล้ว +5

    bhut val lage dada ganbur ❤❤❤

  • @riyankashyapkamrupiyanboy147
    @riyankashyapkamrupiyanboy147 3 ปีที่แล้ว +2

    আপোনাৰ কথাবোৰ শুনি বৰ দুখ লাগিল ...আপোনাৰ কথা আজি পথম শুনিলো

  • @smartpreparation9229
    @smartpreparation9229 3 ปีที่แล้ว +5

    এইজনা শিল্পী মাটি পানী গাওঁলিয়া তেজৰ লগত জড়িত বৰ ভাল লাগে ককাইক ৷ গানবোৰ নিভাজ সোনৰ আভাষ পোৱা যায় ৷ ককাই আপোনাৰ এই পৰিশ্ৰম সচাই বৰ অতুলনীয় ৷ আপোনাৰ নিচিনা শিল্পী পোৱা অসমবাসীৰ বাবে গৌৰৱৰ কথা ৷

  • @xobdoxomoy6777
    @xobdoxomoy6777 3 ปีที่แล้ว +4

    প্ৰেৰণাদায়ক কাহিনী। ভাল লাগিল।

  • @jintumisra2485
    @jintumisra2485 ปีที่แล้ว +1

    BAHUT BAHUT AKEBARE DUKH LAGIL KATHALOSANA .ARU BHALO LAGIL AKHET JEAN SANGRAMAT HAR MANA NAI .DHANYABAD B.CHAODANG SIR .👃💥

  • @gitadeka1520
    @gitadeka1520 3 ปีที่แล้ว +5

    Very heart touching story.May God always with you.

  • @sangeetaborgohain4753
    @sangeetaborgohain4753 3 ปีที่แล้ว +3

    বিপীনদা আপোনাৰ কাহিনী শুনি বহুত দুখ লাগিল

  • @indianpanorama303
    @indianpanorama303 10 หลายเดือนก่อน

    hardworking boy ..bipinda ..aami ekeloge hajira kamla korisil

  • @moilakhimpuria5233
    @moilakhimpuria5233 3 ปีที่แล้ว +5

    বিপিন ককাইদেউ , দক্ষিন ভাৰতৰ পৰা আপোনালৈ সেৱা জাচিঁছো ।

  • @kolpochitra3869
    @kolpochitra3869 2 ปีที่แล้ว +1

    আপোনাৰ সংগ্ৰামী জীৱনৰ সফলতাক অভিনন্দন জনাইছোঁ। আপোনাৰ গানটো বহুত ভাল পাওঁ। অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏🙏🙏🙏

  • @aijalkhaklari8036
    @aijalkhaklari8036 3 ปีที่แล้ว +1

    Amr mama htr ghrr usrre asil ru mai kua mote thekhet mat koi 3bes mnt uprr asil .horure porai khub vl gn gaisil ru sclr hongitor protitu anusthanor winer asil .God bless you Bipin chaudang dangoria✌️

  • @koushikhazarika7655
    @koushikhazarika7655 3 ปีที่แล้ว +2

    বিপিন দা আপুনি আমাৰ বাবে অনুপ্ৰেৰণা হৈ ৰব চিৰ জীৱন | ❤️❤️❤️

  • @sinuglydnoyapskakaghastlie9618
    @sinuglydnoyapskakaghastlie9618 3 ปีที่แล้ว +1

    আগবাঢ়ি যোৱা বিপিন আন্তৰিক শুভেচ্ছা জনাইছো --

  • @Rk-gc9id
    @Rk-gc9id 3 ปีที่แล้ว

    Bipin Da aguai jaok take kamona korilo....moi agot o tv chanalt saisilo bahut dukh loga poristhiti r pora aji ajon mohan singr hoise thanks to Bipin choudang

  • @monujpalak560
    @monujpalak560 3 ปีที่แล้ว +2

    মোৰ প্ৰিয় গায়ক। বিপ্লৱী গান গোৱা বিপিন দা ৰাইজৰ বাবে গান গোৱা আৰু সমাজৰ হৈ মাত মাতিব বুলি আশা থাকিল।

