ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

BJP's vote share falls drastically in Upper-Assam....

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 มิ.ย. 2024
  • BJP's vote share falls drastically in Upper-Assam....
    Watch the full clip to know more about this story.
    #pragnews #assampolitics #upperassam #bjp #loksabhaelection2024
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 269

  • @bakulboruah2026
    @bakulboruah2026 2 หลายเดือนก่อน +120

    মিছা কলে কি ডাল হব? গৌৰৱ গগৈ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।আগতীয়াকৈ শুভেচ্ছা জনালোঁ।

    • @wildlifevideoandpictures4260
      @wildlifevideoandpictures4260 2 หลายเดือนก่อน +2

      Sure ami ejon Hudoikhay montri pam

    • @himantagogoi6349
      @himantagogoi6349 2 หลายเดือนก่อน +2

      Right

    • @sadeksaikia8168
      @sadeksaikia8168 2 หลายเดือนก่อน

      👌👌👌

    • @bably3712
      @bably3712 2 หลายเดือนก่อน +2

      11 aru 3...baki buji paise sge

    • @DeepjyotiHandique-pe4qi
      @DeepjyotiHandique-pe4qi 2 หลายเดือนก่อน

      ​@@bably3712😂😂😂😂😂😂 মোদী ৰ অবস্থা টো অলপ দিনৰ পাছত গম পাব।

  • @lakhantanti5784
    @lakhantanti5784 2 หลายเดือนก่อน +47

    Next cm buli expect korisu gaurav gogoik

  • @carshorts7621
    @carshorts7621 2 หลายเดือนก่อน +63

    গেলা পিয়াঁজটো ক'ত।

    • @kankonbiswas695
      @kankonbiswas695 2 หลายเดือนก่อน +5

      Dhuniya 🎉🎉🎉🎉

  • @chanbikids2238
    @chanbikids2238 2 หลายเดือนก่อน +23

    গৌৰৱ গগৈ আগত সকলো নেতা চিটিকি যাব 🎉

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n 2 หลายเดือนก่อน +107

    গৌৰৱ গগৈ অসমৰ গৌৰৱ

  • @bituponboraassam9322
    @bituponboraassam9322 2 หลายเดือนก่อน +141

    ৰূপজ্যোতি কূৰ্মী , পিযুষ হাজৰিকা ক’ত সোমাল এইকেইদিন ? দেখি পাবলৈ নাই যে ।

    • @rinkumonihazarika2467
      @rinkumonihazarika2467 2 หลายเดือนก่อน +15

      ৰব , তেওঁলোকে গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত পান তামোলৰ দোকান দিয়াৰ যোজা কৰিছে 😂😅

    • @subanbag6284
      @subanbag6284 2 หลายเดือนก่อน +2

      😂😂😂😂😂😂😂

    • @OmorAli-wm4zs
      @OmorAli-wm4zs 2 หลายเดือนก่อน +1

      Qqaaaaaaaaaaaaaaaaaà1aa AQ aaaaqaaqaaaaqaaaqqqaààaqaaaaaaaaaaaaaaaaàaaaàaaaaaaaaaaaaaq​@@rinkumonihazarika2467

  • @lalitmoran2709
    @lalitmoran2709 2 หลายเดือนก่อน +52

    ২৬ ত চৰকাৰ বদলি হ'ব বিজেপিৰ পূৰনা কৰ্মীৰেও কঙগেছক পূৰ্ণ সহযোগ কৰিব ই নিশ্চিত।

  • @MahantaRabha-kt9fo
    @MahantaRabha-kt9fo 2 หลายเดือนก่อน +47

    ন বিজিপিৰ অহংকাৰ নেতাবিলাকক অসমৰ ৰাজনৈকৰ পৰা বিদায় দিব লাগে সমাজৰ বেমাৰ এইবিলাক ন বিজিপি নেতা

  • @xyz-og3ce
    @xyz-og3ce 2 หลายเดือนก่อน +25

    ৰূপজ্যোতি কুৰ্মী পাগল হে এটা😂😂😂😂

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 2 หลายเดือนก่อน +24

    ৰূপ জৌতি এজন পগলা বুলি বহুতে ক'ব বিছাৰে। কিন্তু আমি কিয় এনেকুৱা পাগলকো বিধান সভাৰ সদস্য নিৰ্বাচিত কৰিলো। ইয়াৰ বাবে দায়ী আমিয়েই

