কংগ্ৰেছক মিচ কৰিছে এওঁলোকে!

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ค. 2024
  • ‪@IndianNationalCongress‬ ‪@bjp‬ ‪@gauravgogoiasm‬ ‪@HimantaBiswaSarma‬

ความคิดเห็น • 202

  • @JibeswarRajbongshi-fm3vi
    @JibeswarRajbongshi-fm3vi 24 วันที่ผ่านมา +96

    বিপদৰ সময়ত কংগ্ৰেছক এৰা নেতাসকল পুনৰ কংগ্ৰেছ লৈ আহিলে বিজেপিৰ দৰে দশা কংগ্ৰেছও হব ।কাৰন ৰাইজ সজাগ হল ।

    • @bhupenswargari9194
      @bhupenswargari9194 24 วันที่ผ่านมา +3

      akdom hoitya

    • @paporigogoi8980
      @paporigogoi8980 24 วันที่ผ่านมา +6

      এই কেইজনক ললে আমি ৰইজৰ আগত লাজ পাম

    • @user-ij4yt6jk4i
      @user-ij4yt6jk4i 24 วันที่ผ่านมา +3

      Right 💥100℅

    • @khargeswarbaruah8139
      @khargeswarbaruah8139 24 วันที่ผ่านมา +4

      এই সকল নেতাক কঃগ্ৰেছত পুনৰ স্থান দিব নালাগে।

    • @monjulahon7712
      @monjulahon7712 24 วันที่ผ่านมา +4

      শেষ মূহুৰ্তত গৌৰৱ গগৈক সঙগ এৰি দিয়া পান্দা কেইটাক বিশেষকৈ ৰাণা , অঙ্কিতা কেতিয়াও স্থান দিব নালাগে ।

  • @jibonjyotidutta622
    @jibonjyotidutta622 24 วันที่ผ่านมา +52

    এইসকল নেতাই যি ভুল কৰিলে তাৰ কোনো শুদ্ধৰনি নাই | দুৰৈৰ পাহাৰটো আতৰৰ পৰা বৰ শুৱনি দেখিছিল কিন্তু এওঁলোকে ওচৰত গৈহে দেখে যে কি ভুল কৰিলো আমি |

  • @bhabensaikia5028
    @bhabensaikia5028 24 วันที่ผ่านมา +42

    বিজেপিৰ ঘাই শিপাডাল খামুচি ধৰি থকা পুৰণি বিজেপি কোনোবা কংগ্ৰেছলৈ আহিব বিচাৰিলে সেই সকলক আদৰি ল'ব লাগে ৷ কংগ্ৰেছক লেং মাৰি বিজেপিলৈ ধাপলি মেলা কেইটাক পুনৰ কংগ্ৰেছৰ পদূলি মুখলৈকে আহিবলৈ দিব নালাগে ৷

    • @KumarDhirendraNarayanDev
      @KumarDhirendraNarayanDev 24 วันที่ผ่านมา +1

      ৰানাই পুনৰ কংগ্ৰেছলৈ উভতি বিচাৰি " Run " কৰি ৰক্ষা পোৱা নাই।

    • @kalpanadeka6201
      @kalpanadeka6201 22 วันที่ผ่านมา

      @@bhabensaikia5028 পুৰণি বিজেপি দলৰ মানুহ খিনি ভাল। সন্মান সহকাৰে আদৰি লোৱা উচিত।

  • @mumtazali2453
    @mumtazali2453 25 วันที่ผ่านมา +59

    নদীৰ সিপাৰে নগৰ ধুনীয়া।

    • @nilimabegum9337
      @nilimabegum9337 23 วันที่ผ่านมา

      A

    • @sohanmajhi7615
      @sohanmajhi7615 23 วันที่ผ่านมา

      😂😂

    • @xxxx-ve1lk
      @xxxx-ve1lk 23 วันที่ผ่านมา

      Gaurav Gogoi k anurodh congress eri jowa dalal k punor uvotai nanibo.

