বিশাল আৰু চুমিৰ অকথিত আখ্যান পোহৰলৈ.....মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ม.ค. 2025

ความคิดเห็น • 330

  • @Danirojasfc6
    @Danirojasfc6 4 หลายเดือนก่อน +36

    Absolutely 👏 👏👏
    #বিশাল ফুকনে আহোমসকলৰ নাম মাটিত মিলাই দিলেঁ।" 😔
    #এইবোৰ কাম আমাৰ হিন্দুধৰ্মৰ ল'ৰাৰ বাবে যদি মুছলমান ধৰ্মৰ ল'ৰাবোৰে কৰিলে হয়! তেতিয়া কথাবোৰ কোন ?" দিশত আলোচনা হ'ল হয়।" এবাৰ চিন্তা কওকছোন।
    🤔🥱😱🦅📞🙏
    #চৰকাৰে কোনো পধ্যেই এওঁলোকক সহায় নহৰেঁ যেন।" এবাৰ এওঁলোকক সহায়ৰ হাত আগবঢ়াই দিলেঁ এওঁলোকে আকৌ এনেধৰণৰ ভুলবোৰ কৰি গৈ থাকিব। " যেনেকৈ বন্ধন বেংকৰ ঘটনাবোৰ.....।"

    • @Danirojasfc6
      @Danirojasfc6 4 หลายเดือนก่อน +2

      am i right 😊🦅
      Sir. 🙏

    • @BudhinBorgohain
      @BudhinBorgohain 4 หลายเดือนก่อน

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @jyotigogoi3507
    @jyotigogoi3507 4 หลายเดือนก่อน +9

    অপূৰ্ব জ্যোতি বৰুৱাই ..মানুহে মানুহ হিচাপে কি কৰা উচিত? বৰ সুন্দৰকৈ কলে ..ঠিক কথা কলে আপোনাক অশেষ ধন্যবাদ।।

  • @tileswaryein1295
    @tileswaryein1295 4 หลายเดือนก่อน +1

    যিসকলে টকা জমা কৰিছিল সেইসকলে বোধকৰোঁ গৌৰৱবোধ কৰিছে। কিন্তু নিতুমনিহঁতৰ দৰে বৰ্ণ-বৈষম্য নামধাৰি সাংবাদিকসকলে চকু কপালত উঠিছে । সাংবাদিকৰ মুখত সংকীৰ্ণতাই ঠাই পাব নালাগে । মই বিশালৰ সমৰ্থক নহয় । মাত্ৰ বিশালক ২২ বছৰীয়া, খীন-মিন এই লৰটোৱে কেনেকে সম্বৱ হল, এই বাক্যশাৰী শুনি শইকীয়াক ভালকৈ চিনি পালো । বিশালৰ ওচৰত নেদেখাজনৰ আৰ্শীক আছে ।সৰু লৰাই বিশ্ব ৰেৰ্কড কৰা ইতিসাক বহূত আছে তেনেস্থলত ? অধ্যয়ন কৰাৰ প্ৰয়োজন আছে । বিশালৰ বহূত প্ৰতিভা আছে । কিন্তু ভাগ্যৰ চকৰি যেনিয়ে ঘুৰে, মানৱৰ গতি তেনিয়ে চলে । এই বাক্যফাকিক শাস্ত্ৰই কৈছে ।
    গতিকে---------------।🎉🎉🎉🎉।

  • @hiteshdeka153
    @hiteshdeka153 4 หลายเดือนก่อน +29

    বিশাল বৰা আৰু চুমী বৰাক চৰকাৰে Encounter কৰিব লাগে। মানুহে ভাল পাব

    • @madhusmitabaruah7957
      @madhusmitabaruah7957 4 หลายเดือนก่อน +3

      একদম সঁচা

    • @bishtirambasumatary8185
      @bishtirambasumatary8185 4 หลายเดือนก่อน +2

      Bishal Borah ,Sumi Borah nisina manu axomot lagey .

    • @pujadas2096
      @pujadas2096 4 หลายเดือนก่อน

      Right

    • @Meenakhi-h2c
      @Meenakhi-h2c 4 หลายเดือนก่อน

      gggggggdggggggggggggggggggggggggdgggsgggggggggggggddgddggggggggggggddgddgd₹dgggdgdgggggagaaaaa@ccacVVVVV 2:00 :❤

  • @RationalistAssam
    @RationalistAssam 4 หลายเดือนก่อน +84

    ঠিক সেইদৰে দেখাক দেখি মানুহবোৰ জ্যোতিষী, বাবা, অগ্নিনাভ বাইদেউ আদিবোৰৰ কবলত পৰি আছে...

