স্মাৰ্ট-মিটাৰ এক প্ৰহসন-কেলেংকাৰি, ‘কথাশিল্প’ত জিতুমণি বৰাৰ সৈতে বিমল দাস

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ก.ย. 2024
  • ▶️স্মাৰ্ট-মিটাৰ এক প্ৰহসন কেলেংকাৰি
    ▶️এপিডিচিএলত কেনেকৈ একাংশ অভিযন্তাই লুট চলাই আছে?
    ▶️ব্যাখ্যা কৰিলে আন এগৰাকী অভিযন্তাই
    ▶️ভাল মিটাৰবোৰ আঁতৰাই স্মাৰ্ট-মিটাৰ লগোৱাৰ আঁৰৰ কাহিনী
    ▶️‘কথাশিল্প’ত জিতুমণি বৰাৰ সৈতে বিমল দাস
    Watch the full clip to know more about this story.
    #pragnews #apdcl #jitumonibora #kothaxilpo #pragnewsdigital
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 37

  • @hemantamahanta5578
    @hemantamahanta5578 10 ชั่วโมงที่ผ่านมา +19

    স্মাৰ্ট মিটাৰটো জনসাধাৰণক লুটি নিয়া ব্যবস্থা বুলি বহুতে কৈছে ।

  • @hitendranathneog4586
    @hitendranathneog4586 8 ชั่วโมงที่ผ่านมา +1

    Bimal Das ক মই জানো । তেখেত এগৰাকী genuine n practical person । তেখেতৰ কথা বিলাক ৰাইজে মনযোগে শুনি গোটেই সমস্যাটো বুজি লওক

  • @bibharaninath8242
    @bibharaninath8242 7 ชั่วโมงที่ผ่านมา +1

    Thank you Dada

  • @manojtalukdar6647
    @manojtalukdar6647 9 ชั่วโมงที่ผ่านมา +4

    অসমত সকলোতে স্মাৰ্ট @ স্মাৰ্ট চিটি/ স্মাৰ্ট পুলিচ/ স্মাৰ্ট মিটাৰ/ স্মাৰ্ট মন্ত্ৰী বিধায়ক/ স্মাৰ্ট মুখ্য মন্ত্ৰী/ স্মাৰ্ট মামা-মামী ইত্যাদি ইত্যাদি 😋😋😋🤣🥰🥳⁉️⁉️⁉️⁉️⁉️

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 10 ชั่วโมงที่ผ่านมา +4

    শ্মাৰট মিটাৰ যোগানত কমিচনৰ অঙ্কই আগস্থান পোৱা যেন লাগে । দুৰ্নীতি আৰু উন্নয়ন একে লগে সম্ভব নহয় । এখন দুৰ্নীতি মুক্ত চৰকাৰৰ দ্বাৰাহে উন্নয়ন হব পাৰে ।

  • @bhupendas9350
    @bhupendas9350 7 ชั่วโมงที่ผ่านมา +1

    আমাৰ ওদালগুৰিৰ গাঁৱত স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ বাবত ঘৰে প্ৰতি ১০০টকাকৈ লৈছে।

  • @mithunpegu5935
    @mithunpegu5935 10 ชั่วโมงที่ผ่านมา +3

    চোৰৰ কাম কৰিব বিচাৰিছে, মানিলোৱাটো উচিত নহব।

  • @nityasarma4072
    @nityasarma4072 8 ชั่วโมงที่ผ่านมา +1

    barhiya dada

  • @Santannu
    @Santannu 8 ชั่วโมงที่ผ่านมา +1

    সচিবালয়ত ,মন্ত্ৰী MLA ৰ quarter ত বা তেওঁলোকৰ ঘৰত smart meter লাগিল নে?

  • @litysa4236
    @litysa4236 8 ชั่วโมงที่ผ่านมา +1

    Pratibedan prastut korajan dhainya 🎉🎉

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 8 ชั่วโมงที่ผ่านมา +1

    স্মাৰ্ট চৰকাৰৰ স্মাৰ্ট বেপাৰ।নদাই ভদাই জহন্নামে যা।

  • @manirulislam-by7qs
    @manirulislam-by7qs 9 ชั่วโมงที่ผ่านมา +1

    এখন মিটাৰৰ দাম কিমান?

