@@gosaipararani945 uparar pora permission oha nai jen palu. Karan gutei tu akei prayei police, cid, cbi, etc..... Department he beleg. Uparar pora ordar nahile akuyei koribo nuware team tu a.
পবন কলিতাই নিজে নিৰ্দেশটো খুজি লৈছিলনে ? গোচৰটো ৰুজু কৰোতে আচামীৰ নাম লিখাটোত নিশ্চয় কলিতা ডাঙৰীয়াৰ স্বাধীনতা আছিল ৷ অধিবক্তা গৰাকীয়ে কিছু কথা খোলাখুলিকৈ কলে ৷ প্ৰতিবেদক আৰু অধিবক্তা দুয়োকে সাহসী যেন লাগিল ৷
It is really surprising that the govt of Himanta Biswasarma has crossed all the limitations of Democracy by not arresting sp lina doley ,the dain who killed her husband,who mis utilies her power for self benefit and interest but not in the interest of the public or the greater interest of democracy and become the self-made god Hiroinyakoshipu,the father of Prahalad,the devotee of Lord Vishnu where the Honourable cm is also one of the devotee of sp lina doley, who lina doley is Omnipotent
এই ব্যৱস্থাটোৰ ওপৰত আস্থা নোহোৱা হ'ল।
CBI নিচিনা ইমান শক্তিশালী দলটোয়েও আজিলৈকে একো এটা তদন্ত কৰিব পৰা নাই। আৰু কিমান তথ্য লাগে তেখেত সকলক? তদন্তৰ নামত ভেকু ভাওনা চলি আছে।
CBI যে বৰ্তমান নৰেন্দ্ৰ মোদীৰ ঝাৰূৱালা হে ঘানতা
CBI এ কি কি ওপৰত তদন্ত কৰিব লাগে,কেনেকৈ কৰিব লাগে আৰু অসমবাসীক পতিয়ন নিয়াবলৈ কেনেদৰে তদন্ত কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব সেই সকলোবোৰ বিষয় ওপৰ মহলে হয়তো CBI ক আগতেই পাঠ পঢ়াই থৈছে।এইবোৰ সকলো শেষত( 0).
এইবাৰ এই কেচটোত সচাকৈ আচৰিত হ'ৱলগীয়া ।
সি নিজেও জড়িত নেকি তেনে কৰিলে যে।
police ৰ এই বেয়া পোষবোৰ একেবাৰে মানুহৰ দৰে ব্যৱহাৰ কৰিব নালাগে যেনেদৰে junmoni মাৰিছিলে তেনে অৱস্থা কৰিব লাগে।
💯 correct
গোটেই ঘটনাটোৰ লগত high profile জৰিত থকা ৰ বাবে খেলি-মেলি হৈ আছে। উকিল ছাৰ, সচা বিচাৰ কৰি ঘটনাটো জোনমনিৰ মাকক ন্যায় পালে ভাল লাগিব।
Satyamev Jayate
এইটো কি পুলিচ ইয়াকো ধৰি জেলত ভৰাই দিব লাগে।
কি চাই আছে সোনকালে এৰেষ্ট কৰা। তেতিয়া হে শান্তি পাম।
Right ktha koise
@@gosaipararani945 uparar pora permission oha nai jen palu. Karan gutei tu akei prayei police, cid, cbi, etc..... Department he beleg. Uparar pora ordar nahile akuyei koribo nuware team tu a.
Erest cm k koribo lage set Assamiya kharkhuaa
একাংশ আৰক্ষীৰ নগ্ন স্বৰূপ দেখি দেখি ৰাইজে এতিয়া কাক বিশ্বাসত লব । অসম চৰকাৰে এই বিষয়ত সঠিক পদক্ষেপ গ্ৰহন কৰিলে জনতা সুখী হব !
অপদাৰ্থ । মানুহ আজি মানুহ ন'হয় , নৰখাদক । কিন্তু নেদেখাজনে কাকো এৰি নিদিয়ে ।
Nedekha jon kon
@@bhaskarphukan14232mi njano da
এতিয়াহে আচল খেল আৰম্ভ হব। নিজক বচাবলৈ ইজনে সিজনৰ সমস্ত জীৱন বুৰঞ্জী বলকিব।
পৱন কলিতা আৰক্ষী হয় জানো? এই জনটো চোৰৰ সদাগৰ হে !
