একাদশী।।Ekadashi ।। ভাগৱত ব্যাখ্যা।। Bhagawat Bhakhya।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 93

  • @PutuliSadar
    @PutuliSadar 25 วันที่ผ่านมา +2

    Krishna

  • @RanjanaGogoi-i7f
    @RanjanaGogoi-i7f หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ প্ৰভু।

  • @BobyboruahBobyboruah-jr8nv
    @BobyboruahBobyboruah-jr8nv หลายเดือนก่อน +1

    Krishna Krishna

  • @niroddeka6379
    @niroddeka6379 หลายเดือนก่อน +1

    Hare Krishna

  • @RangilaKalita
    @RangilaKalita 5 วันที่ผ่านมา +1

    Krishna krishna krishna prafu🪷🪷🪷🪷🪷🪔🫱🪔🫱🪔🫱

  • @rukminitalukdar425
    @rukminitalukdar425 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @BoilerBaidiu
    @BoilerBaidiu 3 วันที่ผ่านมา +1

    🙏🙏🙏🌺🌺🌺

  • @pradipGogoi-p1m
    @pradipGogoi-p1m ปีที่แล้ว +6

    একাদশী ব্ৰত মানে একাদশ ইন্দ্ৰিয়ক ব্ৰতত ৰাখিব লাগে।ই অতি বেছি প্ৰবল ইন্দ্ৰিয় যাক মন বোলে। মন ইন্দ্ৰিয় সমূহৰ ৰজা। মনক অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা নিয়ন্ত্ৰিত কৰিবলৈ আৰম্ভ কৰিব লাগে। মন নিয়ন্ত্ৰিত হ'লে বুদ্ধি অহঙকাৰ আৰু দহ ইন্দ্ৰিয় আপোনাআপুন বশ হব। দেহটো নাম ঘৰ মনেই ৰজা আত্মাই ঈশ্বৰ।মাতিলেই সকলো বোৰ পাবা।

  • @LakhimiGohain
    @LakhimiGohain 2 หลายเดือนก่อน +1

    Krishna Krishna Ram Ram 🙏🙏🙏🙏

  • @manasdeka6801
    @manasdeka6801 3 หลายเดือนก่อน +1

    Joy guru Shanker 🙏🙏🙏🙏

  • @krishnakakaty2624
    @krishnakakaty2624 5 หลายเดือนก่อน +2

    Krishna krishna pronam. Provu

  • @PawanjyotiBorah
    @PawanjyotiBorah ปีที่แล้ว +2

    সুন্দৰ বিশ্লেষণ ।

  • @preranaburagohain2063
    @preranaburagohain2063 ปีที่แล้ว +9

    আজি মই প্ৰথম একাদশী ব্ৰত পালন কৰিছোঁ... এই আলোচনা ভাগৰ পৰা আমি যথেষ্ট কৃতাৰ্থ হলো।।🙏

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 ปีที่แล้ว +1

    কৃষ্ণ

  • @dhunsaikia5599
    @dhunsaikia5599 3 หลายเดือนก่อน +1

    Krishna 🙏🙏

  • @dhirenborah6946
    @dhirenborah6946 6 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ

  • @simantabora.6999
    @simantabora.6999 ปีที่แล้ว +4

    কৃষ্ণ ৰাম নাৰাযণ ।

  • @rupadehingia5595
    @rupadehingia5595 ปีที่แล้ว +1

    Krishna Krishna baap

  • @rupalibora170
    @rupalibora170 ปีที่แล้ว +1

    Krishna krishna

  • @ajitgogoi293
    @ajitgogoi293 7 หลายเดือนก่อน +2

    জানি ভাল লাগিল

  • @tapankrbania231
    @tapankrbania231 4 หลายเดือนก่อน +1

    KRISHNA ❤ KRISHNA ❤

  • @khargeswarkalita3502
    @khargeswarkalita3502 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ হয় বাপ।

  • @paruldutta5898
    @paruldutta5898 ปีที่แล้ว +3

    Krishna krishna krishna

  • @NabajyotiBordoloi-eu8qf
    @NabajyotiBordoloi-eu8qf ปีที่แล้ว +5

    আপোনাক সেৱা জনাইছো চৰন ত

  • @mintushankarofficial6333
    @mintushankarofficial6333 ปีที่แล้ว +1

    ঔঁ নমঃ শিৱাই 🙏🏻🙏🏻🙏🏻 কৃষ্ণ প্ৰভু বৰ ভাল 🙏

  • @rekhaneog1101
    @rekhaneog1101 ปีที่แล้ว +4

    তুমি বহুত জানিবলগীয়া কথা কলা ধন্যবাদ জনালো

    • @KRISHNAChetri-g2c
      @KRISHNAChetri-g2c 3 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ l