    • @dipumonidas7020
      @dipumonidas7020 4 หลายเดือนก่อน +8

      Aponi o j aru

    • @protimadutta2890
      @protimadutta2890 4 หลายเดือนก่อน +5

      লোভে পাপ পাপেই ঠগন----

    • @mitalideka456
      @mitalideka456 4 หลายเดือนก่อน +1

      ৰাইট

    • @moloyborthakur2877
      @moloyborthakur2877 4 หลายเดือนก่อน

      Ppppppp​@@dipumonidas7020

    • @kuldeepmix
      @kuldeepmix 4 หลายเดือนก่อน

      Astrology is genuine...

  • @bsharma5530
    @bsharma5530 4 หลายเดือนก่อน +57

    এইবোৰ promote কৰা youtuber কেইজনক ধৰিব লাগে | হাতত Mobile এটা লৈ কিবা এটা ভিডিঅ বনাই দিলেই হৈ যায় মানে |
    Dimpu, Bikash ৰ নিচিনা বিয়াগোম বিয়াগোম youtuber এ Gambling App promote কৰে | ইহঁতৰ ওপৰতো ব্যৱস্থা লব লাগে |

  • @pinkuutpal6032
    @pinkuutpal6032 4 หลายเดือนก่อน +78

    মূৰ্খ থকালৈ কে ধুৰ্ত থাকিবই 😂😂😂😂😂

    • @its__me-
      @its__me- 4 หลายเดือนก่อน +8

      bhut dhunia katha kisa

    • @ajoychamuah3459
      @ajoychamuah3459 4 หลายเดือนก่อน +1

      বাইদেউ জনীয়ে নিজৰ ভূল মানি লব টান পাইছে।। Police ক দোষ দিছে

    • @BhagirathUpadhyay-lu4bi
      @BhagirathUpadhyay-lu4bi 4 หลายเดือนก่อน

      0⁰p⁰p0⁰pp55j⁰​@@its__me-

    • @Satyakumarnath-lo7uh
      @Satyakumarnath-lo7uh 4 หลายเดือนก่อน

      Llll
      1:38 😅😅😊😅😅😊😅o OK looking😅ooo lo ool​@@ajoychamuah3459

    • @rajibdutta1659
      @rajibdutta1659 4 หลายเดือนก่อน +1

      হয়

  • @titudoloi5388
    @titudoloi5388 4 หลายเดือนก่อน +25

    সচাঁ কথা share market বদনাম কৰিছে কিন্তু আমাৰ অসমত নজনা মানুহ বহুত আছে শিক্ষিত মানুহবোৰেও লোভত আনক টকা দিয়ে আগতে শিকি লওক জানি লওক। share market বদনাম কৰিব নালাগে। টকা দিয়াটোও ভুল কিন্তু hera pheri movie খনৰ দৰে হল। আমাৰ মানুহবোৰে বাৰে বাৰে ঠগ প্ৰৱঞ্চনাৰ সন্মুখীন হয় তথাপিতো কিন্তু মানুহে বাৰে বাৰে সেইফালে যাই। অপূৰ্ব দাদাই ঠিকেই কৈছে।

  • @riturajgogoi1075
    @riturajgogoi1075 4 หลายเดือนก่อน +2

    Show টো ভাল লাগিল । সময়ুপযোগী হৈছে ।

  • @jayadass2681
    @jayadass2681 4 หลายเดือนก่อน

    বাইদেউ ৱেব সত্য কথা কৈছে।

  • @dilipganju3495
    @dilipganju3495 4 หลายเดือนก่อน

    Yes sir

  • @Sangeeta965
    @Sangeeta965 4 หลายเดือนก่อน

    Prog tu bor val lagil , atya anekuwa prog hae lage

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr หลายเดือนก่อน

    এই বিষয়ে মোৰ জ্ঞান সমুলিও নাই। যদিও এজনে চুৰ দকাইত ধৰে বহু কষ্ট পৰিশ্ৰম কৰি আৰু কোনো কোনো লোকে সেই কেইজনৰ সহায়ক হৈ কৰ্তৃপক্ষৰ পৰা উলিয়াই আনে।।