Pobon kolita ki vl hbo bondona kolita porial he manuh kata
এইদৰে হইতাকাৰীক যদি পুলিছে বচায় তেনেহলে সাধারণ মানুহৰ খেতৰত কি হব?
অভিযুক্ত লীনা দলে আৰু তাইৰ সহযোগী খিনিও শাস্তি পালে , CBI ৰ ওপৰত বিশ্বাস চিৰদিনলৈ ৰাখিম
এইটো পুলিচক বৰ্খাস্ত কৰিব লাগে
মানুহক ঠগিব পাৰিব ভগৱানক ঠগিব পাৰিব জানো।ভগৱানে নিশ্চয় সময়ত বিচাৰ কৰিব ।কেচ কৰিব লাগে।
কুকুৰহত মানুহক মাৰি মানুহ মাংস খোৱা পুলিচ
Leena দলে নামৰ সাগৰখনৰ গভীৰতা বহুত বেছি যত Himanta নামৰ ছাগলী এটাও ডুব গৈ আছে
Right
Hai la hai la
sudur vai bjp bepari tuk nepali cut dib lage e morib hol returire lob hoise
Kela hbs tuk erest koribo ,sagoli buli koiso😁
এই পাষণ্ড পৱন কলিতাক চুলি খুৰাই,মুখত চূন সানি ৰাষ্টাত ঘুৰাব লাগে।
Police karone law baleg naki .
পুলিচ ৰ এনেকুৱা পোক বোৰ নিঃশেষ কৰিব লাগে
💯 correct
কলি যুগত এনেকোৱাই হব দাদা
চি বি ই ধন্যবাদ থাকিল
Aku korbo nuware sob making
পবন কলিতাই নিজে নিৰ্দেশটো খুজি লৈছিলনে ? গোচৰটো ৰুজু কৰোতে আচামীৰ নাম লিখাটোত নিশ্চয় কলিতা ডাঙৰীয়াৰ স্বাধীনতা আছিল ৷ অধিবক্তা গৰাকীয়ে কিছু কথা খোলাখুলিকৈ কলে ৷ প্ৰতিবেদক আৰু অধিবক্তা দুয়োকে সাহসী যেন লাগিল ৷
এই কুকুৰটোক ডাঙৰীয়া বুলি সন্মান দিয়াৰ কোন লাভ নাই
@@satishchand8795 ঠাত্তা কৰিহে ডাঙৰীয়া বুলিছিলোঁ ৷ সি সন্মান পোৱাৰ যোগ্য নহয় ৷ এদিন নিশ্চয় অন্য প্ৰকাৰে ফচিব ৷
ইমান প্ৰমাণ পোৱা পিছত দুখীয়ে এতিয়াও কিয় জেলত নভৰাই প্ৰসাশনীয় ক্ষেত্ৰত মূখ্য মন্ত্ৰী নিজৰ দায়িত্ব আছে কি ৰহস্য আছে ৰাইজে এই বিলাক বুজি পালেই এইবাৰ পহুখেদা দিব কৰণ গণতান্ত্ৰিক দেশ ত ৰাইজে ৰজা মনতৰাখিব ধন্যবাদ
পাব্লিক যে ৫০ তা মান বেট লয় হুছ-পুছ কৰক থ্ৰাক ড্ৰাইভাৰ ৰ পৰা চুৰু কৰি ৩/৪ দিনতে উলাব'
Ri8
💯 correct
এনেকুৱা পুলিচ ক ধৰি লৈ জলকীয়া লগাই দিব লাগে।নিজৰ ঘৰৰ মানুহক এনেকৈ কোনোবাই মাৰিলে হে গম পাব।
Thanks. ❤❤❤❤❤❤❤❤
ভাল লাগিছে,জোনমনি ৰাভাৰ তদন্তৰ পৰা যেন কলীয়া ডাৱৰ আতৰি আকাশখন অলপ ফৰকাল হ'বলৈ আৰম্ভ কৰিছে।
ধন্যবাদ পৱন কলিতা। আপুনি আপোনাৰ কাৰনে জমা কৰি ৰাখিছে । আপোনাৰো লগতে আপোনাৰ লৰা ছোৱালী লৈকে য়ো শাকিব ৰাখিছে দেই। ধন্যবাদ ।
No. 1 master mind Leena Doley. চৰকাৰৰ সৎ সাহস আছে যদি লীনাক ধৰি জেলত দিয়ক।
ভাল লাগিছে. 👍101 পাপ হল যেন লাগিছে
বহুত দুখ লগা ঘটনা
আমি হব পাৰো নিবনোৱা কিন্ত এনেকোৱা লোভৰ পাপৰ কাম কেতিয়াও নকৰো আৰু আমাৰ লৰাই ও এনেবোৰ কথা ঘৃণা কৰে 😮😮😮😮😮🎉ধন্যবাদ
বঢ়ীয়া বঢ়ীয়া
#justiceforJunmoniRabha
Good
এইখন চৰকাৰৰ দিনত পুলিচক বিশ্বাস নকৰাই ভাল
Sarkar nohoi criminal cm
CID/CBI r dwara nohobo... All Religious Peoples of Assam wants a high level Judicial investigation of SI Junmoni Rabha's death Case immediately.....
