ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ আইসকলৰ ভক্তিৰসে ভৰা সুমধুৰ কণ্ঠৰ নামভাগি শুনি বৰ ভাল লাগিল লগতে আপোনাসৱ একত্ৰিত হৈ নামগোৱা দেখি পৰম সন্তোষ পালোঁ ।
Hundar hoysa, Aute hundar🙏🙏🙏🙏🙏🙏🏾
Krishna i i goraki Teem or Deha naam bhuag bor val hoisey
অতি উন্নত মানদন্দৰ নাম ভাগি।কৃষ্ণ
Wanderful...bht vl lgise🙏
ধন্যবাদ
krishna krishna🙏🙏🙏
আজি কালি বাহি কিয় বজায় নামগাওতে। বেছি আধুনিক কৰিছে। পদ দিয়ক হাতে চাপৰি বজাই বহুত ভাল লাগিৱ।
আমিও আপোনাৰ সৈতে একমত । দিহানামৰ মৌলিকতাক এই আধুনিকতাই গ্ৰাস কৰি শেষ কৰি পেলাইচে । অতি আধুনিক হৈছে ।
Aute hundar hoysa 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Hundor 🙏🙏🙏🙏
সুন্দৰ পৰিবেশন
কৃষ্ণ কৃষ্ণ 🙏🙏
Hundor hoyse krishna🙏🙏🙏🙏
অতি সুন্দৰ।
দিহা নামত ইমান মিউজিক নাথাকে।
হাতৰ চাপৰি ,তাল, খোল আৰু নাগাৰাতহে নামটি শুনিবলৈ বেছি ভাল লাগে ।এওলোকৰ নাম আগতেও চাইছো ।আজিৰ নামটি বেছি ভাল নালাগিল ।পদ কম মিউজিক বেছি ।মেলদি যেন লাগিছে ।মুল নামাচায্য আই গৰাকিৰ মাতটো অতি সুন্দৰ ।আৰু আগুৱাই গৈ থাকক ।কৃষ্ণ কৃষ্ণ 🙏🙏
Nagarat tal futa nai.....olop sorsa prujon asa
সুন্দৰ
🙏🙏🙏🙏
সুন্দৰ পৰিবেশন ভাল লাগিল
🔥🔥🔥🔥
Standerd video
Dhuniya
মজা
কৃষ্ণ শংকৰৰ গুৰু, অতি সুন্দৰ, এগৰাকীয়ে কমেণ্ট দিছে দিহা নামত স্কেল থাকে জানো
কৃষ্ণ!!
Neww n
Thank You
Very very nice ❤️❤️
নাম ভাগিতকৈ বাদ্যত বেছি গুৰুত্ব দিয়া কাৰণে খেলিমেলি হৈছে ।
অতি আধুনিক কিয় ?
Nice
Hundar
Namoter mat dhuniya
আপোনালোকৰফালে প্ৰতিযোগিতা হয় নাই?
হয়
Hunder
একু ভাল হুরা নাই রিহাছল করা নাচিল নিকি।
পেকতিছ কম হৈছে
Bout bhal lagil.