Jagiroad Eviction : অবৈধভাৱে বসবাস কৰি অহা প্ৰায় ১৫০০ পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে | N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 มิ.ย. 2024
  • Jagiroad Eviction | জাগীৰোডত মৰিগাঁও প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। জাগীৰোডৰ শিলভঙাত অবৈধভাৱে বসবাস কৰি অহা প্ৰায় ১৫০০ পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে |
    #News18Assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #jagiroadeviction #assameviction
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/desc-youtube এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

ความคิดเห็น • 264

  • @binodsaikia1882
    @binodsaikia1882 หลายเดือนก่อน +30

    চৰকাৰ ৰ পদক্ষেপক ধন্যবাদ থাকিল।

  • @apurbadas4151
    @apurbadas4151 หลายเดือนก่อน +64

    নগাঁও ৰেলৱে কলনিত বহুত বাংলাদেশীৰ দখল!!

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA หลายเดือนก่อน +2

      Content D. C office

    • @sakuwatali8257
      @sakuwatali8257 27 วันที่ผ่านมา

      Bangladeshi he Bangladeshi khobor jane

    • @apurbadas4151
      @apurbadas4151 20 วันที่ผ่านมา

      @@sakuwatali8257 তই বাংলাদেশী গজৱা এ হিন্দৰ চৰদাৰ!!

  • @AfricanLion4090
    @AfricanLion4090 หลายเดือนก่อน +98

    এইবোৰ চব বাংলাদেশী মিঞা ৰহিঙ্গীয়া।

    • @abdulmannaf5519
      @abdulmannaf5519 หลายเดือนก่อน

      ঐ গৰু বোৰ ৰহিংজ্ঞা অসমীয়া কোন দিনা কোৱা খুনিছা।

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA หลายเดือนก่อน +9

      ​@@abdulmannaf5519মিয়া বাপেৰৰ মূৰটো😂

    • @AsmitGogoi
      @AsmitGogoi หลายเดือนก่อน

      ​@@abdulmannaf5519 Bhakha tu hika tu eku dangor ktha nhoi...moi Japanese kole Japanese Boni jam ni murkho

    • @tsunillangneh9569
      @tsunillangneh9569 หลายเดือนก่อน +2

      ​@@SANATANI_AXOMIA_NABA😅 mojja

    • @tsunillangneh9569
      @tsunillangneh9569 หลายเดือนก่อน

      ​@@abdulmannaf5519geda miya

  • @mahimaranjan3420
    @mahimaranjan3420 หลายเดือนก่อน +29

    শৰ্মা ডাঙৰীয়াৰ দৰে ভাল বিষয়া অসমৰ প্ৰতি জিলাতে প্ৰয়োজন আছে !

  • @pbaruah8148
    @pbaruah8148 หลายเดือนก่อน +13

    পীযূঢ হাজৰিকাক ধন্যবাদ
    মিয়াৰ কথাত বিশ্বাস নকৰিব

  • @bot.R55
    @bot.R55 หลายเดือนก่อน +60

    বাংলাদেশৰ পৰা আহি অসমৰ চৰকাৰী মাতি দখল কৰি পোৱালি জন্ম দি অসমত জনসংখ্যা বঢ়াব আৰু যেতিয়া চৰকাৰক ভুমিৰ প্ৰয়োজন হব তেতিয়া এডোখৰ ঠাই পালেহে তাৰ পৰা যোৱাৰ অজুহাত উলিয়াব এইতো মিয়াৰ অসমত নাগৰিকত্ব লোৱাৰ এটা বৃহদ পলিচি বৰ্তমান বিজেপি চৰকাৰে এই কথাবিলাকক আওকান কৰি ব্যক্তিগত মুনাফা আদায় কৰাৰ হে লক্ষ পৰিলক্ষিত হয় ।

    • @bhaskarjyotisaikia7290
      @bhaskarjyotisaikia7290 หลายเดือนก่อน +2

      Hoi Muslim aru Hindu Bangladeshi e Axomot ahi Govt mati dokhol koribo tar pisot Axomiya suwali biya korabo. Guwahatit u enekuwa hindu Bangladeshi family ase ji after 1971 kata tar par hoi ahisil. Govt mati dokhol kori ghor bonae sil. Aru etiya xei mati Myadi kori Builderok besi Crore Toka pise. Axomiya suwali u biya korae se. Axomiya e beleg jegat goi mati dokhol koribo paribo janu ? Okol Axom aru Tripurate pare. CAA khone khilonjiya manuhok aru vogonia bonabo.

