বহু দিনৰ মূৰত ভাল বাতৰি এটা চালোঁ.... 😅😅😂😂😂 মোৰ মতেডি সদস্য ভৰ্তি ঋণাত্মক অৰ্থাৎ নিগেটিভ হোৱা উচিত... অৰ্থাৎ সদস্য পদ গ্ৰহণ কৰা ব্যক্তিৰ তুলনাত সদস্য পদ ত্যাগ কৰা ব্যক্তি বেছি....😅😅😂😂😂
BJP leader marianit beleg huwa hole mariani raije kahanibate 40000 cross koril he10. Aasolote dol beya nohoi leader he beya. Aru atia manuhe dol sai vut nidiye manuh sai he vut diye. He lagile hakhokiyo dolor a hok ba birudhire hok.
প্ৰতিদিন টাইমক এই কাৰণেই ভাল লাগে কাকো ঘেন্টা খাটিৰ নকৰে
মানুহক মিছা কথাৰ প্ৰলোভন দি সদস্য ভৰ্তি কৰাইছে।
যাবলৈ এখন ঠাই আছে।সেই ঠাইখন হৈছে "তেজপুৰ মানসিক সিকিৎসালয়"।
বাহুবলী বুলি কিয় কৈছে । নগাৰ দুটা গুলীৰ শব্দ শুনি নেগুৰ ডাঙি দৌৰিছিল ! যোৰহাটৰ হুণ্ডাই ডিলাৰত কাণতলীয়া চৰ খাই পলাইছিল !
Good question 😂😂
Right I was thinking the same😂😂😂😂😂
ৰাইজৰ প্ৰতিনিধি বুলি কবলৈ সঁচাই লাজ লগা কথা।
এইটোৱে আকৌ কেতিয়াৰ পৰা লাজ চিনি পোৱা হল? বিধায়কৰ নামত কলঙ্কহে এইডাল।
ইয়াক চৰকাৰে সংৰখ্যন কৰিব লাগে। এতা অদ্ভুত প্ৰজাতি মানুহ বান্দৰ ,গিবন ৰ নিচিনা কাৰ্য্যকলাপ
ডলাৰ বগৰী তুৰ কাম নাই আৰু
বিজেপি ভবোলা ছাগলী ৰূপজ্যোতি
ভখৰা ছাগলী (মতা)
আপোনাৰ শালীনতাহীন এনে আচৰণ দেখি আপোনাৰ পত্নী আৰু সন্তানৰ মনত কেনে ক্ৰিয়া হৈছে, সেইটো জনাবচোন। জানিবলৈ মন গৈছে। অন্তত গোটেই পৰিয়ালৰ মনোভাৱ বুজিব পৰা হ'ব।
এও কেইটাক ঘুচা মাৰিছে,নগাই গুলি ফুটালে পলাই।😁😁
নাক থাকিলেহে কটা যাব। কেমেৰাৰ আগত কোৱা কথাবোৰ এবাৰ নিজে চাবলৈ সৎ সাহস আছেনে?
ভোটাৰ সকলেই দুষী, এনে সদস্য ৰ পৰা কি আশা কৰিব পাৰি ?
