যি মানুহৰ এই ৩টা গুণ আছে তেওঁক ভগৱানে শতকোটি বিপদৰ পৰা ৰক্ষা কৰে | best assamese motivational video

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 พ.ค. 2023
  • যি মানুহৰ এই ৩টা গুণ আছে তেওঁক ভগৱানে শতকোটি বিপদৰ পৰা ৰক্ষা কৰে | best assamese motivational video
    এই ৩টা গুণৰ ভিতৰত আপোনাৰ কোনটো গুণ আছে? ভগৱানে কেনে মানুহক সহায় কৰে, কেনে মানুহৰ প্ৰাৰ্থনা গ্ৰহণ কৰে জানি লওক।
    Other videos
    জীৱনত চমৎকাৰ আনিব পৰা আমাৰ আন Video সমূহৰ Links তলত দিছো 👇👇
    প্ৰাৰ্থনা কৰাৰ পিছতো কিয় ভগৱানে সহায় নকৰে চাই লওক- • ভগৱানে ভক্তক কেতিয়া দৰ...
    যিকোনো বিষয় এবাৰ পঢ়িলেই মনত ৰোৱাতো বিচাৰে যদি এই ভিডিঅ’টো চাওক- • এবাৰ পঢ়িলেই মনত ৰ'ব |...
    এই মন্ত্ৰটো জানিলে জীৱনত যি বিচাৰিব তাকেই পাব- • এটা এনেকুৱা মন্ত্ৰ | য...
    কাৰোবাক বহুত বেছি ভাল পাই যদি এবাৰ চাই লওক- • Video
    ধনী হোৱাৰ প্ৰকৃত পদ্ধতি জানি লওক- • ধনী হোৱাৰ ৭টা নিয়ম জান...
    #chitraranjannath
    #chitraranjannathmotivationalvideo
    #chitraranjannathvideo
    #motivationalvideo
    #inspirational
    #assam
    #assamese
  • บันเทิง

ความคิดเห็น • 517

  • @irenicc223
    @irenicc223 ปีที่แล้ว +15

    মই সকলো ভগৱানৰ চৰণত এৰি দিওঁ🙏তেওঁ যি দিছে তাতেই সন্তুষ্ট হওঁ🙏কিয়নো ভগৱানৰ বাহিৰে সুৰক্ষা দিব পৰা কোনো নাই। তেওঁ যেনেদৰে চলাইছে তেনেকৈয়ে চলি আছো🙏দুখটো ভাঙি নপৰো,সুখটো উত্তাৱল নহওঁ। আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গৈছে। কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @abinashbordoloi7516
    @abinashbordoloi7516 11 หลายเดือนก่อน +3

    2/khodai ভগবানৰ চৰণত অৰ্পন নিজকে কৰিছোঁ জয় শ্ৰী কৃষ্ণ

  • @someswariborah8239
    @someswariborah8239 ปีที่แล้ว +23

    একেবাৰে সচাঁ কথা কৈছে।ভগৱানৰ ওপৰত অচলা ভক্তি ৰাখি জীৱন পথত আগবাঢ়ি যাওতে তেওঁ পদে পদে সহায় কৰি আহিছে। কৃষ্ণ,🙏

  • @rupamonigogoi592
    @rupamonigogoi592 ปีที่แล้ว +6

    ভগৱান আশীৰ্বাদত বৰ্তমান আগুৱাই গৈছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ,🙏🙏

  • @binuprovaboruahborphukan3916
    @binuprovaboruahborphukan3916 ปีที่แล้ว +5

    শুপ্ৰভাত ৷আপোনাৰ প্ৰতিটো শব্দ সত্য ৷ ভক্তক ভগৱানে ভালদৰে পৰীক্ষা লয়৷সেই পৰীক্ষাত হতাস হ’ব নালাগে ৷যিমানেই ডাঙৰ বিপদ হ’ওক কিন্তু ভগৱানে ভকক সময়ত হাত পাতি ধৰে৷ শ্ৰীসত্য সাই ৱাবাৰ এষাৰ বাণী “ তুমি কৰ্ম কৰি যোৱা ফল আশা নকৰিবা , ভগৱানক সকলো অৰ্পিত কৰা “ ৷ ধন্যবাদ৷