  • @janardanbora2803
    @janardanbora2803 2 หลายเดือนก่อน +39

    অসংকাৰ মোল কাৰণ🎉🎉🎉

  • @chandramabora6591
    @chandramabora6591 2 หลายเดือนก่อน +13

    ৰূপজ্যোতিয়ে মৰা হাঁহিটো মাজে মাজে দেখুৱাই থাকিব। ২৬ ত এই হাহিয়ে বিজেপিক গেলাই পেলাব।

  • @janardanbora2803
    @janardanbora2803 2 หลายเดือนก่อน +41

    গৌৰৱ গগৈ অসমৰ গৌৰৱ🎉🎉🎉

  • @manjubarman1855
    @manjubarman1855 2 หลายเดือนก่อน +55

    ছাগলীটো হেৰালে।

  • @user-jn2ug6wp4k
    @user-jn2ug6wp4k 2 หลายเดือนก่อน +67

    অসমৰ গৌৰৱ জিন্দাবাদ

  • @mofijali4108
    @mofijali4108 2 หลายเดือนก่อน +11

    আমাৰ গৌৰব গৈগৈ ২৬ মূখ্যমনতী হব লৈ গৈ আছে ও

  • @Hemantaphukan-xo7dc
    @Hemantaphukan-xo7dc 2 หลายเดือนก่อน +13

    26' পাছত মামা বাহিনীৰ আৰু কঁপনি উঠিব।

  • @dulalsarma4875
    @dulalsarma4875 2 หลายเดือนก่อน +28

    কাক বুলিবা ককা সকলোৱেই ড়াৰি চুলি পকা। কিন্তু চৰকাৰ সলনি কৰিব হ'ল।অসমৰ জনসাধাৰণৰ লৈ বিনম্ব অনুৰোধ।

    • @redcherrysproduction5426
      @redcherrysproduction5426 2 หลายเดือนก่อน

      ১৫বছৰীয়া অপশাসনৰ অন্ত পেলাই ৰাইজে ১০০বছৰৰ কাৰনে চৰকাৰ সলনি কৰিলে আৰু ।আকৌ চৰকাৰ সলনি নহয় আৰু । গৰ্ব গগৈ যোৰহাটত থলুৱা বুলি ভাৱি ভোট কিটা দিলে আৰু ।বাকী গৰীয়াথকা জেগা বিলাকৰ কথা বেলেগ ।

  • @tapangogoi89
    @tapangogoi89 2 หลายเดือนก่อน +14

    Gaurav Gogoi jindabad 🎉❤

  • @jayadass2681
    @jayadass2681 2 หลายเดือนก่อน +29

    অহংকাৰী লোকক মানুহে ভালকৈ চিনি পায়। এনেধৰণৰ মানুহক পলোভনৰে মন জয় কৰা টান কাৰণ তেওঁলোক শিক্ষিত।

  • @_i_am_animetuber2902
    @_i_am_animetuber2902 2 หลายเดือนก่อน +53

    পাগল ৰূপজ্যোতি মাথা গৰম গেনা

  • @thedevogramstory7483
    @thedevogramstory7483 2 หลายเดือนก่อน +16

    আমি উজনি অসমৰ লোক সকলে সৰ্বানন্দক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছো। যদি এইটো নহয়, তেন্তে আমি সকলোৱে গৌৰৱৰ সমৰ্থন কৰিব লাগিব।অসমৰ মানুহে পাঞ্জাবৰ পৰা জাতীয়তাবাদ কি শিকিব লাগে।

    • @munmuncreation123
      @munmuncreation123 2 หลายเดือนก่อน +3

      ঠিক কৈছে আপুনি।

  • @rupjyotigogoi8413
    @rupjyotigogoi8413 2 หลายเดือนก่อน +25

    ঘোৰা হাঁহি মৰা দল বগৰা খোনাই এলেকা পাই আনক ইতিকি্্ কৰা বাবে ।

    • @pororforfolopjofor
      @pororforfolopjofor 2 หลายเดือนก่อน

      তোৰ নামটোও একেই দেখোন।😂😂

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 2 หลายเดือนก่อน +5

    আমাৰ নেতা জন BJP লৈ গল বুলি আমি যে bjp ক সমৰ্থন নকৰো আমি ৰূপম বাইদেউৰ দিনৰ পৰা কংগ্ৰেছ ক ভোট দি আহিছোঁ আগলৈ ও দি থাকিম