    • @DipankarKalita-wy1bt
      @DipankarKalita-wy1bt หลายเดือนก่อน

      ইমানে যদি জান বাংলাদেশ ৰ পৰা আহিছে তেন্তে ত য় কাৰ বাল চিঙি আছ কোৰ্ট ত কেছ দে গে​@@bhaskarjyotisaikia7290

    • @SurenBoro-mv7tq
      @SurenBoro-mv7tq หลายเดือนก่อน +7

      Ei Bangladeshi bulak congressor dinot aha . Congressor vote bank.

    • @bhaskarjyotisaikia7290
      @bhaskarjyotisaikia7290 หลายเดือนก่อน +1

      @@SurenBoro-mv7tq Congress and Aiudf need Muslim Bangladeshi vote bank. BJP needs Hindu Bangladeshi vote bank. Politicians only need power and money. But nobody thinks about the indigenous people of Assam. They have become a minority in their own places. There are so many tribes in Assam. It's time that all tribes should unite like the Triprasa people are doing now.

    • @rupamraj4638
      @rupamraj4638 28 วันที่ผ่านมา +1

      Sob congres government sorkar..koi lav ny ...kebol gadi lagei sobokei 😅😅😢😢

  • @probinkumarkakati6151
    @probinkumarkakati6151 หลายเดือนก่อน +27

    এইবোৰ খেদি পঠাব লাগে ।

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn หลายเดือนก่อน +37

    সকলো চৰকাৰী চৰ চাপৰি ফৰেষ্ট আদিত বাস কৰা অবৈধলোকক উৎচেদ কৰি অসম ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ ৷

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xz หลายเดือนก่อน +44

    এইবোৰক ভালদৰে চালি- জাৰি চিনাক্ত কৰিব লাগে.. চৰকাৰি মাটিত কাৰ অনুগ্ৰহত বহিছিল.. এইবোৰ কংগ্ৰেছৰ ভোট বেংক !

    • @madhabthapa5162
      @madhabthapa5162 22 วันที่ผ่านมา

      100% hosa kotha

    • @shibukuri200
      @shibukuri200 18 วันที่ผ่านมา

      Very good answer

    • @sahjahansheikh-ef9hz
      @sahjahansheikh-ef9hz 17 วันที่ผ่านมา

      কিছুমান দালাল মাতব্বাৰে ২০/৩০ টকা লৈ বিক্ৰী কৰি এই মানুহ সকলক বহুৱাই ছিল

  • @ponakonroy9209
    @ponakonroy9209 หลายเดือนก่อน +16

    Mama jindabad ❤

  • @nabakalita9758
    @nabakalita9758 หลายเดือนก่อน +27

    Hindu jagroto hua..nohola axom ses

  • @rajkumar-gm1vt
    @rajkumar-gm1vt หลายเดือนก่อน +32

    খালী চৰকাৰী মাটি থাকিলেই হল চিধা বাংলাদেশৰ পৰা আহি বহি যায়

    • @mujiburhussain3294
      @mujiburhussain3294 หลายเดือนก่อน

      আপুনি তিনিচুকীয়া চহৰত গৈছে নে নাই।চাব চোন সকলো বিহাৰৰ বাসিন্দা। আপুনি কি ক'ব

    • @rajkumar-gm1vt
      @rajkumar-gm1vt หลายเดือนก่อน

      @@mujiburhussain3294 they are indian. But you are not

    • @tarundeka8847
      @tarundeka8847 หลายเดือนก่อน +2

      @@mujiburhussain3294 Oi ki katha kaba ahisa? TINISUKIYA r BIHARI kor para aha ? BIHAR Bangladesh r ne Pakistanar ? TINISUKIYA r bihari a government land occupied kara nai .

