ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অসমীয়া ৰাইজৰ বাবে ভাল খবৰ। চিকিমিকিৰ বাবে আগন্তুক দিনবোৰ উজ্জ্বল আৰু সুন্দৰ হৈ উঠক। অলেখ শুভেচ্ছা জনালো।
ধেমাজিৰ হৈ বহুত বহুত গৌৰৱ অনুভৱ কৰিছোঁ ।।। আৰু আগুৱাই যোৱা তুমি চিকি মিকি 😍😍😍
Axomiyar gaurab
Na bharotiyor gaurav 😆
মুলাগাভৰুৰ দেশৰ সুযোগ্য উত্তৰাধিকাৰী, অভিনন্দন #চিকিমিকি ❤👏
জীৱনত সপোন এটি পূৰ কৰিবলৈ হলে সপোনৰ পিছত দৌৰিব লাগিব তেতিয়াহে সফল হব সপোনটো। অভিনন্দন জনালো মেডাম, অসমৰ গৌৰৱ আপুনি💐🙏🙏
এই যাত্ৰা সফল হোৱাত ভগৱানে তেওঁক সহায় কৰক🙏 সমগ্ৰ বিশ্বতে চিকিমিকি নামেৰে জিকমিকাই পৰক অসম❤️
মাক বাপেক ভাল হলে লৰা ছোৱালী ভাল হয়.... সেই অনুপাতে পইচা দৰকাৰ... ভাল লাগিল
ঠিক কৈছা কথা তো
আন্তৰিক সোভেছা থাকিল। লগতে মহান আল্লাহ পাকৰ ওচৰত দোৱা থাকিল তোমাৰ মনৰ আশা পুৰণ হওক। তুমি আৰু আগবাঢ়ি যোৱা। আমিন।
অসম গৌৰৱ চিকিমিকি বৰগোহাঞি লৈ আমাৰ আন্তৰিক অভিনন্দন থাকিল।
ধেমাজি হৈ বুলি নহৈ মই অসমৰ অসমীয়া ছোৱালী বুলি গৌৰৱ অনুভৱ কৰিছো , আৰু আগুৱাই যাওক তাকে আখা কৰিছোঁ , 💪💪💪💪💪👍👍👍👍
তেওঁ অকল ধেমাজিৰেই নহয় গোটেই অসমৰ গৌৰৱ ।
Nohoi o gutei bharotor gourov 👍
অসমৰ ছোৱালী যেতিয়া আমি প্ৰথমে অসমৰে গুণ গাব লাগিব ।
Joy aai oxom bharat mata ki jai ✊
@@jayantapaul7055 Thanks
Welcome bro.. ☺
Axomiya Suali 🔥🔥🔥🔥Proud moment for our Asaam. ✊✊✊✊✊🔥🔥🔥🔥🔥💕💕💕💕💕💕👍👍👍👍👍
চিকিমিকি তোমালৈ বহুত বহুত শুভেচ্ছা আৰু আৰ্শীবাদ থাকিল | জয় আই অসম |
Proud to be a ahom girl🔥🔥....good luck and may God bless you always🙏
অসমীয়াৰ মান জিলিকোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ
মৰম দিলোঁ বা জনী ভাল লাগিল সঁচাই।
Dhemaji hoi Bohut proud feel korisu congrats
বৰ ভাল লাগিল। অভিনন্দন জনালো
আন্তৰিক অভিনন্দন জনালোঁ
চিকিমিকি আমাৰ গৌৰৱ, আৰু উজ্জ্বলি উঠক তোমাৰ জীৱন। ভগৱানে মঙ্গল কৰক।
অভিনন্দন জনালোঁ ৷
Congratulations To You,Proud of You, May God Bless You
ধেমাজি গৌৰৱ চিকিমিকি বহুত ভাল লাগিছে ভগৱানে কুশলে ৰাখিবলৈ তোমাক প্ৰাৰ্থনা জনালো 😘😘🙏🙏
Great news : All the Best and best wishes 🎉🎉
চিকিমিকিয়ে চিকমিকাইচে
mozaaa baideo......
Very good Congratulations God bless you tq all the best
Val lagil .. aru aguwai jaok apuni ❤️
ধেমাজিৰ হৈ বহুত বহুত গৌৰৱ অনুভৱ কৰিছো।।বাইদেওঁ তুমি আৰু আগুৱাই যোৱা তোমাৰ লগতে ধেমাজি বাসিলৈও গৌৰৱ কঢ়িয়াই আনিবা বুলি আশা কৰিলো ।।
🌹🌹🌹Bhut val lagise aru aami gourav anubhav krisu aapunak loi.apuni jen aru aaguwai jab pare, tarei hubhv kamona krilu, aru Bhagawane apunak hdai kukhole rakhuk.. 🌹🌹🌹🌹
খুব ভাল লাগিল।।শুভেচ্ছা জনালো।।
Many many happy and go ahead thanks
Congratulations🎉🎉 proud to be assam
Thank you . God bless you.
