অসম্ভৱক সম্ভৱ কৰা মানুহজন জগদীশ ভূঞা

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 พ.ย. 2024

ความคิดเห็น • 228

  • @himangshudeka331
    @himangshudeka331 หลายเดือนก่อน +23

    এজন ভাল মানুহক আমন্ত্ৰণ কৰিছে এনেকুৱা জাতীয় নেতা এজন জাতিৰ বাবে বহুত বেছি বেছি প্ৰয়োজন ❤

  • @BalinKonwar
    @BalinKonwar หลายเดือนก่อน +33

    ঢলা শদিয়া দলঙৰ ইতিবৃত্তৰ কথা জানিব পাৰি ভাল লাগিল ৷ এয়াই জাতিয়তাবাদ ৷ শদিয়াবাসীয়ে এনে এজন ব্যক্তিক বিধান সভালৈ নিৰ্ৱাচিত কৰি পঠাব লাগিছিল ৷ পাঁচজন সুঠাম অসমীয়া ডেকাই কেৱল জগদীশ ভূঞা ডাঙৰীয়াৰ বাবেই অৱশেষত ন্যায় লাভ কৰিবলৈ সক্ষম হল ৷ অসমীয়া জাতীয় জীৱনৰ এই কলা অধ্যায়ে
    প্ৰতিজন অসমীয়াকে সদায়ে মৰ্ম বেদনা দি থাকিব ৷

    • @trilokeshbijoydas6006
      @trilokeshbijoydas6006 หลายเดือนก่อน

      You are one of the actual soldier of Assam, God bless you, people of Assam will be always remember in future.

    • @HuntoHazrika
      @HuntoHazrika หลายเดือนก่อน +1

      বহুত নজনা কথা জানিলো। ভাল লাগিল।

  • @uddipanbarhoi2429
    @uddipanbarhoi2429 หลายเดือนก่อน +22

    What a person. Woow . সাধাৰণতে মই কোনো ৰাজনৈতিক নেতাৰ fan নহয় । কিন্তু আজিৰ পৰা হলোঁ।

  • @arupgogoi5157
    @arupgogoi5157 หลายเดือนก่อน +36

    সকলো শদিয়াবাসী ৰাইজলৈ এটাই অনুৰোধ ২০২৬ত যেন সঠিক জন প্ৰতিনিধি নিৰ্বাচন কৰে 🙏🙏

  • @nabajitrabha9692
    @nabajitrabha9692 หลายเดือนก่อน +20

    অনুষ্ঠানটো চাই খুৱ ভাল লাগিল। ভূঞা ডাঙৰীয়াৰ জাতীয়তাবোধে মোৰো অন্তৰ আত্মা চুই গৈছে

  • @puspadhardowarah1932
    @puspadhardowarah1932 หลายเดือนก่อน +1

    জগদ্বীশ ভূঞা দেৱলৈ অশেষ ধন্যবাদ।অগুণকাৰী কিছুমানে পাহৰিলে কিন্তু"আমি"পাহৰা নাই!অন্ধভক্তবোৰে কিন্তু"মানি নলয় এই সচা কথাবোৰ!

  • @montukonwar4403
    @montukonwar4403 หลายเดือนก่อน +8

    অনুষ্ঠানতো চাই বহুত ভাল লাগিল । ভূঞা ডাঙৰীয়ালৈ শুভেচ্ছা জনালোঁ। অসমৰ বাবে আৰু ভাল ভাল কাম কৰি যায়

  • @DipakGogoi-cj8lu
    @DipakGogoi-cj8lu หลายเดือนก่อน +3

    জগদীশ দেৱৰ কাৰণে অনুষ্ঠানটো চালোঁ ❤❤❤❤। ভগৱানে সদায় কুশলে ৰাখকক তেখেতক

  • @sewaligogoi9170
    @sewaligogoi9170 หลายเดือนก่อน +14

    বহুত ভাল লাগিছে তেখেতৰ কথাবিলাক শুণি । তেখেতৰ কথা বিলাকে বহুত জনক অনুপ্ৰাণিত কৰিব ।

