মহিলাৰ কণ্ঠত গীত গাই নিশাৰ ভিতৰতে ভাইৰেল হৈ পৰিল এজন যুৱক। কোন এইজন অসাধাৰণ যুৱক?
ฝัง
- เผยแพร่เมื่อ 16 ส.ค. 2021
- Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews
আৰ আগবাঢ়ি যোৱা শুভ কামনা থাকিল । Dislike কৰা বিলাকে নিজে পাৰিব নে বাৰু যি আনৰ বেয়াটো বিচাৰে ।
বৰ ভাল লাগিল ভাইটি আগলৈ আগবাঢ়ি যোৱা
বৰ সুন্দৰ কন্ঠ। এইয়া হ'ল বোকা ৰ পদুম ফুল।নাই কোনো বাদ্য যন্ত্ৰ।সহজ সৰল ল'ৰা এনেকুৱা এজন আগ্ৰহী মনৰ অধিকাৰ ক সহায় সহযোগিতা আগবঢ়ালে মহৎ উপকাৰ হ'ব।
অন্য মহিলা কণ্ঠ্ত কৈ পংকজ বৰদলৈৰ কণ্ঠ বেচি ভাল লাগিল।
@@umeshkardong6116 pp pops
@@umeshkardong6116 00
খুব সুন্দৰ কন্ঠ নিগৰাইছে ভাল লাগিল শুনি। উজ্বল ভৱিষ্যত কামনা কৰিলো 👌👌👌
মজা
অতি সুন্দৰ । এনে এগৰাকী ব্যক্তি ডিব্ৰুগড়ত আছে আৰু যি গৰাকীয়ে লতা মঙ্গেশকাৰৰ কণ্ঠদান কৰিব পাৰে ।
এনেকুৱা লাগিছে গীতটো শুনি ভাষাৰে বুজাব নোৱাৰো বহুতে ভাল লাগিছে। লৰা জন বৰ সহজ সৰল ladies voice nic good ur song.from ghuwahati assam
পংকজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো
Bor Bhal lagil
অতি সূন্দৰ ।ভাল লাগিল।
আগুৱাই যোৱা আৰু
হৃদয় চুই গ'ল। ইমান ধুনীয়া যাদুকৰী কণ্ঠ। উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
So nice
Bohut bohut val lagil
খুব সুন্দৰ কণ্ঠ । ভাল লাগিল
বাপৰেই বাপ কি আচৰিত প্ৰতিভা, সাংস্কৃতিক জগতৰ লোকসকলে তেওঁক সহায় কৰি তেওঁৰ প্ৰতিভাৰ মূল্য দিওঁক,
পঙ্কজ বৰ ধুনীয়া তোমাৰ কণ্ঠ । আগুৱাই যোৱা । আৰ্শীবাদ দিছো ।
V good
Bohut val lagile ✌✌✌
বঢ়িয়া আৰু আগুৱাই যোৱা
Dhuniya i like your song thanks.
Bohut val lagise
Bahut Bahut Dhanyabad Eshan News hakalure majaloi agbahai diyar babe; Pankajar Hunali Vabishyat Kamana u Ashibadere 🌹
তোমাৰ নাৰী আৰু পুৰুষৰ দুয়োটাই গীতৰ গলা বৰ ভাল লাগিল ।ভগৱানে যেন তোমাক আৰু আগুৱাই নিয়ে যেন।
Mza
Xosai bohut dhunia pankaj daa
সুন্দৰ কণ্ঠ
God bless you nice
Ati hundor voice 😘👍🏾🙏
Love From Morigaon ❤️ , Proud of you brother.
Xundor .....
Verry verry nice
Val lagise
Dhunia lagise
ইমান.ধুনীয়া.মাত.মজা.লাগিল
Very nice
Mojja
Hundor
So nice good
সুন্দৰ দাদা
Very good
Vall lagil
Eman hundor kontho🥰🤗👍
অতি সুন্দৰ , আগুৱাই যাওক
Eman dhunia gaise..aaguaai juaa
Majaa
Iman dhunia mat.
পংকজ , তোমাৰ কণ্ঠত সুৰ আছে ! পুৰুষ- মহিলা দুয়োটা কণ্ঠতে তুমি সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছাঁ । কিন্তু তথাপিও তোমাৰ পুৰুষ কণ্ঠটো বেছি সুন্দৰ বুলি আমি অনুভৱ কৰোঁ । যদি সংগীতৰ জগতত কিবা এটা কৰিম বুলি ভাবিছাঁ , পুৰুষ কণ্ঠটোতেই জোৰ দিলে বেছি ফলপ্ৰসু হব বুলি আশা কৰোঁ । এইটো পিছে আমাৰ ব্যক্তিগত ধাৰণাহে ! সিদ্ধান্ত তোমাৰ নিজৰ । তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ !!!