    • @mujiburhussain3294
      @mujiburhussain3294 หลายเดือนก่อน

      @@tarundeka8847 মই তিনিচুকীয়াত থাকি অহা মোক হিকাব নালাগে হে। সকলো দেখি আহিছোঁ। সছা কথা উল্লেখ কৰা। জদি দম আছে। চৰকাৰী মাটিত বাস কৰা খিনিক কয়ছো। তোমাৰ গাত কিয় লাগিল বা।

    • @mujiburhussain3294
      @mujiburhussain3294 หลายเดือนก่อน

      @@AsmitGogoi ইয়াত মিয়া কথা কৰ পৰা তপকিল নো। চৰকাৰী মাটিত বহি থকা কেইটাৰ কথা কয়ছো।

  • @ratankumarnath3880
    @ratankumarnath3880 หลายเดือนก่อน +19

    চৰকাৰী মাটি কিয় দখল কৰিব লাগে।

  • @basisthaacharya6590
    @basisthaacharya6590 หลายเดือนก่อน +8

    এইসকল লোকৰ নিজৰ ঘৰ মাটি আছে। অসমীয়া লোক সকলৰ অমনযোগীতা আৰু উদাসীন মনোভাৱৰ বাবে এই চৰকাৰী ভূমি বেদখল কৰি সিহঁতৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। এই ক্ষেত্ৰত জিলা আয়ুক্ত মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছো । বহুত সময়ত বহু লোকে মিছাৰ আশ্ৰয় লৈ সুবিধা আদায় কৰা দেখা যায়।

  • @TaslimAliBabul
    @TaslimAliBabul หลายเดือนก่อน +11

    ভাল মানুহ, ভাল ভাষা , ভাল বিষয়া ।👏👍👏

  • @manojinspiresindia9784
    @manojinspiresindia9784 หลายเดือนก่อน +11

    Miya Miya Miya Bangladeshi Rohingya Miya 😂😂😂😂😂

  • @KapilAbang
    @KapilAbang หลายเดือนก่อน +5

    মীয়াই অসম খন ধ্বংশ কৰিলে

  • @kulennath6456
    @kulennath6456 หลายเดือนก่อน +18

    DC Sarma Sahabe khub val kam korise khub val lagise..

  • @nabingoyari7765
    @nabingoyari7765 หลายเดือนก่อน +9

    Bor bhal lagil

  • @Da_Hazarika_অসম
    @Da_Hazarika_অসম หลายเดือนก่อน +9

    Ati hundor news........❤❤❤

  • @user-lp8lu7vp8i
    @user-lp8lu7vp8i หลายเดือนก่อน +8

    DC Sir apunaloi thank you

  • @sumsum940
    @sumsum940 หลายเดือนก่อน +4

    total Bangladeshi Assam in 50 lakh

  • @DipankarKalita-wy1bt
    @DipankarKalita-wy1bt หลายเดือนก่อน +6

    একেবাৰে খেদি পঠিয়াই দিয়ে যেন এই gela হুপাক

  • @lachitbanowary3354
    @lachitbanowary3354 หลายเดือนก่อน +11

    Good👍👍

  • @manjubarman1855
    @manjubarman1855 หลายเดือนก่อน +8

    ভাল হৈছে।কিন্তু উচ্ছেদ যে কৰিব মানুহখিনি ক'ত যাব?জিৰণী মৌৰ নিচিনা এইবোৰ এঠাইৰ পৰা আন ঠাইলৈ যাব।

    • @rupamraj4638
      @rupamraj4638 28 วันที่ผ่านมา

      Right 😅😅

    • @kuldeepthappa5101
      @kuldeepthappa5101 23 วันที่ผ่านมา

      Bangladesh

    • @newsongvideo2735
      @newsongvideo2735 22 วันที่ผ่านมา +2

      অসমৰ পৰা বাহিৰ কৰিব লাগে।এনে মানুহৰ বাবে অসমত বহুত ঘটনা হৈছে।

  • @ArjunAmsong-tc2xo
    @ArjunAmsong-tc2xo หลายเดือนก่อน +9

    Val kotha

  • @girinbora7820
    @girinbora7820 หลายเดือนก่อน +8

    কাক সুধি বহিছিল গতিকে ইহঁত যতে যায় যাওঁক অতি সোনকালে উচ্ছেদ কৰক নহলে ইহঁতে সদায় আমাৰ অসমৰ সকলো শেষ কৰিব।