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z 25 วันที่ผ่านมา +39

    ইহত গাদ্দাৰ হই নএণ্টী কংগ্ৰেছত ইহতক ফটা জোতাৰে কোবাব লাগে

    • @bhabensaikia5028
      @bhabensaikia5028 24 วันที่ผ่านมา +2

      Right

    • @moshmibarman7661
      @moshmibarman7661 20 วันที่ผ่านมา

      Janatar kandhat banduk thoi janatak sikar Kara kalongkit netai sarkar ...

  • @jyotiprasaddas8946
    @jyotiprasaddas8946 24 วันที่ผ่านมา +11

    ৰাণা, বিস্মিতা ক কংগ্রেসে ঘুৰাই লব নালাগে।

  • @kalpanadeka6201
    @kalpanadeka6201 24 วันที่ผ่านมา +20

    ৰাইজৰ বাবে সমাজ সেৱা কৰিব যোৱা নাছিল। নিজৰ অভাব অনাটন আতৰাই সম্পত্তি গোটাই ডাঙৰ, ডাঙৰ কথা কৈ আনক ঠাট্টা কৰিথাকিলেহয়।

  • @rebasaikia7452
    @rebasaikia7452 24 วันที่ผ่านมา +20

    ইহত যাতে আকৌ আহিব নালাগে,

  • @Rana-hg8hg
    @Rana-hg8hg 24 วันที่ผ่านมา +7

    কংগ্রেচ দল এৰি বিজেপি দলত যোগদান কৰা সকলক পুনৰ কংগ্রেচ দলত যোগদান কৰিবলৈ দিলেই কংগ্রেচ দল গেলিব গৈ

  • @puspadhardowarah1932
    @puspadhardowarah1932 24 วันที่ผ่านมา +13

    ন-বিজেপিহে আমাৰ টাৰ্গেট;পুৰণি বিজেপি নহয়!No empty seat for new BJP. Bye Bye.

  • @nagenbaishya2465
    @nagenbaishya2465 24 วันที่ผ่านมา +10

    কেৰিয়াৰ বিছাৰি যিবোৰ নেতাই দল বাগৰি ফুৰে, সেইবোৰ নেতা আচলতে দেশদৃহি। টকা লুতিবলৈ সিহঁতে পদ বিছাৰি ফুৰে।এই দালাল বোৰক জনতাই বহিষ্কাৰ কৰিব লাগে।

  • @_axomia_lora_2624
    @_axomia_lora_2624 24 วันที่ผ่านมา +6

    ৰাণা হাৰাম অংকিতা জংক পংক বিস্মিতা বিস্ময়।এইবোৰক কংগ্ৰেছত লব নালাগে।

  • @digantadeuridigantadeuri6037
    @digantadeuridigantadeuri6037 24 วันที่ผ่านมา +9

    ভগা পজা হলেও নিজৰ ঘৰ খনেই ভাল ।

    • @kalpanadeka6201
      @kalpanadeka6201 24 วันที่ผ่านมา +2

      বিপদৰ দিনত পালটি মাৰা এই বিশ্বাস ঘাটক বোৰে গাদী পালেই ৰাইজক পাহৰি টকা গোটাই অহ;কাৰী হ'ল হেঁতেন।

  • @parveenahmed2166
    @parveenahmed2166 24 วันที่ผ่านมา +5

    Please don't take them back. 🙏

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i 24 วันที่ผ่านมา +6

    ভাল লাগিছে দালাল বিলাকক বিদায় দিব লাগে । সূনালি সুযোগ ।

  • @pratuldas6125
    @pratuldas6125 24 วันที่ผ่านมา +5

    মাথা মানে মুৰ থাকিলেই নহব , মগজ থাকিব লাগিব I এই লুভিয়া , মগজ নথকা ৰাজনৈতিক নেতা বোৰলৈ পুতৌহে উপজিচে I

  • @debenbokalial6986
    @debenbokalial6986 24 วันที่ผ่านมา +5

    ক ম কৈ হলেও দল বাগৰা নিতী পাঁচ ব ছ ৰ বাধ্যতামলক হব লাগে বুলি মই ভাবো। নহলে এই গে লা আলু বোৰে নিজৰ লগতে জনসাধাৰণ কো গে লাই আছে।

