Vidya- the living school এজন ডেকা অধ্যাপকৰ সপোনৰ পম খেদি

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ม.ค. 2022
  • VIDYA the living school এজন ডেকা অধ্যাপকৰ সপোনৰ পম খেদি
    তেওঁৰ বুকুত এটা সপোন কঢ়িয়াই লৈ ফুৰিছে ৷ এনে এচাম ছাত্ৰছাত্ৰী তেওঁ গঢ় দিব যি পৰম্পৰাৰ জেউতিৰে জিলিকি উঠি জ্ঞানৰ সাধনাত মগ্ন হ’ব আৰু জীৱন জীৱিকাৰ প্ৰতিটো দিশতে হ’ব বিশাৰদ ৷
    এনে চিন্তা লৈয়ে ২০২০ চনত তেওঁ ধেমাজিৰ দুৰ্গম অঞ্চলত স্হাপন কৰিলে এখন অগতানুগতিক শিক্ষা প্ৰতিষ্ঠান বিদ্যা দ্যা লিভিং
    এতিয়া এই আশ্ৰমসদৃশ বিদ্যালয়ত দেশৰ বিভিন্ন প্ৰান্তৰ ৩ শতাধিক ছাত্ৰছাত্ৰী অধ্যয়ণৰত ৷
    নতুন সপোন এটিক বাংময় ৰূপ দিবলৈ সমৰ্থ হোৱা এই ব্যক্তিজনৰ নাম ড: প্ৰাণ্জল বুঢ়াগোহাই ৷ এওঁ ডিব্ৰুগড়ৰ বিশ্ব বিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ৷
    নিজৰ বেতনৰ মাত্ৰ তিনি চাৰি হেজাৰ টকাৰে প্ৰাণ্জল বুঢ়া গোহায়ে নিজৰ মাহেকীয়া জীৱনযাপন কৰাৰ বিপৰীতে তেওঁ সকলোধন ব্যয় কৰে বিদ্যা দা লিভিং স্কুলত ৷
    কিন্তু এই ডেকা অধ্যাপকজনে কিয় জন্ম দিলে এক ব্যতিক্ৰমী শিক্ষানুষ্ঠান ? কি সপোনে অধ্যাপক জনক কৰি তুলিছে সংগ্ৰামী ?
    আহকচোন সবিশেষ জানো ড: প্ৰাণ্জল বুঢ়াগোহাইৰ পৰা ৷ “ ন ” আলোচনীৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অসমীয়া ৱিভাগৰ অধ্যাপক নাট্যকাৰ ,গল্পকাৰ হিৰণ্য সভাপণ্ডিতে ৷
    thenaa.in

ความคิดเห็น • 36

  • @popyboruah8105
    @popyboruah8105 ปีที่แล้ว +1

    ছাৰক দুবাৰ লগ পাইছো ছাৰ সচাঁই বহুত মহান আৰু আগুৱাই যাওঁক ,may I god bless you sir

  • @bitupanborah6779
    @bitupanborah6779 2 ปีที่แล้ว +4

    প্ৰাঞ্জল ছাৰ ক লগ পাইছোঁ। বহুত ভাল লাগে ছাৰৰ লগত কথা পাতি। বহুত উৎসাহিত হ'লো। Video টো ৰ বাবে বহুত বহুত ধন্যবাদ 🙏🏻❤️

  • @dhurbajyotiborgohain4679
    @dhurbajyotiborgohain4679 2 ปีที่แล้ว +4

    ছাৰৰ ব্যক্তিত্ব সচাঁই শলাগিবলগীয়া

    • @depachetia3362
      @depachetia3362 ปีที่แล้ว

      আপোনাৰ দৰে মহান ব‌্যক্তি পাবলৈ বিৰল

  • @geetimanisaikia419
    @geetimanisaikia419 2 ปีที่แล้ว +1

    আপোনি সচাকৈয়ে বহুত মহান।

  • @nitahazarika1518
    @nitahazarika1518 2 ปีที่แล้ว +3

    ছাৰ আমাৰ সকলোৰে অতিকৈ প্ৰিয়‌ ,

  • @runumaiphukan943
    @runumaiphukan943 ปีที่แล้ว

    চাৰ , আপুনি সচাই মহান । আপোনাৰ মহানুভতাৰ বিষয়ে জানি অভিভূত হলো। চাৰ আপোনাৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপিত জনালো ।

