THE PRIME SHOW With Parthajyoti Borah : অসমলৈ আহি বান পৰিস্থিতিৰ বুজ ল’লে Rahul Gandhi য়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ค. 2024
  • THE PRIME SHOW With Parthajyoti Borah : অসমলৈ আহি বান পৰিস্থিতিৰ বুজ ল’লে Rahul Gandhi য়ে
    #theprimeshow #parthajyotiborah
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

ความคิดเห็น • 33

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xz 26 วันที่ผ่านมา +6

    ৰাহুল গান্ধীয়ে অসমৰ বান পৰিস্থিতিৰ বুজ লবলৈ অহা নাই ছিলচৰত বিমানৰপৰা নামি মণিপুৰৰ পৰা ভাগি অহা কুকি সকলৰ আশ্ৰয় শিবিৰতহে বুজ লৈ পুনৰ মণিপুৰলৈ গুছি যায় ৷ আন কি অসমৰ কংগ্ৰেছ কৰ্মকৰ্তা সকলে আদৰণি জনোৱা গামোছা খনো গ্ৰহণ নকৰিলে ৷

  • @rabiulislam9042
    @rabiulislam9042 26 วันที่ผ่านมา +3

    শ শ কৌটি টকা ঋণ লৈ দেশখন শেষ কৰিলে। টকা বোৰ কলৈ গৈ আছে।

  • @umeshkardong6116
    @umeshkardong6116 26 วันที่ผ่านมา +2

    কংগ্ৰেছে বিষয়টোৰ ওপৰত কথা নকৈ সদায়েই ফালৰি কাটি issue divert কৰিয়ে কথা কৈ জনগনৰ ভোট লৈ আছে ।

  • @bhabendoley6151
    @bhabendoley6151 26 วันที่ผ่านมา +5

    কেন্দ্ৰই ইমানে যদি পুঁজি ব্যৱস্থা কৰিছে, পইচাৰ নাটনি কিয়? কিয় স্কুলৰ জমা পুঁজি, চৰকাৰে বিচাৰিছে।

  • @AtulBorah-gh8up
    @AtulBorah-gh8up 26 วันที่ผ่านมา +2

    কংগ্ৰছ ফাকি

  • @rabiulislam9042
    @rabiulislam9042 26 วันที่ผ่านมา +2

    বিজেপি মানে মিছলীয়া। বস্তুৰ দাম আকাশলঙ্ঘী হৈছে, ঋণ লৈ দেশখন শেষ কৰিলে তথাপিও কিছুমান মানুহে ধৰিব নোৱাৰে।

  • @bijenswargiary4447
    @bijenswargiary4447 24 วันที่ผ่านมา

    Akhil Gogoi should debate on that speech to prove his speech to be right that he delivered through the press meet some days ago.

  • @surenkachari6911
    @surenkachari6911 26 วันที่ผ่านมา

    অসমলৈ আহি কি দিলে বা দিব পৰা ক্ষমতা আছিল নে নাই। একো দিব নোৱাৰিলে এনেই আহি গল তেনেহলে আহি কি লাভ হল।

  • @SanjaySarma-yf1yc
    @SanjaySarma-yf1yc 26 วันที่ผ่านมา

    ৭০ বছৰিয়া শাসন কালত কি কংগ্ৰেশে আলুৰ বাকলি গুছাই আছিল।বিৰোধীত বহিলে সমস্যা দেখে।মনমোহন সিং বা তৰুন গগৈৰ দিনত বানপানীক ৰাস্ত্ৰিয় সমস্যা হিছাপে স্বীকৃতি নিদিলে।

  • @HafizurRahman-vf6sz
    @HafizurRahman-vf6sz 24 วันที่ผ่านมา

    কেন্দ্ৰীয় চৰকাৰে যদিহে পুজি আবন্টন দিছে তেন্তে বান সাহায্য কিয় দিব পৰা নাই। ৰাজ্য চৰকাৰে পৰ্যাপ্ত বান পৰিস্থিতিৰ মোকাবিলা কৰা নাই কিয়? বানত ককবকাই থকা মানুহক কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰা নাই কিয়? যোৱা ৩৩ বছৰৰ অভিলেখ ভংগ কৰি অসমত সৰ্ববৃহৎ বানপানী হৈছে। অসমৰ সৰ্বত্ৰেএনেকুৱা বান পৰিস্থিতি হোৱাৰ পাছতো মুখ্য মন্ত্ৰীয়ে কয় ঠায়ে ঠায়ে হে কিছু বানপানী হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় অসমত বান সদৃশ পৰিস্থিতি হৈছে আৰু পুখুৰী খান্দি বান পৰিস্থিতি নিৰ্মল কৰাৰ কথা কৈ অসমীয়াৰ লগত ধেমালিৰ দৰে কৰা নাই নে ? বান আক্ৰান্তক লৈ কোনেও ৰাজনীতি কৰা উচিত নহয়। এইসময়ত সকলোৱেই জাতি ধৰ্ম দল নিৰ্বিশেষে সকলোৱে একগোট হৈ বান আক্ৰান্তৰ কাষত থিয় দিয়া উচিত।

  • @hndekari8011
    @hndekari8011 26 วันที่ผ่านมา

    বানপানীজনিত দুৰ্যোগৰ মুখামুখি হ'বলৈ চৰকাৰৰ ওচৰত পুঁজিৰ অভাৱ নাই বুলি কোৱা হৈছে আৰু প্ৰয়োজন সাপেক্ষে কেন্দ্ৰই অধিক সাহায্য মুকলি কৰিব । পিছে, কথাবোৰৰ সত্যতা যদি বাস্তৱসন্মত হয় তেনেহ'লে, সাম্প্ৰতিক অসমৰ বান পৰিস্থিতিত বান-পীড়িতৰ মাজত সাহায্য প্ৰদানৰ ক্ষেত্ৰত কৃপণালি হোৱাৰ অভিযোগ উঠিছে কিয় ? কেৱল মানুহেই নহয়, পশুধনৰ ক্ষেত্ৰতো এয়া প্ৰযোজ্য হয় ।।

  • @rinabarkakoty6292
    @rinabarkakoty6292 26 วันที่ผ่านมา

    Rahul Gandhi has not visited any flood relief camp in Assam. He has only visited relief camps made for people affected by ethnic violence in Manipur.