  • @pgoswami5378
    @pgoswami5378 24 วันที่ผ่านมา +5

    বিজেপিয়ে একাধাৰে কংগ্ৰেছৰ বদনাম তথা অস্তিত্বয়েই নাই বুলি
    যি অপপ্ৰচাৰ চলাইছিল তাতেই
    এইসকল নেতাই motivate হৈ বিজেপিৰ প্ৰতি মোহত আকৃষ্ট হৈছিল আৰু কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।
    এতিয়া তাত ভবা মতে সকলো থিক
    নহব বা নচলিব বুজি আকৌ হয়তো
    কংগ্ৰেছলৈ মন মেলিব পাৰে। হয়তো
    এতিয়া অনুশোচনাও হব পাৰে। কংগ্ৰেছে এই সকল নেতাক আকৌ বিশ্বাসত লয় নে নলয় সেয়া কংগ্ৰেছ দলৰ সম্পূৰ্ণ
    অভ্যন্তৰৰ বিষয়।

    • @babulkalita14
      @babulkalita14 24 วันที่ผ่านมา

      Notun BJP keitak congress loi jodi congress ghatibo

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 24 วันที่ผ่านมา +3

    দুই নাওঁত দুই ভৰি দিছিল, এই সকল নেতাই । এওঁলোকক জনসাধাৰণে বিশ্বাস নকৰে । ২০২৬ চনৰ নিৰ্বাচনত বিজেপি দল zero হৈ যাব ।

  • @binodneog3320
    @binodneog3320 24 วันที่ผ่านมา +3

    ফটা বাহ লগ লগাব পাৰি নেকি

  • @brishnubhuyan8521
    @brishnubhuyan8521 24 วันที่ผ่านมา +2

    ৰানা অ্ংকিতা হত কংগ্ৰেছ ৰ কলংক আতৰিছে বাবে উজনিত কংগ্ৰেছে সুফল পাইছে

  • @robinchangmai9312
    @robinchangmai9312 24 วันที่ผ่านมา +2

    গৌৰৱ গগৈ য়ে কংগ্ৰেছ ক নতুন ধৰণেৰে আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সফল হোৱা দেখা গৈছে । সেইবাবে হয়তো নতুনকৈ কংগ্ৰেছ লৈ আহিব ৰ বাবে যো, যা কৰিছে সেইটো সঁচা ।

  • @manikeswardeka8996
    @manikeswardeka8996 24 วันที่ผ่านมา +3

    এতিয়া কংগ্ৰেছ দলতু আবৰজনা মুক্ত ।

  • @nabindas7409
    @nabindas7409 24 วันที่ผ่านมา +4

    Kene moja paisa.... Subidhabadi sokol

  • @intajulzaman4393
    @intajulzaman4393 24 วันที่ผ่านมา +3

    Rana buy buy

  • @user-bx8gv2ct2i
    @user-bx8gv2ct2i 25 วันที่ผ่านมา +6

    Kako entry dibo nalage..... request to gaurav gogoi

  • @user-hg3di5bz7w
    @user-hg3di5bz7w 24 วันที่ผ่านมา +3

    GAURAV GOGOI

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr 25 วันที่ผ่านมา +13

    গৌৰৱ গগৈ❤❤❤

  • @bishaldas3964
    @bishaldas3964 24 วันที่ผ่านมา +2

    Assamar babe val khbor mama bipodot mane assamat khanti

  • @manojbora2244
    @manojbora2244 24 วันที่ผ่านมา +2

    দেশমাতৃক সেৱা কৰাৰ মানসেৰে সমৰ্পিত মনোভাবেৰে বিজেপিলৈ অহা সকলৰ মুখত এতিয়া কেৰিয়াৰৰ কথা কিয় !

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k 24 วันที่ผ่านมา +3

    I knew it, I have seen the politics for last 70 years.these politicians do not have any ideology, have no intellect, thus no future....