  • @hiturhymes3440
    @hiturhymes3440 หลายเดือนก่อน +16

    কৰ।পৰা।যে।আহি।বহিছেহি। এইবোৰৰ মানুহ।

  • @LACHIT07
    @LACHIT07 หลายเดือนก่อน +8

    Kot o jaga dibo nalage aiburk 😒😒

  • @chaoajitlanghen3383
    @chaoajitlanghen3383 หลายเดือนก่อน +2

    Sarkari bhumi sarkare ussaid koriboi lagibo. Jai Aai Asom .Bharat Mata Ki Jai

  • @newsongvideo2735
    @newsongvideo2735 22 วันที่ผ่านมา +2

    অসমৰ পৰা সকলো বাংলাদেশী বাহিৰ কৰিব লাগে।

  • @jibansangrami4919
    @jibansangrami4919 หลายเดือนก่อน +5

    Nice officer gentleman education person,

  • @DPffx
    @DPffx 13 ชั่วโมงที่ผ่านมา

    You are great ,Sir .May God always with You

  • @horensaikia3131
    @horensaikia3131 หลายเดือนก่อน +3

    যৰ পৰা আহি মাটি দখল কৰিছা সেই ঠাইলৈ গুছি যোবা ৷

  • @kulangphangchokphangcho
    @kulangphangchokphangcho 20 วันที่ผ่านมา

    সময় দিব লাগে নিশ্চয় বাইদেউৰ কথা শুনি ভাল লাগিল

  • @test-ix9im
    @test-ix9im หลายเดือนก่อน +1

    Mojaa 🙏🙏 Bangladeshi

  • @dhameswarnath1126
    @dhameswarnath1126 หลายเดือนก่อน +1

    Good,step,by,Assam,Goverment,

  • @SuheliLaskar-qj2du
    @SuheliLaskar-qj2du 15 ชั่วโมงที่ผ่านมา

    Thanks for doing job. Without applying Force

  • @kulennath6456
    @kulennath6456 หลายเดือนก่อน +5

    God Initiative

  • @227nomalahuwclaharighat7
    @227nomalahuwclaharighat7 หลายเดือนก่อน +2

    😅 আয়ুক্ত ছাৰৰ দৰে যদি সকলো হলহেতেন।চাৰলৈ শতকোটি প্ৰণাম জনাইছোঁ।

  • @jintumonibordoloi4426
    @jintumonibordoloi4426 หลายเดือนก่อน +2

    Good work🙏🙏

  • @kapilboro1717
    @kapilboro1717 หลายเดือนก่อน +2

    Good

  • @jalilmir8501
    @jalilmir8501 หลายเดือนก่อน +3

    DC sir jon bor val manuh

  • @niranjanragbongshi5833
    @niranjanragbongshi5833 หลายเดือนก่อน +12

    চব মীয়া খেদক ।

  • @sameerdeka5893
    @sameerdeka5893 20 วันที่ผ่านมา

    Moza assam government zindabaad

  • @junalisaraniasarania8155
    @junalisaraniasarania8155 หลายเดือนก่อน +1

    Very nice

  • @newsongvideo2735
    @newsongvideo2735 22 วันที่ผ่านมา +2

    এইবোৰ মানুহ কোৰ পৰা আহে

  • @mahendrasaikia8622
    @mahendrasaikia8622 18 วันที่ผ่านมา

    মিয়াক উচেদ কৰক । বহুত ভাল পদক্ষেপ।

  • @mrmusic7959
    @mrmusic7959 15 วันที่ผ่านมา

    Mojja

  • @prabindeka5498
    @prabindeka5498 2 ชั่วโมงที่ผ่านมา