  • @sidheswarbailung5073
    @sidheswarbailung5073 หลายเดือนก่อน +25

    জগদীশ ভূঞা দেৱক আকৌ এবাৰ শদিয়াৰ MLA হোৱাতো বিচাৰো। ভগৱানৰ ওচৰত তাকে প্ৰাথনা জনালোঁ।

  • @Mathsmagic567
    @Mathsmagic567 หลายเดือนก่อน +11

    One of the best MLA of our Sadiya Assembly........huge respect for you ❤

  • @gogoiharatsir418
    @gogoiharatsir418 หลายเดือนก่อน +18

    শদিয়া বাসী হিচাপে আপোনাক বিধায়ক হিচাপে নোপোৱাটো আমাৰ দুৰ্ভাগ্য ।। আপুনি আমাৰ বিধায়ক হওঁক বা নহওঁক , আপোনাৰ নম্ৰতা,ভদ্ৰতা , অমায়িকতা আদিৰ বাবে শদিয়া সমষ্টিৰ হৃদয়ত সদাই থাকিব ।।🙏🙏

  • @ArunRajkuwar-yp2qn
    @ArunRajkuwar-yp2qn หลายเดือนก่อน +2

    জগদীশ ভূঞাক বহত বহ্নত ধন্যবাদ ।

  • @dibakarphukan8536
    @dibakarphukan8536 หลายเดือนก่อน +13

    জগদীশ দা বৰ ভাল মনৰ মানুহ কিন্তু ৰাইজে বুজি নাপালে যোৱা বাৰ নিৰ্বাচনত

  • @dipankarmahanta4437
    @dipankarmahanta4437 หลายเดือนก่อน +8

    Mur agoraki vl manuh jagadish bhuyan sir ,,tekhetor esposhobadi kothabur krne vl lge ,,,

  • @PranjalBorgohain
    @PranjalBorgohain หลายเดือนก่อน +20

    শদিয়াবাসী হিচাপে আপোনাক বহুত সন্মান কৰো ছাৰ!❤😢

    • @thelifevlogzs7211
      @thelifevlogzs7211 หลายเดือนก่อน

      কিন্তু ভোট হে নিদিয়ে ন ?