সুন্দৰ বা তুমি আগুৱাই যোৱা।
" Chiki Mikki " salute to you. You are the proud of Assam. 🌹🌷
Sikimi loi Bohuat Bohuat dhanayabad
aiyaaye hoixe super hero
শুভ বাৰ্তাৰ দিয়া বাবে আন্তৰিক অভিনন্দন জনাইছো।
Proud of you sister ❤️❤️❤️
God bless you.....congratulations
Congratulations! proud of her👏👏👏✌
Tq men. We proud of you
Very2 Thanks for you sekemeke borghoai
All the best love from Dibrugarh ❤
God bless u ..ag bahi juwa tumi...huni hukhi holu......
Joi aai akhom... Val lagil
চিকিমিকি ভন্টিক বহুত বহুত শুভেচ্ছা জনাইছোঁ
Bohut val lagil.....
Bahut Bhal lagil khobortu pai...
Congrasulation Sikmik.
মই আজি নিজে বহুত গৌৰৱ কৰিছোঁ ধেমাজি বাসী হৈ । আৰু আগুৱাই যোৱা ।❤️🥰
Joi Axomiya.
বহুত সুখী আমি চিকিমিকি ...বহুত শুভেচ্ছা যাচিছোঁ😍😍😘..আৰু আগুৱাই যোৱা...😍😍🙏🙏
Love from Dhemaji....
May God bless you Madam. Go ahead.
thanks bhani
Good Job 👌👍👏 ...
Ata positive news❤️🥰thank you
Bor val lagil.aru aguwai juwa huvhesya thakil tumalo.
বহুত বহুত অভিনন্দন থাকিল
So proud of you
My best wishes to you and God bless you. I am Nagaon , Assam ♥️
I am proude of u. Jai ai assom
God bless 🙏you
চিকিমিকিলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ । আগবাঢ়ি যাওক তেওঁ, ভগৱানে তেওঁৰ মঙ্গল কৰক , তেওঁৰ দীৰ্ঘায়ু তথা সুসাস্থ্য কামনা কৰিলোঁ।
Congroulations
আগুৱাই যাওক আশীৰ্বাদ কৰিছো 🙏🙏🙏🙏
বহুত ভাল লাগিল চিকিমিকি তুমি আগুৱাই যোৱা অসমৰ মান ৰাসা । ❤️❤️❤️❤️👍👍👍👍👍👍👍👍🇵🇾🇵🇾🇵🇾🇵🇾🇵🇾🇵🇾
🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 india flag
Vbhut bhu well come.
Congratulations to her❤️🎉
Good Job👍👍👍
Good bless u
Very very thanks
We proud of you as assamese
Congrets 2 D Ck. & also to D proud Parents.
so nic Good job
Jai Aii Assam.
Nice. Congratulations ...💐💐💐
অভিনন্দন জনালো
Nice. God bless u.
Great job👍🌼👌❤❤❤
God you
Congratulations 🙏🙏
Very nice.All the best.
Congratulations. ❤❤
ধেমাজিৰ পৰা বহুত মৰম যাছিলোঁ
God bless you
Very good❤❤
Very nice
Thanks God help you
Congratulations❤❤❤
Bohut val lagile
bohut vl lagil huni news tu
আপোনাক বহুত শুভেচ্ছা জ্নালো ৷
Congratulation madam.... and great Salute to you
Bahut bahut dhanyawad jainaiso Ahom hisabe gowrab bodh kariso agaloi aru agbahi jowato bhagabanar osarat parthana kariso
good luck . God help you .