  • @ksmhzrk4274
    @ksmhzrk4274 2 หลายเดือนก่อน +1

    ভগৱানক মই খুৱ ভাল পাঁও , সেইকাৰনে প্ৰাৰ্থণা কৰো । ভিডিও টো ভাল লাগিল ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 ปีที่แล้ว +11

    মই প্ৰথম জন হম বুলিয়েই ভাবিছো।কাৰণ সাধাৰণ মানুহ যেনেতেনে চলি আছো।ধনলৈও হেপাহ নাই ।পৰিশ্ৰমো কৰো।অৰ্হনিশে তেওকে চিন্তা কৰো।কোনো উদেশ্য নাই।কাৰোবাক উপকাৰ কৰিলেও প্ৰতিদান নিবিচিৰো।

  • @khirojsvlog7180
    @khirojsvlog7180 ปีที่แล้ว +9

    সুন্দৰ বিশ্লেষণ,সৃষ্টিকৰ্তা ভগৱানক পবিত্ৰ মনেৰে প্ৰতিদিনে প্ৰাৰ্থনা কৰিৱ লাগে ,

  • @avaranihazarika1730
    @avaranihazarika1730 ปีที่แล้ว +1

    ইমান সুন্দৰ কথা কৈছে ৷একেবাৰে সত্য কথা ৷ভগৱানক বিশ্বাস কৰিবলৈ অকনমান স্মৰণ কৰিবলৈ সময়ৰ প্ৰয়োজন নাই ৷কামৰ মাজতেই বিপদ আপদৰ মাজেৰেই আমি ভগৱানক চিন্তা কৰিব পাৰি ৷তেওঁ ৰক্ষা কৰিবই ৷ফলৰ আশাত বস্তু দিয়াসকল ভগৱানৰ প্ৰতি বিশ্বাসেই নাই ৷ অতি সুন্দৰ কথা ৷ভগৱানক আমি বিশ্বাস কৰি অন্তৰত স্হাপিত কৰিব লাগে ""কৃষ্ণ ""নামেৰে তেওঁৰ প্ৰতিচ্ছবি ৷ মই নিজে কোনজন নাজানো কিন্ত ভগৱানক বিশ্বাস কৰোঁ বিপদত পৰিলেও সম্পদত পৰিলেও ৷বিপদত কিন্ত সদায় ৰক্ষা কৰে তেওঁ ৷বিপদ আপদ আহিবই মানুহৰ জীৱনত ৷কিন্ত আমি ভগৱানক বিশ্বাস ৰাখি তেওকেইঁ স্মৰণ কৰিলে তেওঁ উদ্ধাৰ কৰে ৷

  • @dipugogoi3016
    @dipugogoi3016 ปีที่แล้ว +2

    🙏. Hosai bohut mulyabaan.aapunar video._______3.no ____.aase 🙏

  • @padmalalung5688
    @padmalalung5688 10 หลายเดือนก่อน +1

    নমস্কাৰ আপোনাৰ নীতি কথা শুনি ভাল লাগিল ।জীৱনত হাজাৰ বাৰ বিপদত পৰিছো । নেদেখা জনৰ ওপৰত বিশ্বাস ৰাখি ধৈৰ্য্য সহকাৰে কৰ্ম প্ৰতি শ্ৰদ্ধা ৰাখি আগুৱাই আছো ।বহুত ভাল ।

  • @bijukhanikar
    @bijukhanikar ปีที่แล้ว +1

    কৃষ্ণ সুন্দৰ ব্যাখ্যা । আপোনাৰ পদপঙকজত সেৱা ‌ জনালো ।

  • @jinubarman5479
    @jinubarman5479 10 หลายเดือนก่อน +1

    হে প্ৰভু তুমি আমাক সদায় কৃপা কৰি ৰাখিব আৰু সদায় তোমাৰ প্ৰিয় পাত্ৰ হবলৈ কৃপা কৰি ৰাখিব।