  • @dipshikhade3541
    @dipshikhade3541 24 วันที่ผ่านมา +3

    Ai johora burok akow lobo nalage

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 24 วันที่ผ่านมา +1

    এই সকল সমাজবাদী বা সমাজৰ বাবে কাম কৰা নেতা নহয়, সুবিধা পোৱা নাই, নিজৰ স্বাৰ্থ পূৰণ বাবে সে, স্বাৰ্থপৰ নেতা

  • @NP-gf7fo
    @NP-gf7fo 24 วันที่ผ่านมา +3

    Lakhimpur lok sabha t congress or MP k Lakhimpur badey dhemaji jonai t kunua sinia napai.
    Lakhimpur ot ha MP a okol rally korisile, kintu bahut vote Paley congress or namot matro Gaurav Gogoi namot.
    Gaurav a CM khelile Mama sesh
    So

  • @MithuPobonofficial
    @MithuPobonofficial 24 วันที่ผ่านมา +1

    Jorhat assambly
    krishanu Baruah dada

  • @nivasaikia2249
    @nivasaikia2249 22 วันที่ผ่านมา +1

    Good news❤❤❤

  • @manojkr1253
    @manojkr1253 24 วันที่ผ่านมา +1

    এইসকলক গ্ৰহণ কৰিব নালাগে।। বিশ্বাস ঘাটকতা কৰিব পাৰে

  • @harakantadeka7715
    @harakantadeka7715 21 วันที่ผ่านมา +1

    বিপদৰ,সময়ত,কঙৰেছৰ,পৰা,একেবাৰে,জাপ,মাৰি,গুচিযোৱা,সকল,আকৌ,যদি,দলে,এইসকলক,ললে,আমি,পোনে,পোনে,ওলাই,আহিম

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 22 วันที่ผ่านมา

    এওলোক যে দুৰদৰ্শী নহয় তাৰ প্ৰমাণ নিৰ্বাচনৰ আগে আগে বিজেপি দললৈ যোৱাতো। কংগ্ৰেছৰ ভাল দিন ঘূৰি আহিব ধৰা অবস্থাত এওলোক বিজেপিলৈ যোৱাত সকলো হতভম্ব হৈছে। এনে উৰণীয়া নেতাৰ ভবিষ্যত নাই। বিজেপি নেতৃত্বক জানি বুজিও কি বিশ্বাসত ধৰা দিলে সেইটোহে আচৰিত ।

  • @Legal_weapon295
    @Legal_weapon295 22 วันที่ผ่านมา +1

    যিয়ে এটা দলৰ হৈ থাকিব নোৱাৰে সেইসকলে কোনো দলৰে নিঃস্বাৰ্থ ভাবে কৰ্মকৰ্তা হব নোৱাৰে কেতিয়াও সেয়েহে কংগ্ৰেছত পুনৰ যোগদান কৰিব নিদিয়াটোৱে ভাল কংগ্ৰেছ দলৰ কাৰণে।

  • @rong_mon
    @rong_mon 24 วันที่ผ่านมา +1

    এওঁলোক না ঘৰ কে ৰহে না ঘাট কে😂...উলমি ৰল মাজত😂

  • @midutaye1998
    @midutaye1998 24 วันที่ผ่านมา +2

    Vlei hoise de

  • @puranjitbarua8820
    @puranjitbarua8820 24 วันที่ผ่านมา +1

    Very good 👍

  • @ranjitbora734
    @ranjitbora734 24 วันที่ผ่านมา +2

    ইহঁতৰ ভবিষ্যৎ ০০০০।

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d 24 วันที่ผ่านมา +1

    ৰাজনীতিত আৰু কি কাৰিয়েৰ লাগে, ইমানেই যদি কাৰিয়েৰ ৰ পাগল তেওঁলোকে APSC বা IAS, IPS চেষ্টা কৰিব লাগে!

  • @Arabinda931
    @Arabinda931 18 วันที่ผ่านมา

    দল সলোৱা বিধায়কৰ পদ বাতিল কৰিব লাগে। কাৰন সিহতক ভোটাৰে দল হিচাপেহে ভোট দিছিলে।

  • @PrashenjitShome-or5et
    @PrashenjitShome-or5et 24 วันที่ผ่านมา +1

    Who have gone to opposition, they should not be taken back to congress.

