ড্ৰেগন ফলৰ March/April ত কেনেকৈ যতন ল'ব?(How To Nurture Dragon Fruit)

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024

ความคิดเห็น • 13

  • @bijoyhandique578
    @bijoyhandique578 4 หลายเดือนก่อน

    অতিশয় ভাল লাগিল। বৰা ডাঙৰীয়া ৰঙালীৰ শুভেচ্ছা থাকিল

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน

      ধন্যবাদ। সন্দিকৈ ডাঙৰীয়া,নতুন বছৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনালোঁ।

  • @sabitatailoringcooking8918
    @sabitatailoringcooking8918 4 หลายเดือนก่อน

    বৰ ধুনীয়া

  • @mridulkalita2940
    @mridulkalita2940 4 หลายเดือนก่อน

    Nice

  • @souravrabha9236
    @souravrabha9236 4 หลายเดือนก่อน

    কেপচিকাম আৰু ষ্ট্ৰবেৰি খেতি কেনেকৈ কৰে তাৰ ওপৰত ভিডিও দিবছোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน

      ঠিক আছে।সময়ত দেখা যাব। ধন্যবাদ।

  • @babitahazarika6300
    @babitahazarika6300 4 หลายเดือนก่อน

    পুলি কত পোৱা যাব

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน

      ডাঙৰ নাৰ্চাৰীত পোৱা যায়। গুৱাহাটীত ulubari nursery (government)ত পোৱা যায়। ধন্যবাদ।।

  • @RitamoniDoimari
    @RitamoniDoimari 15 วันที่ผ่านมา

    বাল্টিটোৰ তলত কিবা দি লয় নে দাৰেক মাটিতেই থয়

    • @borahskitchengarden2487
      @borahskitchengarden2487  15 วันที่ผ่านมา

      @@RitamoniDoimari তলত কিবা দিলে ভাল। তেতিয়া পানী ভালকৈ ওলাই যাব। ধন্যবাদ।

    • @RitamoniDoimari
      @RitamoniDoimari 12 วันที่ผ่านมา

      @@borahskitchengarden2487 ধন্যবাদ দাদা