  • @BobiPhukan
    @BobiPhukan ปีที่แล้ว +1

    Bahut dhuniya lagile 👍❤️

  • @anjanagogoi4838
    @anjanagogoi4838 10 หลายเดือนก่อน +1

    নিস্বাৰ্থ ভাবে ভগৱানক সেৱা জনাও কৃষ্ণ

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co 11 หลายเดือนก่อน +1

    ভগৱানক নিচ্চাৰ্থা ভাবে প্ৰাৰ্থনা কৰিব লাগে । এইটো ‌সত্য।

  • @rumibegum611
    @rumibegum611 ปีที่แล้ว +5

    আল্লাই যিখিনি দিছে তাতে সুখী ভাইজান , আপোনাক হে এদিন লগ পাব বহুত ইচ্ছা আছে কত থাকে আপুনি । story টো শুনি বহুত ভাল লাগিল ধন্যবাদ ভাইজান 🙏🙏

  • @kanthamardi4227
    @kanthamardi4227 11 หลายเดือนก่อน +1

    Apunar video sai bhout bhall lage apunar logot vogban hodai thakibo joi shiri krishna

  • @kuluboruah8577
    @kuluboruah8577 7 หลายเดือนก่อน +1

    হে প্রভু তুমি কৃপা কৰিবা ❤🙏🙏🙏

  • @bishnujyotieborkataki7223
    @bishnujyotieborkataki7223 ปีที่แล้ว +1

    সুন্দৰ লাগিল। ভগৱানক সদায় নিস্বাৰ্থভাবে পূজন কৰিব লাগে।

  • @dimpibora9868
    @dimpibora9868 10 หลายเดือนก่อน +1

    একেবাৰে সচাঁ কথা । ভাল বেয়া সকলো সময়তে ভগৱানৰ নাম লওঁ, ভক্তি কৰো ।জীৱন পথত আগবাঢ়ি যাবলে সদায় ভগৱানে সহায় কৰি আহিছে মোক

  • @mamonirava6122
    @mamonirava6122 ปีที่แล้ว +13

    হৰ হৰ মহাদেৱ ❤🙏

  • @nivagogoi2825
    @nivagogoi2825 ปีที่แล้ว +8

    Jai shree Krishna bohut bhal lagil dhonybad

  • @nibeditabharali531
    @nibeditabharali531 ปีที่แล้ว +1

    সুন্দৰ বিশ্লেষণ

  • @purabidoleypurabidoley8934
    @purabidoleypurabidoley8934 8 หลายเดือนก่อน +1

    Bhogabanor uporot hoday bissakh ase kirishna ❤❤

  • @pritiborah2241
    @pritiborah2241 ปีที่แล้ว +1

    Bhagwan k bohut biswash koru aru bipodor xomoyat xohai u pau.
    Dhanyawad
    Apunar xundor paribekhon e aru olp biswas borhai dile

  • @junalitaye2151
    @junalitaye2151 ปีที่แล้ว +1

    apunr video aji pothom saisu apunr video sai kiba eta mnt hanti paisu vl lgise apunr kthabur huni🙏🙏

  • @krishnaartcraft5393
    @krishnaartcraft5393 ปีที่แล้ว +1

    আপোনাৰ ভিডিঅ'টো চাই বৰ ভাল লাগিছে ।

  • @dipasaikia1613
    @dipasaikia1613 ปีที่แล้ว +1

    Bhut val lagil video to sai hosa kotha apunar kotha huni bhut hukh paw monto hosai bhut val lage apunar video sai sable mon goi thake hodai apekhat thaku

  • @bitulkonwar1099
    @bitulkonwar1099 ปีที่แล้ว +6

    ধন্যবাদ দেই চাৰ। কাহিনীটো শুনি অনুভৱ কৰিছো।।🙏🙏🙏

  • @neanatumung8292
    @neanatumung8292 11 หลายเดือนก่อน +2

    আমাৰ কিমান জটিল সময়ছা আহিলে কিন্তু কেতিয়াও ভগৱানক দুক নিদিও কাৰণ ভগৱানৰ ওপৰত সদায় বিশ্বাস আছে আজি আমাৰ সময়ছা আহিছে কালিলৈ ভাল হব ভগৱানৰ ওপৰত ভৰসা আছে.. 🙏🙏🙏🙏

