মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা অখিল গগৈৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ค. 2024
  • ▶️ মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা অখিল গগৈৰ
    ▶️ অখিল গগৈৰ মতে এয়া জনগণ বিৰোধী সিদ্ধান্ত
    ▶️ ‘বৰ্তমান বিধায়কৰ বেছিক দৰমহা ৮০,০০০ টকা’
    ▶️ ‘বিধায়কৰ অন্যান্য ভাট্টা ৯৩ হাজাৰ’
    ▶️ ‘বৰ্তমান বিধায়কৰ দৰমহা মুঠ এক লাখ ৭৩ হাজাৰ’
    ▶️ ‘প্ৰাক্তন বিধায়কে পেঞ্চন লাভ কৰে ৬০ হাজাৰ টকা’

ความคิดเห็น • 7

  • @bipuldas6466
    @bipuldas6466 16 วันที่ผ่านมา +8

    যি বোৰ বিধায়াক চলিব নোৱাৰে, তেওঁ লোকে পদটো এ ৰি দিব লাগে।

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 16 วันที่ผ่านมา +5

    ধন্যবাদ

  • @anupdas9848
    @anupdas9848 16 วันที่ผ่านมา +3

    জঘন্য কাম, এই সময়ত সাধাৰণ মানুহে ককবকাই আছে, আৰু এওঁলোকে বিলাসীতা আৰু বঢ়াব বিছাৰিছে।

  • @abhijitgogoi16
    @abhijitgogoi16 16 วันที่ผ่านมา +1

    Good decision

  • @Abhaypur12345
    @Abhaypur12345 16 วันที่ผ่านมา +1

    ❤❤❤

  • @ghanashyamdeka2013
    @ghanashyamdeka2013 16 วันที่ผ่านมา +1

    অখিল গগৈ জিন্দাবাদ