  • @SayedaliSarkar
    @SayedaliSarkar 2 หลายเดือนก่อน +9

    Thank Gaurab gogai

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm 2 หลายเดือนก่อน +5

    পিয়াজ ,আলুৰ দৰে অবস্থা হব ৰুপজ্যোতি কুৰ্মীৰ । কোনো ৰাজনৈতিক দলত ঠাই নেপাব পিয়াজ ,আলু গেলিলে যেনেকৈ দুৰ্গন্ধ ওলাই তেনেকৈ দলৰ মাজত দুৰ্গন্ধ ওলাব ৰুপজ্যোতি কুৰ্মীৰ ।

  • @pranabjyotikalita6540
    @pranabjyotikalita6540 2 หลายเดือนก่อน +7

    2026 ত মৰিয়নিত ৰাইজে জিকাবএগৰাকী শীৰ্ষ প্ৰাক্তন আৰক্ষী বিষয়াক।

    • @jaanb5936
      @jaanb5936 2 หลายเดือนก่อน

      Kun baru.??

  • @bitumedhi8392
    @bitumedhi8392 2 หลายเดือนก่อน +6

    জাত পাত ৰ ৰাজনীতি।।।।মই নামনিৰ কলিতা কিন্তু মই প্ৰথম অসমীয়া

  • @utpalgoswami1990
    @utpalgoswami1990 2 หลายเดือนก่อน +5

    এসোপা জাবৰ - জোথৰ লৈ বি জে পিৰ মিছলিয়াৰ গোট বন্ধন । চোৰ, দকাইট, লুভিয়া, দালাল মানুহৰ এটা সংগঠন নহয়নে? আপোনাৰ নিজৰ সম্পত্তিৰ হিচাব হাজাৰ কুটি নহবনে ? আমি চৰকাৰী কোনো সুবিধা পোৱা নায়, ল'ৰা ছোৱালীৰো কোনো চাকৰি - বাকৰি নায়, কিয় আপোনালোকক ভোট দিয়া কথা ভাবিম ?

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 2 หลายเดือนก่อน +6

    Gaurav Gogoi next CM ✨🎉

  • @user-iz7gw5th5t
    @user-iz7gw5th5t 2 หลายเดือนก่อน +7

    Rupjyoti Ahankare paton

  • @theeasternworld
    @theeasternworld 2 หลายเดือนก่อน +2

    Gaurav Gogoi is true gentleman and most educated leader of Assam

  • @kinaramdas5198
    @kinaramdas5198 2 หลายเดือนก่อน +1

    প্ৰচাৰে ৰাইজৰ মন মুহিব নোৱাৰে ৰাইজৰ মন মুহিবলৈ নেতা হ'ব লাগিব ৰাইজৰ হকে কাম কৰি ৰাইজৰ উন্নতিৰ বাবে চিন্তুা কৰা নিজৰ উন্নতিৰ বাবে নহয়।

  • @pranabjyotikalita6540
    @pranabjyotikalita6540 2 หลายเดือนก่อน +2

    ৰূপজ্যোতি কুৰ্মীক বৰ্তমান তেওঁৰ সমষ্টিবাসী ৰাইজে ভাল পোৱা অতীত। যিদিনা তেওঁ BJP ত যোগদান কৰে।

  • @mofidrohman6393
    @mofidrohman6393 หลายเดือนก่อน +1

    গৌৰৱ গগৈৰ সমান হ'বলৈ কেইবা বছৰ লাগিব।

  • @kanaktalukdar2847
    @kanaktalukdar2847 2 หลายเดือนก่อน +1

    ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ বিদায় নিশ্চিত ।

  • @AditSonowal-pl6cs
    @AditSonowal-pl6cs 2 หลายเดือนก่อน +13

    পাগলে নেখাই কি চাগলীয়ে নকই কি ?

