তিনি জা - জোৱালীয়ে শহুৰেকৰ লগল মিলি খুলিলে ৰেষ্টুৰেণ্ট || UPARJAN ||
ฝัง
- เผยแพร่เมื่อ 8 ก.พ. 2025
- তিনি জা - জোৱালীয়ে শহুৰেকৰ লগল মিলি খুলিলে ৰেষ্টুৰেণ্ট || UPARJAN ||
তিনিগৰাকী জা জোৱালী মিলি গুৱাহাটীৰ হেঙৰাবাৰীত আৰম্ভ কৰিলে ৰেষ্টুৰেণ্ট
ৰেষ্টুৰেণ্টৰ নাম দিলে কলপাতত খাৰলি
স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী পল্লৱী / পৰিশ্মিতা আৰু কৰিশ্মা বৰা নামৰ তিনি জা জোৱালীৰ স্বাৱলম্বী হোৱাৰ চেষ্টাএয়া
Contact us - 9101735732
uparjan.in
সুন্দৰ ,
বা তোমালোকৰ কলপাটত দিয়া খাৰলী।ভাল লাগিছে বা তোমালোক আগুৱাই জোৱা।❤❤❤❤❤
সুন্দৰ পদক্ষেপ
বৰ ভাল লাগিল দেখি❤
বহুত শুভ কামনা জনালোঁ, নিশ্চয় যাম
আপোনালোক ক লৈ বহুত আশি বাদ থাকিল ।
nice . unity is the best policy
Great...... Heartiest best of luck. ....
Nice..গলে সোমাম
DHANYABAD VAL LAGIL KHABOLOI GOI ASO
বৰ্তমান সময়ৰ এক বিৰল দৃশ্য ❤
Bhal lagil , bahia
যোৱাকালি হোটেলখনত ভাত খালো,সচাই ভাল লাগিল। একেবাৰে ঘৰুৱা খানা, তেল মচলা বহুত কম। আমি চাপৰৰ পৰা গৈছিলো। হোটেলখনৰ উন্নতি হওক, ইয়াকে কামনা কৰিলো।
বৰা দা, বহুত ভাল লাগিল। আমি আপুনি গম নোপোৱাকৈ খাই আহিলো ।
Salute ❤❤❤❤❤❤
বহুত বহুত বহুত অন্তৰ পৰা আশিবাদ দিছো
God bless you 🙏
তোমালোকক মই দিম ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤শ্ৰদ্ধা মৰম দিলো
Bhut dhunia hoise ❤❤❤
আমাৰ গাঁৱলীয়া বোৱাৰীয়ে এওঁলোকৰ পৰা শিক্ষা লোৱা উচিত, কেনেকৈ মিলিজুলি থাকিব লাগে।
Kintu nijor hajpar uporot parele guruto debo lage
Bhut val lagil dei ❤❤❤
বহুত আদৰ্শ বান পৰিয়াল ।আশীৰ্বাদ থাকিল ।ধন্যবাদ ।
Bahut Val lagil,apuner lukar tat khabaloy jam edin,Bahut akhaa korisu
Baidao aponalok or Mila prity dekhi bahut vl lagil god bless you
সচাকৈয়ে বহুত ভাল কাম কৰি আছা, আৰু আগবাঢ়ি যোৱা, শুভেচ্ছা থাকিল, খাবলৈ যাম এদিন
Bohut bohut thanks apunalokoloi
Bor hundor ....mon pran pulokito hoi jai .apunaluk hodai jiliki thakok
বহুত ভাল লাগিল ভিডিও
সদায় এনেকে থাকিব ।
Xosai bohut vl lagise..ami jam Nagaon pora
Hosai bohut val lagil... Apuna Luke aydore aguwai jawk aru hou joni mane lastot kotha pota joni lokhi buwari .
অতি ভাল লগা কথা আৰু,,,,,,,,,
Blessed joint family.
এইদৰেই আৰু আগুৱাই যাওক। খুউব ভাল লাগিল। এদিন যাম খাবলৈ।
Bohut Val hoise. Aji kali anykoi mila bohut tan
Happy Family 💝💝💝
আজিৰ দিনত যৌথ পৰিয়ালত এনে মিলাপ্ৰীতি দেখি খুব ভাল লাগিল। 1 এই প্ৰীতিি অটুট থাকক।
সুন্দৰ আৰু আগবাঢ়ি যোৱা
বহুত ভাল
Nice family ❤❤❤❤❤happy thakok
আচলতে গোটেই পৰিয়াল টোৱেই বৰ ভাগ্য বান। কেতিয়াবা সুবিধা পালে এসাজ ভোগ কৰিম নিশ্চয়। আটাই কেইগৰাকী সহোদৰী যেন লাগিছে। শুভেচ্ছা থাকিল।
Bohut bhal lagil apulukok
Happy. Family Val. Lagha
Khub bhal lagil
কৃষ্ণ কৃষ্ণ 🙏🙏
এনেকুৱা জা বহুত কম আছে.. সঁচাকে দেখি ভাল্ লাগিল
Hundor 👌
আন্তৰিক অভিনন্দন জনালে।
Bohut val lagil
Excellent
Adin jam khabor
I appreciate your family
আদৰ্শ হৈ ৰওক।খাম কেতিয়াবা।
আদৰ্শ পৰিয়াল। আপোনালোকৰ এই সফলতাই আন অসমীয়া পৰিয়ালৰ আদৰ্শ হওক ।পৰিয়ালটো ভবিষ্যতে আৰু আগুৱাই যাওক আৰু ভগৱানে মংগল কৰক।
Very good family thanks
❤❤❤ very good
Bhal lagil dekhi gutei fmly j imn dhuniya k mili kam korise. Edin jbo lagibo
।বহুত বহুত ধন্যবাদ জনানে
,bohut bohut dhonoya bad jonalu .good bless you
এ সুন্দৰ ।।কেতিয়াবা গলে খাদ্য খোৱাৰ উচিত হ ব
Very good.