  • @tileswaryein1295
    @tileswaryein1295 4 หลายเดือนก่อน +3

    বিশাল ফুকনক খীন বা তুচ্চ- তাচ্চল্য বুলি ইতিকিং কৰাটো গ্ৰহণযোগ্য নহয় ।বিশাল বুদ্ধিমান সাহকি সাম্প্ৰতিক সময়ৰ যোগ্য উদ্যমি যুৱক। ভুল হৈছে বিচাৰ কৰক কৈক্ষিয়ৎ তালাফ কৰক । কিন্তু ইতিকিং কৰাটো সাংবদিকৰ লক্ষ্য হব নালাগে।
    মহাভাৰতৰ আটাইতকৈ বুদ্ধিমত্বা ব্যক্তিজন কোন আছিল ?🎉🎉।

  • @arupgogoi8197
    @arupgogoi8197 4 หลายเดือนก่อน

    👍👍

  • @rupambhuyan5
    @rupambhuyan5 4 หลายเดือนก่อน +4

    Well informative show... good job

  • @hemantaborah3953
    @hemantaborah3953 4 หลายเดือนก่อน +6

    ৪০দেওনা পাৰ কৰিলোঁ টকা ২০ হেজাৰ গুটাব পৰা নাই ইহঁত কালি কণী ফাটি ওলোৱাহঁতে ইমান টকা ক'ত পালে ?

  • @AnimaChutia-j4r
    @AnimaChutia-j4r 4 หลายเดือนก่อน +18

    Justice for purbanchal 😅

  • @kuheswarpayeng5813
    @kuheswarpayeng5813 4 หลายเดือนก่อน +5

    আমাৰ অসমতা যে কম বয়সীয়া কোটি পতি busyness man ase bahut bhal kotha.

  • @basantiboro4314
    @basantiboro4314 4 หลายเดือนก่อน +29

    সৰু, সৰা চুৰক মাৰপিত কৰে এতিয়া নাচিব নাজানা , অভিনয় কৰিব নাজানা চুমী বৰাক চুলি কাতি চেনদেলৰ মালা পিন্ধাব পাৰিব নে ?

    • @its__me-
      @its__me- 4 หลายเดือนก่อน

      bhut dhuneya

  • @nazmabegum6274
    @nazmabegum6274 4 หลายเดือนก่อน +2

    ডাঙৰ মানুহ বোৰৰ মাজত যে যি সকল চাকৰিয়াল ,বা চাকৰীৰ অৱসৰ লোৱা সকলে যেনে police ৰ অৱসৰ বা আৰ্মী অৱসৰ লোৱা সকলে যদি এই business বোৰ লৈ আহে আৰু আহিছে , সেয়ে আমি ভুক্ত ভুগি কাৰণ আমি তেওঁ লোকক বিশ্বাস কৰি এখোজ আগবাঢ়ি যাওঁ । সেই সকলৰ কথা কোনেও নকয়।

  • @birshu1234
    @birshu1234 4 หลายเดือนก่อน +8

    very important point within this discussion at 10min: black money can be used only to buy land....this gives a reference to a certain topic other than fraudster

  • @pradipborah526
    @pradipborah526 4 หลายเดือนก่อน

    Right information

  • @ganeshmedhi9710
    @ganeshmedhi9710 4 หลายเดือนก่อน +1

    ইহঁতে কাৰ তকা খাইছে চৰকাৰৰ থকা সোবানায় কম সময়ত ধনি হ'ব বিচৰাৰ হে সায়চে

  • @digantabaruah1016
    @digantabaruah1016 4 หลายเดือนก่อน +14

    সাধাৰণ মানুহ খিনিৰ আজিকালি চলিবলৈ, আগবাঢ়িবলৈ, বৰ কঠিন হৈ পৰিছে।

  • @PJKGaming6339
    @PJKGaming6339 4 หลายเดือนก่อน +22

    ঔ হৰি ঔ ৰাম লুভেই পাপ পাপেই লোকচান
    😂😂😂😂😂

  • @madhusudanpanyang1004
    @madhusudanpanyang1004 4 หลายเดือนก่อน

    Romantic hoi golu❤

  • @KulsumBegum-z5b
    @KulsumBegum-z5b 4 หลายเดือนก่อน

    Baideo apunar kotha khini huni vl lagile

  • @PJKGaming6339
    @PJKGaming6339 4 หลายเดือนก่อน +58

    আদাক দেখি উথিল গা অসমত বোলে এতিয়া টেদিঙে খা😂😂😂😂😂

  • @kirongogoi9262
    @kirongogoi9262 3 หลายเดือนก่อน +1

    Nitumoni dangaria upuni kauksun ata sadharan haru lura atai bhal bhal manuhak burbok bonai delay. Atiya Bishal jailot. Luratowe mind to good work use koribah lagishil.

