আজীৱন দুখ কষ্ট কোনে পায় জানেনে জানিলে আচৰিত হ'ব | ASSAMESE HEART TOUCHING QUOTES |MOTIVATOR NIRANJAN
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2023
- আজীৱন দুখ কষ্ট কোনে পায় জানেনে জানিলে আচৰিত হ'ব | ASSAMESE HEART TOUCHING QUOTES |MOTIVATOR NIRANJAN
About this video:
Motivational thoughts.
TH-cam Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
ধন্যবাদেৰে
নিৰঞ্জন
Thanks for Watching
Contact for:
Content Writing
Motivational Speech
Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#assamesemotivationalvideo
#assamesehearttouchingquotes
#assamesemotivation
#assamesepreranamulakbani
#assameseamritbani
#amritbani
অতি সুন্দৰ
সুন্দৰ কথা
Hundor
খুউব ভাল লাগিল। এই বিলাক কথা জীবনত ভাল দৰে জীয়াই থাকিবলৈ হলে খুবেই পয়োজনীয়, ধন্যবাদ।
বহুত ভাল লাগিল সুন্দৰ ৷ আগলৈকো সুন্দৰ বানিৰে মন ভৰাই ৰাখে ধ্যনবাদ আপোনাক৷
কথা কেইটা হোনি ভাল লাগিল
ইমান সুন্দৰ কথা।
অতি সুন্দৰ ধন্যবাদ আপোনাৰ
অতি সুন্দৰ কথা🙏🙏🙏
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏
বহুত ভাল লাগিল video টো
সুন্দৰ ।
Bahut.val.lagil.akebare.xosa.katha.kale.thanks.agoloi...
বৰ ভাল কাহিণী।
বহুত সুন্দৰ কথা কৈছে ❤❤❤😊😊👍👍👍
🙏🏻😭😢
, সুন্দৰ কথা
ভাল লাগিল
Bahut sundar anubhav. Val.lagil.
বহুত ভাল লাগিল ধন্যবাদ
কৃষ্ণ বাপ প্ৰভু আপোনালৈ মোৰ ভক্তিভৰা সেৱা জনাইছো।কৃষ্ণ 🙏🙏🙏
বহুত ভাল লাগিল।
সত্যম শিৱম সুন্দৰম
Kahinitu huni bohut val lagil ❤❤❤
Hosai val lagil❤
বহুত ভাল লাগিল
Bahut val lagil 🙏🙏🙏
এনে বোৰ শব্দৰ অৰ্থ ই ৰ্জীৱনত জীয়াই থকাৰ বহুত বহুত প্ৰেৰণা দিয়ে। ভবিষ্যত আৰু আশাকৰোঁ আপোনাৰ পৰা। ধন্যবাদ।
ATI shundor ❤❤❤
আপনালৈ বহুত বহুত ধন্যবাদ । এনেবোৰ ভি ডি অ ই আমাক বহুতপ্ৰেৰনা দিছে । মনবোৰ পৰিৱৰ্তন হৈ যাই ধন্যবাদ
Bahut val lagil...
Thank you ane muloy ban koha babe
Mrng ..xosake vl lagil
বহু বহু ধন্যবাদ জনালোঁ
Bhut vl lgil
Bahut barhia.
সুন্দৰ কথা প্ৰেৰণাদায়ক।👍
Bahut Bahut Mulya ban bani janiba parilo . Aponak Isware Mangal korok.Dhanyabad.
Bor val lagil
Very very good.........🙏🙏🙏
Sumitra Gogoi
Krishna Bapjan bar sundar katha koichhe deai suni bar val lagil kathabor Krishna pranam janalo aaponak Krishna ❤
Val lagil kokaideu
আপোনাৰ জৰিয়তে সুন্দৰ কাহিনী দুটা শুণিলো। আৰু বহু কথাই কাহিনী দুটা পৰা শিকিলোঁ। বহুত বহুত ধন্যবাদ জনাইছো আপোনাক
Val lagil. 👌
অতি সুন্দৰ আৰু সচাঁ কথা দেই ধন্যবাদ জনালো 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
জানি ভাল লাগিল
❤❤❤❤
Vl lgise sir
সুন্দৰ উপস্থাপন কৰিছে ধন্যবাদ জনালো মহাশয়
Jiyo thakar prarna palo thanku
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏
❤❤❤
Tnk u sir u the great
Vallagila❤❤🎉😊
❤
All right sir .
অশেষ ধন্যবাদ জনালো 🙏🙏🙏
Very nice speech
Very beautiful ❤️😍
এই বিলাক কথা শুনি থাকিলে শুনি থাকিবৰ মন যায়
এনেবিলাক কথা বৰ্তমান সময়ত বৰ প্ৰয়োজন।
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏
Thank you .
Amazing
পৰমাত্মা থকা সকলৰ শৰীৰত তেন্তে বেয়া কাম নহলহেতন এই দুনিয়াত
Joy shree Krishna 🙏🙏🙏🙏
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏
Thanks
Motivation
Krishna 🙏🥰
Krishna 🙏🙏🙏🙏
❤Best of all ! 🎉
Bhout Vaal leg very nice video
👏👏👏
Very nice 👌
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏
🙏🙏❤❤
Vedo toval lagal
Rrply " HRIDIS STITITO HUYA SHAMI JI KOROI
BAHA TUMI HRIKASH
KORIBÙ TANOI ".
Ati xundar bahut val lagil.
Very nice video sir .👌
AK KANA RA SUOMML
AN KAANARA ULAL.
AVBHAS KORA UTTOM.
Amrit kotha xuniloo
Ciro khotoy
অতি সুন্দৰ
ভাল লাগিল
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