    প্ৰথম কথা আজি ৩০ বছৰ বেদখল কেনেকৈ ? দ্বিতীয় সিহঁতৰ ল'ৰা -ছোৱালীৰ পৰীক্ষা কিয়? তৃতীয় প্ৰকৃত ভাৰতীয় হয় নে নহয় প্ৰমাণ কেনেকৈ পোৱা যায়? চতুৰ্থ এই বেদখলকাৰী বোৰে ইয়াৰ পিছত নতুনকৈ কত আৰু কেনেকৈ বেদখল কৰিবলৈ সক্ষম হব চৰকাৰে বা সামাজিক মাধ্যম সমুহে ইহঁতৰ পিছত ঘুৰি বাতৰি কিমান দিনলৈ প্ৰচাৰ কৰি থাকিব নে বেদখলকাৰী বুলি চিহ্নিত কৰাৰ পিছত স্থায়ী বাসিন্দা কৰাৰ বাবে কিবা পৰিকল্পনা কৰিব ?কাৰণ অসমৰ বাসিন্দা সকলৰ নিজা ঘৰ মাটি আছে তেন্তে এই বেদখলকাৰী বুলি চিহ্নিত কৰা বোৰ কোন আৰু যদি এই বেদখলকাৰী সকলৰ নিজা ঘৰ মাটি আছে তেন্তে তালৈ যাব লাগে।

  • @BijoyVlog105
    @BijoyVlog105 หลายเดือนก่อน +3

    বাংলাদেশী এইবোৰ

  • @swapnabarman9049
    @swapnabarman9049 14 วันที่ผ่านมา

    সঠিক সিদ্ধান্ত নিয়েছে অসম সরকার।

  • @Amchi7258
    @Amchi7258 หลายเดือนก่อน +1

    Great man hoi ...

  • @tilakrajbangshi8174
    @tilakrajbangshi8174 หลายเดือนก่อน +2

    Why Muslim (most of them)capture government land .

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 หลายเดือนก่อน +6

    দুটাতকৈ অধিক সন্তান হোৱা বাবেই মানুহ থাকিবলৈ সামান্য মাটিৰ অভাৱ হৈছে ৷ ৰাইজে চিন্তা কৰক সন্তান জন্ম সংখ্যা কেনেকৈ কম কৰিব পাৰি ৷ কম সন্তান হলে পৰিয়াল এটা সুখ শান্তিৰে আৰামত বসবাস কৰি থাকিব পাৰিব ৷

    • @baharulislamsardar3166
      @baharulislamsardar3166 หลายเดือนก่อน

      মানুহ থাকিবলৈ মাটিৰ কিয় অভাৱ হৈছে , এই কথাটো বুজিবলৈ হলে ব্ৰহ্মপুত্ৰ নৈৰ দাঁতি-কাষৰীয়া অঞ্চললৈ যাওক আৰু ৰাজহ গাঁৱবিলাকৰ অধ্যয়ন কৰক, আপোনাৰ প্ৰশ্নৰ উত্তৰ পাই যাব।

    • @mandiraboro5657
      @mandiraboro5657 หลายเดือนก่อน

      Kenekoi duta hontan jonmo dibo allai je uporr pora ak hupanman hontan di thake

    • @kuldeepthappa5101
      @kuldeepthappa5101 23 วันที่ผ่านมา

      ​@@baharulislamsardar3166 problem tu accept kor excuse dibo nalage

  • @pinkupatar4298
    @pinkupatar4298 หลายเดือนก่อน

    বহুত ভাল লাগিল কাৰন ছৰকাৰী ভূমি যেতিয়া ।

  • @test-ix9im
    @test-ix9im หลายเดือนก่อน

    Borhia..mojaa

  • @hirokmahanta5132
    @hirokmahanta5132 หลายเดือนก่อน +9

    চৰকাৰী মাটি কিয় দখল কৰে বাংলাদেশী নিকী

  • @debasishsaikia1063
    @debasishsaikia1063 หลายเดือนก่อน +1

    Gd job 👍

  • @pinkugoswami7448
    @pinkugoswami7448 หลายเดือนก่อน +1

    Thanks assam govt ,,please bhamaputra r major sor area bur eviction kribo lage aru brahmaputra r flora,faunna bur save kribo lage ,ecology bosabo lage

  • @user-vu7tz9xd5h
    @user-vu7tz9xd5h หลายเดือนก่อน

    Good centrel gvrnt, assam gvrnt,

  • @AMITSARMA-tq6jh
    @AMITSARMA-tq6jh หลายเดือนก่อน +1

    Hakalu District t railway matit evection koribo lagibo

  • @knowledgeinassamese3885
    @knowledgeinassamese3885 หลายเดือนก่อน +1

    Good step

  • @tonmoyphukan
    @tonmoyphukan 15 วันที่ผ่านมา

    Why is AMSU coming into the picture if they are evicting themselves.