  • @lizagogoi2507
    @lizagogoi2507 4 หลายเดือนก่อน

    Truly agreed with Kamna mam as a student and middle class family

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 4 หลายเดือนก่อน

    লোভেই পাপ।
    পাপেই মৃত্যু।।

  • @aswinimajumder1553
    @aswinimajumder1553 4 หลายเดือนก่อน +2

    আদানী আম্বানিৰ পিছত লাগি থাকোতেই অসমৰ স্বাভিমানী শিল্পী, মম্ভ্ৰান্ত অসমীয়া সমাজৰ চূনা পোহৰত ( lime light) থকা ব্যক্তি সকলো অৰগেনাইজ ক্ৰাইমত হাত উজান দিছে। প্ৰথম দুজনে ভাৰতৰ অৰ্থ ব্যৱস্থা তনকিয়াল কৰি লাখ লাখ মানুহক সকাহ দিছে।

  • @binoydas6838
    @binoydas6838 4 หลายเดือนก่อน +2

    এই ধুৰ কেইটাই যে ইমান হাজাৰ কৌতি টকা মানুহৰ পৰা লুটিলে,সেই টকাবোৰ থৈছে ক"ত ? ইনকাম্ টেক্স অফিচে দেখোন সঘনাই ৰেড মাৰিয়েই থাকে । তেনেস্থলত ইহতঁৰ কথা গম পোৱা নাছিল নেকি ? নে অন্য কিবা ৰহস্য আছিল ?

  • @jagajitsaikia1637
    @jagajitsaikia1637 4 หลายเดือนก่อน +1

    নিতুমনি দা আপুনি বৰ ভাল কথা কয়। আপোনাৰ অভিমত সদায় চাও কিন্তু চুমি বিশাল ৰ কথা চাই চাই ঘিন লাগিছে । পাৰে যদি অনুৰোধ কৰিছো যাতে এনেকুৱা শিক্ষা দিযক অসমত দোনাই আৰু চুমি বিশাল নাম নোলায়

  • @MihirPatar-w4w
    @MihirPatar-w4w 4 หลายเดือนก่อน

    নিটোমনি শইকীয়া দা আপুনি mentioned কৰি দিয়ক youtubers কেইজনৰ কুকুৰ হতক ঘৰত গৈ পিঠি ফালি থৈ আহিম

  • @assa516
    @assa516 4 หลายเดือนก่อน +18

    মেইন পইন্ট ওলাল,ক’লা টকা মাটি কিনি বগা কৰিব পাৰি,তাৰ বাহিৰে একো উপায় নাই৷--- এই বাক্যশাৰীয়ে বহুতক ইন্ধন যোগালে৷

  • @mrinmoyrajbongshi7067
    @mrinmoyrajbongshi7067 4 หลายเดือนก่อน

    Nitumoni da apuni vaal kotha koise .
    Bohria .
    Bohria

  • @rambalram2610
    @rambalram2610 4 หลายเดือนก่อน +18

    যি কেইটাৰ কলা টকা গল.... সেই কেইটাৰ চোৰক মূৰে পালে....😮😮😮😮😮

  • @Majuli4123
    @Majuli4123 4 หลายเดือนก่อน +2

    29:26 Dekhak Dekhi😊 Major Sabdho Tu koboloi olop tan paisu 😅😅😂

  • @amalthakuria6207
    @amalthakuria6207 4 หลายเดือนก่อน +12

    আজি কালি বিমা কৰাৰ কথা কাৱতে কয় যে বীমাত লাভ নাই। কি শ্বেয়াৰ মৰ্কেটত জমা কৰাৰ কথা। বহুত লাভ বোলে। কৰক আৰু কৰক।

    • @theboy4773
      @theboy4773 4 หลายเดือนก่อน +3

      Insurance hsake laav ni ....share market better always,but for long term investors..not by 3rd party ,but with direct broker like grow/zerodha

    • @manabjyotipatowari2044
      @manabjyotipatowari2044 4 หลายเดือนก่อน +1

      Nai insurance t lav ni long term investment better than insurance moi nije poisa double koriso 1 bsrt.

