এপ্ৰিল ফুল 🌸 বনাম পদুম ফুল 🌷 অসমীয়া জাতিক, ভাৰতীয় সংবিধানক আৰু গনতন্ত্ৰক বছাবলৈ বিজেপিক ভোট নিদিব।

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • #election #mpelection2024 #assam #highlights #gogamukh #bjp #congressnews
    এপ্ৰিল ফুল 🌸 বনাম পদুম ফুল 🌷
    অসমীয়া জাতিক, নিজৰ ভাষা কৃষ্টি সংস্কৃতি খাদ্য সুৰক্ষা কৰিবলৈ। লগতে
    ভাৰতীয় সংবিধানক আৰু গনতন্ত্ৰক বছাবলৈ বিজেপিক ভোট নিদিব।
    ভাৰতীয় গনতন্ত্ৰৰ কফিনত শেষৰটো গজাল 📍 মাৰিব। বিজেপিয়ে যদি লোকসভা নিৰ্বাচনত তেওঁলোক জয়ী হয়।
    গতিৰে এইয়াই সুবৰ্ণ সুযোগ।
    ভোট দিয়াৰ সময়ত এবাৰ চিন্তা কৰিব। নিজৰ বাবে আৰু ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়াৰ স্বাৰ্থত।

ความคิดเห็น • 2