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4i 24 วันที่ผ่านมา +1

    कांग्रेस🎉❤

  • @RanjitPhukan-ct5yf
    @RanjitPhukan-ct5yf 24 วันที่ผ่านมา +1

    Rana atea. Pomjua footbal

  • @intajulzaman4393
    @intajulzaman4393 24 วันที่ผ่านมา +3

    Ehot nahaleo cong saliba

  • @AchyutBora-p2g
    @AchyutBora-p2g 24 วันที่ผ่านมา +2

    Aikata jodi ako congress loi ahe vut kintu ndu sidha kotha

  • @dadugogoi5548
    @dadugogoi5548 24 วันที่ผ่านมา +1

    হা... হা ... হা.... । মানে এইসকল হৈছে সুবিধাবাদী ৰাজনীতিবিদ । আৰু কি কম ? 🙂🙂🙂

  • @Rana-hg8hg
    @Rana-hg8hg 21 วันที่ผ่านมา +1

    অৰুণোদয় আচনিৰ ললিপপ দি আছে নহয় কেৰিয়াৰ চিন্তা নাই😂😂

  • @AS-lk8tq
    @AS-lk8tq 25 วันที่ผ่านมา +3

    Luvia hokolok aku dibo nlge

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 24 วันที่ผ่านมา +1

    এইবিলাক নেটাই ভোট বিচাৰি গ'লে ৰাইজে দৌৰাই দৌৰাই পিতিব লাগে এইবোৰ নেটাই চল চাই কঠিয়া পাৰে
    এইবোৰ নেটাই ৰাইজৰ কাৰণে একো নকৰে

  • @gh12138.
    @gh12138. 25 วันที่ผ่านมา +2

    Yes

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv 24 วันที่ผ่านมา +3

    Papor fol

  • @dipankardutta4753
    @dipankardutta4753 24 วันที่ผ่านมา +3

    খুব মজা....

  • @realhero5657
    @realhero5657 22 วันที่ผ่านมา +1

    গাদ্দাৰ লোভীয়া কেইটাক কংগ্ৰেছত ঠাই দিব নালাগে । গাদ্দাৰ গাদ্দাৰেই ।

  • @rakashdas9087
    @rakashdas9087 24 วันที่ผ่านมา +1

    নিতি আদৰ্শ একো নোহোৱা হৈছে দলতোত সেই অতল জিও নাই আদবানীও নাই জাৱৰ জোঠৰ সোমাই দলতো শেষ কৰিলে আৰু নিজে শ শ কৌতি টকাৰ মালিক হৈছে

  • @jhoondeka8568
    @jhoondeka8568 20 วันที่ผ่านมา

    ক্ষেমতা ৰ লোভত দল বাগৰি থকা ডলাৰ বগৰী লেখীয়া নেতা সকলে নিজৰ বাহিৰে দলৰ উন্নতি কেতিয়াও আশা নকৰে।দলৰ বিপদ দেখিলে এওঁলোকে অইন দললৈ আঁতৰি যাই।

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m 24 วันที่ผ่านมา +2

    ai dolar bogori keitak oru lobo nalage ,,jodi join kora congrass barbaad hobo.

  • @harendrabarman2736
    @harendrabarman2736 24 วันที่ผ่านมา +2

    Neta bilak he sodai neta hobo lage na ki?

  • @bimanrajkonwar7948
    @bimanrajkonwar7948 23 วันที่ผ่านมา +1

    Rahul Gandhi jindabad

  • @user-gn6cq3yh5k
    @user-gn6cq3yh5k 24 วันที่ผ่านมา +2

    Dolbagora bagora leader bilak raije khedibo lage

  • @ranobasumatary7206
    @ranobasumatary7206 24 วันที่ผ่านมา +2

    Weak worker not leader

  • @abdulkhalek3007
    @abdulkhalek3007 23 วันที่ผ่านมา

    স্থান কৰিলে মান যায়।লোকে পাপ পাপে মৃত্যু

  • @bipulkalita9799
    @bipulkalita9799 23 วันที่ผ่านมา +1

    আবৰ’জনা বোৰ নলব৷

  • @kamal4780
    @kamal4780 24 วันที่ผ่านมา +2

    Eaolok luvia manuh, kono ideology nai eailokor. Poisa, power eaoloker karane main