  • @AnjaliMedhi-ff5on
    @AnjaliMedhi-ff5on 3 หลายเดือนก่อน

    এনেকুৱা মানুহক জেল ত ভৰাই থ ব লাগে

  • @jugalpurnarayanpur430
    @jugalpurnarayanpur430 4 หลายเดือนก่อน +1

    এটা সাধু আছে, শহাই কলে পাহাৰ খন খহি পৰিলে তেতিয়া কুকুৰ, মেকুৰী, হৰিণ, অন্যান্য জীব জন্তু দৌৰি বলৈ লাগিলে, সিংহই কলে কত পাহাৰ খহিলে বলচোন চাওঁ, সিংহই গৈ পাই দেখে গছ জোপাৰ তলত এটা বেলহে পৰি আছে, শহা টো বিচাৰ বিবেচনা থকা হলে নদৌৰি সিংহৰ দৰে চাবলৈ গল হয়, মানুহ বোৰ বিচাৰ বিবেচনা কৰা জ্ঞানৰ অভাৱ ঘটিছে। মোক বহুতে বুজাইছিল বহুত টকা পাব তেতিয়া মই কলোঁ, হব আপোনালোকেই ধনী হওঁক । লোভেই পাপ, পাপেই মৃত্যু।

  • @digantabaruah678
    @digantabaruah678 4 หลายเดือนก่อน

    I selute talent of the TENAGERS. They are the icons of our future. Just, it should be lawfull.

  • @Freefiregamar-vd8gr
    @Freefiregamar-vd8gr 4 หลายเดือนก่อน

    Lage Lahe Dhire Dhire Mon seki jai

  • @mitalideka456
    @mitalideka456 4 หลายเดือนก่อน +13

    অপূৰ্ব জ্যোতি ডাঙৰীয়াৰ সৈতে একমত।ইনভেষ্ট কৰা বোৰৰে দোষ।

  • @nayandeka8156
    @nayandeka8156 4 หลายเดือนก่อน +4

    Nitumonida, বাকী বাদ দিয়ক! এই যে "সচেতন মহল" বুলি কলে ক'ত আছেনো গুৱাহাটীৰ?! সৰুৰে পৰা(মানে বাতৰিকাকত পঢ়়িব পৰা হোৱাৰ পৰা) curious হৈ আহিছো! এবাৰ এই ধৰাৰ পৰা যোৱাৰ আগতে চাই আহিলো হৈ!