এওঁক আগুৱাই লৈ যোৱাত সকলোৱে সহায় কৰে যেন।
Right
সুন্দৰ কন্ঠদান ভগৱান তুমাক সহায় কৰে যেন
LOVE FROM GOLAGHAT ❣️💓💓❣️
I graet ful to you or i thank full. To you
Mind blowing.what a sweet voice pankaj.God bless you 🙏🙏🙏
পঙ্কজ, ভগৱান প্ৰদত্ত কন্ঠ তোমাৰ। তুমি আগুৱাই যোৱা।
beast of luck pongkoj
Very good.
Nice
বৰ সুন্দৰ ৷উজ্জ্বল ভবিষ্যত কামনাৰে৷আগ বাঢ়ি যোৱা
Nyc bro
দাদা সঁচাকৈয়ে বহুত সুন্দৰ হৈছে
Manibo loga mind blowing 🙏
You are great pankaj
উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।
Nice God Bless You bohut val lagise agbahi Jua
Nice,God bless you.
Sualir voicot baesi dhunea lagise.... aguwai jua pran dhali gaisa tumi.... love u bro
Manisu de ram ram
Ba pangkaj bohut Val lagise
বহুত ধূনীয়া গাইচে সুৰটো বহুত বহুত ভাল !
সুন্দৰ প্ৰতিভা সকলোৱে সহায় কৰক ।
আচৰিত😱😱
উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
Dada apuni aguai jaaok
পঙ্কজ বৰদলৈয়ে আমাৰ অসমৰ সমাজত , অসমীয়া সমাজত যি সঙ্গীতৰ পৰিবেশন কৰিছে বা কৰিবলৈ প্ৰয়াস কৰিছে সেয়া আমি অসমীয়া জাতিতোৰ গৌৰৱ বুলি অনুমান কৰিব পাৰিছো। তেওঁৰ এই সুমধুৰ কন্ঠ ই এদিন চিনেমা জগতত প্ৰৱেশ কৰাত সহায় হ'ব বুলি ধাৰণা কৰিব পাৰিছো, আৰু সেই আশা পূৰণ হোৱা আশা কৰিছোঁ। তেওঁ আমাৰ গৌৰৱ হওক
সচাকৈ বৰ সুমধূৰ কণ্ঠ।অতুলনীয় প্ৰতিভাৱান ব্যক্তি।অলেখ অজোত শুভকামনা থাকিল তোমালৈ।তুমি যি এই সংগীতৰ যাত্ৰাৰ পাতনি মেলিছা আৰু আগুৱাই যোৱা।ভগৱানে তুমাক মঙ্গল কৰক ।তাকেই কামনা কৰিলো।@#@
Mojaa vall lagil dadak.
Oh my God, very nice.
Bhal lagile pongkosh
Excellent
এইয়া নিশ্বই ভগবানৰ প্ৰদত্ত। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Thank you isan news
So Excellent voice
বহুত সুন্দৰ
Bohut Bohut Val Lagise Pankaj
বহুত ধুনীয়া কন্ঠ সঁচাকৈয়ে ভাল লাগিল তোমাৰ সপোন বাস্তৱত ৰূপায়িত হ ওক।
Very very nice
অপূৰ্ব ........❤❤❤❤❤❤🙏🙏🙏🙏
পুৰুষ হয়ো নাৰীৰ কণ্ঠ বা: কি সুন্দৰ
Congratulations Pankaj" absolutely nice your female voice. I wish you all the best and thanks to ishan news chanal.
Nice pankaj
Bohut bohut Val lgise.vogobane tumk hohai korok.
Best of luck
Hosai bohu dhunia kantho.... iman dine kot asil teu... Vogbane teuok mongol korok
অতি সুন্দৰ
কেৱল সুন্দৰেই নহয় অতি সুন্দৰ। ধন্যবাদ।
বহুত বহুত আৰ্শীবাদ ।তুমি আৰু আগুৱাই যোৱা ।
Val lagil bhut suvkamna karilo
So Lovely 👌
Bhut hunder kontho huni vl lgil... God bless you brother...
ঈশ্বৰে আশীৰ্বাদ কৰিব আগবাঢ়ি যোৱা।
কি যে সুমধুৰ কণ্ঠ । পংকজক সাংস্কৃতিক জগত খনলৈ আগুৱাই যোৱাত সকলোৱে সহায় কৰক , তেওঁ ৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।
Moja dada👍👍👍