  • @omaninpret1937
    @omaninpret1937 ปีที่แล้ว +6

    কৃষ্ণৰ কৃষ্ণৰ। এনেধৰনৰ বহল দৃষ্টি ভংগী অমৃতময় ব্যাখ্যা আগবঢ়ায় থাকেযেন।

  • @nijarabaishya5833
    @nijarabaishya5833 4 หลายเดือนก่อน +2

    Jani bahut val lagal

  • @lizadoley5785
    @lizadoley5785 ปีที่แล้ว +4

    🙏🙏🙏 কৃষ্ণ

  • @JituRoy-mp4lm
    @JituRoy-mp4lm 3 หลายเดือนก่อน +1

    Hare Krishna Prabhu. Akol onno nohoy. Poncho robi hoishya borjon koribo lage. Beya napabo hudhurai diya babe.

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  3 หลายเดือนก่อน

      হয় ! পঞ্চ ৰবি শস্য ( ঘেঁহু , যৱ ইত্যাদি ও ) অসমীয়া সমাজত অন্ন বুলি য়ে ধৰা হয় ।

  • @beautynazir2834
    @beautynazir2834 ปีที่แล้ว +2

    Xatra aaru bigyan xanmota bixoy tu jani bahut bhal lagil,Krishna🙏

  • @bhumitabora2496
    @bhumitabora2496 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ বাপ

  • @archanagoswami9502
    @archanagoswami9502 ปีที่แล้ว +4

    কথা খিনি জানিবলৈ পাই ভাল লাগিল ।

  • @tinkuroi3178
    @tinkuroi3178 ปีที่แล้ว +2

    • @dipabhuyan3684
      @dipabhuyan3684 ปีที่แล้ว

      বহুত ভাল লাগিছে ক

  • @milanjyotimahanta3978
    @milanjyotimahanta3978 ปีที่แล้ว +3

    Prabhu Panama

  • @manumadhu8829
    @manumadhu8829 ปีที่แล้ว +5

    প্ৰাণজিৎ গগৈ তুমি কথাখিনি শুনিছানে।

  • @gouribaruah219
    @gouribaruah219 ปีที่แล้ว +2

    Krishna Krishna Bap

  • @jayantabordoloi5089
    @jayantabordoloi5089 ปีที่แล้ว +1

    সচা কথা দেই । আমাৰ ঘৰত একাদশী ৰ দিনা গাই দুজনী, হাঁহ কেইটা, ছাগলী জনী,মূৰগী কেইটা, পোহনীয়া কুকুৰ আৰু মেকুৰী জনীও একো নাখায়। মই এতিয়ালৈকে লক্ষ্য ই কৰা নাছিলোঁ।

  • @animarajkhowa3216
    @animarajkhowa3216 ปีที่แล้ว +1

    আপোনাৰ কথাখিনিয়ে মোক আপ্লুত কৰিলে, গতিকে একাদশী মানিবলৈ যত্ন কৰিম

  • @satyenborgohain5683
    @satyenborgohain5683 ปีที่แล้ว +1

    আপোনাৰ পৰা এটা সৰু কথা জানিব বিচাৰিছোঁ । নিশ্চয় অসন্তুষ্ট নহয় । গুৰু দামোদৰ দেৱ আৰু হৰিদেৱে কি কি ধৰ্মীয় গ্ৰন্থ ৰচনা কৰিছিল ? আৰু ক'ত পোৱা যায় ?

  • @girijakalita271
    @girijakalita271 ปีที่แล้ว +1

    Ekadsi bikha khini janibo pari bap janak sata sata pranam

  • @pallabigogoi1612
    @pallabigogoi1612 ปีที่แล้ว +2

    ধন্যবাদ বাপজনা।।

  • @indrajithazarika3411
    @indrajithazarika3411 ปีที่แล้ว +3

    Moi akadashi brat palan koru...kintu kisuman manuhe uplunga kore ...tetiya monot bohut dukh lage...

    • @JituRoy-mp4lm
      @JituRoy-mp4lm 3 หลายเดือนก่อน +1

      Right koise apuni. Bujiye napay akadashi ki hoy.