  • @sanjuhq4253
    @sanjuhq4253 4 หลายเดือนก่อน +22

    অসমৰ এক মাত্ৰ মহিলা কৰিওগ্ৰঅফাৰ বোলে তেখেত বোলে😂

  • @arudas6755
    @arudas6755 4 หลายเดือนก่อน +3

    চুমি বৰাক চিৰদিন জেইলত ৰাখিব লাগে
    আলু পিয়াজ বেপাৰীৰ জীয়েকৰ ফুটনি কি চাব।

  • @babulgogoi-r8d
    @babulgogoi-r8d 4 หลายเดือนก่อน +2

    আমাৰ Dibrugarh ত Trading center আছে ।ধৰিব লাগে

  • @sacindradeka8192
    @sacindradeka8192 4 หลายเดือนก่อน +4

    সকলোৱে মিলিজুলি পইছা খাব।ভূক্তভোগী সকলে একো নাপাই।

  • @MihirPatar-w4w
    @MihirPatar-w4w 4 หลายเดือนก่อน

    আমিও investment কৰি আছোঁ অনলাইন but ধুনীয়া এইবোৰৰ দয়ে নহয়।।।

  • @digantabaruah1016
    @digantabaruah1016 4 หลายเดือนก่อน

    যি কোনো নতুন trend এটা আমাৰ মাজলৈ আহিলে তাত positive, negative দুটা impact থাকে।

    • @biplobdeka9564
      @biplobdeka9564 4 หลายเดือนก่อน

      Eitut positive negative eku nai, eitu eta scam bujile tu

  • @BittuAli-u5v
    @BittuAli-u5v 4 หลายเดือนก่อน

    My faevarat

  • @himanibanikya8168
    @himanibanikya8168 4 หลายเดือนก่อน

    অসমক দুখিয়া কৰিব ওলাইছে

  • @rubikoch5083
    @rubikoch5083 4 หลายเดือนก่อน +8

    লোভেই পাপ পাপে মৃত্যু।

  • @kalpanakataky9092
    @kalpanakataky9092 4 หลายเดือนก่อน

    আপোনাক নিতুমনি শইকীয়া ডাঙৰীয়া এটা কথাত খুব nero যেন লাগিছিল তেতিয়া যেতিয়া আপুনি জুবিন গাৰ্গক সংসাৰ কিয় বঢ়া বুলি প্ৰশ্ন কৰিছিল।আপুনি সেই প্ৰশ্ন সুধি অনুতপ্ত হৈছে নে চাগৈ?

  • @mamonidevi617
    @mamonidevi617 4 หลายเดือนก่อน

    Xundor Anusthan aru nothu

  • @anjugogoi2390
    @anjugogoi2390 4 หลายเดือนก่อน

    Val.Anusthan.thankyou

  • @AjmolAhmed-l5l
    @AjmolAhmed-l5l 4 หลายเดือนก่อน

    Thank you very much sir nitimoni khoikia

  • @Youcanhandleit-04
    @Youcanhandleit-04 4 หลายเดือนก่อน +4

    SEBI registered app bur kiman secure.

  • @satyajitgogoi5561
    @satyajitgogoi5561 4 หลายเดือนก่อน

    Moja lagise 😂😂 watching from Middle east 🇰🇼

  • @prabinsutradhar5692
    @prabinsutradhar5692 4 หลายเดือนก่อน +7

    বোলে দেখাক দেখি উঠিল গা কাতৰি বোলে মোকো খা "কিন্তু আমি ইয়াৰ ভিতৰত কি আছে তাক বিচাৰ বিবেচনা নকৰি কামটো কৰিবলৈ আগবাঢ়ি যাওঁ 'সেইটোৱে আমাৰ ভূল! ঠিক আছে এ ই বিষয়ে সমালোচনা কৰাৰ বাবে! যাতে আগলৈ আৰু এনেকুৱা নহয় জনসাধাৰণ সতৰ্ক থাকক! মত অভি মত লৈ ধন্যবাদ জনাইছো!

  • @mukundabarman5308
    @mukundabarman5308 4 หลายเดือนก่อน +1

    আপোনালোকে কি কৰি থাকে সদায় belegak দোষ দি বাতৰি প্ৰচাৰ কৰি থাকে

  • @bornalimazumdar8924
    @bornalimazumdar8924 4 หลายเดือนก่อน

    সঁচা লোভেই পাপ পাপেই মৃত্যু।

  • @satyabratdevnath5085
    @satyabratdevnath5085 4 หลายเดือนก่อน

    moza

  • @sadhanrai7767
    @sadhanrai7767 4 หลายเดือนก่อน

    বাইদৰ কথা খিনি মিছা নহৈ কিন্তু অপূৰ্ব বৰুৱা দেৱে একেবাৰে খচা কথা কৈছে।

  • @jehirarfan
    @jehirarfan 4 หลายเดือนก่อน +5

    আজিৰ এই অনুষ্ঠানৰ পিছত বুজিব পাৰিছো ইহঁতে কেনেকৈ ঠগিছে।

  • @Nilambarchutia
    @Nilambarchutia 4 หลายเดือนก่อน +1

    মুখ্যমন্ত্ৰীৰ পুতেক হেনো ১৮ টা কোম্পেনীৰ মালিক ? তেনেহলে কাক কি কব ?