    • @PronabDeori-xt1wc
      @PronabDeori-xt1wc 26 วันที่ผ่านมา

      Kali ahi Axomor flood effected camps visit.

  • @sunitphukan6454
    @sunitphukan6454 25 วันที่ผ่านมา

    After three times next party will be win

  • @user-el6rb5nw7k
    @user-el6rb5nw7k 25 วันที่ผ่านมา

    'বিজেপি' ৰ বাবে বেয়া দিন অনুমান কৰা হৈছে।নেতাসকলে ত্যাগৰ মনোভাৱ গ্ৰহণ নকৰিলে কেৱল স্বাৰ্থপূৰণৰ ব্যৱসায়িক ৰাজনীতিত ব্যষ্ট হৈ থাকিলে চৰম পৰিণতি ভোগ কৰিব লাগিব।পাৰ্টিৰ কথা বাদ দিব লাগে।নেহৰু শাস্ত্ৰী বাজপেয়ী তৰুণৰাম আদি সকলৰ চানেকীৰে অসমৰ কথা চিন্তা কৰাটো দৰকাৰ।গাদীৰ লোভ ত্যাগ কৰাজনহে উচ্চআসনত প্ৰতিষ্ঠিত হয়।

  • @user-ws1yp1py7q
    @user-ws1yp1py7q 26 วันที่ผ่านมา

    ৬৫ বছৰে অসম তথা ভাৰতবৰ্ষত শাসন কৰা কংগ্ৰেছ দলে কিয় অসমৰ বান সমস্যা ক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে। এতিয়া ৰাহুল গান্ধীক লৈ মেডিয়াই কিয় হৈ চৈ কৰে।

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn 26 วันที่ผ่านมา

    অসমৰ অসমীয়াৰ গামোচাখন ৰাহুলে গ্ৰহন যে নকৰিলে,কি বুজালে

  • @amalbora5903
    @amalbora5903 26 วันที่ผ่านมา

    Kotha. Kua. Xujuk. Diyok. Apuni.

  • @manishankardas4118
    @manishankardas4118 25 วันที่ผ่านมา

    Toka proper utilisation nohoy,40% use hoy .

  • @GuneswarBora-uc7ce
    @GuneswarBora-uc7ce 26 วันที่ผ่านมา

    Rahul Gandhi ashomoloi ahi ki dile rajniti kri lav nai

  • @ShantanuDas2100
    @ShantanuDas2100 26 วันที่ผ่านมา

    bjp মুষপাত্র কেইজনে কেৱল মানুহৰ মন মাজত এটা এনে কুৱাকে কয় যে অসমখন ভাৰতৰ ভিতৰত প্ৰথম স্থানত আছে বহুত উন্নতি কৰিছে তেনেহলে ইমান দুৰ্বস্তা নহলে হয়

  • @PronabDeori-xt1wc
    @PronabDeori-xt1wc 26 วันที่ผ่านมา

    Now RTI is finished by bjp govt,now how will I now that his bjp dalal is quoting the right data

  • @dhrubabasumatary1668
    @dhrubabasumatary1668 25 วันที่ผ่านมา

    Kiman tka dhar ase jonale val asil, hunisu dharot mukh milibo nwara huise ,bjp r kam nhb, bare bare Lon

  • @amalbora5903
    @amalbora5903 26 วันที่ผ่านมา

    P. W. D. Toka. Dibo. Nuare. 4. 5. Bosor. Holl. Toka. Dibo. Nuare. Faki. Dogobas. Kotha. Nokobo.

  • @bapandeka
    @bapandeka 24 วันที่ผ่านมา

    Banpani. Taka. Balagat. Diba. Nalaga.

  • @sanjaiboro6526
    @sanjaiboro6526 26 วันที่ผ่านมา

    Congress Mane misuliya.

    • @SumanDas-zs9gi
      @SumanDas-zs9gi 26 วันที่ผ่านมา

      Bjp mne ki 😂😂😂? Gunadagiri bohut misoliya, dhormor namot vote khudha, durniti, paper out, dhorua sorkar etc😂😂

  • @rekharaniburagohain4513
    @rekharaniburagohain4513 26 วันที่ผ่านมา

    Futoni.mora.kotha.banpanit.uti.goise.

  • @PronabDeori-xt1wc
    @PronabDeori-xt1wc 26 วันที่ผ่านมา

    Tinsukia diat ahibi subhash dutta ,pwd tender kune paisile are pai moi dekha dim , bjp president ,vice president sob ei bura pai,tender a publish nohoi,eta maximum JJM project buror tender sob bjp link thoka manohe paise moi dekhua dim ahibi subhash dutta.

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw 26 วันที่ผ่านมา

    Jumla partyr jumla kam....