  • @TRADINGTACT45
    @TRADINGTACT45 9 หลายเดือนก่อน

    meji jui ghoror boundorit jolabo pai nai baru

  • @rupalibora170
    @rupalibora170 8 หลายเดือนก่อน

    Krishna hadhabha hakale akadakhy brat manib parene

  • @satyenborgohain5683
    @satyenborgohain5683 ปีที่แล้ว +1

    প্ৰায় লক্ষ্য কৰি আছোঁ । আপুনি শাস্ত্ৰৰ কথাবোৰ নিজাববীয়াকৈ অৰ্থ ব্যাখ্যা কৰে । আপুনি শাস্ত্ৰৰ ধাৰা সলনি নকৰিব ।

  • @muninoza4944
    @muninoza4944 ปีที่แล้ว +2

    কথাখিনিৰ কোনো যুক্তি যুকততা নাই ।

  • @probinbo9316
    @probinbo9316 ปีที่แล้ว +3

    বাপ কোন শাস্ত্ৰত এই কথা পালে।নিৰ্গুণ শাস্ত্ৰ ভাগৱতত উল্লেখ আছে -
    নাপাৱৈ মোহোক লাগ যোগ যজ্ঞ দানে।
    মহামন্ত্ৰ জাপ্য কোটি শত তীৰ্থ স্থানে।।
    নপাৱৈ আমাক একাদশী উপবাসে।
    নকৰয় বশ্য মোক পৰম সন্যাসে।।
    আপুনি অন্ন মানে কেৱল চাউল বুলি ধৰিছে।ফল,মূল অন্নৰ ভিতৰত নপৰে নেকি? একাদশীৰ অৰ্থ একাদশ বিধ (১১ এঘাৰ)বিধ ব্ৰত পালন কৰা।এই ব্ৰত শিৱই পালন কৰিছিল। যিবোৰ শাস্ত্ৰ লিখি ব্যাস মতিভ্ৰম হৈছিল সেই শাস্ত্ৰৰ উদাহৰণ দিয়াটো বৈষ্ণৱৰ পৰিপন্থী।
    নকৰয় বশ্য মোক পৰম সন্যাসে।
    নাপাৱৈ আমাক একাদশী উপবাসে।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  ปีที่แล้ว +4

      প্ৰথম কথা হ'ল ভগৱন্তৰ অংশাৱতাৰ , জ্ঞানৰ অৱতাৰ ব্যাসদেৱ মতিভ্ৰম হৈছিল বুলি আপুনি কোন শাস্ত্ৰতনো পালে ? ব্যাসদেৱে মনত পূৰ্ণআনন্দ প্ৰাপ্ত কৰিব নোৱাৰি অসন্তোষ মনেৰে চিন্তাত পৰাৰ কথা হে ভাগৱতত আছে , আৰু সেই ব্যাসদেৱেই ভাগৱত শাস্ত্ৰ কৰানাছিল নে ? ভকতক নিন্দা মানেই ভগৱন্তুক নিন্দা , নহয়নে , ভগৱন্তৰ অংশাৱতাৰ ব্যাসদেৱক মতিভ্ৰম বুলি প্ৰকাশ কৰাটো তেনেহ'লে কাক কোৱা হ'ল বাৰু ! আৰু দ্বিতিয়তে একাদশী আপুনি যে পালিবই লাগিব আমি সেইটো কথা যোৰ দিয়া নাই , কিন্তু শাস্ত্ৰ উল্লেখিত এই দিনটোৰ যে এটা তাৎপৰ্য আছে তাক হে প্ৰকাশ কৰা হৈছে , তাক পালন কৰা নকৰাটো নিজা অভিৰুচিৰ কথা । কেৱল মাত্ৰ একাদশী পালনতেই ভগৱন্তক পোৱাটো অসম্ভৱ যদিহে তাত ভক্তি নাই । কিন্তু ঈশ্বৰত অৰ্পণ কৰি কৰা নিত্য, নৈমিত্তিক কৰ্ম ও যেতিয়া ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয় বুলি একাদশ স্কন্ধই কৈছে তেন্তে কোনোবাই ঈশ্বৰত অৰ্পণ কৰি যদি একাদশী পালন কৰিছে , সেইটো ভুল বুলি আমি ক'ব নোৱাৰো । আৰু একাদশী মানে এঘাৰ বিধ ব্ৰত নহয় , দুইটা সুকীয়া বস্তু । একাদশীত প্ৰথমা ৰ পৰা এঘাৰ সংখ্যক দিনটো হে , একাদশ ইন্দ্ৰিয়ক সংযমিত কৰি দিনটো পালন কৰা , অন্নক ত্যাগ কৰা - একাদশ্যাং নিৰাহাৰো -( বিষ্ণুপুৰাণ ) হে একাদশী । মাধৱে বোলন্ত শ্ৰুতি স্মৃতি, মোৰ আজ্ঞা বাণী জানা নিষ্ঠ , আক উলঙ্ঘিয়া যিটো প্ৰৱৰ্তয় । ভৈল সিটো মোৰ আজ্ঞাচ্ছেদী , মোৰ দ্ৰোহ আচৰিলে আতি , মোৰ ভক্ত হন্তো বৈষ্ণৱ সিটো নহয় ।। অ একাদশী , তিলক লোৱা ইত্যাদি কৰ্ম শাস্ত্ৰৰ দৃষিৰে নাচায় আপুনি মই নিদিষ্ট এটা পন্থৰ দৃষ্টিৰে চাও তেতিয়াহলে কিন্তু এইবোৰ বিষয় আমি আলোচন কৰি লাভ নাই । ভাগৱততো একাদশী পালন কৰা মহাভক্ত অম্বৰিষেই জ্বলন্ত প্ৰমাণ যি একাদষীত নিৰাহাৰে থাকী সংযমেৰে হৰি গুণ নাম কীৰ্তন কৰি একাদশী পালন কৰিছিল । আৰু ফল মূল ও আপুনি অন্নৰ হিচাপত ধৰিব পাৰে যদিও শাস্ত্ৰীয় দৃষ্টিত ধান, ঘেহু , যৱ জাতীয় তৃণ মূলক হব্য দ্ৰব্যক অন্ন কোৱা হৈছে ( আয়ুৰ্বেদ) । কৃষ্ণ