  • @Bidbeast
    @Bidbeast 11 หลายเดือนก่อน +1

    গোটেই বিশ্বজুৰি সকলো জীৱ চৰাই পোক পতংগ গছ লতিকা সকলো মানুহ মংগল থাকক ।তাকেই কামনা কৰিলো।

  • @boijoyantipegu3458
    @boijoyantipegu3458 ปีที่แล้ว +4

    নিস্বাৰ্থ প্ৰাথনা কৰো।মাএ কমৰ শক্তি দিয়া। আৰু প্ৰতি খোজত ভগৱানক সমৰ্পণ কৰো।

  • @chandralahkar2220
    @chandralahkar2220 8 หลายเดือนก่อน +1

    মই ভগবানৰ ওচৰত দাস হিছাপে প্ৰাৰ্থনা কৰোঁ।

  • @xopunorprithibi3605
    @xopunorprithibi3605 ปีที่แล้ว +1

    Val lagil dada

  • @RupanjaliBorah-sf8sf
    @RupanjaliBorah-sf8sf ปีที่แล้ว +1

    2 Namba tu❤namaste 🙏 ♥️ ❤️

  • @harakantadeka7715
    @harakantadeka7715 ปีที่แล้ว +2

    ভগবান, সদায় পাথনা,কৰিব, লাগে, কিন্তু আত্ম,মন,বিবেক,ধৈয, আৰু বিশ্বাস

  • @mainaborah6443
    @mainaborah6443 ปีที่แล้ว +2

    Bor Val lagil dada.Mane prane moiou kebl vagabanr sarante aashroi bisari.

  • @mondirabezborah9457
    @mondirabezborah9457 ปีที่แล้ว +1

    Dhanyabad Dada . Bahut bhal lagile ,videotu .

  • @chandralahkar5175
    @chandralahkar5175 ปีที่แล้ว +1

    মই ভগৱানক তাহানিৰ পৰা কোনো স্বাৰ্থনথকাকৈ প্ৰাৰ্থনা কৰিচিলো মাত্ৰ তেওঁ মোৰ সকলো পৰিয়ালৰে মঙ্গল কৰক আৰু লৰাটোৰ বিদ্যাত আগবাঢ়ক ৷ সকলো দিচিল প্ৰভুৱে মোক একো বাকী নাচিল মোক দিবলৈ ৷ কষ্টও কৰিছিলো মই ৷ কিন্ত্ু যোৱা ৫ ডিচেম্বৰৰ দিনা ইমান কষ্ট কৰি ৬ বছৰ বাহিৰত পঢ়ি অহা লৰাটো ৫ টা দিন মোৰ লগত নাথাকিলে ৷ মই এতিয়া কি কৰো ৷ এতিয়া মই প্ৰভুক বিচাৰিচো তাক ঘুৰাই দিয়ক ৷ সেই লিখা পঢ়া নালাগে মাত্ৰ চেহেৰাটো লাগে ৷ পামনে ?

  • @musicaxom2576
    @musicaxom2576 ปีที่แล้ว +1

    Apunar vdo suwar past mantu Shanti ahi Jai.apunak Bahu bahut dhanyabad.aru banab buli akhabadi.❤❤❤