    • @BhairabTaid-nn4ik
      @BhairabTaid-nn4ik 2 หลายเดือนก่อน

      ছাগলীহে নেখায় কি পাগলে নকয় কি

  • @redcherrysproduction5426
    @redcherrysproduction5426 2 หลายเดือนก่อน +2

    আচলতে কথাটো তেনেকুৱা নহয়নেকি ,বাপুদেউ সকল , প্ৰকৃতাৰ্থত কবলৈ হলে যোৰহাট সমষ্টিত জধামুৰুখ অপদাথ্ৰৰ সংখ্যা বাঢ়িছে অ !😅😅😅😅😅😅😅

  • @gunaramdas131
    @gunaramdas131 หลายเดือนก่อน

    বৰ্ত্তমান সময়ত অসমীয়া ৰাইজক অজ্ঞ, বুলি ভৱা সকলো দলেই 26 ত
    পৰাজয় হব!

  • @mukulrabha9440
    @mukulrabha9440 2 หลายเดือนก่อน +2

    গৌৰব সদায় গৌৰব হৈয়ে থাকক

  • @niyantaborah3724
    @niyantaborah3724 2 หลายเดือนก่อน +3

    Next cm

  • @sumanborah9605
    @sumanborah9605 2 หลายเดือนก่อน

    গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হব

  • @marybellsawkmie6617
    @marybellsawkmie6617 2 หลายเดือนก่อน

    We love you Sir from Meghalaya ❤ 0:54

  • @apurbaghosh9597
    @apurbaghosh9597 2 หลายเดือนก่อน +3

    The Flyovers constructed in Guwahati will not help people livinng in Jorhat-Sivasagar bad and very Pathetic Road conditions . NH Road Condition from Jorhat to Sivasagar -Dibrugarh are very bad condition.

    • @northeastindian7617
      @northeastindian7617 2 หลายเดือนก่อน

      People should stop paying in toll plaza.. Boycott toll plaza...

  • @nripenborgohain201
    @nripenborgohain201 2 หลายเดือนก่อน

    বিবেক ভোট --- পাথী’ চাই -- গৌৰৱ গগৈক যোৰহাটৰ ৰাইজে জয় কৰি অসমবাসীক দেখুৱালে ৷

  • @narayankumarbora3762
    @narayankumarbora3762 2 หลายเดือนก่อน

    গৌৰৱ গগৈ, অসমৰ হীৰা।

  • @deepbailung5324
    @deepbailung5324 2 หลายเดือนก่อน +1

    Only gourav gogoi ❤

  • @user-oh4kc4uj3r
    @user-oh4kc4uj3r 2 หลายเดือนก่อน

    গৌৰৱ গগৈ জিন্দবাদ

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 2 หลายเดือนก่อน +2

    Gaurav Gogoi r biruddhe prasar kari BJP dolor MLA aru MP sakalar bahut khyati hoise. Bhal byaktik beya buli kole BJP dolor khyati hoboi.

  • @iftikarsclasses8787
    @iftikarsclasses8787 2 หลายเดือนก่อน

    Gaurav gogoi....a humble and true leader

  • @ronjitsaikia-wy3le
    @ronjitsaikia-wy3le 2 หลายเดือนก่อน +2

    Rupjyuti etia kot?