  • @sanku189
    @sanku189 10 ชั่วโมงที่ผ่านมา +2

    Smart meter nologuwar babe juwa mahor pora besikoi bill ahibo lagise. Tarmane smart meter loguwatu abashyombabi.

  • @taradoi7957
    @taradoi7957 10 ชั่วโมงที่ผ่านมา +6

    মোৰ দৃষ্টিৰে--------------
    স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগোৱাৰ কোনে নিদে'শ নাই ।অফিচ কাছাৰি ডাঙৰ ডাঙৰ কাৰখানা ব্যৱসায় আদিত লগাবৰ বাবেহে কেন্দ্ৰীয় চৰকাৰৰ নিদে'শ আছিল । কিন্তু এইয়া কি হল ? ইয়াৰ ৰহস্য কি? অসম চৰকাৰৰ কোনো অধিকাৰ নাই ।

  • @nilakshisaikiaborah7071
    @nilakshisaikiaborah7071 8 ชั่วโมงที่ผ่านมา +1

    আগতে আহে ৭০০ এতিয়া ৩৭৫০ টকা দিছো

  • @digambarkalita3535
    @digambarkalita3535 6 ชั่วโมงที่ผ่านมา +1

    ২নং ডিমু গাওত স্খাৰ্ট মিটাৰ লগাইছে কিন্তু ফেন নুঘুৰে।এটা ফ্ৰেজ বেয়া। ভাল নকৰে ।

  • @DipjyotiBorsaikia-m3s
    @DipjyotiBorsaikia-m3s 8 ชั่วโมงที่ผ่านมา +2

    Vabi asorit hoisu sorkary ke koribo lagay aru ke korisay. smart koribo lagay ke smart korisey ke

  • @rukmamedak1691
    @rukmamedak1691 38 นาทีที่ผ่านมา

    APDCLৰ মানুহ জনক ভালকৈ কবলৈ দিব বিচৰা নাই যেন লাগিল । দুইকুল ৰক্ষা কৰা নাইটো ?😅

  • @debajanisaikia7770
    @debajanisaikia7770 7 ชั่วโมงที่ผ่านมา +1

    Smart mitar dorkar nai

  • @bablusaikia139
    @bablusaikia139 10 ชั่วโมงที่ผ่านมา +2

    assamar bor muria hakal tezpia j hei a.baki burot pis pori ase kintu smrt mitar loguat 1no

  • @phanidharthakuria588
    @phanidharthakuria588 27 นาทีที่ผ่านมา

    মোর ঘরত তলা লগোব থকে মাহত বিল অহিছে পাচ শ ষঠি টকা অগতে বিল অহিছিল এক শ টকা

  • @gmchoudhury487
    @gmchoudhury487 9 ชั่วโมงที่ผ่านมา +1

    Smart Jaliati, smart jhut? Smart Robbing?

  • @pabiranhazarika73
    @pabiranhazarika73 9 ชั่วโมงที่ผ่านมา

    What about security money it's becoming zero ???????

  • @bikashranjangogoi3053
    @bikashranjangogoi3053 42 นาทีที่ผ่านมา

    It is only lutraj, when a meter gives correct reading why we installed a new meter.

  • @soydurrahman7047
    @soydurrahman7047 9 ชั่วโมงที่ผ่านมา +1

    i hate u
    Smart metar na laga
    APDCL OFFICER BAD 👎

  • @chiranjibdutta565
    @chiranjibdutta565 8 ชั่วโมงที่ผ่านมา

    Bidhan xobhat kunue uthapon nokore kio xosa kotha bilk.. another state e hobolou nidiye..etai kotha 24:31 .sobore commission..1st time axomor ejon abhigyo xosoton nagorike enedhore explain korar karone 👍 eikhn govt.beyakoi xao khai dubibo axomor raijor major pora🙏

  • @baharuddinlaskar8300
    @baharuddinlaskar8300 9 ชั่วโมงที่ผ่านมา

    মিছা কথা

  • @PM-gw1ou
    @PM-gw1ou 8 ชั่วโมงที่ผ่านมา

    আপোনাৰ কথাখিনি গ্ৰহণযোগ্য নহয়।

    • @boonsaikia8526
      @boonsaikia8526 56 นาทีที่ผ่านมา +1

      Kyo??? Sarkari chamsha neki???