  • @bhargabdeka1774
    @bhargabdeka1774 3 ปีที่แล้ว +11

    ভাল পোৱা মানুহ জন 💝💝

  • @pranabjyotideka5314
    @pranabjyotideka5314 3 ปีที่แล้ว +2

    Hosakoi anuprenona mulok..... bhut val lagil bipin da

  • @JDutta-zl4tf
    @JDutta-zl4tf 3 ปีที่แล้ว +2

    বিপিন দাই কিবা ভুল কৰিলেও অসমৰ ৰাইজে যাতে সমালোচনা নকৰে বৰ কাতৰেৰে কলো বৰ দুখ লাগে কথা বিলাক শুনিলে । বিপিন দা আৰু যাতে আগুৱাই যাওক 😍👍👍

  • @sumitapathak5713
    @sumitapathak5713 3 ปีที่แล้ว +3

    Bipin daa apunar xorukalor kothabur xuni dukh lgil bohut

  • @jugenghatwar595
    @jugenghatwar595 2 ปีที่แล้ว

    Bipin da rokhibo nuwarilu apunar jibonor kahinibhur huni sokupani ulaigol hekhot God bless you

  • @rcreation9560
    @rcreation9560 3 ปีที่แล้ว +2

    a mojja

  • @amrithira7465
    @amrithira7465 3 ปีที่แล้ว

    Bht beya poristhire apuni aguwAi goise okhekh dhonyobad apunar jibon tu

  • @dr.p.hazarika500
    @dr.p.hazarika500 3 ปีที่แล้ว

    Bipin Chaudang apunak log paaisu. Apunar xirot songeetor mukut jiliki uthibo. Amee sokolu asomiya apunar logot asu. aagoloi goi thakok.

  • @bhanumanki6955
    @bhanumanki6955 2 ปีที่แล้ว +1

    ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️vgobane Hdai kukhole rakhok Hdai agg barhi jauk basikoi Val lagil aapunar kotha ,,,huni dukh lagi gol😰😰😰😰❤️💐💐💐💐💐🙏🙏🙏🙏🙏🙏

  • @assamese....statusmacker..8979
    @assamese....statusmacker..8979 3 ปีที่แล้ว +2

    অসমৰ উজ্জ্বল নক্ষত্ৰ।@ আপুনি সদায় মহান।,।আপুনি সদায় জিলিকি থাকক।

  • @rajibkdutta
    @rajibkdutta 3 ปีที่แล้ว +2

    Thanks a lot for providing a chance to know about the great talent..

  • @nabanilborah1954
    @nabanilborah1954 3 ปีที่แล้ว +1

    Bipin da jibon kahini aji hunilu, vale thakok bipin da

  • @juribaruah221
    @juribaruah221 3 ปีที่แล้ว

    Bipin danzgoriya apunaloi xotokuti pronam , yemn straggle Kori apuni life tu agbrohai loi goise , bhtr babe apuni anupreronar Patra . Okhombakhi raij apunak loi gourab onubhav koru , aru agbarhi jouk bhogban apunar hohai houk

  • @niturajgogoi8131
    @niturajgogoi8131 3 ปีที่แล้ว +2

    বহুত বহুত ভাল লাগিল💓💓

  • @dipjyotikalita3236
    @dipjyotikalita3236 3 ปีที่แล้ว +1

    Sasai vl lagil . Bhut njona katha gm plo

  • @barsha_gogoi-.
    @barsha_gogoi-. 3 ปีที่แล้ว +12

    This is called real life struggle 💗😭

  • @navanitagogoi5121
    @navanitagogoi5121 3 ปีที่แล้ว +10

    এয়াই জুয়ে পোৰা সোণ

  • @tapankonwar6720
    @tapankonwar6720 2 ปีที่แล้ว +2

    Ahomehe pare jikunu val km koribloi😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @অসমীয়াবোৱাৰী-ণ৩ষ
    @অসমীয়াবোৱাৰী-ণ৩ষ 3 ปีที่แล้ว +2

    Bht dukh lgil apunr horu kahini bur huni, bht val lge apunr gaan xuni❤️

  • @nirmolnath2591
    @nirmolnath2591 3 ปีที่แล้ว +1

    দাদা ধন্যবাদ থাকিল আপোনাৰ

  • @pragatigogoi2740
    @pragatigogoi2740 3 ปีที่แล้ว +3

    Khati Axomoya Hongeet hilpi..