  • @pinkudas4699
    @pinkudas4699 17 วันที่ผ่านมา

    very good Assam cm

  • @SuryaDihingia
    @SuryaDihingia 19 วันที่ผ่านมา

    Aibur news apunaluke dekhabo nalage

  • @saralmonineog7403
    @saralmonineog7403 หลายเดือนก่อน +3

    Guli Kori dibo lage sobo k

  • @indial77672
    @indial77672 19 วันที่ผ่านมา

    ইহতৰ কাৰণে কতো এটুকুৰা খালী মাটি পৰি নথকা হৈছে৷ইহতক detention campot ভৰাই থব লাগে৷

  • @kanakkonwar7241
    @kanakkonwar7241 หลายเดือนก่อน +1

    Manuh gorakire bhal kotha koise logote officer jonor kotha bhal lagise

  • @User12414
    @User12414 หลายเดือนก่อน +1

    কতো জাগা দিব নালাগে

  • @basantahira8645
    @basantahira8645 หลายเดือนก่อน +1

    যেতিয়া লৈকে??
    পঠাই দে এই খোপাক
    শেষ কৰি পেলালে ইহঁতে

  • @user-ik6ky2my7y
    @user-ik6ky2my7y หลายเดือนก่อน +3

    Aibur kor pora aha manuh....

  • @prabirpandebohemian2659
    @prabirpandebohemian2659 27 วันที่ผ่านมา

    All the Muslims are from Bangladesh & Rohinga.

  • @golamrasul5081
    @golamrasul5081 หลายเดือนก่อน +1

    হিমন্তই আকৌ এইবোৰৰ পৰা ভোট বিচাৰে? বিজেপিক ভোট নিদিয়া জালা। পৃথিৱী খন কাৰোবাবে স্থায়ী নহয় ,কৰবাত নহয় কৰবাত থাকিবটো লাগিবই দুখ কষ্টৰে।

  • @sahjahansheikh-ef9hz
    @sahjahansheikh-ef9hz 17 วันที่ผ่านมา

    দোকান বন্ধ হৈ গৈছে ভাই এতিয়া কি হ'ব 😢😢😢😢😢

  • @samarjyotideka7195
    @samarjyotideka7195 หลายเดือนก่อน +2

    Bangladesh t ja tohot

  • @mousumiduttasutradhar8153
    @mousumiduttasutradhar8153 หลายเดือนก่อน

    ❤❤❤

  • @moiamiatimoiamiati3985
    @moiamiatimoiamiati3985 หลายเดือนก่อน +1

    JOYJOY

  • @ice-creams-are-not-real
    @ice-creams-are-not-real 19 วันที่ผ่านมา

    1:20 আকৌ ক'ত বেদখল কৰিব থিক কৰিলৈ আতৰি যাব😂😂।

  • @bankimsarma6359
    @bankimsarma6359 14 วันที่ผ่านมา

    Media should not play victim card when something is illegal for betterment of our state.

  • @popular321
    @popular321 หลายเดือนก่อน +3

    ইহঁত বৰ বিহ

    • @DreamInstaModel
      @DreamInstaModel 23 วันที่ผ่านมา

      Toi bar bhal manuh, tur kothay gom pai

    • @mita-hi9su
      @mita-hi9su 19 วันที่ผ่านมา

      ​@@DreamInstaModel bangladeshi bangladesh t gusi njy kio

    • @DreamInstaModel
      @DreamInstaModel 19 วันที่ผ่านมา

      @@mita-hi9su Asol bangladeshi toi hoi ja, ami Indian hoi, tahot he bangladeahor kotha bhabi thako

    • @mita-hi9su
      @mita-hi9su 19 วันที่ผ่านมา

      @@DreamInstaModel miya Indian😄🥴🤡😅

  • @kattarhindubbbbbbbbbbbbbb
    @kattarhindubbbbbbbbbbbbbb หลายเดือนก่อน +3

    Tohat ahili kor pora geda ht

  • @birendranathsaikia2350
    @birendranathsaikia2350 หลายเดือนก่อน

    MP PB , so sorry for sad .