  • @kabitaborah3612
    @kabitaborah3612 ปีที่แล้ว +1

    চাৰ আমাৰ বাবে আদৰ্শ ... অাৰু এনেদৰে পথ দেখুৱাই যাওক যেন ..🙏

  • @hiramonibora8538
    @hiramonibora8538 2 ปีที่แล้ว +2

    আপোনাৰ দীঘায়ু কামনা কৰিলো চাৰ

  • @mathsandsciencetutor1037
    @mathsandsciencetutor1037 2 ปีที่แล้ว +1

    Good person with good mentality

  • @B.mind.beyond
    @B.mind.beyond ปีที่แล้ว

    Bahut val lagil pranjal sir interview tu sai...teu xomajor babe uthi aha প্ৰজন্মৰ বাবে যি কাম হাতত লৈছে বহুতে প্ৰসংশনীয় । তেওলৈ বহুত বহুত শুভেচ্ছা থাকিল

  • @manjuboruah6261
    @manjuboruah6261 ปีที่แล้ว

    আপোনি সঁচাই মহান ছাৰ

  • @bontiboruah5157
    @bontiboruah5157 ปีที่แล้ว

    Grand salute to the great man!

  • @rupanta-tu8vu
    @rupanta-tu8vu ปีที่แล้ว +1

    Salute you from indo-pak border

  • @anjanaborah6382
    @anjanaborah6382 ปีที่แล้ว

    Ami bohut Lucky Ane ajon multi-talented Siror pora siksha lobole hujug paisilu.

  • @RuwadMigom
    @RuwadMigom 2 ปีที่แล้ว +1

    Salute ❤️💕

  • @bishnupalhazarika3258
    @bishnupalhazarika3258 2 ปีที่แล้ว +1

    U r great sir

  • @rajudas6089
    @rajudas6089 2 ปีที่แล้ว +1

    Sirk aji log pai bht bhal lagil

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว

    Good and great step. He was real Hero of our society. Many many congratulations to you. Go ahead way to your journey. God bless you.

  • @m.r_marvel6581
    @m.r_marvel6581 ปีที่แล้ว

    With great powers comes great responsibility 👍☺️☺️

  • @sumisaikia9250
    @sumisaikia9250 ปีที่แล้ว

    Realy inspiring

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว

    Uninic video. We're inspiring of you

  • @latashridutta2537
    @latashridutta2537 2 ปีที่แล้ว +1

    We are proud💪 of u Pranjal Da

  • @SunGogoi-ch3zc
    @SunGogoi-ch3zc 8 หลายเดือนก่อน

    So nice sir

  • @BishnuTheAnalyzer
    @BishnuTheAnalyzer ปีที่แล้ว +2

    চাৰৰ ম'বাইল নম্বৰটো পাম নেকি ?

  • @tankeswardoley2288
    @tankeswardoley2288 2 ปีที่แล้ว +1

    I love you sir ❤❤❤

  • @dipugogoidipu5631
    @dipugogoidipu5631 ปีที่แล้ว

    Good job👏

  • @bohagibharali6473
    @bohagibharali6473 ปีที่แล้ว

    Sirk lg pua aji kebar bsru hl .lg pable mn ase ako teuo vale thakk...

  • @anupchetia9121
    @anupchetia9121 ปีที่แล้ว

    Love you sir

  • @bobiburagohain4986
    @bobiburagohain4986 7 หลายเดือนก่อน

    Baahut hundar padakhep

  • @dl293
    @dl293 2 ปีที่แล้ว +1

    ❤️❤️❤️❤️

  • @user-mj3vr1gt4d
    @user-mj3vr1gt4d 2 ปีที่แล้ว +1

    Hostel bibosta ase ne muru bhaitik poham bhabisu

  • @bohagibharali6473
    @bohagibharali6473 ปีที่แล้ว

    Sire hikua khta bur ajiu mnt ase

  • @shakuntalaroy6128
    @shakuntalaroy6128 2 ปีที่แล้ว +1

    Very good person

  • @PerumoniHazarika
    @PerumoniHazarika 2 ปีที่แล้ว +1

    Sir, I am very lucky to have a great teacher like you in my life..

  • @nipulhazarika1775
    @nipulhazarika1775 ปีที่แล้ว

    Log pabo aakhare roi aasu 30 tarikholoi sir from dibrugarh