  • @kamalapatar1465
    @kamalapatar1465 หลายเดือนก่อน +1

    জগদীশ ভূঞা চাৰক বহুত বহুত ধন্যবাদ 🙏

  • @bhargaV567d
    @bhargaV567d หลายเดือนก่อน +6

    Thank you parasr da.. ... Ankowa ajon manoh k sinaki korai diya r babe

  • @ashrafulchowdhury7769
    @ashrafulchowdhury7769 หลายเดือนก่อน +8

    জগদীশ ভূঞাৰ ভাল মানুহ কাৰণে
    মই তেখেতৰ লগত আছিলোঁ,আছোঁ আৰু তেওঁৰ লগতে থাকিম

  • @bgogoigoigoi
    @bgogoigoigoi หลายเดือนก่อน +9

    খুব ভাল মনৰ মানুহ জগদীশ ভূঞা

  • @pratyushpavansarmah7656
    @pratyushpavansarmah7656 หลายเดือนก่อน +2

    দাদা সদায় একক অনন্য আৰু ব্যতিক্ৰম❤🙏❤️🙏

  • @KabitaGohain-lg7fr
    @KabitaGohain-lg7fr หลายเดือนก่อน +3

    জগদীশ দাদা বহুত ভাল মানুহ আমাৰ বাবে তেওঁ এজন ভগৱান ❤

  • @aaina9365
    @aaina9365 หลายเดือนก่อน +3

    ভাল লাগিল অনুষ্ঠানটো ।

  • @palashborah5319
    @palashborah5319 หลายเดือนก่อน +9

    আপোনাৰ জাতিয়াতবোধক যঠেষ্ট সন্মান কৰো দাদা

  • @bijuchangmai5839
    @bijuchangmai5839 หลายเดือนก่อน +6

    Salute Jagadish Bhuyan for your Contribution of Dhola Sodiya Bridge

  • @CharuDeka-os7up
    @CharuDeka-os7up หลายเดือนก่อน +4

    ৰনৈতিক নেতা এনেকুৱা হব লাগে জয় আই অসম

  • @বিতোপন
    @বিতোপন หลายเดือนก่อน +9

    মানুহজন ব্যক্তিগত ভাৱে ভাল পাওঁ,
    ৰাজনৈতিক ভাৱে কিছুমান মানুহ চিনি পাওঁতে ভূল কৰিছিল তাৰ ফল ভোগ
    কৰিছে,আৰু স্হান সলনি কৰি মান হেৰুৱাইছে।

  • @madhumitasaikia1
    @madhumitasaikia1 หลายเดือนก่อน +7

    আমাৰ জিলাৰ নেতা। এদিন আপুনি মুখ্য মন্ত্ৰী হব বুলি আশা ৰাখিলোঁ। কষ্ট কৰি আগবাঢ়ক, সত্য পথেৰে।

  • @bijaydas5508
    @bijaydas5508 หลายเดือนก่อน +4

    কি বুলি ধন্যবাদ দিম ছাৰ আপোনাক চকুৰ পানী নিগৰি আহিলে। ইয়াৰ পৰাই সেৱা জনালোঁ 🙏 আপোনাক......

  • @pulenyatra4451
    @pulenyatra4451 หลายเดือนก่อน +4

    One secondu video to moi script nokorilu bohut val lagil ai episode to sai, jagodish da hosai bohut kumol antoror manuh, apuni hodai valei thakok dada moi apunak adin log dhora olekh hepah thakil ❤️

  • @kanakdeka512
    @kanakdeka512 หลายเดือนก่อน +1

    আপোনাৰ কথাখিনি ১০০-% সত্য ।

  • @TridipDoley-ro3rr
    @TridipDoley-ro3rr หลายเดือนก่อน +3

    বহুত বহুত শুভেচ্ছা থাকিল!

  • @bimansaikia4305
    @bimansaikia4305 หลายเดือนก่อน +3

    সাধাৰণতে মই ৰাজনীতি নেতা ক পদ সোৱা কৰিবলৈ মন নাজায় । কিন্তু আপোনাক আজি মই পদ সোৱা ইয়াৰ পৰাই কৰিলো । আত্মাই সেৱা কৰিলে দৈহিক সেৱা নকৰিলেও হয়।

  • @teauphabaruah9506
    @teauphabaruah9506 หลายเดือนก่อน +3

    Sadiyat Bht val val Kam kri gol Gaon Gaon club ghr bur Apuni bonai thoi jua

  • @BontiSonowal-d6g
    @BontiSonowal-d6g หลายเดือนก่อน +3

    50% ভিতৰত 40% বুলি কোৱা কথাটো 100%সচা আকৌ এবাৰ বিধায়ক হ'লে শদিয়া সমষ্টি আৰু উন্নতি হ'ব সকলোৱে সহযোগিতা কৰিব লাগে।মনে প্ৰাণে কৈছোঁ সঁচাই এনে বিধায়ক লাগে।

  • @namita583
    @namita583 หลายเดือนก่อน +4

    অনুষ্ঠানটি চাই ভাল লাগিল

  • @panchananbora1867
    @panchananbora1867 หลายเดือนก่อน

    Probably one of the best interview I have ever watched...

  • @packman7937
    @packman7937 หลายเดือนก่อน +1

    Manonio Bhuyan Sir, Mur jibonor obhigyota Bhuyan sir ane ajon MLA/Minister hoi police lukok proujon anuhori morom, hotman diye.Siror tast hua hokolu Luke tene kotha gyato.❤ You Sir.