  • @ashoksarmah6302
    @ashoksarmah6302 16 วันที่ผ่านมา

    July মাহত কিহৰ পৰীক্ষাহে।

  • @NijuBarman-jj7mb
    @NijuBarman-jj7mb หลายเดือนก่อน +1

    Bangladesh ja boini hat dukh nkaribi😢😢😢

  • @nabajitpatowary4681
    @nabajitpatowary4681 15 วันที่ผ่านมา

    গৰম বন্ধত আৰু কিহৰ পৰীক্ষা

  • @nivadevi1196
    @nivadevi1196 หลายเดือนก่อน

    Weather news?

  • @MonaPaul-wk6bo
    @MonaPaul-wk6bo หลายเดือนก่อน

    Jagiroad shyamapolli Kalimondir area mati kagoj bilak val dore check koribo laage

  • @sulatadasbarman6966
    @sulatadasbarman6966 หลายเดือนก่อน

    HIMANTA DA ZINDABAAD🌹 ❤

  • @nitulparty2384
    @nitulparty2384 หลายเดือนก่อน

    Moy 20 bosor agot jetia pepar milot kam korisilu tetia tat 3ta ghor dekhisilu atia dekhi bor asorit hoysu eman bur ghor kor pora ahi bohisehi?

  • @dhanjitdas6299
    @dhanjitdas6299 20 วันที่ผ่านมา

    Etia jot jiman bohi ase, ghor bandhi ase aboidha hisabe sodiar pora dhuburiloike sokolo uchched korok ami sorkaror logot asu. tension nai.

  • @hiteshthakur3134
    @hiteshthakur3134 19 วันที่ผ่านมา

    ASSAMESE PEOPLE DON'T HAVE PROBLEM WITH BANGLADESHI MIYA ONLY WITH BIHARI BENGALI AND MARWARI. THEY HAVE SOFT CORNER FOR GEDAS....TRUE LOVE

  • @kulangphangchokphangcho
    @kulangphangchokphangcho 20 วันที่ผ่านมา

    নাৰাঙ্গীটো উচ্ছেদ কৰিব লাগে ৰেল লাইনৰ কাখত থকা বোৰক

  • @SuryaDihingia
    @SuryaDihingia 19 วันที่ผ่านมา

    Hokolue sarkar k support koribo lage.

  • @banjitchangmai4047
    @banjitchangmai4047 หลายเดือนก่อน +2

    খেদাব লাগে,,,,,,,, নহলে অসমীয়া বুলি কোনো নাথাকিব

  • @gyanendrakumarnath9292
    @gyanendrakumarnath9292 26 วันที่ผ่านมา

    তহঁতে কাক সুধি বহিছিলি...যদি তহঁতে অসমৰে হয়..তহঁতৰ গাৱঁৰ জন্মস্থানত মাটি ভেটি আছে চাগেই..তালৈ গুচি গলেই হ'ল !

  • @user-vu7tz9xd5h
    @user-vu7tz9xd5h หลายเดือนก่อน +1

    Assam r cm sir eahot bangladeshi musalman assamr hole hoy tetiya eahotor alop holeo thai thakile hoy, karon assam r nohoy muloto rahingiya bhahi aha musal man, parilei ajiyei khedibo lage, river pukhurit jadi edal kalmou hoy tetiya gotei pukhurit chani dhore kalmourei, jadi raiway jagat eghor musalman thake taat five hundred, thousand manuh ratir bhitorot log hoi jaay parlei ajiyei pothiyai dibo lage,

  • @rajibramphookan9034
    @rajibramphookan9034 22 วันที่ผ่านมา

    ভিডিঅ দেখিয়েই গম পাইছো একেবাৰে১০০% থলুৱা লোক ৷

  • @chandannath2566
    @chandannath2566 17 วันที่ผ่านมา

    Minority ne ?

  • @mahendrasaikia8622
    @mahendrasaikia8622 18 วันที่ผ่านมา

    নাই সময় দিলে গুজেই গজালি মেলিব । কংগ্ৰেছ চৰকাৰ হলে এইবোৰ বাংলাদেশী উঠাব নোৱাৰিব
    সোনকালে উঠাই দিয়াটো ভাল