ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก
থানাত হাজিৰ হোৱাৰ পূৰ্বে পুনৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিলে বায়ুসেনাৰ প্ৰাক্তন কৰ্মচাৰীজনে।
ฝัง
- เผยแพร่เมื่อ 19 ม.ค. 2020
- কিছুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক ছচিয়েল মিডিয়াত সমালোচনা কৰি আৰক্ষীৰ ৰোষত পৰিছে বায়ুসেনাৰ প্ৰাক্তন কৰ্মচাৰী হিমাংশু গগৈ। লতাশিল থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে কৰ্মচাৰীজনক। থানাত হাজিৰ হোৱাৰ পূৰ্বে পুনৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিলে বায়ুসেনাৰ প্ৰাক্তন কৰ্মচাৰীজনে।
হিমাংশুৰ বাবে এটা like
Kun hoi
কোনো ভয় খাৱ নালাগে গৈগৈদা...
জয় আই অসম
👍
hemu dada pagol hoisaa gade khon areba lageba ja 2021 sonat dalale koreba nuwareba ja ha ha ha ha ha
Pagoll hoi
জয় আই অসম
👌
দাদা ,হিমন্ত ডাঙৰীয়াই পাহৰি গ'ল জনতাৰ প্ৰতিনিধি বুলি,তেখেতে ভাবিছে গাদি খন তেওঁৰ দেউতাকৰ সম্পত্তি।
👍
Thikei koise ... Hahaha ki je hob...
প্রতিজন অসমীয়াই এনেকৈ কথা কবলৈ শিকক
দাদা আপোনাৰ দৰে সাহসী ব্যক্তি এজনক কি বুলি ধন্যবাদ জনাম মই ভাষায়ে বিচাৰি পোৱা নাই , আপোনাক শত কৌটি প্ৰণাম জনাইছোঁ, চেলুত আপোনাক।
জয় আই অসম।।
জয় আই অসম গগৈ দা
Real hero💪💪💪
জয় আই অসম ✊ ❣️
✊✊✊✊✊✊✊
এইটো অকল "হিমাংশু গগৈ " ৰ ভাষ্য নহয় প্ৰতিজন অসমীয়া জাতিপ্ৰেমী সত্বাৰ কন্ঠ । ঐ বদন হ'ত, কেইজনক জেলত পঠাবি । অসমীয়াৰ গনতান্ত্ৰিক অধিকাৰ প্ৰাপ্তিৰ বাবে বিদ্ৰোহৰ জুইৰ ফালে আমাক আগবাঢ়ি যাবলৈ বাধ্য নকৰিবা । ক্ষমতাৰ অপব্যৱহাৰ আৰু নিকৃষ্ট ৰাজনীতিৰ এই ভন্ড চৰকাৰ নিপাত যাওক ।জয় আই অসম ।
like
Muslim aru axomiya muslim beleg je ai kotha khini bengali khini a aji loike buji napai himur kotit lagi ase
Hosa kota,, blegok beya Kota kobo pare hihotok olop kiba kole jail, he m l a, minister sir keita adim jug nohoy rojar uporot soku dile karhagharot bondi koriboloi seshta nokoriba.
বহুত ভাল কথা কৈছে দাদা।👍
ভয় খাইছে হিমু দাদাই 🤭 , হিমুৰ মুৰৰ গোবৰখিনি উলিয়াই গছৰ গুৰিত দিলে গছেও বেয়া পাব ।😆
😁😁😁
🤣🤣
😂😂😂😂
Hoi hoi
ঠিক কথা কৈছে
Real hero of assam
গগৈ ডাঙৰীয়া আপুনি এক দম সচাঁ কথা কৈছে জয় আই অসম আমি আছোঁ গগৈ দা
ami asu buli kolei nohobo ulai ahok amio asu
জয় আই অসম । দাদা আমি আপোনাৰ লগত আছো ।
Dear brother Himangshu Gogoi I am full support you and that is the universal truth. Thanks.