  • @user-dc6dd5he2x
    @user-dc6dd5he2x 2 หลายเดือนก่อน +1

    ছাগলী কেইটা কাৰ বাৰিত সোমাই আছে অ 😅😅

  • @pabitragogoi8654
    @pabitragogoi8654 2 หลายเดือนก่อน +2

    তিষ্টিব নোৱাৰিব, 2026 অত সকলো অহংকাৰী উতি যাব।

  • @ImranHussain-yf8un
    @ImranHussain-yf8un 2 หลายเดือนก่อน +3

    Sagoli ami khau😂😂 Tak xalhon bohale manuhe kati khabo e 😊

  • @ImranHussain-my8qj
    @ImranHussain-my8qj 2 หลายเดือนก่อน +2

    ৰানা থাকিগ'ল

  • @bhairabburagohain7078
    @bhairabburagohain7078 2 หลายเดือนก่อน +1

    ১০০কোটি খৰছ কৰিলে নোৱাৰিলে

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน

    দলবাগৰা ন বি জে পি য়েই সুবিধাবাদী চৰিত্ৰৰ বৰ বৰ নেতাবোৰৰ কাৰণেই আগৰ কঙগ্ৰেছ দৰেই বি‌ জে পিৰ অৱস্থা হ'বলৈ গৈ আছে। বি জে পিৰ নেতা, মন্ত্ৰীৰ সকলো কথা যে মানি নলয় ৰাইজে।২০২৬ চনৰ সাধাৰণ নিৰ্বাচনৰ পুৰ্বে বি‌ জে পিৰ কাৰণে অশনি সঙ্কেত।❤❤❤

  • @puspalatagogoi8366
    @puspalatagogoi8366 2 หลายเดือนก่อน

    শিয়ালৰ জাক জাক, সিংহৰ এটাই।

  • @user-mv6cy7nt9d
    @user-mv6cy7nt9d 2 หลายเดือนก่อน +1

    এপাচি শাকত এটা জ্বলকীয়া কি জ্বলিব

  • @PRASANTACHUTIA-ij2gq
    @PRASANTACHUTIA-ij2gq 2 หลายเดือนก่อน +2

    Uforai dim adin. Kulangar kitak

  • @bhaskarnath2409
    @bhaskarnath2409 2 หลายเดือนก่อน

    Moja, gogoi zindabad

  • @theeasternworld
    @theeasternworld 2 หลายเดือนก่อน +1

    So there is no celebration in the BJP state office inspite of winning 9 seats in MP election 😂

  • @purnanandagogoi3739
    @purnanandagogoi3739 2 หลายเดือนก่อน +4

    Jui.agat..sagar.ki.kam..asa.

  • @jayaborah2926
    @jayaborah2926 2 หลายเดือนก่อน

    আজিৰ নৱ প্ৰজন্মই ফকতীয়া ৰাজনীতি বেয়া পায়। মূল্য বোধৰ ৰাজনীতিক সমৰ্থন কৰে।

  • @pp-mt7vk
    @pp-mt7vk 2 หลายเดือนก่อน

    আমাক এজন ভদ্ৰ চি ম লাগে

  • @user-jl1fr6wg1x
    @user-jl1fr6wg1x 2 หลายเดือนก่อน

  • @nirmaldeka5091
    @nirmaldeka5091 2 หลายเดือนก่อน

    উজনি অসমৰ মানুহে 1200 টকাৰ পিছত নোদোৰে

  • @nelegend5044
    @nelegend5044 2 หลายเดือนก่อน

    নিজৰ চৰকাৰক ব্লেকমেইলিং কৰিলে নেকি! এইসকল নেতাই! বিজেপি কৰ্মীৰ পৰিয়ালৰ লোকেই ভোট দিলে গৌৰৱ গগৈক।