বহুত বহুত ধন্যবাদ জনালো এসাজ খাবলৈ জাম কাম কৰি জাওক
Hundor podokhep atailoike dhoinybad jonaisu
আপোনালোকৰ ইমান মিলা প্ৰীতি দেখি বহুত ভাল লাগিল...বাকী পৰিয়াল বোৰো যদি এনেকৈ মিলি থাকিলে হেঁতেন.... সঁচা কথা কবলৈ গলে 99% জা- জুৱালীৰ কেতিয়াও মিল নহয় ..... এনেকৈ এ আগবাঢ়ি যাওক সদায় পৰিয়ালতো একেলগে আৰু সুখত থাকক তাকেই কামনা কৰিছোঁ ...আপোনালোক বেলেগৰ বাবে আদর্শ স্বৰূপ...গুৱাহাটী যোৱা হলে নিশ্চয় সোমাম ❤❤
সঁচাই সুন্দৰ নিদৰ্শন 💚
আপোনালোকক কি বুলি ক'ম কোনো ভাষা নাই। বহুত ভাল লাগিল বাতৰিতো চাই,
সুন্দৰ. গুৱাহাটী কোন ঠাইত ..কওক
Many many thanks to all
বৰ ভাল হৈছে দেই👍👍আৰু আগবাঢ়ি যাওক।
Well done 👌
বশুত ভাল লাগিল আৰু আগবাঢ়ি যাওক
Bohut bohut bhal lagiche
❤️❤️❤️❤️❤️❤️❤️
❤❤❤
এনেকুৱা এটা পৰিয়ালৰ সদস্য হ’ব পৰা হ’লে অতিশয় আনন্দ পালোঁ হয়৷
আপোনালোক হৈছে সমাজৰ আদৰ্শ ।ভাল লাগিল।
ইমান ধৃনিয়াকৈ আছে বহুত ভাল লাগিছে
Bhut Val lagel
অতি সুন্দৰ এনেকৈ মিলি থাকক ।আজী কালি এনেকৈ মিলি থকা কমই আছে।
আজিৰ দিনত এনেকুৱা পৰিয়াল পাবলৈ নাই বহুত ভাল লাগিল❤❤
Raijak hushraha karatu bohut danger kam bhal lagil aha korisu aru danger hoba
Khahu val Babei bulwari o val
❣️🥰😍
চোৱা, এইয়াহে ভাল বোৱাৰী।
কিছুমান হ'লে বিয়া হৈয়ে চৰু বেলেগ বেলেগ কৰি খালে হয়।😮
👍
Val lagil
Homajor babe eti hundor adorkho
Aponalokok log koribo jabo lagibo ,bohut vall lagil
আদৰণীয়।
Bhal lagil
Vire good
Sundar aiahe adhunik monor bowari.keeo it up.aro aguai jauk aponalok
Good job
hundor
ভাল লাগিছে। আপোনালোক আদৰ্শ হৈ ৰওক। উপাৰ্জনটোৰ কথা নকওঁ। এইটো যুগত তিনিগৰাকী জা-জোৱলীয়ে মিলিজুলি থাকিব পৰাটোহে মেইন কথা।
Xundor Family
Wow
Bohut Bohut dhanyobad jonaisu apunalukor tiniujonik eman val manuh apunaluk tiniujonir ake mon
GOOD BUSINESS. KIMAN DAM PLATE VEG ARU FISH. CHIKEN KOBO LAGICHIL
মই ধেমাজিৰ পৰা চাই আছো । মাৰ্চ মাহত এটা কামত গুৱাহাটীলৈ গৈছিলো । থলুৱা খাদ্য বিচাৰি আমি ( মই আৰু মোৰ লৰা) কলপাতত খাৰলি পাইছিলোগৈ । তাত আপোনালোকৰ ব্যৱহাৰবোৰ ভাল লাগিল আৰু ভাত সাজ বৰ তৃপ্তিৰে খালো । আপোনালোকলৈ শুভেচ্ছা জনালোঁ ।
Bohut val eulukor bibohar pati bur..ami heifala golei humau..bohut saf sikun maintain korea teuluka
সুন্দৰ পদক্ষেপ।আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকক
Good idea for income