ভোটাৰে এই মূৰ্খটোক কি চাই ভোট দিয়ে? টকা লৈ ভোট বেচে নেকি? জানিবলৈ মন গৈছে।
তাৰ একো কাম নাই
তেওঁৰ ঘুচা মাৰিব আমি পলাই আছোঁ দেই মহাশয় ।
😂
ধিক আমাৰ দৰে নাগৰিকৰ জীৱন । এনেকুৱা জন প্ৰতিনিধি বহুতো পাপ কৰ্মৰ ফলতহে আমি লাভ কৰিছো ।
এই চৰকাৰ খনে সখি বাইদেও নহলে চলিব নোৱাৰে পতি খোজতে সখি বাইদেও ভৰিত ধৰি থাকে
অকল তেওঁৱেই নহয় প্ৰতিখন গাঁৱতে চলি আছে । BJP চৰকাৰে অকল এনেকুৱা চলনাৰে মানুহৰ পৰা ভোট গ্ৰহণ কৰি আছে ।
এই জন সৰ্বকালৰ অদ্বিতীয় পাগল।অসমৰ পাগল জনৰ সমষ্টিত বেলেগ প্ৰতিনিধি নাই নেকি? এইবাৰ সমষ্টিবাসীয়ে চিন্তা কৰি এগৰাকী সুস্থ বিধায়ক নিৰ্বাচিত কৰাটো জৰুৰী। নহ'লে সমষ্টিৰ পৰিচয় লাজ লগা হৈ আছে। এগৰাকী উপযুক্ত ব্যক্তি বিধায়ক হ'লে সমাজৰ উঠি অহা প্ৰজন্মটোৱে সঠিক আদৰ্শৰে সমাজৰ ভৱিষ্যত হিচাপে আগবাঢ়ি যাব পাৰিব।
২৬ত Big Zero হব 100%
মুখ থেকেচা খাব ই ।। যতে ততে চৰ ঘোচা মাৰি থাকিব।।।
ভাল ধুই ছে কিন্তো আৰু ধোঁৱক সকলোবোৰ খুলি পেলায় যেন
ই পাগল হয় ইয়াক কেলা কিয়া বা ভোট দিয়ে বা কাম নাই এনেকুৱা মানুহক ভোট দিয়ে...
সদস্য ভৰ্তি হলেও ভৰ্তি হোৱা 50% মানুহে ভোট নিদিয়ে বুলি মুখে মুখে কোৱা শুনি আছো
এইকেইদিন বে বে বে টো অলপ কমিব চাগে।সুবিধাবাদী,কান্ধুলিমাছৰ লাজ আছে বুলি নাভাবো।
সদস্যবোৰ ভোটলৈ সলনি নহ'ব যেন লাগে।
নহয়।
বিজেপি দলৰ এওঁ সাহসৰ প্ৰতীক যেন লাগে। কাৰণ এওঁ দলৰ ভাৱ মূৰ্তি ৰাইজৰ মাজত বেয়া কৰা কাম কৰিলেও কোনেও মাত নেমাতে।।
এই বিদুৰ্ভাই ডালে আহাবাৰ টিকট নাপায়।
এইটো পাগল ,কুকুৰ ,বলিয়া কুকুৰ ৰ লেলাউটি পৰিল ,,বুজাই বুজি পাইছে😂😂
ৰূপ জ্যোতি কুমীৰ বাগানৰ চকিদা কৰাৰো যোগ্য নহয়।
তাৰ নিজৰ বুলিবলৈ আছে কি , আনলৈ যি পাত ৰূপজ্যোতি লৈও একে পাত ।
এইজনৰ কথা সকলো ভুতাৰে জনা হল।
কুকুৰৰ নিচিনা চেহেৰা উলিয়াব নোৱাৰাটো ভাল।
বিজেপিৰ এনে অবস্তা হৈছে সদস্য ভৰ্তি কৰিব লগীয়া দিন আহি পৰিছে।
নিলাজ কৰোবাৰ
এইজনেই মৰিয়নিৰ ৰাইজে জিকাই পঠোৱা বিধায়ক ।
Moi aagoteai koisilu.uporole thuwale ghuri nijor gaa fale aahe.atiya keanekuwa lagise. Monot rakhiba raije rojja.