    • @muninoza4944
      @muninoza4944 ปีที่แล้ว +1

      অ' বাপ, অম্বৰিষৰ কথাতো কোন যুগৰ আছিল ,কলিযুগত মুখে ৰাম নাম হাতে কৃষি কাম আমি ইমানেই বুলি ভাবিছোঁ। মুঠতে গুৰুজনাৰ আদৰ্শ ও নাম ধৰ্ম গ্ৰহণ কৰিলেই যঠেষ্ট হব বুলি ভাবিছোঁ। বাৰ, মাহ , একাদশী পূৰ্ণিমা এইবিলাক ধৰি লোৱা কথা বুলিহে ধৰো আমি। কৃষ্ণ।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  ปีที่แล้ว +4

      আপুনি বৰ বিপৰীত মনৰ মানুহ হে । অম্বৰিষ যি যুগৰে নহওক কিয় , সেই অম্বৰিষ ক এৰি আপুনি কেনে ভাগৱতৰ কথা কৈছে । চাবলৈ গ'লে ভক্ত ধ্ৰুৱ , প্ৰহ্লাদ , উধ্বৱ আদি ভক্ত সকলো কলি যুগৰ নহয় , সেইবুলি আপুনি কি তেওলোক এৰাই চলিব পাৰিব ভাগৱত মাৰ্গত । কলিযুগে ই নহয় বৰং চাৰি যুগৰ মাজেই ভগৱন্তৰ নামেই সাৰ ! এতিয়া আপোনাৰ ভাৱনাবোৰৰ পৰা বুজা গৈছে , একাদশী , পূৰ্ণিমা পালন কৰা মানে নাম নমনা বা নামৰ আশ্ৰয় নোহোৱা বুলি ভাবে চাগে , কিন্তু ভাবি চাব এবাৰ এনে নহয় বুইছে । কলিযুগতো শ্ৰীমন্ত শংকৰদেৱ , মাধৱদেৱ , গোপালদেৱ, ঠাকুৰ আতা , ( এতিয়া যি চৰিত পুথিৰ পৰা গুৰুজনাৰ জন্ম, কৰ্ম, কেতিয়া তেও কি কৰিছিল সেই সকলো জানিব পৰা গৈছে আপুনিটো সেই গুৰু চৰিতকেই নামানো বুলি কৈছে - গুৰুজনাৰ জীৱনটোৰ বিষয়ে গুৰু ভটিমাৰ পৰাই জন্ম, কৰ্ম , কেতিয়া কি কৰিছিল সেই সকলো জানিব পাৰিছো বুলি ক'ব পাৰিব ?)মহাভক্ত ইদ্ৰদুম্ন্য , চৈতন্যদেৱ, হৰিব্যাস , ৰমানন্দ আদি মহান ভক্ত সকলে একাদশী পালন কৰি গৈছে । আৰু একাদশী, পূৰ্ণিমা আপুনি পালন কৰিব লাগিবই বুলি আমি প্ৰকাশ কৰা নাই । শাস্ত্ৰত উল্লেখিত এই দিনৰ যে এটা বৈজ্ঞানিক ভিত্তি আছে তাক প্ৰকাশ কৰা হৈছে , কথাখিনি ভালকৈ শুনিব এবাৰ । এতিয়া মানে , নামানে আপোনাৰ নিজা অভিৰুচিৰ কথা , আপুনি আপোনাৰ অনুভৱত যিদৰে পাইছে সেই অনুসাৰে ই চলক । কিন্তু সামাজিক মাধ্যমত বোধকৰো আপুনি একাদশী , পূৰ্ণিমাক ভুল বুলি ক'ব নোৱাৰে কাৰণ ইয়াৰ শাস্ত্ৰীয় আৰু বৈজ্ঞানিক ভিত্তি আছে । পালন কৰা নকৰাটো আপোনাৰ / মোৰ ব্যক্তিগত ধাৰণা । কৃষ্ণ।।

