তেনেকৈ নকবা / Munmi Bora আৰু Luna Sonowal ৰ কণ্ঠত Romantic গীত

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ม.ค. 2025

ความคิดเห็น • 21

  • @bimalsarma5170
    @bimalsarma5170 หลายเดือนก่อน +1

    স্কুলত পঢ়ি থাকোতেই এইবোৰ গীত শুনি আপ্লুত হৈ পৰিছিলোঁ❤

  • @ajantapathak192
    @ajantapathak192 9 หลายเดือนก่อน +5

    ইমান সুন্দৰ কন্ঠশিল্পী গৰাকী ক'ত হেৰাই গ'ল,ভাবিলে মনটো বেয়া লাগে।তাহানিতে শুনা গধুলি পৰতে গীতটো,,,,,,,উফঃ কিযে ভাল লগা গীত❤❤❤❤

  • @jitendranathsingharoy4199
    @jitendranathsingharoy4199 9 หลายเดือนก่อน +2

    ধুনীয়া গীত। বহুত সুন্দৰ

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 9 หลายเดือนก่อน +6

    কণ্ঠদান সুন্দৰ ।। কণ্ঠ মানুহৰ মনৰ উৎকৰ্ষ সাধন কৰাৰ লগতে শুদ্ধ ৰূপ দি সঠিক সাজত বহুৱাই জীলিকাই তুলে সমাজৰ মৰম স্নেহৰ পাত্ৰ হৈ পৰে।। হয়নে বাৰু সুস্থ সমাজে বিছাৰ বিবেচনা কৰাৰ স্হল বহুতো আছে বুলি গণ্য কৰো।। আপোনাৰ লগত মোৰ কোনো দিন একো সম্পৰ্ক স্থাপনৰ হোৱা নাই অলপো জ্ঞাননো নাই।। কণ্ঠয় আপোনাৰ ওচৰত যোৱাৰ সু-ব্যৱস্থা কৰিদিছে ।। সুপ্ৰভাতম বিহুৰ আনন্দ উপভোগ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো।।❤❤🎉❤❤❤

  • @anumabegum9513
    @anumabegum9513 9 หลายเดือนก่อน +2

    🙏 Sundor git ❤️❤️ thank you

  • @kusumsharma4537
    @kusumsharma4537 8 หลายเดือนก่อน +1

    Very very nice song and beautiful voice 💕❤❤❤😂😂❤❤❤❤

  • @DwipenBaishya-c4o
    @DwipenBaishya-c4o 9 หลายเดือนก่อน +1

    সুন্দৰ কণ্ঠ।

    • @jitendranathsingharoy4199
      @jitendranathsingharoy4199 9 หลายเดือนก่อน +1

      Bohut bhal lagise. Bohut sundor mitha sur ...... ❤❤🎉🎉

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 9 หลายเดือนก่อน

    মই সত্য ভাবেৰে বিশ্বাস কৰো যিসকলে এই ধৰাত সমগ্ৰ হেৰুৱায় ককবকাই থাকে সেই সকলৰ সৈতে সকলো সময়তে ঈশ্বৰেই সঙগ দি স্পষ্ট নীতিৰে পৰিচালিত কৰি থাকে মাত্ৰ ভক্তি ঈশ্বৰৰ ওচৰত থকা প্ৰয়োজন আছে।।❤❤❤

    • @padmeswarborah-yy1zr
      @padmeswarborah-yy1zr 8 หลายเดือนก่อน

      জুই ঘৰত দুটা কামত ব্যৱহাৰ কৰা হয় দৈনিক এক ঈশ্বৰ আৰধনা ভক্তিভৰা কৰা চাকিটি প্ৰজ্বলন কৰি আৰু দ্বিতীয়তে চাহ জলপান আদিৰ বাবে মানবে নিজৰ ঘৰতে জুই জ্বলাই লয় ।। আচলতে জুইয়ে ধ্বংস যেনেকৈ কৰে ঠিক তেনেদৰে জীৱৰ কৈলাণযাৰ হকেও বেবহাৰ কৰা হৈআহিছে ❤🎉❤🎉❤মৰম স্নেহৰ মৰ্মভেদী হৃয়াৰ উপলব্ধিও অতি ধৰ্মান্তৰিত হোৱাৰ অন্তিম ঢৌৰ ফুটুকীৰ কনিকাৰ দৰে নিজস্ব গৌৰৱ হেৰুৱায় ও ।।❤❤❤❤

  • @rubimonibora4066
    @rubimonibora4066 9 หลายเดือนก่อน +1

    Very nice singing

  • @mridupabandutta2670
    @mridupabandutta2670 9 หลายเดือนก่อน +3

    আজিৰ দিনত এনে সুৰৰ গান বোৰ কিয় নোহুৱা হ'ল বাৰু ? যিমান শুনিলেও আমনি নালাগে । মুন্মী বৰাই আজি কালি কিয় গান নোগোৱা হ'ল বাৰু ☹️🤔

  • @DipaThengal
    @DipaThengal 2 หลายเดือนก่อน

    Xuni xkhi holu ati onurdh durgamoy baidaur git sabosun

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 8 หลายเดือนก่อน +1

    আপোনাৰ ঘৰ সম্বন্ধে কৱ আৰু ফোন নং দিবচোন।।❤❤❤

  • @Terashi-e2r
    @Terashi-e2r 2 หลายเดือนก่อน

    Bartoman tumi asha kot bhale kushole achane

  • @MominJaskel
    @MominJaskel 5 หลายเดือนก่อน +1

    Hello ei sundor ganbur Kune honggro korile baru puroni gan buror moi eman pagol Mr j ch momin sonitpurpur assame joi ai assame

    • @bakulartal
      @bakulartal  5 หลายเดือนก่อน

      মতামতৰ বাবে অশেষ ধন্যবাদ

  • @prasantsutradhar1614
    @prasantsutradhar1614 9 หลายเดือนก่อน +2

    Mor antororakmatrasong

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 9 หลายเดือนก่อน +1

    আপুনি মোক উত্তৰত মাত্ৰ কণ্ঠৰে দিয়া ভাষাৰ জ্ঞান ইস্পচতা ভাবি আগলৈ সকলো নিশ্চিত কৰিম।। তোমাৰ সম্পৰ্ক শেৱালী ফুলৰ লগত হৱ লাগে নহয় নে বাৰু।।

  • @minatihazarika8663
    @minatihazarika8663 9 หลายเดือนก่อน +1

    দূৰ্গাময়ী বৰা ৰ গীত

  • @MkBoruha
    @MkBoruha 9 หลายเดือนก่อน +1

    Socutso
    Ng