ৰূপজ্যোতি কুৰ্মী পাগল হ'ল ,মুখ্যমন্ত্ৰীয়ে প্ৰতিকাৰ ল'বৰ হ'ল।
ইয়াক ভোট দিয়া সকল তেনে কোৱা হব
মাকৰ আগত মুখ দেখুওৱা পাৰিব নে 🧑🦽🧑🦽
বিজেপিৰ সদস্য হ'লেও মানুহ চাইহে ভোট দিম।
ভাল কথা।
বান্দৰৰ দৰে চিঞৰিছে কিয়?মূখ থাকিল বুলিয়েই যা-তা কথা ভাল মানুহে নকয়।
ৰূপজ্যোতি কুৰ্মীৰ একো কাম নাই বুলি সমষ্টিৰ এতিয়া বূজিবলৈ বাকী নাই । ৰূপজ্যোতি কুৰ্মীক ভোট দিয়া মানে এটা পাগলক ভোট দিয়া বুলি এতিয়া মৰিয়নিৰ ৰাইজে ভালকৈ বুজিব পাৰিছে । এতিয়া মৰিয়নিত সকলোৰে মুখে মুখে ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ ৰূপজ্যোতি গো বেক ।
2026 মৰিয়নি ৰাইজে ৰূপজ্যোতিক ভোটৰ সলনি চৰ ঘোচাহে দিব
😅😅😅i😅
সেই ৬৬হাজাৰো নাক ভাঙি ভাঙি আনিছে নেকি
ইয়াত বহুতো মানুহক প্ৰলোভন দি জঢ়িত কৰা হৈছে । বহুতো মানুহে নজনেই যে কত কি নামভৰ্তি কৰিছে । কোনোবা বিজেপি কৰ্মীয়ে মতিছে লগত ফোন নম্বৰ আৰু ভোটাৰ কাৰ্ড লৈ যাবলৈ কৈছে আৰু বিভিন্ন চলাহি কথা কৈ নামভৰ্তি কৰাইছে 😅😅
Zeero rupjyoti kurmi 2026 Election
নাগা ই দুটা গুলী মাৰোতেই কোন দৌৰি পলাই আহিছিল? ৰূপজ্যোতি কুৰ্মী নহয় জানো l
Pola pola😅😅😅ii😅
Kibuli sodoiso hoise bujinapalu ??????
অন্তিম গীতটো ভাল লাগিল 😂😂😂😂😂😂😂😂
ইয়াৰ নাম বাহুবলী নহয়, মুখবলী হে হব লাগে।
মামাই এইবোৰ মানুহক কিয় ৰাখিছে বুজি নাপাওঁ
মামাৰ পৰিচয় সুন্দৰ কৈ ডাঙি ধৰিছে।
এই জনৰ মগজুত নিমখ শেষ ।
মই এজন সাধাৰণ গাঁৱলীয়া মানুহ। এইবাৰ মোৰ পৰিয়াল সহ গোটেই কেইজনেই বিজেপিৰ সদস্য ভৰ্তি হলো। গাঁৱৰে বোটকমিটিৰ কৰ্মী এজনে চৰকাৰৰ পৰা বিভিন্ন সুবিধা দিয়াম বুলি সদস্য ভৰ্তি কৰিলে। উল্লেখ্য যে সোণোৱালৰ দিনৰেপৰা বৰ্তমান লৈকে একো কণীটোও নাপালোঁ।এই চৰকাৰৰ শেষ কাৰ্য্য কাল লৈকে চাম বুলি ভাবিছোঁ। যদিহে একো নাপাওঁ তেন্তে বিজেপিৰ সদস্য হলো বুলি ভোট টু বিজেপিক দিমনে?