  • @anjusonowal4536
    @anjusonowal4536 หลายเดือนก่อน

    ভূঁঞা da man of character।he has a good philosophy in Assam,s politics

  • @nripenbaruah8494
    @nripenbaruah8494 หลายเดือนก่อน

    Sir apunar kothabure bahu otit porikrama monot pelai dile,,,,,, God bless you

  • @mridulchoudhury2504
    @mridulchoudhury2504 หลายเดือนก่อน

    অনুষ্ঠানটো চাই সঁচাকৈয়ে বহুত ভাল লাগিল প্ৰায় ডেৰ ঘন্টা সময় কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ কোনো ৰাজনৈতিক নেতাক মোৰ পছন্দ নহয় কিন্তু আপোনাৰ কথাবোৰ শুনি মোৰ হৃদয় চুই গৈছে আৰু ধলা শদিয়াৰ দলং ৰ আৰৰ কথাখিনি জানিবলৈ পায় বহুত ভাল লাগিল আৰু অসমৰ পাঁচজনকৈ লৰা ৰ পৰিয়ালে পলমকৈ হ'লেও ন্যায় পোৱা কথাটো জানিব পাৰি মন চুই গৈছে আজিৰ দিনটোত এনেকুৱা ৰাজনৈতিক নেতা বিচাৰি পোৱা আজিৰ ৰাজনৈতিক নেতাই নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে আৰু নিজৰ মুনাফাৰ বাবে ৰাজনৈতি কৰি আহিছে

  • @LiftingIron
    @LiftingIron หลายเดือนก่อน +1

    বহুত ভাল মানুহ আনত কৈ পৃথক আৰু অন্যন্য ..

  • @seujsaikia6565
    @seujsaikia6565 หลายเดือนก่อน +1

    অতি স্পৰ্শকাতৰ বিষয় এটা আজি ৰাইজৰ মাজলৈ লৈ অনা হ'ল । বহুত ভাল লাগিল । কিন্তু,,, এটা কথা দুখ লাগে যে, মাননীয় প্ৰাক্তন বিধায়ক তথা অসম ৰাজ্যিক পৰ্য্যটন মন্ত্ৰী শ্ৰীযুত জগদীশ ভূঞা চাৰৰ একক প্ৰচেষ্টাৰে প্ৰাণ প্ৰতিষ্ঠা হোৱা ধলা শদিয়াৰ দংলখন যে তেখেতৰ বলিষ্ঠ পদক্ষেপত হ'ল সেই কথাটো কিছুমান ধুৰন্ধৰ দগাবাজে মানি ল'ব নোখোজে । এই বাৰ্তালাপ অনুস্থানৰ পৰাই সেই সকলক ধিক্কাৰ দিছোঁ আৰু লগতে ক‌ওঁ যে, সূৰ্যক কেতিয়াও এটুকুৰা ক'লা কাপোৰেৰে ঢাকি ৰাখিব নোৱাৰে ।