  • @dayanandaborah242
    @dayanandaborah242 2 หลายเดือนก่อน

    Next CM garub gogoi sirk... bhagbane kripa kork

  • @hemenmedhi3485
    @hemenmedhi3485 2 หลายเดือนก่อน

    Next time Gaurav Gogoi e Rakibul r record bhangibo 😊

  • @sunassam8030
    @sunassam8030 2 หลายเดือนก่อน +1

    Congress ahile assamor hall monipur nisina 💯 hobo

  • @pgoswami5378
    @pgoswami5378 หลายเดือนก่อน

    বিজেপিৰ এই ভোটৰ হ্ৰাসেই আগন্তুক দিনত কংগ্ৰেছ দলক
    উজনিত আগুৱাই নিব পাৰিব
    বুলি ৰাইজৰ বিশ্বাস জন্মিছে।
    তদানীন্তন সময়ত বিজেপিৰ প্ৰতি
    দেশত থকা বতাহে উজনিতো কেইবাজনক সেইসময়ত
    বিধায়ক হোৱাত সুবিধা কৰি দিলেও
    আগন্তুক দিনত তাক বৰ্তাই ৰখাটো
    সহজ নে কঠিন হব সেয়া শাসনাধীষ্ঠ দলৰ নেতা কৰ্মীৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব।
    কাৰণ দেশত বিজেপি দলে একক
    সংখ্যা গৰীষ্ঠতা নোপোৱাত অসমতো পূৰ্বৰ সেই বিজেপি বতাহ
    লাহে লাহে হ্ৰাস পাব পাৰে যদিহে
    দলে অহংকাৰ এৰি নম্ৰতাৰে জনতাৰ মাজত সোমাই বিভিন্ন ক্ষেত্ৰীয় উন্নয়নমূলক
    কামত মনোনিবেশ কৰিব পাৰে।
    দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ দাম
    কমাই জনতাক সকাহ দিব পাৰিলেহে দল তথা চৰকাৰ জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে।
    কাৰণ আগন্তুক দিনত জনতাৰ
    মন কোন দললৈ গতি কৰে তাক
    এতিয়াই ঠাঁৱৰ কৰা টান।

  • @AJ-ei7uo
    @AJ-ei7uo 2 หลายเดือนก่อน +3

    aibilak neta nohai neta matro 2jon
    1 FIUJ 2 JUJARU MALLO

    • @user-bo6ne7zg7l
      @user-bo6ne7zg7l 2 หลายเดือนก่อน

      Correct hai ❤❤❤❤❤❤

    • @user-bo6ne7zg7l
      @user-bo6ne7zg7l 2 หลายเดือนก่อน

      😄😄😄😛😛

    • @SumitSaikia101
      @SumitSaikia101 2 หลายเดือนก่อน

      😅😅

  • @bijoydeka9134
    @bijoydeka9134 2 หลายเดือนก่อน

    Good news

  • @lalitabodomazumdar7827
    @lalitabodomazumdar7827 2 หลายเดือนก่อน +3

    গৌৰবে জিকি কি কৰিব চৰকাৰ হৈছে বিজেপি বিৰোধী হৈ জিকি একোটা ৰাইজৰ কাম কৰিব নোৱাৰিব অকল নিজৰ পকেটত ভৰাই থব চাই থাক ৰাইজে

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน +1

      Lalit mazumdar toi Bangladeshi mone mone thak. Axom t Axomiar raj saliba.

    • @SumitSaikia101
      @SumitSaikia101 2 หลายเดือนก่อน

      @@mukulbaruah1833Right

  • @SarifuddinAhmed-so7ff
    @SarifuddinAhmed-so7ff 2 หลายเดือนก่อน

    ২০২৬ কংগ্ৰেছে দখল কৰিব।

  • @arupsenchuwa5004
    @arupsenchuwa5004 2 หลายเดือนก่อน

    গৌৰৱ আমাৰ অসমৰ আকাশৰ জিলিকি থকা তৰাৰ দৰে এওঁ

  • @souravvlogs7925
    @souravvlogs7925 2 หลายเดือนก่อน

    মুখ্যমন্ত্রী পদৰ প্রার্থী গৌৰৱ গগৈক কৰিব লাগে ।

  • @7gc970
    @7gc970 2 หลายเดือนก่อน +9

    গৌৰব গগৈৰ ডাঙৰীয়াই নিজৰ গুণ কাৰণেই জয়যুক্ত হৈছে কিন্ত বিধান সভাত ৰিজাল্ট বেলেগ হব ।

    • @kusumsarma6702
      @kusumsarma6702 2 หลายเดือนก่อน

      😂😂😂😂

    • @asen5299
      @asen5299 2 หลายเดือนก่อน +2

      কণিটো

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน +2

      7gc970 tahot 3% west uressian bidekhi monubadi, brahmonbadi, jatibadi jehadir 2026 t khela ses. Brahmonyabadir sason Axom t aru nasoliba.