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3ut 24 วันที่ผ่านมา +7

    Congress party zindabad

  • @dadulali2185
    @dadulali2185 20 วันที่ผ่านมา

    মই সুৰুয দিহিঙ্গীয়াক কংগ্ৰেছ দললৈ পুনৰ অহাটো বিচাৰোঁ

  • @pahishorts569
    @pahishorts569 24 วันที่ผ่านมา +1

    Than arila man jai

  • @romenshyam906
    @romenshyam906 22 วันที่ผ่านมา

    দল এৰা পুনৰ দলত লব নেলাগে।

  • @dumahusoroniya6691
    @dumahusoroniya6691 22 วันที่ผ่านมา

    আপুনিও জে। বাতৰি নাপাই আৰু নো কোন বৰবকে কৈছে ভাল দিন আহিছে বুলি

  • @LalitChDas-fj4lt
    @LalitChDas-fj4lt 19 วันที่ผ่านมา

    Though dulu chetia may not be famouse he should be supportef as leader.

  • @PaporiBuragohain-zu5tk
    @PaporiBuragohain-zu5tk 22 วันที่ผ่านมา

    সংকটৰ সময়ত দল এৰি ন বি,জে,পি হোৱা কাকো পুণৰ আদৰি লব নালাগে।মগজু থাকিলে নিজেই আহিব নোৱাৰে

  • @padmadharkalita3775
    @padmadharkalita3775 23 วันที่ผ่านมา +1

    বিজেপিত টকা খাব নোৱাৰে

  • @bijoygoswami6907
    @bijoygoswami6907 23 วันที่ผ่านมา

    বি জে পি বেয়া!? ৰাহুল ৰ চামচা কৰাত কৈ /হিন্দু মুসলিম কংগ্রেসে কৰা দেখা গৈচে। গৌৰৱ গগৈ জিকা কাৰনে উজনি মানুহে কংগ্রেসী হব বুলি এই পণ্ডিত জনে অপপচাৰ চলোৱা যেন লাগিচে
    যিহেতু আমাৰ খাৰ খোৱা বেচি বোৰে আবেগিক!? কংগ্রেস আহিলে বদৰুদিনৰ দৰে লোক চিপ মিনিষ্টাৰ হব (সময় লাগিব) সেইটো খাটাং। লৱাৰ অসমৰ ভোটাৰক আপাৰ অসমলৈ নিয়াৰ জোগাৰ কৰি লব।

  • @chittaranjanmedhi8457
    @chittaranjanmedhi8457 24 วันที่ผ่านมา +1

    Bjp Pala 11 congress Pala 3 sinta kara darker nai bjp

  • @lakhyeswarborah614
    @lakhyeswarborah614 19 วันที่ผ่านมา

    এইসকলৰ এতিয়া কি হব বা কি কৰিব ? পুনৰ কংগ্ৰেছলৈ আহিবলৈ হলে এওঁলোকৰ নাকটো কত থব ?? অন্য কথা বাদ দিলেও গোসাইৰ অৱস্থাটো কি হব ??? তেওঁ কংগ্ৰেছৰ পৰা কি পোৱা নাছিল ।

  • @Montodas-jc6yt
    @Montodas-jc6yt 24 วันที่ผ่านมา

    Slow and honestly Move donot wait. 🎉🎉🎉🎉🎉 2:08

  • @user-tq9iw9gf3t
    @user-tq9iw9gf3t 23 วันที่ผ่านมา

    These greedy leaders who left congress just only for therir personal benefit . They should not be accepted in congrress.

  • @mridulkumarborah4181
    @mridulkumarborah4181 24 วันที่ผ่านมา

    Stays less ones aren’t believable. Thanks.

  • @gautamgogoi6460
    @gautamgogoi6460 23 วันที่ผ่านมา +1

    Enekua bilak hosa news dibo

  • @moltengaming5602
    @moltengaming5602 24 วันที่ผ่านมา +1

    Gol gol val hol ,

  • @gouravburagohain597
    @gouravburagohain597 24 วันที่ผ่านมา

    এই সকলক কেতিয়া বিশ্বাস কৰিব নোৱাৰি ৷

  • @bapandeka
    @bapandeka 21 วันที่ผ่านมา

    B j. P. Jindabad

  • @abarmanabarman103
    @abarmanabarman103 25 วันที่ผ่านมา +1

    সুন্দৰ

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 23 วันที่ผ่านมา

    Assam BJ P means Ex Congress 's party.