  • @parashmonibhuyan9760
    @parashmonibhuyan9760 หลายเดือนก่อน +2

    ভাল লাগিল video টো চাই।

  • @rinkugogoi5971
    @rinkugogoi5971 หลายเดือนก่อน +1

    বহুত ভাল লাগিল।

  • @tafavlogsassam
    @tafavlogsassam หลายเดือนก่อน +5

    Kotha bor huni Val lagile

  • @AbbasAli-p6r
    @AbbasAli-p6r หลายเดือนก่อน +1

    অসমৰ সাংবাদিক হিচাপে পৰাশৰ ছাৰক বহুত ভাল লাগে আৰু বহুত সন্মান কৰোঁ।
    জগদীশ ভুঞা ছাৰ প্ৰকৃত অসমীয়া আৰু এজন দক্ষ ৰাজনৈতিক নেতা।
    যিজনে টকাৰ বিনিময়ত নিজকে বিক্ৰী কৰা নাই।
    আজিৰ অগপ টকা আৰু ক্ষমতাৰ বিনিময়ত নিজকে আঞ্চলিক ৰাজনৈতিক দল হিচাপে পৰিচয় দিয়ে।
    যি অগপ আজি দিল্লীৱালাৰ হাতৰ পুতুলা। নিজৰ বুলিলৈ একো নাই।
    কেৱল ক্ষমতাৰ বাহিৰে।
    আজিৰ আছু, দিল্লীৱালাৰ নেতা গঢ়াৰ কাৰখানাত পৰিনত হৈছে।

  • @AnilMazumdar-s4y
    @AnilMazumdar-s4y หลายเดือนก่อน +3

    চক্ৰপানি আজিৰ আলোচনা চক্ৰ বহুত ভাল লাগিল আৰু বহুত নজনা কথা জনিব পাৰিলো | মাত্ৰ মূখ্যমন্ৰীৰ প্ৰশ্ন সোথোতে সথিক নোহোৱা যেন লগিল : অসমৰ আতাইতকৈ বলিষ্ঠ ,দক্ষ আৰু নিতীনিস্ত মূখ্যমন্ৰী আছিল বিসনুৰাম মেধি : তেখেতে যদি দহ বছৰ মূখ্যমন্ৰী পদত থকিলহেতেন তেনেহলে আজিৰ এই বিদেশী সমস্যাই নথাকিল হেতেন | ধন্যবাদ

  • @crazygirl8574
    @crazygirl8574 หลายเดือนก่อน +2

    Khosai val lagile ❤❤ ককাইদেউ ❤❤

  • @momichetia2149
    @momichetia2149 หลายเดือนก่อน +5

    Hodai pronam,❤ jonisu

  • @arupgogoi5157
    @arupgogoi5157 หลายเดือนก่อน +4

    ভাল মনৰ মানুহজন❤️

  • @Redself...
    @Redself... หลายเดือนก่อน +3

    Great achievement 🎉

  • @naimhkhan
    @naimhkhan หลายเดือนก่อน +1

    Onek onek shuvkamna - o shuveccha.......... ❤️💐🌹

  • @hritizgogoi3739
    @hritizgogoi3739 หลายเดือนก่อน +1

    You are great Jagadish da. And apuni haara nai politics t. Etyau bohuut baki ase apunar rajnoitik career.

  • @pathorighat
    @pathorighat หลายเดือนก่อน

    Kuwakhini jodi 100% satya tetiahole apunak hridoyr pora salute dada...❤

  • @ushakonwar8389
    @ushakonwar8389 หลายเดือนก่อน +2

    Heartiest man. Pronam.

  • @aaravkafleh5484
    @aaravkafleh5484 หลายเดือนก่อน +6

    Hohoj horol Sir ajon bohut vall manuh sirak June log paise kotha patise heijone bujibo sirk ❤❤ kakopothar An-man-shan
    জয় আই অসম ❤

  • @mamonidevi617
    @mamonidevi617 หลายเดือนก่อน

    Bohut bohut bhal lagil dukhu lagil❤❤

  • @Mridu-hr4er
    @Mridu-hr4er 15 วันที่ผ่านมา

    Bohut vl lagil❤

  • @ptosantabora708
    @ptosantabora708 หลายเดือนก่อน

    ব হু---ত , ব হুত -- -- - সুন্দৰ অনুস্থান ।

  • @shyamolbarman7015
    @shyamolbarman7015 หลายเดือนก่อน +1

    Such a great personality

  • @samirozah8236
    @samirozah8236 หลายเดือนก่อน

    Sir r bht njna ktha janilu ajir pra apunaloi ru xonman bahil ❤ vgbne xdy vle rkhk apunak

