এখন ব্যতিক্ৰমি স্কুল - Vidya the living School, Dhemaji | Assamese Vlog
ฝัง
- เผยแพร่เมื่อ 18 ก.ย. 2020
- Vidya the living School is located in Subahi, Dhemaji dist. in Assam.
My Social Links:
Instagram: / debanandagogoi
Facebook: profile.php?...
#livingschool #neindiaattraction
কদম কাই স্কুল পতা কথা শুনি আছিলোঁ, আজি দেখা পালোঁ গোটেই পৰিৱেশটৌ। বৰ ভাল লাগিল। সৰু পৰাই তেওঁৰ অলপ ব্যতিক্ৰমী আছিল। "কদম" প্ৰাণ্জল বুঢ়া গোহাঁই আন এটা নাম। তেওঁৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।
ধুনীয়া স্কুল ভাল লাগিল চাই।স্কুল খন ভবিষ্যত এ আগবাঢ়ি যায় তাকে কামনা কৰিলোঁ। যি
সকল ব্যক্তি ৰ নেতৃত্বত স্কুল খন
প্ৰাণ পাই উঠিছে তেওঁলোকক এনেকৈ কাম কৰি যাবলৈ ভগৱানে তেওঁ লোকক দুগুন শক্তি দিয়ক তাকে কামনা কৰিলোঁ🙏🙏🙏
সুন্দৰ প্ৰকৃতিক দৃশ্য।
আজি গৈছিলো ৷ভাল লাগিল ৷কনচেপটো ভাল ৷ মোৰ মনপুতঃ হৈছে ৷স্কুল খন চোৱাত ভাতৃপ্ৰতিম বন্ধু সুবাহীৰ যুৱক ৰাজীৱ গগৈয়ে বহুত সহায় কৰি দিলে ৷তেওঁলৈ অশেষ ধন্যবাদ জনালোঁ ৷
ভাল বুলি চবেই কৈ আছে , চৌপাশ বাৰু ধুনীয়া.. schoolখনৰ শিক্ষা বা কেনে কোনোবাই জনাব নেকি অভিভাৱক।
Next level💕💕💕💕
Dulal sir my favorite😍
Video টো চাই বৰ ভাল লাগিল , ধন্যবাদ আপোনাক ।
Mojjaaaa
Hundor Dada..
Great
Eman hundar poribesh school khanu bar Manu Muhammad val lagil
Love from dhakuakhana ❤️
Val lagise... School khon mur ghrr usrte. Hoy. Apuni ahi dekhale.. Bhut val lagise. Aru apunar kothabur huni bhut val lage
Kotha bilak bor vl laga😘
bhal thai hubahi.goi bahut bhal lage.video2 cai bhal lagil.
অতি সুন্দৰ ভাল লাগিল ভিডিঅ'টো
Dada moi dhemajire hoy, so thaibur sini paisu bt tate j akhn schl ase hei ktha jona nasilo... Vl lgil
So nice
Thank you sir 🙏 this video 🙏🙏
মজা
Moi goiisilu bht bhl lgile
Mojja
Val lgil hsakoi ব্যতিক্রম
Amar school r ako ahi thakibo
mur nam Biraj Dulakakharia Class 8 Student School: Vidya The Living School
Thank You For Coming 😊😊😊
Jam jam alp dinote jam vabi asu
@@debanandasvlogs Sir Akha RAKHILU 🙏🙏🙏😊😊😊
@@rudreswar6459 🤝
আপুনি "বিদ্যা দি লিভিং স্কুল" লৈ আমাক লৈ গৈ থকোতে আলিৰ দয়োকাষৰ সেউজীয়া সুন্দৰ পৰিবেশ দেখুৱাওতে ধাৰাভাষ্যত বাৰে বাৰে " এইয়া মই দেখাই আছোঁ" বুলি কিয় কৈ আছে ক'ব লাগে "এইয়া মই দেখুৱাই আছোঁ" বুলিহে । বেয়া নেপাব নৱ প্ৰজন্মৰ যুৱক যুৱতীয়ে সকলে চেনেল বোৰত এই "দেখাই আছোঁ" বুলি ভুলকৈ কয় আমাৰ কাণত বৰকৈ লাগে
hudhorai diar babe dhanyabad🙏
Nice
Val hoise
khub hunkale goi asu
Bondhu khub val lagise val kam bilak explore kora babe ..agbahi jua
Nice to video 📸📷📸
#nitulbaruah
Very good 👍👌 sir Good morning sir
Thanks so much ❤️❤️❤️❤️ sir
Eai school khon bor dhniya . Moi goi paisu.
Amar school hoi
ভাল লাগিল । কেনেকৈ বাৰু যোগাযোগ কৰিব পাৰিম
Ledis