মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ্বেতপত্ৰ প্ৰকাশৰ দাবী APCCৰ সভাপতি ভূপেন বৰাৰ
ฝัง
- เผยแพร่เมื่อ 5 ก.ค. 2024
- ৰাজ্যৰ বান পৰিস্থিতিক লৈ সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ্বেতপত্ৰ প্ৰকাশৰ দাবী APCCৰ সভাপতি ভূপেন বৰাৰ। কেন্দ্ৰই অসমক বঞ্চনা কৰিছে বুলি মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা ভূপেন বৰাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্নবাণ সাংসদ গৌৰৱ গগৈৰ।
#pratidintime #assam #assamnews #himantabiswasarma
সুদীৰ্ঘ ৬০ বছৰ শাসন কৰা কংগ্ৰেছ চৰকাৰে অসমৰ বানপানীৰ সমস্যাটো কথা ক'বলৈ লাজ পাব লাগে। তাহানিৰ প্ৰয়াত মুখ্য মন্ত্ৰী তথা সংসদত মাইকী মাছ বিছাৰি ফুৰা গৌৰৱৰ পিতৃয়ে বানপানীৰ সমস্যাটোৰ কথা ক'লে আমেৰিকা তো বানপানী হয় বুলি ভেকাহি মৰা অসমৰ কোনজনে নাজানে? এতিয়া এনেই TRP বঢ়াবলৈ ফালি আছে।
কেন্দ্ৰৰ 10 বছৰত কি হ'ল বৰ্তমান সময়ৰ কথা কোৱা
মূখ্যমন্ত্ৰীয়ে বৰষুণ দিয়াই ছে নি গৌৰৱ গগৈয়ে পানী খাই পেলক
কংগ্ৰেছৰ গো বেক।
5:21 অসমৰ পৰা ৰাজ্যসভাৰ সদস্যৰূপে ভাৰতৰ প্ৰধানমন্ত্ৰী 15বছৰ থকাৰ সময়তে বানপানীৰ সমস্যাটোৰ স্থায়ী সমাধান হ'ব লাগিছিল। গতিকে ভূতৰ মুখত ৰামনামৰ কাম নাই।
Bhupen Bora eta Robot. Kotha lakbandh nothoka eta engine manob.
কংগ্ৰেছে আগতে কি কৰিছিল।
Atia Kar Sorkar? BJP ne congress?
আগতে নিজৰ দলে কি কৰিছিল সিটো ভাৱক লুটি পুতি খাই থৈছোঁ টু।
এনেকুৱা কথা কোৱাতো গৰিহনাৰ যোগ্য। কাৰণ যি চৰকাৰেই নহওঁক প্ৰকৃতিক কোনোবাই ৰোধ কৰিব পাৰে জানো। এই সমস্ত বিশ্বব্ৰহ্মাণ্ড সৃষ্টিকাৰী জগতখন প্ৰকৃতিৰ ওপৰতেই নিৰ্ভয় কৰে। গতিকে প্ৰকৃতিৰ লগত ৰাজনীতিৰ কোনো কথাই আহিব নোৱাৰে। মথাউৰি বনোৱাৰ কথা বাদ দিয়ক পাহাৰ পৰ্বত খহি গৈছে আকৌ মথাউৰি মথাউৰি বুলি দোষ দিয়ে। হয় মথাউৰি যদিও বনাই যদি প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰে কোনেও ৰক্ষা কৰিব নোৱাৰে। যুগ যুগৰ পৰাই এনে মহাপ্ৰলয় সৃষ্টি হৈ আহিছে আৰু অনাদি অনন্ত কাললৈ থাকিব। তাৰ বাবে আমি নিজে সজাগ সচেতন হব লাগিব আৰু পৃথিৱীৰ পৰা পাপ মুক্ত কৰিব লাগিব।
Thik kotha koise aapuni dine dine natural disaster badi goi aase...aaru eita kunuei rudh karibo nuware ..sarkar jaare nahok..iyar kunu parmanent solution naai.
gourov gogoi tumar paisa thakiu dukhiyak pani abotol dibo parisane 😂😂😂
Tetufali love nai, apunalokar politics manuhe buji pai
HBS jindabad
Ako kam kra nasil apunar deotai aji apuni olp besikoi koi thake kam nai etiya apni nhy kiyo C m gm pabo ..
কংগ্ৰে কাম নাই বিজেপি গিন্দাবাত
Agot kiba etaa khai lo 😂😂😂
বিজেপি চৰকাৰে এইবিলাক সমধা কৰিব নোৱাৰে
বিজেপি চৰকাৰে মিচা,মিছা কথা কোয়াৰ বাহিৰে একো কৰিব নোৱাৰে বেলেগ
Congress ki korisil agote
Hai kita manuh atia BJP sarkar flodd minister CM pwd minister hoi aase
সেইজনায়েই অসম চলাই আছে যোৱা ২০ বছৰ। অসমৰ গৰু গাধ কেইটাইও জানে।
Dhori lolu Congress a baru aku kora nai. Atia BJP a ki kori ase heitu ko na
Koribo lage ako
Bjp zindabad
Congressotkoibohutbesikorisehimantasir
Pagolor kotha suni lop nai
Seventy five years congresse rajatra koriu ban xomoisya xamadhan koribo nuwarile. Ten yearsot posible nohoi. Ten yearsot b.j.p.e bohut kam korise. Aru koribo.
B J P GO. বেগ
BJP go back
Puji notokake saul diboparibone kotakoise.kamnai beta
BJP sarkar khone sun congress sarkar aasile. Wkai kita manuhu atia BJP party kori aase khali modi washing machine sofa kri lole
Bjp go back
Miya Bangladeshi go back.
Bjp jindabad❤
Sudur vai ht bstur dam dekha ni
@@dipankarnath4652 BJP ruled assam (pretol) 93.
Congressi ruled Karnatak (pretol) ;107
@@SANATANI_AXOMIA_NABAOkol pertrol dekhile nki bjp andhobokto
104 toka pertrol premium tu
@@OnlyCricketfansworld search kore sa Assam r dam kiman Aru congress r ruled state r dam kiman. Miya
Tur father e ki bal krise 15 years
Toi jun xn hospital t jonmo hosa khixn congresss din or lewra
@@bhargaV567d
Kuttar puali tur deoutar party congress e aku bal kora nai Assam t
Ji khon school t pohi Atia Comment kori aso hei khonu congress a bonuwa
ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ গৌৰৱ গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয় অসমৰ সমাধান গৌৰৱ গগৈহে কৰিব পাৰিব
গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈৰ লগত ফেৰ মাৰিব পৰা নেটা মন্ত্ৰী বহুত কম আছে
Hotel t bohi banpanir kotha koi ase 😂😂😂 manisu kintu 😁🤪🤪
কংগ্ৰেছ মহা মিছলীয়া। আৰু কংগ্ৰেছৰ দিনত বান পিৰিত সকলৰ খাদ্য বিক্ৰীৰ কৰি খোৱাৰ কথা আমি পাহৰি যোৱা নাই।
Etn khawa ni nki
Atia kiman toka dise BJP a?
BJP Sarkar kam nai very
Baal likhi so.