  • @santonugogoi
    @santonugogoi หลายเดือนก่อน +3

    Love from sadiya ❤

  • @purnanathborah2729
    @purnanathborah2729 หลายเดือนก่อน +9

    ১৯৮৩ চনতে আছু ত্যাগ কৰিলোঁ যদিও জগদীশ ভুঞাক আজিও ভাল পাওঁ তেওঁৰ কামকাজ আৰু চিন্তাৰ বাবে ৷

  • @MridulSarania-h1f
    @MridulSarania-h1f หลายเดือนก่อน

    সঁচাকৈ দাদা কবলৈ ভাষা নাই। 😢❤❤❤❤

  • @KiskorKumar-qy2zm
    @KiskorKumar-qy2zm หลายเดือนก่อน

    জগদীশ ভূঞা অসমৰ বাবে বিধায়ক হোৱা টো বিছাৰো

  • @DharmendraDas-o6f
    @DharmendraDas-o6f หลายเดือนก่อน

    Apuni aji bohut val manuh ajonak matise very good,

  • @UllashDeka
    @UllashDeka หลายเดือนก่อน

    Buhut val lgise podcast tu xuni

  • @jahanarayasmin15
    @jahanarayasmin15 หลายเดือนก่อน +1

    খুউৱ ভাল লাগিল দাদা৷

  • @bitumoni1570
    @bitumoni1570 หลายเดือนก่อน

    Aji loi best episode buli vabu....

  • @debojitdohotia6608
    @debojitdohotia6608 หลายเดือนก่อน +6

    Ai manuhjonk Moi hodai respect koru

  • @RinaGogoi-q6b
    @RinaGogoi-q6b หลายเดือนก่อน +3

    Bhaut। val
    Iagil

  • @bhaskarpratimsaikia2175
    @bhaskarpratimsaikia2175 หลายเดือนก่อน

    ভাল লাগিল,

  • @darshanandhereverythingbhu7996
    @darshanandhereverythingbhu7996 หลายเดือนก่อน

    Jagadish dai muk Haru bhai buli hambudhan kara hunisilu, tekhetar hai scooter t uthi camping karute ata gubaruwa chakut lagi chaku phuti gaisil pisat operation kari val palu, kintu teok kuwa nahal, Love you dada, Ananda