  • @ranjanaborah4504
    @ranjanaborah4504 ปีที่แล้ว

    ধন্যবাদ বহুত ভাল লাগিল আপোনাৰলৈ বহুত বহুত শুভেচ্ছা থাকিল

  • @ranjitpauldada8585
    @ranjitpauldada8585 10 หลายเดือนก่อน +1

    দাদা আপোনাৰ Video বোৰ চাই বহুত ভাল লাগে৷ ধন্যবাদ দাদা

  • @manjulabora8219
    @manjulabora8219 ปีที่แล้ว +31

    ❤❤❤ ভগৱান ৰ কৃপা লাভ কৰিছোঁ । একেবাৰে সত্য শুদ্ধ ❤❤ নিশ্চয়

  • @purnimadas7779
    @purnimadas7779 ปีที่แล้ว +2

    আপোনাৰ কাহিনি বহুত ভাল লাগিল শুনি ,ভগৱানৰ বাহিৰে কোনো নাই ,কোনো কাৰু নহয়🙏🙏🙏🙏
    jai shree krishna🙏🙏🙏🙏💯👈Right👌👌

  • @ranjitsarma3474
    @ranjitsarma3474 4 หลายเดือนก่อน +1

    ❤️om namah shivay❤️ har har mahadev❤️ jay bhole baba ki jay ❤️jay mata parvati ma ki jay ❤️

  • @amritborthakur9523
    @amritborthakur9523 ปีที่แล้ว +1

    Bohut Val Kotha Hunilu Val Lagil Montu

  • @binitaphukan562
    @binitaphukan562 11 หลายเดือนก่อน +1

    মইও ভগৱানৰ ওচৰত কিবা বিচাৰি হে প্ৰাৰ্থনা কৰোঁ

  • @aungseng5792
    @aungseng5792 ปีที่แล้ว +1

    খুব সুন্দৰ ৷আপুনি আজি মনৰ দুৱাৰ খুলি দিলে ৷ভগৱানক সদায় কিবা নহয় কিবা বিচাৰিহে প্ৰাথনা কৰোঁ৷স্বাৰ্থপৰ যে ৷পিছে ভগবানক বিছৰা সকলো বিলাক দিছে মোক ৷প্ৰভু ভূল বোৰ মাফ কৰি দিয়া আৰু ।

  • @deepanjaliroy1080
    @deepanjaliroy1080 ปีที่แล้ว +5

    जय श्री कृष्ण, जय श्री कृष्ण, जय श्री कृष्ण❤️🙇🌏👑❤️😌
    हर हर महादेव, हर हर महादेव, हर हर महादेव ❤️🙇🌏👑❤️😌
    ॐ नमः सिवाय ❤️🙇🌏👑🙏😌
    ॐ नमः सिवाय ❤️🙇🌏👑🙏😌
    ॐ नमः सिवाय ❤️🙇🌏👑🙏😌

  • @simadeka9014
    @simadeka9014 ปีที่แล้ว +1

    Hodai jen positive sinta dhara monot loi hodai hothik pothere jen aagbarhi jabo paru jibontut vogobane heihini giyan hubudhi aamak diye jen. Kripa koriba provu

  • @anjushreedas7406
    @anjushreedas7406 ปีที่แล้ว +8

    আজিৰ অৰাজক পৃথিৱীত এনে ধৰণৰ কথা সঁচাই প্ৰশংসনীয় | কথাবোৰ বৰ অৰ্থপূৰ্ণ, বৰ ভাল লাগিল |

  • @kunjachoudhury3155
    @kunjachoudhury3155 ปีที่แล้ว +1

    Val lageli

  • @manashbordoloi3944
    @manashbordoloi3944 ปีที่แล้ว +8

    ধন্যবাদ আপোনাৰ কথা বোৰ শুনি বহুত ভাল লাগিল মোৰ ৩ গুণে আছে আৰু এটা কথা মই এনেকুৱা এজন বন্ধু বিচাৰোঁ কটো নেপাও সেই বাবে মই অকলে থাকি ভাল পাওঁ ১/ বেয়া কথা নোকোৱাকৈ থকা ২/ মিছা কথা নোকোৱাকৈ থকা আৰু ৩/ বেয়া বস্তু নোকোৱাকৈ থকা কটো নেপাওঁ কিবা নহয় কিবা এটা গুণ থাকিব সেই বাবে মই অকলে থাকি ভাল পাওঁ