জয় আই অসম
জয় আই অসম
মই ভাবো এখেতে একো ভুল কথা কোৱা নাই অসম চুক্তিৰ নামত 10 বছৰ যি দৰমহা তেওঁ লৈছে সেয়া ৰাইজৰ পইচা ৰাইজৰ পইচা অনেকে ব্যৰ্থ হব দিব নোৱাৰি তেখেতে যদি অসম চুক্তি নপঢ়িলে তেন্তে কিহৰ বাবে দৰমহা ললে
জয় আই অসম বিজেপি গৌ বেক
Bjp zindabad. 1000%
@@satishdas2783 😆😆🖕🖕
@@satishdas2783 🖕🖕
Apunar logot ami asu
👍
👍
👍
Waaoooo.... Nice comment Himagshu .. go for it . Joi aai oxom
Himangsu Gogoi jinda BAD
জয় আই অসম
হয় ঠিকেই,সুহৃদ জনে গুৰুত্বপূৰ্ণ কথাৰ আগধৰি কথা কৈছে।
ভাল কৈছে।
জয় আই অসম
Himanghu gogoi hosa ktha koise selut gogoi da himanta go back
ভাল কথা কৈছে আপুনি দাদা মই আপোনাক সমৰ্থন কৰোঁ ।
kiman dhanyabad dim aaponak JAI AAI AXOM
Apuni ajon pokit juwan apunar hahokikotak selut apunar ajon juwanor hahokhikota lgt tekhetor aku pattai napai..👍👍
এনে চেলেঞ্চে কিঞ্চিতো লাভাম্বিত নকৰে অৱশ্যে নিজকে হাইলাইট কৰিব পাৰি । চেলেঞ্চ সিদিনা পূৰ্ন হব যিদিনা চেলেঞ্চকাৰীসকলে হিমন্তক ভোটযুদ্ধত হৰাব পাৰিব । ৰাইজৰ সমৰ্থনত হিমন্ত মন্ত্ৰী হৈছে তেখেতৰ লগতো এখন সমাজ আছে । মনত ৰখা দৰকাৰ চেলেঞ্চকাৰীসকলে হিমন্তক মন্ত্ৰী পতা নাই ।
দাদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ জয় আই অসম গোলাঘাট 💪💪💪💪💪💪💪💪💪 বীৰসিংহ 💪
C (a) a বিৰোধী সকলে hit like কৰা
হিমু ভয়। ৰাম পলাইছে। মাঠাই কাম নকৰা হৈছে তেখেতৰ।
Dear brother Himangshu Gogoi I am very happy. God bless you.
হিমাংশু গগৈ সাহসী ধন্যবাদ ।
গনতন্ত্ৰত বাক স্বাধীনতা সকলোৰে আছে..
Good boy good boy good boy
Is a good boy
খচা কতা কইচা ভয় নকৰাৰ কাৰণে Congratulations bro
জয় আই অসম
জয় আই অসম, আপোনাৰ দৰে ব্যক্তিৰ আজিৰ দিনত খুবেই প্ৰয়োজন
A soldier is never off duty....
A soldier never on holiday...
Laage roho Gogoi daa... 👍👍
Gogoi da ami apunar lgt asu jai ai axom
Cm bonaba karon aji loike upper assam r cm hoi thakil ammar lower adam r ako nohol.jai aii axom.
Jai Aai Axom ...fali dila Topak
👍👍👍✊
আপোনাক সচা কথা কোৱা বাবে বহুত বহল ধন্যবাদ।
Himanta Bishwa Sharma Zindabad
হিমাংশু দা আমি আপোনাৰ লগত আছো ভয় নাখাৱ।
জয় আই অসম
Yes
বহুত ভাল কথা কৈছিল দাদা জনে জয় আই অসম
প্ৰকৃত অসমীয়া ডেকা
। সাহসী। এনে বীৰ থাকিলে অসম থাকিব।
সত্যৰ সদায় জয় ✌️dada ami u thakim apunar lgt
3crewsee3at..
ধন্যবাদ দাদা
Duniya.... Hosa kothaa koise apuni
Gogoi da jindabad
হিমু ককা কেনে পালে
দাদা আমি আপোনাৰ লগত আছো আপোনী আগবাৰী যাওক ?