বহু দিনৰ মূৰত ভাল বাতৰি এটা চালোঁ.... 😅😅😂😂😂 মোৰ মতেডি সদস্য ভৰ্তি ঋণাত্মক অৰ্থাৎ নিগেটিভ হোৱা উচিত... অৰ্থাৎ সদস্য পদ গ্ৰহণ কৰা ব্যক্তিৰ তুলনাত সদস্য পদ ত্যাগ কৰা ব্যক্তি বেছি....😅😅😂😂😂
Pratidin very nice
গৃহস্থৈ এই টোক গোহালিত বান্ধি থব লাগে।
মৰিয়নী ৰাইজৰেই দূৰ্ভাগ্য ,বাচোতে-বাচোতে গে'লা বৰালি মাছতেই হাত পৰিল।গে'লা বৰালি খাৱও নোৱাৰি পেলাবও নোৱাৰি,এতিয়া চাৰিও দিশে কেৱল গেলা গোন্ধ।
ৰূপজ্যোতি কুমীৰ মুখৰ লেগাম নথকা এজন মানুহ। বিধায়ক এজনৰ মুখত অশোভনীয় কথা শোভা নাপায়। জনতা মুৰ্খ নহয়। সমাজৰ হৈ ভাল কাম কৰি দেখুৱালে ৰাইজে ভাল পাব। মৰিয়নিত সৰহ সংখ্যক সদস্য ভৰ্তি কৰি দেখুৱালে ভাল লাগিব।
নামৰ লগত চেহেৰাৰ মিল নাথাকিলেও কথাৰ লগত মিল আছে
BJP leader marianit beleg huwa hole mariani raije kahanibate 40000 cross koril he10. Aasolote dol beya nohoi leader he beya. Aru atia manuhe dol sai vut nidiye manuh sai he vut diye. He lagile hakhokiyo dolor a hok ba birudhire hok.
Aituwei aamar MLA r hahi ? Ponor monot pelai diya babe salute.
জন প্ৰতিনিধিত্ব হোৱাৰ যোগ্য নাই।
আমিয়েই ভুল কৰি আছো, এনেকুৱা এজন মানু্হক vote দি জিকাই আছো,...,
অতিৰিক্ত অনুচিত । হাৰিব ।
অতি সোনকালে পাগল হব আৰু সত্য ওলাই যাব ।
বঢ়িয়া বে বে
Hoboi
Dimag naikiya mla
তেওঁ ২৬ অত টিকট নাপায়
Protidin time is the best news channel in Assam
ভাল জাৰিছে 😂😂😂
তেজপুৰে মাতি আছে
Aijonok kune vote di jikaii baru..election t jikabole Aru manuh napale ...
ইয়াক বিদায় দিয়ক 2026😮😮
বাগানত মহৰি সোমাব আকৌ!
তেওঁৰ লাজ আছে,
এই টো কেলেনকা।ৰি নুগুচে ।বিজেপি মানে।বুজাই নাই বৰুণ ৰ পাশত পঠালে হে হব।।
প্ৰতিদিন টাইমৰ লাজ নাই 😊
এইটো মূৰ্খ হে ।
যি,বিধায়কৰ,লাজ,নাই, সন্মান,নাই
দিলে কি হব ভোট নিদিলে হল
এইবাৰ হে এইবাৰ😂😂😂😂😂😂😂😂
এইজনৰ পিছত ঘুৰি ফুৰা মানুহবোৰক মানিছো আৰু
This is the standard of our representative
এইটোৱে ১২নম্বৰ লাইনত হাড়িয়া খাই থাকিলে ফুপটো হব!!!!
নাপাই দে MLA হৈ
এই পাগলটোক ভোট দিয়া সকল বেছি পাগল।
ভেবেলা ছাগলীৰ দৰে অৱস্থা হল বেচেৰাৰ..
Pagolsuda he
নগা খেদা খোৱা ৰূপ জ্যোতি কুমীক বি জে পি দলৰ পৰা বহিষ্কাৰ কৰিব লাগে। মৰিয়নিৰ ৰাইজে এই ছাগলীটোক কি বুলি ভোট দিয়ে।
Pogola Hoise Rupjyoti. I Hate BJP and Rupjyoti
Loti ghoti time
সেইটোৰ কি অৰ্থ আছে বাৰু হয় 😅😅😅
তাৰ চিঙি গল
Hahi tu..eman val lage...
Payal hoi
❤
Ki sai je Tak vote diya nohoi mariyanit manuhe
2026 t ai zone bidhayok AIUDF r pora ticket lob lagib.
26ত ঠিকেট না পাবো আরু কুর্মি টু
Axom t etia loke jiman neta hoise tar bhitorot sobotkoi weight nuhuwa, 420 neta hoi aai Rupjyoti Kurmi.