Yes
উদক ভেটা ৰখীয়া পাতিছে চৰকাৰে। কিন্তু লোভ,মোহ,অহংকাৰ আহিলে ভগৱানেও বচাব নোৱাৰে। মহাপাপৰ ফল ভূগিবই লাগিব৷।
জনসাধাৰণে চি বি আই বুলি কাক বিশ্বাস কৰিব।
এনেও মানুহৰ এইখন চৰকাৰৰ পতি আস্থা হেৰাই গৈছে ! এইখন চৰকাৰৰ দিনত ডাঙৰ ডাঙৰ মানুহবোৰৰ একো ভুলে নাথাকে !
Nd 24 bhut bhut dhoinoabad
Thank you sri
কি হব এইখন পৃথিৱীত😂, মানুহ নামত নামত ,,,,0000000
Original result Vagbane dib lets wait......n see ahead..
Game of money.
দোষীক উপযুক্ত শাস্তি প্ৰদান কৰক। যাতে জুন মণি ৰাভাৰ পৰিয়ালে ন্যায় পায় । এইখন অসমত সত্যবাদী বোৰে কেতিয়াও জীয়াই থাকিব নোৱাৰে।
Police sei Jodi anekua kam kore tenehole raije ushit nyai kenekoi karpora pabo?
পুলিচ প্ৰশাসন বুলিলে শিয়ালৰ লগত তুলনা কৰিব লাগে।
Right
এনে পুলিচ বিষয়া চাকৰি কিয় বাছি আছে?
তাৰ মানে নগাঁৱৰ আৰক্ষীৰ লোক সকল এই ঘটনাত জড়িত কৰিলে।পঢ়া শুনা নাই নেকি?
বেচেৰা পবন কলিতাক ধন্যবাদহে জনাবৰ মন গৈছে দেই ৷
Mithu moru
❤ ll😊😊ll
Assam Police Go Back
কি ঘণ্টা কৰি আছে G P sing আৰু হিমন্তই৷
নিকা প্ৰশাসনৰ দাবী কৰা হিমন্ত নিমাত কিয়
ইয়াত সম্পূৰ্ণ নগাঁও আৰক্ষী জুৰিত
সুশান্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক আছেনে????যদি আছে কি কৰি আছে?ৰিনিকী সাৱধান৷
😂😂😂😂
AApuni ki bujabo try korise
Good news
এই খন এখন নাটক, কালপ্ৰীত বোৰক বছাই CBI ক এখন নাটক কৰিবলৈ দিয়া হৈছে। এইটো ডাঙৰ বোমহৈ ফুটিব এদিন চাবচোন !
Good news ❤
সিহঁতে মানৱ জীৱনৰ লগত খেল খেলিছে ।ইমান তথ্য পোৱাৰ পিছটো😮
পৱন কুমাৰো সমানে জগৰীয়া ।ইয়াক ৰাইজেই বিচাৰ কৰিব লাগে ।
very, very good.