  • @JayshreeKalita-cl3je
    @JayshreeKalita-cl3je ปีที่แล้ว +1

    সচাকে বহুত ভাল কথা জানিব পাৰোঁ আপোনাৰ ভিদিও বুৰ চাই। বহুত ভাল লাগিল দেই আৰু আগলৈ এনেকুৱা পৰামৰ্শ পাই থাকিম বুলি আশা ৰাখিলোঁ ।

  • @gitanjalitalukdar8514
    @gitanjalitalukdar8514 ปีที่แล้ว +4

    Apunar ktha bur xuni bht besi vl lge

  • @jasmabegum1188
    @jasmabegum1188 ปีที่แล้ว

    Bohut Val lagise video tu sai 👍👍👍👍

  • @niutondas9747
    @niutondas9747 ปีที่แล้ว +1

    Mojja

  • @renusaikia4547
    @renusaikia4547 ปีที่แล้ว +2

    সকলো ভগৱানৰ ওচৰত অৰ্পণ কৰো।

  • @bubulsarmah1349
    @bubulsarmah1349 10 หลายเดือนก่อน +1

    ময়ো ভগৱানক বশুত বিছশাহ কৰো মোক ভগৱানে মূতুৰ দোৱাৰ দলিৰ পৰা বছাইছে

  • @saraswatibhokta6002
    @saraswatibhokta6002 ปีที่แล้ว

    Bhut val lagil dada huni aneka video bur pothiyai thakibo

  • @bhaijandoley4483
    @bhaijandoley4483 10 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ 🙏এ ভগৱান বিশ্বাস কৰো আৰু বিশ্বাস কৰি আগুৱাই জাম ❤️❤️🙏

  • @animakalita6075
    @animakalita6075 10 หลายเดือนก่อน +1

    Very nice video

  • @promodborah3768
    @promodborah3768 ปีที่แล้ว +2

    আপোনাৰ কথাবোৰ হোনিভাললাগিল এই দৰে পেৰনা দিযক মই ঈচৰক সদায বিছাশকৰু কথাকেতা কুযাবাবে ধন্যবাদ

  • @rumikonwar4261
    @rumikonwar4261 ปีที่แล้ว +1

    ❤vl lagil

  • @tutumonibora2753
    @tutumonibora2753 ปีที่แล้ว +2

    Mai vogabank bohut,bishakh,Karu,mum,Sokalu,somrte,soku,meli,sai❤❤❤

  • @Laughing.channel05
    @Laughing.channel05 ปีที่แล้ว +4

    Val lagil dei ....

  • @rajeshdewri3555
    @rajeshdewri3555 ปีที่แล้ว

    Hundor

  • @rupadevi-bb8sv
    @rupadevi-bb8sv ปีที่แล้ว +1

    ১ ৷ মোৰ প্ৰভু মই বহুত তেওঁক প্ৰেম কৰোঁ

  • @subornaroy9303
    @subornaroy9303 ปีที่แล้ว +2

    ভগবানৰ শ্ৰী চৰনত নিজকে অৰ্পণ কৰো ্।কৃষ্ণ

  • @lakhikantasutradhar4474
    @lakhikantasutradhar4474 ปีที่แล้ว +3

    বহুত ধুনিয়া লাগিল ধন্যবাদ 👍❤

  • @khewaliborah544
    @khewaliborah544 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ ❤❤❤

  • @nilamoninath2611
    @nilamoninath2611 10 หลายเดือนก่อน

    Bhal lagil

  • @miriloraatoz
    @miriloraatoz ปีที่แล้ว

    Full support

  • @archanadas9300
    @archanadas9300 10 หลายเดือนก่อน

    Really nice and good video .jai shree krishna

  • @iladas3544
    @iladas3544 ปีที่แล้ว +1

    Amar kthabur hunile vogobane je amak kotha koi ase 🙏🙏 bohut bohut bohut dhoinabad apunak ...