  • @nayankalita8694
    @nayankalita8694 4 หลายเดือนก่อน

    ❤❤❤❤❤

  • @AtulKalita-r8r
    @AtulKalita-r8r 4 หลายเดือนก่อน

    Bank managerও bank bal গম পায়। তেতিয়া ও enquiry কৰিব লাগিছিল। কম সময়ত কেনেকৈ কৰপৰা আহিলে।

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v 4 หลายเดือนก่อน

    যি সকলে এই জেগাত টকা থৈছিল তেখেত সকল বুৰ্বক নেকি? টকা থ'বলৈ S.B.I., L.I.C.আৰু বাকী বেঙ্ক বোৰ দেখা নাছিল। টকা যোৱা শুনি ভাল লাগিছে ।

  • @hellonamasteindia7621
    @hellonamasteindia7621 4 หลายเดือนก่อน

    Nomoskaar

  • @rambalram2610
    @rambalram2610 4 หลายเดือนก่อน +14

    আমি সৰুতে দেখিছিলো insurance company আহি অসমৰ পৰা পইছা লোটি নিছিল Peerless ইত্যাদি সংস্থা বোৰে...😮😮😮😮 ৯০ ৰ দশকৰ পৰা আজি লৈকে এই কামটো চলিয়েই আছে, শিক্ষা অসমীয়া মানুহে হে লোৱা নাই...😅😅😅😮😮😮 লগতে ইউটোবাৰ বিলাক.....?? জি বোৰে এই ঠগ বিলাকক ইউটিউব চেনেলত প্ৰমোত কৰিছে....😮😮😮😢😢😢

    • @protimadutta2890
      @protimadutta2890 4 หลายเดือนก่อน +5

      U Tuber বোৰে কমিচন খায় ।

    • @rambalram2610
      @rambalram2610 4 หลายเดือนก่อน

      ১০০% আৰু সিহঁতো জগৰীয়া আইনৰ দৃষ্টিত... উকীল জনে কোৱাৰ দৰে, এইটো এটা organized crime. ইউটিউবআৰ কেইটাক ও তদন্তৰ আওতালৈ আনিব লাগে....!!! ৰাইজে ইয়াৰ দাবী কৰা উচিত...!!!! ইয়াৰ বাহিৰেও ইউটোবাৰ কেইটাই জুৱা খেলৰ ও প্ৰমোচন কৰি আছে সম্পূৰ্ণ মুক্ত ভাবে যেন অসমত আইন, পুলিচ একোৱেই নাই...!!!!

  • @manashsaikia-w3z
    @manashsaikia-w3z 4 หลายเดือนก่อน +2

    Share market investment kora tu val kohta mutual fund SIP koribo pari Ata duta val Share loi portfolio bonabo pari long time karona...kitu amar axomiya manhua nokra...

  • @dipankarphukan8432
    @dipankarphukan8432 4 หลายเดือนก่อน

    টকা আজি দিম কালি দিম কৰি ঠগি আছে । মানুহৰ লাখ লাখ টকা ফঁচি আছে । সহায় কৰক

  • @sumpihazarika9960
    @sumpihazarika9960 4 หลายเดือนก่อน

    nitumoni dada sar apunar avimot sai mor mur gorm hoi goisa

  • @kanaklatachetia8166
    @kanaklatachetia8166 4 หลายเดือนก่อน +3

    Dibrugarh tu ata ase finlab buli tak soku diok heu aketa kori ase trading coaching centre khuli ase Jitu dimpu baruahu promote korise

  • @rushanburagohain6803
    @rushanburagohain6803 4 หลายเดือนก่อน +1

    কুকুৰহঁত টকা থবলে ঠাই নাপালি।Lic.Bank.post office নাপালি।Licৰ ল'ৰা এজন গ'লে নানা প্ৰশ্ন কৰিব জান।এতিয়া কেনে পাইচ।

    • @ParthaGoswami-c6v
      @ParthaGoswami-c6v 4 หลายเดือนก่อน

      হাঃ হাঃ হাঃ মজা দিলে

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 4 หลายเดือนก่อน

    কোনো মুখ্যমন্ত্ৰীৰ দিনত ডেকা ল'ৰা ইমান লাভ বান হোৱা নাছিল। আমাৰ বৰ্তমান মুখ্য মন্ত্ৰীক ইয়াৰ বাবে বাহ বা দিব লাগিব।লোভে পাপ পাপেই মৰন।লোভ এক দুষ্ট প্ৰবৃত্তি আৰু ই মানুহৰ শত্ৰু। ইহঁতে মানুহক বিপদত পেলাই পলাই যায়। এয়া বিশ্ব শ্ৰষ্টাৰ বিধান তথা মানুহ পৰিক্ষা কৰণ পদ্ধতি। তেখেতে প্ৰদান কৰা প্ৰবৃত্তি বোৰক মানুহে নিজৰ অধীনত ৰাখিব নোৱাৰিলে এই বোৰ দুষ্ট প্ৰবৃত্তিয়ে মানুহক বিপদত পেলাবৈ।

  • @mahimchdeka9298
    @mahimchdeka9298 4 หลายเดือนก่อน

    "Ag nuguni gune pash lobhat mare Barashir mash".