Very. Very. Good
Love CBI
ইমানৰ পাচতো লীনা দলেক কিয় এৰেষ্ট কৰা নাই। নিশ্চয় ওপৰ মহলৰ নেতাৰ অনুগ্রহতে এইটো হবলৈ পাইছে।
Right sir very nice
Law follow-up nojore naki police
অপৰাধী কেইটা নমৰা লৈকে এই কেচ্ ৰ অনুসন্ধান চালিয়ে থাকক.....
Justice for junmoni rahba
এই সকল পুলিছ ৰাজনীতি বিধহে
Smart Police ৰ কাণ্ড এইবোৰেই ,এইধৰণৰবোৰ থাকিলে অপৰাধী নকমে বাঢ়িবহে 💯 % ।
মই কিন্তু তেনেকৈহে ভাবিছো।
এই কুকুৰ এচ আই পৱন কলিতাক এৰেষ্ট কৰিব লাগে আৰু এতিয়া চি বি আই মেদামে উচিত বিচাৰ কৰি ন্যায় প্ৰদান কৰক ।
নিজৰে সহকৰ্মীক মাৰিলে,এচপিৰ কথা মতে কেচ লিখ,সাধাৰন নাগৰিকে কি আশা কৰিব ,অনতি পলমে লীনা দলে,আভা ৰাভা আৰু আন দুজনক সোনকালে এৰেস্ট কৰক নহলে ৰাইজে অসমৰ স্মাৰ্ট পুলিচক বুজিব যে ডগাবাজৰ দল টকা খকুৱা,প্ৰকৃত মানৱতা শূন্য নিলাজ পুলিচ
Thanks powan kalita sir
ধুনীয়া দেই
ভগৱানক বাদ দি কাৰো নহয় উচিত তদন্ত ৷
Very good information
এই পুলিচ গুণ্ডা বোৰৰ বেয়া দিন আহি গল, bhaihat ভাল দৰে খাই লোৱা,
Teo ajan criminal hoi, arrest him.
গোটেই কেইজনক গুলীয়াই মাৰিব লাগে।
Jonmoni rabha justice
আইনী ব্যৱস্থাটোৰ প্ৰতি বিশ্বাস যেন নোহোৱা হৈ পৰিল।।😞😞
OMG..
এই বিলাক পুলিচ বিষয়া ও জৰিত যেন লাগে
Iyak public dhulai diyok .I. Appealing to all Assam sangathon from Mbai
Batori tu huni bhal lagil🙏🏽yarpisot ki hobo akhare baat sai asu👍
Spicy news.
এনে কৰ্ম্মকাণ্ডই আৰক্ষী সকলৰ ওপৰত অসমৰ জনতাই সম্পূৰ্ণ ভাৱে আস্থা হেৰুৱাইছে । এইক্ষেত্ৰত অসমৰ গৃহ সচিব প্ৰধানে কি পদক্ষেপ ল'ব ?
It is really surprising that the govt of Himanta Biswasarma has crossed all the limitations of Democracy by not arresting sp lina doley ,the dain who killed her husband,who mis utilies her power for self benefit and interest but not in the interest of the public or the greater interest of democracy and become the
self-made god Hiroinyakoshipu,the father of Prahalad,the devotee of Lord Vishnu where the Honourable cm is also one of the devotee of sp lina doley, who lina doley is Omnipotent
Sukuni Mama,Kurukshrtra, Hell the BJP,Satyamev Jayate, Democracy is crashed by BJP, Shame BJP, Shame Assam police,Fie!Fie!
❤
Power
লিনাবোলাজনীক ৰাইজৰ আগত জেৰা কৰক অতিথিসকলে, নহলে তাই চুইচাইড কৰিলে লগৰকেইটা সাৰি জাব ।
ফাঁচি দিব লাগে
All people's
Ki bhabe aitu case tut lavlina ma'am a winner & failer?
As per General Dairy Go the Enquiry..🎉
💯,%hoitya
বাপু এতিয়া নিজে বাছ পিছত মেমক বছাবি
এইজনক মই কৈছে ঠিকেই কৈছে সাৰি যাব দিব নালাগে পানীত বুৰ মাৰি কিমান সময় থাকিব
লীনা দলেক ফাঁচী দিব লাগে
পাপে চুব তঁহতক
আদালতত বাছি গলেও ঈশ্বৰৰ বিছাৰত বাছিব নোৱাৰিব