হিমন্ত বিশ্ব শমাই অসমখনক তাচ নাছ কৰিব পাৰে কিন্তু তাক সচা কথা কলে কিয় গাত লাগে
Voi korar dorkar nai Aku koribo nuare huh
Mozza
Himansu dada Dr like
7:13 এইখিনি শুনিলে হিমুৰ মূৰত যি কেইডালো চুলি আছে ন, বেছিদিন আৰু দেখা নাপায়।
Hittt
সুন্দৰ কথা কৈছে আপোনি .. সকলো আপোনাৰ লগত আছে .. জয় আই অসম 😘😘
হিমু তপা দা তোমাৰ দিন বেয়ালৈ আহিছে ।
সছা কথাত ভয় কিহৰ
দাদাৰ লাজ বোলা বস্তুতো নাই নেকি? মুখা খুলি দিছে তথাপিও লাজ পোৱা নাই
Vy nkrib vogowan ase hahy kerib kun val kun beya
Thank gogoi da
Good .. proud of you..
Dnt wry Bhai. katha kuwar hokolure odhikar ase..
10 টা নীলা শিয়াল মৰিলে এটা হিমুৰ অৱতাৰ হয়
Right
Hahahahah
Best voice
1000 like from GOGOI
সচা কথা কলে মানুহৰ গাত লাগে
Aku krbo nuare apunk dada... Jai Aai Axom...
মজা ,,,লাজ পাইছে নে নাই চৰকাৰে
সত সহস্ৰ কুটি প্ৰণাম দাদা । ভগবানে আপোনাক কুশলে ৰাখক । সময়ৰ সতে যুজিবলৈ সাহস দিয়ে যেন ভগবানে । জয় আই অসম
বহুত ভাল কথা কৈছে...জয় আই অসম
Jai ai axom
gd bless u....mio asu 2r lgt...
সচা কথাত ভয় নকৰে দাদাই জয় আই অসম
হি মাংশু জিন্দাবাদ জয় আই অস ম
Well done gogoi da. JOI AI AXOM
Tnks dada. 👍😍jay aai axom.
Bah gogoi da apunar hahok 👌👌👌👌👌👌👌👌👌👌👌👌👌👌
সত্যৰ সদাই জয়।
দা দা আপুনি সচা কথা কৈছে গতিকে একো ভয় কৰিব নালালে।আমি সকলো আপোনাৰ লগত আছো।
জয় আই অসম।
চিনিঅ'ৰ গগৈ/ মিদ'ল গগৈ/ জুনিঅ'ৰ গগৈ বুজি পালো । কিন্তু এইবাৰ এইজন গগৈক বাৰু কি নাম দিব ভক্ত জনে 🤣🤣
Danger Goigoi..pure Gogoi..
@@mridusmitasaikia7069 akdm right...Tew pure gogoi....dengar gogoi. ..
Mar ghat mora gogoi
@@zeus6711 tothapi Himu..Sarba t koi Val..Raij or saw sodoka emn koi khuwa nai...
দম আছে ভাই । আপুনি সৎ আপোনাৰ একো নহয়। you are game challenger.lets play with topa uncle 👍
হিমাংশু গগৈ দা মই আছো আপোনাৰ লগত
Gogoi da Assam is with you. Go ahead...
হিমন্তক পগলা কুকুৰে কামুৰিছে ,তেওঁক জোকাই নলবা ,যধে মধে কামুৰিব, সাবধান !!
🐕😆🤣🤣👏👍
Kukur pagal hole Mari pelabo Lage... Bonoriya ba gharosiyai houk....
Aku koribo nuare Himanshu Gogoik.... Ami hokolu apunar logot asu... Joi aai AKHOM....
Hemangso gogoy sir good news donea lagise very beautiful and super Dada
Val lagil kotha khini huni..জয় আই অসম ✊ bjp go back
Jai aii akhom 🙏
Jai hind🇮🇳
Himu ...gul nemu hoise aru..
জয় আই অসম দাদা আপুনি ঠিকেই কৈছে
যুক্তিসন্মত কথা কৈছে।
jai aai assam
Mojja dada gat lgese mohajonor
Right gogoi da
Himanshu Gogoi apuni real hero.....i spprt u......
Salute you
Joi Aai Axom
Jio sir I am Salute you
Himansu gogoi you are right
Yak koi dom... Jailr Bhoiyot bhekuli jap di bjpt jua bure nubujibo ay dom... Jai aai axom
himanta aru kimn k vhoi kHuai vetrt humuai mukh bondho krbo...nuare krebo aru teu lgt axomr rAiz ase apuni vhoi nakhabo ru himanta aru sarbananda dujon ae vhoyatur
Himangshu jindabad
হীমন্ত ভাইটিয়ে বহুত ভয় খাইছে দাদা.....
Thike kaise dada