  • @deepjyotilaskar1030
    @deepjyotilaskar1030 ปีที่แล้ว +1

    ময় গনেশ বাবা আৰু মা দূৰ্গাক বহুত বিশ্বাস কৰো তেওঁ বহুত বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰিছে জয় গণপতি বাবা🙏🌺🙏

  • @asabinashdas2.572
    @asabinashdas2.572 ปีที่แล้ว

    Bhut val

  • @Amorjyuti
    @Amorjyuti ปีที่แล้ว +1

    🙏 hune bohat vl lagela bohat upokito holu koboloi vakha ni dada

  • @iftikharhussain5379
    @iftikharhussain5379 ปีที่แล้ว

    Bhout val lagil

  • @animadas9703
    @animadas9703 ปีที่แล้ว

    I'man sundar advice......moi bhagabanak bishas kuru thanks.......❤❤❤❤❤

  • @sanahigogoi381
    @sanahigogoi381 ปีที่แล้ว

    জয়শ্ৰী কৃষ্ণ আপোনালৈ বহুত ধন্যবাদ

  • @DoloiramTerang-fc8gt
    @DoloiramTerang-fc8gt 9 หลายเดือนก่อน +1

    Thankful

  • @sanahigogoi381
    @sanahigogoi381 ปีที่แล้ว +4

    মই অধমে ঈশ্বৰ কৃষ্ণৰ ওচৰত সকলো অপণ কৰো

  • @makanhazarika9359
    @makanhazarika9359 ปีที่แล้ว

    বহুতো ধন্যবাদ ভাল লাগিছে

  • @deepabora2223
    @deepabora2223 ปีที่แล้ว +21

    ভগৱানেই মোৰ সকলো🙏🙏🙏

  • @binagohain9329
    @binagohain9329 ปีที่แล้ว

    Bht vl lagil dhonyabad jonalu

  • @ushasaikia1553
    @ushasaikia1553 4 หลายเดือนก่อน

    Bohut val lagil Thanks a lot

  • @rikugogoi3759
    @rikugogoi3759 10 หลายเดือนก่อน

    Sumitra Gogoi
    Krishna He param Kripalu Bapjan ati sundar Bhagawatar katha koichhe ye suni bar val lagil kathabor Krishna pranam janalo aaponak Krishna ❤

  • @nirmalisaharia8027
    @nirmalisaharia8027 ปีที่แล้ว +3

    ভগৱান মোৰ সকলো 🙏🙏🕉️

  • @Nirupam-vo5tu
    @Nirupam-vo5tu 10 หลายเดือนก่อน +1

    I always faith God. I like and love Lord Krishna. Jai Shree Hari.

  • @GitaDeka-qq1tt
    @GitaDeka-qq1tt 10 หลายเดือนก่อน +1

    আপুনি যেন এখন পবিত্র পুথি বৰ্ণনা কৰি গৈছে মোৰ এনেকুৱা অনুভয় হৈছে,

  • @bobitagoswami438
    @bobitagoswami438 11 หลายเดือนก่อน

    Vl lagile video to sai friend holu।

  • @SabitaHaloi-nw5bp
    @SabitaHaloi-nw5bp ปีที่แล้ว

    বহুত ভাল লাগিছে

  • @ratanikhakholary6440
    @ratanikhakholary6440 10 หลายเดือนก่อน

    Bhal Lagil

  • @anjalibaishya2287
    @anjalibaishya2287 ปีที่แล้ว +1

    আমিও সদায় পুৱা গধূলি ভগৱান ক স্মৰন কৰো

  • @imjustapixiedust6306
    @imjustapixiedust6306 ปีที่แล้ว

    Kun bhal lagila.thank you.

  • @rajadityamdj7
    @rajadityamdj7 10 หลายเดือนก่อน +1

    সৃষ্টিকৰ্তা আৰু স্বৰ্জনকৰ্তা বেলেগ নেকি জনাবছোন🙏

  • @protimasarkarsarkar1295
    @protimasarkarsarkar1295 ปีที่แล้ว

    Val lagise aponar dia speech.God always bless u

  • @mukuldevrabha6723
    @mukuldevrabha6723 ปีที่แล้ว

    Dhanyabad aponar ai mohan banir pora muio kisu kotha xikilu hare Krishna, hare Krishna, Krishna, Krishna, hare, hare! hare rama, hare rama, rama, rama hare rama...