Very good👍
চিকি মিকি বা তুমালৈ বহুত বহুত শুভেচ্ছা থাকিল
Good news
অসমীয়া ৰাইজৰ বাবে ভাল খবৰ। চিকিমিকিৰ বাবে আগন্তুক দিনবোৰ উজ্জ্বল আৰু সুন্দৰ হৈ উঠক। অলেখ শুভেচ্ছা জনালো।
ধেমাজিৰ হৈ বহুত বহুত গৌৰৱ অনুভৱ কৰিছোঁ ।।। আৰু আগুৱাই যোৱা তুমি চিকি মিকি 😍😍😍
Axomiyar gaurab
Na bharotiyor gaurav 😆
মুলাগাভৰুৰ দেশৰ সুযোগ্য উত্তৰাধিকাৰী, অভিনন্দন #চিকিমিকি ❤👏
জীৱনত সপোন এটি পূৰ কৰিবলৈ হলে সপোনৰ পিছত দৌৰিব লাগিব তেতিয়াহে সফল হব সপোনটো। অভিনন্দন জনালো মেডাম, অসমৰ গৌৰৱ আপুনি💐🙏🙏
এই যাত্ৰা সফল হোৱাত ভগৱানে তেওঁক সহায় কৰক🙏 সমগ্ৰ বিশ্বতে চিকিমিকি নামেৰে জিকমিকাই পৰক অসম❤️
মাক বাপেক ভাল হলে লৰা ছোৱালী ভাল হয়.... সেই অনুপাতে পইচা দৰকাৰ... ভাল লাগিল
ঠিক কৈছা কথা তো
আন্তৰিক সোভেছা থাকিল। লগতে মহান আল্লাহ পাকৰ ওচৰত দোৱা থাকিল তোমাৰ মনৰ আশা পুৰণ হওক। তুমি আৰু আগবাঢ়ি যোৱা। আমিন
।
অসম গৌৰৱ চিকিমিকি বৰগোহাঞি লৈ আমাৰ আন্তৰিক অভিনন্দন থাকিল।
ধেমাজি হৈ বুলি নহৈ মই অসমৰ অসমীয়া ছোৱালী বুলি গৌৰৱ অনুভৱ কৰিছো , আৰু আগুৱাই যাওক তাকে আখা কৰিছোঁ , 💪💪💪💪💪👍👍👍👍
তেওঁ অকল ধেমাজিৰেই নহয় গোটেই অসমৰ গৌৰৱ ।
Nohoi o gutei bharotor gourov 👍
অসমৰ ছোৱালী যেতিয়া আমি প্ৰথমে অসমৰে গুণ গাব লাগিব ।
Joy aai oxom bharat mata ki jai ✊
@@jayantapaul7055 Thanks
Welcome bro.. ☺
Axomiya Suali 🔥🔥🔥🔥
Proud moment for our Asaam. ✊✊✊✊✊🔥🔥🔥🔥🔥💕💕💕💕💕💕👍👍👍👍👍
চিকিমিকি তোমালৈ বহুত বহুত শুভেচ্ছা আৰু আৰ্শীবাদ থাকিল | জয় আই অসম |
Proud to be a ahom girl🔥🔥....good luck and may God bless you always🙏
অসমীয়াৰ মান জিলিকোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ
মৰম দিলোঁ বা জনী ভাল লাগিল সঁচাই।
Dhemaji hoi Bohut proud feel korisu congrats
বৰ ভাল লাগিল। অভিনন্দন জনালো
আন্তৰিক অভিনন্দন জনালোঁ
চিকিমিকি আমাৰ গৌৰৱ, আৰু উজ্জ্বলি উঠক তোমাৰ জীৱন। ভগৱানে মঙ্গল কৰক।
অভিনন্দন জনালোঁ ৷
Congratulations To You,Proud of You, May God Bless You
ধেমাজি গৌৰৱ চিকিমিকি বহুত ভাল লাগিছে ভগৱানে কুশলে ৰাখিবলৈ তোমাক প্ৰাৰ্থনা জনালো 😘😘🙏🙏
Great news : All the Best and best wishes 🎉🎉
চিকিমিকিয়ে চিকমিকাইচে
mozaaa baideo......
Very good Congratulations God bless you tq all the best
Val lagil .. aru aguwai jaok apuni ❤️
ধেমাজিৰ হৈ বহুত বহুত গৌৰৱ অনুভৱ কৰিছো।।বাইদেওঁ তুমি আৰু আগুৱাই যোৱা তোমাৰ লগতে ধেমাজি বাসিলৈও গৌৰৱ কঢ়িয়াই আনিবা বুলি আশা কৰিলো ।।
🌹🌹🌹Bhut val lagise aru aami gourav anubhav krisu aapunak loi.apuni jen aru aaguwai jab pare, tarei hubhv kamona krilu, aru Bhagawane apunak hdai kukhole rakhuk.. 🌹🌹🌹🌹
খুব ভাল লাগিল।।
শুভেচ্ছা জনালো।।
Many many happy and go ahead thanks
Congratulations🎉🎉 proud to be assam
Thank you . God bless you.
সুন্দৰ বা তুমি আগুৱাই যোৱা।
" Chiki Mikki " salute to you. You are the proud of Assam. 🌹🌷
Sikimi loi Bohuat Bohuat dhanayabad
aiyaaye hoixe super hero
শুভ বাৰ্তাৰ দিয়া বাবে আন্তৰিক অভিনন্দন জনাইছো।
Proud of you sister ❤️❤️❤️
God bless you.....congratulations
Congratulations! proud of her👏👏👏✌
Tq men. We proud of you
Very2
Thanks for you sekemeke borghoai