    • @muninoza4944
      @muninoza4944 ปีที่แล้ว +1

      ​@@madhurjyaborah-yy5rtঅ' প্ৰভু, মৃত্যুৰ আগমূহুত্তত হবে বেঢ়ি ৰাম নাম লবলৈহে কয় তেতিয়াহে মনুষ্য জনম লোৱা সাৰ্থক হয় বুলি শাস্ত্ৰ ভাগৱতত পাইছো , সেই সময়ত ক'ৰ একাদশী, ফোত লোৱা মনত পৰে জানো ? অধমে সেইটোহে উল্লেখ কৰিছো । কৃষ্ণ।

    • @madhurjyaborah-yy5rt
      @madhurjyaborah-yy5rt  ปีที่แล้ว +3

      মৃত্যু ৰ আগমূহুৰ্তত হৰিক স্মৰণ কৰিবলৈকে জীৱিত কালত ঈশ্বৰৰ নামত তিলক লোৱা , ঈশ্বৰৰ নামত একাদশী কৰা টো নো ভুল কেনেকৈ । আপুনি যিটো দৃষ্টিভংগী প্ৰকাশ কৰিছে সেইটোৰে চাবলৈ গ'লে আপুনি টো এতিয়া ঘৰত থকা , ঘৰতোৰ মেৰামতি কৰা , পিতৃ - মাতৃ, পুত্ৰ- পৰিবাৰৰ বাবে কিবা কৰা , ভোক নিবৃত্তিৰ বাবে অন্ন গ্ৰহণ কৰা একোৰেই কাম নাই , কিয়নো মৃত্যুৰ সময়ত এইবোৰ একোৱেই কামত নাহে । আমি বাৰে বাৰে এটা কথা কৈছো যিটো আপুনি হয় গুৰুত্ব দিয়া নাই , হয় গুৰুত্ব দিব বিচৰা নাই , যে পালন কৰে , নকৰে আপোনাৰ নিজৰ কথা । কিন্তু একাদশী , তিলক লোৱা ইত্যাদিৰ এক বৈষ্ণৱীয় ধাৰ আছে , শাস্ত্ৰীয় তথা বৈজ্ঞানিক ভিত্তি আছে যাক মহাপুৰুষেও অনুকৰণ কৰি গৈছে , কিন্তু মানিবই যে লাগিব ধৰাবন্ধা নিয়ম আধ্যাত্মিক ধাৰাত নাই । কিন্তু আপুনি ভুল বুলিব নোৱাৰে কাৰণ আপুনি /মই নামানিলেও ইয়াৰ ভিত্তি আছিল, আছে আৰু থাকিব ! কৃষ্ণ ।

  • @MahendraBorah-ul1nz
    @MahendraBorah-ul1nz 3 หลายเดือนก่อน +2

    Krishna

  • @dulumoniphukan2180
    @dulumoniphukan2180 3 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ 🙏

  • @minatimech4993
    @minatimech4993 ปีที่แล้ว +2

    Krishna Krishna baap

  • @junumech7558
    @junumech7558 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @dipankarmadahi6428
    @dipankarmadahi6428 ปีที่แล้ว +2

    কৃষ্ণ🙏

  • @nripenborah1612
    @nripenborah1612 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ

  • @bobita9914
    @bobita9914 4 หลายเดือนก่อน +1

    Krishna