  • @arunimahandique8724
    @arunimahandique8724 3 ปีที่แล้ว +3

    প্ৰিয় ব্যক্তি জন❤️❤️ভালে থাকক সদায় ❤️

  • @dhritisman7867
    @dhritisman7867 3 ปีที่แล้ว +5

    Really Inspiration

  • @dhi1222
    @dhi1222 3 ปีที่แล้ว +1

    Aapuni akhon val book lekhibo paribo aapunar jibonr... aapunar kothate akhon flim suwa Jen lagile...khub dhuniya...

  • @iajwgetc8481
    @iajwgetc8481 3 ปีที่แล้ว +3

    Hei mohan Police siroloi 🙏🙏🙏🙏🙏🙏🌹🌹🌹

  • @rajuborah425
    @rajuborah425 3 ปีที่แล้ว +2

    BA kokaidew.aponak bht vall paw.i

  • @love2bhabeshkalita102
    @love2bhabeshkalita102 3 ปีที่แล้ว +1

    Bahut Val lagil dada

  • @debasishgogoi9314
    @debasishgogoi9314 3 ปีที่แล้ว +9

    প্ৰিয় মানুহজন❤🙏

  • @joyshreebora9482
    @joyshreebora9482 3 ปีที่แล้ว

    Bipin da bohu hongamor majot hofol hol...Bipin da mur babe ak prarona🙏🙏🙏🙏

  • @bitishofficial2625
    @bitishofficial2625 3 ปีที่แล้ว +4

    God bless you Bipin da

  • @pobitragogoi5749
    @pobitragogoi5749 3 ปีที่แล้ว +2

    Bipin da life story uport akon movie bonale vl lgibo❤

  • @bhaskar3391
    @bhaskar3391 3 ปีที่แล้ว

    Apuna jibnr kthabu khuni bhut vl lagil..

  • @karunakantasarmah2067
    @karunakantasarmah2067 3 ปีที่แล้ว +1

    Bohut Bohut val lage apunar gan Sova kamonate

  • @deeptalukdar3379
    @deeptalukdar3379 3 ปีที่แล้ว

    Bipin koaideur pora ata kotha sikilu jibonot ketiyao hari jabo nalage adin val din ahiboi .❤️❤️❤️

  • @nipengaming8279
    @nipengaming8279 3 ปีที่แล้ว +1

    Bipin daar babe 1ta like❤

  • @nuratddinahmed3546
    @nuratddinahmed3546 3 ปีที่แล้ว

    ধন্যবাদ বিপিন ডাঙৰীয়ালৈ ,

  • @ponkajpogag8841
    @ponkajpogag8841 ปีที่แล้ว +1

    Moja

  • @Lkmusic443
    @Lkmusic443 3 ปีที่แล้ว +3

    Hats off 👍👍

  • @lakhikantamech3712
    @lakhikantamech3712 3 ปีที่แล้ว +1

    আপোনাৰ গীত বোৰ শুনি ভাল লাগে

  • @joyfulali277
    @joyfulali277 ปีที่แล้ว

    Val lagisa 💖💖💖💖💖

  • @Noyanmoni_Bharali
    @Noyanmoni_Bharali 11 หลายเดือนก่อน +1

    Bipin daa😢

  • @Bulbulkonch06
    @Bulbulkonch06 3 ปีที่แล้ว +1

    Love from dibrugarh tinkhong

  • @অসমৰলৰা-ঞ৬ফ
    @অসমৰলৰা-ঞ৬ফ 3 ปีที่แล้ว +5

    37.49 minit kane k gl gm a napalu...... Vl lgel sai 🙏🙏

  • @jananirabha3842
    @jananirabha3842 3 ปีที่แล้ว +5

    ইয়াই জীবন দাদা দেখা নাই শুনিছো কিন্তু চকুৰ পানী ৰখাব নোৱাৰিলো।