  • @K35586
    @K35586 4 หลายเดือนก่อน +2

    Assamor minister familyr illigal money property bur CBI enquiry kribo lge 🙏

  • @DipanjaliDuarah
    @DipanjaliDuarah 4 หลายเดือนก่อน +1

    Dhan basi hoishe jodi dan karile nam kinile haten .kintu atiya jal he khabo laga habo.

  • @jharnachutia5396
    @jharnachutia5396 4 หลายเดือนก่อน +1

    কিবা বিছাৰ হ'বগে নে বকি ৰকিয়েই নুমাই যাব

  • @dr.dilipkumarpatgiri3439
    @dr.dilipkumarpatgiri3439 4 หลายเดือนก่อน

    মই নিজৰ টকাৰেই নিজৰ ডিমেট একাউন্টৰ জৰিয়তেই ট্ৰেড কৰো।

  • @janardanbora2803
    @janardanbora2803 4 หลายเดือนก่อน +1

    এনেকুৱা চুৰ বোৰ কিয় অসমত হে কিয় পোৱা যায় বাৰু

  • @rajusarma9691
    @rajusarma9691 4 หลายเดือนก่อน +4

    ইয়াত BJPৰ minister ও থাকে

  • @binuphukan3880
    @binuphukan3880 4 หลายเดือนก่อน +10

    কিছুমান মানুহে টকা দেখি লে পাগল হৈ যায়।

  • @JitenBorah-g7f
    @JitenBorah-g7f 4 หลายเดือนก่อน +1

    আৰুএটা ক্ৰাইম হবলৈ গৈআছে, যেনে এটা পুৰনি পইছা 11,12 লাখ টকাত বিক্রি হয়

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v 4 หลายเดือนก่อน

    এই বিশাল চুমী লগত জড়িত সকলোকে কঠোৰ শাস্তি দিব লাগে ।

  • @ajitkonwar8670
    @ajitkonwar8670 4 หลายเดือนก่อน +2

    Good good😂😂😂😂😂😂😂😂😂😂😂

  • @dhrubajyotisaikia3380
    @dhrubajyotisaikia3380 4 หลายเดือนก่อน +4

    Rosevally kalprit jonok dhoribo prile jnu

  • @BAAPNO.001
    @BAAPNO.001 4 หลายเดือนก่อน

    নিতুদা আপোনাৰ তʼক্সটোমুৰʼখচবেচাক😢

  • @Arabinda931
    @Arabinda931 4 หลายเดือนก่อน +2

    সহজ টকা কেতিয়াও নিবিচাৰোঁ। কষ্ট কৰি পোৱা টকা খিনিৰে সাধৰন ভাবে চলি আছোঁ।

  • @MainuGogoi-h6b
    @MainuGogoi-h6b 4 หลายเดือนก่อน +1

    Sumi চতুৰ

  • @Arabinda931
    @Arabinda931 4 หลายเดือนก่อน

    উচ্চ শিক্ষাৰ অধিকাৰী সকল বেছি মূৰ্খ।

  • @DimpalDas-o5h
    @DimpalDas-o5h 4 หลายเดือนก่อน

    Maximum black money...aru bakikhini luviya😂😂.......well done....vishal nd sumi...##shivaji...the boss

  • @NirjumoniDuttaBharali
    @NirjumoniDuttaBharali 4 หลายเดือนก่อน

    What about Dipankar Barman. Everyone should be caught. News channel has stopped talking about Dipankar

  • @amarsaikia2035
    @amarsaikia2035 4 หลายเดือนก่อน +3

    মুখৰ আগত মাইক একোটা লৈ পডকাষ্ট নে কি পাতি এনেকুৱা প্ৰবঞ্চকৰ প্ৰমোচন কৰা একাংশ ও জগৰীয়া

  • @Sumivlogs74
    @Sumivlogs74 4 หลายเดือนก่อน

    100 গৰু মাৰিলে বাঘৰ মৰন 😂