    • @asen5299
      @asen5299 2 หลายเดือนก่อน

      @@mukulbaruah1833 বাপেৰৰ কনিটো বকি আছ

  • @rahulaxom2603
    @rahulaxom2603 2 หลายเดือนก่อน

    Next CM of Assam.. GAURAV GOGOI... ✊✊

  • @aparadevisarma5797
    @aparadevisarma5797 2 หลายเดือนก่อน

    দল বাগৰা কেইতা কাৰনে বিজেপিৰ অবস্থা এনেকুৱা হল

  • @indianjamesbond0076
    @indianjamesbond0076 2 หลายเดือนก่อน +1

    Even Himanta himself will break Assam BJP as his time out. He did it for Assam Congress by betraying late CM Tarun Gogoi. This time he might form a new party with Oukil,Lurin & few . Gaurav Gogoi must look for vote data of Mangaldai,Guwahati & Karimganj LS poll. This 3 seat was not for BJP at all. EVM tampering done to take claim of credit by CM

  • @wildlifevideoandpictures4260
    @wildlifevideoandpictures4260 2 หลายเดือนก่อน

    ❤❤❤❤❤❤ Congress Jindabad Gourav❤❤❤❤❤❤

  • @dipankardutta4753
    @dipankardutta4753 2 หลายเดือนก่อน

    they are not qualified......for the real politics.....gourav is the national leader....they are not qualified as pa of gourav gogoi...

  • @birendranathsaikia2350
    @birendranathsaikia2350 2 หลายเดือนก่อน

    Games of ahom and Akil influence , negligence of sitting MLA ,

  • @mostafizurrahman9115
    @mostafizurrahman9115 2 หลายเดือนก่อน

    Gaurav Gogoi CM lage amak ❤ Congress ahibo lage 2026 ot .. aiya mone prane bisaru

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt 2 หลายเดือนก่อน

    বিজেপি'য়ে গৌৰৱ গগৈক হিৰো বনোৱাত জানি বুজিয়ে হাত উজান দিছিল । এচাম কৌশলী নেতাই ইচ্ছা কৰিয়ে ৮/৯ টা বলিষ্ঠ পৰাক্ৰমী বিজেপি বিধায়কৰ সমষ্টি ত গৌৰৱ গগৈয়ে ইমানবোৰ ভোট কেনেকৈ পালে ? বিধায়ক সকলৰ প্ৰতি সন্দেহ হৈছে !কজানি বিধায়ক সকলে অসমৰ মুখ্যমন্ত্ৰীক শলঠেকত পেলাই ৰং চাইছে ,লগতে প্ৰধান মন্ত্ৰীৰ ওচৰত হেয় প্ৰতিপন্ন কৰিছে ।

  • @user-rh9dc4yu3h
    @user-rh9dc4yu3h 2 หลายเดือนก่อน +1

    Mofi ahilao nijika jurhatot

  • @atul2025
    @atul2025 2 หลายเดือนก่อน

    Gourab should visit all the seats occupied by the BJP and should organise the party with honest workers.

  • @Boraanshu
    @Boraanshu 2 หลายเดือนก่อน

    Borhiya dise o borhiya dise ...👍

  • @tapangogoi89
    @tapangogoi89 2 หลายเดือนก่อน +1

    Apobitra margherita kot gol atia😂😂😂😂

  • @gh12138.
    @gh12138. 2 หลายเดือนก่อน

    Sher❤

  • @hitsong9018
    @hitsong9018 2 หลายเดือนก่อน +2

    Amr pijush dai ako kowa ni neki mohaxoi jonr news powa ni dekhon

  • @bhairabburagohain7078
    @bhairabburagohain7078 2 หลายเดือนก่อน

    যোৰহাটৰ ভোটাৰক মানিচো

  • @user-ln7pt8fw7i
    @user-ln7pt8fw7i 2 หลายเดือนก่อน

    God bless Gaurav

  • @bisheswarborah4141
    @bisheswarborah4141 2 หลายเดือนก่อน

    Rupjyoti Kurmi is really mad...

  • @user-xy2py1dz6j
    @user-xy2py1dz6j 2 หลายเดือนก่อน

    G G Jindabad

  • @trinayanvlogs3128
    @trinayanvlogs3128 2 หลายเดือนก่อน

    I think Rupjyoti Jogen
    Susanta and many other B J P leaders have no self respect

  • @hemengogoi4708
    @hemengogoi4708 2 หลายเดือนก่อน

    26 ত শেষ হব উজনিত বিজেপি

  • @JunMun-nn9qj
    @JunMun-nn9qj 2 หลายเดือนก่อน

    गौरव गोगोई अबकी बार