  • @kishoridas6447
    @kishoridas6447 25 วันที่ผ่านมา +2

    ৰানা গোস্বামী দেৱে ঠিকেই সুবিধা লৈছিল যদিহে Hitendra Goswami দেৱে (আগতে কোৱা মতে) ৰাজনৈতিক অবসৰ লয়। Rana Goswami দেৱে BJPত উপযুক্ত স্থান পাওক ।

    • @manojkumardutta8590
      @manojkumardutta8590 24 วันที่ผ่านมา

      Congress eman val party ata ari khokot pori bepari dol atat sumai atia nijore naam nuhuwa hobo ehotor

  • @sahanurahmedrajbarbhuiya5616
    @sahanurahmedrajbarbhuiya5616 20 วันที่ผ่านมา

    মামা'য় কৈছে:- ২৬ 'ত কং খালি হৈ যাৱো।।😅

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s 24 วันที่ผ่านมา

    'গণতন্ত্ৰত বহুজনৰ মত এক হ'লেহে প্ৰকৃত গণতন্ৰ বুজায় ' বিজেপিত এই সূত্ৰ আছে নাই,আপোনালোকে প্ৰমাণ কৰি ৰাইজক দেখুৱাটো কৰ্তব্য বুলি মানিবনে?

  • @rupamsaikia2418
    @rupamsaikia2418 24 วันที่ผ่านมา +2

    Tumaluk bor sinta hoi se n

  • @mofijali4108
    @mofijali4108 24 วันที่ผ่านมา +3

    ২৬ কংগেছ চৰকাৰ আহা তো খাতাং

  • @utpalgoswami1990
    @utpalgoswami1990 24 วันที่ผ่านมา

    বিচমিতা, অংকীতা, ৰানা গোস্বামী ইহতে আকৌ কংগ্ৰেছলৈ আহিম বুলি ভবাতো বা কোৱাতো নিজে নিজৰ "থু"চেলেকি খোৱাৰ নিছিনা নহবনে ? কংগ্ৰেছলৈ আহিলে কুকুৰ মেকুৰী দৰেই আসন পাব নহয়নে ?

  • @mahendradas1610
    @mahendradas1610 21 วันที่ผ่านมา

    এই বোৰক সুবিধাবাদী মানুহ বুলি কয় । ইহঁতক ৰাইজে একেবাৰে এৰিব লাগে ।

  • @papuboruah9180
    @papuboruah9180 22 วันที่ผ่านมา

    Gaurab Gogoi k 2026 t kuneu rokhabo nuare

  • @NirmolRay118
    @NirmolRay118 24 วันที่ผ่านมา +2

    😂😂😂 প্ৰত্যেক দলৰে একাংশ নেতা থাকে,কেৱল সুযোগ বিচাৰি থাকে।যিদৰে কিছুমান প্ৰেমত স্বাৰ্থ থাকে,কিছুমান ছোৱালীয়ে যিদৰে চাকৰিয়াল লৰা পালে বহুদিনৰ বিশ্বাসী প্ৰেমীককো এৰি দিয়ে,সেইদৰে কিছুমান নেতায়ো যত ভাল দিন দেখা পায় তাত যাম বুলি সুৰুঙা বিচাৰি থাকে।।।এনেকুৱা প্ৰেমিকা আৰু নেতা সাপতকৈও বিষাক্ত।।।কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰাৰ ধান্দা কৰি থাকে।।।জনগণে এনে নেতাক ভোট দিয়াৰ কাৰণেই অসমখনত দিনক দিনে সমস্যা বাঢ়ি গৈছে।।।দল বাগৰা নেতাক আছলতে টিকট দিয়াটোৱেই ভূল,যি দলৰেই নহওক কিয়।।।

    • @k.k.movies
      @k.k.movies 24 วันที่ผ่านมา

      hei karone himanta , jayanta, piyush ahunok ticket dibaye nalgissil 🤔🤔

    • @user-ft9qg8bk8b
      @user-ft9qg8bk8b 23 วันที่ผ่านมา

      😂

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v 23 วันที่ผ่านมา +1

    They people are Zero

  • @Ladydevil-y5t
    @Ladydevil-y5t 24 วันที่ผ่านมา

    Rajnoitik career ekeibarei xekh ....😂😂😂.....Naa ghat ka Naa Ghar kaa🎉🎉