ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

কংগ্ৰেছত যোগদানৰ প্ৰথমটো দৌৰ অসন্তুষ্ট প্ৰাক্তন শাসকীয় পক্ষৰ বিধায়কৰ!

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ก.ค. 2024
  • শাসকীয় পক্ষৰ নাৰাজ দুই প্ৰাক্তন বিধায়ক উৰা মাৰিছে দিল্লীলৈ! কংগ্ৰেছত যোগদানৰ প্ৰথমটো দৌৰ অসন্তুষ্ট প্ৰাক্তন বিধায়কৰ! জ্যেষ্ঠক আওকাণ কৰি নতুনক আদৰাৰ ফল ভুগিব বিজেপিয়ে! দুই-এদিনতে নিশ্চিত হ’ব পাৰে অসন্তুষ্ট নেতাৰ কংগ্ৰেছত যোগদানৰ খবৰ!
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

ความคิดเห็น • 13

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน +1

    সুন্দৰ পদক্ষেপ বিধায়ক সকলৰ । কংগ্ৰেছ দলৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন জনোৱা হল ।

  • @RatulBorah-xk6ir
    @RatulBorah-xk6ir หลายเดือนก่อน

    সুন্দৰ . দাদা বিগ্রেদৰ তালিকাত নাম নথকা সকল সময় থাকোতেই উচিত সিধান্ত লোৱা ভাল

  • @manjubarman1855
    @manjubarman1855 หลายเดือนก่อน +2

    কাম নাই এইবোৰ নেতাক কংগ্ৰেছত ঠাই দিব নালাগে।

  • @nityanandakonwar2775
    @nityanandakonwar2775 หลายเดือนก่อน +1

    I support Satyabrat kalita.. I genuine leader

  • @abdurrahimbhuyan4465
    @abdurrahimbhuyan4465 หลายเดือนก่อน

    Shatyabrata Kalita is a good natured leader .

  • @NoorAlam-fu5ql
    @NoorAlam-fu5ql หลายเดือนก่อน

    যিবিলাক নেতা আগত কংগ্ৰেছত আছিল পিছত বিজেপিত গৈছিল সেই বিলাক নেতাক কংগ্ৰেছত লব নালাগে

  • @ranjitgowsami7891
    @ranjitgowsami7891 หลายเดือนก่อน +1

    আৰু Ex MLA যাব BJP , AGP পৰা কংগ্ৰেছ লৈ

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4i หลายเดือนก่อน +1

    कांग्रेस🎉❤

  • @gh12138.
    @gh12138. หลายเดือนก่อน

    Congress❤

  • @user-yo9hn4md4j
    @user-yo9hn4md4j หลายเดือนก่อน

    ভেনা মাখি !

  • @nayandutta8609
    @nayandutta8609 หลายเดือนก่อน

    Akhetluk ex MLA kio hol.

  • @abassam439
    @abassam439 หลายเดือนก่อน

    Sarthopar kam nai,anebor netar logot.