  • @roktimraag1129
    @roktimraag1129 หลายเดือนก่อน

    ভাল মানুহবোৰক নিউজ চেনেলত দেখিবলৈ পোৱা নাযায় 🙏 ভাল লাগিল আমন্ত্ৰণ কৰা বাবে

  • @bhaijivan4572
    @bhaijivan4572 หลายเดือนก่อน +2

    My fathers favourite MLA Jagadeesh Bhuyan

  • @gitagoswami3129
    @gitagoswami3129 หลายเดือนก่อน +6

    ফটা হক চিটা হক পাটৰ টঙালি, কণা হক কুজা হক ভূঞাৰ পোৱালী

  • @pobanborah8382
    @pobanborah8382 หลายเดือนก่อน

    Super duper 😊,Val lagil

  • @arpanbora8423
    @arpanbora8423 หลายเดือนก่อน +2

    The man❤

  • @JitaksharBailung-x4r
    @JitaksharBailung-x4r หลายเดือนก่อน +1

    He will be next CM of Assam.we need..him ❤❤❤❤

  • @pankajsaikia7191
    @pankajsaikia7191 หลายเดือนก่อน

    Bht vl lagil Sai...tekhetor kotha bur hosai hunibo logia dei

  • @siddikali3972
    @siddikali3972 หลายเดือนก่อน

    Dada val lagil programto

  • @sajanjyotichetia8808
    @sajanjyotichetia8808 หลายเดือนก่อน +1

    Salute sir 🙏

  • @jojoingsa-xp8um
    @jojoingsa-xp8um หลายเดือนก่อน +2

    ভাল মানুহ হয়।

  • @tribenigogoi7273
    @tribenigogoi7273 หลายเดือนก่อน +1

    God bless you sir

  • @teauphabaruah9506
    @teauphabaruah9506 หลายเดือนก่อน +2

    Val manuh ❤

  • @prabitachutia448
    @prabitachutia448 หลายเดือนก่อน +3

    মোৰ ভাল লগা মানুহ জনেই হ'ল জগদীশ ভূঞা ডাঙৰীয়া ।

  • @Lakhya-sl6xd
    @Lakhya-sl6xd หลายเดือนก่อน +3

    "আমি অসমীয়া" চিনেমা খনৰ পৰা আপুনি প্ৰিয়......! আপুনি চিনেমাৰ মানুহ , ভাল মানুহ .... ৰাজনীতি পৰা আঁতৰি আহক দাদা

  • @geetachetri5727
    @geetachetri5727 หลายเดือนก่อน +1

    Nice podcast

  • @rajengogoi193
    @rajengogoi193 หลายเดือนก่อน

    Dhany dhany Bhuya sir

  • @ChongiGabur223
    @ChongiGabur223 หลายเดือนก่อน

    Val kotha kuise

  • @binadeori3158
    @binadeori3158 หลายเดือนก่อน

    Apunar xaikhait 2 Sai asu bahutu najana Katha janilu. Dhainyabad.

  • @As05870
    @As05870 หลายเดือนก่อน +2

    ভাৰতীয় সেনাক ভাল পোৱা অসমীয়া সকলে এবাৰ চাব, আৰু অপাৰেশ্যন ব্ৰজ্ৰং আৰু অপাৰেশ্যন Rhino ৰ দিন বোৰ মনত পেলাওক।

  • @ProbinNeog-i6q
    @ProbinNeog-i6q หลายเดือนก่อน +1

    জগদীশ ভুঞা দেৱক শদিয়া ৰ দলঙৰ বহু অৰিহণা আছে। দলঙ নোহোৱা দিনৰ পৰাই বহু কথা মনত পৰে। তেওঁ ক নমস্কাৰ জনালো।

  • @Monoranjan-sf2tc
    @Monoranjan-sf2tc หลายเดือนก่อน

    Salute sir

  • @SimantaDutta-k3x
    @SimantaDutta-k3x หลายเดือนก่อน +1

    Jagadish bhuiyan sir ❤❤

  • @santanuduarah7188
    @santanuduarah7188 หลายเดือนก่อน

    First r kotha khini xuni valai lagil, like a good script. Jene hator😂pora kahi pori jua, skur pani ulaiai duarit roi thoka etc. kintu aamr dewta -maa , bordewta-khura, mama- mamir mote hai hokal tothakothita AGP (jetia aapuni u MLA/minister asil) a aamar axom khan vote r sarthat hekh korile bule. Besi nokou xomoyt proyujan budh korile kom.

  • @matilalbayan8509
    @matilalbayan8509 หลายเดือนก่อน

    Hope you will come next time to Sadia constituency with greater experience. Welcome to you.

  • @gouranga9471
    @gouranga9471 หลายเดือนก่อน +3

    শ্ৰী কৃষ্ণ শদিয়া ক আহোঁতে উত্তৰ প্ৰদেশ ৰ পৰা কলকাতা হৈ dhubri হৈ বৰপেটা ৰোড হৈ আছিল নেকি বাৰু ৰোড হৈ পাঠশালা হৈ ৰঙিয়া হৈ গুৱাহাটী হৈ সেণেকৈ গৈ শিৱসাগৰ হৈ ডিব্ৰুগড় হৈ তিনিচুকীয়া হৈ শদিয়া পাইছিল নেকি বাৰু

    • @umaroy4090
      @umaroy4090 หลายเดือนก่อน

      Gadha the great

  • @SagorikaGogoi-n2s
    @SagorikaGogoi-n2s หลายเดือนก่อน

    Apunar 2021 elecano moi bor val lagisil akou apuni sadiya bidayk hob buli Ami bhut hohai korisilu